আচলতে অসম আৰক্ষীয়ে কৰিছে কি, কৰিব খুজিছে কি? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’...

  Рет қаралды 72,948

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 154
@manjubarman1855
@manjubarman1855 2 ай бұрын
আইনী ব্যৱস্থা ঠিকেই আছে,আইনৰ লগত জড়িত থকা মানুহখিনি ঠিক নহয়।
@jinumoniduarah7243
@jinumoniduarah7243 2 ай бұрын
এই আলোচনাৰ পৰা বহুখিনি প্রয়োজনীয় কথা জানিব পাৰিলো,ধন্যবাদ🙏
@binoykalita7597
@binoykalita7597 2 ай бұрын
অসম আৰক্ষীৰ কাম হৈছে কয়লা বেপাৰীৰ পৰা ধন লুটি নিজৰ পকেট গৰম কৰা। এই বোৰক জনতাই যতে পায় তাতেই জবাবদিহী কৰিব লাগে।
@user-Kosturi
@user-Kosturi 2 ай бұрын
চুমি চৰকাৰ জিন্দাবাদ
@bishalsarma5306
@bishalsarma5306 2 ай бұрын
বহুত ভাল লাগিল আলোচনা খিনি এনেকুৱা হব লগে সদায়
@deepjyotisaharia2059
@deepjyotisaharia2059 2 ай бұрын
আপুনি এই অনুষ্ঠানৰ জৰিয়তে যিটো বিষয় বস্তু সম্পৰ্কে আলোচনা আগবঢ়াইছে এইটোৱেই আচলতে সত্য 👍
@champawatigogoi7977
@champawatigogoi7977 2 ай бұрын
Right 👍
@abdulbasid1709
@abdulbasid1709 2 ай бұрын
১)ধিং থানা জ্বলাই দিয়া আচামী পুলিচৰ হাতৰ পৰা দৌৰ মাৰোতে পিছৰ খনৰ খুন্দাত মৰিল। ২)২৫টা কৈ বোমা পুতি থৈ গল গম নাপালে আলফাই নোকোৱা লৈকে। ৩)ধিঙতে ধৰ্ষণ কাৰী আচামী পুলিচৰ হাতৰ পৰা দৌৰ মাৰোতে পুখুৰীত পৰি মৰিল। ৪)বৰ্তমান সময়ত technology ৰ দিনটো (চুমী) অপৰাধী কো ধৰিব পৰা নাই। "দুই চাৰি দিনৰ পাছত হলেও surrender কৰিব",মানে কি আৰু দুই চাৰি দিন মান ধৰা নিদিয়া কে থাক কথাটো তেনেহে বুজাই স্মাৰ্ট পুলিচ ইমান লেহুকা কিয়? ইমান দুৰ্বল নে অপৰাধী ধৰি ৰাখিব নোৱাৰে, বিচাৰি উলিয়াব নোৱাৰে। পুলিচৰ হাতৰ পৰা অপৰাধী পলাই যাব পৰা এয়াই পুলিচ। কিন্তু সাধাৰণ মানুহ ক হাৰাশাস্তি কৰাত পাকৈত। বিপদৰ দিনা হেলমেট নহলে সেই দিনা কিছু পুলিচৰ হাতৰ পৰা কোনো ব্যক্তি এৰা নপৰে। কেতিয়াবা সাধাৰণ মানুহৰ সমস্যা বুজি পোৱা মনোবৃত্তি হব লাগে আৰু লগতে মজবুত হব লাগে। অপ্ৰিয় হলেও সত্য যে পুলিচে টকা খাই বুলি মানুহে ভাবে,কিন্তু আৰ্মীৰ গুণ বহুত বেলেগ পুলিচৰ তুলনাত।
@digantatamuli667
@digantatamuli667 2 ай бұрын
চুমি এ ভালেমান পুলিচ - ৰাজনীতিকৰ লগত ভালকৈ দিন ৰাতি কতাই থৈছে। বাকী অভিযুক্ত কেইজনৰ পৰা পুলিচৰ ওপৰৰ মালটো পাইছে। ৰাইজে মুটামুতি এইবোৰ কথা জানেই।
@taradoi7957
@taradoi7957 2 ай бұрын
এটা কথা জনা উচিত যে কিছুমান অপৰাধীৰ তদন্ত হয় আৰু কিছুমানৰ তদন্ত নহয় কিয়নো কিছুমানৰ লগত ভি আই পিছলৈ লোক সকল জড়িত হৈ থাকে ফলত চকুৰ সমুখত থাকিলেও বিচাৰি পোৱা নাই বুলি ঘোষণা কৰা হয় ।এয়াই প্ৰকৃত সত্য কথা
@minakhiburagohain4426
@minakhiburagohain4426 2 ай бұрын
Right
@noobgaming2.211
@noobgaming2.211 2 ай бұрын
news eta asil।kenekoi dibo parim dangor news 😢 মৰিগাঁও শুকদল বৰবৰি গাওঁৰ ঠিক ওচৰত এজন মুছলমান ব্যক্তি এজনে শস্য লগত ঔষধ মিলাই দিছে ,ফলত 60+ কপৌ চৰাই মৃত্যু হৈছে photo আছে 😢
@jimu.12
@jimu.12 2 ай бұрын
Forest department ok khobor diya.
