চুনিতা পাটৰ - Sunita Pator First Time in Studio || মিতুৰাণীৰ সৈতে 'ধ্বনি' || 'Dhwani' with Miturani

  Рет қаралды 1,173,443

DY365

DY365

4 жыл бұрын

চুনিতা পাটৰ - Sunita Pator First Time in Studio || মিতুৰাণীৰ সৈতে 'ধ্বনি' || 'Dhwani' with Miturani
#SunitaPator
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh

Пікірлер: 2 300
@skbassamvloger5938
@skbassamvloger5938 4 жыл бұрын
খুব ভাল লাগিল সুনিতা পাটৰ বাইদেউ ৰ কাৰণে এটা লাইক 👍💤
@porismitagogoi3327
@porismitagogoi3327 4 жыл бұрын
দৰিদ্ৰতা কেতিয়াও প্ৰতিভাক বাধা দি ৰাখিব নোৱাৰে।এটা সময়ত ই নিজেই প্ৰতিস্ফুট হয়।তাৰ সঠিক উদাহৰণ পাতৰ বাদেও। এইখিনিতে আপোনাৰ প্ৰতিভাক চিনাকি কৰাই দিয়া জনকো ধন্যবাদ। আপোনাৰ সন্মুখত এতিয়া এটা সোণালী ভৱিষ্যত।সুপৰিকল্পিত ভাবে আপুনি আগুৱাই যাওক।মই ভাবো ই আপোনাক জীৱন যুদ্ধতো আগুৱাই নি সমাজত প্ৰতিষ্ঠা কৰিব।আমাৰ শুভ ইচ্ছা আছে আপোনালৈ।
@smile5432
@smile5432 4 жыл бұрын
মানুহৰ জীৱনত ভাল সময় এবাৰ, দুবাৰ আহে কিন্তু সেয়া সময়ৰ গতিত অহংকাৰ হৈ নপৰিলে সমাজ খনে ✍️✍️✍️। শুভেচ্ছা থাকিল বাইদেউ
@bhanitarabha7950
@bhanitarabha7950 4 жыл бұрын
Du niya hoise baidew
@bassking1060
@bassking1060 4 жыл бұрын
Very nice...
@binodsaikia436
@binodsaikia436 4 жыл бұрын
Dhunia
@achintapatra8914
@achintapatra8914 4 жыл бұрын
Nice
@rudrabora251
@rudrabora251 4 жыл бұрын
অতি সুন্দৰ,খুড়ী আপুনি আগুৱাই যাওঁক আৰু আপোনাৰ সপোন বাস্তৱায়িত হওক তাৰে কামনা কৰিলোঁ।
@kolijacreation4182
@kolijacreation4182 4 жыл бұрын
ৰাণুমণ্ডল আ আ কৰি হেৰাই গল, হেৰাই যাব দিয়ক আমাৰ একো আহে নাযায় । কিন্তু আমাৰ অসমৰ পতিভা সদায় থাকিব লাগিব ।
@asproductionlimited5486
@asproductionlimited5486 4 жыл бұрын
hoi.. baidau garaki jate aguwai jai. Matro ahongkerok proshoi nidibo.
@kolijacreation4182
@kolijacreation4182 4 жыл бұрын
@@asproductionlimited5486Moi ahongkar porishyoi diya nai. utshah he disu .
@mukutbordoloi4572
@mukutbordoloi4572 4 жыл бұрын
আপোনাৰ উজৃল ভবিষ্যত কামনা কৰিলো।
@pankajnarayanhoukadhara2439
@pankajnarayanhoukadhara2439 4 жыл бұрын
Ekdom hosa
@monalisaboro2372
@monalisaboro2372 4 жыл бұрын
Very good
@shikhadutta6245
@shikhadutta6245 4 жыл бұрын
বৰ সুন্দৰ কন্ঠ ৷এক সুপ্ত প্ৰতিভা আগুৱাই নিয়াৰ বাবে বিকাশ পাটৰ দেৱলৈ অশেষ ধন্যবাদ লগতে DY365 লৈও ধন্যবাদ জনালোঁ ৷
@akhomiyabuwarid9714
@akhomiyabuwarid9714 4 жыл бұрын
বা নবৌ সচায় আপোনাৰ কন্ঠটো বহুত ধুনীয়া আশীবাদ কৰিলো যাতে আপুনি আগুৱাই যাওক তাৰেই কামনা
@shimahiloidari1699
@shimahiloidari1699 4 жыл бұрын
vabibo nuara konth....
