Tap to unmute

এছেম্বলীৰ বছ কোন? কোন বিধায়কে কোন মন্ত্ৰীক এছেম্বলীৰ বছ আখ্যা দিলে?

  Рет қаралды 403,675

DA News Plus

DA News Plus

Күн бұрын

Пікірлер: 565
@dineshbaruah6309
@dineshbaruah6309 2 жыл бұрын
জব কাৰ্ড সম্পর্কে অখিল গগৈ ডাঙৰীয়াই কোৱা কথাটো ১০০% তেই সঁচা। কিন্তু সঁচা কথাটিৰ বিৰুদ্ধাচাৰণ কৰিবলৈ যোৱা পিয়ুষ হাজৰিকাই নিশ্চয় জানে যে জব কাৰ্ডৰ কমিচন একাংশ তেওঁৰ দলৰ দলীয় কৰ্মীয়ে লৈ আছে। সেয়েহে সচাঁ কথাটিক গাৰ জোৰেৰে মিছা বুলি প্ৰমাণ কৰিব বিচাৰিছিল।
@aryan-vc1pi
@aryan-vc1pi 2 жыл бұрын
110 % right.
@gouriboruah5892
@gouriboruah5892 2 жыл бұрын
Job card 2 ward member council r usart ha thakey
@arifhussain9464
@arifhussain9464 2 жыл бұрын
Je besi comission diye teor job card tu hi teolge loy
@kalpanadeka6201
@kalpanadeka6201 Жыл бұрын
আধা হাতলৈ আহে কিজানি! সেয়ে দপদপনি।
@jyoti4632
@jyoti4632 Жыл бұрын
আমাৰ গাৱত কাম নকৰাকৈ পইচা পাই
@bobitabhuyan3260
@bobitabhuyan3260 2 жыл бұрын
অখিল গগৈ sir মোক্ষ মন্ত্ৰী ৰ ৰূপত চাবলৈ বিচাৰোঁ বহুত vl হব অখিল গগৈ জিন্দা বাদ👍👍🙏
@rgrg5472
@rgrg5472 2 жыл бұрын
পিযুশ হাজৰিকাই বিধানসভাত কি আচৰণ কৰে ৰাইজে দেখিছে- পিযুশৰ দৰে মানুহে বিধানসভাত ৰোল দিয়ে যে, ভেৰোনীয়া নেকি ?
@dimpalkhatoniar7806
@dimpalkhatoniar7806 2 жыл бұрын
অখিলে নো কি ভাল কৰে
@ranjitdeka5868
@ranjitdeka5868 2 жыл бұрын
@@dimpalkhatoniar7806 Hosa kotha koy aru val kotha koy.
@labanyadevi3172
@labanyadevi3172 10 ай бұрын
Right
@prodippayeng5476
@prodippayeng5476 2 жыл бұрын
I like akhil sir God bless you👍👍👍👍👍❤❤❤❤
@priyankabaruah1481
@priyankabaruah1481 2 жыл бұрын
Akhil sir ekdom right kotha koise ❤️❤️
@jitenrahang1276
@jitenrahang1276 2 жыл бұрын
ধন্যবাদ ,অখিল গগৈ ছাৰ ।
@anuragsaikialakhisaikia3782
@anuragsaikialakhisaikia3782 2 жыл бұрын
একেবাৰে সঁচা job card মানে দুই নম্বৰৰ দোকান
@lankeswarboro7501
@lankeswarboro7501 2 жыл бұрын
উপৰৰ মাল আকৌ নাজানা নে।
@mukibulhussain2622
@mukibulhussain2622 2 жыл бұрын
অখিল. দা আপুনি সত্য. কথা কৈছে
@Soul-B489
@Soul-B489 2 жыл бұрын
akhil sir is right... I respect him for his braveness. One man army..
