Conflict in Guwahati Between Two Groups | গুৱাহাটীত অসমীয়া কোৱাৰ বাবেই অসমীয়াক আক্ৰমণ | Assam News

  Рет қаралды 809,540

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Conflict in Guwahati Between Two Groups | গুৱাহাটীত অসমীয়া কোৱাৰ বাবেই অসমীয়াক আক্ৰমণ | Assam News
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#guwahati #guwahatinews #news18assamne #news18assamnortheast #News18AssamOriginals #assamnews #assamesenews #newsinassam #northeastnews #northeastindia #guwahaticonflict
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 1 800
@sanjaybaruah1340
@sanjaybaruah1340 Жыл бұрын
ইয়াৰ বাবে দায়ী একমাত্ৰ চৰকাৰ আৰু কিছুমান মুখা পিন্ধালোক
@bikashsaloi3927
@bikashsaloi3927 Жыл бұрын
100% right
@uddiptamazumdar3533
@uddiptamazumdar3533 Жыл бұрын
Moza. Miya miya hbo r axom
@07Mech
@07Mech Жыл бұрын
​@@uddiptamazumdar3533Are you a Miya brother?
@karannath1474
@karannath1474 Жыл бұрын
আমি অসমীয়া সকল একত্র হব লাগিব We assamese should United
@H.DenielMeitei
@H.DenielMeitei Жыл бұрын
Brother অকল অসমীয়া নহয়,সকলো অসম বাসি জাগ্ৰত হব লাগে, হয়নে নহয় Bro .........❤
@Crafts_World388
@Crafts_World388 Жыл бұрын
Main Guwahati Gangs thakile bhal
@erenyagami4825
@erenyagami4825 Жыл бұрын
Assamese assemble
@maitrirabha210
@maitrirabha210 Жыл бұрын
​@@H.DenielMeitei~
@SerMahammad-iq4df
@SerMahammad-iq4df Жыл бұрын
​@@H.DenielMeitei❤ 0:51
@surenboruah3241
@surenboruah3241 Жыл бұрын
এই অনাঅসমীয়া কেইটাক চিনাক্ত কৰি জেইলত ভৰাই থব লাগে, প্ৰশাসনে ইয়াৰ ব্যবস্থা সোনকালে লওক
@suklojyotimosorong4602
@suklojyotimosorong4602 Жыл бұрын
Dom nai Assam police r...
@jyotishmedhi4116
@jyotishmedhi4116 Жыл бұрын
Kasu kata diba lage , kukuror puwali borok
@MUNINNDRA
@MUNINNDRA 13 күн бұрын
dada, jail t val chiken vat pai,so local piton
@Mr.Pabitra.Basu123
@Mr.Pabitra.Basu123 Жыл бұрын
অসমত অসমীয়া চলিবই আচলতে ইহঁতক মাৰি মাৰি খেদিব হল আৰু অসমীয়া জাগিবৰ হল।জয় আই অসম ।
@gyanjyotikashyap4766
@gyanjyotikashyap4766 Жыл бұрын
Bholuka bahor maar
@subratagogoi5691
@subratagogoi5691 Жыл бұрын
গম পাইছেনে......এতিয়া অসমীয়া সকল.........ভোট যে ......
@Lucky77-x8v
@Lucky77-x8v Жыл бұрын
Prothome ghotona tu ki bhal mote Sai lobo lage .. hihonte akhomia t kotha paat buli koixe sage aru bahira bure akhomia najane sage ghotona tu anekua a hoixe sage ....aru 2no kothaa akhomia kiman lakh lakh bohi raijjat kormoroto axe haytu u xai lobo Khali mukhe di bhukile nohoi ..kali Jodi apuni mumbai t jai ba ba oddisa Karnataka etc jagat Jai tat Jodi apunak koi year oddia kobo lagibo Marathi kobo lagibo kannada kobo lagibo Tatia ki koribo ..ayburor lgt u anekua case hoixe sage ... akhomia janile kobo najanile kenki kobo
@jyotiprasadhazarika851
@jyotiprasadhazarika851 Жыл бұрын
এইবোৰ মাৰোৱাড়ী। ক'লা ব্যৱসায়ী। নিজৰ ৰাজ্যত একো নাই কাৰণে আনৰ ৰাজ্যত লুটি-পুতি খাই আকৌ আমাকেই গালি দিব। আৰক্ষীয়ে ইহঁতৰ বিৰুদ্ধে ব্যৱস্থা নলয়। ল'ব গাড়ী ভঙা কেইজনৰ বিৰুদ্ধে। মোৰো এনে অভিজ্ঞতা আছে। কিন্তু ল'ৰাটো সৰু কাৰণে চৰ এটাও সোধাব নোৱাৰিলো। গালি দিয়েই ক্ষান্ত থাকিলো। এইবোৰেই ডাঙৰ হৈ এনেকুৱা উদ্ভণ্ডালি কৰিব। শিক্ষা : মাৰোৱাৰীৰ লগত বেছি ভাল বা চিনাকী দেখুৱাবলে গৈ হিন্দীত কথা নাপাতিব।
@kuldeepbarman4487
@kuldeepbarman4487 Жыл бұрын
Ekdom
@tileswarbora2643
@tileswarbora2643 Жыл бұрын
প্ৰত্যেক অসমীয়া জাগি উঠাৰ সময় হ'ল ।
@jeethira2844
@jeethira2844 Жыл бұрын
Thik kotha
@chinmoideka
@chinmoideka Жыл бұрын
umm
@odin3433
@odin3433 Жыл бұрын
Apunalokor usorot jiman manuh ase xihotok xojag korok je kunu ona Axomiya k jen mati bikri nokore.. Moi hodai 10 jon manuh k eitu kotha koi furu
@boss__99__
@boss__99__ Жыл бұрын
Kosakai dai
@basantdas2217
@basantdas2217 Жыл бұрын
Tu pal pal
@bornfordie.401
@bornfordie.401 Жыл бұрын
I'm bengali I'm proudly speak Assamese.axomot xokulua jate axomor culture bochai rakhe..lots of love 4 my beautiful state of Assam .
@dexterboro1836
@dexterboro1836 Жыл бұрын
*bosai
@dexterboro1836
@dexterboro1836 Жыл бұрын
@spynut7876 tate ki dangor kotha hol moiu bhul koru sobe bhul kore...abe manuhe to bhul koribo na kela🤣
@odin3433
@odin3433 Жыл бұрын
@spynut7876bhul tu hudhorai dise hai. Tate ki bal hol tur?
