চামগুৰি সমষ্টিত তানজিল হুছেইনৰ পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ

  Рет қаралды 162,022

DA News Plus

DA News Plus

Күн бұрын

Пікірлер: 493
@sajidzamal3206
@sajidzamal3206 5 күн бұрын
আপোনালোকে প্ৰথমে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰাটো পৰিহাৰ কৰক। নিশ্চয় আগন্তুক দিন ভাল হ'ব।
@cricketallformat6845
@cricketallformat6845 5 күн бұрын
Foni koriley bal roki korile beya
@Ali-cv7ih
@Ali-cv7ih 5 күн бұрын
Go back
@SomerAli-k3n
@SomerAli-k3n 5 күн бұрын
Ball hise
@MasumAlha
@MasumAlha 4 күн бұрын
Anekuai hobo lage family politician hokolor karone.
@JanokiDevi
@JanokiDevi 3 күн бұрын
Moi Rinkusibome BJP samuguri t jikib buli bohut bar likisilo.Atiya Congres dole Anka kori thakok.
@rupmahanta8652
@rupmahanta8652 5 күн бұрын
আজি অন্ততঃ কাজিৰঙাৰ গঁড় কেইটাৰ আত্মাই শান্তি পাব।।। মোৰ মতেটো ব্যৱধান কমিছে, আৰু বেয়াকৈ হাৰিব লাগিছিল।
@GautamkumarDas-h1i
@GautamkumarDas-h1i 5 күн бұрын
@banjitchangmai4047
@banjitchangmai4047 5 күн бұрын
টো মূৰটো
@BibhutiKrBarman
@BibhutiKrBarman 5 күн бұрын
Right 👍
@rupmahanta8652
@rupmahanta8652 5 күн бұрын
@@banjitchangmai4047 সমবেদনা জ্ঞাপন কৰিলোঁ।। তুমি তাতে যোৱা🙏
@PallabGayan-n2f
@PallabGayan-n2f 5 күн бұрын
Congressot thakute apunalukor keijone Toka bonai bjp le ahisil
@DilipDeka-k5w
@DilipDeka-k5w 5 күн бұрын
জিকিলে কংগ্ৰেছৰ জয় হাৰিলে ইভিএমৰ দোষ এয়াই কংগ্ৰেছৰ নীতি
@sankardada195
@sankardada195 4 күн бұрын
Ei mall Bangla desi aona Rahul Gandhi nesina
@munumunu8356
@munumunu8356 4 күн бұрын
right
@nurmohammad1808
@nurmohammad1808 5 күн бұрын
ৰকিবুলৰ দৰ্প চূৰ্ন হল চামগুৰিত।চামগুৰিত ৰাজতন্ত্র হাৰিল গনতন্ত্র জিকিল।
@jisnumahanta3401
@jisnumahanta3401 4 күн бұрын
Direct পৰাজয় স্বীকাৰ কৰি লব লাগে, আপোনালোকৰ দলৰ তৃণমুল পৰ্য্যায়ৰ কৰ্মী বিলাকৰ ক'ৰবাত কিবা এটা ভুল হৈছে, যদি যথেষ্ঠ সংখ্যক ভোটাৰৰ আপোনালোকৰ কাম কৰা নীতি বোৰ ভাল লাগে অকল চামুগুৰিয়েই নহয়, গোটেই অসমৰ দায়িত্ব আপোনালোকে ই পাব ।
@manashgohain3497
@manashgohain3497 5 күн бұрын
লাজ লগা নাই এতিয়া হাঁৰি আনক বদনাম দিবলৈ😅 গড় কেইটাৰ অভিশাপ, অহংকাৰ আৰু পৰিয়াল বাদৰ প্ৰভাৱৰ বাবে হাৰিলা ককাই😂
@pradipkalita6580
@pradipkalita6580 5 күн бұрын
তোক ইয়াতকৈও বেছি অত্যাচাৰ কৰিব লাগে।তোই গড় আৰু মানুহক সমানে অত্যাচাৰ চলাইছিলি ।
@SupriyaNath-t2e
@SupriyaNath-t2e 5 күн бұрын
Xosa kotha
