চুপা চুপি যৌনগন্ধী নেকি ? লেখক পৰিচালক প্ৰণৱ ভৰালীৰ সৈতে বাৰ্তালাপ

  Рет қаралды 212,014

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 935
@nihalpathak8514
@nihalpathak8514 7 ай бұрын
কিছু বাস্তৱ কিছু কাল্পনিক, সুন্দৰ সংমিশ্ৰণৰ আধাৰত কাহিনীটো উপস্থাপন কৰা হৈছে। সহপাঠী প্ৰণৱ ভৰালী লৈ শুভেচ্ছা জনালোঁ।
@rashmirekhagohain8982
@rashmirekhagohain8982 7 ай бұрын
বহুত ভাল লাগিল চুপা চুপি খন চাই। প্ৰনৱ ভৰালীলৈ ধন্যবাদ জনাইছোঁ। কাহিনী, অভিনয় সকলোৱেই ভাল হৈছে। কেইটামান দৃশ্য মানি ল'ব পৰা নাই যেনে পেহীয়েকৰ লগত সম্পৰ্কটো।
@HrishikeshHazarika-tb4xu
@HrishikeshHazarika-tb4xu 7 ай бұрын
Enkua content bonabole dom thkibo lagibo ..Salute to this man for showing us the reality of ourselves 🙏🏻
@AdityaSaikia-de1qw
@AdityaSaikia-de1qw 6 ай бұрын
Ki dom lage ni bonabole
@jeetsaikia496
@jeetsaikia496 7 ай бұрын
বৰ্তমান সমাজৰ এখন জীয়া কাহিনী।।সুন্দৰ উপস্থাপন কাহিনীটোৰ লগতে সকলো চৰিত্ৰৰ। ছবিখনে মোৰ ধাৰণাত আমাক ইয়াকে বুজাইছে যে বৰ্তমান সমাজত আমি বিজ্ঞানৰ পাছত ইমানে দৌৰিছোঁ যে আমি নিজকে হেৰুৱাই পেলাইছো ,আৰু আমি যে পৃথিৱীৰ আটাইতকৈ জ্ঞানী জীৱ মানুহ যে পাহৰি পেলাইছোঁ। আমি সজাগ হবৰ হল যে বৰ্তমান সমাজখন কেনেদৰে তাৰ পৰা মুক্ত কৰিবপাৰো।।। ধন্যবাদ প্ৰণৱ দা,আগলৈও যেন আৰু আগবাঢ়ি যায়.......
@NKMedia-d6k
@NKMedia-d6k 7 ай бұрын
চুপা চুপি প্ৰণব ভৰালীৰ এক অন্যতম সৃষ্টি বহুত বছৰ আগৰ পৰাই জানো প্ৰণবক ভাল ভাল কাম কৰি যাওঁক
@dhanjitsarma1182
@dhanjitsarma1182 7 ай бұрын
অতীত ৰোমন্থন কৰা কাহিনী। অতি সুন্দৰ, প্ৰনৱ ভড়াঁলী লৈ শুভেচ্ছা থাকিল🎉
@karinasaikia1549
@karinasaikia1549 7 ай бұрын
এগৰাকী বিশেষ ব্যক্তি আপুনি । সদায় আগুৱাই যাওক। আপোনাৰ কথাবোৰ সুকীয়া ,এক সুকীয়া মাদকতাৰে পৰিপূৰ্ণ আপোনাৰ ব্যক্তিত্ব। সচাকৈঁ বৰ সুন্দৰকৈ উপভোগ কৰিলো এই পডকাষ্টো। চক্ৰপানি ককাইদেউলৈ ধন্যবাদ থাকিল ইমান এটা ধুনীয়া পডকাষ্ট আমাৰ মাজলৈ অনাৰ বাবে।
@papulborah1902
@papulborah1902 6 ай бұрын
চুপা চুপি চাইছো বহুত ভাল লাগিল। ভাল লগাৰ বিশেষ কাৰণ বহুত আছে তাৰে ভিতৰত তাহানিৰ সেই নিভাচ, নিস্বাৰ্থ মৰম ভালপোৱাবোৰ বিশেষ, যিটো আজিৰ দিনত দেখিবলৈ পোৱা নাযায়। ঠিক আপোনালোকে কোৱাৰ দৰে আজি কালি ভালপোৱাই কেৱল শৰীৰক বেচিকৈ গুৰুত্ব দিয়ে। আমিও বেচি পুৰণা নহয় কিন্তু তেনেকুৱা কিছূমান সোণালী দিন আমিও পাৰ কৰি আহিছোঁ, কেতিয়াবা ভাবো আকৌ যদি ঘূৰি অহা হলে সেই দিনবোৰ যত নিজক বিচাৰি পাও, প্ৰকৃত জীৱন উপভোগ কৰিব পাৰোঁ, আজিৰ এই যান্ত্ৰিকতা তথা মানুহৰ মন বুজি নোপোৱা, প্ৰেম কি ভালপোৱা কি তাক বুজি নোপোৱা এইবোৰ যেন আমাৰ কাৰণে নাছিল। চুপা চুপি websiris খনৰ লেখক প্ৰণৱ ভৰালী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰোঁ। আপুনি ইয়াৰ next part আকৌ আমাৰ মাজলৈ লৈ আহে যেন। সেই সোণালী দিনবোৰক প্ৰাধান্য দি ন-ৰূপত ? শেষত এটা কথাই কব খুজিম যিবোৰ মানুহে এই websiris খনত নিজক বুজি পোৱা নায়, নাই বা সেই আগৰ দিনবোৰ যত সহজ সৰল গাঁৱৰ মানুহৰ মনবোৰ দেখি পোৱা নাই, লৰালি আৰু যৌৱন কাল উপভোগ কৰি পোৱা নায় সেই সকলে websiris খন নোচোৱাই ভাল, কিয়নো তাত কেৱল আপোনালোকে ভূলবোৰ হে দেখিব ভালবোৰ নেদেখে। সদৌৰ শেষত চিঠি আৰু স্মাৰ্ট ফুনৰ মাজত পাৰ্থক্য বহুত ধন্যবাদ।
@khanindrathakuria289
@khanindrathakuria289 7 ай бұрын
আমাৰ নৱৌ দশকৰ চামটোৰ লগত প্ৰায় চৰিত্ৰ মিল আছে ❤। ভাল লাগিলে বহুত....
