২৫ জানুৱাৰীত গণেশ পূজাত বাইদেউৰ নাম চাবলৈ অপেক্ষা কৰি আছো ।
@karabideka27962 жыл бұрын
Apunar mat2 emn j xuwala xuniye thakibo man jai❤❤
@mridulkmix51742 жыл бұрын
সুন্দৰ মৰমৰ বা৷
@abanisarmah7071 Жыл бұрын
Moi delhit job koro, morning uthi baideur ainam to xuni aso aji 3 days hl , mind blowing.🙏❤️
@dilipkrkalita8160 Жыл бұрын
সুন্দৰ শুনি ভাল লাগিল👍
@simantabaishya6665 Жыл бұрын
নাগাৰা নাম খুবেই ভাল পাওঁ, বিশেষকৈ আমাৰ স্থানীয় বাইদেউ ৰুনুমী নাথৰ নাম শুনি বহুত ভাল পাওঁ! অসমীয়া কলা-কৃস্তিৰ এক অন্যতম অংগ নাগাৰা নামৰ স্বকীয় যাত্রা যাতে সদায় এনেদৰে আগবাঢ়ি থাকে, তাৰেই কামনা কৰিলো!! 🙏🙏🙏
@RUNUMINATH Жыл бұрын
ধন্যবাদ🙏
@sewalikalita2016 Жыл бұрын
Ramok 12 bosor nohoi 14 bosor bonobakh disil
@nipukalita68742 жыл бұрын
Antar sui joya Sur🙏
@riturajbarman2648 Жыл бұрын
কণ্ঠাটো ইমান সুন্দৰ ,,,
@dhrubadeka70942 жыл бұрын
আপোনাৰ মাটটো অতি শুৱলা । আকৌ এনেকুৱা ভাল হৰিৰ নাম আগলৈ পাই থাকিম বুলি আশা থাকিল ।❤️❤️