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
Rakibulok dekgile 100% pap hoi
@monjitgohain9000
@monjitgohain9000 5 күн бұрын
😂😂xilamoi bolod
@abhijitneog4884
@abhijitneog4884 4 күн бұрын
Right
@MofidulIslam-mt1eg
@MofidulIslam-mt1eg 4 күн бұрын
It's right
@Kanishkadaimary-j5f
@Kanishkadaimary-j5f 5 күн бұрын
এশ গুৰু মাৰিলে বাঘৰো মৰন।
@rajkumarbora8951
@rajkumarbora8951 5 күн бұрын
সুৰেচ বৰা ছালফা বুলি আজি শুনিলো । আগৰ কংগ্রেচি বুলি কলে শুনিবলৈ ভাল লাগিল হয়।
@rekibulhussain2876
@rekibulhussain2876 5 күн бұрын
ধুবুৰীৰ শাস্তি চামগুৰিত্ পালি
@PranjalDaimary-i2k
@PranjalDaimary-i2k 4 күн бұрын
Tumiye dekhun lecture di thoka jon😂😂
@DhantiHazarika-f6i
@DhantiHazarika-f6i 5 күн бұрын
ৰকি অমেৰুদণ্ডী শিয়াল, পিছে, গড় কিতা, পোৱালিৰ সৈতে, আজিবন সুৰক্ষিত হৈ থাকিব😊😊😊😊😊😊।
@হাগ্ৰামা
@হাগ্ৰামা 5 күн бұрын
কংগ্ৰেছে হাৰিলেই ৰেগিংৰ বেমাৰ ওলায়।। তেন্তে কওকচোন ধুবুৰীত ৰকিবুলে ৰেগিং কৰিয়েই জিকিছিল।।।এতিয়া চামগুৰিৰ ৰাইজে অন্তত শান্তি পালে।।।ৰকিবুলৰ অত্যাচাৰৰ পৰা মুক্তি পালে।।।
@RashidaKhatun-vi1wu
@RashidaKhatun-vi1wu 5 күн бұрын
Etia BJP maribo chamugurit
@RonjitSharmaGoswami
@RonjitSharmaGoswami 5 күн бұрын
ময় তো কেৱলমাত্ৰ বিৰোধী দলৰ শত্ৰু আৰু মিত্ৰ সকলক ভোট দিম কিন্তু উন্নতি আৰু মূল্য বৃদ্ধি কমত জেন 😅😅😊
@nitishkumargohain8723
@nitishkumargohain8723 5 күн бұрын
গড় কেইটাৰ অভিশাপ
@puniramteron9860
@puniramteron9860 5 күн бұрын
জিকাহেঁতেন এইদৰে কলেহেঁতেন নে ককাই ?
@safiqurrahman712
@safiqurrahman712 4 күн бұрын
মানুহে আৰু কিমান সহ্য কৰিব, তহতৰ গুণ্ডাৰাজ ! বৰ শান্তি পালোঁ !
@Jakir-s4t
@Jakir-s4t 5 күн бұрын
ৰকিৰ‌ দম শেষ হল‌ । তেওঁ সংখ্যালঘুৰ‌ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান নকৰাৰ ফল‌ ভুগিছে । গৌৰৱ গগৈৰ অহংকাৰ শেষ হল‌ ।‌সকলো বিনয়ী হওঁক। কংগ্ৰেছৰ কোনো নেতাই সৰ্বেসৰ্বা নহয়‌। মানুহৰ ওচৰত মূৰ দোৱাওক। সকলো ৰাজনৈতিক দলক যথোপযুক্ত সন্মান দি পুনৰ মহাজোট কৰক , বিজেপি ধাৰাশায়ী হৈ যাব
@SupriyaNath-t2e
@SupriyaNath-t2e 5 күн бұрын
R zindegit nhoi ethia manusher gom paise
@jashimuddinbhuyan8650
@jashimuddinbhuyan8650 5 күн бұрын
ময়ো আপোনাৰ হৈতে একমত
@ankitinspiredindia2.0
@ankitinspiredindia2.0 5 күн бұрын
Tohot internet or chorkar bonailo😁😁
@PranjalDaimary-i2k
@PranjalDaimary-i2k 4 күн бұрын
Bangladeshot jaai kotha ko Yaat Ki baal bokibo ahixa toi
@kh.rafiqulislam9158
@kh.rafiqulislam9158 5 күн бұрын