@priyankasaikia5302
@priyankasaikia5302 7 ай бұрын
বহুত কথা মনত পেলাই দিছে এই webseries খনে,,,,ময়ো একে লগে ৯টা খণ্ড চাইছো,,,,একো বেয়া দৃশ্য নাই ছবি খনত,,,অকল sex ৰ কথা নাই টো,,,,তাত এইটো দেখিছোঁ যে যিটো বস্তু পাবৰ বাবে হাবিয়াস,,,,,, তেতিয়া সেই সময়খিনিত sex কি হয়টো ভাবিয়ে পোৱা নাছিল,,,, কাৰোবাৰ হাতত ধৰা,,, কাৰোবাৰ গাল খনত চুমা এটা দিয়াই চাগে ডাঙৰ কথা আছিল সেয়াই তেতিয়াৰsex আছিল,,,,,, (মই যি বুজিছো),,, আৰু চিঠিৰ মাদকতা আহ:,,,,,,, বহুত ধুনীয়া ধুনীয়া স্মৃতি মনত পৰি গৈছিল,,,,,,, ভাল লাগিছে,,,সকলো খিনি হৈ যোৱা ঘটনা ৰ ওপৰত ভিত্তি কৰিয়েই বনোৱা হৈছে,,,, আৰু উৰ্মিলা বৌ ৰ দৰে আমাৰ ওচৰতো আছে তেওঁৰ চৰিত্ৰ আচলতে বেয়া নহয়,,,বাধ্য হয়,,আনৰ মুখত সোপা দিব কেনেকৈ???ৰমা ক বেয়া ভাবিছিলো কিন্তু প্ৰকৃত প্ৰেম চাগে ৰমাই কৰিছিল,,, বহুত ভাল লাগিছে মুঠতে কবলৈ ভাষা নাই,,,,, শেষত কও,,, ম'বাইলে মোৰ জীৱনটো বৰবাদ কৰিলে 😢😢 সছাই কাৰোবাক ভাল পাইছিলো কিন্তু ম'বাইল টোৰ কাৰণে মিছা হৈ গ'ল,,ভালে থাকক সকলো,,,প্ৰনৱ ভৰালী দাৰ বাবে এটা 👍
@tulugogoi388
@tulugogoi388 7 ай бұрын
Right
@ankitarajbanshi4720
@ankitarajbanshi4720 7 ай бұрын
Akdom hosa kotha koysa kintu moii akdina gutei khn saiisu bht kisumn vl bostu humai asii ❤❤❤
@priyankasaikia5302
@priyankasaikia5302 7 ай бұрын
@@tulugogoi388 🥰🥰👍👍
@ritupon..official.4565
@ritupon..official.4565 7 ай бұрын
Right ❤❤
@ritupon..official.4565
@ritupon..official.4565 7 ай бұрын
Val lagil Sai eke bare sob salu .moi 10 tu sab hepahot bisari hahakar .nai napalu .nai k n dada .June ji koi koi thakok
@hrisikashbora8729
@hrisikashbora8729 7 ай бұрын
ভাল লাগিল বহুত সুন্দৰ সকলোৰে অভিনয় বহুত সুন্দৰ সমাজত ঘটা কিছুমান সচা কাহিনী
@bikashborah6109
@bikashborah6109 7 ай бұрын
#চক্ৰ দা যোনেই যি নকওঁক মই একেদিনাই ৯টা ইপিচড চালো ৱেবচিৰিজ খনৰ,মই এটাই কম ম'বাইল ফোনেই সকলো শেষ কৰিলে আজিকালি PCO নাইকিয়া হ'ল,চিঠিৰ আদান প্ৰদান নাইকিয়া হ'ল আনকি VCD বিলুপ্তি হৈ গ'ল,আৰু ম'বাইল ফোনেই পৰকীয় প্ৰেমৰ সৃষ্টি কৰিলে। তাৰেই এটা বাৰ্তা দিলে এই ৱেবচিৰিজ খনে🎉
@নতুনকুঁহি
@নতুনকুঁহি 7 ай бұрын
Same
@dssaikia5655
@dssaikia5655 6 ай бұрын
Same
@NilutpalRajkhowa-r9o
@NilutpalRajkhowa-r9o 7 ай бұрын
মা কছম মই ইউটিউবত কেতিয়াউ ইমান সময় কটোৱা নাছিলো চুপা চপিৰ ১ম এপিচ'ড তু ছোৱাৰ পৰা ৯টা ছিৰিজ সময় লাগিল দুদিন কিন্তু আমি দেখি অহা আমাৰ সময়ত হোৱা কাহিনি হে দাদা একো বেয়া নহয় আৰু কিছুমান কথা আপোনাৰ মূখৰ পৰা শুনি ভাল লাগিল ছেক্স নোহোৱা হ'লে আমিনো কেনেকৈ আহিলো হয় শেষৰলৈকে চাই বুজি পালো ৰাইজলৈ দিয়া মেছেজ বিলাক আশা কৰো শেষত যে কয় সেই আঁৰৰ মানুহ জনে মোৰো এটা কাহিনি আছে ম'বাইলৰ লগত বুলি সেই কাহিনি ভাগো যাতে আগবঢ়াই আমাৰ মাজলৈ বিনম্ৰ অনুৰুধ🙏 অপেখ্যা কৰিম❤
