KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
10:40
Jadaba Ki Dibo Madhabo Rai||যাদৱ কি দিবো মাধৱ ৰায়||Madhurima Saikia
7:33
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
ЧТО ЖЕ МЫ КУПИЛИ СОБАКЕ ВМЕСТО ТАБАЛАПОК😱#shorts
00:34
乔的审判,精灵应该上天堂还是下地狱?#shorts #Fairy#fairytales
00:58
Brindabone Bone||বৃন্দাবনে বনে||Madhurima Saikia
Рет қаралды 6,877,791
Facebook
Twitter
Жүктеу
1
Жазылу 57 М.
Madhurima saikia
Күн бұрын
Пікірлер: 4 600
@alakasaikia3176
2 жыл бұрын
সঁচাই অতুলনীয়.....কিবা এক বুজাব নোৱাৰা শান্তি পাই যাও গীতটি শুনি.....মনোমোহা সুৰৰ সৈতে শুৱলা কণ্ঠ লগতে আধ্যাত্মিক শব্দৰ সমাহাৰ...আগুৱাই যোৱা...মৰম লগতে আশীৰ্বাদ থাকিল।।
@madhurimasaikia
2 жыл бұрын
Thank you
@123z6
5 ай бұрын
You are going to be a king 👑 of devotional song...go ahead with hard work...
@LankeswarMedhi-sz2py
3 ай бұрын
Ŵell 1:45
@LankeswarMedhi-sz2py
3 ай бұрын
Good
@sonaramsaikia
Ай бұрын
Sundar
@sanjibbaishya5689
28 күн бұрын
আপোনাৰ প্ৰতিটো গানত আমাৰ অসম বাশি ইমান মৰম য়াচিছে কমেট পঢ়ি ভক্তি গানৰ মজা লোইছো বা। ❤💞🥰💞♥️
@NabinKachari
5 ай бұрын
ইমান সুন্দৰ কণ্ঠ এতিয়ালৈকে বহু বাৰ শুনিছো। এনেকুৱা গীত আৰু শুনিবলৈ পাই থাকিম বুলি আশা কৰিলো। ❤❤
@madhurimasaikia
5 ай бұрын
Thank you
@RejuliRabha-m2y
Ай бұрын
😊😊
@jadumonibhorali
Ай бұрын
😊
@jadumonibhorali
Ай бұрын
@😊😊😅😊madhurimasaikia
@SubhanSubhan-n3o
4 күн бұрын
ধুনীয়া লাগিছে বা ❤❤🎉❤❤
@madhurimasaikia
4 күн бұрын
Thank you
@gautambora403
2 жыл бұрын
অতি সুন্দৰ।বহুত ভাল লাগিল।আৰু আগুৱাই যোৱা। শুভেচ্ছা থাকিল।।
@madhurimasaikia
2 жыл бұрын
Thank you
@bikashranjandas1683
3 жыл бұрын
অ' কিমান বাৰ যে শুনিছো হিচাব নাই ❤❤ দেহ মন সাত পৰি যায়😍
@madhurimasaikia
3 жыл бұрын
Thank you dear
@2.0940
6 ай бұрын
Bap ishor ako abar huni deok mnt pelai disu 🤗🎉💎💫
@JyotishSutradhar-zb9gy
2 ай бұрын
Mrmntagathannoiakollbnapow@@2.0940
@momisaikia5768
2 жыл бұрын
কিমানবাৰ যে শুনিছোঁ হিচাপ নাই । বহুত ধুনীয়া কণ্ঠ আপোনাৰ ।
@madhurimasaikia
2 жыл бұрын
Thank you
@JaduBora-s7o
5 ай бұрын
❤😊 ki kom kiman bar ja hunisu
@JyotishSutradhar-zb9gy
2 ай бұрын
Morsondiyaratipuwamntpre
@SomeswarGogoi-x3i
2 ай бұрын
Bhagabane tumar. Mangal korok
@hemantagogoi8158
Жыл бұрын
অতি সুন্দৰ। আৰু আশা কৰিলোঁ
@madhurimasaikia
Жыл бұрын
Thank you
@khagenkalita805
2 жыл бұрын
