CM Himanta Biswa on ADRE Paper Leaked | প্ৰশ্নকাকত ভাইৰেলক লৈ মুখ্যমন্ত্ৰীৰ ব্যংগাত্মক মন্তব্য। N18V

  Рет қаралды 55,245

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

CM Himanta Biswa on ADRE Paper Viral | প্ৰশ্নকাকত ভাইৰেলক লৈ মুখ্যমন্ত্ৰীৰ ব্যংগাত্মক মন্তব্য। যিদৰে বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলৰ মূল্য নাই ঠিক তেনেদৰে পৰীক্ষা হৈ যোৱাৰ পিছতো ভাইৰেল হ'লে কোনো মূল্য নাই |
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#cmhimantabiswasarma #himantabiswasarma #adrepaperviral #viralpaper
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 311
@joonahmed5741
@joonahmed5741 Ай бұрын
মূল্য যদি নাই তেন্তে প্ৰশ্নকাকত লগত দি দিয়ক
@sumosd64
@sumosd64 Ай бұрын
Exactly
@somirbhaitipstrick6602
@somirbhaitipstrick6602 Ай бұрын
Next di dibo bli notice dse SLRC a
@kapildbasumatary9023
@kapildbasumatary9023 Ай бұрын
SEBA k toh koisil a Mamai dibo. But SEBAi hei diya nai
@fashionhub8257
@fashionhub8257 Ай бұрын
​@@somirbhaitipstrick6602 tetia leak holeo gom napabo
@abinashbordoloi4341
@abinashbordoloi4341 Ай бұрын
​@@somirbhaitipstrick6602SLRC e nohoi himanta biswa sharma I koi dise
@indianvloggerrahul
@indianvloggerrahul Ай бұрын
বালৰ কথা কয় ১বছৰৰ পৰা কষ্ট কৰি পঢ়ি যিসকলে exam দিব গৈছে সিহঁতক হুধক ডাঙৰীয়া only নিজৰ চলি পলিৰ কথা ভাবি মুখ্য মন্ত্ৰী হলে নহব ।। আৰু আপোনাৰ মন্তব্যৰ উপৰত প্ৰশ্ন ১/ পৰীক্ষা শেষ হোৱাৰ পাছত কিয় প্ৰশ্ন কাকত নিদিয়ে?( এতিয়া যে ভাইৰেল হল তাৰবাবে এতিয়া প্ৰশ্ন কাকতৰ কাম নাই নেকি) ২/ বেলেগ ৰাজ্য বিলাকৰ দৰে আমাৰ কিয় answer key নুলাই? ৩/মাৰ্ক চিত কিয় নিদিয়ে subject wise (দম নাই নেকি ,নে ১৫০০ টকীয়া বোৰৰ বাবেও post ৰিজাৰ্ভ কৰা আছে)
@kangkanjyotibarman9366
@kangkanjyotibarman9366 Ай бұрын
r u dumb or what? jonmor prai ene nki.
@TCF573
@TCF573 Ай бұрын
@@indianvloggerrahul hei CM tue sob kotha byonga kori koi.. Heituei tar mania
@TCF573
@TCF573 Ай бұрын
@@indianvloggerrahul hei CM tue sob kotha byonga korie koi heituei tar mania soboke Vorir tolor. buli bhabe
@champakrabha1205
@champakrabha1205 Ай бұрын
আকদম সঁচা কথা
@zreducationallive8000
@zreducationallive8000 Ай бұрын
Cmk ane ke kobo napai 😂😂😂😂, Mama jui 😂😂😂
@taradoi7957
@taradoi7957 Ай бұрын
মোৰ প্ৰশ্ন যদি প্ৰশ্ন কাকতৰ পৰীক্ষা হৈ যোৱাৰ পাছত মুল্যই নাই তেন্তে পৰীক্ষাথীক কিয় প্ৰশ্ন কাকত নিদিলে ? ৰহস্য কি ?
@mdmosarafhussain2809
@mdmosarafhussain2809 Ай бұрын
Right
@AssamTechGunjan
@AssamTechGunjan Ай бұрын
Leak হোৱা কাকত খনৰ photo click কৰাৰ time টো আমাক ৰাজহুৱা কৰক, অন্যথা কেতিয়াও মানি নলও.....