@mikeykunn24
@mikeykunn24 7 ай бұрын
Val lagil bohut
@kdeka15
@kdeka15 7 ай бұрын
সকলোৰে অভিনয় খুব ভাল হৈছে। সমাজৰ জিয়া কাহিনী এটা দেখুওৱাইছে।
@DeepDeori-u3r
@DeepDeori-u3r 7 ай бұрын
প্ৰণৱ দা কাহিনী টোৰ বহুত ভাল লাগিল ❤ love from gogamukh ❤❤
@munugogoi6961
@munugogoi6961 5 ай бұрын
Alp polom koi sai asu kintu teacher studentr ktha khini huni sokur pani rokhabo nuarilu antor sui gl.... Thnks to both of u😊
@Comment_Man_Of_Assam
@Comment_Man_Of_Assam 7 ай бұрын
Supa Supi. 5 Star Out Of 5.. Pranab Bharali 🔥🔥🔥🔥🔥🔥
@apurbadeka6823
@apurbadeka6823 6 ай бұрын
সঁচাই বহুত ভাল হৈছে..❤ তেনেকুৱা ঘটনা তেতিয়াৰ সময়ত বুলি নহয়। বৰ্তমান সময়তো মনে মনে চলি আছে। হয়টো মুখত একো একোখন ভদ্ৰলোকৰ মুখা পিন্ধি আছে তেওঁলোকে। গতিকে মানুহে এইখনৰ পৰা বেয়া খিনি আঁতৰাই ভাল খিনি লোৱাটো উচিত। তেনেকুৱা কামবোৰ কৰিলে ভৱিষ্যত পৰিণাম কি হব পাৰে সেইটো শিক্ষা লোৱা উচিত..❤❤
@kdeka15
@kdeka15 7 ай бұрын
প্ৰণৱ দা'ৰ কথাখিনি বহুত ভাল লাগিল ।
@missperfect8015
@missperfect8015 16 күн бұрын
Khub dhuniya bonaise, enekua ekhn series bonabole bohut hahokh hbo lagibo. Teu ekhon enekua series bonaise jeh khub bhal lgise. Sob bostur pisot eta kahini thake aru teu xei kahini tu ulai dekhaise birat bhal lagisee❤
@riyandeep9636
@riyandeep9636 7 ай бұрын
কোনে কি ভাবিছে নাজানো❤ কিন্তু মই 9ta খণ্ড একেদিনাই saisu❤❤ bohut Dhuniya bohut val lagil❤❤val puwa bure like kri juwa❤❤❤
@kk-yq4qu
@kk-yq4qu 7 ай бұрын
Ummm mio aka dinai saisu 😊
@junmonisonowal-rp9jl
@junmonisonowal-rp9jl 6 ай бұрын
Val lagil bohut
@KarabiBaishya-mc7nj
@KarabiBaishya-mc7nj 6 ай бұрын
কোনে কি ভাবিছে নাজানো কিন্তু মই ন টা খণ্ড একে দিনাই চালোঁ বহুত বহুত ভাল লাগিছে ❤❤❤
@khasnurali4628
@khasnurali4628 7 ай бұрын
আপুনি যিটো কথা কৈছে যে আজি কালি প্ৰেম নাই , physical need . মই আজি তিনিবছৰে প্ৰেম কৰিলোঁ ৷ বৰ্তমানেও আছে সম্পৰ্কত কিন্তু আজিৰ তাৰিখলৈকে ঘৰৰ পৰা ক’তো অকলে লৈ যোৱা নাই। তেনেস্থলত আমাৰ বাবে Physical impossible . যিয়ে সচাকৈয়ে প্ৰেম কৰে তেওঁ কেতিয়াও বিয়াৰ আগত Physical নিবিচাৰে ৷
@vloggingassam7782
@vloggingassam7782 7 ай бұрын
এটা সাংঘাটিক ৱেব ছিৰিজ চালো অসমীয়াত। সুন্দৰ উপস্থাপন প্ৰতিটো চৰিত্ৰৰ।
@travelwithdiganta
@travelwithdiganta 5 ай бұрын
সঁচাই এজন simple আৰু unbelievable ব্যক্তি । আজি লগ পাইছিলো চান্দমাৰীত বহুত ভাল লাগিল।
@Ankurlahkar
@Ankurlahkar 7 ай бұрын
Ai khon cenema ghart lagisil pranab Da.... Blockbuster ❤❤❤❤❤ best webseries
@dipanrajnath8864
@dipanrajnath8864 7 ай бұрын
এনেকুৱা সৃষ্টি আৰু হব লাগে । অসমৰ এখন ধুনীয়া চুটি ছবি 👌
@asomiyaporompora4627
@asomiyaporompora4627 7 ай бұрын
