#দেউতা

  Рет қаралды 23,795

padmabania spb

padmabania spb

Күн бұрын

বিশিষ্ট সমাজ সেৱক সু সাহিত্যিক কবি গল্পকাৰ গীতিকাৰ তথা বিশ্বনাথ চাৰিআলি স্থিত কে. পি. মেম'ৰিয়েল হস্পিতালৰ স্বত্বাধিকাৰী ড.অমল শইকীয়া চাৰৰ দ্বাৰা ৰচিত এটি হৃদয় চুই যোৱা কবিতা আবৃত্তি কৰাৰ প্ৰয়াস কৰিলোঁ। আশাকৰোঁ আপোনালোকে আদৰি ল'ব।
শ্ৰদ্ধাৰ শ্ৰোতা সকললৈ সেৱাৰে অনুৰোধ🙏 মোৰ এই যাত্ৰাত সহায় হবলৈ আপোনালোকৰ বহুমূলীয়া লাইক, মন্তব্য সমূহৰ লগতে ভুল খিনি আঙুলিয়াই দিয়াটো মোৰ বাবে আশীৰ্বাদ হ'ব।
ভিন্ন সোৱাদৰ মনোৰঞ্জন মূলক VDO বোৰ আপোনালোকে পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ "SONITPUR FOCUS KZbin CHANNEL"টো SUBSCRIBE কৰি বেল আইকনটো অন কৰি ল'ব🙏।
• ড.অমল শইকীয়া দেৱৰ "আহ...
• #Assamese_Poem. #মোৰ_আ...

