চৰকাৰৰ ৰোষত কিয় পৰিল মানস ৰবীন?

  Рет қаралды 17,777

The CrossCurrent

The CrossCurrent

Күн бұрын

চৰকাৰী সভা নে সাহিত্য সভা? মানস ৰবীনক কিয় গীত গাবলৈ নামাতিলে সাহিত্য সভাই?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 50
@ManjuPhukon-nc9cn
@ManjuPhukon-nc9cn 7 күн бұрын
সুন্দৰ বিশ্লেষণ । এই মহান শিল্পী সকল ৰাজনীতিৰ মেৰপাকত নুসোমোৱাই নিজৰ লগতে দেশৰ মংগল ।অসমক ভাল পোৱা শ্রেণী টোৱে মানস ৰবীন ৰ দৰে শিল্পী ক সদায় অন্তৰ ত ৰাখিব ।
@m.rnisankashyap2278
@m.rnisankashyap2278 7 күн бұрын
মানস ৰবিন দা অসমীয়াৰ সম্পদ
@utpalkrgogoi7430
@utpalkrgogoi7430 7 күн бұрын
মানস ৰবিন ককাইদেউ,,, এনে অনুষ্ঠানৰ পৰা আঁতৰি থাকিলেও বেয়া নহয়। কাৰণ অসম সাহিত্যসভাৰ এতিয়া খুটি লৰিছে।।।।
@anmoran5102
@anmoran5102 7 күн бұрын
মানস দা অসমৰ সম্পদ❤
@swargojyotigogoi4135
@swargojyotigogoi4135 7 күн бұрын
সাহিত্য সভালৈ নামাতিলেও মানস ৰবিনৰ আদৰ আৰু সন্মান কমি নাযায়।মানস ৰবিন সদায় ৰাইজৰ শিল্পী হৈ থাকিব।
@shyamantasaikia4727
@shyamantasaikia4727 7 күн бұрын
মানস ৰবীন আৰু সোণ হৈ জিলিকি উঠিব ।
@amritborah4276
@amritborah4276 7 күн бұрын
সাহিত্য সভা আজি বিজেপি সভা হল. ৰজনিতিয়ে অসম সাহিত্য সভা নিঃশেষ হৈ গল. গেৰুৱা ৰঙে ৰঙীন হল সাহিত্য সভা
@samirondutta3742
@samirondutta3742 7 күн бұрын
মানস ৰবীন দা অসমৰ সম্পদ
@binoykalita7597
@binoykalita7597 7 күн бұрын
সাহিত্য সভাৰ মজিয়াত সছা,সততা জাতি প্ৰেমৰ মৃত্যু ঘটিছে। কিছুমান সাহিত্য কাণ্ডাৰী ৰাজনৈতিক ৰসত লুতুৰি পুতুৰি হৈ পৰিছে।যিতো কাৰণত বহু সচেতন জনতাই নিজৰ ভাষা সাহিত্যৰ প্ৰতি বিৰাগ ভাৱ প্ৰকাশ কৰা দেখা পাইছোঁ।
@samsulhaque4571
@samsulhaque4571 7 күн бұрын
অতি সুন্দৰ নিদাৰশৰন।
@_i_am_animetuber2902
@_i_am_animetuber2902 6 күн бұрын
Right
@aparajitatamuli7273
@aparajitatamuli7273 7 күн бұрын
আজি অসমত এতিয়া ভাল গায়ক,শিল্পী,সাহিত্যক,গৱেষক,সত্য ত ব হু ভাল মানুহ আছে যদিও ,এতিয়া তাতোতকৈ বহু বে চি বিপৰীত ছবিৰ আন সকলো আছে,গতিকে অসম ,অসমীয়া ৰখা তলে যাব ধৰিছে,সকলো ফালে কেৱল ধনৰ লালখা স্বাথ পৰায়নত সকলো একাকাৰ,জাতিক ভাল পোৱা ,কামকৰাৰ মানসিকতাৰ অভাৱ 😢
@nilishaika5262
@nilishaika5262 7 күн бұрын
Hangbadik. Dada. Apunak. Bohut. Dhoyobad.
@babulahmed8264
@babulahmed8264 7 күн бұрын
মানস দা very good singer
@JatinBasumatary-pf5rn
@JatinBasumatary-pf5rn 7 күн бұрын
সাহিত্য সভা এতিয়া ৰাজনৈতিক সভালৈ পৰ্যবসিত হোৱাৰ পথত।
@krishnaprasaddeka8090
@krishnaprasaddeka8090 7 күн бұрын
ধন্যবাদ,❤️❤️❤️🙏🙏🙏
@Kiran-si2bf
@Kiran-si2bf 7 күн бұрын