এই ভক্তিমূলক গীতটি মই প্ৰায় শুনো। শিল্পীৰ কণ্ঠ সুন্দৰ। আগলৈ ভক্তিমূলক গীত শুনিবলৈ আশা কৰিলোঁ।
@madhurimasaikia
2 жыл бұрын
Thank you
@NakulChandraNath
10 ай бұрын
❤❤❤à Xx xx RS extra ex ex😊àx ex ex qaz 😊àaa 😊wwwwre w 😂😂, Rd RS bhi ffczc ni@@madhurimasaikia
@surenboruah3241
Жыл бұрын
ইমান সুন্দৰ গীত যি টো গীত সদায় নুহুনি থাকিব নোৱাৰোঁ, শুনিলেই মন প্ৰাণ ভৰি যায় 🙏🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
@MintuDas-kn9ks
4 ай бұрын
Bahut dhuni a kanth 😊😊😊😊
@pulenmahanta948
Жыл бұрын
বহু সাধনা বহু ভক্তিৰ পিছত এনে গিত গাবলৈ নেদেখাজনে শক্তি দিয়ে বুলি মই ভাবোঁ ? আপোনাৰ যোগেদি তেৰাই সকলোকে আশিসধন্য কৰক তাৰে কামনা কৰিলোঁ ৷
@madhurimasaikia
Жыл бұрын
Thank you
@hiranlahkar1534
11 ай бұрын
বহুত সুন্দৰ বহুত সুন্দৰ। ইমান সুমধুৰ কণ্ঠ
@Gobinchandrabora-y8k
Ай бұрын
বাইদেউ আপোনাৰ পৰা শিকিবলৈ চেষ্টা কৰিছো ।ধণ্যবাদ ।
@madhurimasaikia
Ай бұрын
Dhanyabad
@Khagengogoi123
2 жыл бұрын
সুন্দৰ কন্ঠ ।যুৱ প্ৰজন্মৰ তুমি এক আদৰ্শ।আশীৰ্বাদ থাকিল।
@madhurimasaikia
2 жыл бұрын
Thank you
@keshabnath4345
Жыл бұрын
Very good song
@arupgogoi7241
2 жыл бұрын
বাহ কি অপুৰ্ব কণ্ঠ এতিয়ালৈকে ১০বাৰ সুনিলো ৷
@madhurimasaikia
2 жыл бұрын
Thank you
@prostutigogoi5202
2 жыл бұрын
অপূৰ্ব সুন্দৰ কন্ঠ তোমাৰ, এনেকৈ সদায় যেন হাঁহি হাঁহি গীত গোৱা , আশীৰ্বাদ থাকিল ভবিষ্যত তোমাৰ সুন্দৰ হওক 🙏🏾🙏🏾
@madhurimasaikia
2 жыл бұрын
Thank you
@panbatta
Жыл бұрын
@@madhurimasaikia q
@sunildeka8616
Жыл бұрын
Wwwww😊😊😊😊😊www😊ww😊😊😊😊ww😊😊
@sunildeka8616
Жыл бұрын
@@madhurimasaikia ww😊ww😊😊wwwww😊
@sunildeka8616
Жыл бұрын
Ww😊
@MridulDeka-dm5ds
Ай бұрын
বহু ভাল লাগিল আমাৰ পনিতাৰ ৰকম
@madhurimasaikia
Ай бұрын
Thank you
@MridulDeka-dm5ds
Ай бұрын
তোমী গান গাৱ আহিৱ পাৰিৱা
@a-sriki9764
2 жыл бұрын
আপোনাৰ কণ্ঠত গীত শুনিলে মনটো ভাল লাগি যায়। ইমান ধুনীয়াকৈ গাই।
@madhurimasaikia
2 жыл бұрын
Thank you
@magnum9750
2 жыл бұрын
ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা বোৰ আপোনাৰ এই গীত টো শুনি মনতে মধুৰ কল্পনা কৰি থাকোঁতে কেনেকৈ যে চকুপানী ওলাব ধৰিলে কবৈ নোৱাৰিলোঁ
@madhurimasaikia
2 жыл бұрын
Thank you so much
@rajibdas141
Жыл бұрын
@@madhurimasaikia❤
@rajibdas141
Жыл бұрын
Moi huni ai Thaku.bohut dhunia lage tumar voice..❤
@JyotishSutradhar-zb9gy
3 ай бұрын
Jyotios 1:32
@kailashbasuvlogs7287
2 жыл бұрын
এই ধৰণৰ আধ্যাত্মিক গীতৰ জৰিয়তে মানৱ জীৱনৰ কল্যাণ সাধন কৰাৰ প্ৰয়াস । সচাই প্ৰশংসনীয়।