মানুহজনৰ ব্যক্তিত্ব সঁচাই সুকীয়া ❤
@kabirmusicrocks2580
@kabirmusicrocks2580 7 ай бұрын
সঁচা কথা টো হল, এইকেইদিন সদায় মনত চুপা চুপি ।গান দুটা ও শুনি আছোঁ সদায়।বহুত ভাল লাগিছে।❤
@prachuryaborkakoty7560
@prachuryaborkakoty7560 7 ай бұрын
প্ৰণৱ ভৰালীৰ উজ্জ্বল ভৱিষ্যত আছে ।। Keep Going
@Prakritir_Buku_2024
@Prakritir_Buku_2024 6 ай бұрын
সঁচাকৈ সাৱলীল দৃশ্যায়ন,পৰিচালনা আৰু আমাৰ সেই সময়ৰ জীৱনৰ কিন্তু বৰ্তমানো মনৰ মাজত ছাঁয়া মায়া হিচাপে ঘূৰি থকা নাবালক বয়সৰ পাৰ হৈ যোৱা দৃশ্যৰাজি চাই নষ্টালজিক আৰু আপ্লুত হৈ পৰিলো। খুব ভাল লাগিল।❤।।।
@jAjABORNorth-East
@jAjABORNorth-East 7 ай бұрын
হৰ্থাৎ পেহীগৰাকীৰ কথা মনত পৰিল,ভতিজাকৰ ভাৰ্জিনিটি পেহীয়েকৰ লগত হে শেষ হ'ল। ধেৎ…😢 বাকী ভাল লাগিল❤❤
@Ishabkra
@Ishabkra 7 ай бұрын
পৰিয়ালৰ লগত সম্পৰ্ক শেষ কৰিছে
@deepjyotiborah4708
@deepjyotiborah4708 7 ай бұрын
​@@Ishabkraeyat poriyalor kotha kor pora ahila nu
@upashaborgohain4764
@upashaborgohain4764 6 ай бұрын
Bhal lagil❤
@Mnx396
@Mnx396 7 ай бұрын
সেই স্কুলৰ দিনবোৰ লৈ মনত পৰি গ'ল চাই থাকোতে । ভাল লাগিল চাই । ❤❤
@bhabajitbaruah7418
@bhabajitbaruah7418 7 ай бұрын
Right..কথা কৈছে প্ৰনৱ দা আপুনি। সঁচাই মোৰ বহুত ভাল লাগিছে ❤❤❤❤❤
@nayanjyotisarma3796
@nayanjyotisarma3796 7 ай бұрын
বহুত সুন্দৰ বনাইছে । শুভেচ্ছা জনালোঁ ।
@RamChandra-ks1wf
@RamChandra-ks1wf 6 ай бұрын
Hundor avinoi ❤️❤️❤️❤️👍👍🙏
@gaurangaburagohain7451
@gaurangaburagohain7451 7 ай бұрын
Val hoise webseries khon....beleg language t translate korile aru popularity pabo ❤❤❤
@Localboybhuyan
@Localboybhuyan 6 ай бұрын
Bahot val lagile full... ultimate kahani ❤❤❤❤❤
@AnudutiRoy
@AnudutiRoy 6 ай бұрын
Ekerahe dekhisu Assamese Webseries khn❤❤ relate koribo parisu childhood k❤😢 Pranab Bharali teor Films bur 💯 💯 Acting, Characters, Direction, Story all perfect 👍🏻❤
@Prashantabaishya86
@Prashantabaishya86 6 ай бұрын
Xosake bahut bhal bonaise....mojja lagile...guteikhini bhal hoise....eku ekuta charitrya, abhinoy xokolu bhal hoise....
@chandanadeka8599
@chandanadeka8599 7 ай бұрын
ৰূপদিগা,নান্নাট্টাৰি গাৱৰ কথা কওতে গম পালোঁ যে পৰিচালক আমাৰ ঠাইৰে ল'ৰা। ভাল লাগিল।ৱেব চিৰিজখন চাই বহুত ভাল পালোঁ
@golaptalukdar8266
@golaptalukdar8266 7 ай бұрын
Pukhurar lora
@Karnajitsarmah369
@Karnajitsarmah369 7 ай бұрын
Mojja hoise supa supi ...agdom xosa gayoor ghotonar lgt joriito .. ❤️👍👍👍👍
@sofiulali5329
@sofiulali5329 7 ай бұрын
বহুত ভাল লাগিল চাই। একো বেয়া পোৱা নাই।
@drstrangergaming241
@drstrangergaming241 5 ай бұрын
Salute to the writer. Akdm xosa , ajiklir relationship xojoj aru emotionless hoi goise.