@Rubulgogoi209
@Rubulgogoi209 2 жыл бұрын
দিনৰ পোহৰত চৰকাৰক বিৰুধিতা ৰাতিৰ আন্ধাৰত ইলু ইলু ।
@sumu9-u9v
@sumu9-u9v 2 жыл бұрын
@@Rubulgogoi209 tur logotei ilu ilu sage heikarone gom pao toi
@umaroy4090
@umaroy4090 2 жыл бұрын
Baki bilak
@SUKUMAR_CREATION
@SUKUMAR_CREATION 2 жыл бұрын
👍👍👍
@arupgoswami2489
@arupgoswami2489 2 жыл бұрын
সচা কথা কৈছে অখিল গগৈ
@papuligogoi8941
@papuligogoi8941 2 жыл бұрын
অখিল গগৈদেৱে কোবা কথা 100%হছা
@jintusaikia1523
@jintusaikia1523 2 жыл бұрын
Akhil Dai Right Kotha Koise
@nipandas5010
@nipandas5010 2 жыл бұрын
পিযুচৰ নিচিনা এটাক কি চায় টিকট দিয়ে মই বুজিয়ে নাপাও।
@jintusaikia1523
@jintusaikia1523 2 жыл бұрын
Bhut Di Jikua Gitau Kom Nohoi
@uttarabaruva1270
@uttarabaruva1270 2 жыл бұрын
Well said Nipan Das
@samanwaybordoloi3470
@samanwaybordoloi3470 2 жыл бұрын
Poisa saai.syndicat r roja.poisa kimaaan ase thik nai
@nipjyotisarma6768
@nipjyotisarma6768 2 жыл бұрын
ওপৰৰ মাল যে টিকত পাই যায়।
@carshorts7621
@carshorts7621 2 жыл бұрын
হিমন্তৰ কৃপা ।নহলেনো এই তাঁৰ ছিঙা পাগলটোক টিকট পোৱাৰ যোগ্য নেকি ?
@rajubora3485
@rajubora3485 2 жыл бұрын
বিজেপি ক বিদাই দিয়ক
@humensaikia7914
@humensaikia7914 2 жыл бұрын
পিযুষ হাজিকাদেৱৰ সা মান্য জ্ঞান নাই। অখিল গগৈ দেৱে কি উদেছি প্ৰশ্ন কৰিছে তেখেত ৰ মন্ত্ৰী মথাই ধুকীয়ে নাপালে।
@srigunajitsharma8282
@srigunajitsharma8282 2 жыл бұрын
Toi buji pabi a toi o j pagol akhil da dore 😂😂
@jintusaikia1523
@jintusaikia1523 2 жыл бұрын
Right
@rakeshsarma950
@rakeshsarma950 2 жыл бұрын
1500
@pranabgohain699
@pranabgohain699 2 жыл бұрын
@@srigunajitsharma8282 toi hodon keneke solai agote dekhiso nai . Himanta dinot keneke solise heitu sai lo . sob kothate akhilok dukh nidi olp nijor gyane bisar kori sa .okol bjp kotha bure right buli vabi nolobi goru
@srigunajitsharma8282
@srigunajitsharma8282 2 жыл бұрын
@@pranabgohain699 oy johara ,sadon kenekoi solai agote toi Jani lo .akhil a kajia aru andolan korar bahire kihot gian ase ha .akhil a nejane jodi Audf pora holeo alop sikibo dibe .dhokra
@bontibora4333
@bontibora4333 2 жыл бұрын
Akhil sir a right kotha koise
@akborchetia
@akborchetia 2 жыл бұрын
Joi akhil da 100percent right
@anilkumargogoi9337
@anilkumargogoi9337 2 жыл бұрын
অখিল গগৈ য়ে শুদ্ধ কথাই কৈছিল
@monuranjangogoi6276
@monuranjangogoi6276 2 жыл бұрын
সচা কথা. এনৰেগা কাম তেনেকেই হয়. অকল মাত্ৰ পইছা তো পাবলে টাইমপাছ কৰে. আৰু জবকাৰ্ড বোৰ থিকাদাৰক দি কমিছন লয়. সচা কথাটো কৈছে. ইসঁত এ চি গাৰিৰৰ ভিতৰত বহি থকাবোৰে কি গম পায় 😏