পৰিয়ালৰ ৰাজনৈতিক শিক্ষা দিছে
@Eve-d2e
@Eve-d2e 5 күн бұрын
তোমাৰ গুণ্ডাৰাজৰ অৱসান ঘটিল।
@kkkkazu3940
@kkkkazu3940 3 күн бұрын
Jikile poriborton aru harile…vote capturing
@rambalram2610
@rambalram2610 4 күн бұрын
ৰকীৰ আৰু হেমন্তৰ এইয়া এক গোপন বুজা বুজি....😮😮😮 চাওক ২০২৬ ত, তাঞ্জিল হুছেইন জিকি আহিব.... দিপ্লো ৰঞ্জনক এক শান্তি, তৃপ্তি আৰু বিধায়ক পেঞ্চন দিয়াৰ এটা প্ৰয়াস...😊😊😊😊 ২০২৬ ত এই কমেন্ত টো পৰীক্ষা কৰি চাওক...😊😊
@AmuLcOOL-oo8pi
@AmuLcOOL-oo8pi 4 күн бұрын
😂😂😂 kela
@SamSuddin-r9h
@SamSuddin-r9h 5 күн бұрын
মিঞা সম্পদা মানুহক আমাৰ চি এম চাহাবে যিমান বেয়া পায় তাতকৈ বেছি বেয়া পায় মাননীয় ৰকিবুল হুছেইন চাহাবে। তাৰেই পৰিণতি তেখেতে। ধন্যবাদ।
@SahjahanAhmed-t9o
@SahjahanAhmed-t9o 5 күн бұрын
উন্নয়ন পাবি মিয়া ভাই স কল কেইদিন মান ৰঃ
@ranjanborah8190
@ranjanborah8190 4 күн бұрын
মইয়ো এজন কংগ্ৰেছৰ সদস্য,,, চামগুৰিৰ হৰাৰ মূল কাৰণ হ ল পৰিয়াল কেন্দ্ৰিক parthito প্ৰদান কৰাৰ বাবে....
@puremathematics3013
@puremathematics3013 5 күн бұрын
Val lagil huni.
@exploringnortheast4828
@exploringnortheast4828 4 күн бұрын
মানুহজনৰ হাজাৰ বেয়া গুন থাকিলেও তেওঁৰ কথনশৈলী অতি সুন্দৰ৷
@santanusonowal7663
@santanusonowal7663 5 күн бұрын
ইমান দিনে মানে ৰকিবুল তেনেকৈ জয়ী হৈ আছিল।
@pranabdeka9527
@pranabdeka9527 4 күн бұрын
তহঁতক ভোট দি অসম খন শেষ কৰিব দিব নোৱাৰি
@AnowerHossain-vx6hc
@AnowerHossain-vx6hc 5 күн бұрын
কংগ্ৰেছে পৃথিৱীৰ য'ৰ পৰা হ'লেও sacryfice শব্দটো নিজৰ অভিধানত সনেিবিষ্ট কৰক।
@anilboro4741
@anilboro4741 5 күн бұрын
গঁড় গঁড় গঁড় গঁড় গঁড় 😂😂😂😂
@sayadmujahidraja2133
@sayadmujahidraja2133 5 күн бұрын
ভাল লাগিল দেই
@Ramtajogi-u5s
@Ramtajogi-u5s 3 күн бұрын
ফাল্‌তু কথা কৈছে আপুনি । হাৰি যোৱা ব্যক্তিৰ বহুত বাহানা থাকে ।
@AchyutKumarSharma-h4c
@AchyutKumarSharma-h4c 5 күн бұрын
মানি যে ললে। মহাৰাষ্ট্ৰত শকুনি ৰাউতে মানিয়েই নলৈ কৈছে 'আমি মহাৰাষ্ট্ৰৰ মানুহৰ মন বুজি পাওঁ। আমি হাৰিব নোৱাৰোঁ'
@amulyadas7103
@amulyadas7103 4 күн бұрын
কংগ্ৰেছে হাৰিলে ই ভি ম মেচিনত গোলমাল কৰা বুলি আৰু ভোট কেন্দ্র দখল কৰা বুলি কয় আৰু জিকিলে গণতন্ত্ৰৰ বিজয় বুলি উল্লেখ কৰে ৷ এইটোৱে দলটোৰ বহুত ক্ষতি কৰিছে | বর্তমান সংখ্যালঘু জনগনেও কংগ্ৰেছৰ প্রকৃত চৰিত্ৰ বুজি পাইছে | বাগানৰ ভোট নোপোৱা হল আৰু শেহতীয়াকৈ সংখ্যালঘু জনগণে ও নিদিয়া হল |মানে অস্তকাশত বর্ত্তমান কংগ্ৰেছ |
@DijenBordoloi-iy1sl
@DijenBordoloi-iy1sl 5 күн бұрын
আপোনাৰ কাৰণে চামগুৰি চিৰদিনৰ বাবে নিঃশেষ হৈ গল