@madhurimasaikia
2 жыл бұрын
Thank u
@rrrgogoi4701
2 жыл бұрын
Dhuniya lagise tumar sur
@badanchutia8428
Жыл бұрын
বদন।চুতীয়া ই।ভগবান।গঠিত।বহোত ।বহোত ।বহোত ধন্যবাদ ।দিআচু।আৰু।এনেধৰন।ভগবান।চৰিত্ৰ
@violeenalaskar3742
Жыл бұрын
অতি সুন্দৰ ,যেন কৃষ্ণ ভগৱন্তক কাষতে পাইছো। বহুত বহুত ধন্যবাদ, শুভেচ্ছা থাকিল।আন দহজনৰ হৃয়ত প্ৰশানতী দিব পাৰিছা। ধন্য ।
@madhurimasaikia
Жыл бұрын
Thank you
@sarajrajbongshi4378
Жыл бұрын
সদায় মিঠা লগা সুমধুৰ আপোনাৰ l আৰু অধিক গীত উপহাৰ পাম বুলি আশা কৰিলোঁ l 👏
@madhurimasaikia
Жыл бұрын
Thank you so much
@ranjitdeka4526
Жыл бұрын
অতি সুন্দৰ। গীতটো মই প্ৰায়েই শুনো।মন ভৰি উঠে। শুভেচ্ছা জনালোঁ আৰু আগুৱাই যাবৰ বাবে।
@madhurimasaikia
Жыл бұрын
Thank you
@kankanjyotidas8070
Жыл бұрын
ইমান সুন্দৰ কন্ঠ ☺️।।শুনিলে শুনিয়েই থাকিব মন যায়।।
@madhurimasaikia
Жыл бұрын
Thank you
@pranabjyotigogoi8514
Жыл бұрын
সুন্দৰ
@madhurimasaikia
Жыл бұрын
Thank you
@NikitaborahShorts
Жыл бұрын
অপূৰ্ব সুন্দৰ কণ্ঠ তোমাৰ বা , তোমাৰ কণ্ঠত বৃন্দাবনে বনে , যাদৱ কি দিবো মাধৱ ৰায় , ৰুণু জুনো সদায় সুনো । আৰু এটা গীত গাবলৈ অনুৰোধ জনালোঁ কি দিবো যাদৱ ৰায় 🙏 ।
@madhurimasaikia
Жыл бұрын
Thank you so much
@jonakidas1425
Жыл бұрын
Eman sundar
@bituborgohain5953
Жыл бұрын
সুন্দৰ কণ্ঠ বৰ ভাল লাগিল।ভবিষ্যত উজ্জ্বল কামনা কৰিলো।🥰🙏🥰🙏
@madhurimasaikia
Жыл бұрын
Thank you so much
@khagasharkumar8928
2 жыл бұрын
বৰ ধুনীয়া কণ্ঠ । বৰ সুৱদি সুৰীয়া হৈছে ।আশীৰ্বাদ থাকিল বাইদেউ
@madhurimasaikia
2 жыл бұрын
Thank you
@nolinsaikia1949
2 ай бұрын
Apurbo hoise krishna krishna
@bipultalukdar9594
Жыл бұрын
খুব সুন্দৰ, হৃদয়ত ভক্তিৰ সিহৰন যোগোৱা, শুনিও আমনি নলগা এটি ভাল লগা গীত.....।🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
@GA_assampolice_lover
6 ай бұрын
Bohut khundar lagil xuni
@madhurimasaikia
6 ай бұрын
Thank you
@beautifulvillagers5017
2 жыл бұрын
অনুপম.... বৰ সুন্দৰ কণ্ঠ আপোনাৰ...শুনি বৰকৈ আপ্লুত হ'লো... আৰু আগুৱাই যাওক.... বহুত বহুত শুভকামনা থাকিল... প্ৰান্তৰত আশাৰে বাট চাই ৰ'লো ...!!🙏
@madhurimasaikia
2 жыл бұрын
Thank you
@NabaDeka-x9u
9 күн бұрын
Eman dhuniya gaise khuni thakibo mon jai khundo baa 🥰🥰🥰 god bless you 🙏🙏🙏
@madhurimasaikia
6 күн бұрын
Thank you
@arunbani
3 жыл бұрын
বা, বৰ ভাল লাগিল।❤️ পুৱাই শুনাৰ মাদকতা অকণ বেছি✨।
@madhurimasaikia
3 жыл бұрын