@abhijitboruah5756
@abhijitboruah5756 7 ай бұрын
মোৰ দৃষ্টিত যি গৰাকীক মাৰি পেলোৱা হল তাতে মই এটা positive দিশ দেখা পালো লগ তিনিটাই যদিও মনত বেয়া ভাব থাকিলে অ বেয়া কাম কৰিব নোৱাৰে। এয়াই নবপ্ৰজন্মই, বয়স কম মগজুই সঠিক সিধান্ত নললে
@BeingGyan1101
@BeingGyan1101 6 ай бұрын
Aamar Dimbe Daa Juii. This man created something great...
@SudeshnaSutBoruah
@SudeshnaSutBoruah 7 ай бұрын
Waw borhiya lagil emagination topic tu great
@kasturidutta2874
@kasturidutta2874 7 ай бұрын
Bohut besi lessons thoka ekhon series.Bohut bhal lagil mur.Waiting for the next season ❤
@SebikaDevi-b5k
@SebikaDevi-b5k 7 ай бұрын
বৰ্তমান সময়ত তাতোকৈ অধিক চৰিত্ৰৰ স্খলন দেখা গৈছে বহ ছাত্ৰ ছাত্ৰীৰ মাজত। ডাঙৰৰ কাৰুকাৰ্যই ল'ৰা ছোৱালী ৰ মাজত কেনে প্ৰভাৱ পেলায় তাৰ উৎকৃষ্ট উদাহৰণ। বৰ্তমান সময়ত এনে বহু উৰ্মিলা ই সমাজখন কলুষিত কৰি আছে। ছাত্ৰ ছাত্ৰী জীৱনত মাক দেউতাকৰ গুৰুত্ব কিমান চিৰিজখন চালে অনুমান কৰিব পাৰি। ল'ৰা ছোৱালী ক'ত যায় কি কৰে এই ক্ষেত্ৰত মাক দেউতাকৰ সজাগ নহ'লে সমাজ খন বিপথে পৰিচালিত হ'ব। এখন চিৰিজৰ পৰা ভাল খিনি লৈ বেয়া খিনি উলিয়াই লব পাৰিলেই হ'ল।
@SangitasVlog
@SangitasVlog 7 ай бұрын
Bhut val lagil akeligot a gote episode sai hekh koriso 11 mohiya kesuwa kosot loi saiso bisonat thole xar pab sowat axubidha hob😁 bhut a val lagil aamar 90s kahini amar logt kahini to bhut mili gol😍😍 nostalgia
@pallabdutta9181
@pallabdutta9181 7 ай бұрын
Legendary man... pranab da❤❤❤
@sdofficial2017
@sdofficial2017 7 ай бұрын
Thike ase supa supi....next episode lage❤
@East4090
@East4090 7 ай бұрын
সুন্দৰ ভঁৰালী দা।ভৱিষ্যতে এনেদৰে আৰু সুন্দৰ সৃষ্টি আশা কৰিলো আপোনাৰ পৰা❤।
@nilakshidevi8250
@nilakshidevi8250 7 ай бұрын
To be a good and realistic film maker this type of madness is very much needed,. I have watched chupa chupi , just mind blowing... Pranab is not only mad but also bold enough to speak the reality.... Every body knows the reality... But a very few people are there who dare to speak about the reality without any hypocrisy.... Best wishes to Pranab.... Just go on making film based on life , relationship, reality.... 👍
@milimanuj8454
@milimanuj8454 6 ай бұрын
শেক্সপিয়েৰে কৈছিল, "ল'ৰা কেতিয়াও ছোৱালীৰ বন্ধু হব নোৱাৰে, কাৰণ তাত আবেগ থাকে, শাৰীৰিক ইচ্ছা থাকে। "একেই কথা কৈছে আইৰিছ কবি অস্কাৰ ৱাইল্ডে। "মানুহ আৰু মানুহৰ মাজত কেৱল সম্পর্ক থকাটো অসম্ভৱ। কেৱল ইচ্ছা, দুর্বলতা, ঘৃণা বা প্রেম থাকিব পাৰে। হুমায়ন আহমেদে কৈছিল ল'ৰা আৰু ছোৱালী বন্ধু হ'ব পাৰে কিন্তু প্রেমত নিশ্চয় পৰিব। হয়তো অতি কম সময়ৰ বাবে বা ভুল সময়ত। বা বহুত দেৰি, বা চিৰদিনৰ বাবে নহয়। কিন্তু সিহঁত প্ৰেমত পৰিবই। " সচাঁকৈয়ে কেৱল ল'ৰা- ছোৱালীৰ বন্ধুত্ব অসম্ভৱ আৰু প্ৰকৃতিৰ বিৰুদ্ধে। কাৰণ কেৱল বন্ধুত্ব প্ৰকৃতিয়ে অস্তিত্ব হেৰুৱাব। চুম্বক আৰু লোহাৰ কেতিয়াও কাষত থাকিব নোৱাৰে। আকৰ্ষণ কৰিবই। যদি কোনোবাই ইয়াক এৰাই ৰাখে তেওঁ ভণ্ডামি বা ঠগ। জুইৰ কাষত মমবাতি গলি যাব। ল'ৰা-ছোৱালীয়ে বন্ধুত্ব কৰিব পাৰে কিন্তু প্রেম বা অবৈধ সম্পৰ্কত ৰূপ ল'ব পাৰে। আৰু এয়া সাধাৰণ কথা।