@bishwajyotigogoi5368
@bishwajyotigogoi5368 Ай бұрын
আৰু কেইবছৰ মানৰ পাছত ADRE APSC দিয়াত কৈ মুখ্যমন্ত্ৰী MP MLA ৰ বাবে হে প্ৰতিযোগিতা চলাম কিয়নো মোকো ২৫বছৰৰ পাছত ভাৰতীয় সংবিধানে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক হবলে যোগ্যতা দিছে গতিকে এইবোৰ ফাকিবাজী পৰীক্ষা দিয়াতকৈ নিবনুৱা বোৰে নিজৰ নিজৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় যাওঁক, কিয়নো বিধায়ক, সাংসদ, মুখ্যমন্ত্ৰী সকলোকে ৰাজ্যপালে নিয়োগ কৰে অৰ্থাৎ Employer Governor and Employees বিধায়ক মুখ্যমন্ত্ৰী নহলে কিহৰ কাৰণে দৰমহা দিয়ে কিহৰ কাৰণে পুৰণি পেঞ্চন নীতি মতে পেঞ্চন পাই!?? এওঁলোকেতো দেশ সেৱা বিনা পাৰিশ্ৰমিকে আগবহাব লাগিছিলে কিন্তু এই ওপৰৰ কাৰ্যবাহী পদ বিলাক স্বাধীনতাৰ সময়ত অশিক্ষিত নিৰক্ষৰ লোক বেছি থকাৰ বাবেই সেই ব্ৰিটিছৰ শোষণ নীতি যি স্বাধীনতাৰ পাছত ভাৰতীয় সকলে বৰ্তমানলৈকে বৰ্তাই ৰাখিছে তাৰ বাহিৰে অন্য একো নাই।
@itsmeprof4677
@itsmeprof4677 Ай бұрын
তেতিয়া হলে মামা আপুনি ১৬ জনক কিয় গ্ৰেপ্তাৰ কৰিলে? আৰু আপুনিও এজন মানুহ হয় আৰু আপোনাৰ নিৰ্দেশ মতে কাম কৰা সকলো মানুহেই হয় গতিকে মানুহ মাত্ৰেই ভুল😊 সঁকীয়াই চালে দোষী ওলাই পৰিব চিন্তা নকৰিব। আমাৰ দৰে দুখীয়া বোৰক এনেও চাকৰি নিদিয়ে কিয়নো আমি ১২ লাখ টকা ঘুচ দিব নোৱাৰোঁ। জয় আই অসম 🙏
@kanishka6445
@kanishka6445 Ай бұрын
Central exam ৰ দৰে Answer key দিয়ক marit list দিয়ক .... কিমান মাৰ্কৰ পৰা cutoff যায়.... ইমান যদি নিকা exam হৈছে..... তেতিয়াহে সাধাৰণ মানুহৰ লৰা ছোৱালীয়ে চাকৰি পাব....
@hobiburrahman2376
@hobiburrahman2376 Ай бұрын
Exactly
@k.......B...4273
@k.......B...4273 Ай бұрын
Yes❤ cutoff mark aru sab r mark dibo lage
@rupjyotideka8524
@rupjyotideka8524 Ай бұрын
Yes. I m agree with u.