Пікірлер: 49
@padmabania
@padmabania 9 ай бұрын
Please Subscribe my channel 🙏
@bulukantadutta8912
@bulukantadutta8912 3 ай бұрын
সুন্দৰ আবৃতি,বহুত ভাল লাগিল ।ধন্যবাদ ।
@padmabania
@padmabania 3 ай бұрын
@@bulukantadutta8912 ধন্যবাদ 🙏❤️
@jyotiboruah3329
@jyotiboruah3329 6 ай бұрын
বৰ সুন্দৰ কবিতা,সুন্দৰ আবৃত্তি , মোৰো জীৱনত দেউতাই সকলো আছিল । সেয়েহে দেউতা কবিতাটিয়ে মনটো চুই গল ।কবি গৰাকী আৰু আবৃত্তিকাৰ গৰাকীক আন্তৰিক ধন্যবাদ জনাইছোঁ ।🙏🙏🙏
@padmabania
@padmabania 6 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ🙏
@rekhajamider3993
@rekhajamider3993 9 ай бұрын
I salute to you. বহুত ভাল্ কবিতা আবৃত্তি
@padmabania
@padmabania 9 ай бұрын
আন্তৰিক ধন্যবাদ
@kalpanaborah7100
@kalpanaborah7100 Жыл бұрын
সুন্দৰ আবৃত্তি ভাল লাগিল
@padmabania
@padmabania Жыл бұрын
আন্তৰিক ধন্যবাদ 🙏
@PinkuBori-u2y
@PinkuBori-u2y 9 ай бұрын
বহুত ভাল লাগিল কবিতা শুনি। মন কিবা সেমেকা হৈ গল অ
@padmabania
@padmabania 9 ай бұрын
ধন্যবাদ🙏
@DipangkarRajbongshi-h9u
@DipangkarRajbongshi-h9u 10 ай бұрын
বহুত দুখ লাগিলে কবিতাটো শুনি মোৰ দেউতাক মই দেখা এ নাপালোঁ Mor জন্মৰ দুদিন আগতে মোৰ দেউতাৰ মৃত্যু হৈছে
@padmabania
@padmabania 10 ай бұрын
কি কৰিব নিয়তিৰ ওচৰত আমি নিৰুপায় 🙏মন্তব্যৰ বাবে অশেষ ধন্যবাদ আপোনাক। চেনেলটো subscribe কৰিব বুলি আশা ৰাখিলোঁ 🙏
@kalirammurah4665
@kalirammurah4665 Жыл бұрын
Bohut bhaal lagil hiridoi sui gol .I salute तो you.
@padmabania
@padmabania Жыл бұрын
Thanks a lot 🙏
@DuleswarPayng-od5ns
@DuleswarPayng-od5ns 3 ай бұрын
Bohot Val lages
@padmabania
@padmabania 3 ай бұрын
Thankyou
@ramennath4229
@ramennath4229 Жыл бұрын
বৰ দৃখ লাগিল 😭😭😭
@padmabania
@padmabania Жыл бұрын
Thanks 🙏
@arundhatipadmapatirecitation
@arundhatipadmapatirecitation 3 ай бұрын
হৃদয় পৰশা
@padmabania
@padmabania 3 ай бұрын
আন্তৰিক ধন্যবাদ 🙏
@prabinSaikia-sr8xe
@prabinSaikia-sr8xe Жыл бұрын
সুন্দৰ আবৃত্তি ।
@padmabania
@padmabania Жыл бұрын
আন্তৰিক ধন্যবাদ 🙏
@ganeshborgohain2040
@ganeshborgohain2040 3 ай бұрын
কবিতাটো শুনি অনৰ খন চুই গল
@padmabania
@padmabania 3 ай бұрын
Thankyou so much 🙏
@ramennath6380
@ramennath6380 2 ай бұрын
Nice heart turching
@padmabania
@padmabania 2 ай бұрын
@@ramennath6380 thankyoy so much 🙏
@padmabania
@padmabania 2 ай бұрын
@@ramennath6380 thankyou so much 🙏
@Bidbeast
@Bidbeast 4 ай бұрын
যন্ত্ৰণা কাতৰ পৰসমপ্তি কাৰো কাম্য নহয়।বৃদ্ধ পিতৃ মাতৃক অবহেলা কোনেও নকৰিব । আৰম্ভণি ভাল শেষ ভাল ।মাজৰ সময় চোৱা আমি প্ৰতিজন কৰ্মিক ভাৱৰীয়া।ধন্যবাদ।
@padmabania
@padmabania 4 ай бұрын
ধন্যবাদ 🙏
@manjurisvlog5038
@manjurisvlog5038 3 ай бұрын
খুৱেই ধুনীয়া 👌👌👌বৰ ভাল লাগিল কবিতাটো ... মই আবৃত্তি কৰিব পাৰিম নেকি আপোনাৰ কবিতাটো .. জনাবচোন😊
@padmabania
@padmabania 3 ай бұрын
@@manjurisvlog5038ধন্যবাদ 🙏 । কবিৰ অনুমতি হলে নিশ্চয় পাৰিব🙏
@DigantabBora
@DigantabBora Ай бұрын
❤❤❤❤
@padmabania
@padmabania Ай бұрын
@@DigantabBora 🙏
@hemanborah5176
@hemanborah5176 4 ай бұрын
❤❤❤❤❤❤❤❤❤❤
@padmabania
@padmabania 4 ай бұрын
🙏🙏🙏
@n.k.1527
@n.k.1527 Жыл бұрын
Moza dada moi mor deutak heruaiso aponar kobita toi mok konduai dise
@padmabania
@padmabania Жыл бұрын
🙏🙏
@pahilaskarpahilaskar7629
@pahilaskarpahilaskar7629 3 ай бұрын
😭😭😭😭😭😭
@padmabania
@padmabania 3 ай бұрын
🙏🙏
@sanatan12319
@sanatan12319 7 ай бұрын
😭😭
@padmabania
@padmabania 7 ай бұрын
ধন্যবাদ
@mriduljx8769
@mriduljx8769 11 ай бұрын
😢😢
@padmabania
@padmabania 11 ай бұрын
Thanks 🙏
@PranjalBora-m3w
@PranjalBora-m3w Жыл бұрын
😢
@assamboy3636
@assamboy3636 3 ай бұрын
Aji bht kandilu Oo dada nije nije ma ase kin2 kio sokunpani ulai gl njnu aru atiya deuta kobita 2 huni...🥹🥹🥹🥹🥹🥹🥹
@padmabania
@padmabania 3 ай бұрын
@@assamboy3636 মন্তব্য পাই সুখী হৈছোঁ। আন্তৰিক ধন্যবাদ আপোনালৈ 🙏।
@assamboy3636
@assamboy3636 3 ай бұрын
@@padmabania tqw 🙂🙂🙂😚
@BableeBegum-sk8jq
@BableeBegum-sk8jq 5 ай бұрын
Papa kee pirar nihimila mujhe
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 110 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 53 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
00:22
Celine Dept
Рет қаралды 24 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 110 МЛН