@Kousikkashyap
@Kousikkashyap 7 ай бұрын
বৰ্তমান চৰ্চিত অসমীয়া Web Series খনত মাত্ৰ Adult Scene কেইটা দেখাই দিয়া নাই, বাকী তেনেকুৱা 80's, 90's ৰ কাহিনীৰে OTT সততে পোৱা সস্তীয়া Series বোৰৰ লগত একো পাৰ্থক্য নাই ৷ PCO, স্কুলত চিঠি দুই এটা বাদ দি নষ্টালজিক হ'বলৈ একো নাই ৷ আৰু PCO বোৰৰো এটা Standard আছিল, গ্লাছৰ বক্স আছিল Privacy ৰ বাবে ৷ বাকী গোটেই ছিৰিজটোৰ কেন্দ্ৰ হৈছে যৌনতা ৷ আমিও এইখন অসমতে ডাঙৰ হৈছোঁ, একেই গাওঁ, একেই চৰকাৰী স্কুলত পঢ়া ৷ আমি অন্ততঃ ইমান লেতেৰা পৰিবেশত ডাঙৰ হোৱা নাছিলো আৰু আমাৰ ইমান লেতেৰা মনো নাছিল নিজৰ শিক্ষয়িত্ৰী, নিজৰ পেহী মাহী, গাঁৱৰ বোৱাৰীক তেনে চকুৰে চাবলৈ ৷ যিসকলে নিজকে ছিৰিজটোত বিচাৰি পাইছে, তেওঁলোকে কোনটো চৰিত্ৰত নিজকে দেখিছে কৈ দিব চোন ৷ যদি অসমৰ 90's, early '20 ৰ পৰিবেশ এনে আছিল, তেন্তে মই থকা অসমখন বেলেগ আছিল !!
@RAJDEEP77776
@RAJDEEP77776 7 ай бұрын
I agree with you but tumi xetu jodi animal r nisina film akhon hit hobo pare tente supa supi kio noware aru ami jiitiya joubon t bhori diya samayt tenekua asillu tumi abar tumar cromor history tu a proman
@coldbaby09
@coldbaby09 7 ай бұрын
mukha pindha bhodro luk...😅
@RAJDEEP77776
@RAJDEEP77776 7 ай бұрын
​@@chandrika.rajbongshina mor soritra beya ne film khon beya just apuni ji bhabe saise setu beya baru apuni jetiya 15 bosor bayakh par hoar pisot beya pine soku goisil ba ba mon tu goisil xetu a aru
@kaverigogoi7726
@kaverigogoi7726 7 ай бұрын
Dramatic relief....is required for all spectators....but the podcast was really informative and entertaining...Director Producer Bharali is highly imaginative...Best wishes!!!
@dhiman144
@dhiman144 7 ай бұрын
Gutei stry 2 amar gaor kahini dore... A to Z proti2 ghotonae amar gaot hoise.... Xoru pra dekhi ahisu... Vl lgil bht... Mili goise
@NituBoruah-wo1fl
@NituBoruah-wo1fl 7 ай бұрын
Urmila bow number tu ase nki
@Mamu-q9u
@Mamu-q9u 6 ай бұрын
😅
@ৰক্তবাৰ্তা
@ৰক্তবাৰ্তা 6 ай бұрын
ভাল লাগিছে কথাবোৰ 🎉
@assamese243
@assamese243 7 ай бұрын
this web series is superb do not compare it with others ❤❤
@purnadahazarika1131
@purnadahazarika1131 7 ай бұрын
প্ৰশ্ন সোধা উত্তৰ দিয়া দুয়ো জনকে ভাল লাগিল মনত ভাবি থকা কথাবোৰৰ উত্তৰ বিচাৰি পালো ধন্যবাদ
@pranjalpratim2335
@pranjalpratim2335 7 ай бұрын
আপুনি যেনেকৈ ভাবিৱ ঠিক তেনেকৈ এটি কাহিনীৰ সৃষ্টি হ'ব। Webseries খনত যদি আপুনি যৌনতাৰ বাহিৰে আন একো দেখা নাই তেন্তে সেইয়া আপোনাৰ ভুল কাৰণ আপুনি কেৱল তাত যৌনতাই বিচাৰি ফুৰিছিল। যদি যৌনতা বাদ দি আপুনি আন আন দিশ খিনিও নিজৰ লগত Relate কৰিলে হয়। তেন্তে; তাত নিশ্চয় কৈ অলপ সময়ৰ কাৰণে অলপ হ'লেও নিজক বিচাৰি পালে হয়।
@reagent69
@reagent69 6 ай бұрын
@@chandrika.rajbongshi Tumi neet r karone porha hee.. kiman judge koriba beleg k.. eneke comment kori furile nohobo aru ketiyau NEET crack 🤣🤣🤣🤣🤣
@reagent69
@reagent69 6 ай бұрын
@@chandrika.rajbongshi etiya deuta dhukua buli koi dila.. ab main kya hi bol sakta hoon.. I hope his soul rest in peace 🙏🏻♥️
@gunajitbarman8143
@gunajitbarman8143 6 ай бұрын
বহুত ভাল লাগিল।
@ammanjyotiburagohain9958
@ammanjyotiburagohain9958 7 ай бұрын
Mozaaa... Bonaise
@abdulrahman1992
@abdulrahman1992 6 ай бұрын
Dhunia hoise dada akha kriso aro anekua vl loga kahani
@bhaskartalukdar9243
@bhaskartalukdar9243 7 ай бұрын
ankuwa akhon web KZbin disi jot nki agr dinar school bilak knkuwa asil lora swali knkuwa asil etc.. Outstanding bonaise next episode lge amk✊😢
@nilotpalsarma2211
@nilotpalsarma2211 6 ай бұрын
সুন্দৰ কাহিনী আৰু সুন্দৰ উপস্থাপন 👌
@hirakjyotihazarika8177
@hirakjyotihazarika8177 7 ай бұрын
প্ৰনৱ‌ ভৰালী আজিৰ যুগৰ শ্ৰেষ্ঠ নিদেৰ্শক
@AbdulWahid-mv1jh
@AbdulWahid-mv1jh 5 ай бұрын
Part 2 r krone wait kri asu 🤩
@Suraj-CR36
@Suraj-CR36 7 ай бұрын
চুপা চুপি এখন অতি সুন্দৰ ছবি ❤❤
@bonnychutia3056
@bonnychutia3056 6 ай бұрын
Val hoise...lukai surkoi jitu hoi ase heitu sposto rupot uposthapon hoise
@PujaDas-xm4xg
@PujaDas-xm4xg 7 ай бұрын
বহু দিনৰ মূৰত ভাল লগা কিবা এটা চালো। বহুত ভাল লাগিল। শুভেচ্ছা থাকিল। অকমান ভুল থকা যেন লাগিল..." মহাভাৰত " দিবৰ সময়ত মবাইল অহা নাছিল । বাকি "পাৰ , হাহঁ হব নেকি ... ডাইলগ টো বহুত ভাল লাগিল....❤❤❤❤
@ধেৎতেৰি07
@ধেৎতেৰি07 6 ай бұрын
মবাইল অহা দেখোৱা নাই CD প্লেয়াৰ আহিছিল সেইটোহে দেখুৱাইছে ৷
@Manasharts9416
@Manasharts9416 6 ай бұрын
চুপা চুপি চাই আগৰ দিনবোৰলৈ মনত পৰি গল বহুত ভাল লাগিল ❤❤❤
@abhimanyarabha1570
@abhimanyarabha1570 7 ай бұрын
2nd session lage joldi
@mridusankardas
@mridusankardas 7 ай бұрын
2025 t ahibo ai2 tymt a
@irenicc223
@irenicc223 5 ай бұрын
সচাকৈ প্ৰণৱ ভৰালী সৃষ্টি অপূৰ্ব 👍👍
@palashkalita7291
@palashkalita7291 7 ай бұрын
সুন্দৰ অভিনয়, কাহিনী চুপা চুপিত
@dhrubasaikia6725
@dhrubasaikia6725 7 ай бұрын
চুপা চুপি এক কথাত Excelent❤
@pujarajbangshi6455
@pujarajbangshi6455 7 ай бұрын
Chupa chupi aru moina kalija sai bhut vlll lgil❤
@nilutpalsaikia5852
@nilutpalsaikia5852 7 ай бұрын
Moina kolija 😂😂😂😂😂😂😂 ki re atleast comparison tu komse Kom bhl k korok
@pujarajbangshi6455
@pujarajbangshi6455 7 ай бұрын
@@nilutpalsaikia5852 iat hahibo loga ki hol he😂🤣moi just koisu n mur vll lga web series keikhnr kotha 🤣🙏tate apuninu imn rokh pbo lge ne🤣👍
@pujarajbangshi6455
@pujarajbangshi6455 7 ай бұрын
@@nilutpalsaikia5852 mur vll lgise moi kolu apunar ki problem?? Tate imn rokh loi hahil j... Mur vll lgil web series dukhn moi kolu 😂What's wrong with you again?
@dimpisarma8246
@dimpisarma8246 7 ай бұрын
Val hoise series khn❤❤❤..moi navabu anekua Assamese series kunubai agote bonaisu bli
@vlogsofdev1827
@vlogsofdev1827 7 ай бұрын
হয় কথাটো আপোনাৰ দৰে মইও গোটেইকেটা খণ্ড শেষ কৰি অলপ সময় মোবাইল চাইদত থৈ ভাৱি আছিলো একদম সচাকৈ কৈছো ।। কি অনুভৱ হৈছিল নিজৰ মাজতে বুজি নাপালো সিদিনা চোৱাৰ সময়ত ।। কি বনাইছে ❤
@jitulkalita4455
@jitulkalita4455 7 ай бұрын
বহুত ভাল লাগিছে ছিৰিজটো চাই , সুন্দৰ উপস্থাপন , মই গোটেই কেইটা খণ্ড একে বহাই চাইছো বহুত ভাল লাগি ছিল , চিৰিজটোৱে অতিতৰ কথা মনত পেলাই দিছে , বাৰে বাৰে চালেও হেপাহ নপলাই , দ্বিতীয় চিৰিজ্ সোনকালেই লাগে , আগৰ দিনবোৰে বহুত ভাল লগা আছিল ,
@prodipdutta9794
@prodipdutta9794 7 ай бұрын
বাকী প্ৰনৱ দা সকলো ভাল হৈছে জয়ন্ত দাই কাপোৰ হে একেযোৰ পিন্ধি থাকিলে😊
@humenbhuyan4088
@humenbhuyan4088 7 ай бұрын
এনেই জংঘলত ট্ৰেইনিং কৰি অহা নাই 😅
@prodipdutta9794
@prodipdutta9794 6 ай бұрын
Haha😂
@deepjoyti.kalita
@deepjoyti.kalita 6 ай бұрын
কথা বিলাগ বৰ ধুনীয়াকৈ কৈছে শুনি ভাল লাগিল। আৰু ছবিখন বিৰাট ভাল হৈছে। সেইটোৱে আপুনি কোৱাৰ দৰে চবৰে চোৱাৰ দৃষ্টি ভংগীটো বেলেগ।
@nasoni_jyotika
@nasoni_jyotika 7 ай бұрын
এইখনক লৈ ইমান controversy কৰা হৈছে যে 15:35 ৰঙাটাপু চোৱা নাই নেকি?? কি যে আৰু😂😂‌ controversy কৰি থকা কেইজন চাগে বিৰাট ভদ্ৰলোক 😂😂😂
@Bornali_Gogoi
@Bornali_Gogoi 7 ай бұрын
প্ৰতিটো চৰিত্ৰই সুন্দৰকৈ ফুটাই তুলিছে। খুবেই সুন্দৰ।
@Tralukya99
@Tralukya99 7 ай бұрын
Chupa chupi web series sai kune kune val paisa.....Ata ata like kora.......🎉🎉❤❤😊😊
@bedantabikash179
@bedantabikash179 7 ай бұрын
Ekebohate bohi saisu. Vl bostu mni loboloi sobore digdr.lots of love❤
@dipupathak9411
@dipupathak9411 7 ай бұрын
Aitu kotha xosa koise je atia r prem xosa prem nhoi physicalness r he issa.
@pallabmedhimedhi3771
@pallabmedhimedhi3771 6 ай бұрын
Supa supi websirs khanr pra bhut shikhibo lagiya ase.. Bhut val lagise sai pranab bharali da ako 10 nambr episode krne roi asu..
@Bidyut_123
@Bidyut_123 7 ай бұрын
Moi kintu office bat di salu
@HimakshiKalita-l2x
@HimakshiKalita-l2x 6 ай бұрын
Val likhise Aupuni... Bht vl lagil sai
@pjzubeen
@pjzubeen 7 ай бұрын
Supa supi bule...naam or design tutei 69 or reference di thoise....kla💀
@MrinmayChakravarty-jf4nr
@MrinmayChakravarty-jf4nr 7 ай бұрын
😂😂😂spotted
@humenbhuyan4088
@humenbhuyan4088 7 ай бұрын
পপিয়া
@ConquerorJugal08
@ConquerorJugal08 6 ай бұрын
Negative thinking doesn't matter matter by positive thinking. Waiting for 2nd session......!!!
@bikashbaishya-bl5fr
@bikashbaishya-bl5fr 7 ай бұрын
46:12 aibilk bhal bostu dekhaise ne???????? .... Kisumn anekuwa scene dekhaise jibur Bollywood t o nedekhai aru ai actor / actress bure keneke kare aibur😢😢😢😢
@Ajaysaw-h1t
@Ajaysaw-h1t 6 ай бұрын
ধুনীয়া লাগিল ❤
@sukonyagogoi4462
@sukonyagogoi4462 6 ай бұрын
This is one of the best Assamese web series I have watched. The makers have done an amazing job.
@SebikaDevi-b5k
@SebikaDevi-b5k 7 ай бұрын
বহুত বহুত ভাল লাগিল। ভাল বেয়া বাচি লোৱা খিনি নিজৰ কথা।
@dhrubakonch4498
@dhrubakonch4498 6 ай бұрын
Wonderful message for our society 👍
@utpalborah22
@utpalborah22 6 ай бұрын
কিছু কিছু ক্ষেত্ৰত কাহিনীটো অলপ Monica Bellucci ৰ Malena ৰ লগত মিল আছে… হ'লেও বহুত ভাল লাগিল বাৰু…
@theviralmadevideostvm5062
@theviralmadevideostvm5062 7 ай бұрын
Dhunia hoise pranab bhai.. Aguai jua.. Aami concept aru content buji paisu.. Negativity biyopua manhu a negative kobo a
Ehe! Pu Edena U-te Inah Zonunmawiin engnge a tih?
21:50
KL MIZO PRODUCTION
Рет қаралды 3,9 М.
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 4,6 МЛН
Chaknoiya || EP-15 || 23-01-2025
16:47
Rengoni TV
Рет қаралды 10 М.
চীন দেশলৈ কেনেকৈ যাব ?
1:06:49
BAARTA LAAP
Рет қаралды 212 М.