@Rreview_1
@Rreview_1 Ай бұрын
নিজৰ দোষ লুকাবলৈ আনৰ গাত দোষ চপাই দিয়া। Good decision 👍
@asish1096
@asish1096 Ай бұрын
কথা আছিল প্ৰশ্ন কাকত খনৰ লগত OMR খন জমা লোৱা, যদি প্ৰশ্ন খন centre 1 তাত 2.15 loike আছিলে তেতিয়া OMR খন সেই centre টোত বা বাকী centre বোৰত কেইটা লৈকে আছিলে, কাৰণে omr fillup koribole 5 minute ও নালাগে বাকী ,আমাৰ future সিহঁতৰ হাতত আছে যদি আমাৰ জনাৰো odhikar আছে
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
হিমন্তৰ কথা শুনিলে এনে লাগে যেন তেও এই প্ৰিথিবীত নাই যেন লাগে
@dhanjitnath4013
@dhanjitnath4013 Ай бұрын
আপুনি মহিলাবোৰক কাপোৰখুলি চেকিং কৰিব দিছে নেকি ? 🙏🌹
@aloneff20-yt
@aloneff20-yt Ай бұрын
11 লাখ লৰা কি মহামূৰ্খ নেকি । ঘিউ বোলা বস্তুটো নাই নেকি 11 লাখ
@guptasarmah8949
@guptasarmah8949 Ай бұрын
যদি প্ৰশ্ন কাকতৰ কোনো মূল্য নাই তেন্তে পৰীক্ষাৰ্থী সকলৰ পৰা কাকতখন ৰাখি থোৱাৰ কাৰণ কি? সেই বিষয়টো ৰাইজক বুজাই দিয়াতো ভাল। নিশ্বয় কিবা গোপনীয়তা আছে বাবেই কাকতখন ৰাখি থোৱা হয়। পৰীক্ষাৰ্থীক ঘৰলৈ নিবলৈ নিদিয়া কাকতখন যদি পাছত ফাদিল হয়, তেন্তে পৰীক্ষাৰ আগত যে ফাদিল হোৱা নাই তাৰ কিবা গেৰাণ্টি আছে জানো। প্ৰায়ে দেখা যায় মুখ্যমন্ত্রীয়ে যিকোনো গম্ভীৰ বিষয় এৰাই চলিবলৈ হওক বা দায় সাৰিবলৈ হওক ভেঙুচালি সূচক তৰল মন্তব্য কৰে। তাৰ পৰাই মুখ্যমন্ত্রী হিচাপে দায়বদ্ধতা কিমান প্ৰকাশ পায়।
@pranabozah4917
@pranabozah4917 Ай бұрын
সুচাৰু ৰূপে পৰীক্ষা সম্পন্ন হৈছে ৷ইমান বৃহৎ সংখ্যক প্ৰাৰ্থী অৱতীৰ্ণ হোৱা নিযুক্তি পৰীক্ষাত বেমেজালি নোহোৱাটোৱে হয়টো দোষ বিচাৰি থকা সকলক হতাশ কৰিলে ৷ইমান ভালো ভাল নহয়, এনে মানসিকতা প্ৰদৰ্শণ কৰি পৰীক্ষা সম্পন্ন হোৱাৰ পিছত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটোক ঢৌ টোকে ৰৌ কৰা হল ৷সমালোচনা স্বাৰ্থত সমালোচনা নকৰি ভাল কামৰ প্ৰশংসাও কৰিব লাগে ৷
@bishwajyotigogoi5368
@bishwajyotigogoi5368 Ай бұрын
পিছে কিমান নম্বৰ পাই এজন পাৰ্থীয়ে সেইটো দিব নোৱাৰা কেনেকুৱা চৰকাৰ 😅😅 প্ৰশ্ন কাকত ফাফিল হলত কিবা দুৰ্নীতি হৈছে নে নাই নাজানো কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত কি স্বচতা দি চাকৰি দিব কিয় সকলোৰে প্ৰাপ্ত নম্বৰ দিয়াৰ ব্যবস্থা কিয় কৰা নাই😂😂 নে দক্ষিণা দিব লাগিব
@debenhandique9958
@debenhandique9958 Ай бұрын
মূখৰ জৱাব ৰাখি কথা কব মহাশয়, বিয়া ৰভাৰ লগত তুলনা নকৰিব।১২লাখ canditor অনলাইনৰ মূনাফা কোনে পাব।
@saifulsikdar9761
@saifulsikdar9761 Ай бұрын
ব্যৰ্থতা মানি ল'ব পৰা নাই মামাই। আমি প্ৰশ্ন ফাদিল কৰাৰ সঠিক তদন্ত বিছাৰিছো নহ'লে যিসকল প্ৰাৰ্থীয়ে বহুত কষ্ট কৰি পঢ়া-শুনা কৰি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই গৈছিল তেখেতসকলৰ কষ্ট এনেই বিফল হব।
@BijoyDeka-u5k
@BijoyDeka-u5k Ай бұрын
Rocky r guti duta suhi thak
@saifulsikdar9761
@saifulsikdar9761 Ай бұрын
@@BijoyDeka-u5k tor aro ki hol, kiman toka disa Questions out korar karone. Tok todonto koribo lagibo..