Bjp সাহিত্য সভা,
@dharmeswarbaruah9797
@dharmeswarbaruah9797 7 күн бұрын
Good Thinking
@SanjibDaimari-e3r
@SanjibDaimari-e3r 7 күн бұрын
সাহিত্য সভাৰ এনে মনোভাৱৰ বাবে অসমীয়া ভাষাৰ ৰক্ষাৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ ল'ব পৰা নাই ।
@LalitChandraDevNath-v2n
@LalitChandraDevNath-v2n 7 күн бұрын
বেয়া লাগিল বাতৰি শুনি , এদিন সকলো কথা নিশ্চয় ওলাব এতিয়া নিজে মাজত পৰিব ।
@monujgogoi6709
@monujgogoi6709 7 күн бұрын
সাহিত্য সভা হৈ থকা নাই, ৰাজনৈতিক সভালৈ পৰিবৰ্তন হ'ল।
@manirulislam7053
@manirulislam7053 7 күн бұрын
❤❤❤
@BhaskarGogoi-n6m
@BhaskarGogoi-n6m 7 күн бұрын
আজি কেইবছৰমানৰ পৰা অসমীয়া জাতিৰ সকলোতকৈ সন্মানীয়,আদৰৰ,স্বাভীমানৰ অসম সাহিত্য সভা খনি অসম সাহিত্য সভা হৈ থকা নাই,ইয়াত এচাম সুবিধাবাদী চৰিত্ৰৰ, সভাপতি দায়িত্ব লোভত আৰু চৰকাৰৰ হৈ দালাল কৰাৰ এটা অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে,
@_i_am_animetuber2902
@_i_am_animetuber2902 6 күн бұрын
Manash robinok bhoi khai
@AnantaGogoi-l2c
@AnantaGogoi-l2c 6 күн бұрын
মানস ৰবিনৰ সহীত্য সভাই নেমাতিলে কোনো দাঙৰ কথা নহয় | কাৰণ তেওকে জনগনৰ অন্তৰত আছে | ধন্যবাদ | এইয়া সাহিত্য সভা নহয় ৰাজনীতি সভা হে ??? ?
@satyajitkumargogoi358
@satyajitkumargogoi358 7 күн бұрын
সাহিত্য সভা মানেই ৰাজনৈতিক নেতাৰ ৰাজনীতি দলৰ Campainকৰাৰ এক সূৱৰ্ণ সুযোগ।
@BhaneswarPangging
@BhaneswarPangging 7 күн бұрын
Actually
@nilishaika5262
@nilishaika5262 7 күн бұрын
Manash. Da. Sarkare. Apunak. Jothusito. Honman. Nidileo. Ami. Hadharon. Jonogone. Apunak. Hiya. Ujari ..bhal. Paw. Manash. Rabin. Jindabad
@MahendraBora-l4d
@MahendraBora-l4d 7 күн бұрын
মাশস ৰবীন । ককাইদেউ আপুনি সাহিত্য সভাত নামাতিলে আপুনি অসমীয়া সমাজৰ বাবে কি সকলোৱে জানে সাহিত্য সভা এতিয়া অসমীয়া হ ই থকা নাই গেৰুৱা হল ককাইদেউ অসমীয়া সাহিত্য সভা নহয় BJP সাহিত্য সভা ককাইদেউ
@taradoi7957
@taradoi7957 6 күн бұрын
যি কম সঁচা কম----------- সাহিত্য সভা এতিয়া সাহিত্য সভা হৈ থকা নাই এতিয়া সাহিত্য সভা ৰাজনীতিৰ সভা হৈ গল । চৰকাৰী সভা হল । সততা হীন , নৈতিকতাহীন হল সাহিত্য সভা ।
@JdbdNzbxhs
@JdbdNzbxhs 7 күн бұрын
Manash da great hoi. Zubin ot koi bahut uporat
@balendradharmapani9853
@balendradharmapani9853 7 күн бұрын
sarkari sava hay kotha tu
@NISSAN-l2b
@NISSAN-l2b 7 күн бұрын
সাহিত্য সভাত গীত নাগালে কি আপোনাৰ গান নুশুনাকৈ থাকিব নেকি ? আপোনাৰ জনপ্রিয়তা আৰু বাঢ়িবহে | চিন্তা নকৰিব ভগবানে যি কৰিছে ভালেই কৰে
@bhaskarmahanta6933