@pankajdas2249
@pankajdas2249 2 жыл бұрын
জৱকাৰ্ড বিলাক দেখোন গৰাকীৰ হাতত নাথাকে । জৱকাৰ্ড নামতহে কিন্তু মাটি পেলোৱা কাম ট্ৰেক্টৰৰ দ্বাৰাহে কৰে ।
@khargeswarnath2624
@khargeswarnath2624 2 жыл бұрын
জব কাৰ্ডৰ বিষয় অতি ভাল প্ৰস্তাব উত্থাপন কৰিছে
@nath3743
@nath3743 2 жыл бұрын
Akhil gogoi is always right, I fully support him👍
@girishbania8260
@girishbania8260 2 жыл бұрын
ওপৰৰ মালেটোৱে সব জানে ।এনৰেগাৰ নামত প্ৰহসন চলি আছে ।এইটো এশ শতাংশই শুদ্ধ ।দালালে JCB ৰে কাম কৰাই job card holder সকলক নূন্যতম amout দিয়ে । ভুৱা job card holder ও বহুত আছে ।কাম নকৰাই মজুৰীৰ ২৫ ৩০ শতাংশ দালালে দিয়ে ।এয়াই চলি আছে ।
@paniramyein3705
@paniramyein3705 2 жыл бұрын
Ekdom hosa kotha Akhil da ।
@alexxentertainment4112
@alexxentertainment4112 2 жыл бұрын
অখিল গগৈয়ে সঠিক মন্তব্য কৰিছে। Mgnrega ৰ নামত পঞ্চায়তত ঠিকাদাৰৰ দ্বাৰাই কাম পৰিচালিত হয়। Job Holder ক job card ৰ বিনিময়ত 1300 টকাৰ পৰা 300 টকা বেতন দিয়ে আৰু বাকী ঠিকাদাৰৰ পকেটত। JCB , tractor ৰ দ্বাৰাহে কাম সম্পন্ন হয়।
@rmbronewalllearningkm4397
@rmbronewalllearningkm4397 2 жыл бұрын
Respected sir mr akhil gogoi
@madhurjyabora5507
@madhurjyabora5507 2 жыл бұрын
Akhil daa jindabad
@utpalchkalita2352
@utpalchkalita2352 2 жыл бұрын
সচা কথা। অখিল গগৈ দেৱে কোৱাৰ দৰেই চলি আছে।
@bikashvlog7919
@bikashvlog7919 2 жыл бұрын
হৈ।। মইও গাঁৱত বহুত bar পইচা ওলাই দিলোঁ
@tankswargohain6701
@tankswargohain6701 2 жыл бұрын
অখিল গগৈ ডাঙৰীয়াৰ দৰে আমাক নেতা লাগে।অখিল গগৈয়ে জব কাৰ্ডৰ ক্ষেত্ৰত সঁচা কথা কৈছে।
@jondekadeka7778
@jondekadeka7778 Жыл бұрын
A moja
@junkonwar4943
@junkonwar4943 Жыл бұрын
RIGHT
@labanyadevi3172
@labanyadevi3172 10 ай бұрын
Right
@dhadkanofficial6948
@dhadkanofficial6948 2 жыл бұрын
Akhil sir your talk 100% right
@pinkugogoi6478
@pinkugogoi6478 2 жыл бұрын
Akhil Gogoi zindabad ❤️
@Ridip498
@Ridip498 2 жыл бұрын
Akhil gogoi da 🥰
@suranjan519
@suranjan519 2 жыл бұрын
কথা বুজিব পাৰিলে হে চোৱা চেলেকা তোৱে বচ্ ভাবে নিজকে , অহংকাৰ ৰ পতিফলন হয় ইয়াৰ কথা ৰ পৰা
@bklpmsingh50k80
@bklpmsingh50k80 2 жыл бұрын
Akhil sir is Right 👍👍👍
@sanjibbora1789
@sanjibbora1789 2 жыл бұрын
পিয়াজ দা ,অখিল গগৈ য়ে ঠিক কৈছে কাম নকৰাকৈ পইচা লৈ খাই আছে।1223% টকা যেনিবা জব কাৰ্ডত সোমাব তাৰে 1000/ উলিয়াই আনি দিবহি লাগে।
@asomiaasom6008
@asomiaasom6008 2 жыл бұрын
হিমন্ত বিশ্ব শৰ্মাৰ ভৰি ধুই কলংক লেটেৰা চাফা কৰা চাফাইৱালা মালিছ কৰি সন্তুষ্ট কৰি থকা বহতীয়া এটাই শিষ্টাচা নীতি নিয়ম কি জানিব
@rinaburagohain126
@rinaburagohain126 2 жыл бұрын
Right .