@07Mech
@07Mech Жыл бұрын
​@spynut7876Right
@kunalbaruah7657
@kunalbaruah7657 Жыл бұрын
Thut kela
@dipakgogoi5084
@dipakgogoi5084 Жыл бұрын
অসমীয়া বিৰোধী হিমন্ত বিশ্বই অসমীয়াক নিশেষ কৰি পেলালে। অসমত অসমীয়া গিৰী নচলিব বুলি অসমীয়াক হিমন্ত বিশ্বই অসমীয়াক সকীয়াই থৈছে। অসমীয়াই যাতে অসমৰ প্ৰশাসনত চাকৰি নাপায় তাৰ বাবে APSC পৰা অসমীয়া ভাষা উঠাই দিলে। অন্যান্য নিযুক্তি পৰীক্ষাটো যাতে অসমীয়াৰ চাকৰি কৰ্তন হয় আৰু উত্তৰ প্ৰদেশৰ , বিহাৰীয়ে অসমত চাকৰি পাবলৈ হিন্দী ভাষা সংযোজন কৰিলে । ফলত হাজাৰ হাজাৰ উত্তৰ প্ৰদেশৰ , বিহাৰৰ প্ৰাৰ্থীয়ে অসমৰ সকলো নিযুক্তি পৰীক্ষাত আবেদন জনাইছে। এতিয়া SSC পৰীক্ষাত বহিৰাগত হিন্দী প্ৰাৰ্থীয়ে আবেদন জনাই বিতৰ্কৰ সৃষ্টি কৰিছে। লাচিত সেনাই তাৰ বিৰোধীতা কৰিছে যদিও যোৱা বাৰ শৃংখলা চলিহাই বহিৰাগত বিপক্ষে মাত মতাৰ বাবে অসমীয়া বিৰোধী হিমন্ত বিশ্বৰ চৰকাৰে জেলত ভৰাইছিল। অসমীয়া খিলঞ্জীয়াক নিশেষ কৰাৰ ষড়যন্ত্ৰই হিমন্ত বিশ্বৰ পৰোচনাত নিৰ্বাচনী আয়োগে অসমীয়াৰ প্ৰভূত থকা সমষ্টি সমূহ কৰ্তন কৰিছে । হিমন্ত বিশ্বৰ পৰোচনাতে কা আনিলে অসমলৈ । এইদৰে খিলঞ্জীয়া অসমীয়াক নিঃশেষ কৰা ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব সমুজ্জল ভট্টাচাৰ্যই ।
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
হয় ই ১০০% শুদ্ধ কথা
@kaushikdeka1873
@kaushikdeka1873 Жыл бұрын
APSC t axomiya vakha uthale buli kot gom pale he apuni
@dgogoi5836
@dgogoi5836 Жыл бұрын
Lahe lahe gutei 0xom khonei mamai hekh kori goise bhakhar kotha ki vabib aru okhomiyai
@foujivlogs3.6M
@foujivlogs3.6M Жыл бұрын
Right
@rahulaxom2603
@rahulaxom2603 Жыл бұрын
Monor kotha kole hey apuni...
@RajenKramsa-ow4kf
@RajenKramsa-ow4kf Жыл бұрын
Be Alert! all brother and sister of Assam to protect our state .Everything we must to observe properly."Joi ai Ahom"🙏🙏
@bodofighter4058
@bodofighter4058 Жыл бұрын
Aab samajh Aya humko bhi waisa hi situation Mila tha ek samai💔🙏.....but still love Assam n Assamese
@I_M_Blaze
@I_M_Blaze Жыл бұрын
Joi aai axom
@theeasternworld
@theeasternworld Жыл бұрын
ত্ৰিপুৰা হোৱাৰ দিশত আন এটা খোজ আগবাঢ়িল। অভিনন্দন অসমীয়াভাষী 👏
@souravjyotitalukdar4820
@souravjyotitalukdar4820 Жыл бұрын
তই কি বালৰ অভিনন্দন দি আছ, তই ও আছা নেকি ইহঁতৰ লগত।
@SanjayKumar-dk9fo
@SanjayKumar-dk9fo Жыл бұрын
কি কৰিব লাগিছিল তেনেহলে
@gyanjyotikashyap4766
@gyanjyotikashyap4766 Жыл бұрын
@@souravjyotitalukdar4820 😂😂😂😂
@yutfufty
@yutfufty 9 ай бұрын
​@@souravjyotitalukdar4820solutions di para jdi kukur
@BhanuRajbongshi-t5b
@BhanuRajbongshi-t5b 14 күн бұрын
,! SC hu ❤❤😊​@@souravjyotitalukdar4820
@BiruRabha-qj7pm
@BiruRabha-qj7pm Жыл бұрын
সেইকাৰণে জাতি ধৰ্মৰ হিংসা বাদ দি অসমৰ সকলো খিলঞ্জীয়া এক হৈ থাকিব লাগে । সকলো খিলঞ্জীয়া মিলিয়েটো অসমীয়া হৈছে ।নিজৰ মাজতে হিংসা হিংসি হৈ থকাৰ কাৰণে বাহিৰৰ মানুহে আহি সুবিধা লবলৈ পৰিছে
@07Mech
@07Mech Жыл бұрын
Nobody is an insider or an outsider. Please don't be RACIST.
@provillagergaming1591
@provillagergaming1591 Жыл бұрын
Sob coment porhilu apunar coment tu he porhi bhal lagil ❤❤
@07Mech
@07Mech Жыл бұрын
@@provillagergaming1591 Don't create differences between Indians. We all are same. The Biharis, Marwaris, Bengalis and Nepalis are also assamese.
@danyrshn7860
@danyrshn7860 Жыл бұрын
Aitu gotona mur xonmuxot hobo lagisil , hindi kuwa xikai dilu hoi , agey pise bohut ai letera jati keitak pitisu .
@danyrshn7860
@danyrshn7860 Жыл бұрын
​@@07MechAt first we are Assamese, then we Northeastern. Joy ai axom .
@rakeshchoudhury3768
@rakeshchoudhury3768 Жыл бұрын
সেই সময়ত আমাৰ দৰে অসমীয়া লৰাই নিশা পাব... লাগিছিল.... গুটি কাটি দিলো হৈ....