@moinucreation85
@moinucreation85 3 жыл бұрын
বাইদেউৰ কন্ঠৰ তুলনা নাই ৷ God gifted .আপনালৈ অশেষ শুভকামনা ৷
@somainabasumatary8127
@somainabasumatary8127 4 жыл бұрын
Really so Sweet voice sunita ba.... keep it up.... 🎶🎶🎶❣️❣️❣️❣️❣️
@jda9828
@jda9828 4 жыл бұрын
আজি হে ভাল লাগিছে খুড়ীক..... বাদ্য যন্ত্ৰৰ লগত গীত শুনিবলৈ পাই। ধন্যবাদ ডি ৱাই 365
@robinpagag1909
@robinpagag1909 4 жыл бұрын
বাইদেউ আপোনাৰ গীতৰ কণ্ঠ ভাল। ভবিষ্যত আগোবাই যোৱাৰ কামনা কৰিলোঁ।
@Junalibordoloi6363
@Junalibordoloi6363 4 жыл бұрын
মজাৰ তালিয়া
@nipandeori6041
@nipandeori6041 4 жыл бұрын
@@robinpagag1909 1
@rkengineer5696
@rkengineer5696 4 жыл бұрын
kzbin.info/www/bejne/d5qwaY1_nslnpLs
@julisaikia9379
@julisaikia9379 3 жыл бұрын
@@Junalibordoloi6363 7
@arnabdas4631
@arnabdas4631 4 жыл бұрын
মাজা লাগছে বাইদেউ , বাইদেউ আপুনি আগুৱাই যাওক ,উজ্বল ভবিস্যত কামনা কৰিলো ,
@jintumanikalita7100
@jintumanikalita7100 4 жыл бұрын
Nice voice
@prabinbaruah6863
@prabinbaruah6863 4 жыл бұрын
এজনী বিবাহিতা বোৱাৰী, দুটি সন্তানৰ মাতৃ, এটি দুখীয়া কৃষক পৰিয়ালৰ গৃহিণী । কিন্তু এটি চহকী কণ্ঠৰ অধিকাৰী । কোনো দিন সঙ্গীতৰ আনুষ্ঠানিক শিক্ষা নথকা এগৰাকী মহিলাই তেওঁৰ সুললিত কণ্ঠৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰিলে । সঁচাকৈ আচৰিত হ'বলগীয়া কথা । তেওঁৰ উন্নতি কামনা কৰিলোঁ । সকলোৱে তেওঁক উতসাহিত আৰু সহায় কৰক যাতে তেওঁ কিছু আনুষ্ঠানিক শিক্ষা ও লব পাৰে । আৰু বহুতো আগুৱাই যাব পাৰে ।
@puja1197
@puja1197 Жыл бұрын
L
@user-cr4gy1ud1m
@user-cr4gy1ud1m Ай бұрын
কি কম ভাষা নাই like এটা কৰি দিয়ক 👍💗♥️
@oobey6342
@oobey6342 4 жыл бұрын
বাইদেউৰ কন্ঠই হৃদয় চুই যোৱাৰ বাবে লাইক কৰিব
@kontudaimary565
@kontudaimary565 4 жыл бұрын
Nice voice
@chandramonidasdas7401
@chandramonidasdas7401 4 жыл бұрын
@@kontudaimary565 rhw
@jayantabarman439
@jayantabarman439 4 жыл бұрын
ঔ।
@simantasaikia9678
@simantasaikia9678 4 жыл бұрын
Nice
@simantasaikia9678
@simantasaikia9678 4 жыл бұрын
Nice
@user-rj1rg5lk2x
@user-rj1rg5lk2x 4 жыл бұрын
Bahut bahut dhuniya voice baideo r babe 10000 bar like like like karilu
@kalpanagogoi7831
@kalpanagogoi7831 4 жыл бұрын
Voice is really so sweet...god bless her😘😘😘
@niyorssuperfine9520
@niyorssuperfine9520 4 жыл бұрын
ইয়াত Dislike দিয়া কেইজনে আচলতে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে। ইমান ধুনীয়া গান গাইছে বাইদেউৱে। বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@rockon6456
@rockon6456 4 жыл бұрын
perfect voice.... so sweet.. thats call Hidden talent...