Thank you so much
@jyotiborasaikiasaikia5939
2 жыл бұрын
অতি সুন্দৰ কণ্ঠ ভাল লাগিছে শুনি
@nitumonirabha9581
2 жыл бұрын
Very nice ♥️♥️♥️♥️♥️♥️
@_Ankur_Saikia_02
2 жыл бұрын
আপোনাৰ লগৰ তাপশ বৰা দাই গানটো শুনিব কৈছিল খুব সুন্দৰ হৈছে । সচাকৈ আপোনাৰ কণ্ঠত সৰস্বতী বিৰাজমান 🌼✨
@madhurimasaikia
2 жыл бұрын
Thank you
@karandas67253
11 ай бұрын
Wow ki voice ❤❤❤
@madhurimasaikia
11 ай бұрын
Thank You
@nitulhazarika3982
9 ай бұрын
Bor dhunia ❤😊
@madhurimasaikia
9 ай бұрын
Thank You
@nitulhazarika3982
9 ай бұрын
Most welcome ❤🎉
@pronobv5907
2 жыл бұрын
Owaoo কিহৰ লগত তুলনা কৰিম এই গীতটো। বহুত বহুত ভাল লাগিছে অ। 👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️
@madhurimasaikia
2 жыл бұрын
Thank you
@pravashdas4792
2 жыл бұрын
আপোনাৰ অপূৰ্ব কণ্ঠ 🙌🙌 ভগৱন্তই আপোনাক আগোৱাই নিয়ক 🙏🙏
@madhurimasaikia
2 жыл бұрын
Thank you
@nilutpolborah7519
Жыл бұрын
তোমাৰ হাহি আৰু কন্ঠত স্বয়ং আই সৰস্বতীয়ে সংগ দিছে ৷ মই তোমাৰ ভক্তিমুলক গীতবোৰ সদায়ে শুনোঁ ৷ ঈশ্বৰ কৃষ্ণৰ কৃপা হওক ৷ হাঁহি হাঁহি গাই যোৱা ৷ অপূৰ্ব
@rajatchkalita7919
2 жыл бұрын
আপোনাৰ সু-কণ্ঠই মোহিত কৰিলে ৷ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷
@madhurimasaikia
2 жыл бұрын
Thank you
@RabinSaikia-m7c
9 күн бұрын
ধুনীয়া লাগিছে ❤❤❤❤❤❤
@madhurimasaikia
5 күн бұрын
Thank you
@munindrasaikia4024
3 жыл бұрын
বহুত ভাল হৈছে। সুৰ লয় দৃশ্য সুন্দৰ সম্মনয়েৰে গীত তো মধুৰ কৰি তুলিছে । নতুন নতুন গীত শুনিব পাম বুলি আশা কৰিলো।
@madhurimasaikia
3 жыл бұрын
Thank you so much
@Brightfuture281
3 жыл бұрын
অতি সুন্দৰ কণ্ঠ। প্ৰতিদিনে এবাৰ হ'লেও শুনো।
@madhurimasaikia
3 жыл бұрын
Thank you
@bijonburagohain4439
Жыл бұрын
ৰাম আৰু কৃষ্ণ আৰু সদাশিৱ । বৰ্মা বিষ্ণু মহেশ্বৰ। তেতিশ কোটি দেৱতাৰ ঠাই।
@madhurimasaikia
Жыл бұрын
Thank you
@MRDHARMADAS
26 күн бұрын
1:57 Krishna Krishna 🙏🙏💖💓 jiman xunileu amoni nalage bohut khundor koi gaise vogobane kukhole rakhok aru Val Val gaan khuniboloi pau jate tare kamonare 🎉🎉🎉🎉
@arundas4439
10 ай бұрын
With many, many ❤❤❤... Sodai suni thakileo aamoni nalage baidew... Oti sundor aaponar kontho... God bless🙏🙏🙏 you...
@madhurimasaikia
10 ай бұрын
Thank You so much
@arundas4439
10 ай бұрын
@@madhurimasaikia , Baidew asha koro ketiyaba aaponak log pam konoba gitor anusthanot .....Bhogobane nishoy sohai koribo... God is great !
