ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত

  Рет қаралды 363,381

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 477
@prasantkasyap3922
@prasantkasyap3922 10 ай бұрын
যেতিয়ালৈকে মানুহে হৃদয়ত খুচ নাখাই তেতিয়ালৈ শব্দ আৰু কবিতাৰ সৃষ্টি নহয়।... Ultimate line...🙏
@usharanisaikia6912
@usharanisaikia6912 11 ай бұрын
মোৰ স্বামী আৰু মোৰ দুজন লৰা ড্ৰাইভাৰ। গতিকে ড্ৰাইভাৰ ক অসন্মান কৰিলে বহুতো দুখ লাগে।
@devidk7991
@devidk7991 Жыл бұрын
আশা কৰোঁ সকলো ড্ৰাইভাৰেই ৰূপম দত্ত ডাঙৰীয়াৰ দৰে গুনী হওক। তেখেতৰ ভৱিষ্যত আৰু সুখী আৰু আনন্দময় হওক।
@idulakhtar6736
@idulakhtar6736 2 жыл бұрын
মানবতাৰ সুন্দৰ নিদৰ্শন। এনে ধৰণৰ ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে দৰ্শক সকল যথেষ্ঠ উপকৃত হ'ব বুলি মই ভাবো।
@debasishgogoi9314
@debasishgogoi9314 2 жыл бұрын
কমেন্ট নিদিয়াকৈ থাকিব নোৱাৰিলো. সচাঁই দাদাৰ কথা কেইটাই হৃদয় চুই গ'ল.
@dipabhuyan3684
@dipabhuyan3684 2 жыл бұрын
ৰোপম ভাইতি দুলীয়াজানৰ পৰা কলো তোমাৰ কথাবিলাক শোনি থাকিবলৈ মন যাই ভিদিয়ি বিলাক চাই থাকো
@romenjit7549
@romenjit7549 2 жыл бұрын
God bless you rupom
@gstarchannel1073
@gstarchannel1073 2 жыл бұрын
ড্ৰাইভাৰৰ লৰা ড্ৰাইভাৰৰ জীৱন কাহিনী বুজি পাওঁ।ভাল লাগিল বহুত বহুত ভাল লাগিল।ড্ৰাইভাৰৰ হাতত বহুতৰ জীৱন থাকে। আপুনী আগুৱাই যোৱা।
@paragsway
@paragsway 2 жыл бұрын
চক্ৰপাণি পৰাশৰ দা.... প্ৰিয় সাংবাদিক জনৰ অনুষ্ঠানটো মোৰ খুবেই প্ৰিয়....
@debajit2106
@debajit2106 2 жыл бұрын
ৰূপ দা আপোনাক ল’গ পাবলৈ বহুত ইচ্ছা আছে৷লখিমপুৰ ধলপুৰৰ পৰা আপোনাক সেৱা জনালোঁ৷
@manashisvlogs2609
@manashisvlogs2609 2 жыл бұрын
অন্তৰ চুই যোৱা এটি বাৰ্তালাপ ভালে থাকক ৰূপম দা অলপমানো আমনি নলগা এটি কথোপকথন। দুয়োজনেই ভালে থাকক সদায় দুয়োজনেই আমাৰ সমাজৰ বাবে মূল্যৱান ❤
@bikibharali5240
@bikibharali5240 Жыл бұрын
হৃদয়স্পৰ্শী এটি বাৰ্তালাপ। মন চুই গ'ল ৰূপম দা❤😊
@PronabSharmah
@PronabSharmah 5 ай бұрын
ৰূপম দত্তৰ প্ৰেৰণামূলক তত্ত্ব গধূৰ পৰামৰ্শ ৰ বাবে অশেষ ধন্যবাদ আপুনি কুশলে থাকক এয়ে ভগবানৰ প্রতি প্রার্থনা
@manojkalitajanemon6166
@manojkalitajanemon6166 2 жыл бұрын
ময়ো এজন চালক কিন্তু গুৱাহাটী মহানগৰীত মিনি বাছৰ পৰিৱহণ বিভাগ হৈছে সবাতোকৈ জগৰীয়া মোৰ দিষ্টিত !