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
তেনেকুৱা হ'বলৈ নাপায় নহয়
@bidyutdeka1048
@bidyutdeka1048 Жыл бұрын
Guti frai krilo hoi
@montukhanikar716
@montukhanikar716 Жыл бұрын
Kla iman hahokh ehotor sudurvai keita baki asomiya aru nasile niki moriyai hath vori vangi dibo lgisil...aami thakibo lagisil kla sudurvai keitak Tate goru piton dilu heten..Thar gari aru vangi khtm kori dibo lagisil 😡😡👊👊👊👊
@Lordkrishnafan2024
@Lordkrishnafan2024 Жыл бұрын
Tar guti vaji modor logot khalu hoi🤬
@Jayantabora_026
@Jayantabora_026 Жыл бұрын
Same
@aloneananta4895
@aloneananta4895 Жыл бұрын
অসমত অসমীয়াৰ ওপৰত এই অত্যাচাৰৰ পৰিনতি ভয়ংকৰ হ'ব ।
@rajlakhimusic6824
@rajlakhimusic6824 Жыл бұрын
Rite
@gyanjyotikashyap4766
@gyanjyotikashyap4766 Жыл бұрын
@@rajlakhimusic6824 rita
@kamalkalita338
@kamalkalita338 Жыл бұрын
অসমীয়াৰ ওপৰত অত্যাচাৰ কৰা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কথোৰ শাস্ত্ৰী দিয়াতো আমি বিচাৰোঁ । দৰকাৰ হ'লে অসমৰ পৰা বাহিৰ কৰি দিব লাগে , যদি অসমীয়াক চিনি নেপাই । আমি অসমীয়া নহয় কাৰো তলতীয়া , শিহত হে আমাৰ তলতীয়া‌ শিহত আমাৰ ভাৰাতিয়া , শিহতৰ দপ দপনী কোনো পৈধে শজ্য কৰা উচিত নহয় ।🙏🙏
@rushanburagohain6803
@rushanburagohain6803 Жыл бұрын
ইয়াৰ বাবে ASSU,চৰকাৰ আৰু মুখা পিনধা জাতীয় নেতা বোৰেই দায়ী।
@bhrigusarma7941
@bhrigusarma7941 Жыл бұрын
Sarkar khane assamiya birodhi,assamiya kaitak ulfa sajai guliyai diba
@lachithazarika1142
@lachithazarika1142 Жыл бұрын
​@@rushanburagohain6803আছুৱেহে সকলো কৰিব লাগে যদি ত‌ই মেখেলা পিন্ধি থাক
@Manalisha2.0
@Manalisha2.0 Жыл бұрын
​@@rushanburagohain6803কুকুৰ নেকি তুমি
@Manalisha2.0
@Manalisha2.0 Жыл бұрын
​@@lachithazarika1142তলত থাকিব দে তাক হিজিৰাৰ মেখেলাৰ
@gaganjyotidas7927
@gaganjyotidas7927 Жыл бұрын
আঁচলতে আমিবোৰো নিলাজ।।। আমিবোৰেই সিহঁতক ইয়াত দপদপাবলৈ সুবিধা দিছোঁ।। মোৰ বোধেৰে আমি অসমত বাহিৰা ৰাজ্যৰ মানুহক স্থান দিব নালাগে।। চৰকাৰেও এই ক্ষেত্ৰত উচিত পদক্ষেপ লোৱাটো বিচাৰোঁ।।। জয় আই অসম❤
@kalyaniborah6550
@kalyaniborah6550 Жыл бұрын
এদিন ভূপেন হাজৰিকাই গাইছিল আজিৰ অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব----গতিকে এতিয়া সকলোৱে একেলগে সতৰ্ক হোৱাৰ সময় নহ'লে এদিন অসমীয়া ভাষা সচাঁকৈয়ৈ সংকতত পৰিব ।
@MUNINNDRA
@MUNINNDRA 13 күн бұрын
so he sang lots of in bangla. anti indian insurgency groups take shelters in bangladesh to get out or fight against Bangladeshi in Assam🤣🤣🤣🤣🤣🤣. dada beya napabo. sorry. it is my feeling
@priyalakshmigogoi6548
@priyalakshmigogoi6548 Жыл бұрын
It's high time to protect our Assam and Assamese language. These guys have proved what they have been doing for so long and everything has a limit. Every word that this spoken by our esteemed newsreader is so true.
@mithingabodo6741
@mithingabodo6741 Жыл бұрын
Tetiya hole BJP baat diya akhomot kela
@yutfufty
@yutfufty 9 ай бұрын
​@@mithingabodo6741right 👍 bl or BJP
@07Mech
@07Mech 9 ай бұрын
@priya you're absolutely correct 👍
@monalishadas3116
@monalishadas3116 Жыл бұрын
গাড়ী ভাঙি লাভ নাই সিহঁতৰ হাত ভৰি ভাঙি দিব লাগিছিল। অসমৰ সকলো সম্প্ৰদায়ৰ মানুহ একগোট হ'বলৈ হ'ল এই বাহিৰৰ পৰা অহা সকলক খেদিবলৈ সময় আহি গৈছে এতিয়া
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
হয় একদম ঠিক কথা
@monjulaborah8567
@monjulaborah8567 Жыл бұрын
সঁচাই , চৰকাৰে এইবোৰক একো কৰিব নোৱাৰে কাৰণ মাটি বিক্ৰী কৰিলেই আছে কি ? হতাও
@RBGAMING-ro7bb
@RBGAMING-ro7bb Жыл бұрын
Aami akelog hoi khedar time ahil
@luckynath9482
@luckynath9482 Жыл бұрын
Ooo thik koise
@protimadutta2890
@protimadutta2890 Жыл бұрын
গাড়ী ভাঙি লাভ নাই মানুহকিতাক একেবাৰে মাৰি পেলাব লাগিছিল---আৰু হ'ব গোটেই গুৱাহাটীখন বহিৰাগত বিহাৰী--বঙালী--মৰোৱাৰীয়ে গিলি পেলালে ।
@lachithazarika1142
@lachithazarika1142 Жыл бұрын
ধন্যবাদ অসমবাসী। অসম দ্বিতীয় ত্ৰিপুৰা হোৱাৰ দিশত।
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Жыл бұрын
অসম আনদোলনৰ নেতা সকলে গদীৰ লোভতে থাকক ,
@gogoi4250
@gogoi4250 Жыл бұрын
Olp sai sai siti kotha Kobo 1983 r axom andulon ot jug dwa mur deuta u Asil atya dhukal . Tauluka ji Kori gol haiya soba dakhila. Atyar dol hongatgan a Toka luvot thake so Kam ni . Kin2 direct axom aabdulon or neta koi nidbo mind it
@samikaboro9203
@samikaboro9203 Жыл бұрын
Dada kheburr kotha nakabo....poisar Dalal hoi...assomiya durdasa sabo loi aru baki ase....ahibo logiya din burt garar porai ulua2 dikdar hobo.