@welding9313
@welding9313 4 жыл бұрын
বাইদেউ কণ্ঠত মিঠা যাদু আছে।আগুৱাই যাক । যাদু কৰি কণ্ঠ নিগৰি আহে বাইদেউ কণ্ঠত।Dy365 ধন্যবাদ ইমান সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।
@ganeshkeot6354
@ganeshkeot6354 4 жыл бұрын
Ganesh Keot ,bohot bohot bhal lagise.
@pranitapaul1759
@pranitapaul1759 4 жыл бұрын
খুব সুন্দৰ অন্তৰ আত্মা চুইজোৱা কণ্ঠ, যিমান সুনিলেও আমনি নেলাগে বাৰ বাৰ সুনি থাকিবলৈ মন যায়
@sanjoysahu
@sanjoysahu 4 жыл бұрын
Melodius and fine voice. May Almighty bless you.
@padmasaikia7210
@padmasaikia7210 4 жыл бұрын
বহুত ভাল লাগিছে, আগ বাঢ়ি যোৱাত সহায় কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো 🙏
@moneswartaid3351
@moneswartaid3351 4 жыл бұрын
আপোনাৰ কন্ঠ শুনি পাগল হলো । ইমান প্ৰতিভাশালী ! এই যাত্ৰাৰ পথ এৰি নিদিব । Good luck
@kunjalatapatgiri7710
@kunjalatapatgiri7710 4 жыл бұрын
You are right
@premanandpegu2426
@premanandpegu2426 4 жыл бұрын
Amazing voice...... Go ahead sister
@narenborah6979
@narenborah6979 3 ай бұрын
আহ কি সুন্দৰ বাইদেউ আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা আছে ঈশ্বৰৰ আশীৰ্বাদ পাই থাকক।
@nabajyotidas3046
@nabajyotidas3046 4 жыл бұрын
কবলৈ ভাষা নাই। বহু ভাল লাগিছে। আশা কৰোঁ আপোনাৰ কন্ঠ গান আৰু। শুনিব পাম। বুলি
@___puja_9247
@___puja_9247 4 жыл бұрын
Kot asele o emn din ...emn dhunia kontho ...wah 🙂🙂🙂😘😘 bahot dhunia gaise ❤️❤️❤️❤️
@kunjalatapatgiri7710
@kunjalatapatgiri7710 4 жыл бұрын
We appreciate you and your talent keep it up
@gobinboratech3032
@gobinboratech3032 4 жыл бұрын
Bohut dhuniya... truly amazing 👌🥰
@rushmikadas
@rushmikadas 4 жыл бұрын
ইমান ধুনীয়া কণ্ঠ।তেওঁৰ ভাইৰেল হোৱা গীতটো শুনিছিলো।শ্বেয়াৰো কৰিছিলোঁ।আগুৱাই যাওঁক তেওঁ।ভাল সুবিধা পালে বহুত ভাল লাগিব।
@moromideori2067
@moromideori2067 4 жыл бұрын
অলপ ভিতালী বাৰ দৰেই লাগে কণ্ঠটো..বিশেষকৈ এই বিচাৰিছো কাষৰতে...গানটো গাওঁতে..বহুত বহুত ভাল লাগিছে
@jayantadeori1855
@jayantadeori1855 4 жыл бұрын
হয় হয় কিনতু তাতকৈ ভাল লাগিছে
@arunbaruah1241
@arunbaruah1241 4 жыл бұрын
হয়, বহুখিনি মিল আছে। ভিটালী দাসে গোৱা বিহুগীত গালে হয়তো ধৰিবই নোৱাৰিব...