@titulsonowal423
@titulsonowal423 2 ай бұрын
😅
@dreamer3165
@dreamer3165 2 ай бұрын
Police t video tu share kori diok..
@DebodeboBorabora
@DebodeboBorabora 2 ай бұрын
Tohoti faltu lecture tokatu paiso, aru muror gham matit pelai kheti kora krikhkor fosol aramot khaiso. Bor bor kotha koboloi hikiso suno pawder ghohi. Aii dekhot krikhkae dharor bujat atmoghati hoi morae. Koronar dorae prakritik mohamarit manuhor mulyaban jibon hekh hoi. Dekh akhonor progotir babe koroniya ki? Bortoman main homoysa ki? Hadharon jonotar uparjonor babe ki sinta koriso? Jonotat jibonor man danda unnatir babe ki podokhep loiso? Hai bilak kotha he prodhan homosya hobo lage. Kihor balor sur dokait or toka mora mori kotha bur jonatar murot vorai main topikor pora falori kotai thogon dibo khujiso. Ki bal buddhijivi gyani, mari thakilae u lai hak ajupa kheti kori mukhua totha kothito dhud alahua gyani buddhi jibi akakhi lota hupar mukhot bor bor kotha huva napai. Bupai hot o o o upodekhot koi arhi val. Tohotor jibur aarhi hai bur dakhiyae ajir projonma dhud hol. Kewal mukh solai khaboloi lagae. Hate kame koribo nuwaro, salfutoni mari baberi bang kotha pati fan a c tolot bohi sah khai dekh hudhorabolae oha kitar murot mal ase ne nai o hot? Galai pelali. Koribo lage ki aru koriso ki? Gai gutia pate voral tohotokae koi janonae? Naba projonmak dhankha korar mul tohotiyae. Atiyao homoy ase nij sartha bikhorjon di mul koroniya khini kor tatiya hae nijor lora suali totha notun projonma jiyaee thakibo paribo. Nador vakuli hot aii prithibit nijor hori sartha bur ari bohol koi sinta kor. Kewal ninor hukhor kotha sinta kori kothar fuljari mari aku napawa. Duroloi sa, durodorkhi ho obupai hot. Homoy hatot bohut kom.
@noobgaming2.211
@noobgaming2.211 2 ай бұрын
@@jimu.12 দিলোঁ দিয়ক , আহিলে যোৱা ৰাতিয়ে forests department ৰ মানু্হ ।
@dineshsaikia6570
@dineshsaikia6570 2 ай бұрын
নিতুমনি ডাঙৰীয়া। এনেকুৱা গঠনমূলক সমালোচনা আমি সদাই কামনা কৰো।
@geetalahkar9910
@geetalahkar9910 2 ай бұрын
সুন্দৰ আলোচনা ।
@AbhijitChutia-n2u
@AbhijitChutia-n2u 2 ай бұрын
বিজেপি মুখপাত্ৰ জনে কথা বোৰ দাইৰেক নকৈ কি ঘূৰাই পকাই কৈ থাকে ,,আমি এটা কথা জানো চৰকাৰৰ লগত 50 50 কৰিলে যিমান বেয়া কাম কৰিলেও বেছি যায় নেকি
@dineshbaruah6309
@dineshbaruah6309 2 ай бұрын
আচলতে জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলিয়েই চুমিক আজিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা অভিনয় কৰি আছে। চুমি নহৈ আন কোনোবা হোৱা হেঁতেন ৪/৫ ঘন্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ কৰি পেলালে হেঁতেন। এই নেক্সাস টোত নিশ্চয় বিয়াগোোম ৰাজনৈতিক নেতা আৰক্ষী বিষয়া ও হাই প্ৰফাইল ব্যক্তি জৰিত হৈ আছে যাৰ বাবে চুমি গ্ৰেপ্তাৰৰ নাটক খন এতিয়াও চলি আছে।
@smritirekhabora8279
@smritirekhabora8279 2 ай бұрын
এতিয়ালৈকে চুমি হতক ধৰিব পৰা নাই, বৰ বেয়া লগা কথা
@_i_am_animetuber2902
@_i_am_animetuber2902 2 ай бұрын
টূপনিৰ ভাও
@RoustavMahanta
@RoustavMahanta 2 ай бұрын
Finally a true trader in Assam is in this pannel . Happy to hear him.