@minaadhikary185
@minaadhikary185 Жыл бұрын
😅😅 4:36 4:36
@lachithazarika1142
@lachithazarika1142 Жыл бұрын
অসম আন্দোলনৰ নেতাই সকলো কৰিব লাগে নেকি? ত‌ই মেখেলা পিন্ধি থাক
@bnjn5135
@bnjn5135 Жыл бұрын
গৰু পিটন দিব লাগে মদৰছোদ বিহাৰীক এইবিলাক চৰকাৰ তথা প্ৰশাসনে ওপৰত তুলিছে ।
@pranitadas3221
@pranitadas3221 Жыл бұрын
অসমত অসমীয়াই চলিব👍👍 জয় আই অসম🇮🇳🇮🇳
@mithingabodo6741
@mithingabodo6741 Жыл бұрын
Teteya hole kio English medium ot porisa tohote kela aru baherot jai kio lukor vhasa koise tate akhomiya a kok ami akhomiya akhomiya a kom buli setor
@yutfufty
@yutfufty 9 ай бұрын
Always
@jitenlahkar4485
@jitenlahkar4485 Жыл бұрын
একো নাই। এয়াই পৰিবৰ্তন। আৰু কেইদিন মান বাট চাওক অসমীয়াক ঘৰৰ পৰা চোচোৰাই আনি মাৰিব কাটিব।
@yutfufty
@yutfufty 9 ай бұрын
Hoi de xosa kotha
@nitumonisarma156
@nitumonisarma156 Жыл бұрын
এতিয়া আৰু ধৈৰ্য ধৰি থাকিবৰ সময় নাই আমি সকলো অসমীয়া জাতিৰ ডেকা গাভৰু মিলি বহিৰাগত বেপাৰী আৰু বহিৰাগত অসমীয়া ভাষাৰ বিৰোধী সকলৰ পিঠিত ৰাম টাঙোন এচাত মনত থকাকৈ দি আমাৰ ৰাজ্য খনৰপৰা খেদি পঠিয়াব লাগিব।এইটো আজিৰ ঘটনা নহয় আগৰেপৰা ধাৰাবাহিক ভাৱে অসমীয়াই নিজৰ ঘৰতে মাৰ খাই আহিছে,,,ইয়াৰ মূলতে বুজা যাই যে আমাৰ মাজত এতিয়াও বুজাবুজিৰ অভাৱ আছে।
@07Mech
@07Mech Жыл бұрын
Are you a bihari/UP origin brahmin, brother?
@dipakkalita7034
@dipakkalita7034 Жыл бұрын
একো নাই হিন্দি কোৱ আৰম্ভ কৰিলে হোল , আমাৰ অসমীয়া মানুহ দয়ালু যেতিয়া 😅😅😅😊😊😊😊
@PJD-dw1qm
@PJD-dw1qm Жыл бұрын
Hoitu😂
@roneyt.r1582
@roneyt.r1582 Жыл бұрын
Mari Mari Hat Vori vangi dibo lagey Anekuwa Non Assamese Manuhk .I am Rabha Boy ..and I Love My Assamese Language ❤️💪
@t.bentertainment7666
@t.bentertainment7666 Жыл бұрын
Raba ki Assamese ne ki 😂😂
@t.bentertainment7666
@t.bentertainment7666 Жыл бұрын
@@PPBorah-bp1hs kam nai tur 😂
@rishavdravid2490
@rishavdravid2490 10 ай бұрын
Hello Rabha bhaiti. assam is running on marwari & bengali's money. they are the highest tax payers. most assamese guys are jobless & pan shopwalas. this is inevitable. had there been strong work culture among the assamese youths, other than bihu dance culture, marwaris & bangalis wouldn't have dared infiltrating your state.
@paporirajkhowa1649
@paporirajkhowa1649 Жыл бұрын
আমাৰ অসমীয়া অসমীয়া ৰ মাজত মিল নাই কাৰণে বেলেগে চল পাইছে
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
১০০% শুদ্ধ কথা
@TimePass-qo7ch
@TimePass-qo7ch Жыл бұрын
Right
@hapoy-ov1vf
@hapoy-ov1vf Жыл бұрын
100% right
@sureshchandrakalita5769
@sureshchandrakalita5769 Жыл бұрын
১০০% ই শুদ্ধ।
@hapoy-ov1vf
@hapoy-ov1vf Жыл бұрын
@@sureshchandrakalita5769 dudhnoi t hoba lagisil etu satni bonowa khale hoi ebilak
@hareswardeury7391
@hareswardeury7391 Жыл бұрын
এইটো অসহনীয় কাম, অসমীয়াই অত্যন্ত সজা হবৰ হ'ল, নহ'লে অসমতে অসমীয়াই ভগনীয়া হব
@yutfufty
@yutfufty 9 ай бұрын
Right 👍
@amaljyotisarma4398
@amaljyotisarma4398 Жыл бұрын
অসমত অসমীয়াৰ পৰিণাম, ইয়াৰ বাবে দায়ী চৰকাৰ
@kb4teeen450
@kb4teeen450 Жыл бұрын
Okol sorkar nohoi,, jonosadharon manuh khini ro dokh ase
@PJD-dw1qm
@PJD-dw1qm Жыл бұрын
​@@kb4teeen450 hoi we r much more responsible for dt
@kb4teeen450
@kb4teeen450 Жыл бұрын
@@PJD-dw1qm এই কথাখিনি দম'ত অসমীয়াত কবা,, তেতিয়া হে অসমীয়া সন্তান যেন লাগিব ।
@sriganeshdas746
@sriganeshdas746 Жыл бұрын
এনে ধৰণৰ বাতৰি বোৰে মন প্ৰাণ সকলো মাৰি দিয়ে। আৰু অসমীয়া জাতিৰ বাবে ইমান বোৰ যান্তনা কেনেকৈ সহিম মন টোৱে কয় যে সকলো সমাপ্ত কৰি নিজেও যে শেষ হয় যাম 😢😢😢😢
@dibyamamumaini5510
@dibyamamumaini5510 Жыл бұрын
ভূল আমৰ অসমীয়াৰ, সিহঁতৰ নহয়,আমি নিজেই অসমক অনা-অসমীয়া হাতত দিবলৈ গৈ আছো। প্ৰথম একতা নাই, অসমীয়া তোক হিংসা কৰিব, অনা-অসমীয়া তোৰ লগত বন্ধুত্ব কৰিব।যিকোনো হিন্দী ভাষিৰ লগত , কাপোৰ বেপাৰী পৰা ফুচকা বিক্ৰেতাৰ লগত হিন্দীত কথা পাতে।
@07Mech
@07Mech Жыл бұрын
You're behaving like a RACIST.
@ProudTraderInd
@ProudTraderInd Жыл бұрын
Hindi Nosole... kintu English khub solibo... English'r koti selekibo lagile....nijor bharotiyo language nalage kintu
@07Mech
@07Mech Жыл бұрын
@@ProudTraderInd Dr. Sucker 😂🤣
@07Mech
@07Mech Жыл бұрын
@@ProudTraderInd Brother, are you a bihari or bongali?
@yutfufty
@yutfufty 9 ай бұрын
​@@ProudTraderIndHindi kori mori thak bokasuda ahun
@montunath8222
@montunath8222 Жыл бұрын
We have to United in Assam and Northeast
@kamaldas2446
@kamaldas2446 Жыл бұрын
আমাৰ গাঁৱতে ভাল। হিন্দী কোৱা বিলাক আমাৰ গাঁৱত পঠিয়াই দিয়ক। আমাৰ গাঁওৰ ল'ৰা বিলাকে হিন্দী কোৱা বিলাকক চিকিৎসা কৰিব জানে। গুৱাহাটীত থকা ল'ৰা বিলাকে কি কৰি আছে। এনে Town ত থকা বুলি লেবেল দেই। হিন্দী কোৱা কেইটাক ধৰি GS roadৰ পৰা ABC লৈ নাঙলকটি চচৰাব লাগে।
@prantusarmah5491
@prantusarmah5491 Жыл бұрын
😂👌👍
@bapikalita6957
@bapikalita6957 Жыл бұрын
Yes bhai
@Neo-yj6dj
@Neo-yj6dj Жыл бұрын
Etu ae hobo . Aro bohut besi hobo jetiya loi Amar Axomor manhu kaam nokoribo, kaam korim buli aguwai nahibo. Reporter said very well. 👏
@nubujibiK-ip2ko
@nubujibiK-ip2ko Жыл бұрын
সহ্য কৰা নহব এনেবোৰক…
@sinalekthe4107
@sinalekthe4107 Жыл бұрын
Respect regional language is a beautiful relationship foundation .
@digantadeka7201
@digantadeka7201 Жыл бұрын
আপোনাৰ নিউজ কোৱা টো ভাল লাগে । ইয়াৰ মূল দায়ী হল চৰকাৰ। এইবিলাকত কোনো গুৰুত্ব নলয় মূখ্যমন্ত্ৰী এ,,,
@Exploration-x9m
@Exploration-x9m Жыл бұрын
আমি নিজৰ অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষা কৰিবলৈ সংঘবদ্ধ হ'বলৈ হ'ল। বিজেপিৰ কাৰ্যকালত অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত হিন্দী আৰু বঙালী সম্প্ৰদায়ৰ লোকে কুঠাৰাঘাত কৰি আছে।
@tksarmah2632
@tksarmah2632 Жыл бұрын
বঙালী সকলক এই ঘটনাৰ মাজলৈ টানি অনাটো যুক্তিসংগত হৈছে নে ? হিন্দী ভাষিক সকলৰ দৌৰত্ম BJP ৰ দিনত বাঢ়ি গৈ আছে। অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ এক গোট হৈ যাওঁক। মই কিন্তু বঙালী নহয়, খাৰ খোৱা অসমীয়া। জয় আই অসম !
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Жыл бұрын
জাতীয়তাবাদী দল সংগঠন সমূহৰ অংক কৰাৰ বাদে এইবোৰ কথাত লাগি থকাৰ সময় নাই।
@lachithazarika1142
@lachithazarika1142 Жыл бұрын
জাতীয়তাবাদী দল সংগঠনে সকলো কৰিব লাগে নেকি? ত‌ই মেখেলা পিন্ধি থাক
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Жыл бұрын
@@lachithazarika1142 সংগঠনৰ নামত ব্যবসায় কৰা বাবে আপোনাৰ গাত লাগিছে চাগে।
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Жыл бұрын
@@lachithazarika1142 মই এজন আটো চালক ' আৰু গুৱাহাটীত বিহাৰী বঙালী মিঞা ৰ সমানে সমানে যুজ দি আহিছো মোৰ আগত কোনেও জাতিক অপমান কৰা কথা কব নোৱাৰে ৷ জাতীয়তাবাদ মোক নিশিকাব ৷ এই ধৰণৰ কথা পুনৰ নকব ৷ জয় আই অসম ৷
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Жыл бұрын
@@07Mech ধন্যবাদ ৷
@yorikakharmawlong945
@yorikakharmawlong945 Жыл бұрын
WAKE UP ASSAM BEFORE ITS TOO LATE .❤ LOVE FROM SHILLONG TO ASSAM AS ONE FAMILY .
@joexico773
@joexico773 Жыл бұрын
@mgnkl
@mgnkl Жыл бұрын
Thank you for your concern, even our own people are sleeping, don't know how we will unite and fight against the atrocities
@wandong8208
@wandong8208 Жыл бұрын
Let them suffer .Assamese people always support outside people I have seen .They love outsider to settle in Assam .In future they wil suffer more
@rabibul.hoque1232
@rabibul.hoque1232 Жыл бұрын
Hello bro when did you are so concerned about Assam 😢😢 i think you should concern about you and your people
@rajbaba2432
@rajbaba2432 Жыл бұрын
20 years of stay in different parts of India, never seen someone from outside assaulting local people only because of speaking mother tongue or state language in Tamil Nadu, Odisha, West Bengal...এইবোৰ ৰাজ্যত কাৰো মৰসাহ নাই তেনে আক্ৰমন কৰিবলৈ। খুবেই দুখ লাগে এইবোৰ শুনিলে।
@Lordkrishnafan2024
@Lordkrishnafan2024 Жыл бұрын
It's because Our Assamese people are cowards 🤣🤣🤣
@rupaschannel5856
@rupaschannel5856 Жыл бұрын
South indiat to hindi vakha koboi nuare. Bhut bea pai hindi kua manuhk hihote. Kajia lagi dibo beleg vakha kole hihotr rajyat
@elishmedak5354
@elishmedak5354 Жыл бұрын
Moi nije abar guwahati jawte akhamiya manuhburu hindi koise aru guwahatit tu Assamese nsle bohut dukh lagil aibur dekhi jdi tamilnadu, odisha South part t aneke krib dm nii local manuhk touch krib pra but amar akham akham hoi thoka nii aru amr politician burtu bhori seleke💔
@sbnumaligar2162.