@AyaanDoley
3 ай бұрын
😢😮😅😊 7:35 😅😢 7:35 😂@@madhurimasaikia
@dulaldeka4466
2 ай бұрын
I do XM @@arundas4439
@BabulBordoloi-k2z
2 ай бұрын
😂good morning bahut happy
@ajoydas5272
2 жыл бұрын
সুব সুন্দৰ মনোমোহা কন্ঠেৰে নিগৰাইছে শুভ কামনা পঠিয়ালো উত্তৰ গুৱাহাটী পৰা
@madhurimasaikia
2 жыл бұрын
Thank you
@drupadrabha6198
9 ай бұрын
3:57
@DipenDohutia
7 ай бұрын
¹6@@madhurimasaikia
@amulyasarma3350
2 жыл бұрын
গীতটো মই প্ৰায়েই শুনো।মোৰ তিনি বছৰীয়া কন্যাজনীৰ গীতটো অনুকৰণ কৰিব পৰা হৈছে।ৰাতিপুৱা গীতটি শুনিলে দিনটো বহুত ভাল লাগি থাকে। ধন্যবাদ বাইদেউ।
@madhurimasaikia
2 жыл бұрын
Thank you
@suchitrahazarika791
2 жыл бұрын
Oo
@suchitrahazarika791
2 жыл бұрын
P
@brajendas5669
Жыл бұрын
সুন্দৰ লোকগীত ❤😌
@madhurimasaikia
Жыл бұрын
Thank you
@sumitradeka3599
Жыл бұрын
অতি সুন্দৰ কণ্ঠ। ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
@avachinaboruah3587
3 жыл бұрын
অতিসুন্দৰ কণ্ঠ তোমাৰ। 🙌🙌🙏🙏
@madhurimasaikia
3 жыл бұрын
Thank you so much
@mridulkumardutta7183
Жыл бұрын
A great refresher for the day, beautiful 👌
@madhurimasaikia
Жыл бұрын
Thank you
@Rockstar0500
Жыл бұрын
Xundar❤❤❤
@madhurimasaikia
Жыл бұрын
Thank you
@Rockstar0500
Жыл бұрын
@@madhurimasaikia wellcome
@pranjitmahanta2400
2 жыл бұрын
ধন্যবাদ এনেকুৱা গীত উপহাৰ দিয়া বাবে হৰ হৰ মহাদেৱ🙏
@madhurimasaikia
2 жыл бұрын
Thank you
@pinkikonch1971
2 жыл бұрын
সদায় গীতটি শুনো , বৰ সুন্দৰ পৰিবেশন 👌
@madhurimasaikia
2 жыл бұрын
Thank you
@LolitSonowal-kr3hi
9 ай бұрын
Lait sonowal
@lakhinarayan1257
2 жыл бұрын
সুমধুৰ কণ্ঠ ❤ মই সদায়েই শুনোঁ
@madhurimasaikia
2 жыл бұрын
Thankbyou
@dinakantagogoi9744
Жыл бұрын
তোমাৰ কণ্ঠত লোকগীত কেইটিয়ে প্ৰাণ পাই উঠিছে । ভবিষ্যত আৰু সুন্দৰ হব।
@madhurimasaikia
Жыл бұрын
Thank you
@satyendranathmedhi4487
2 жыл бұрын
বহুত সুন্দৰ কণ্ঠ , আগলৈ আৰু ভাল গীত গাই যোৱা আশীৰ্বাদ থাকিল মাজনি ।
@madhurimasaikia
2 жыл бұрын
Thank you
@gautamrajbongshi-rd6fi
Жыл бұрын
Mon pran jur pori goise, my favourite singer ❤
@madhurimasaikia
Жыл бұрын
Thank you
@madhumitagoswamibezboruahp8452
Жыл бұрын
😊😊😊
@bitopanhazarika5903
2 жыл бұрын
অপূৰ্ব কণ্ঠস্বৰ,শ্ৰুতি মধুৰ গীতটি শুনি আপ্লুত হলো।।
@madhurimasaikia
2 жыл бұрын
Thank you
@sanjibhandique6021
17 күн бұрын
শুনি থাকিব মন যায় কেইবাবাৰো শুনাৰ পিছতো,,,কণ্ঠ আচৰিত অপূৰ্ব সুন্দৰ 👌👌👌👌❤️
@jadumonisaikia6204
3 жыл бұрын
খুব সুন্দৰ..আপোনাৰ কণ্ঠ খুব ধুনীয়া..গানটো শুনি ৰাতিপুৱাটো ভাল লাগি যায়..
@madhurimasaikia
3 жыл бұрын
Thank you
@SaponsmrityMahanta-in1fd
Жыл бұрын
@@madhurimasaikiaki xundar kanth
@BhabenDas-sq2kv
Жыл бұрын
@@madhurimasaikia ূজ
@debojitahomrk6645
2 жыл бұрын
🙏অ' বাই আমাৰ মা'ই এই গীতটো সদায় পোৱা লগাব কয় শুনি খুব ভাল পায় ❤️❤️❤️👍👍
@madhurimasaikia
2 жыл бұрын
Thank you so much
@rinkumoniborah8229
Жыл бұрын
ইমান সুন্দৰ কন্ঠ । এই বিলাকেই অসমৰ সংস্কৃতি জীয়াই ৰাখিব।
@madhurimasaikia
Жыл бұрын
Thank you
@QrunBordoloi
Жыл бұрын
মাত সুনি বৰ মৰম লাগিল
@madhurimasaikia
Жыл бұрын
Thank you
@dipensaikia1671
2 жыл бұрын
🙏 🙏 🙏 ! ! ! সুন্দৰ কণ্ঠৰ আপোনাৰ লোকগীত শুনি আপ্লুত হলো
@madhurimasaikia
2 жыл бұрын
Thank you
@rajborah9761
3 жыл бұрын
প্ৰনিতা বৈশ্য মেধিৰ দৰে কণ্ঠ। অতি সুন্দৰ, সুমধুৰ।।
@madhurimasaikia
3 жыл бұрын
Thank you so much
@kshirodsaikia7348
2 жыл бұрын
তোমাৰ কণ্ঠ সচাকৈ বৰ মোহনীয়। মই প্রতি দিনেই এপাক তোমাৰ লোকগীত নুশুনি নোৱাৰো।
@madhurimasaikia
2 жыл бұрын
Thank you
@arundas4439
Жыл бұрын
Really nice 🙏🙏🙏 . Almighty God is great !!!
@thefreeman1576
2 ай бұрын
Dhuniya gaise 😊😊
@madhurimasaikia
Ай бұрын
আন্তৰিক ধন্যবাদ জনাইছোঁ
@rininath9239
3 жыл бұрын
ৱাও মাধুৰী😘😘ইমান ধুনীয়াকৈ গাইছা। বহুত মৰম আৰু শুভকামনা। আগুৱাই যোৱা😘😘💚❤️
@madhurimasaikia
3 жыл бұрын
Thank u
@DristiPriyapegu
Жыл бұрын
অন্তৰ স্পৰ্শ কৰা গীত 😊 শুনি খুৱ ভাল লাগিল।
@madhurimasaikia
Жыл бұрын
Thank you
@gopaltalukdar5302
3 жыл бұрын
Best one .Fine go forward madhurima .you have bright future .God bless you .
@madhurimasaikia
3 жыл бұрын
Thank you
@bikram7392
Жыл бұрын
ইমান সুন্দৰ কণ্ঠ। ৱাহঃ। ঈশ্বৰৰ দান । আৰু এনেকুৱা ভক্তিমূলক গীত শুনিব পাম বুলি আশা থাকিল। কৃষ্ণ কৃষ্ণ।
@madhurimasaikia
Жыл бұрын
Thank you so much
@boranalikalita2422
2 жыл бұрын
অতি সুন্দৰ আৰু আগ বাঢ়ি জাওক তাৰেই কামনা কৰো 🙋
@madhurimasaikia
2 жыл бұрын
Thank you
@goneshchandrasarma5566
2 жыл бұрын
ভবিষ্যতে এনে সুমধুৰ গীত শুনিবলৈ পোৱাৰ আশা কৰিলো
@madhurimasaikia
2 жыл бұрын
Thank you
@sunilkrdas8972
3 жыл бұрын
Beautiful voice God bless you
@madhurimasaikia
3 жыл бұрын
Thank you
@MantuSaikia-l2c
2 ай бұрын
Tumer voice tu xunie thakibo mn jai oo baa eman dhunia gua
@madhurimasaikia
Ай бұрын
Thank you so much
@abhinavrs6920
3 жыл бұрын
বৰ সুন্দৰ হৈছে ৷ শুভকামনা জনালোঁ ৷আপোনাৰ কন্ঠত আৰু সুন্দৰ গীত শুনিবলৈ পাম বুলি আশা ৰাখিলো ৷
@madhurimasaikia
3 жыл бұрын
Thank you
@abhinavrs6920
3 жыл бұрын
@@madhurimasaikia welcome
@ranjitnath326
3 ай бұрын
❤❤❤❤hepah a npolai apnar kontho
@dipankarroy9273
2 жыл бұрын
সিঁহৰিত হৈ গৈছো আপোনাৰ কণ্ঠত 🙏 जय श्री कृष्ण 🙏
@madhurimasaikia
2 жыл бұрын
Thank you
@raninarzary1960
Жыл бұрын
Tomar okhes dhonobat jonalo vobisot aru ane git sunibor babe toi thakim
@MrcC-y1w
2 ай бұрын
Atimodhur
@madhurimasaikia
Ай бұрын
আন্তৰিক ধন্যবাদ জনাইছোঁ
@bipulboruah702
2 жыл бұрын
I have heard this song repeatedly 4 times. So sweet voice and hope more song like this.