@binoynath9605
@binoynath9605 4 жыл бұрын
প্ৰথমে ভালে লাগে পিছলৈ ৰাণুমন্ডলৰ দৰে প্লোপ হয় নেকি ?
@arunbaruah1241
@arunbaruah1241 4 жыл бұрын
@@binoynath9605 হয়, একে কেইটা গীত শুনি থাকিলে আমনিও লাগেগৈ...
@rkengineer5696
@rkengineer5696 4 жыл бұрын
kzbin.info/www/bejne/d5qwaY1_nslnpLs
@rishijun1800
@rishijun1800 4 жыл бұрын
আগুৱাই যাওঁক বাইদেউ,,,, আপোনাৰ কণ্ঠ সচাকৈ বহুত সুন্দৰ,,,ভগৱানে আগুৱাই যোৱাত সহায় কৰক আপোনাক,,,প্ৰাৰ্থনা কৰিছোঁ,,,,🙏🙏
@parabirabha8685
@parabirabha8685 4 жыл бұрын
Nice
@akeruzzofficial105
@akeruzzofficial105 4 жыл бұрын
Amazing voice !!!
@rajeevborah5873
@rajeevborah5873 4 жыл бұрын
Best female voice I ever hard in Assam ..god bless her and pray for Her success
@pradippatar7271
@pradippatar7271 4 жыл бұрын
সৢুনিতা বাইদেউ মৰিগাৱঁৰ গৌৰৱ , তেখেতৰ দীৰ্ঘায়ু কামনাকৰিলো..
@riyarahman2124
@riyarahman2124 2 жыл бұрын
Good voice
@lakhyahiragohain2011
@lakhyahiragohain2011 4 жыл бұрын
ক'বলৈ ভাষা নাই বাইদেউ। আপুনি আগুৱাই যাওক তাৰে কামনা কৰিলো।
@dipakbora4867
@dipakbora4867 8 ай бұрын
😊thank you you dy uncommon singer for Assam 100 bless her
@bituponsonowal5698
@bituponsonowal5698 4 жыл бұрын
বৌ'ৰ কণ্ঠত সৰস্বতিৰ বিৰাজমান 😘😘😘
@tulyachutia3973
@tulyachutia3973 4 жыл бұрын
প্ৰতিটো গীতেই বৰ সুন্দৰকৈ গাইছে...আপুনি আগবাঢ়ি যাওক তাৰে শুভ কামনা জনালো...
@user-sy1bt4my4v
@user-sy1bt4my4v 4 жыл бұрын
কি কম ভাষা নাই ... Dislike মৰা কেইটা চকু চৰহা হব লাগিব....
@ruhitpatar8797
@ruhitpatar8797 4 жыл бұрын
thike koise
@rantusvlog9301
@rantusvlog9301 4 жыл бұрын
Hoi de manib lagib kintu..... 😡😡😡
@arupgogoi7241
@arupgogoi7241 4 жыл бұрын
লগতে পেতকুলি মানুহ ৷
@bornalichangmai8212
@bornalichangmai8212 4 жыл бұрын
Hoi dei ki asorit manuh
@syedaasminadewan208
@syedaasminadewan208 4 жыл бұрын
Kosha ka 😂😂😂
@tiwatribeofficial
@tiwatribeofficial 4 жыл бұрын
• Felicitation Towards Msajo. "Sunita Pator" By Tiwa Mathônlai Tokhrá (Sahitya Sabha), Morigaon District Committee. • আজলী খুড়ী সুনীতা পাটৰক আজি 'তিৱা মাথনলাই তখ্ৰা (সাহিত্য সভা)' মৰিগাঁও জিলা সমিতিয়ে সম্বৰ্ধনা জনাই। #Sunita_Pator *Check Here*: m.facebook.com/story.php?story_fbid=3109821675761779&id=400617566682217
@KabirSingh-jd8nm
@KabirSingh-jd8nm 4 жыл бұрын
হেই দৌষ্টো - kzbin.info/www/bejne/o16Vpq1rnbVge9E দিম্পু বৰুৱাক ভাল পোৱা সকলে এই ভিডিওটি চাব... ❤ দিম্পু বৰুৱাৰ বিষয়ে বহুতো নজনা কথা.. 🤟
