class 10 maths//chepter 6 question bank assamese medium//ত্রিভুজ//triangle

  Рет қаралды 46

Muktarul Sir

Muktarul Sir

Күн бұрын

Class 10 maths chapter 6 assamese medium
Class 10 maths chapter 6 triangle assamese medium
Class 10 maths chapter 6 question bank assamese medium
Class 10 maths question bank solution assamese medium
Class 10 maths triangle question bank assamese medium
Class 10 maths previous year exm solution assamese medium
প্রমাণ কৰা যে, এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ বৰ্গৰ। তিনিগুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ চাৰিগুণৰ সমান
ABCD ট্রেপিজিয়ামৰ AB|IDC আৰু 'AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ • বিন্দুত ছেদ কৰে। দুটা ত্রিভুজৰ। কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে। (OA)/(OC) = (OB)/(OD)
সমকোণী ত্রিভুজত, প্রামাণ কৰা যে অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান।
সমকোণী ত্রিভুজ ABC ৰ B সমকোণ। AD আৰু CE ক্রমে A আৰু Cৰ পৰা মধ্যমা। যদি AC = 5 মি. আৰু AD = (3sqrt(5))/2মি., CE ৰ দৈর্ঘ্য নির্ণয় কৰা।
ΔΑΒΟৰ Α ৰ পৰা BC ৰ ওপৰত আঁকা লম্বডালে BC বাহুক D বিন্দুত কাটে য়াতে BD = 3CD । প্রমাণ কৰা যে 2AB²= 2Ac²+ Bc²
প্রমাণ কৰা যে, দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ত্ৰিভুজ। দুটাৰ দুটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান।
যদি XY ৰেখাখণ্ড ABC ৰ AC' বাহুৰ সমান্তৰাল হয়, | আৰু ই ত্রিভুজটো সমান কালিৰ দুটা অংশত ভাগ কৰে; [ তেন্তে নিৰ্ণয় কৰা। (XB)/(AB)
ABC সমবাহু ত্রিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু। যাতে BD =1/3BC. প্রমাণ কৰা যে 9AD²= 7AB²
ABCD ট্রেপিজিয়ামৰ AB || DC. ইয়াৰ অসমান্তৰাল বাহু AD, আৰু BC ৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে EF আৰু AB সমান্তৰাল। দেখুওৱা যে (AE)/(ED) = (BF)/(FC)
ABC সমকোণী ত্রিভুজৰc সমকোণ। CA আৰু CB বাহুত যথাক্রমে D. আৰু E দুটা বিন্দু। প্রমাণ কৰা যে AE²+ BD²= AB²+ DE²
দুটা সদৃশ ত্রিভুজৰ কালি সমান হ'লে, প্রমাণ কৰা যে ত্রিভুজদুটা সর্বসম।

Пікірлер: 1
@Muktarulsir
@Muktarulsir 11 сағат бұрын
Q 5 to tmalokor 25 ata roi gol 25/4+25-45/4 25+100-45/ 125-45/4 80/4 20 20k root kora paba 2root 5 Airo CE r man hbo
How to Study Maths🔥| 5 Simple steps to Score 100 in Maths| Prashant Kirad
12:45
ExpHub - Prashant Kirad
Рет қаралды 3 МЛН
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,5 МЛН
half yearly exam morigaon district//class 10 maths assamese medium
1:08:05
5 Steps to Become Topper🔥| Secret Study Tips to Score Highest | Prashant Kirad
13:22
Mixed Grammar Quiz:  if you score over 80 % on this quiz, you are FANTASTIC!
10:50
Prime English Tutorial
Рет қаралды 19 М.
How to STUDY so FAST that it feels ILLEGAL😳
7:21
jspark
Рет қаралды 1,5 МЛН