@sbnumaligar2162. Жыл бұрын
সিহতে অসমৰ অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, যাতে কোনো দিনেই এনে বাক্য সিহতৰ মূখৰ পৰা নোলাই। অসমত থাকি অসমীয়াক বন্ধ কৰে অসমীয়াৰ ভাষাৰ পৰা। আমি সকলো অসমীয়া এক হব লাগে। অসম আমাৰ সিহতৰ নহয়। জয় আই অসম। ।
@mohantaid2428
@mohantaid2428 Жыл бұрын
মাৰি পেলাম যিয়ে অসমীয়াক অসমত দাদাগীৰি কৰিব
@mallavkonwar2556
@mallavkonwar2556 Жыл бұрын
,heeehee
@GT-dm8pw
@GT-dm8pw Жыл бұрын
💯
@kalpanabaruah2704
@kalpanabaruah2704 Жыл бұрын
অসমীয়া সকল এক হ'ব হ'ল 🤝
@Rohitvo7
@Rohitvo7 Жыл бұрын
অসমত অসমীয়া ভাষা চলিব । Only Assamese.কোন হয় সিহঁত
@pandasa4519
@pandasa4519 8 ай бұрын
Aru bohut vakha ase
@explore5253
@explore5253 Жыл бұрын
Yes এইটো খচা কথা । কাৰণ "মালৱাৰি" বোৰে অসমত থাকি অসমৰ মানুহকে কৈ ভিকাৰি বুলি । আৰু লগতে কিছুমান বিহাৰী ও আছে । আমি অসমীয়া নহওঁ আমি দুখীয়া। আজিৰ অসমীয়াই নিজক নিছিনিলে ৰহৰ তলত জাই ।।
@joydeka6029
@joydeka6029 Жыл бұрын
চৰকাৰীভাবে উচিত তদন্ত কৰি সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনালোঁ।
@RahulDas-bh7dk
@RahulDas-bh7dk Жыл бұрын
Vay aitu krib nuware BJP sarkare vote lge aitu krnt al bl kri thake...aibur gurutaa dib time ni
@ManojDas-fe9wp
@ManojDas-fe9wp Жыл бұрын
Pk2
@johnnyjo1
@johnnyjo1 Жыл бұрын
Incident like this is a warning msg to us all indigenous people of assam, we all should united like we all where before, that's how our fore fathers defeated Mughals 17 times, don't be fooled by politicians who want to divide us all for their vote bank policies, if we all get united, love each other, then no outsides will able to do this again, when ever incident Like this happens its a same on us. 😢 proud to be Assamese, proud to be born in a beautiful place Assam, please let's not divide among ourself in religions and among our communities and tribes,
@ProudTraderInd
@ProudTraderInd Жыл бұрын
Assamese are non tolerant against other... its you please who are always violent... such culture who are violent are never appreciate in history and will not be accepted in future too.
@hiteshnathhiteshnath2254
@hiteshnathhiteshnath2254 Жыл бұрын
গুৱাহাটী বাহিৰৰ মানুহ বগুত হৈছে খেদিৱ লাগে
@sankarborah2624
@sankarborah2624 Жыл бұрын
লাচিতৰ তেজ জাগি উঠাবলৈ হল আমাক দিব লাগে এইবোৰক কোকোৰ নিচিনা পিতিম জই আই অসম💪👊✊️
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
ইহঁতৰ গুৰিত আচলতে কোন আছে Backbone হৈ.... ইমান সাহস কত পাই ইহঁতে???.....
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
হিমন্ত আছে
@sliceoflife1600
@sliceoflife1600 Жыл бұрын
Himanta biswa sharma..
@07Mech
@07Mech Жыл бұрын
They are also citizens of India. We are all Indians. Please don't play blame games.
@shivshankar-os3wd
@shivshankar-os3wd Жыл бұрын
​@@07Mechyou should have respect for local language....its their duty to learn Assamese..if someone staying in other states for a long time dn he /she must has to learn local language to communicate with people....who has given them the right to beat an Assamese for speaking his own mother tounge...this is our land dont just try to be oversmart n educated.....do you have guts to communicate in hindi in south states ???
@sundinm7703
@sundinm7703 Жыл бұрын
@@07Mech so what about Assamese people they outside they killed they are not Indian citizen if Assamese are citizen why not they are mla mp in Bihar Rajasthan If you agree Assamese act like this in Bihar Rajasthan Delhi Why center govt hypocrite own Indian citizen Don't teach me your law
@ChandanDas96103
@ChandanDas96103 Жыл бұрын
Mojaa
@tulankonwar7649
@tulankonwar7649 Жыл бұрын
Guwahati manuh😁😁.amar Dibrugarh ot pbo lge ami police namatoe polise ohale rokhie nathaku .Kati nodit utuai dim
@07Mech
@07Mech Жыл бұрын
​@@sailendraprasadgoswami2369Kindly mind your language Goswami Bong
@hassansaifullah7554
@hassansaifullah7554 Жыл бұрын
This is the aim of Himanta Biswa sarma 🎉🎉🎉
@mysterious7215
@mysterious7215 Жыл бұрын
Tohotei bideshi Mia
@tutafutablogs3027
@tutafutablogs3027 Жыл бұрын
Pakistan बनायोगे aur Himanta biswa Sharma woh देखेंगे kya,,,, respect our Indian flag,,,, not Pakistan,,,,
@07Mech
@07Mech Жыл бұрын
@@tutafutablogs3027 Are you a bihari brother?
@danyrshn7860
@danyrshn7860 Жыл бұрын
​@@tutafutablogs3027bihari baxa tu nokobi , tela wala rikshwalar baxa aibilak .
@khirodhira3881
@khirodhira3881 Жыл бұрын
আৰু বহুত বেয়া অৱস্থা হব বাকী আছে যদিহে এইখন চৰকাৰ থাকে। হিন্দু মুছলিম ৰাজনীতি কৰি কৰি থাকোতে বহিৰাগত লোকে সুবিধা পাব।
@jalaluddinahmed9888
@jalaluddinahmed9888 Жыл бұрын
বহিৰাগতক সুবিধা দিয়াই হৈছে ।
@pranalidas3968
@pranalidas3968 Жыл бұрын
What The Administration Is Doing..!! It's Utterly Shameful & Disgusting If Such Is The Scenario Of Assamese People In Assam Itself..!! Law & Order Is Simply Dying In The State. Infact It Seems Like Some Ppl Who Are Meant To Safeguard The Public Are No Less Than Puppets In The Hands Of Those So Called Rich Educated Iliterate Individuals..!!
@ProudTraderInd
@ProudTraderInd Жыл бұрын
English Solibo kintu Beleg bhakha kole nosolibo hoine... Akhomiya bhakha bahire beleg nosole jodi English kiyo soli ase...tate eman ador morom kiyo.
@mrinalidas1471
@mrinalidas1471 Жыл бұрын
ক্ষিন ভাৰতত গৈ হিন্দী ক'বলৈ দিব লাগে। ধুলাই খাব। অসমৰ নিমখ নাখালে সিহতৰ পেট নভৰে আৰু অসমীয়া ক'বলৈ লাজ কৰে!