@arpanagoswami4249
@arpanagoswami4249 3 жыл бұрын
ইমান ভাল লাগিছে বাইদেউ মোৰ চকুলো বাগৰিছে ।ভগৱানক প্ৰাৰ্থনা জনালো আপুনাৰ প্ৰতিভা ক সন্মান জনাই ছু। আপোনাক এইদৰে ওলাই অনা মানুহ জনক ধন্যবাদ।লগতে তেখেতক আপুনি কেতিয়াও নাপাহৰিব।
@moromideori2067
@moromideori2067 4 жыл бұрын
অতি সুন্দৰ কণ্ঠ..আগবাঢ়ি যোৱা কামনাৰে... ঈশ্বৰে মংগল কৰক আপোনাক
@kulebrakalita4945
@kulebrakalita4945 3 жыл бұрын
God
@pranjalkumar.7513
@pranjalkumar.7513 4 жыл бұрын
অসমৰ লতা মংগেছৰ 🙏🙏🙏🙏 বহুত বহুত শুভেচ্ছা থাকিল আগলৈ যাওক
@queenswisdomdiary4180
@queenswisdomdiary4180 4 жыл бұрын
Aguwai jauk baideu. Bahut sundar kantha
@sarojinidutta5058
@sarojinidutta5058 Ай бұрын
সুন্দৰ গাইছে,শিকি পেলাইও গাব নোৱাৰে জন্মগত প্ৰতিভা,ভাল লাগিল শুনি
@a.........b988
@a.........b988 4 жыл бұрын
সেইয়াই, সকলোৱে কয় , যে ..কাৰ কপালত কি আচে ,বিধতায় হে জানে
@lakhimaisaikiabora..864
@lakhimaisaikiabora..864 4 жыл бұрын
Apuni thike koise 👌👌
@pphukan8646
@pphukan8646 4 жыл бұрын
Hosa dai
@a.........b988
@a.........b988 4 жыл бұрын
@@lakhimaisaikiabora..864 ধন্যৱাদ লক্ষীমায়
@a.........b988
@a.........b988 4 жыл бұрын
@@pphukan8646 ধন্যৱাদ পসান দাঙৰিয়া
@rkengineer5696
@rkengineer5696 4 жыл бұрын
kzbin.info/www/bejne/d5qwaY1_nslnpLs
@puranjoydas7589
@puranjoydas7589 4 жыл бұрын
সুন্দৰ লাগিছে বাইদেউ কন্ঠত গীতসমূহ শুনি,,,,।
@DKalita-ou4dn
@DKalita-ou4dn 8 ай бұрын
সুন্দৰ হৈছে
@debojitkumarboradebobora4926
@debojitkumarboradebobora4926 Жыл бұрын
সচাই বৰ মনো-মোহা সুন্দৰ সুৰৰ ৰাগিনী গীত।শুণিলে যেন শুণি হেপাহ নপলাই আচলতে এই তেখেতৰ ঈশ্বৰৰ দান বুলি কলেও হয়তু ভূল কোৱা নহব।🙏🙏🙏🙏ধন্ৰবাদ আৰু আগবাঢ়ি যাওক যেন এইয়া আমাৰ আশা।
@mboyofficial2469
@mboyofficial2469 4 жыл бұрын
বাইদেউ ক এখন বিহু গীত গাবলৈ দিয়া চোন । বহুত ভাল লাগিব।
@johnmanibarman5630
@johnmanibarman5630 4 жыл бұрын
Its realy amezing voice,i m crying whn i hear her songs
@labanyakakati456
@labanyakakati456 4 жыл бұрын
Bahut barhia
@naturaldesigner1004
@naturaldesigner1004 4 жыл бұрын
"বিচাৰিছো কাষতে তোমাক" গীতটি খুবেই টান গীত গীতটি বৰ সুন্দৰ কৈ পৰিবেশন কৰিছে বাইদেউয়ে
@abuddinahmed2934
@abuddinahmed2934 3 жыл бұрын
स्वीत
@abuddinahmed2934
@abuddinahmed2934 3 жыл бұрын
बिसरिसु क्ख्रत्र
@poriphukangogoi3344
@poriphukangogoi3344 3 жыл бұрын
Pa
@soon3047
@soon3047 4 жыл бұрын