@neelimdas7746
@neelimdas7746 Жыл бұрын
অতি শেষত জীৱনক লৈ কোৱা কথা কেইটাই মন চুই গল ❤❤
@_sajid1274
@_sajid1274 2 жыл бұрын
জোৱা কালি ৰাতি , মানে ১৮ তাৰিখৰ দিনা ৰাতি ঠিক ২বাজি ২০ মিনিত ৰোপম দা বাছ (TANUJ TRAVEL) শিৱসাগৰ A.S.T.C সন্মুখত দেখিছিলো Thanks দিম বুলি আগবাঢি গৈছিলো কিন্তু ৰোপম দা গল গৈ।
@nabakachari6303
@nabakachari6303 2 жыл бұрын
নেজানো কিয়? ৰূপম দাৰ কথা শুনিলে শুনি থাকিবলে মন যায়! 🥀❣️
@mrinmoystudio4247
@mrinmoystudio4247 2 жыл бұрын
লাইফ অফ এ ড্ৰাইভাৰ ৰূপম দাৰ নাই অকণো অহংকাৰ নগাঁওৰ পৰা বহুতো মৰম ভালপোৱা ❤️🤩👍
@RekhamoniSaikia-gx6uw
@RekhamoniSaikia-gx6uw 11 ай бұрын
সকলো চালক ৰূপমদা দৰে হ'ব লাগে
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 2 жыл бұрын
100% right speace, Rupam , you will forward successfuly. মই মানি লৈছো, driver এটা মহান পদ,, । So thanks for GOD . Thanks all of. you..
@ankurjyotidas7085
@ankurjyotidas7085 2 жыл бұрын
Episode2 চাই খুব ভাল লাগিল....ইমান সুন্দৰভাৱে কথাবোৰ তেওঁ কয়...
@jinaborgohain1909
@jinaborgohain1909 Жыл бұрын
সচাঁ অন্তৰত সাচঁ বহুৱাব পৰা এজন শিক্ষিত যুবক । প্ৰতিটো কথাই ৰসাল আৰু সৰল মনৰ । কুশলে আগবাঢ়ি যাওক জীৱনৰ প্ৰতিটো দিন । বাৰ্তালাপলৈ শুভেচ্ছা জনালোঁ 🙏🙏
@rupamonigogoi592
@rupamonigogoi592 2 жыл бұрын
ইমান সুন্দৰ কৈ কথা বোৰ কৈছে ৰূপম দা শুনি ভাল লাগিল 👌👌
@mkmk9949
@mkmk9949 11 ай бұрын
ৰূপম দা , আপুনি অনন্য । you are talented
@MonomotiRabha-j8u
@MonomotiRabha-j8u 6 ай бұрын
পৰাশৰ ডাঙৰীয়া আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই ।ৰুপমদৰ দৰে মানুহ আপোনাৰ বাৰ্তালাপ ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সুযোগ দিয়াৰ বাবে।আপোনাৰ অনুষ্ঠান মোৰ বোৰ প্ৰিয়। দিৰ্ঘায়ো কামনা কৰিছোঁ।হাহিমৰ পৰা m rabha
@deeshadutta4556
@deeshadutta4556 2 жыл бұрын
বহুত কথাই শিকিবলৈ পালোঁ তাৰ বাবে দুয়োজন দাদা লৈ ধন্যবাদ জনাইছোঁ 🙏 ভগৱানৰ চৰণত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ 🙏
@crazygamer4661
@crazygamer4661 Жыл бұрын
পৰাশৰ দাদাই আজি বৰ সুন্দৰ প্রগেম দেখুৱালে 💚💚💚💚ধন্যবাদ জনালো😍😂😘😍😂😘😍😂😘
@pijushsaikia8685
@pijushsaikia8685 2 жыл бұрын
এজন সহজ মনৰ মানু্হ ❤️
@mamitasaikia6194
@mamitasaikia6194 Жыл бұрын
সকলো ড্ৰাইভাৰ একে নহয়।কোনোবা এজন দুজনৰ বাবেই সকলোৰে বদনাম হয়। আমিও সন্মান কৰো আৰু বুজি পাওঁ তেওঁলোকৰ কষ্ট বোৰ। তেখেতৰ আদৰ্শ আন ড্ৰাইভাৰ সকলেও ল'ব বুলি আশা কৰিলো
@sabinaahmed9894
@sabinaahmed9894 2 жыл бұрын
ৰূপম দাৰ কথাবিলাক শুনি থাকিব মন দাদা বহুত মৰম আপোনালৈ❤️❤️😘😘😘
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 11 ай бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে। গৰীচাল সকলক আপুনী আপোনাৰ দৰে কৰক।
@bhaskarbora6991
@bhaskarbora6991 2 жыл бұрын
Hosakoi dada apunar life story huni bohut val lgil....aru notun notun jate huni thakible pauu.. THANK U chakrapani parasar dada for giving a platform to hear rupam da life story🙏❣️🙏👍
@tiloksonowal460