@ranjitsutradhar2409
@ranjitsutradhar2409 Жыл бұрын
বাহিৰৰ পৰা আহি চুৰি-দকাইটি কৰি মানুহক ঠগি খাই অসমত ঠাই লৈছে । আৰু অসমীয়াৰ ওপৰতে দাদাগিৰী দেখুৱাই আছে কেলা কোন ইহত ।
@ComedyMan-vy6pj
@ComedyMan-vy6pj Жыл бұрын
যোৰহাটত দাদা গিৰি দেখাব লাগিছিল, গাড়ীৰ লগত মানুহো ভাঙিলে হয়
@dimpaldas4475
@dimpaldas4475 Жыл бұрын
100
@ABmusicland
@ABmusicland Жыл бұрын
Hosa kotha 😡
@manjulaborah1351
@manjulaborah1351 Жыл бұрын
অসমৰ ভাত খাব লাজ নালাগে,কথা কলে লাজ লাগে,অসমৰ পৰা গুচি নাযায় কিয়? নিজৰ ঠাইত খাব পালেহে যাব, এনেকুৱা দম নিজৰ দেশত দেখাওকচোন গৰু পিটন খাব, সিহঁতক অসমীয়া কবলৈ বাধ্য কৰাব লাগে, নহ'লে মাটি চেলেকাব লাগে, ইমান সাহ ক'ত পালে,
@adityakalita5560
@adityakalita5560 Жыл бұрын
তাক ধৰি লৈ পাব্লিক ধুলাই দিব।
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
তাক নহয় সিহঁত কিটাক বুলি লিখা
@NorthEastLocation
@NorthEastLocation Жыл бұрын
Mojja aru dibo lage
@harendranathgogoi9297
@harendranathgogoi9297 Жыл бұрын
অসমীয়াই যদি অসমতে অসমীয়াৰ কোৱাৰ বাবে মাৰ খাই তেনে হ'লে সকলো অভদ্ৰ হিন্দী বাষী অতি সোনকালে অসম এৰক ।আৰু অসমীয়াক ভাল ধৰণে জীৱনটো জীয়াই থাকিব দিব ।অনা ---------।
@assampapu8728
@assampapu8728 Жыл бұрын
Mojja kotha koise apuni ❤❤❤
@malakar734
@malakar734 Жыл бұрын
চৰকাৰে এই বোৰক কিয় দেখা নাই
@shantanumakrari8849
@shantanumakrari8849 Жыл бұрын
ককাইদেউ আশা কৰো আপুনিও আজি অসমীয়াৰ বাতৰি যাতে নিজৰ TRP বাবে প্ৰসাৰ নকৰে আৰু reality দেখুৱা ভাব ৰাখে....... কাৰণ video clip তোৰ দৰে বহুত অসমীয়া লৰাই যূজি আছে জাতি অস্তিত্বৰ ৰক্ষা বাবে....... বাকী দল সংগঠন , ৰাজনীতি, সংগ্ৰাম সমিতি চব ভেকোঁ ভাওনা আৰু স্বাৰ্থলোভী
@bapasmood1381
@bapasmood1381 Жыл бұрын
Well done by public.
@JituBoro1
@JituBoro1 Жыл бұрын
Akhom ot okol Akhomiya bhakha solibo ! “Jai Aii Akhom”🙏
@prabhatkrgogoi8153
@prabhatkrgogoi8153 Жыл бұрын
এইবোৰক মুখেৰে উত্তৰ দিয়া বাবেই এনে হৈছে, উত্তৰ হাতেৰে আৰু ৰঙা চকুৰে দিব লাগে ৷
@montukhanikar716
@montukhanikar716 Жыл бұрын
Aamar Sivasagart ahi dom dekhabo lagisile hath vori vangi jerenga potharot pelai dilu heten. Asomot aahi tholua asomiya gaat hath diyat moi hoijjyo koribo nuaru..😡😡👊👊
@montukhanikar716
@montukhanikar716 Жыл бұрын
@@PPBorah-bp1hs yaa bro.. Direct mukht ghusa porile heten.👊👊
@ashimkalita6770
@ashimkalita6770 Жыл бұрын
Axom hoi thakibo kintu axomiyak nuhuwa koribo paribartan sabdotu monot asei sage sokolore.
@n.kentertainment1470
@n.kentertainment1470 Жыл бұрын
Congrats Himanta biswa sharma....apuni xofol hoise....parise apuni......
@dipaktalukdar686
@dipaktalukdar686 Жыл бұрын
South India r style apply krba lgbo
@Prishasangma
@Prishasangma Жыл бұрын
বহিৰাগত্ ই আক্ৰমণ / প্ৰশাসনীয় দিশত কাম নহব / তাকো ভাষাক লৈ অসমৰ হৈ/ দ্বিতীয় ভাগ অসমৰ মানুহে আন্দোলন কৰিব,,,"জই আই অসম"
@assamby1996
@assamby1996 Жыл бұрын
Paresh Baruah Tim ahibo lage
@nilimamahato7017
@nilimamahato7017 Жыл бұрын
👍👍
@hirakjyotibaishya9021
@hirakjyotibaishya9021 Жыл бұрын
Vai thohat amar palat poribo lagisil....tohatar gharar manuhe tohatar har a bisari nepale hoi..
@kkfan-zm7zb
@kkfan-zm7zb Жыл бұрын
I agree wherever We go we , we live,we stay we should always respect local culture but some people do not understand it
@user-lg6wv9bw2c
@user-lg6wv9bw2c Жыл бұрын
কুকুৰক এতিয়াই মাৰি পেলাব লাগে অসমীয়া হয় আমি অসমত অসমীয়াৰ দাদাগিৰি চলিব সিহত সাৰি যাব নালাগে নহলে অসম গৈ tripuraদৰে হব🤬
@karanrajkhowa5084
@karanrajkhowa5084 Жыл бұрын
💯
@H.DenielMeitei
@H.DenielMeitei Жыл бұрын
আমি লাই দিয়াৰ বাবে লাই পাইছে আমাৰে মানুহবোৰ ভাল যে, কোন হৈ এইকেইটা হিন্দীভাষী আৰু লাই দিয়ক যিবোৰে লাই দিয়ে। আমাৰ ইয়াৰে খাই ইয়াত দাদাগীৰি দেখাব আহিছে। মজা দিব লাগে এইবোৰক যাতে next Time আৰু এনেকৈ যাতে কোনো অসম বাসীৰ লগত কৰিবলৈ সাহক নাপাই।
@rajanibaruah9049
@rajanibaruah9049 Жыл бұрын
Assamiakee aresrt karib Sai thakak😊
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
হয় সেইটোৱে হ'ব
@user-hj7uc5lm8f
@user-hj7uc5lm8f Жыл бұрын
জয় আই অসম মাৰিব জানো মৰিব জানো
@rantukhakhlari7555
@rantukhakhlari7555 Жыл бұрын
Guwahatyte ei obosta assomiar jaago assomia
@utpalgoswami1990
@utpalgoswami1990 Жыл бұрын
অসমীয়া লৰাই হাতত আইন তুলি ললে ভূল কৰা নহব নেকি? কিনা বেছা কৰিবপৰা খূটা চাৰিটা পচি গল নেকি?
