Chakrapani Parashar : মানুহ চিনি পোৱাত মোৰ ভুল হৈ গ'লঃ চক্ৰপাণী পৰাশৰ | N18V

  Рет қаралды 206,487

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 407
@bishalsarma5306
@bishalsarma5306 2 ай бұрын
মানুহ চিনি পোৱাত ভুল এই কথা শাৰী বহুত কিবা লুকাই থাকিল,, দুখ ক্ষোভ বেদনা
@tapankalita1902
@tapankalita1902 2 ай бұрын
আপোনালোকে তেল মাৰি কথা কব পাৰে তাৰ বাহীৰে অসমৰ একো কৰিব নোবাৰে
@thejustice4757
@thejustice4757 2 ай бұрын
ই অলপ‌ বেছিয়েই মিঠা কবলৈ যায়
@mintusarmah8620
@mintusarmah8620 2 ай бұрын
😂😂😂👍
@SamarDeka-v7v
@SamarDeka-v7v 2 ай бұрын
Take beh olp fake bone ee
@babykalita-u6q
@babykalita-u6q 2 ай бұрын
Chakra da mur collager senior hoi. Tekhet agr porai enekei lahe lahe kotha pate. Hklu prfssr tekhetk bht bhl Pisil. Sob khetrt agoronuwa asil. Clgr General .S hoisil. Sonnajana k eku nkobo.
@babykalita-u6q
@babykalita-u6q 2 ай бұрын
Tekjet chaiduar mahabidhyalayat porhisil. Kenekuwa asil tekhet ebr goi xudhile gom pbo.karu lgt kajiya pesal nothoka kunu suwalir lgt dhanada nathaka porhat bhl thoka lora asil.
@sarangabora5252
@sarangabora5252 2 ай бұрын
😂😂😂😂 moiu hodai feel koru he is too good to be true
@Rb-sv8ux
@Rb-sv8ux 2 ай бұрын
মালটো মিহিৰাম আছে খুসৰিলে বহুত ওলাব
@Bhal_lora
@Bhal_lora 2 ай бұрын
Bohut mihi sudu moni tu... Besi mihi suror lokhyon.
@--venm--
@--venm-- 2 ай бұрын
Yak piton dile ulabo kotha mukhedi hudhi laav nai
@AntiSychophant-fi9yr
@AntiSychophant-fi9yr 2 ай бұрын
😂
@deepkotaky3300
@deepkotaky3300 2 ай бұрын
ই এটা মিহিৰাম😂
@FHEDITZ-v7s
@FHEDITZ-v7s 2 ай бұрын
মিহিৰাম 😂😂 বেলেগ নাম দিছে আপুনি।
@mintusarmah8620
@mintusarmah8620 2 ай бұрын
Vl name dile......😅
@Alia.410
@Alia.410 2 ай бұрын
Mihiram 😂😂😂😂😂
@BiswajitOja
@BiswajitOja 2 ай бұрын
Nemkhi gunda
@mintusarmah8620
@mintusarmah8620 2 ай бұрын
@@BiswajitOja 😂😂😂👍....
@jatinborgohain587
@jatinborgohain587 2 ай бұрын
❤❤❤❤❤ সময় গগৈ ❤❤❤❤❤
@bhanitabayandas8157
@bhanitabayandas8157 2 ай бұрын
তুমি হাঁহি হাঁহি যিমানেই কথা নোকোৱা কিয়, ভয়ত তোমাৰ যে কলিজা শুকাই গৈছে তোমাৰ মুখখন দেখিলেই গম পায় 😅
@RamanSaikya
@RamanSaikya 2 ай бұрын
ভৱিষ্যতে সাৱধান হ'ব,সকলো উজ্জ্বল বস্তুৱেই সোণ নহয়
@বলামোৰলগতশিকো
@বলামোৰলগতশিকো 2 ай бұрын
Tumi thik koysa kintu 😂 akdm .