@tiloksonowal460 2 жыл бұрын
সঁচাকৈ বহুত ভাল লাগিল ৰূপম দাৰ কিছু নজনা কথা বোৰ জানিবলৈ পায় .............♥️♥️♥️♥️♥️🙏🙏🙏🙏
@rakeshrajmusical6939
@rakeshrajmusical6939 5 ай бұрын
Rupam dak videot log pai val lagil❤❤❤
@travelingkhati5586
@travelingkhati5586 2 жыл бұрын
Comment nokorakoi thakibo nuari... Koduai u palale kisumn koithai Rupam dar. Kothabur huni bohut val lage Rupam dar 💟 aru Rupam dar ai vedio tua bohut hahokh, inspiration dile. Thank you Sakro da apunar vedio bur sai val lage... 💟
@bablubhuyan9067
@bablubhuyan9067 2 жыл бұрын
ৰূপম দাৰ কথাবোৰ বৰ ভাল লাগিল শুনিলে শুনি থাকিবলৈ মন যায় , দাদাৰ কিতাপ খন পঢ়া নাই যদিও পঢ়িবলৈ বহুত আগ্ৰহ আছে । মই তেজপুৰৰ পৰা দাদালৈ মৰম ❤❤❤যাছিলো আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলো 🙏🙏
@kamaleswermoran6034
@kamaleswermoran6034 2 жыл бұрын
Bohut val lage apunar .kothabur👍👍👍
@rakeshrajmusical6939
@rakeshrajmusical6939 5 ай бұрын
Kitaptu pohibo kub val lage
@satyabittuuu6720
@satyabittuuu6720 2 жыл бұрын
Rupam da aapunr kotha bor akdm Right 👌👌👌❣️❣️❣️
@rashmiboruah3762
@rashmiboruah3762 2 жыл бұрын
ইমান সহজ ভাৱে কলে কথাবোৰ বহুত বেছি ভাল লাগিল ককাইদেউ,,,,
@sabinaahmed9894
@sabinaahmed9894 2 жыл бұрын
বহুত বেছি ভাল লাগিল দুয়ো জন দাদাক❤️❤️❤️❤️ বহুত কথা শিকিলোঁ
@parbatinayak7359
@parbatinayak7359 2 жыл бұрын
কি বুলি কমেণট কৰিম ...বুজাব নোৱাৰা অনুভূতি ৰূপম দা ...........
@harjeetzg3646
@harjeetzg3646 2 жыл бұрын
বহুত শিকিলোঁ দাদা,,,শেষৰ কথাখিনি এ অন্তৰ চুই গৈছে। মোবাইলৰ পৰা কিছু আঁতৰত থকাৰ যৎপৰনাস্তি চেষ্টা চলাম।
@biswajittamuli4074
@biswajittamuli4074 2 жыл бұрын
প্ৰিয় ব্যক্তিজন Love From Gohpur ।
@Tinkudeka12
@Tinkudeka12 2 жыл бұрын
ধন্যবাদ আপোনালোকলৈ আজি বহুতখিনি ভাল কথা শিকিলো |
@mintugogoi7031
@mintugogoi7031 2 жыл бұрын
ইমান কষ্ট হয় যদিও আপুনি বহুত ভাল কিতাপ এখন উপহাৰ দিলে ভাল লাগিল
@nabajitbezbaruah1832
@nabajitbezbaruah1832 2 жыл бұрын
আপোনাৰ কথা শুনিলে এৰিব মন নাযায়, ইমান ধুনীয়া কৈ আমাৰ আগত জীবনৰ কথা বোৰ উপস্থাপন কৰিলেই, আপোনাক ভগবানে দীৰ্ঘায়ুখ কৰক, ভাল্ ভাল্ আমাক এনেকুৱা জ্ঞান দি যাওঁক l
@ankurjyoti533
@ankurjyoti533 2 жыл бұрын
ৰূপম দাদাৰ বাৰ্তালাপ শুনি বহুত বহুত আপ্লুত হ'লো, ইমান ধুনীয়াকৈ সকলো কথা ক'লে 🙏🙏
@sahilislam3212
@sahilislam3212 2 жыл бұрын
ভাল লাগে মানুহজন কিবা এটা❤️💐
@rintu7930
@rintu7930 2 жыл бұрын
ৰূপম দাৰ কথাবোৰ ইমানেই সুমধুৰ শুনিলে শুনি থাকিব য়ে থাকিব মন যায়। নাহৰকটিয়াৰ পৰা মৰম যাছিলোঁ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@mitaligogoi8635
@mitaligogoi8635 2 жыл бұрын
@@npdefanceassam2850 assamesenews
@pronotibaruah9219
@pronotibaruah9219 2 жыл бұрын
খুব ভাল লাগিল।কিতাপখন পঢ়ি লৰাজন চাবলৈ মন গৈ আছিল।লগতে চক্ৰপাণি পৰাশৰৰ কথাবোৰো খুব ভাল পা‌ওঁ।
@littlesneha458
@littlesneha458 2 жыл бұрын
অন্তৰ চুই গল..আপোনালৈ বহুত শুভ কামনা থাকিল দাদা..
@ghanakantadas8289
@ghanakantadas8289 11 ай бұрын
ৰুপম দত্ত ৰ সকআদৰ্শ সকলোৱে গ্ৰহণ কৰিব গ্ৰহন কৰিব লাগে।
@purnimagogoi5415
@purnimagogoi5415 2 жыл бұрын
ৰুপমদাৰ বাৰ্তালাপ শুনি ভাল লাগিল৷ঈশ্বৰে আপোনাক ভালে কুশলে ৰাখক৷
@purabiboruah4993
@purabiboruah4993 2 жыл бұрын
ইমান সুন্দৰকৈ কথা বোৰ কয়। শুনি থাকিব মন যায়।
@RamChandra-ks1wf
@RamChandra-ks1wf Жыл бұрын
Rupom da bor hundor lagel moi ajon driver hoi thank you. Sakoropani da
@mamonipatar2791
@mamonipatar2791 2 жыл бұрын
প্ৰথমতে আপোনাক ধন্যবাদ কাৰণ ৰূপম দাক বাৰ্তালাপলৈ মতাৰ বাবে
@intazali2116
@intazali2116 2 жыл бұрын
ৰূপম দাৰ কথাবোৰ বৰ ভাল লাগে
@momigogoi9238
@momigogoi9238 11 ай бұрын
ভাল লাগিল শুনি ।সুন্দৰ ।
@prakashdeka3446
@prakashdeka3446 2 жыл бұрын
খুবেই ভাল লাগিল interview ললে এনেকুৱা ব্যক্তিৰ লব লাগে
@bssrider9233
@bssrider9233 2 жыл бұрын
Love from Guwahati Rupam Da সদায় ভালে থাকক।
@manikasom3552
@manikasom3552 2 жыл бұрын
ভাল লাগিল।ভগৱানে আপোনাক শক্তি প্ৰদান কৰিছে।আগুৱাই যাওক।
@priyampratibha2178
@priyampratibha2178 2 жыл бұрын
দুয়োজন প্ৰিয় ব্যক্তিৰ প্ৰতিটো কথাই হৃদয় জিনি গ'ল
@bijitsaikia1491
@bijitsaikia1491 2 жыл бұрын
মৰমৰ ৰূপম দাৰ কথাবিলাক বৰ মৰমলগা। আপোনাৰ কথাবিলাক সকলো চালকে আদৰ্শ হিচাপে লওক তাৰ কামনা কৰিলো।
@dhanjitdas4235
@dhanjitdas4235 2 жыл бұрын
Uffffff ki kom vakha ni mnuh ne apuni vogoban😭💕🥺
@nabajyotiproduction6876
@nabajyotiproduction6876 2 жыл бұрын
ভাল লাগিল……💚💙 ৰূপম ককাইদেউৰ দুয়োখন গ্ৰন্থই পঢ়িছো খুবেই ভাল লাগিছে😊
@jeetbaruah2964
@jeetbaruah2964 2 жыл бұрын
কৰ্ম ব্যস্ততাৰ মাজত পঢ়িবলৈ সময় নাপাওঁ , অৱশেষত কিতাপ খনৰ ফটো উঠাই ৰাতি ৰাতি পঢ়িবলৈ আৰম্ভ কৰিলো । অংকিতাৰ এক্সিদেন্টৰ কাহিনীটোত বহুত কান্দিলো ৰাতি ২:৩০ বজাত । আজি পুৱা ৪ বজালৈ পঢ়িলো । আপোনালৈ বহুত বহুত ধন্যবাদ দাদা ।
@rajibborah7777
@rajibborah7777 2 жыл бұрын
মানুহ জন মোৰ বৰ প্ৰিয়🌹❤️
@Sahillsvideo
@Sahillsvideo 5 ай бұрын
ভাল লাগিল ৰূপম দা❤
@nipadeka1739
@nipadeka1739 Жыл бұрын
Eman besi sweet dadajon.bhut val lagil.bhut kotha xikib parilu.asolote xakalore pora kiba nhy kiba xikib pari.aru poraxor da aponak bhut....................val lage🥰🥰🥰
@pkdutta7953
@pkdutta7953 2 жыл бұрын
ৰূপম দত্তৰ কথাবোৰ শুনি থাকিলেও আমনি নালাগে তেখেতৰ লাইফ অৱ দ্ৰাইভাৰ কিতাপ খন্ দুবাৰ পঢ়িও আমনি নালাগে এতিয়া সপোনৰ শেষত কিতাপ খন্ পঢ়ি আছো শেষ হও হও নতুনকৈ কিতাপ কেতিয়া কৈ পাম। মই মৰাণত থাকো মৰাণতে লগ পোৱাৰ আশা থাকিল।মৰাণ কিমান সময়ত পাই জনাব।
@dibyajyotiborahvlogs
@dibyajyotiborahvlogs 2 жыл бұрын
ৰূপম দা। আপোনাৰ সংস্পৰ্শই মানুহক ভাবিবলৈ শিকাব পাৰে।
@munmiscreationmunmi23
@munmiscreationmunmi23 2 жыл бұрын
আপোনাৰ কথাবোৰে অন্তৰ চুই গল দাদা, সুস্থ শৰীৰে সদায় ভালে থাকক। Thank you so much bartalap ♥️♥️♥️
@padmaramdas-wx5cr
@padmaramdas-wx5cr 11 ай бұрын
ৰূপাম দা very good
@abhinabboro001
@abhinabboro001 Жыл бұрын
Bohout val kotha kola mon val lage gol ❣️ moyou ata driver
@upperassampranjal
@upperassampranjal 2 жыл бұрын
সচাকৈ বহুত ভাল লাগিল,,,,❤️❤️❤️❤️❤️❤️❤️❤️❤️
@rintu7930
@rintu7930 2 жыл бұрын
ৰূপম দাৰ কথা শুনিলৈ শুনি থাকিব য়ে থাকিব মন যায়। নাহৰকটিয়াৰ পৰা মৰম যাছিলো❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@dipankardekaofficial862
@dipankardekaofficial862 2 жыл бұрын
Kthabor huni bhut vl lgil❤️❤️
@goalporiyaloramoi9981
@goalporiyaloramoi9981 2 жыл бұрын
আপোনালোক দুয়োজনকে এদিন লগ কৰিব খুৱ ইচ্ছা আছে
@panitadeka8975
@panitadeka8975 11 ай бұрын
ৰূপম দাৰ গুৱাহাটী পৰা আপোনি কোন থাইলৈ যোৱা ❤❤
@mintugogoi7031
@mintugogoi7031 2 жыл бұрын
ইমান সুন্দৰ আপোনাৰ কথা বোৰ কিতাপ খন পঢ়ি ধন্যবাদ
@probikervlogs2105
@probikervlogs2105 2 жыл бұрын
খাতি মানুহ ৰুপম দা
@madhumitasarma3845
@madhumitasarma3845 11 ай бұрын
চক্ৰপাণি বৰ ভাল তোমালোকৰ বাৰ্তালাপ খিনি শুনি
@jiyasharma3138
@jiyasharma3138 2 жыл бұрын
ইমান সহজ মানুহজন😊 Rupam daa❤️
@dutta22
@dutta22 2 жыл бұрын
*সুন্দৰ🙏❤️ককাইদেউ👌ধেমাজিৰ পৰা মৰম যাছিলোঁ*
@gangulymili783
@gangulymili783 2 жыл бұрын
Apuni cricket player neki?
@Gsaikia000
@Gsaikia000 2 жыл бұрын
এটা কথা সচা দিনৰ পৰা যেতিয়া ৰাতি হয় সেইটো সময়ত গাড়ী চলাবলৈ বহুত কষ্ট। আৰু বৰষুণ দিলেটো হৈছে আৰু, মইও গাড়ী চলোৱা সময়ত এইটো ভাবো যে মোৰ ওপৰতে সকলো মানুহৰ আশা । সেইবাবে যিমান পাৰোঁ ভালকৈ চলাবলৈ চেষ্টা কৰো।
@abdulbatenmollah9971
@abdulbatenmollah9971 2 жыл бұрын
Ohhh my Allah!!! Iman duniya lagil kotha bor. And kiba hikibo parilu. Allah bless you Rupom daa
@rupaiiiasom3971
@rupaiiiasom3971 2 жыл бұрын
Love from sivasagar ম‌ই এজন driver হয় Love you rupom da
@sunuborah880
@sunuborah880 2 жыл бұрын
Kthabur bohut Sundar xunie thakibo mon ji...emn ejon vl manuh...
@emonbhuyan5659
@emonbhuyan5659 11 ай бұрын
রূপম দাইটি ❤❤
@debojittalukdar6626
@debojittalukdar6626 2 жыл бұрын
বহুত ধুনীয়া লাগিল।
@dipaligohain3788
@dipaligohain3788 2 жыл бұрын
সচাকৈ ৰূপমদা কথাবোৰ শুনি বহুত ভাল লাগিল ।
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 8 ай бұрын
Rupom da apuni aru agbahi juk vagaban apunr uprot asa🎉🎉🎉❤❤🎉🎉🎉
@JIRI138
@JIRI138 2 жыл бұрын
চক্ৰপানি তোমাৰ আনুস্থানবোৰ চাই বৰ ভাল লাগে চাই থাকিলে চাই থাকিবয়ে মন যায় ...
@g._it_.u
@g._it_.u 2 жыл бұрын
মই কিতাপ খন পঢ়িছিলো বহুত ভাল লাগিল। Love from Tinsukia 🥰
@porivlog4063
@porivlog4063 2 жыл бұрын
Rupam DA kotha bur huni thakile huniai thakibo Mon jai. Apunar huswaithoi kamona korilu Rupam da.apunar sistire Ako natun pravat anibo.
@nabajyotichetiaofficial5636
@nabajyotichetiaofficial5636 2 жыл бұрын
আপোনাৰ কথাবিলাক শুনি বহুত ভাল লাগে ৰূপম দা
@bhakhikas.gofficial9616
@bhakhikas.gofficial9616 2 жыл бұрын
আপুনি সদায় বিশেষ আৰু সদায় প্ৰিয়
@meow-hg8dy
@meow-hg8dy 2 жыл бұрын
মই এতিয়ালৈকে চোৱা শ্ৰেষ্ঠ interview ❤️❤️
@parashmonibaruah9846
@parashmonibaruah9846 2 жыл бұрын
Hundor dada 😍😍😍😍😍😍আমাৰ প্রেৰণা হৈ ৰব আপোনালোক 😍😍
@hareswarroy4426
@hareswarroy4426 2 жыл бұрын
ৰূপম দাৰ কথা শুনিলে শুনি থাকিব মন যায়।
@sandeepnandi8118
@sandeepnandi8118 2 жыл бұрын
Real roll model dada....hats off to you....warm regards and lots of lov.
@debajitdihingia2825
@debajitdihingia2825 2 жыл бұрын
Val lagil Rupam daa r kotha Keita huni social media r bikhoye
@Scrollingentertainment96
@Scrollingentertainment96 2 жыл бұрын
বহুত বহুত অনুপ্ৰেৰণা পালো
@dharjensaikia9367
@dharjensaikia9367 2 жыл бұрын
Sir Rupam, you are great. May Almighty bless you and your family.
@sSongs-uc6cu
@sSongs-uc6cu 2 жыл бұрын
সচাই বহুত ভাল লাগিল ♥️
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 53 МЛН
If people acted like cats 🙀😹 LeoNata family #shorts
00:22
LeoNata Family
Рет қаралды 42 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 97 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10