খুবেই সুন্দৰ কণ্ঠ। আৰু আগুৱাই যাওঁক তেখেতলৈ আন্তৰিক শুভকামনা থাকিল।
@priyankasaikia5302
@priyankasaikia5302 4 жыл бұрын
পদুম বোকাতেই জন্ম হয়,,,💞💕💜💙💚💛🧡👏👏👏👏🙏🙏🙏🙏🙏🙏🙏
@sririya5458
@sririya5458 4 жыл бұрын
So amazing voice.... So sweet
@dipakbora4867
@dipakbora4867 8 ай бұрын
Super fast singer in assam best of luck also your news ch
@ushabali1559
@ushabali1559 4 жыл бұрын
বৰ ভাল লাগিল। আগুৱাই যাওক ভাইদেউ। DY365ক ধন্যবাদ।
@mithileshniber8992
@mithileshniber8992 4 жыл бұрын
বাইদেউ ইমান ধুনীয়া কন্ঠ আপোনাৰ । আশা কৰো আপুনি বহুদূৰ আগবাঢ়ি যাব।
@probhatbori8380
@probhatbori8380 4 жыл бұрын
What a beutiful voice aunti May God bless you .
@jkklnjbvv
@jkklnjbvv 3 жыл бұрын
OMG !! অতুলনীয় ..!! মৌ পৰশা প্ৰতিভা ।
@sikshaanazari5382
@sikshaanazari5382 4 жыл бұрын
সুন্দৰ বাইদেউ, মোৰো ঘৰ মৰিগাঁও তেই হয়,আমাৰ মৰিগাঁওৰ কাৰণে গৈৰৱৰ কথা.
@basantiboro909
@basantiboro909 4 жыл бұрын
Moi morigaonr hoi vl lgil baa jonik dxi amr atiya morigaon baxi lbl dbo pari 😜
@sikshaanazari5382
@sikshaanazari5382 4 жыл бұрын
@@basantiboro909 umm Hoi
@krishnasvlogs5293
@krishnasvlogs5293 4 жыл бұрын
Amazing voice 👌👌 God bless her 🙏
@bhanudutta3795
@bhanudutta3795 Жыл бұрын
সুন্দৰ আগবাঢ়ি যাওক
@blulifeproduct1676
@blulifeproduct1676 4 жыл бұрын
সুন্দৰ কণ্ঠ ।ভগৱানে আপোনাক আগলৈ আগবাঢ়ি যাবলৈ শক্তি দিয়ক ।
@user-sn2yc8co2w
@user-sn2yc8co2w 4 жыл бұрын
সুন্দৰ কণ্ঠ। আপোনি অসমৰ বুকুত আজীৱন জিলিকি ৰওঁ‌ক, তাৰ বাবে ভগৱানৰ ওচৰ প্ৰাৰ্থনা কৰিছো।
@NiranjanNarzari
@NiranjanNarzari 4 жыл бұрын
Really Excellent O Baidwr Voice... Baidw Aagbarhi Jawk ... Zubeen Da🙏... Papon Da🙏...Babu Da🙏...Aru Hokalu Khongitar Logat Jarito Khilpi Khakalaloi Anwrudh 🙏Amar Sunita Baidwk Aagway Loi Jawak 🙏🙏🙏.. Jai Aai Axom..
@podmadas2823
@podmadas2823 4 жыл бұрын
সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো
@bijitborah1222
@bijitborah1222 4 жыл бұрын
Iman hundor kontho Baidew. Best of luck.
@santabeautyvideo5300
@santabeautyvideo5300 4 жыл бұрын
আজি হে ভাল লাগিছে খুড়ীক বাদ্য যন্ত্ৰৰ লগত শুনিব ধন্যবাদ Dy365 So sweet beautiful voice
@babydutta597
@babydutta597 4 жыл бұрын
Bhut dhuniya ,aponr voice 2....all the best,👍👍👍
@nankubordoloi1436
@nankubordoloi1436 4 жыл бұрын
Bahut xundor lagil apunar gaan kaytti xuni..vhgabanr usart parthana korisu apuni aguwayee jaok..