@uttarabaruva1270
@uttarabaruva1270 2 жыл бұрын
Very true
@kalpanadeka6201
@kalpanadeka6201 Жыл бұрын
ঠিকেই ।শুনিছোঁ বহুতেই কৈছে।অখিল গগৈয়ে সত্য কথা কৈছে।
@JonaiBazar-mq2js
@JonaiBazar-mq2js Жыл бұрын
I like your speak ধন্যবাদ জনাইছো
@dolungtani1261
@dolungtani1261 2 жыл бұрын
হয় হয় 1 গণ্টাও নকৰে jobcard holdar a আৰু আমাৰ Job CARD use kore aru poisa উলিয়াই দিলে 200 টকা দিয়ে
@hiteswarboro6011
@hiteswarboro6011 2 жыл бұрын
Right kotha** 200/250 toka diye *
@gabardharay3294
@gabardharay3294 2 жыл бұрын
oo
@kuheswarpayeng5813
@kuheswarpayeng5813 2 жыл бұрын
Right Akhil da
@hiteswarboro6011
@hiteswarboro6011 2 жыл бұрын
Akhil gogoi aponi bohot brave men dei* eku opomn howa nai bohot val kotha koise aponi*
@DreamTutorial2.0
@DreamTutorial2.0 2 жыл бұрын
Thik... Job card r kotha thik koise
@tahimabegum5896
@tahimabegum5896 2 жыл бұрын
অখিল গগৈয়ে সচাটো উদঙাই দিয়ে বাবে অখিলর মুখ বন্ধ করিব খোজে।
@arunimakalita968
@arunimakalita968 2 жыл бұрын
BJP sarkar khnk eko kobo nuari.. Ji nkre kio sadharn raijor maat mata adhikar nohoa kri pelaise..Kin2 pahri goise sarkar khne emn uproloi sihtk raije loi goise r raije isha krile bht talaloi numai o dibo pre
@bhaskarjyotibhuyan1619
@bhaskarjyotibhuyan1619 2 жыл бұрын
Akhil gogoi sir e thik kotha koise... job card namot he
@aasthadas7794
@aasthadas7794 2 жыл бұрын
Raise your point at any cost. Akhil Gogoi is the one. Keep doing the same , we are with you.
@farukmahmood8196
@farukmahmood8196 2 жыл бұрын
Akhil Gogoi right 👍 💯
@rmbronewalllearningkm4397
@rmbronewalllearningkm4397 2 жыл бұрын
Respected sir
@digantabora8625
@digantabora8625 2 жыл бұрын
Gogoi sir apuni xosa, aru amar agor c.m sar bohut vl asil অন্তত বাহাদুৰি মাৰি ভুৱা আঁচনি লৈ বস্তু দাম আৰু বৰ অসম বেচা নাছিল, নিজৰ পদ নিজে বাছি লৈছে ভাল্ নালাগে laj pau
@tishan1920
@tishan1920 2 жыл бұрын
Akhil gogoi very good ,,,, 👍👍👍
@RakibulIslam-eo9fd
@RakibulIslam-eo9fd 2 жыл бұрын
BJP চৰকাৰ সংবিধান ভং কৰা চৰকাৰ। BJP দলৰ বিধায়ক বিধায়িকা এইখ্ন BJP চৰকাৰ বাবে হে কেৱল,তাৰ বাহিৰে আন কাকো চকুত নেদেখে এই চৰকাৰে। অখিল দাই যেতিয়া Job card ৰ বিষয়ে কৈছিল তেতিয়া পিযূষ হাজৰিকা দেৱৰ কিয় প্ৰতিক্ৰিয়া কৰিব লাগে,তেতিয়া হলে তেখেত সকলেই জৰিত আছে নিচ্চয়।কাৰন চুৰে চুৰি এক ক্থাত দুই ক্থাত অকলেই মুখৰ পৰা ওলাই সচা ক্থা উলাই আহে।Salute অখিল দা
@nirudevideka4375
@nirudevideka4375 2 жыл бұрын
সচা কথা কলেই পিযুষ বাবুৰ গা জলে
@brihatrabha9550
@brihatrabha9550 2 жыл бұрын
Akhil sir right kotha kuise
@31no.sahidurrahmanparagola98
@31no.sahidurrahmanparagola98 Жыл бұрын
পিজূষ হাজৰিকা বেছি বেছি কৰে । অখিল গগৈ sir ঠিকেই কৈছা। বহু ত ধন্যবাদ থাকিল
@reetuparnasaikia482
@reetuparnasaikia482 2 жыл бұрын
Akhile dai ji koise haitu kintu 100 % hoitya
@devojitbharali4691
@devojitbharali4691 2 жыл бұрын
Mozza akhil sir
@manjitmaine2537
@manjitmaine2537 2 жыл бұрын
এশ জনৰ ভিতৰত ৫ জন মানুহে ভালপোৱা মানুহজনেই হৈছে পিযুয হাজৰিকা
@assamsesnews1442
@assamsesnews1442 2 жыл бұрын
Jike knke beee e kla
@manjitmaine2537
@manjitmaine2537 2 жыл бұрын
Njnu rey vai knk jike.. Aaimi boruahk saie jikai sge mnuhbure😁
@mithunsaikia857
@mithunsaikia857 2 жыл бұрын
অখিল গগৈ ডাঙৰীয়াই জব কাৰ্ডৰ বিষয়ে যি কৈছে 100% শুদ্ধ কথা কৈছে I সচাঁ কথা সকলোৱে হজম কৰাৰ সাহস নাথাকে I
@surjyamili4967
@surjyamili4967 2 жыл бұрын
Thikei koise
@deepakmili5067
@deepakmili5067 2 жыл бұрын
সচাঁ কথা কৈছাঁ অখিল দা,
@heisenberg5124
@heisenberg5124 2 жыл бұрын
Job cardr commission khowa kotha2 100% true, job card holderk dei 150.toka...commission khai 1100 toka
@billutalks2.067
@billutalks2.067 2 жыл бұрын
অখিল গগৈ ডাঙৰীয়াই সঁচা কথাকেই কৈছে আমি চাক্ষুষ দৃষ্টিৰে দেখা পাওঁ MGNREGA ৰ কাম বিলাকৰ বিসংগতি এনেকি যিবিলাক দুখীয়া কৰ্মীয়ে কাম কৰে তাক কৈ লয় ১ৰ পৰা ২ ঘণ্টা মানহে কাম কৰিব লাগিব, মাত্ৰ ফটো যেতিয়া উঠোৱা হব তেতিয়া উপস্থিত থাকিলে হল । আপোনালোকে আহি শুধক যিবিলাক JOB CARD HOLDERS য়ে কাম কৰিছে সিহঁতেই বিভিন্ন ধৰণৰ তথ্য প্ৰধান কৰিব। ইয়াত bjp য়ে প্ৰতিউত্তৰ কৰাতকৈ investigation কৰাটোহে ভাল হব ।
@HiteshwarIngti
@HiteshwarIngti Жыл бұрын
Sir apuni tik koise
@azaharulislam2800
@azaharulislam2800 2 жыл бұрын
Hemanto r team khne Assam khnk personal hompotti buli bhbe
@satyabatiray565
@satyabatiray565 2 жыл бұрын
মাথা নথকা মানুহ মাখাই মন্ত্ৰী হৈ আছে
@dipagogoi9673
@dipagogoi9673 11 ай бұрын
ধন্যবাদ অখিল ডাঙৰিয়া
@gabardharay3294
@gabardharay3294 2 жыл бұрын
good akhil da
@AnuragVagoruwa
@AnuragVagoruwa 2 жыл бұрын
অখিল দাৰ কথা সঁচা । তেওঁ সঠিক মূল্যায়ন কৰিছে ।
@bababorah8918
@bababorah8918 2 жыл бұрын
অখিল গগৈ ভাল কথা কৈছে। পিয়াজ বছ নহইটো
@maryborah584
@maryborah584 2 жыл бұрын
Respect Akhil sir. Xosai jonotar protinidhi. Brohia Akhil sir.
@dulubordoloi5697
@dulubordoloi5697 Жыл бұрын
Good news
@kamaleswarrajbongshi246
@kamaleswarrajbongshi246 2 жыл бұрын
😌😌😌piyosh fiush hoi jabo akhil siror lgt 😘😘
@kumarsonowal6527
@kumarsonowal6527 2 жыл бұрын
Right akhil da
@entertainmentandexercies415
@entertainmentandexercies415 2 жыл бұрын
akhil dai hosa kotha koise amr eyt u emn homoy hea kam kore
@hemantamalakar4127
@hemantamalakar4127 2 жыл бұрын
I like Akhil Gogoi .God bless him
@mainadutta4201
@mainadutta4201 2 жыл бұрын
অখিল গগৈ ছাৰৰ কথাখিনি সঁচা কাৰনে হজম নহয় আৰু সচাক পশ্রই নিদয়াটোৱে এইটোয়েই সূচনা কৰে যে দেশত কি চলি আছে।"চমজদাৰ কে লিয়ে ইচাৰাহী কাফি হে"অখিল গগৈ ছাৰ আগবাঢ়ি যাওক ভগৱান আছে।
@sibadas6893
@sibadas6893 2 жыл бұрын
Exactly koise apuni Akhil Sir
@rintutalukdar7286
@rintutalukdar7286 2 жыл бұрын
100% right, 1000 tokat Only 100 toka diye, Baki sob uliai ni mas mangkho khai
@JOHN_T123
@JOHN_T123 Жыл бұрын
Yes Akhil gogoi
@ruparay1385
@ruparay1385 2 жыл бұрын
Akhil Gogoi is 100% right
@kickstriker81
@kickstriker81 2 жыл бұрын
Satyamev Jayate, Akhil Gogoi is a truthful person so God will protect him from all the odds. Koi kitna bhi dav pech lagale akhir mein Hukum ka Ikka uparwala hi phekta hai. However Akhil Gogoi should try to control his anger so he can tactfully control the situation.
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
ৰাম কৃষ্ণ।নিজৰ পৰিচয়নিজেই দিছে।
@dildarrezza618
@dildarrezza618 2 жыл бұрын
100% Right Akhil sir.
@purnanandarajkhowa8712
@purnanandarajkhowa8712 2 жыл бұрын
শীতকালীন অধিবেশন ,গৰম-গৰম! কাজিয়া কৰিলে এখন দেশৰ লোকচান। মন্ত্ৰী-বিধায়কৰ একো লোকচান নহয়। নিৰ্দিষ্ট দিনৰ বাবে অধীবেশন, ভাল চিন্তা,ভদ্ৰতাৰে উন্নতিৰ দিশ বোৰ আলোচনা হ'ব লাগে। আলোচনা ভাগ চাও বুলি ভাবিলে ঘৰৰ মানুহ বোৰে জকজকাই আহে! সেইডাল বন্ধ কৰ, কাজিয়া সোপা কোনে চাব।ভাদ মাহ ,দিহা নাম এটাকে লগা।ফোনটো লৈ ইয়েৰ ডালভৰাই বিলাসী জঙ্গ নোচোৱাকৈ পাৰিনে! কাজিয়াৰ মাজতে জনপ্ৰিয়তা থকা নমস্য মন্ত্ৰী-বিধায়কো আছে,যিসকলে সন্মানীয় অধিবেশন মান্যতা ৰক্ষা কৰিছে , দেশৰ হকে উন্নতিৰ বক্তব্যৰে আমাৰ মণ জয় কৰিছে।সকলোৱে কৰি খাব পৰা মিলাপ্ৰীতিৰ বাজেটৰ অপেক্ষা কৰিলোঁ।
@jugitadoley3303
@jugitadoley3303 2 жыл бұрын
আমাৰ ইয়াত জবকাৰ্ড হল্ডাৰে কাম নকৰে৷মুষ্টিমেয় মানুহে জবকাৰ্ড সংগ্ৰহ কৰে আৰু হল্ডাৰসকলক কিছু টকা দি ট্ৰেক্টৰেৰে কাম কৰি টকা হজম কৰেএনৰেগাৰ কাম পৰিদৰ্শন কৰি নথিবোৰ মিলাই চালে ওলাই পৰিব৷
@rashidahmed7256
@rashidahmed7256 2 жыл бұрын
100% সত্য কথা কৈছে
@deepandp6312
@deepandp6312 2 жыл бұрын
This is right for Akhil Gogoi..
@mayurgogoi4071
@mayurgogoi4071 2 жыл бұрын
100% right akhil Gogoi dangoriya
@tajulislam1727
@tajulislam1727 2 жыл бұрын
জব কাডৰ কাম কোন জন মানুহে আজিৰ যোগত কৰে? কেৱল ঠিকাদাৰক পইছা উলিয়াই দিব লাগে তাৰ বাবাদ ১০০/২০০ টকা দিয়ে। বিধানসভাৰ মানুহে গম নাই পোৱা যদি গাঁৱত গৈ চাওক বুজিব পাৰিব।
@porkashdas8043
@porkashdas8043 2 жыл бұрын
Thike koise akhil gogoi dangria
@anupambaruahvlogs6955
@anupambaruahvlogs6955 2 жыл бұрын
Akhil da🔥🔥
@nabatalukdar2854
@nabatalukdar2854 10 ай бұрын
Akdom right ktha koise....gaor manuhe nregar kam aji 5 year man kora ae ni kijani.... high level r manuh bore kot gm pb gaor ktha.... lacture tu dili hl na gyes
@labanyadevi3172
@labanyadevi3172 10 ай бұрын
Akhil sir jindabad jindabad jindabad ❤
@manashkumardeka5003
@manashkumardeka5003 2 жыл бұрын
পিযুষ হাজৰিকাৰ মাঠাত মাল নাই
@bitupandas7077
@bitupandas7077 2 жыл бұрын
Ji nohouk job card homorke Akhil Gogoi debe kuwa kotha tu 100%right
@rinaburagohain126
@rinaburagohain126 2 жыл бұрын
ওপৰৰ মাল এইজন ।একো কব নোনাৰি।
@priyamT1992
@priyamT1992 2 жыл бұрын
বহুত ভাল সচা কথা কৈছে আপুনি অখিল গগৈ ডাঙৰীয়া। জব কাৰ্ডৰ নামত কাৰ্ড হলডাৰক কিবা % হে দিয়ে ৩০০/১০০০ টকা দিয়ে
@prasanjitshare8548
@prasanjitshare8548 2 жыл бұрын
Akhil is right👍
@mrassamesehackers9654
@mrassamesehackers9654 2 жыл бұрын
Akhil sir right 👍👍👍
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН