আগতে প্ৰচলিত কাহিনীৰ লগত এইটো কাহিনীৰ কোনো সম্পৰ্ক নাই ।
@ranjitkumarbharali94829 ай бұрын
@@rakeshdigitelassameseqc3gt আগতে এনেকুৱা কাহিনীৰ বহু vcd ওলাইছে। মই নিজে চাইছো। নগাঁৱৰ দিব্য জ্যোতি দাসে বনাইছিল। সেই বাবেই কৈছো। নতুন কাহিনী নতুন বিষয় উপস্থাপন কৰিলে বেছি ভাল লাগে
@rajashreeboruah166510 ай бұрын
Xundor
@rakeshdigitelassameseqc3gt10 ай бұрын
ধন্যবাদ
@gariyoshi125310 ай бұрын
ভাল লাগিল, টেঙৰ কন্যা এজনী চাইছো
@rakeshdigitelassameseqc3gt10 ай бұрын
ধন্যবাদ । চাব অহা মাহত বিয়া পাতিব লাগিব ।
@chinmoyk196310 ай бұрын
সুন্দৰ কাহিনী,,,,,, সুন্দৰ অভিনয়,,,,,
@rakeshdigitelassameseqc3gt10 ай бұрын
ধন্যবাদ
@ksvNixasorprodcution10 ай бұрын
Mojaaaa❤
@rakeshdigitelassameseqc3gt10 ай бұрын
ধন্যবাদ
@nibeditadakua674510 ай бұрын
Xundor kahini dada, hahi uthil jodio dukh o lagil xexot