@pranjalbhuyan1098
@pranjalbhuyan1098 2 ай бұрын
Jayanta gosuwami a patal fali uliyai anib aporadhik hahi uthe😂
@JitenBorah-g7f
@JitenBorah-g7f 2 ай бұрын
টাকাৰ কাছে। গোপাল নাচে।।
@rajibpegu5313
@rajibpegu5313 2 ай бұрын
নিতুমনি দাদাই যি কৈছে 100% সছা কথা ।
@bishalsarma5306
@bishalsarma5306 2 ай бұрын
Dimpu বিকাশ আৰু দুই এজন বাচি যাব বাকী বোৰ নাজানো,, কাৰণ টো সকলোৱেই জানে
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv 2 ай бұрын
The great Man Nitumoni saikia daa❤❤❤
@PapuDas-xi1zu
@PapuDas-xi1zu 2 ай бұрын
Assam polic tu poisa khuwat agot
@dipasharma703
@dipasharma703 2 ай бұрын
Rupak Das a thik kotha koise
@NilMahanta-zk9wr
@NilMahanta-zk9wr 2 ай бұрын
Assam police r kam ni okl poisar khel poisa dile Assam police k kinib pari..Assam policet sakori kre okl poisa khwar babe
@tapanneog2598
@tapanneog2598 2 ай бұрын
কি কম ভাবি পোৱা নাই এনে কোৱা হ'ব বুলি ভবা ই নাছিলোঁ টকাৰ থকাৰ মানুহৰ বেলেগ কথা চুমি তই এবাৰ ওলাই আহ ১০, বছৰ ১১,১২ কে বছৰ তই লোকাই থাকিবি এবাৰ এবাৰৰ আহ ত🧭🧭🧭🧭🧭গম পাবী মই নাপাহৰো🕑🕠🕠বাত চাম
@lakhidaimari331
@lakhidaimari331 2 ай бұрын
Good show
@anjugogoi2390
@anjugogoi2390 2 ай бұрын
Val.lagil.Anushtan.hojag.howkRije
@palashkalita7291
@palashkalita7291 2 ай бұрын
কিমান আৰু কাম নোহোৱা নিচিনা একেটা টেপ বজাই থাকে
@moromorkokaidew
@moromorkokaidew 2 ай бұрын
কৰবাত লুকুৱাই ৰাখা যেন মোৰ অনুমান হৈছে 😅😅😅😅
@ashimphukanassam1358
@ashimphukanassam1358 2 ай бұрын
তেনেহলে জোনমনী ৰাভাৰ কেচটো কিয় লোকোৱাই থলে
@46gaming76
@46gaming76 2 ай бұрын
This debate is true black money
@BikashTamuli-qu7zd
@BikashTamuli-qu7zd 2 ай бұрын
Sundar alosona.
@hitartha9829
@hitartha9829 2 ай бұрын
সঁচাকৈ সুনীল গগৈৰ ‌খবৰ কি হ'ল ?
@tazulislam4745
@tazulislam4745 2 ай бұрын
Asami keita nijor manuh. Baad diyok hei .
@jayantakumar5573
@jayantakumar5573 2 ай бұрын
Politician big boss involved hoi ase eyat
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Himonto mama
@MakundaKalita-vy5nk
@MakundaKalita-vy5nk 2 ай бұрын
ৰক্ষখে ভক্ষক ইয়াত কি কবা
@DebojitkrboraBora
@DebojitkrboraBora 2 ай бұрын
।। অভিভাৱকে বান্দৰৰ মুখা পিন্ধি ভাও দিলে সাধু সন্তানেও আশ পাবই।।
@sanjib9618
@sanjib9618 2 ай бұрын
Xengi মাগুৰ ছবে জৰিত আছে
@tayyeburrahman7362
@tayyeburrahman7362 2 ай бұрын
আজি আইন বনাওতেই Conviction Rate বাঢিল এটা case Trile কৰোতেই ৩/৪ বছৰ লাগে BJP ৰ জনে জানেনে
@bishalsarma5306
@bishalsarma5306 2 ай бұрын
সব পইছা পানী ত গল মানে
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Sumik viksha dile karon tai vikhari hoi.
