No video

#CHIRANG

  Рет қаралды 212

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#CHIRANG | দেওবাৰে সন্ধিয়া চিৰাং জিলাৰ হাস্ৰাওবাৰীত এবিএমছু আৰু আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজনক আটক।
চিৰাং জিলা কাজলগাওঁ থানাৰ অন্তৰ্গত হাস্ৰাওবাৰী গাঁওৰ এবিএমছুৰৰ কৰ্ম কৰ্তা, ৰাইজ আৰু আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত ২ কেজি ৬০০ গ্ৰাম গাঞ্জা জব্দ কৰা হয় আৰু লগতে গাঞ্জা ব্যৱসায় কৰা বানেজ আলীক কৰায়ত্ত কৰা হয়।
নিজৰ ঘৰৰ পৰা বানেজ আলীয়ে বহু দিনৰ পৰা চলাই আছিল গাঞ্জাৰ ৰমৰমিয়া বেহা। বানেজ আলিক গাঁওবাসীয়ে কাজলগাওঁ আৰক্ষীক গতাই দিয়ে।
#bongaigaontimes #chirangnews #news #assam #breakingnews #NewsUpdate

Пікірлер
Magic? 😨
00:14
Andrey Grechka
Рет қаралды 13 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 16 МЛН
Now, ‘martyr’ family gets Foreigners’ Tribunal notice
2:42
Why UK 🇬🇧 is going Bankrupt? : Detailed Economic Case Study
20:37
Think School
Рет қаралды 1,5 МЛН