@RockyEditz232
@RockyEditz232 Жыл бұрын
Axom t axomia bhakhai solibo kla . Jai Ai Axom .
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
Kintu Borak valleyt je okol Bengaliye sole kela😡
@Exploration-x9m
@Exploration-x9m Жыл бұрын
অসমত ঘটিত হোৱা এই ঘটনাই এই কথা স্পষ্ট কৰিছে যে ভূপেন হাজৰিকা দেৱে গোৱা সেই গীতটিৰ প্ৰতিটো কথা সচা। আমি অসমীয়া নহও দুখিয়া। মোৰ লগতো এই একেধৰণৰ ঘটনাই ঘটিছে। এজন বঙালী ভাষাৰ মানুহে মোক মোৰ নিজৰ ঘৰৰ কেম্পাছত গছ ৰোৱাৰ বাবে মোৰ লগতো কেবাবাৰো বীভত্স ভাষাৰে কাজিয়া কৰিছে। আচলতে অসমত অনা অসমীয়া হিন্দী আৰু বঙালী সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষা সংস্কৃতি আৰু অসম খনক নিশ্ষেষ কৰাৰ এক চক্ৰান্ত চলাই আছে। এয়া আমি অসমীয়া মানুহৰ আৰু অসমৰ বাবে অতিকে চিন্তাৰ কাৰণ।
@07Mech
@07Mech Жыл бұрын
You're not factually correct brother.
@Exploration-x9m
@Exploration-x9m Жыл бұрын
@@07Mech I m totally right 100%, I have proof
@07Mech
@07Mech Жыл бұрын
@@Exploration-x9m Please elaborate
@cycleindia7100
@cycleindia7100 Жыл бұрын
oxomot, bortomaan bandor Raj 🙉🙉 soli asey 😁😁🙏🙏
@bijoyutpal7429
@bijoyutpal7429 Жыл бұрын
Moja👌👍 Lengta kori pitiba lagisisil
@himangshudas544
@himangshudas544 Жыл бұрын
ভলুকা বাঁহ
@user-hg9mw8pw2y
@user-hg9mw8pw2y Жыл бұрын
I love my Assam. And assamis. Language. So beautiful assamis. Language
@Nfitness2621
@Nfitness2621 Жыл бұрын
Kanor tolot bojai dibo lagisil heiketak
@HimansuDas-fn8yu
@HimansuDas-fn8yu Жыл бұрын
I ❤ my axom amar axom jai ai axom moi hodai axomiyar logot asw
@prodipsonowal1576
@prodipsonowal1576 Жыл бұрын
অসমখনৰ % (40%অসমীয়া + 60%অনাঅসমীয়া =100%) লাহে লাহে শেখ হব ধৰিছে অসম..
@SubhadeepVlogsRF
@SubhadeepVlogsRF 8 ай бұрын
শেখ>শেষ। হব>হ'ব।
@RSBYOUTUBECHANNEL
@RSBYOUTUBECHANNEL 13 күн бұрын
Good 👍🏻
@hrishikeshdeka3546
@hrishikeshdeka3546 Жыл бұрын
ত্ৰিপুৰাৰ দিশে অসম.....
@Warriror4789
@Warriror4789 Жыл бұрын
Tripura baad diya… jammu kashmir hobole goi ase… miya land
@07Mech
@07Mech Жыл бұрын
​@@Warriror4789 The OUTSIDERS trying to dominate the NATIVES. Sad reality!
@surajrai5934
@surajrai5934 Жыл бұрын
Seriously
@ganeshsarma2321
@ganeshsarma2321 Жыл бұрын
In such cases comparatively common people comes forward for defence than white collar people who fear of getting their collars dirty.
@rishavdravid2490
@rishavdravid2490 10 ай бұрын
It's already late bro. assam is running on marwari & bengali's money. they are the highest tax payers. most assamese guys are jobless & pan shopwalas. this is inevitable. had there been strong work culture among the assamese youths, other than bihu dance culture, marwaris & bangalis wouldn't have dared infiltrating your state.
@RameshSharma-vu6si
@RameshSharma-vu6si 14 күн бұрын
My forefathers from Rajasthan but I am proud Assamese and I always stand by the side of KHILONZIA bcs Ei matir Ei Axomi Ai r upokar ase amar uporot... Axomiya giri aru axomiyaye salib axomot aru juge juge thakib THALUAGIRI.... Hindi kua kijone binamra howk... Aami u Hindi kau Pice eidhoronor bebhar rajhuwa koi Aaji loike Kora nai aru nakaru.... JAI AI AXOM
@jyotish5022
@jyotish5022 Жыл бұрын
axomiya nijor majot aa kajiya kori thak sob khadha khabi
@deepjyotiboruah9496
@deepjyotiboruah9496 Жыл бұрын
সিহঁতৰ ষ্পষ্ট প্ৰতিছবি প্ৰচাৰ কৰক । এইটো কোনো কাৰণত বে-আইনি নহয় ।
@tksarmah2632
@tksarmah2632 Жыл бұрын
আজিৰ অসমীয়াই নিজক নিচিনিলে অসম আৰু অসমীয়াৰ কি হব ? হিন্দু , হিন্দী আৰু হিন্দুস্থান নামত অসমৰ খিলঞ্জীয়া মানুহে নিজ ঘৰতেই হিন্দী ভাষীৰ হাতত অপমানিত প্ৰহাৰীত হবলগীয়া হোৱাটো এক সিকনি হোৱা উচিত। অসমীয়া ডেকা সকলক মাৰ বান্ধি এই অপশক্তিক কঠোৰ ভাৱে প্ৰয়োজনত শক্তি প্ৰয়োগ কৰি পৰাভূত কৰক। জয় আই অসম !
@jyotirupadeka9267
@jyotirupadeka9267 Жыл бұрын
ভালেই হৈছে দিয়ক। আজিকালি আকৌ আমাৰ মাক দেউতাকবোৰেও নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়িব নাজানে বুলি বৰ গৌৰৱেৰেহে কয় চোন। গতিকে, বহিৰাগতই সুবিধা নোলোৱাকৈ থাকিবনে আৰু!
@sundryshorts
@sundryshorts Жыл бұрын
Same happening everywhere
The FASTEST way to PASS SNACKS! #shorts #mingweirocks
00:36
mingweirocks
Рет қаралды 15 МЛН
Alat yang Membersihkan Kaki dalam Hitungan Detik 🦶🫧
00:24
Poly Holy Yow Indonesia
Рет қаралды 11 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 14 МЛН
CWE | Singham Dubey ji seems very Disappointed ! Check it out why?
5:52
The FASTEST way to PASS SNACKS! #shorts #mingweirocks
00:36
mingweirocks
Рет қаралды 15 МЛН