@madhurimasaikia
2 жыл бұрын
Thank you
@sarbeswarmadahi5224
2 жыл бұрын
@@madhurimasaikia madhurima মাজনী ki madhur kantha শচাকৈ ভাল লাগিল গাই থকা
@jonalirabha1508
2 жыл бұрын
বহুত ভাল লাগে গান বোৰ শুনি ❤️
@madhurimasaikia
2 жыл бұрын
Thank you
@gutidaz9395
2 жыл бұрын
সচাই দেই কি কম আৰু মানে আমাৰ নিচিনা হাজাৰ জনৰ মন মোহি পেলালে এই গীত টু মানিছো 😊🙏
@madhurimasaikia
2 жыл бұрын
Thank you so much
@bhaskarjyotiborah3090
Жыл бұрын
অতি সুন্দৰ ৷ভাষা নাই কি বুলি তোমাক ধন্যবাদ জনাব ৷আগোৱাই যোৱা ৷
@madhurimasaikia
Жыл бұрын
Thank you so much
@BRMEDIA-i1p
2 жыл бұрын
Wow.. Excellent singing 💥💥
@madhurimasaikia
2 жыл бұрын
Thank you
@kamalbaishya9639
3 жыл бұрын
বহুত ভাল লাগিল বাৰে বাৰে শুনি ঠাকু আগলৈ আগ বাড়ি জাওক তাৰে কামনা জাছিলো
@khatidarrang7524
2 жыл бұрын
I am proud of you for this song nice singing .l like ur voice & tuen .thank you ##
@madhurimasaikia
2 жыл бұрын
Thank you
@zgbitu9222
Жыл бұрын
ধুনীয়া গাইছে শুনি বহুুত ভাল লাগিল 😍
@madhurimasaikia
Жыл бұрын
Thank you
@mohanbori4324
3 ай бұрын
বহুত মিঠা আৰু সুন্দৰ কণ্ঠ। ৰাতিপুৱা সদায় শুনো।
@ajoybarman592
2 жыл бұрын
Your voice is amazing , really you are godess
@madhurimasaikia
2 жыл бұрын
Thank you
@krishnadutta3531
Жыл бұрын
মন চুই যোৱা কণ্ঠ-- পুৱা-গধূলি সদায় শুনো- শুভেচ্ছা জনাইছোঁ আগুৱাই গৈ থাকিবলৈ ❤
@madhurimasaikia
Жыл бұрын
Thank you so much
@nishadeka9463
Жыл бұрын
😊
@krishnagam1160
Жыл бұрын
গউঢ ািথআ-ছা।গৈঠঈ
@krishnagam1160
Жыл бұрын
@@madhurimasaikia ঠখৌণাঋ🤓 😬😋😔🤔😏🤓🙏ৈতঠ-
@krishnagam1160
Жыл бұрын
Cjjgুঈুুঈুুঊডঊঙঢঢঢ''dwjjbi
@gaganbaishya5027
2 ай бұрын
ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী আপুনি, সচাকৈয়ে বহুত সাধনাৰ ফলত আমি ইমান সুন্দৰ গীত পাইছোঁ আপোনাৰ কণ্ঠত।।❤
@madhurimasaikia
2 ай бұрын
Thank you so much
@prinjalpritomdas4698
2 жыл бұрын
অতি সুন্দৰ কন্ঠ 😍🥰❤️❤️😍🥰😘😘😘🥰😍😍
@madhurimasaikia
2 жыл бұрын
Thank you
@prabalbania4477
2 жыл бұрын
Superb voice, fantastic .