@nayankumarpawe2671
@nayankumarpawe2671 2 ай бұрын
যিজনে কৈছে অসম আৰক্ষীয়ে পাতালত থাকিলেও উলিয়ায় আনো কলে আনিব দোষীক সেইখন মুখ নে আন কিবা মুখৰ লেকাম লগাবলৈ হল। উদাহৰণ বহুত আছে অসম আৰক্ষীয়ে উলিয়াব নোৱাৰা ঘটনা ঢকুৱাখনা কাণ্ড সুনীল গগৈ জোনমণি কাণ্ড। আৰু বিচাৰিলে তেনেকুৱা বহুত উদাহৰণ আছে।
@user-Kosturi
@user-Kosturi 2 ай бұрын
আজি বিশাল চুমি বহুত আলোচনা , দেখিব দুমাহ পাছত ভচ ছৌ...😂
@keshakantadas1935
@keshakantadas1935 2 ай бұрын
ভোটৰ আশাত আত্মসহায়ক গোটক ঋণ ৰেহাই দিয়া চৰকাৰ খনে ৰাজ্য খনত কি বিত্তীয় দুৰ্ৰনীতি হৈছে খৱৰ পাব ? বৰ্তমান আমাৰ ভয় হৈছে ৰাইজৰ ওপৰত কৰৰ বোজা বঢ়াই ঠগ খোৱা সকলক টকা ঘুৰাই দিয়া হ'ব যেন হে লাগিছে। বৰ্তমান গৃহ বিভাগৰ CID য়ে ৰাইজে জনাৰ পিছতহে তেওঁলোকে গম পায়।
@explorethemarket
@explorethemarket 2 ай бұрын
aaimee baruah kotha koise😂
@kamaljyotikakati3531
@kamaljyotikakati3531 2 ай бұрын
Home ministry beleg ejonok dibo lage . Okol home ministry. 3_4 ministry loi bohi thakile nohobo bhai
@D.K.GOGOI1
@D.K.GOGOI1 2 ай бұрын
এইবোৰ জনা জ্ঞানী মানুহ বোৰে কিছুমানে মনে মনে থাকে আৰু কিছুমানে হেই কোম্পানী ৰ লগতে দলালি কৰিব লাগি আছে।।
@dianuddinahmed5046
@dianuddinahmed5046 2 ай бұрын
Political BIG BOSS involved aasse jen lage.......
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Sarda kelengkarir part 2 mama big boss.
@DeepjyotiHandique-pe4qi
@DeepjyotiHandique-pe4qi 2 ай бұрын
Trading অত পইছা মানে কোম্পানী ত share কিনা হয়। Company website ত সব details দিয়া থাকে। কেনেকৈ বাহিছে কমিছে। এতিয়া কি যুক্তিত % হিচাব পইছা দিব পাৰে। এতিয়া যিটো হাৰত পইছা লেণা দেনা হৈছে এইটো দেখা দেখি এটা ফ্ৰড কাম। বেংক চৰকাৰ inteligent CID কি কৰি আছে।
@prasantasaikia-n7b
@prasantasaikia-n7b 2 ай бұрын
Definitely punishment in new criminal Act is stringent. But punishment based on evidence. If no evidence no punishment.. Accuseds at large till date. When investigation is weak from the beginning then no results.
@udiptaborah7705
@udiptaborah7705 2 ай бұрын
Vl ktha koise..manuh buror mn bur hojag hbo lage
@theeasternworld
@theeasternworld 2 ай бұрын
Mama ka Smart Police ko koi aata pata nahi 😂 Itna bada mazak 😂
@JibakantaDoley-dx4xe
@JibakantaDoley-dx4xe 2 ай бұрын
The abhimot, about treding is a too constructive at present situation for soceity.
@kamaleswardas8507
@kamaleswardas8507 2 ай бұрын
Poisa na "sereng ko"i paise ba
@BabulHussain-m4k
@BabulHussain-m4k 2 ай бұрын
যেতিয়া এজন মানুহৰ হাতত হিচাবতকৈ বেচি ধন সম্পত্তি , টকা পইচা থাকে তেতিয়া সেইজন মানুহ নিজকে সৰ্বেসৰ্বা বুলি ভাবে ....বৰ্ত্তমান যুগত টকা থাকিলে যিকনো কামেই কৰা সম্ভৱ তেনে থেত্ৰত অসম পুলিচে কি কৰিবো পাৰে কাৰন অসম পুলিচ জ্বতিষি নহয় বা জাদুকৰ নহয়...
@tillotamarajkonwar3185
@tillotamarajkonwar3185 2 ай бұрын
y😅
@snehashabnam4545
@snehashabnam4545 2 ай бұрын
অসমৰ পুলিচ বিক্রি হৈ যায়।
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Himontoi ji kobo police ye take koribo.
@user-Kosturi
@user-Kosturi 2 ай бұрын
পাঁচ আঙুলী নাচিলে এখন হাতেৰে নাছে.....
@hirakjyotibaruah7290
@hirakjyotibaruah7290 2 ай бұрын
Nitu da
@hirakjyotibaruah7290
@hirakjyotibaruah7290 2 ай бұрын
Nitu da asu tmi xosat thaka
@kamaljyotikakati3531
@kamaljyotikakati3531 2 ай бұрын
Diksu dhori anibo lage . They are deemed to be involved. Also at the time of purchase of their car, sumi and husband were present.
@jintukhanikor3199
@jintukhanikor3199 2 ай бұрын
Assam polic sob mk sudu
@lohitchdeka3273
@lohitchdeka3273 2 ай бұрын
Aparadhi sari gole pisaloi aparadh barhi goi thakibo
@G.B.Global-00077
@G.B.Global-00077 2 ай бұрын
Sumi Borah nhi Sumi Begam hua hoi ghrt u vagil hoi
@D.K.GOGOI1
@D.K.GOGOI1 2 ай бұрын
Rose velley polai gol, Sahara polai gol,aru bahut ase....heibur ki hol..
@nityasarma4072
@nityasarma4072 2 ай бұрын
Aapona lokar aalosana khini barval lagil kintu b j p dada janar katha khini val laga nai
@rupamsaikia9198
@rupamsaikia9198 2 ай бұрын
Bjpdinte eibur jnm loise
@surenboruah3241
@surenboruah3241 2 ай бұрын
এই খেল টোৰ লগত ডাঙৰ ডাঙৰ ৰৌ বৰালি জঢ়িত হৈ আছে
@luhitbora8313
@luhitbora8313 2 ай бұрын
assam arokhi lage poisa assam sorkar lage poisa atia tenu luke poisa paise hohai koriboa
@Crypto-BinaryInsights
@Crypto-BinaryInsights 2 ай бұрын
Asorit kotha jibilake invest korise xihtr eku namei ni
@ranjitkumarborah2004
@ranjitkumarborah2004 Ай бұрын
Asomor manuh nijei nijak honghudhon koribo nuarile dhurandar chur, dokait, dharhon, siting baji, ghuchkhur kunu chidha nohoi. 14:04
@Kayoungstar
@Kayoungstar 2 ай бұрын
Police jodi kamkorise tetija kijo kriminal dhoriboporanaie
@dipasharma703
@dipasharma703 2 ай бұрын
sobai poisa khuar try kori ase. That's all. Waste of time for evrybody
@DkKd-ev5km
@DkKd-ev5km 2 ай бұрын
Mur mota dimpu ru kisumn KZbin r hokol basi jbo ni nitumoni da kron hihota mama video bonisila to hai krona hihotr Action nohobo ni sorkaror vutor karona 😂😂😂
@subarnakalita2357
@subarnakalita2357 2 ай бұрын
Bohut val lagel RupokDas sumi aru bisalor klptha pahori nita ambani nam loise 75 yers ko kprisele
@tayyeburrahman7362
@tayyeburrahman7362 2 ай бұрын
BJP ৰ জনে তেনেই ফাকি কথা কৈছে আমাৰ cyber C Rime case তআমি Ac/transaction বন্ধ কৰোতেও চোৰে টকা নিছে আৰক্ষী বাহি আছে case No লাগে নেকি ? Dibrugarh ps c/no 2019/21
@pranabbaruah7687
@pranabbaruah7687 2 ай бұрын
পইচা যাৰ আছে, তেওঁলোকে পইচা থৈছে,পইচা তেওঁলোকৰ গৈছে,তাক আলোচনা কৰি অসমৰ অন্য কথা পাহৰাই ৰখাৰ চেষ্টা কিয়?