@pradipdas9078
@pradipdas9078 2 ай бұрын
বিনা টকাত কোনোৱে নকৰে advertise, এওঁ তাৰ মাজত এজন
@Rb-sv8ux
@Rb-sv8ux 2 ай бұрын
মালটো মিহিৰাম hai গণ্ডগোল আছে
@______________Ss23
@______________Ss23 2 ай бұрын
আপুনি মানুহ জন ভাল । সেই বাবে আগলৈ খোজ টো দিয়া আগত ভাল কৈ ভাবি লব ।
@Withhprcreation
@Withhprcreation 2 ай бұрын
ধেই পৰাশৰ দা.....টকা কেইটা পালেই একো চাই চিটি নোলোৱাকৈ লাগি যায় যে.... একো নাই দিয়ক 😂
@akash12dweep
@akash12dweep 2 ай бұрын
😂😂😂
@KD-dj1iq
@KD-dj1iq 2 ай бұрын
Paresh Baruahi clean sheet di disea ru😂
@rupambarman946
@rupambarman946 2 ай бұрын
সাংবাদিক কাৰণে সাংবাদিক কেইটাই ইমান মৰম ত সুধিছে..ইয়াৰ ঠাইত বেলেগ মানহু হলে কুকুৰ নিচিনা ভুকি ভুকী সুধিলে হৈ
@anjananeog3136
@anjananeog3136 2 ай бұрын
অভিজ্ঞতাইহে মানুহক পৰিপক্ক কৰে । এইটো ঘটনাই সকলোকে সচেতন কৰি তুলিছে ।
@chandanagogoi2299
@chandanagogoi2299 2 ай бұрын
জমনি কৰিব চেষ্টা কৰিছা ককাইদেউ কিন্তু বুজিব পাৰিছো আপোনাৰ মনৰ কথা 😅😅😅
@krishna.moniii
@krishna.moniii 2 ай бұрын
একদম 💯👍
@suarsuar747
@suarsuar747 2 ай бұрын
😂
@ranjitgowsami7891
@ranjitgowsami7891 2 ай бұрын
চেনীৰাম 😂
@MainuGogoi-h6b
@MainuGogoi-h6b 2 ай бұрын
জিলিকা মানে সোণ নহই
@vidyutchm
@vidyutchm 2 ай бұрын
আজিৰ অহা যোৱা খৰছ কোনে দিব
@hemabhtalukdar5670
@hemabhtalukdar5670 2 ай бұрын
Taman dise
@DebajitGogoi-q5p
@DebajitGogoi-q5p 2 ай бұрын
চুটমাৰণি এতিয়া দৌৰি ফুৰ থানা লৈ। টকা লাগে চুটমাৰণি তহতক অকল, সমাজৰ সৰু সৰু মানুহ বিলাকতো তহতে নেদেখ অনুষ্ঠান কৰিবলৈ
@Dhrubajyoti-i5k
@Dhrubajyoti-i5k 2 ай бұрын
Dhuniya....
@KSC9353
@KSC9353 2 ай бұрын
দেখিবলৈ মন নাযায় এইটো'ক.....
@DJABCDE
@DJABCDE 2 ай бұрын
মস্ত ধূত,চেনিৰাম, মাইকী মুৱা
@--venm--
@--venm-- 2 ай бұрын
Right 👍
@northeastassamesefoddie9664
@northeastassamesefoddie9664 2 ай бұрын
Tur maak tur bap e respect ndiye nki
@facttoker7864
@facttoker7864 Ай бұрын
😮😅
@TaraliRabha-d2l
@TaraliRabha-d2l 2 ай бұрын
মিহিৰাম
@sanjibpegu3501
@sanjibpegu3501 2 ай бұрын
কিহত ভুল হ'ল ? আমাৰ সমাজখন যোনে ভাল কাম কৰিব বা সঁচা কথা কৈ যায়। এই মানুহ বোৰক বেয়া বুলি কৈ । যোনে মিছা কথা কৈ লোকক ঠগা বাজি কৰিব পাৰে সেই বোৰ মানুহকেই ভাল বুলি কৈ বা বিশ্বাস কৰে।
@shiponabi
@shiponabi 2 ай бұрын
