চৰ্চাৰ বিষয় যোৰহাট সমষ্টি, ন-পুৰণি বিজেপিৰ সংঘাত ইত্যাদি

  Рет қаралды 62,549

Pratidin Time

Pratidin Time

Күн бұрын

লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ বিষয় যোৰহাট সমষ্টি, ন-পুৰণি বিজেপিৰ সংঘাত ইত্যাদি। এই সকলো বিষয় সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট সমষ্টিত পৰাজয়ৰ কাৰণ জানিবলৈ আৰু ৰাইজৰ মনৰ কথা বুজ ল’বলৈয়ো সাজু হৈছে মুখ্যমন্ত্রীগৰাকী।
#pratidintime #elections2024 #loksabhaelections2024 #todaynews

Пікірлер: 90
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL 4 ай бұрын
বাৰাণসীলৈ চালে দেখা যায় যে গৌৰৱ গগৈ বহুত আগবাঢ়ি আছে। এতিয়া এইবোৰ কৈ লাভ নাই
@inglishvlogs1015
@inglishvlogs1015 4 ай бұрын
আপোনাৰ কথা বোৰ মূল্যহীন, আপুনি সব্বানদ সনোয়াল হাৰা কামনা কৰিছিল,
@mridultalukdar8981
@mridultalukdar8981 4 ай бұрын
ৰাইজে আচলতে পৰিবৰ্তন বিচাৰিছে
@protimadutta2890
@protimadutta2890 3 ай бұрын
ইয়াৰ ওফাইদাঙ মৰা কথাবোৰ শুনি-শুনি কাণ কলা হৈছে । ভগবানে আমাক সোনকালে ৰক্ষ্যা কৰক ।
@protimadutta2890
@protimadutta2890 3 ай бұрын
ও নতুন বোৰ খুটিপুতি বহি গ'ল আৰু পুৰণা বোৰক লেং মাৰি আছে ।
@protimadutta2890
@protimadutta2890 3 ай бұрын
বাপু তুমি কিন্ত মোডিক ক'ম গালি পৰা নাছিলা ।
@bakulboruah2026
@bakulboruah2026 4 ай бұрын
আৰু ডেৰ বছৰ এনজয় কৰি লওঁক মামা।তাৰ পাছত গৌৰৱ গগৈক মূখ‍্যমন্ত্ৰী ডাঙৰীয়া বুলি সম্বোধন কৰিব।
@prasantadeuri2359
@prasantadeuri2359 3 ай бұрын
Right
@imdadulhoque8859
@imdadulhoque8859 4 ай бұрын
Next cm grove gogoi
@hafijursikder9104
@hafijursikder9104 4 ай бұрын
11 টা শিয়ালৰ সন্মুখত এটা সিংহই যথেষ্ট ।
@dharmeswarbaruah9797
@dharmeswarbaruah9797 3 ай бұрын
যোৰহাটৰ প্রার্থী অসমৰ ভিতৰতে বেছি ভোটত জয় হব বুলি আপুনি য়ে কৈছিল। সেই বাবে চৰ্চা হৈছে। আৰু বহুত কিবা কিবি।
@InnocentArcticBirds-sg9ni
@InnocentArcticBirds-sg9ni 4 ай бұрын
Next CM Gourav Gogoi 2026
@SalimatDdinDdin
@SalimatDdinDdin 3 ай бұрын
কাৰন হ'ল আপোনালোকৰ কথা বতৰা বুৰ যোৰহাটৰ ৰাইজে সহিব নোৱাৰে যোৰহাটৰ ৰাইজ আপোনালোকৰ লেখিয়া নহয়
@tridipboraart1090
@tridipboraart1090 4 ай бұрын
চিন্তা হব কাৰন তেওঁ লোকৰ বোথ কমিতিৰলোকসকল ভাল নহয় দুখিয়ালৈ নাচায় চৰকাৰী সুবিধা আহিলে তেওলোকৰ পৰিয়ালৰ লোকক দি থয়। সকলোৱে চাই আছিল সেই বাবে এনে হল চাৰ। আনকি পঞ্চাযতৰ বিষয় ববীয়াসকলৰ লগতো একে কথা। গতিকে ২০২৬ চনৰ আগতে আপোনি পুনৰ সুবিধা দিবলৈ হলে গাও প্ৰধানৰ সহায়ত কৰিব লাগে কাম গাওৱত এখন গাও প্ৰধানক লৈ কমিটি বনাব লাগে তেতিয়াহে সকলো মানুহে সকলো কথা জানিব পাৰিব।
@afazulhoque4032
@afazulhoque4032 4 ай бұрын
অসমীয়া মানুহৰ নতুন সংজ্ঞা শুদ্ধ অসমীয়া।
@kakoligayan2065
@kakoligayan2065 4 ай бұрын
বিজেপি০০০
@bibekbhatta254
@bibekbhatta254 4 ай бұрын
আপুনি যি কব আমি তাকে মানি লব লাগিব নেকি
@santanukumardas6602
@santanukumardas6602 4 ай бұрын
2026 jodi BJP upper Assam CM candidate Nidiye Sarkar form koribo taan hobo
@nibirparasar4115
@nibirparasar4115 4 ай бұрын
Mr CM i hope you have analyzed that PM's win% (155K votes) in his own constituency is similar to GG's win% (144K votes) against your candidate in Jorhat.