@tazulislam4745
@tazulislam4745 2 ай бұрын
Some dirty n influential leaders might have been involved in this scam .
@46gaming76
@46gaming76 2 ай бұрын
In my sence of view every finger is not equal but middle finger is big so flow to the middle finger
@palashkalita7291
@palashkalita7291 2 ай бұрын
কাম নাই
@luhitbora8313
@luhitbora8313 2 ай бұрын
hemonta mama ba jp shing kini lole apunaluke janene nai ami sob janu 2026 t gom pabo agote hemonta mama k disilu kintu dekhilu hemonta mama dekhilu no 1
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Himontoi assom khon borbad kori ase, raij sinta koribo 26 ot khedibo lage
@bornalikonch733
@bornalikonch733 2 ай бұрын
Prokhakhan jar hatot ase hei bilakei to main
@dipankarboruah7863
@dipankarboruah7863 2 ай бұрын
12000......22 lakh
@46gaming76
@46gaming76 2 ай бұрын
Mehnat kora hei poisa kotha kitiyao viral nhoi
@user-Kosturi
@user-Kosturi 2 ай бұрын
Adhiwokta jonor kotha bur hoityo..
@deepankagogoi-gx1gr
@deepankagogoi-gx1gr 2 ай бұрын
Jayanta gusawmi sumi aru tarkik kdharinoi pora nai hasti puatu durar katha
@jintukhanikor3199
@jintukhanikor3199 2 ай бұрын
Mak bapikor pora poisa kuhuwa mny ki asy aku ny potrk bur bikolango karuba aku ny papi suduvai hot
@deepankagogoi-gx1gr
@deepankagogoi-gx1gr 2 ай бұрын
Añekua bilake satement acetable nahoi simple manuhau jane hihat bilake cm ujuhatat katha bilake koi thake
@dhrupadnarayan
@dhrupadnarayan 2 ай бұрын
Amr assam r important topic asile smart meter ,nd dipankar varman k police e u bisara pua nai aru atia sumi 😂😂😂asorit lage
@its__me-
@its__me- 2 ай бұрын
dada aeolok akojan educated murkha vale hoise😂😂😂😂
@rupakkumarojah1343
@rupakkumarojah1343 2 ай бұрын
Assamar manuh asorit ejonaku dhoriba pora nai Assam police.Nitumoni dangariya apuni thikei koise.asolate hoise ki assamt kunu ain adalot nai nki
@champawatigogoi7977
@champawatigogoi7977 2 ай бұрын
Aoniaier ai n khan besi hoktihali.
@manabsarma1997
@manabsarma1997 2 ай бұрын
Congress r mokho Patro jone jana usit j different different bank r different different Rate of interest....political statement dibo krne financial2 olp side t thkibo diyok
@SamsungA23-r1q
@SamsungA23-r1q 2 ай бұрын
Goswami dangaria jonmoni rabha ki hol
@jontidekafitnessgoal1006
@jontidekafitnessgoal1006 2 ай бұрын
radarot loi kidal fol ulaise.
@prasantadihingia359
@prasantadihingia359 2 ай бұрын
Aitu BJP r power 400 par dambhar mool
@sanjeebphukan539
@sanjeebphukan539 2 ай бұрын
Aji kali nahe
@rubuldas6688
@rubuldas6688 2 ай бұрын
Aitu possible niki Assam police r intelligence k beat kori sumi hete lukai thakibo paribo.. obviously police a help korise.. Aram se basic jabo tahati.. anei sun police a beleg rapist etc adin t a dhori justice o d die...
@46gaming76
@46gaming76 2 ай бұрын
Junei poisa thoi hei kita lobhiya
@paplukumarphukan8264
@paplukumarphukan8264 2 ай бұрын
Nitu da Mur 100000
@paplukumarphukan8264
@paplukumarphukan8264 2 ай бұрын
Gol
@prasantasaikia-n7b
@prasantasaikia-n7b 2 ай бұрын
Assamese only do polo Miya Miya & Miyan blindly at the behest of present Govt but they don't have knowledge of modern world of activities both positive and dark world'.Police of Assam would now act as helpless deliberately to hoodwink the common people of Assam.
@JayantaBoruah-og4ep
@JayantaBoruah-og4ep 2 ай бұрын
Oi sudurbhai, Axom police a konit tail hani huyei ase
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 44 МЛН
МЕНЯ УКУСИЛ ПАУК #shorts
00:23
Паша Осадчий
Рет қаралды 2,1 МЛН