@madhurimasaikia
2 жыл бұрын
Thank u
@kalpanasaikia4588
3 жыл бұрын
সুকণ্ঠী তোমাৰ কণ্ঠ ঈশ্বৰে আৰু আগুৱাই লৈ যাওক তোমাক🙏🏻🙏🏻
@madhurimasaikia
3 жыл бұрын
THANK YOU
@biswaborah8729
Жыл бұрын
সুন্দৰ কণ্ঠ এনেদৰেই ডক্তি মুলক গীত গাই আগবাঢ়ি যাওক৷ধন্যবাদ৷ ৷
@madhurimasaikia
Жыл бұрын
Thank you
@chandankoch4588
3 жыл бұрын
মই সদায় হুনো গানটো কিবা ভাল লাগি যাই মনটো খুব ধুনীয়া হৈছে
@madhurimasaikia
3 жыл бұрын
Thank you
@mrinalmedhi8346
Жыл бұрын
এই লোকগীত সমূহ অখ্যাত শিল্পী সকলৰ মনোৰম সৃষ্টি আৰু অসমৰ লোক -সংস্কৃতিৰ অনন্য সম্পদ। শিল্পী গৰাকীৰ সুন্দৰ কণ্ঠত ই সোণত সুৱগা চৰায়ছে।
@madhurimasaikia
Жыл бұрын
Thank You
@bishnuchangmai950
Ай бұрын
মাধুৰীমা তোমাৰ গীতত মনপ্ৰান একে বাৰে আপ্লুত হৈ পৰিছে,তোমাৰ লৈ অলেখ মৰম আৰু আশীৰ্বাদ থাকিল।❤
@madhurimasaikia
Ай бұрын
আন্তৰিক ধন্যবাদ জনাইছোঁ
@hellochiranjit84
2 жыл бұрын
বৰ সুন্দৰ কন্ঠ আপোনাৰ 💖💖💖💖 চিৰদিন যাতে এই সুন্দৰ কণ্ঠ আপোনাৰ থাকে তাৰে আশা কৰিলোঁ 💝💝💝💝
@madhurimasaikia
2 жыл бұрын
Thank you
10:40
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
Madhurima saikia
Рет қаралды 2,2 МЛН
7:33
Jadaba Ki Dibo Madhabo Rai||যাদৱ কি দিবো মাধৱ ৰায়||Madhurima Saikia
Madhurima saikia
Рет қаралды 1,9 МЛН
00:53
小丑女COCO的审判。#天使 #小丑 #超人不会飞
超人不会飞
Рет қаралды 16 МЛН
00:27
Cheerleader Transformation That Left Everyone Speechless! #shorts
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
00:34
ЧТО ЖЕ МЫ КУПИЛИ СОБАКЕ ВМЕСТО ТАБАЛАПОК😱#shorts
INNA SERG
Рет қаралды 7 МЛН
00:58
乔的审判,精灵应该上天堂还是下地狱?#shorts #Fairy#fairytales
精灵少女
Рет қаралды 9 МЛН
16:21
NARAYAN KAVACH DIRGHA
DGMUSIC. IN
Рет қаралды 13 МЛН
10:19
Keli kore birindabone | কেলি কৰে বিৰিন্দাবনে | Madhurima Saikia
Madhurima saikia
Рет қаралды 49 М.
25:43
টোকাৰী গীত | Assamese bhoktimulak geet | zubeen garg Assamese bhoktimulak geet |Assamese tokari geet
Jaan Dipankar
Рет қаралды 48 М.
7:37
Brindabone Bone || বৃন্দাবনে বনে|| Lokogeet|| Mridusmita Hazarika|| Folk Song ||Majuli
Mridusmita Hazarika
Рет қаралды 113 М.
7:16
Jamunar Balite bohi || যমুনাৰ বালিতে বহি||Madhurima Saikia
Madhurima saikia
Рет қаралды 1,5 МЛН
7:19
Dihanam | গকুলতে বকুল ফুলে | Achurjya Borpatra | New Horinam | New dihanam | Gokulote Bokul Phule
Anupom Bitupon
Рет қаралды 5 МЛН
10:05
KRISHNA GOKHAI, MONUJ HALOI / কৃষ্ণ গোঁসাই II মনোজ হালৈ
BORSONS PRODUCTION
Рет қаралды 4 МЛН
10:27
দশ অৱতাৰ || Dasha Avatar|| Madhurima Saikia ||2024|| Assamese Folk Song
Madhurima saikia
Рет қаралды 194 М.
9:29
ৰাতি নৌপুৱাওঁতেই কংসই মাৰিব॥ O mure Basadhan॥Madhurima Saikia॥ Assamese Folk Song
Madhurima saikia
Рет қаралды 632 М.
22:32
হৰিনাম জুবিন গাৰ্গৰ | Horinam Song ZubeenGarg. Assamese Tukari Geet. bhakti song | Assamese Borgeet
Jaan Dipankar
Рет қаралды 93 М.
00:53
小丑女COCO的审判。#天使 #小丑 #超人不会飞
超人不会飞
Рет қаралды 16 МЛН