Рет қаралды 27,443
#graphiccontent
সংঘাত সৃষ্টিৰ ষড়যন্ত্ৰত নামিছে বিজেপি নেতা। উজনি-নামনি সংঘাতৰ আঁৰত বিজেপি সভাপতি। আছু-আটাছু-লাচিত সেনাক বদনাম কৰাৰ আঁৰত বিজেপি নেতা। বিজেপি নেতা ময়ূৰ বৰগোঁহাইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews