দামী দামী ঔষধো বিফল হৈছে | এই গছ যদি পায় ভুলটো নেৰিব | সোণ-হীৰাতকৈও মূল্যৱান | চমৎকাৰ জানিলে অবাক হব

  Рет қаралды 660,116

Chitra Ranjan Nath

Chitra Ranjan Nath

Ай бұрын

দামী দামী ঔষধো বিফল হৈছে | এই গছ যদি পায় ভুলটো নেৰিব | সোণ-হীৰাতকৈও মূল্যৱান | চমৎকাৰ জানিলে অবাক হব
ABOUT THIS VIDEO - আপোনাৰ ঘৰৰ কাষতে থকা এই জোপা গছ জাবৰ বুলি দলিয়াই নিদিব। এইজোপা গছৰ চমৎকাৰী উপকাৰৰ কথা জানিলে অবাক হ’ব। সোণ হীৰাতকৈও মূল্যৱান এই গছ।
DISCLAIMER- বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি আপোনাৰ বাবে এই তথ্য আমি আগবঢ়াইছো। বিজ্ঞ তথা বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এই উপায়সমূহ কৰিব।
OTHER VIDEOS-
• বুদ্ধিমান মানুহে কেতিয়...
• কাপোৰ খুলি গা ধোৱা সকল...
• মাত্ৰ ৩দিনতে আপোনাৰ চু...
• আপুনিও যদি কাৰোবাক বেছ...
• ভাগ্যৱান জনেহে এই গছ ল...
• নাৰীৰ কি বস্তু গোপনে স...
• ৩ জেগাত কেতিয়াও নৰম নহ...
• Video
#chitraranjannathvideos
#chitraranjannathmotivation
#chitraranjannath
#motivation
#inspiration
#health
#healthtips
#assam
#assamese
#cocklebur
#benefits

Пікірлер: 1 500
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh Ай бұрын
আপোনাৰ কথা তো মনত পৰি বহুত আনন্দ পালো। সৰুতে এই গছৰ গুটি আনৰ চুলিত দলি মাৰি ৰং পাই ছিলো। ধন্যবাদ🙏 💐
@pranjalbaruah6225
@pranjalbaruah6225 Ай бұрын
Korisilu
@kritagnakalita3099
@kritagnakalita3099 Ай бұрын
Jai. Seri. Ram
@user-ud2qt6up7o
@user-ud2qt6up7o Ай бұрын
QaàaQq ni ni😢😢 in mo😅 ni ni ni​@@pranjalbaruah6225
@MousumiBegum-hs2eq
@MousumiBegum-hs2eq Ай бұрын
😅​@@pranjalbaruah6225
@user-vz8fd5dt5p
@user-vz8fd5dt5p Ай бұрын
আমিও সৰুতে চুলিত লগাইছিলো এল পি স্কুলত পঢ়ি থকা সময়ত ।
@dipaliBaro-mq7lo
@dipaliBaro-mq7lo Ай бұрын
Aamiyo 😂😂😂
@WWF653
@WWF653 Ай бұрын
Amiyu
@padumkakati2938
@padumkakati2938 Ай бұрын
মেডিকেলটেকনিচিয়ানৰ ভাত মৰিল।
@dipanjoliborthakur
@dipanjoliborthakur Ай бұрын
0gora buli Janu but dorksri buli najanu
@rajugogoi3157
@rajugogoi3157 Ай бұрын
সৰুতে বেলেগৰ চুলিত লগোৱা মজাই বেলেগ আছিল
@nitupuwali9701
@nitupuwali9701 Ай бұрын
এই গছবোৰক সৰু পুলি হৈ থাকোতে খাই বহুত ধুনীয়া আৰু ভাল সুগোন্ধি এটা আছে ❤️
@user-hm1ln1kz3z
@user-hm1ln1kz3z Ай бұрын
শ্ৰী কৃষ্ণয় নম বহুত ভাল লাগিল এই শাকৰ উপকাৰিতা কথা বুজাই দিয়া বাবে ধন্যবাদ
@prashantakakoty2379
@prashantakakoty2379 Ай бұрын
ধন্যবাদ জ্ঞাপন কৰিলো । সৰুতে লগৰ ছোৱালীবোৰ মূৰলৈ গোপনে দলিয়াইছিলোঁ ।
@kartikgorh3454
@kartikgorh3454 Ай бұрын
Moiu
@Mainabora-jt4ru
@Mainabora-jt4ru Ай бұрын