@bhaskarmahanta6933 7 күн бұрын
কোনো প্ৰয়োজন নাই তাত গীত গাবলৈ।ভন্ড সভা এইবোৰ।
@bubuldeka8138
@bubuldeka8138 7 күн бұрын
সাহিত্য সভা নে ৰাজনীতিৰ সভা ? মানস ৰবিনে এনে সভাৰ পৰা দুৰৈত থকাই ভাল কিয়নো মানসক আমাৰ অসমৰ দেশৰ ভুত ভবিষ্যতৰ বাবে খুবেই প্ৰয়োজন কোনো লেতেৰা শাসকীয় হাথোৰাৰ মুঠিত থকা সভালে মাতিলেও নোযোৱাই ভাল ।
@mamtazahmed3791
@mamtazahmed3791 7 күн бұрын
মানস ৰবিন একেটা নদীৰ সোত । সাপৰ নিছিনা মত নসোলাই ।
@budheswarsaikia3103
@budheswarsaikia3103 6 күн бұрын
Gold become bright when it is burn.
@pradipkalita6580
@pradipkalita6580 5 күн бұрын
আচলতে মানস ৰবীনে গীত গাব নেজানে।মানস ৰবীন হত শিল্পীত নপৰে। ফতুৱা লোকেহে মানসৰ গীত চাব পাৰে
@bhabendoley6151
@bhabendoley6151 7 күн бұрын
আজি অসম ছাত্ৰ সংগঠন,সাহিত্য সভা,আৰু কেইটামান ক্ষুদ্ৰ ক্ষুদ্ৰ সংগঠন মুঠা মুঠি বিজেপি ৰ পকেটত।মাল যাৰ থাল তাৰেই।
@BinandaBorah-n6r
@BinandaBorah-n6r 7 күн бұрын
Right 👍
@HariPrasadSwargari
@HariPrasadSwargari 7 күн бұрын
Dharmey kotha botora babe amar guru aase, prabhu hotradhekari hokol aase jitu dekha gool na koe hahita alusona hobhat,aake dhorone Manash....
@GirijaBorgohain
@GirijaBorgohain 7 күн бұрын
Hahityo hova sokaror hovaloi porinoto huwahe dekha jai
@pastorakashMorang
@pastorakashMorang 7 күн бұрын
থকাৰ লোবিয়া বিলাকে কি বুজিব অসমীয়া গিৰী
@nilishaika5262
@nilishaika5262 7 күн бұрын
Manash. Rabeen. Prokit. Hilpi. Gono. Hilpi
@dhanmainakalita7171
@dhanmainakalita7171 7 күн бұрын
Moi o pathsala re ajon jaatik vaal powa lora hay, bixesh nokow geruwakoron kora hoise
@biplobdeka9564
@biplobdeka9564 7 күн бұрын
Axomot bohut singer ase, Mahendra Hazarika, Dipen Baruah, Tarali Sarmah, Jitul Sonowal aru bohut u. Purona singer bilakok namatile kunu eku nokoi kintu Manash Rabin r babe etia eibur news kori ki hobo. Besivaag k j namate heibur tu news koratu val. Okol kisuman social media t viral thoka singer k kio promotion kore buji napau apunaluke.
@nilishaika5262
@nilishaika5262 7 күн бұрын
Aya. Hahityo. Hobha. Nohoy. Aya. B J P. Hobha.
@NabakantaPegu-er1dc
@NabakantaPegu-er1dc 7 күн бұрын
শিৱসাগৰৰ মিঞা ৰজা অখিলুদ্দিন আলিৰ পৰ্টেল 😅😅😅
@কামলাদেশী
@কামলাদেশী 7 күн бұрын
মানস ৰবীন কংগ্ৰেছৰ দালাল
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН
UFC 310 : Рахмонов VS Мачадо Гэрри
05:00
Setanta Sports UFC
Рет қаралды 1,2 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН