আচলতে কি হৈছে বিজেপি মিত্ৰ দলৰ বিধায়কৰ?

  Рет қаралды 3,974

NorthEast Now

NorthEast Now

Күн бұрын

📌 ক্ষমতাই মূৰত ধৰিছে শাসকীয় বিধায়কৰ!
📌 ৰাহুল গান্ধীৰ জিভা কাটি অনা ব্যক্তিক
📌 ১১ লাখ টকাৰ পুৰস্কাৰ দিব শাসকীয় বিধায়কে!
#LOP #RahulGandhi #SanjayGaikuwad___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 14
@umeshchbaishya9380
@umeshchbaishya9380 Күн бұрын
ক্ষমতা হেৰুৱাৰ ভয়ত আবোল তাবোল বকিছে বিজেপিয়ে
@protimadutta2890
@protimadutta2890 Күн бұрын
যিটোৱে কৈছে তাৰ মুখত মুতি দিব লাগে ।
@dharmaphukon3166
@dharmaphukon3166 Күн бұрын
ডকাইত হে পুহিছে বিজেপিয়ে।
@jadavgogoi944
@jadavgogoi944 Күн бұрын
প্ৰথমতে পুৰস্কাৰ দিব লগীয়া ১১ লাখ টকা নিজৰ নে ৰাজহুৱা ধন। দ্বিতীয়তে ৰাহুল গান্ধীৰ জিভা কটাৰ সমান ডাঙৰ কাম মাত্ৰ ১১ লাখ টকাত কোনে কৰি দিব? আচলতে ১১ লাখ কোটি দিলেও ৰাহুল গান্ধীৰ জিভা কাটিবলৈ কোনো নাযায় বুলি এইটোৱে জানে সেই বাবেই কৈছে চাগে। তাৰোপৰি সাহস থাকিলে সি নিজেও কামটো কৰিবলৈ যাব পাৰিলে হেঁতেন। মুঠতে এনে কথা অধমৰ বাহিৰে আনে নকয়।
@utpalgoswami1990
@utpalgoswami1990 Күн бұрын
সেই সঞ্জয় গায়কোৱাল বোলা বিধায়ক জনক ৰাজহুৱা স্থানত থুৱায় এটা চৰ সোধাই আহিলে ময়ো তেওঁক ২২,
@hafijursikder9104
@hafijursikder9104 Күн бұрын
এই বিধায়কৰ অবৈধ টকা আছে । ইডি চি বি আই তালাচী হব লাগে ।
@user-uy8fy4pl1d
@user-uy8fy4pl1d Күн бұрын
বিজেপিত ক্রিমিনাল বোৰ লগ লাগিছে! এই মানসিকতাৰ নেটাবৰে আমাৰ চৰকাৰ চলাইছে!দেশৰ কি উন্নতি হব! হিতাধিকৰি সৃষ্টি কৰি ভোট বেংক মজবুত কৰাৰ বাহিৰে কি কৰিছে! মানুহৰ জিভা কতাৰ বাবে MLA হৈছে নেকি
@jubarhussain1902
@jubarhussain1902 Күн бұрын
Mental
@keshablahon8208
@keshablahon8208 Күн бұрын
Hakulutkoi bhrasta Rajneeti Rss r prastabita Bjp sorkaror
@bijoydeka9134
@bijoydeka9134 Күн бұрын
Voi khaise. . Pagol hol.
@RijuwaraSultana-d9i
@RijuwaraSultana-d9i Күн бұрын
Betak jelot diba lage
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 113 МЛН
Beharbari Outpost Today Episode || Ep - 3075 || 19 Sep 2014 ||
17:02
Times Multimedia
Рет қаралды 67 М.