@Njk1255
@Njk1255 Ай бұрын
​@@BijoyDeka-u5keman din a toiu eke guti suhi asili.. 500 toka eta bjp r naam tu loi pua krne hehote hagi dileu khabi toi
@BijoyDeka-u5k
@BijoyDeka-u5k Ай бұрын
@@Njk1255 500 toka tur bhoiyeror logot coffee khabo jaute lage hodai, 500 t solibo nuari baba
@Njk1255
@Njk1255 Ай бұрын
​@@BijoyDeka-u5k 500 toka tur krne bohut.. lal sah khua manuh tui coffee r lebl dile nasaje. Eman din a bjp k gali para manuh tui kihor krne bjp supporter hoise jana ase. Vul tut maat dibo hikibi.. hagi dilei mukh khn meli nidibi
@daizee4510
@daizee4510 Ай бұрын
অহংকাৰী এজনৰ পৰা কি আশা কৰিব ৷ সাংবাদিকৰ ভুল হৈছে , তেওঁৰ পৰা উত্তৰ বিছাৰি ৷ কিমান সময়ত ভাইৰেল হৈছিল কিয় কব নোৱাৰে ? কুচ টো হ্যে , ভাই কুছ টো হ্যে...৷
@PureReview5
@PureReview5 Ай бұрын
Dear CM sir, Apuni recruitment babe Compitive exam pata nasil mane Gutai Assam juri dangor Bia ha patisil na, din rati ek kri kosto kri exam diba jua candidate bur biyar atithi asil na, borjatri asil, apuni ane kotha koi candidate burk aru taulkr kosto handhanak tuoso tatislo, krise bhut apaman krise nijor sorkar dukh dakhiboli goi, ai paper leaked case tu ata guwahati high court dara judiciary enquiry ata diboli hakhok kriba parib na, baru
@digantakrrabha9647
@digantakrrabha9647 Ай бұрын
Mojjjaa mama
@Akash-ok7su
@Akash-ok7su Ай бұрын
Misa kotha, ADRE paper leak hoise. We want retest. Bjp go back
@BijoyDeka-u5k
@BijoyDeka-u5k Ай бұрын
Toi geda ali
@aizen27399
@aizen27399 Ай бұрын
toi re holeo napao 😂😂😂
@maindasaccount
@maindasaccount Ай бұрын
Right 😅😅​@@aizen27399
@subarnachetia9560
@subarnachetia9560 Ай бұрын
Sob bostu perfect nohoi.. Korobat kiba hoboai... Sob sualii u hua ny..lora u kisumanor hoisa... Thakibo aii..kunau vogowan nhoi j sob perfect hobo...janaka pasta angoli homan nhoi tankoi kunau perfect nhoi.. But i appreciate govt...alteast agor sarkarkhonot koi val hoisa... Sobotai vul bisarela akou dinoloi ghure jabo hola... Gom paisa nhoi grade 4 sakori pora APSC loi akol kalangkarii.. So val hobo laha laha ka... Akadinotai Tajmahal bonabo nwaraa..
@babulsaikia462
@babulsaikia462 Ай бұрын
কথা ক'ব জানিলে মৰণ নাই।
@pranabjyotijyoti6261
@pranabjyotijyoti6261 Ай бұрын
আচৰিত জনক কথা দেই মুখ্য মন্ত্ৰী ডাঙৰীয়া
@dibbagaming25
@dibbagaming25 Ай бұрын
Dear mama jodi ankai kotha then nxt exam r pra kindly amk question paper khn ghrt niboloi dibo please
@kanakrabha3239
@kanakrabha3239 Ай бұрын
9 বজাতে নেট কাটিছে কেনেকৈ ভাইৰেল হব পাৰে কিছুমানে উৰা বাতৰি কৰি আছে 2 বজাৰ পিছত ওলালে কাৰৰে ক্ষতি নহয়।
@munindraray180
@munindraray180 Ай бұрын
যদি সঁচাকৈ পেপাৰ লিক কৰিছে তেতিয়া হলে লীক কৰতাজনক এনেকা শাস্তি দিব লাগে যাতে আগলৈ এনে কাম কৰিবলৈ 100 বাৰ ভাবিব লাগে। মুখ্যমন্ত্ৰী ক দোষ দি কি লাভ আছে এখন সুস্থ সমাজ গঢ়িবলে প্ৰতি জন নাগৰিক কৰ্তব্য আৰু দায়িত্ব।
@Him-l3z
@Him-l3z Ай бұрын
অসমৰ মানুহক joker বনাই আছে ।।
@crdigital9175
@crdigital9175 Ай бұрын
Re exam hobo lage
@Sun.International
@Sun.International Ай бұрын
যিবিলাক ফোটোষ্টেট কৰি লোৱা হৈছে সেইবিলাক কিছুমানৰ পৰীক্ষাৰ্থীৰ বহীৰ উত্তৰবোৰ মিলাই (যিবিলাকৰ সৈতে আলোচনা আছে সিহঁতৰ লগত বহি) অশুদ্ধবোৰ শুদ্ধ কৰি দিয়াৰ চেষ্টা কৰা হৈছে বুলি কিছুমানৰ মুখে মুখে শুনি আছো... বিশ্বাস হোৱা নাই বাৰু... তথাপি এনেকুৱা কথা শুনি থাকিলে মন বেয়া লাগি যায়... ইমান কষ্ট কৰি পৰীক্ষা দিব... ওপৰতে পইচা ভেটি দি ফল কোনোবাই খাব... এনেকুৱা যাতে নহয়... কিবা এটা হলেও গণ্ডগোল হৈয়ে থাকে...এনেকুৱা হোৱাটোও একো ডাঙৰ কথা নহয়...