আপোনাৰলৈ বহুত বহুত ধন্যবাদ । আমাৰ ঘৰৰ ওচৰত আছে আমি কিন্তু নাজানো । ভগৱানে যেন আপোনাক বহুত আশীৰ্বাদ কৰক 🙏🙏🙏💞
@prabinsutradhar5692
@prabinsutradhar5692 Ай бұрын
জয় শ্ৰী ৰাম আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল
@jack-ht2gm
@jack-ht2gm Ай бұрын
Bahut purani Katha manat pelai diar babe Thank you❤❤ameo khelisilu❤❤❤
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 Ай бұрын
আগৰা পুলি দুপটিয়া হ'লে আলুৰ লগত ভাজি খাই বৰ ভাল লাগে
@sarojinichaudhury179
@sarojinichaudhury179 Ай бұрын
প্ৰথম শুলিলোঁ ৷
@birsingnarzary1375
@birsingnarzary1375 Ай бұрын
বৰ ভাল হৈছে I নজনা কথা JOAI DIAAR বাবে I ধন্যবাদI
@eeshankalita2215
@eeshankalita2215 Ай бұрын
জয় শ্ৰীৰি ৰাম। আপুনি দিয়া উপদেশ খিনি বহুত ভাল লাগিল। ধন্যবাদ।
@user-ll6sh5qg1g
@user-ll6sh5qg1g Ай бұрын
Jai shri Ram
@user-vj3jr8jg3o
@user-vj3jr8jg3o Ай бұрын
সুন্দৰ বহুত ভাল‌ লাগিলে‌
@akashboraassam2169
@akashboraassam2169 Ай бұрын
অগৰা গছ‌ বুলি কোৱা হয় আমাৰ ফালে। এই গছ জোপা গৰু বিহুৰ দিনা গধূলি জাকত লাগে। সৰুতে আমিও খেলিছিলো।
@AllAssamAssamese
@AllAssamAssamese Ай бұрын
Hoi de.
@jitukalita1591
@jitukalita1591 28 күн бұрын
জয় শ্ৰী ৰাম বৰ ভাল লাগিছে
@moonrajkonwar8065
@moonrajkonwar8065 Ай бұрын
Jai Siri ram
@rubulmoran6503
@rubulmoran6503 Ай бұрын
অলপ অলপ গম পাওঁ এই বিধ গছ বহুত বেমাৰৰ কাৰণে ভাল বুলি কিন্তু আজিৰ এই ভিডিও টোত ইমান ভালকৈ বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ❤❤
@DullalSuuheq
@DullalSuuheq Ай бұрын
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@unknwn1939
@unknwn1939 Ай бұрын
Nalbaria bhakhat agra guti buli janu potharot bohu pua jai
@minik1ng969
@minik1ng969 Ай бұрын
Amiu kalicilu
@anjanabezbaruah9617
@anjanabezbaruah9617 Ай бұрын
হয় আমাৰ নলবাৰীৰ পঠাৰত বহুত আছে,খেতি কৰাৰ সময়ত হাল বাবলৈ বহুত কষ্ট হয়,আগৰা গছ
@TulanchBorha
@TulanchBorha Ай бұрын
❤​@@minik1ng969
@biswadas1438
@biswadas1438 Ай бұрын
Sir ..kokal bikhor.... Upay kobo... Sun
@renukadoley3114
@renukadoley3114 Ай бұрын
Ami. Eyak. Tagom. Buli. Kow. . Jonai
@bijayadeka7177
@bijayadeka7177 Ай бұрын
Om namh sibay ❤❤❤
@NajimUddin-ip2mpajmol
@NajimUddin-ip2mpajmol 29 күн бұрын
Allhahumma, aamin
@ranjitadeori6018
@ranjitadeori6018 Ай бұрын
বৰ ভাল লাগিছে আপোনাৰ দৰবটো বাবে
@bharatihazarika2057
@bharatihazarika2057 Ай бұрын
Tumak bohut dhanyabat bujai diyer babe
@nareswardas7725
@nareswardas7725 Ай бұрын
ধন্যবাদ । সৰুতে এই গুটিৰে আমি খেলি দিলোঁ । ভাল লাগিল ।
@Mastertechpvt
@Mastertechpvt Ай бұрын
Mashallah
@ThaneswarBezbaruah
@ThaneswarBezbaruah Ай бұрын
নলবাৰীয়া ভাষাত আগ্ৰাৰ গুটি বুলি কোৱা হয় ভিদি ওটো ভাললাগিল
@anjanabezbaruah9617
@anjanabezbaruah9617 Ай бұрын
আমাৰ নলবাৰী ত বহুত পোৱা যায়,হয় আমি আগতে খেলিছিলো,
@Israfil_The_Legendary_Mind
@Israfil_The_Legendary_Mind Ай бұрын
Alhamdulillah
@KakoPather-wi5cz
@KakoPather-wi5cz Ай бұрын
Assam love you 💕😘
@AssameseVDO930
@AssameseVDO930 Ай бұрын
Val lagil VDO tu sai bohut hikilu bebohar korim hikisu jetya
@apurbagoswami6553
@apurbagoswami6553 Ай бұрын
ধন্যবাদ জনাইছো 🙏
@devrajdutta5179
@devrajdutta5179 Ай бұрын
বৰ ভাল কথা এটা আজি জানিব পাৰিলো।অশেষ ধন্যবাদ জনালো।ৰীতা দত্ত।❤
@namitadoley1375
@namitadoley1375 9 күн бұрын
জয় শ্ৰী ৰামে ❤❤❤
@RahimaKhanam-xr2we
@RahimaKhanam-xr2we Ай бұрын
Allahu allah
@krishnomoy228
@krishnomoy228 Ай бұрын
আপোনাৰ পৰা বহুত জ্ঞান লাভ কৰিলো,,,tq
@RajkumarChungkrang-kw3bu
@RajkumarChungkrang-kw3bu Ай бұрын
বহুত বহুত ধন্যবাৰ আপোনালৈ।।।
@dhaneswaripegu2352
@dhaneswaripegu2352 Ай бұрын
জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম
@runukuli2071
@runukuli2071 Ай бұрын
সুন্দৰ। জনাই দিয়াৰ বাবে ধন্যবাদ জনালোঁ
@bahatipathak7218
@bahatipathak7218 Ай бұрын
ধন্যবাদ জয় শ্ৰী ৰাম ।
@malatiborah5205
@malatiborah5205 Ай бұрын
কথা বিলাক জানি বহুত ভাল লাগিল
@ramanujankuch
@ramanujankuch Ай бұрын
চিত্তৰঞ্জন দাদা আপোনাৰ ভিডিঅ' টো বহুত বেছি ভাল লাগিল । আপোনাক ধন্যবাদ। এনেকুৱা ভিডিঅ' আগলৈকে আৰু পাম বুলি আশা ৰাখিলোঁ ।
@dewashridalu2306
@dewashridalu2306 Ай бұрын
Joy maa Lakshmi
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
সুন্দৰ সূচনা
@binintonEssyart
@binintonEssyart Ай бұрын
Mursulipokisalogisam
@AnantaRajkhua
@AnantaRajkhua Ай бұрын
ভাল লাগিলে।
@user-jb4jz6ee3r
@user-jb4jz6ee3r Ай бұрын
Good
@RahulAli-uv1db
@RahulAli-uv1db 20 күн бұрын
Apuni kintu বাখ্যা korat expert dei👍👍
@pabitrachoudhury7307
@pabitrachoudhury7307 Ай бұрын
Aaponar video to sai bar bhal lagile aaru bahut katha janilo ki ki bemarot khabo pari lagote cheya ro karilo
@dipadevisarmah9572
@dipadevisarmah9572 Ай бұрын
আমি অগৰা গছ বুলি কওঁ আমাৰ গাঁৱত ধেই আছে ইমান উপকাৰী বুলি জনাই নাছিলোঁ ❤
@Rosemary.12345
@Rosemary.12345 Ай бұрын
আমাৰ ফালে বহুত আছে , ভাল লাগিল যানি আজি হে গম পাছো ।
@AnontoDolley
@AnontoDolley Ай бұрын
Bal lagil
@jitenkonwar3091
@jitenkonwar3091 Ай бұрын
সুন্দৰ কথা কেইষাৰৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালো।
@anantaborgohain3971
@anantaborgohain3971 Ай бұрын
ভাল লাগিল এই উদ্ভিদ বিধৰ ঔষধি গুণৰ বিষয়ে জ্ঞান দিয়াৰ বাবে।🙏
@rinakalita2820
@rinakalita2820 Ай бұрын
অগৰা গছ। সৰুতে লগৰীয়া লগত ধেমালি কৰিছিলোঁ।সৰু সৰু পুলি আগবোৰ চিঙি আনি আমাৰ আইতাই আন শাকৰ লগত আলু দি ভাজি খোৱা দেখিছিলো। ওখ আৰু চাপৰি ঠাই বোৰত হয়।
@user-ic1iz5yy7f
@user-ic1iz5yy7f Ай бұрын
অহা কলিৰ পৰাই মই ইয়াৰ সঠিক ব্যৱহাৰ কৰিম, জয় শ্ৰী ৰাম🙏🙏🙏
@swarajkumarnath9453
@swarajkumarnath9453 Ай бұрын
অগৰাৰ সৰু পুলি ভাল শাক, আন শাকৰ লগত মাছৰ আঞ্জা খাওক , মজ্জা।
@hertby3937
@hertby3937 Ай бұрын
Jai Shri ram Val lagil januwar babe
@user-fh3uz7fm7h
@user-fh3uz7fm7h Ай бұрын
আমাৰ ইয়াত বহুত আছে
@JhotisnaPegu-ej2cb
@JhotisnaPegu-ej2cb Ай бұрын
Jai sri ram
@HirumaniSarma-ox5hx
@HirumaniSarma-ox5hx Ай бұрын
জয় শ্ৰী ৰাম 🙏
@HussainAhmed-wg3sx
@HussainAhmed-wg3sx Ай бұрын
Bohut vhal lagel kotha belak
@bsledition8400
@bsledition8400 Ай бұрын
Amr eat bhut asa blagor suli logai deo kuna kuna aenkoa kri paisa
@runukonwar8088
@runukonwar8088 Ай бұрын
আমি এগেৰুৱা ‌বুলি‌কও
@rubigogoi2299
@rubigogoi2299 Ай бұрын
বহুত ভাল লাগিল কথাটো শুনি
@bijitborua3466
@bijitborua3466 Ай бұрын
Kiman lage moi dim
@name6748
@name6748 Ай бұрын
Ki bemar bhal kore jonab
@BishalPegu-yf6lk
@BishalPegu-yf6lk Ай бұрын
Very helpfull video ❤❤❤❤❤
@SPOfficail
@SPOfficail Ай бұрын
Jay Shree ram❤❤🎉
@dharmakogyan736
@dharmakogyan736 Ай бұрын
Bikri habu neki Amar tat bahut aase
@Rokcybhai-v7i
@Rokcybhai-v7i Ай бұрын
এই গছ আৰু গুটি মই দিম।লাখ টকা নালাগে এহেজাৰ দিলে ও হব। আপুনি আহি লৈ যাবহি।
@Maigration1
@Maigration1 Ай бұрын
Nice dada
@user-wo3td8to6i
@user-wo3td8to6i Ай бұрын
O dada apunar Ghar kot
@KakoPather-wi5cz
@KakoPather-wi5cz Ай бұрын
Nice 👍
@AkashBaruah-ml4er
@AkashBaruah-ml4er Ай бұрын
Agora buli a janu
@mehmudali984
@mehmudali984 Ай бұрын
আপোনাক বহুত ধন্যবাদ জনাইছোঁ ৷ অগৰা গছৰ গুণৰ বিষয়ে আজিহে জানিব পাৰিলোঁ ৷
@ratulkochary2184
@ratulkochary2184 Ай бұрын
Good information Brdr
@jaykrishnasarma1333
@jaykrishnasarma1333 Ай бұрын
Jay.sri.ram
@user-ji7qi6bm5d
@user-ji7qi6bm5d Ай бұрын
আপোনাক অশেষ ধন্যবাদ জনাইছোঁ 🙏
@AkhtarHussain-ri2ol
@AkhtarHussain-ri2ol Ай бұрын
যিমান লাগে সিমান আছে,দৰং জিলাত আহক।
@adityapanging4242
@adityapanging4242 Ай бұрын
জয় শ্ৰীৰাম
@anandaramborpatra4534
@anandaramborpatra4534 Ай бұрын
জয় শ্ৰীৰাম
@lilabora3847
@lilabora3847 Ай бұрын
হয় বহু বাৰ❤
@PRIYNOJEDITZ
@PRIYNOJEDITZ Ай бұрын
Nice ❤
@banajitdas9380
@banajitdas9380 Ай бұрын