@SD-ff1wc
@SD-ff1wc 4 ай бұрын
26ত বা আপুনি নিৰ্বাচন খেলিব পাৰিব নে নাই মামা৷ দেউতাতকৈ মই বেছি উপাৰ্জন কৰিছো সেইবুলি মই মা দেউতাক কাম নাই বুলি খেদি পঠিয়াম নেকি৷যিমান যি হ’লেও এটা সময়ত অসমত বিজেপিৰ ঘৰ খন তেওঁলোকেইটো বনাইছিল৷
@prasantadeuri2359
@prasantadeuri2359 3 ай бұрын
Right
@kakoligayan2065
@kakoligayan2065 3 ай бұрын
হিমন্তয়ে নিজৰ কথা ভাবে অনেৰ কি ভাবিব
@sarbeswargogoi2781
@sarbeswargogoi2781 3 ай бұрын
২৬ ত বাতছা ল'ৰাটোক মাননীয় চাৰ বুলি সম্বোধন কৰিবনে ?
@kalpanagogoi243
@kalpanagogoi243 3 ай бұрын
Next cm Gourab gogoi...
@alirajib3017
@alirajib3017 4 ай бұрын
Ajir parai cm sir jorhattat thakileo 26 joi hobo noware.
@rakashdas9087
@rakashdas9087 4 ай бұрын
চুলি ডুপ্লিকেত চব 2
@BabuBabu-fe2zs
@BabuBabu-fe2zs 4 ай бұрын
মুখ ত হাঁহি থাকিলেও এনে হেন অনুভৱ হৈছে মুখ্যমন্ত্ৰী মহোদয় ক যেন ভিতৰৰ পৰা কিবা এটাই খুচি আছে ।। মুখ খন শেঁতা পৰি গৈছে ছাৰ ৰ
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 3 ай бұрын
গৌৰৱৰ জয়েই ৰাইজৰ জয়, হিমন্তৰ পৰাজয়। যোৱা 20 বছৰৰ পৰা ৰজাহৈ আছে,, এতিয়া সাধাৰণ মানুহৰ কথা ভাবি সিংহাসন এৰিব লাগে।।
@bishaldas3964
@bishaldas3964 4 ай бұрын
Delhir ji hobo loga asil hoi gol..eybar assamat aromvoni bikhombadar ukmukoni
@dhrubajyotitalukdar3320
@dhrubajyotitalukdar3320 4 ай бұрын
Gourav gogoir nam xunile jap mari uthe CM sahab a
@nitishdoley9288
@nitishdoley9288 4 ай бұрын
লাভ নাই সজাই পৰাই মিছাকৈ মাতি😂😂😂 ২০২৬ চনত গৌৰৰ মুখ্য মন্ত্ৰী।
@prasantadeuri2359
@prasantadeuri2359 3 ай бұрын
Right
@Hun123pmmp73
@Hun123pmmp73 4 ай бұрын
Kotha hol ji dolei nhowk kio aami manuh saai vote disu..
@hiteshdeka153
@hiteshdeka153 3 ай бұрын
26 ত অসমৰ পৰা আপোনাক বিদায় দিব ৰাইজে
@rajassam1822
@rajassam1822 4 ай бұрын
Aapunar Hindu musalman-r rajniti aaru nasalibo.. Gaurav Gogoi next CM of Assam
@puspadhardowarah1932
@puspadhardowarah1932 3 ай бұрын
ন-বিজেপি বুলি"কলে বেয়া পালে"নহব। যি সকলে যিকোনো দলৰ পৰা নাহি পোন চাতেই কোনোদলত যোগদান কৰে;তেওলোকে ন-পুৰণি একো নাম নেপায়। যি সকলে?ডলাৰ বগৰী হৈ কোনো দলৰ পৰা গৈ কোনো দলত সোমায় তেতিয়া 'ন' শব্দটো সেই সকলৰ বাবে ব্যবহাৰ কৰা হয়। মথুৰা ৰজাৰ দিনৰ যিটো ৯ জনীয়া গ্ৰুপ ;সেই গ্ৰুপে ন শব্দটো পাবই। সেই ন শব্দটো কাটিব বা আতৰাব পৰা নাযাব। তাৰ পাচতো কোনোবা অন্য দলৰ পৰা বিজেপিত সোমাইছে সেই সকলেও ন"বিজেপিয়েই হব। যেনে ৰাণা গোস্বামী;বিস্মিতা গগৈ;অংকিতা- - - ইত্যাদিবোৰ। ইয়াৰ পিচত যদি কোনোবাই কোনো দলৰ পৰা নগৈ প্ৰথম বাৰৰ বাবে বিজেপিত সোমাইছে।তেওলোকৰ ক্ষেত্ৰত ন শব্দ ব্যবহাৰ কৰা নহব। মুঠৰ ওপৰত ন বিজেপি বোৰে নমৰা লৈকে বা"কাৰ্য কাল থকালৈকে ন বিজেপি শব্দটো কাটিব বা উঠাব পৰা নাযাব।
@nripenborgohain201
@nripenborgohain201 3 ай бұрын
সব্বা’ক শেষ নহল - বিপদ এজনৰ
@TCF573
@TCF573 4 ай бұрын
Beserar sehera i. Down hoi gol . 😅😅
@arunburagohain9922
@arunburagohain9922 3 ай бұрын
উত্তৰ বোৰৰ একো গ্ৰহণ যোগ্যতা নাই!!
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 3 ай бұрын
His Right Hand Mr. Pallab Lochan das, Mr. Pujesh Hazarika are the main culprit for the CM. They will make him down in the near future.
@kakoligayan2065
@kakoligayan2065 4 ай бұрын
মই বিজেপি XXX
@PrashantaBoruah-ey8wn
@PrashantaBoruah-ey8wn 4 ай бұрын
Ccccc...katha sahaki.
@prasantasaikia752
@prasantasaikia752 3 ай бұрын
মামা জিনদাবাদ
@keshabkalita9926
@keshabkalita9926 3 ай бұрын
Beya paleo C.M r katha to the point,Math ase.ai election a praman kari dile Next 90 jan MLA JIKIB.2026 C.M ake thakib.
@TarunPayeng
@TarunPayeng 4 ай бұрын
Ahi ase 26
@aainikenchangmai9180
@aainikenchangmai9180 3 ай бұрын
17 টা কোম্পানীৰ মালিক হোৱা ১৭ বছৰীয়া ল’ৰাজন কোন blood 🩸 ৰ ডাঙৰীয়া ?
@SIZUKA-cj1fc
@SIZUKA-cj1fc 4 ай бұрын
Jorhat Hari dukh koratkoi ayodyat Ram Mandir bonaiu harile j. Hetut dukh koribo lage
@NurulIslamkhan-e6x
@NurulIslamkhan-e6x 4 ай бұрын
2026 Bjp out
@bulumoninath6956
@bulumoninath6956 3 ай бұрын
ন বিজে পি অতপালি।।
@CXOSNEKXZ
@CXOSNEKXZ 3 ай бұрын
Moja
@Ishubaa
@Ishubaa 4 ай бұрын
Toi flyover keikhonor bahire aru ki nu unnoti koriso? Sakori nai bakori nai.. business kori aji dinot labh ni. Tax iman borhaiso.. delhi pora loan loi kaam kori furiso. Loan tu sobei lobo pare. Loan kiba bhal bostu neki. Delhit 270 sit o nepale 😂😂😂 400 upor sit pabo bule 😂😂😂 kela 240 khon sit. Laj nai?????