@jugaborah4485
@jugaborah4485 4 жыл бұрын
সুন্দৰ কণ্ঠ বাইদেউ আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ।
@liveshowchanneltantibikky3321
@liveshowchanneltantibikky3321 4 жыл бұрын
Yes what a lovely voice patak sister with music n nice keeping up going on
@nirubordoloi2398
@nirubordoloi2398 4 жыл бұрын
Sunita baidewk bhut bhal lagil ! Mojja
@maheshkurmi504
@maheshkurmi504 4 жыл бұрын
Mur sokulu dudhari boi ahil tekhetor jadukori konthot. Iman dhuniya pratibha sunita patar baideu apunar. Special thanks for:- 1)Bikash Patar Dada. 2)DY375 Family. & 3) All Assam news media.
@ponkojdutta2845
@ponkojdutta2845 4 жыл бұрын
Excellent... Really hat's off Sunita Bow.She should be recognised as a best lady singer of the century🙏🙏🙏
@purabinath2465
@purabinath2465 4 жыл бұрын
আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@nipjyotipatiri5361
@nipjyotipatiri5361 4 жыл бұрын
GOD GIFTED MELODIOUS VOICE.
@dipensaikia5794
@dipensaikia5794 4 жыл бұрын
Bhut Val lgel...God blas you...baidauuu
@Pizza-buggo
@Pizza-buggo 4 жыл бұрын
অতি সুন্দৰ.|জন্মগত প্ৰতিভা |কিছুমান গায়কে গীত গাওঁতে কষ্ট কৰা যেন লাগে কিন্তু তেখেতে আলাসতে গোৱা দেখা গল |ভগৱান প্ৰদত্ত কন্ঠ |
@user-uf4bo1lk1w
@user-uf4bo1lk1w 4 жыл бұрын
Best of luck sunita
@arupaboruahchetia182
@arupaboruahchetia182 4 жыл бұрын
Oti hundor. God bless you.
@bulbulchutia7220
@bulbulchutia7220 4 жыл бұрын
বহুত বহুত ভাল লাগিছে আশা কৰো আগলৈ আগুৱাই যোৱা কামনা কৰিলো।
@rintuthakuria7527
@rintuthakuria7527 4 жыл бұрын
Good performances
@AnowarHussain-xz7dj
@AnowarHussain-xz7dj 4 жыл бұрын
What a vocal tone ! Amazing....
@AxomZubeniyanVlog
@AxomZubeniyanVlog 4 жыл бұрын
A mzaaa o
@surajtamuli3429
@surajtamuli3429 4 жыл бұрын
wow wow 🥰🥰🥰❤❣
@musiclover-mr3wx
@musiclover-mr3wx 4 жыл бұрын
মোৰো মন যাই এনেদৰে আগবাহি যাবলৈ । আপোনাৰ গান ভাল লাগিল বাইদেউ আৰু আগবাহি যাওঁক ।
@swapnalideka6019
@swapnalideka6019 4 жыл бұрын
2mi o gaan goa neki raktim
@himuworld7054
@himuworld7054 4 жыл бұрын
akhetak anusthanalai niyar babastha karak
@namitarajbongshi8997
@namitarajbongshi8997 4 жыл бұрын
Tmi o ata gan ulioya
@musiclover-mr3wx
@musiclover-mr3wx 4 жыл бұрын
মোৰ মায়ে গাই ভাল পাই মই ও গাও ওচৰত ফাংচন পাতিলে ।হলেওঁ মই ঢোল বজাই ভাল পাওঁ ।
@entertainmentvlog4896
@entertainmentvlog4896 4 жыл бұрын
বহুত সুণ্ডৰ কন্ঠ।ভগবানে সহায় কৰক আপোনাক।
@niharikaborah7968
@niharikaborah7968 4 жыл бұрын
Bhut dhuniya hoise aguwai jauk,,,,
@nagench.baishya4486
@nagench.baishya4486 Жыл бұрын
কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ সংগীতৰ ইমান সুন্দৰ প্ৰতিভা সুব কমেইহে দেখা পোৱা যায় ৷ শিল্পী গৰাকীলৈ অশেষ ধন্যবাদ আৰু আশীবা’দ থাকিল ৷ তিখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷
@pborah562
@pborah562 4 жыл бұрын
মজা লাগিছে মোৰ প্ৰিয় গান টো "" এই ধুনীয়া গধুলি লগত "" ইমান ধুনীয়া কন্ঠ আপোনাৰ
@mrinmayrajbongshi728
@mrinmayrajbongshi728 4 жыл бұрын
Real talent of Assam❤️❤️ amazing voice 🤘
@tankeswarrabha2609
@tankeswarrabha2609 4 жыл бұрын
অমৃতৰ সমান কণ্ঠ। শুনিলেই শুনি থাকিবলৈ মন যায়।চুনিতা পাটৰ বাইদেউ আপোনাৰ গানবোৰ শুনি বৰ ভাল লাগিছে। বিশেষকৈ লুনা সনোৱাল বাইদেৱে গোৱা গীতটো আপোনাৰ কণ্ঠত।DY365ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@jibonbaskey4030
@jibonbaskey4030 4 жыл бұрын
Heart touching tune.it is call gift of god.god bless you Baideo.each songs are beautiful .
@bhaskarsaharia3007
@bhaskarsaharia3007 4 жыл бұрын
বহুত ধুনীয়া কন্ঠ নিগৰাইছে বাইদেউ আপুনি ।
@ramdhenu1663
@ramdhenu1663 4 жыл бұрын
কবলৈ শব্দৰ অভাৱ 🥰🥰🥰
@sumitrapatir387
@sumitrapatir387 3 жыл бұрын
Sunita baideuk manibo lagibo.ghorot eku subida nupuwakoi emankhini parise. Bohut bohut dhanyabad. Baideu.
@user-nz9up4be1x
@user-nz9up4be1x 4 жыл бұрын
Excellent baideo apuni aguwai jaok tare kamana karisu
@rajudeka1753
@rajudeka1753 4 жыл бұрын
আৰু আগুৱাই যাওঁক বাইদেউ তাকেই কামনা কৰিছোঁ খুব সুন্দৰ কণ্ঠ
@susmidevi8918
@susmidevi8918 4 жыл бұрын
Wow Sweet voice ❤️
@arupnath7825
@arupnath7825 4 жыл бұрын
Thanks DY365... Aponaloke mahila garakik aru alp aguwai lai jaok ..
@Sanjay66570
@Sanjay66570 4 жыл бұрын
আপাদত সেই গান 🎧🎤🎶ভালোবাসা দিচ্ছি বাংলাদেশের ঠেকে
@gobindaboro8201
@gobindaboro8201 4 жыл бұрын
So many talent of singing she has. Voice is really melodious and sweet. God bless her. Thank you DY365 for exploring her
@niranjanbokolial826
@niranjanbokolial826 4 жыл бұрын
Baideuk val ghor ata diuk taunat bhot kosta hoise buka pani gasoki hasai bukar padum fulise val lagise
@bitulsaikia4952
@bitulsaikia4952 4 жыл бұрын
Nice voyss
Bihu || Voice Of Northeast || Chayanika
5:43
Chayanika Baishya
Рет қаралды 831 М.
UNO!
00:18
БРУНО
Рет қаралды 3,6 МЛН
Викторина от МАМЫ 🆘 | WICSUR #shorts
00:58
Бискас
Рет қаралды 5 МЛН
No empty
00:35
Mamasoboliha
Рет қаралды 11 МЛН
I'm Excited To see If Kelly Can Meet This Challenge!
00:16
Mini Katana
Рет қаралды 31 МЛН
Bisarisu Kakhorote | Daag 2001
4:44
NRM Video
Рет қаралды 795 М.
social media viral Sunita patar interview.
20:35
amal entertainment
Рет қаралды 168 М.
UNO!
00:18
БРУНО
Рет қаралды 3,6 МЛН