Come to the point. Main topic durot loi goise
@bora3852
@bora3852 Ай бұрын
ভাল লাগিল ❤
@ashokekumardas6271
@ashokekumardas6271 Ай бұрын
ভিডিঅ' টো ভাল লাগিল। কিন্তু অনুগ্ৰহ কৰি গছ বুলি উল্লেখ নকৰি উদ্ভিদ বুলি উল্লেখ কৰিব, কিয়নো উদ্ভিদ জোপা আচলতে এবিধ জনজাতীয়।
@KirongohainKirongohain
@KirongohainKirongohain Ай бұрын
বহুত বহুত ধন্যবাদ ইয়াৰ বাবে
@prasantadoley7650
@prasantadoley7650 Ай бұрын
Har har mahadev
@santamonisaikia545
@santamonisaikia545 Ай бұрын
বহুত বহুত ধন্যবাদ 🙏জয় শ্ৰীৰাম 🙏🙏🙏
@munindrakeot-zh4zc
@munindrakeot-zh4zc Ай бұрын
🙏🙏🥰🥰🙏🙏👍👍
@user-qt3wl9ix5s
@user-qt3wl9ix5s Ай бұрын
ভাল লাগিল কথাবোৰ শুনি ❤
@SumirChanda-rq2zi
@SumirChanda-rq2zi Ай бұрын
Thank you bro ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@dipokgogoi202
@dipokgogoi202 Ай бұрын
আমি অগৰা বুলিয়েই জানো ।ধন্যবাদ
@ritukalita4156
@ritukalita4156 Ай бұрын
সৰুতে বৰ খেলিছিল জয় শ্ৰীৰাম
@AnimaRoy-vc2im
@AnimaRoy-vc2im Ай бұрын
Bohut bhal lagil anekua bhal somadhan diar babe bebohar kori sam . Thanks , dada.
@Luvffmun234
@Luvffmun234 Ай бұрын
বহুতো ‌ভাল লাগিৰ❤
@user-vf2qf7rt4m
@user-vf2qf7rt4m Ай бұрын
Jai shree Ram
@user-ny3ey3gy5j
@user-ny3ey3gy5j Ай бұрын
Jay shree Ram
@arpondaimariarpondaimari9177
@arpondaimariarpondaimari9177 Ай бұрын
Thanks for emform
@user-me7zo2yo1y
@user-me7zo2yo1y Ай бұрын
Very good 👍
@animablogs1726
@animablogs1726 Ай бұрын
বহুত ধন্যবাদ
@GopolMondol-lo3oq
@GopolMondol-lo3oq Ай бұрын
Jay shree Ram Har Har har har Mahadev 🙏🙏🥰
@dchimangsajovee7770
@dchimangsajovee7770 Ай бұрын
Agote khub khelisilu
@bipashasonowal5678
@bipashasonowal5678 Ай бұрын
Bhut val kotha aapunar pira janilu
@dulalgogoi5139
@dulalgogoi5139 Ай бұрын
Thanks,,,, west,,, India,,,, joi,, sri,, ram
@SangitaAssamese333
@SangitaAssamese333 Ай бұрын
অশেষ ধন্যবাদ🙏❤
@AbontaBorah
@AbontaBorah Ай бұрын
আমি চাকচনী বন বুলী কঙ
A clash of kindness and indifference #shorts
00:17
Fabiosa Best Lifehacks
Рет қаралды 113 МЛН
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 166 МЛН
DAD LEFT HIS OLD SOCKS ON THE COUCH…😱😂
00:24
JULI_PROETO
Рет қаралды 15 МЛН
Gym belt !! 😂😂  @kauermtt
00:10
Tibo InShape
Рет қаралды 12 МЛН
বাৰিতে আছে দৰব বিছাৰি চাব এবাৰ  ?
9:14
He doesn’t like illusions
0:17
V.A. show / Магика
Рет қаралды 12 МЛН
Smart thief😳 لص ذكي…
0:19
MARYA & AMINE
Рет қаралды 75 МЛН
When an RV meets a zombie outside #rv
0:21
campingWorld
Рет қаралды 24 МЛН