@riyazahmed5475
@riyazahmed5475 Ай бұрын
Ummm hoi de job tu selected person e he pabo exam tu just ata chol he🥱🥱🥱
@rikikashyap8761
@rikikashyap8761 Ай бұрын
Fix ase nai ebur njanu ..kintu amr centre t ru lgor bur jot porise maximum centre t discussion kri lkhise exam t ..mur room t sobe discussion di lkhise ..3 ta bohai val kora nai kam tu ksto bur eni jwa nsna lgise ...2 ta shift kribo prile hoi 3 ta bohua dorkar nasl imn dangr exam eta t​@Abhinashgarg-q7r
@gogoisway
@gogoisway Ай бұрын
Toi npli sge juabar amr eyat sob suka suka val gitai paise
@drstrangergaming241
@drstrangergaming241 Ай бұрын
Sebai paper agotei leak korise. Leak hua paper xn salei gom pi
@drstrangergaming241
@drstrangergaming241 Ай бұрын
​@@gogoiswayleak hoa ni tumar mote?
@aizen27399
@aizen27399 Ай бұрын
Toi nopohrili ble sobe nopohra ke thakibo nki....tor naam t a gom pai negative kotha kobi ble
@truthhurts6760
@truthhurts6760 Ай бұрын
মামা প্ৰশ্ন কাকতখন candidate ক দি দিয়ক
@abanidas6895
@abanidas6895 Ай бұрын
বদনাম গায় ফুৰা এটা লবি আছে। কিছুমান প্ৰচাৰ মাধ্যমৰ এই বিলাকে কাম।
@probinkumarkakati6151
@probinkumarkakati6151 Ай бұрын
ঠিকেই কৈছে ইয়াত ক্ষতি হব অসমৰ পৰীক্ষাথী হে ?
@mahatbasumatary1050
@mahatbasumatary1050 Ай бұрын
Correct ❤
@sewaliBorphukan
@sewaliBorphukan Ай бұрын
Ako exam hobo lage
@k.......B...4273
@k.......B...4273 Ай бұрын
সাংবাদিক সকলে কিয় নুশুধে কোনে কিমান number পাইছে এইটো দিব লাগে বুলি??
@EDUCARE181
@EDUCARE181 Ай бұрын
Tente question paper khon candidate k gurai nidiye kio.....