মিহিমুৱা!মাইকীমুৱা! তেলীয়া! চাতুকাৰ! বদমাছ! ধুৰন্ধৰ!এক্টিং মাষ্টৰ! আৰু বহু এনে বিভূষণেৰে শুৱনী হ’লা বোপাই!অসমৰ মানুহে তোক চিনি পালে ৷😊 তই এটা মস্ত হাৰামী বুলি এখন Certificate পালি৷
@BijoyTerangBijoy
@BijoyTerangBijoy 2 ай бұрын
Atia axomor best KZbin r hoise dimpu da aru b boys ❤❤
@aradhanabhuyan8962
@aradhanabhuyan8962 2 ай бұрын
Ketiaba bhul hoi jai manuhor... Next time pora hawodhan hobo dada
@hnd8030
@hnd8030 2 ай бұрын
অতিপাত মৌ ৰস সানি কথা কোৱা বাবে ইয়াক শিয়াল হৈ বুলি আগৰ পৰাই সন্দেহ আছিল। 😂 প্ৰমাণ 😂
@hopunmorisika8180
@hopunmorisika8180 2 ай бұрын
হাঁহি ফুৰ্তি হে হল হেনো ,লোভীয়া প্ৰাণী ।।
@RajuSaikia-y9h
@RajuSaikia-y9h 2 ай бұрын
❤❤❤❤
@pobontamuli4168
@pobontamuli4168 2 ай бұрын
টকাৰ বাবে নিজক বিক্ৰী কৰিবলৈ ও ক্ৰুন্ঠাবোধ নকৰে । বাৰে বাৰে যে ইহঁতৰ দৰে লোকসকলে হওঁকো নহওঁক হোটেল,ৰেষ্টুৰেন্ট বিলাকৰ যে প্ৰমোচন কৰি থাকে এইবিলাককো ধৰিব লাগে । লাজ পায় ক'ব কি ? তেখেতে বোলে সহায় হে কৰিছে ইমান ডাঙৰ scam টোত
@niponborah8103
@niponborah8103 2 ай бұрын
Manuh nu kuntu bhal ase..... 99% manuh poisa karne pagol ... Ami nijei beya.. poisa thuwa besi luvt thoise
@pobontamuli4168
@pobontamuli4168 2 ай бұрын
@@niponborah8103 মই ভাল বেয়া বিচাৰ বিবেচনা কৰিব নাযাও - কিন্তু ইহঁতৰ দৰে লোকসকলৰ বাবে বহুত মানুহে আজি মুখঠেকেছা খাবলৈ বাধ্য হয় ।। ইহঁতে বুজা উচিত সকলো মানুহৰে বিচাৰ বিবেচনা কৰিব পৰাকৈ জ্ঞানী নহয় !!
@aratigohain5885
@aratigohain5885 2 ай бұрын
ভবিষ্যতে সাবধান হব দা দা
@apurbabhuyan8121
@apurbabhuyan8121 2 ай бұрын
এইজনেই Jaggya construction নামৰ company এটাক বহুত inspiration কৰিছিল ।
@ronjitborah1997
@ronjitborah1997 2 ай бұрын
Tumi eneu bor tel mora kotha kua.😊
@gagannath1925
@gagannath1925 2 ай бұрын
টকা পালে আৰু কি লাগে নহয় জানো 😂
@mukulbhatta3549
@mukulbhatta3549 2 ай бұрын
Aijan Hori Hori Krishna Krishna Premananda
@GaMingStaR_TM
@GaMingStaR_TM 2 ай бұрын
প্ৰত্যেক কথাতে ইয়াৰ মাইকিমুৱা হাঁহি চোৱা, যেন সৰু চলি হে একো নাজানে।
@hiranyaray1301
@hiranyaray1301 2 ай бұрын
মিহিৰাম পৰাশৰ
@barnalidas2853
@barnalidas2853 2 ай бұрын
হাহি ফূৰ্তি কৰিবহে মাতিলে আপোনাক ?? এখেতসকলক এনেই মাতিছে এনেই মানে 😂
@nanimurmuvlog9209
@nanimurmuvlog9209 2 ай бұрын
Obviously p for police station.
@sss-vs7de
@sss-vs7de 2 ай бұрын
Right. .manuh sini poa t aajir jugat 100% vul hoi. .so we should be careful ourselves. .