@pompibora7009
@pompibora7009 4 ай бұрын
Toi কথাত কেতিয়াও tol noporo
@mkxofficial7722
@mkxofficial7722 4 ай бұрын
Haru manuh tohoti ....nilaj ktha kobo ahse ....gutei asom khan khle
@HirobjyotiKutum
@HirobjyotiKutum 3 ай бұрын
Mama cm joldi pur kor
@ArupDas-qr6qc
@ArupDas-qr6qc 4 ай бұрын
বহুত লেতেৰা কংগ্ৰেছ দল টো।এনেও ৰাইজে ভাল নাপায়।গৌৰৱ গগৈৰ বাহিৰে কাকো ভাল নালাগে।আৰু এজন সাংসদ হয় কিমান উন্নয়ন কৰিব পাৰে।যদি বিজেপি নকৰে কোনে কৰিব।এতিয়া বিজেপি একো কৰিব নালাগে যোৰহাটত।
@DilipGogoi-x2h
@DilipGogoi-x2h 3 ай бұрын
2026 r agotei eijon jailot jabo
@SaidurRahman-fc3to
@SaidurRahman-fc3to 4 ай бұрын
অসমীয়াৰো ভাগ ওলাল দেখোন শুদ্ধ আৰু অশুদ্ধ অসমীয়া 😂। বিজেপিক ভোট দিয়া মানে শুদ্ধ অসমীয়া 😂😮
@ExploreNorthEastIndia0007
@ExploreNorthEastIndia0007 4 ай бұрын
Manu a jetya laj pai tatya manu a jiti kotha koi.
@HirobjyotiKutum
@HirobjyotiKutum 3 ай бұрын
Tar pasot out
@mkxofficial7722
@mkxofficial7722 4 ай бұрын
Bad dia😅
@gitukalita6716
@gitukalita6716 4 ай бұрын
mamai voi khaise 26 r babe
@simantaboruah3967
@simantaboruah3967 4 ай бұрын
Lower Assam politicians are opportunist....
@MridupabanGogoi-mz3mm
@MridupabanGogoi-mz3mm 4 ай бұрын
Kosto Kori lav lav nai ke ..LA..
@bikibazikor
@bikibazikor 4 ай бұрын
Mama jindabad❤
@AminBaglary
@AminBaglary 4 ай бұрын
Suli poki gol.
@rong_mon
@rong_mon 4 ай бұрын
Tmi tali tupula bandha....aru lheke...2026 t lheke jbage
@JituGfdbc
@JituGfdbc 4 ай бұрын
BJP Kam nahi
@sikharbaruah8939
@sikharbaruah8939 4 ай бұрын
BJP dhekeri party.
@radhachura11
@radhachura11 4 ай бұрын
Himasure purana vjpk sun sadar dore use kore 😊
@RobingogoiRobingogoi-k4h
@RobingogoiRobingogoi-k4h 3 ай бұрын
Bad dia tumar katha
@MadhbBoruah
@MadhbBoruah 4 ай бұрын
Apunalukar ahangkare potonor mul karan
@JitegaINDIA-x3z
@JitegaINDIA-x3z 3 ай бұрын
Mullohin kotaa
@DimbeswarRai
@DimbeswarRai 4 ай бұрын
26 t BJP hataw hob Assam pora
@dipakgogoi4266
@dipakgogoi4266 3 ай бұрын
Toi extualy bhoi khaisho
@lokorannonsonowal7178
@lokorannonsonowal7178 4 ай бұрын
Kon dhaugr manu aopuni ae hoi an konuau nohi
@tilakmazumdar8273
@tilakmazumdar8273 4 ай бұрын
2026 t gadi jab bjpr
@TarunPayeng
@TarunPayeng 4 ай бұрын
Aijonk dekhile mur kojuwai
@probirsharma3703
@probirsharma3703 3 ай бұрын
Meri Manana hai Jorhat Harne ka Piche BJP ka AK sector hai SBI banking sector Sarkari Har office Jo Koi Bhi public koi bhi office mein jata hai Chahe vah Bank mein hun jo 1 mahine ka Jagah Mein 6 Mahina lagta hai Gaon Mein bijali Chala Gaya Electricity Board wala ko bolane se Hafta Bhar line Nahin rahata Hai😅😅😅 koi bhi chij Central or State Government deta hai jo Sarkari office mein Jaane Se Jung Ladne ka barabar a jao cal Aao parson aao😅😅
@dipakgogoi4266
@dipakgogoi4266 3 ай бұрын
Toiu tue Jaalookbari baad aan belegot jiki dekhuasune
@imdadulhoque8859
@imdadulhoque8859 4 ай бұрын
2026 t tumaluka 11 t paba
@litanpandit3192
@litanpandit3192 3 ай бұрын
Bodmas x congresi hamanto.goru bepari bodmas
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 27 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 275 МЛН
Do you choose Inside Out 2 or The Amazing World of Gumball? 🤔
00:19
GIANT Gummy Worm Pt.6 #shorts
00:46
Mr DegrEE
Рет қаралды 120 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 27 МЛН