@biplobkarmakar4906
@biplobkarmakar4906 Ай бұрын
Re exam lage amak
@কালীদাসঃ
@কালীদাসঃ Ай бұрын
মামা তুমি এটা ধূৰ্ত বেয়া নাপাবা এই বাৰ চাকৰি কোনে কোনে পাব আমি জানো সব বিক্ৰীহৈ গল-
@brothersglobe5706
@brothersglobe5706 Ай бұрын
অসমৰ ৰাইজক চুমি বিশাল নামৰ দালাল কেইটাৰ পিছত দৌৰাই এতিয়া অলপ প্ৰশ্ন কাকতৰ পিছত দৌৰাব। তেতিয়াহে মানুহে অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ পৰা আঁতৰি থাকিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কত যুগ যুগ ধৰি ডাঙৰ ডাঙৰ পৰীক্ষা হৈ আছিল, তেতিয়াটো কোনো নাৰীয়ে নাৰীৰ মৰ্য্যদা বিসৰ্জন দিবলগীয়া হোৱা নাছিল। এতিয়া নাচ মলুৱা নাচৰ দিন। গতিকে নাচিব লাগিবই।😂😂
@Ramjanali-i6n
@Ramjanali-i6n Ай бұрын
নিজৰ দোষ ঢাকিবলৈ বিয়াৰ পেণ্ডলৰ লগত তুলনা দি ভাষণ দিছে।
@diprabha549
@diprabha549 Ай бұрын
Nijor gaat dukh staff r manuhe vul tu korise atya biyar pendel r logot tulona...eitu vul jodi candidate a korile hoi aru j ki natok dekhiboloi palu hoi
@amarjitsandilya1236
@amarjitsandilya1236 Ай бұрын
সকলোলৈকে অনুৰোধ 11লাখ লৰা ছোৱালীৰ মোৰ নাখাব। 🙏🙏🙏🙏🙏
@bigantaborghain7941
@bigantaborghain7941 Ай бұрын
Thik kotha
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht Ай бұрын
Mama zindabad.....
@MAK_M68
@MAK_M68 Ай бұрын
ফ্ৰেদি কুছ টো গৰ্বৰ হে।।।।।।।।মই নগোলো adre exam দিব।।।।। ইকানে সি কানে শুনিবলৈ পাইছোঁ কৰবাত হৈছে টকাৰ লতি ঘটি সেইকাৰণে মই নগলো ।
@nayanjyotisarmah719
@nayanjyotisarmah719 Ай бұрын
Good job .. 😂
@BkumarRay-ur1oo
@BkumarRay-ur1oo Ай бұрын
যদি প্ৰশ্ন কাকতখনৰ মূল্য নাই তেন্তে ৰাখি থয় কিয় আপোনালোকে,আমাক আনিবলৈ নিদিয়ে কিয়?
@artworld6596
@artworld6596 Ай бұрын
Mama exam buror cut-off marks bur dibo sun aru kune kiman pai pass korile u fail korile u g a pai marks bur dibo sun please 🙏🙏🙏
@nurjamalbora5297
@nurjamalbora5297 Ай бұрын
Sir apuni jikhiny katha kose khai ak dom khosa...🙏
@scout8417
@scout8417 Ай бұрын
এয়া আপোনাৰ দুখ নাই স্বীকাৰ কৰকADR pepar lookout hol exam piri।piodagstip
@minarulsikdar6461
@minarulsikdar6461 Ай бұрын
Re Exam patibo lgibo Tenehole paper khon kio loi ahibo nidiye
@hemantapegu1053
@hemantapegu1053 Ай бұрын
ADRE পৰীক্ষা নিয়াৰিকৈ চলিল। সঁচা কথা অহা বাৰৰ পৰা question booklet নিব পৰা ব্যৱস্থা থাকিব লাগে।
@pallabisaikia5728
@pallabisaikia5728 Ай бұрын
Paperr khon candidate k di dibo tetia hole... Ki koribole loi tnhole.....
@Njk1255
@Njk1255 Ай бұрын
Last time SI r exam t bedsheet r uporot question paper loi photo disil. . Question paper kintu logt anibou dia nasil. Tothapiu hehote koi thole je exam r pisot heijon student a ques paper khn ghrt loi goisil.. invigilator jon eman murkho asil ne student a ques paper joma nidile okol OMR khn joma loise.. aru photo khn t 1ta pen r mark nasil.. ghrt loi aha ques paper khn 1ta mark nokora ke exam disile.. kiman aru murkho bonabo manuh k.. Eibar u same case tue hol.. sob janiu kunui eku maat matibo nuare
@drstrangergaming241
@drstrangergaming241 Ай бұрын
Sebai paper agotei leak korsi😢... Paper xn jodi di uthar psr paper, ataw kolomor sin nuhuake knke thakil bhai???
@kanakbaro2762
@kanakbaro2762 Ай бұрын
Right 👍
@NabinSaikia-m5r
@NabinSaikia-m5r Ай бұрын
Kela Rtipua 9.30 te paper leak hoise
@ADVLOG-AM
@ADVLOG-AM Ай бұрын
Students sokot kola chasma dili aru mama a. ..kothar Babi noval price pabo mama a..re exam hobo lage mama doubtful lagi sa...