@Biswajitdas-mg3jt
@Biswajitdas-mg3jt 2 ай бұрын
Mall 2 MihiRam ase 🤓 🤣 🤣
@pinkubaruah2900
@pinkubaruah2900 2 ай бұрын
Comment বিলাকৰ পৰা গম পোৱা যায় অসমত বহুত পিছৰ পৰা ভোকি থকা কুকুৰ আছে 🤔🤔🤔🤔
@MukulSarmah-e7s
@MukulSarmah-e7s 2 ай бұрын
সৰ্বজান্তা এওঁলোক। কেলা লাইম লাইটত দৌৰি থাকে ইহঁত,,,,বেছি চেনি দিয়া চাহ। এতিয়া সাৱধান হবা,আগতে কি ঘটিডাল কৰি আছিলা,,,,,, নিউজ,ভিউজ সকলো একাকাৰ কৰি কেবল প্ৰকাশৰ বিজ্ঞাপন নেকি?
@rajivbharadwaj6921
@rajivbharadwaj6921 2 ай бұрын
Eta bhal mic lobo news18.
@amlanjr.1190
@amlanjr.1190 2 ай бұрын
P for police station
@alokranjanbaruah3418
@alokranjanbaruah3418 2 ай бұрын
যিকোনো বস্তু promote কৰিবলৈ যাওঁতে ১০ বাৰ চিন্তা কৰিব লাগে।
@A..55B
@A..55B 2 ай бұрын
Eihtr gat vulei nai ni police e eihtr lgt bartalap koribo podcast koribo matisil 😂😂😂😂😂😂😂😂😂
@sidharthatamuli1561
@sidharthatamuli1561 2 ай бұрын
Mihiram aru mosto akora tar aku dukh nai
@rinkumili2957
@rinkumili2957 2 ай бұрын
আকৌ আৰু যাব লগা আছে নেকি
@mamonikakoti8272
@mamonikakoti8272 2 ай бұрын
Hahir majot kiba atta ase jen lagise
@thinkforward7296
@thinkforward7296 2 ай бұрын
Over acting kore dekhi kio...... interview, podcast loi...poisa pi babe ...jiti data koi dea
@himangshu3466
@himangshu3466 2 ай бұрын
পৰিয়ালৰ সৈতে ফ্ৰি কৈ ভাত খাই ঘুৰি ফুৰাটো 😂😂😂
@ronjimoran8346
@ronjimoran8346 2 ай бұрын
100% right.. Kebol.manuh sinatei vul.kora nai..,aru.bohut.vul.korise..,
@atultanti1597
@atultanti1597 2 ай бұрын
Kothakhini huni bhal lagil aguye jua,holeu ketiaba etai kotha amoni kore j tokai manuhok holoni hoboloi badhiya kore jen lagey,
@ddhemali2.040
@ddhemali2.040 2 ай бұрын
বাৰ্তালাপৰ নামত যাকে তাকে আলাপ দিবলৈ নামাতিব ককাইদেউ,, নহ'লে পিছলৈ বিলাপ কৰিব লাগিব।
@moon112009
@moon112009 2 ай бұрын
এইটো 1st time, আৰু 4 to 5 time মাতিব। তাৰ পিছত গম পাব।
@debojyotibharali4053
@debojyotibharali4053 2 ай бұрын
Chalo no 1
@samarjyotisonowal768
@samarjyotisonowal768 2 ай бұрын
বৰ্তমান বিতু দা আৰু সময় দাক ভাল লাগে ... । তেওঁলোকক একদম নিভাঁজ যেন লাগে ।
@hopunmorisika8180
@hopunmorisika8180 2 ай бұрын
দিম্পুলৈ মনত পৰে সি সচাই শিক্ষা থকা লৰা লোভীয়া নহয়
@bishalsarma5306
@bishalsarma5306 2 ай бұрын
😂😂ছেট
@prandeepsaikia7908
@prandeepsaikia7908 2 ай бұрын
Finlab bula moha probonsok etar video Dimpu e u bonaisil
@gakuldeka4608
@gakuldeka4608 2 ай бұрын
Nalberiya malll
@jatinborgohain587
@jatinborgohain587 2 ай бұрын
সময় গগৈ ❤❤❤❤❤
@UshaDevi-cg2ci
@UshaDevi-cg2ci 2 ай бұрын
যাকে তাকে নামাতিম আপোনাক ভাল বুলি ভাবিছিলো কিন্তু নহয় চব বিক্ৰী যোৱা
@paporigogoi9547
@paporigogoi9547 2 ай бұрын
আগত মানে একো nusuwake নিউজ কৰা ,আজি গম পালো কিমানৰৰ
@nirmalipathak3571
@nirmalipathak3571 2 ай бұрын
Takar lubhat jot tot jay.Apunar weight nuhuwa hoi goise.Hahitu jen jurkari di ase bhitarat kiman je bedana loi ase.Dada 'P'mane ki-----?
@pankajbora7670
@pankajbora7670 2 ай бұрын
c for chakarpani p for percelia
@madhujyabora6811
@madhujyabora6811 2 ай бұрын
কান্ধুলী মাছত কৈও danger..
@krishnagogoi1657
@krishnagogoi1657 2 ай бұрын
সময় গগৈৰ দৰে হব লাগে |
@rupjyotigogoidaxx5781
@rupjyotigogoidaxx5781 2 ай бұрын
Sakrapani dada apuunj. D dream. Company tur interview lposil. Ki. Hol. Bahut e money mar khale
@sanghamitrabora119
@sanghamitrabora119 2 ай бұрын
Yesss ki hol bondho hol neki
@MunmikalitaMunmikalita
@MunmikalitaMunmikalita 2 ай бұрын
Yes dhuniya kotha mnt Kori dise aapuni... dhanyawad...Karn eok bohut val buli vabisulo ru skrooanik bilive kri moi u sumai dilu d.dream ot so ru moja pab lage .... bishwash ghatok
@deadground733
@deadground733 2 ай бұрын
N for nilaz , T for telia ,M for mihiram= C for chakrapani
@dipaboruah3193
@dipaboruah3193 2 ай бұрын
Hahi uthil, apunar kotha huni....korobat kiba palei jopiai pore dekhn apuni
@pulakbarman6463
@pulakbarman6463 2 ай бұрын
এইবোৰ কৰি খোৱাতকৈ কিবা এটা বেলেগ কৰি খাব নোৱাৰি নে? কষ্ট কৰি ভাত খোৱা বেলেগক নিজৰ অনুষ্ঠানত মাতি ৰসাল কথা কৈ আনৰ ভাল বেয়া প্ৰচাৰ কৰি ধন ঘটাৰ আহিলা বনাব নালাগে।
@madeinassamnew573
@madeinassamnew573 2 ай бұрын
P for problem হৈছিলে নিকি বাও !!
@prabalbharadwaj27
@prabalbharadwaj27 2 ай бұрын
Seniram eta mosto.enekua manuh bohut danger
@artworld6596
@artworld6596 2 ай бұрын
Jiman g hole u police station jabo logia hoise...olop man sai siti kam koribo agole...tokare sonman kinibo pora najai monot rakhibo😊😊😊
@hopunmorisika8180
@hopunmorisika8180 2 ай бұрын
হাঁহি হাঁহি কোনে সুধি আছে
@ranjankrray8275
@ranjankrray8275 2 ай бұрын
ইয়াৰ নামত এখন Fliem বনিব লাগে
@ambikaborabora4551
@ambikaborabora4551 2 ай бұрын
Manuh jon bahut val hoi.manuhor kateaba vul hbo pare hai buli manuh jon beya hbo nuare.mur babe chokropani da hodai val.manuh janok moi bahut val pau
@jamesborah9936
@jamesborah9936 2 ай бұрын
Poisa pale sab koribo,
@pankajrajbanshi1877
@pankajrajbanshi1877 2 ай бұрын
Apunaluk bht besi tellia hoy
@purnaborah2910
@purnaborah2910 2 ай бұрын
Mass com kori
@gouranga9471
@gouranga9471 2 ай бұрын
P মানে parceliya না কি
@Kalitasvlogs
@Kalitasvlogs 2 ай бұрын
P for percelia
@abhijitlikson8734
@abhijitlikson8734 2 ай бұрын
মানুহ চিনি পোৱাত মোৰ ভূল হৈ গল" মানে আপুনি কি কব বিচাৰিছে ৰাইজক ? চুমি, বিশাল কোন হয় কব নাযাওঁ আপুনি কাৰোবাৰ বিষয়ে প্ৰচাৰ কৰিছিল সিহঁত বোৰ আইনৰ দৃষ্টিত অপৰাধী হোৱাৰ আগত । আপুনি বা মই বা অনান্য সকলে কাৰোবাৰ আগতীয়া পৰিকল্পনা কেনেকৈ বুজিব । তাত আপোনাৰ দোষ কেনেকৈ থাকিব । দোষ হব তেতিয়া , যেতিয়া আপুনি সেই কৰ্মৰ এজন অংশীদাৰী হব । সমাজখনক পংগু কৰা মাদক দ্ৰব্যৰ লগতে ধপাত জাতীয় সামগীৰ বিজ্ঞাপন দিয়া সকলৰ ওপৰত চৰকাৰে কি ব্যৱস্থা লব সেইয়াহে লক্ষ্যনীয় হব।
@MonjitSaikia-k9p
@MonjitSaikia-k9p 2 ай бұрын
Tekhetor durdokhiter ovab hei kotha jonai agote Jane akou gyanor obihone dirdokhi hobo nuware gaa pati luwar proujon ase janu !
@DeepjyotiHandique-pe4qi
@DeepjyotiHandique-pe4qi 2 ай бұрын
Oversmart লোকক ধৰিব নোৱাৰি। ফ্ৰড সকলে বহুত ধুনীয়াকৈ মিলাই লয়। এইটো ভাল গুণ বেছিকৈ ভণ্ড লোকৰ থাকে।
@channelp769
@channelp769 2 ай бұрын
Mukh khon khub mitha ....... P for percela 😅😅
@papuh7685
@papuh7685 2 ай бұрын
P For ..
@rajpriyamborah5747
@rajpriyamborah5747 2 ай бұрын
Aio deha...Tumi u sage poisa kaita man pala
@manikadas6987
@manikadas6987 2 ай бұрын
Apunar mukhota tension dekha paiseo dada
@comedy_assam
@comedy_assam 2 ай бұрын
A for apple 🍎 B for ball P for parcelia,,,😂😂😂 Mihi mihi k kotha kowa amr লুভিয়া dada😂😂
@dilipmahanta8479
@dilipmahanta8479 2 ай бұрын
পুলিচৰ সোধা পোছাত কোনোবাই ভাল লগা‌বুলি কোৱাটো ডি জি পিৰ গৌৰৱ। পুলিচৰ বহু বদনাম কটা গ,ল।
@ratulsaikia4348
@ratulsaikia4348 2 ай бұрын
A for apple 🍎 B for ball P for parcelia nohoi janu
@abhirun847
@abhirun847 2 ай бұрын
moi apunak contact krclu but apuni pattai nidile karon apuni nije kak choice kre aji buji paise
@BinoyBaruah-e9l
@BinoyBaruah-e9l 2 ай бұрын
Ram telia
@dhunonlysong240
@dhunonlysong240 2 ай бұрын
টকা মেন
@nilimakalita7018
@nilimakalita7018 2 ай бұрын
Aponar anosthan bahut bhal lage , gatike alapo habadhan hoi thakato bisaro
@antubiswas3393
@antubiswas3393 2 ай бұрын
I janekua dekhai originally anekua nohoi guys bahut honest dekhai originally nohoi I anekua
@unseenwarrior9680
@unseenwarrior9680 2 ай бұрын
Police tar lgt hahi furtire bartalap korile oo😂😂😂😂
@HiddenLove2352
@HiddenLove2352 Ай бұрын
এওঁৰ পৰাও সাৱধান হব হল😂
@arpitadutta9888
@arpitadutta9888 2 ай бұрын
Atia Sini Palaana
@MoromiDccsadiya
@MoromiDccsadiya 2 ай бұрын
Manuhor 1000 ta rup 1tar logt sinaki hobo pari 2tar lgt sinaki hobo pari kintu 1000ta sehera sini puatu bohut kothin.
@jubin6765
@jubin6765 2 ай бұрын
P for ?
@rawworld6542
@rawworld6542 2 ай бұрын
P for police
@jayanta5182
@jayanta5182 2 ай бұрын
Eitu mihiram...
Lamborghini vs Smoke 😱
00:38
Topper Guild
Рет қаралды 56 МЛН