@ice-creams-are-not-real
@ice-creams-are-not-real Ай бұрын
ঐ হিমু থাকিব দে কেলা তই যি নকৱ, মিঞাৰ বংশধৰে দোষ বিছাৰি ওলিয়াবই, হিহঁতৰ কামেই হেটো
@jyotirmoykalita5412
@jyotirmoykalita5412 Ай бұрын
30%-40% legally pabo sakori...100% dui nmbri kribo nware Ji keijne legally pabo sakori xei keijn k loi politics kribo 100% legally hwa buli
@BhaitiMison
@BhaitiMison Ай бұрын
Mojja
@PARESH-z2f
@PARESH-z2f Ай бұрын
বিয়াৰ আগেয়ে পেণ্ডল উওোৱাৰ কাৰনে viral hunisu আৰু নহ'লে viral hbo neki?
@Mintu.R...
@Mintu.R... Ай бұрын
2.17 judi 9 .59am kenekoi hll in our village group t dia pdf tu 😢😢😢😢
@HMDreamBlog
@HMDreamBlog Ай бұрын
Question paper 📃 নিদিলে কিও তেনে হলে..😢
@Umm-t1c
@Umm-t1c Ай бұрын
এটাই কথা অসম চৰকাৰৰ লগত লাগিব কাৰো সাহস নাই কাৰণ আজিৰ দিনত কষ্টৰ একো মূল্য নাই সেইকাৰণে এইবোৰ ভেকো ভাওনা ৰ পৰা আঁতৰি থকাই ভাল নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে
@BoraH932
@BoraH932 Ай бұрын
Great work done sir🙏
@tridipdas5436
@tridipdas5436 Ай бұрын
Diar agot ne pisot ulale ami kenekoi gom pam
@nasirhussain-fd2rr
@nasirhussain-fd2rr Ай бұрын
Dear mama....Marks bur kio declare nokore,,,amar Assam t govt. exam burr marks declare nokore,,,why why???
@PARESH-z2f
@PARESH-z2f Ай бұрын
মামা আপোনাৰ পাতি দিয়া বিয়াত কন্যাৰ সন্তান আছিল পাছতে গম পালো।
@drngoswami.9507
@drngoswami.9507 Ай бұрын
সকলো কথাতেই politics কৰিব নালাগে.....CM e theekai koise....False information diya tu punishable offense hobo lage....
@arjuntamulpur8639
@arjuntamulpur8639 Ай бұрын
ADRE exam OMR sheet exam nelage amak CBT exam lage amak
@azadhussain8869
@azadhussain8869 Ай бұрын
Himanta go back
@ecrochet6528
@ecrochet6528 Ай бұрын
Thik ase question paper diok, kintu cut off and score card u diok. Iman information pua tu amar right hoi.
@AllinOne-zv8ki
@AllinOne-zv8ki Ай бұрын
Mark diyok exam r.....question paper loge loge diyok
@pabitrapegu9245
@pabitrapegu9245 Ай бұрын
পঢ়া শুনা নকৰাকৈ পৰীক্ষা দি ইয়াত আল-বাল গাই একো লাভ নাই । যোৱা বাৰ adre তো যাক যাক সৰুৰে পৰা পঢ়াত ভাল বুলি জানো তেওলোকেই চাকৰি পাইছিল । গেধা লৰা এজনেও পোৱা বুলি শুনা নাই , মিছা কলে কিডাল হব ।HBS জিন্দাবাদ ।
@biswajitdas7392
@biswajitdas7392 Ай бұрын
মামা সঁচাকৈয়ে 🔥🔥
@pranabbaruah7687
@pranabbaruah7687 Ай бұрын
এইবোৰ হৈ থাকিব,একো নাই,খালি GPS যাতে ব্যৱহাৰ কৰিব পাৰে 9.30 লৈ
@utpaldeka9800
@utpaldeka9800 Ай бұрын
Jar exam beya hoise xihote he paper leak hoise and re-exam ptibo lge bli koi ase......besi vag candidate gom pai je paper leak hua nai..... re-exam ptileu siyori thoka bure pass koribo nuware.....
@RuponAdvice123
@RuponAdvice123 Ай бұрын
Tur re exam dibole dom nai nki . Viral paper khon tur usorot asil nki
@সমুদ্ৰকুমাৰনাথ
@সমুদ্ৰকুমাৰনাথ Ай бұрын
9.30mnt ulal paper. Mama i gomei npai sge? Answer key dia bebostha korok
@bitopanbharali905
@bitopanbharali905 Ай бұрын
Exactly HBS❤
@sanatdas4046
@sanatdas4046 Ай бұрын
Thik koise mama
@aloneff20-yt
@aloneff20-yt Ай бұрын
পেপাৰ দি পথালেহে ৰাজনীতি কৰিব পৰা যাৱ নহ । পেপাৰ খনৰ ইমান মূল্য নাই নেকি মানে
@hobiburrahman2376
@hobiburrahman2376 Ай бұрын
Exam r pisot photo mara buli ki proman ase???? Eman nirapottar majot keneke scan koribo
@nirojthapa6721
@nirojthapa6721 Ай бұрын
Yetiya leak huwar pisot, paper'r mulya nuhuwa hol
@pegu3112
@pegu3112 Ай бұрын
Kisuman manuh thakei aru kaneke exam ti bodanam koru. Student aru government te bohut kosto kori exam patixe. As a candidate I'm satisfied with the arrangement and process of the exam. We are with you CM sir, carry on your good work
@navajyotisaikia7481
@navajyotisaikia7481 Ай бұрын
Mama very good
@DaisyRabhaDaisyRabha
@DaisyRabhaDaisyRabha Ай бұрын
Right
@nurjamalbora5297
@nurjamalbora5297 Ай бұрын
Mama is great ❤❤❤🎉🎉🎉🎉
@ViralcLipsVlogS
@ViralcLipsVlogS Ай бұрын
OMR or uporot nam aru photo r kenekua diya hol... Etur uporot comment kora nay CM
@naturelover-gq7pl
@naturelover-gq7pl Ай бұрын
Thk koise aamar manoniya mukya mantri.🙏🙏
@Khadija_bgm
@Khadija_bgm Ай бұрын
We need mark sheet this time
@AsanurZaman-dt5px
@AsanurZaman-dt5px Ай бұрын
CM ডাঙৰীয়া আপুনি নিজকে মহান বুলি গণ্য কৰে, কথাটো ইমান সহজ নহয়, তেনেহলে প্ৰশ্নকাতত পৰীক্ষাৰ্থীয়ে কিয়‌ লগত লৈ আহিব নোৱাৰে কিয়?
@sudem_7
@sudem_7 Ай бұрын
Maama , my best CM till now.
@NilaSarmah
@NilaSarmah Ай бұрын
Balor kela
@fashionhub8257
@fashionhub8257 Ай бұрын
Chamcha
@bhawajitdas9701
@bhawajitdas9701 Ай бұрын
Bahh re bahh😂😂
@OnlineEarnings-jv5uz
@OnlineEarnings-jv5uz Ай бұрын
MAMA aaa paper leak or kotha ki janibo ........MAMA muslim kheda kotha bilak ha jane😂😂😂
@namasteindia9976
@namasteindia9976 Ай бұрын
Right says by CM Sir
@dhananjoyarjya2887
@dhananjoyarjya2887 Ай бұрын
Mozza
@surajboro7942
@surajboro7942 Ай бұрын
Diya pasat jadi question aku nai nahole question to candidate question to kio gorai napai kio
@Moina424G
@Moina424G Ай бұрын
Jodi question paper khon biya pandlor dora hoi tatia hola amak Ghort lui ahibo tu dibo para....kom sa kom ami gom pam kimn right korisu....APSC paper khon lui ahibo diea aru ADRE paper khon ghort anibo dibo nuwra....
@SaddamHussainmazumder
@SaddamHussainmazumder Ай бұрын
Only assam state exam hone k baad question nehi deta hain students ko,but why
@simplevillageboy7257
@simplevillageboy7257 Ай бұрын
Exam khek huar pisot viral hoise judi eku nohoi diya
@youngnick07
@youngnick07 Ай бұрын
Mama booklet tu gorot anibo diba next time
@bubuldas8089
@bubuldas8089 Ай бұрын
😂😅
I tricked MrBeast into giving me his channel
00:58
Jesser
Рет қаралды 29 МЛН
amazing#devil #lilith #funny #shorts
00:15
Devil Lilith
Рет қаралды 18 МЛН
I tricked MrBeast into giving me his channel
00:58
Jesser
Рет қаралды 29 МЛН