@ratulmoriya1731
@ratulmoriya1731 5 күн бұрын
চামগুৰি ৰাইজে টোক ভাল মজাঁ দিলে
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
Rakibul toe Brahmpuyat jab di mor
@alokdutta5907
@alokdutta5907 4 күн бұрын
​@@SAILENDRAPRASADGOSWAMIOi johora bjpr goru chor
@rufulamin6496
@rufulamin6496 4 күн бұрын
আপোনাৰ পৰা মুক্তি পালে কিন্তূ
@7gc970
@7gc970 5 күн бұрын
তই এটাৰ গুন্দাৰাজ কৰাৰ মানুহ । তোৰ বহুত অতেশ্বাৰ চামগুৰিৰ ৰাইজে ভোগিলে । এতিয়া চামগুৰিৰ ৰাইজে অলপ হলেও উশাহ লব পাৰিব ।
@SmritiRekhaBhuyan-p9t
@SmritiRekhaBhuyan-p9t 5 күн бұрын
তহতে প্ৰত্যেক পৰাজয়তে এনেকৈয়ে কৈ থাক । নিজৰ একো নাই ।
@pradipkumarroy8239
@pradipkumarroy8239 5 күн бұрын
Very nice...news tu khub bhal laagil.. Congress r priyal kendrik,,Rajniti nah laag y.
@spatarzx1007
@spatarzx1007 4 күн бұрын
Mojja
@pranabbaruah7687
@pranabbaruah7687 5 күн бұрын
ধুৰ,হাৰিছ,তোৰ অদূৰদৰ্শিতা,পিতৃ প্ৰেম আৰু দলৰ প্ৰতি নথকা কৃত্বজ্ঞাতাৰ বাবে হাৰিছ।সমগ্ৰ ভাৰততে কংগ্ৰেছৰ অৱস্থা এবাৰ লক্ষ্য কৰিছা।কৰ্ণাটকৰ বিজয়ক লৈ গৌৰৱ কৰিব একো নাই,ঝাৰখণ্ডৰ 30টা চিতৰ কেইটাত জিকিলি?মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যত শেষ হৈ গল কংগ্ৰেছ?বিশ্লেষণ কৰি ছা।
@ajitsaloi8966
@ajitsaloi8966 3 күн бұрын
Laz নোহোৱা জীৱ 😂😂😂😂😂😂😂😂 B j p ❤️❤️❤️❤️❤️❤️❤️❤️
@RC-eo6om
@RC-eo6om 4 күн бұрын
পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আজিকালি মানুহে ভাল নাপাই. আপুনি মনত ৰাখিব যদি অনাগত দিনত কাম নকৰে ৰাইজৰ ভাৱে খেদা খাব লাগিব dhurvir pora
@Ramtajogi-u5s
@Ramtajogi-u5s 3 күн бұрын
নিজৰ লৰাক ভালদৰে পঢ়া শুনা কৰাই ডক্তৰ ইঞ্জিনীয়াৰ পাইলট একোৱেই বনাব নোৱাৰিলী ।
@jagatsaikia7451
@jagatsaikia7451 5 күн бұрын
পৰিবেশ প্ৰতিকুল নহয় অনুকুল পৰিবেশতে নিবাচন হৈছে । পৰিয়াল কেন্দ্ৰিক ৰাজনীতি এৰক ।
@arabindabarman6623
@arabindabarman6623 5 күн бұрын
সুন্দৰ ভোট গ্ৰহণ হৈছে ইয়াত কোনো দুই নম্বৰ হোৱা নাই
@nabajitkumardas4837
@nabajitkumardas4837 5 күн бұрын
হাৰিলে যাতা বকে এইটো কংগ্ৰেছৰ নীতি
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
Congresok kasu kata dib lage
@gyanffassam5684
@gyanffassam5684 5 күн бұрын
যতেই জয়লাভ কৰে তাত সকলোঁ ঠিক থাকে 😂 EVM ৰ পৰা ধৰি নিৰ্বাচন ও সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হয়, আৰু যতেই পৰাজিত হয় তাত এইবোৰ কথাৰে উপচাই দিয়ে 😂 😂 ৰিগিং ৰ যদি প্ৰমাণ পাইছিলেই প্ৰমাণ সহকাৰে নিদিলে কিয় Media ক, Election commission ক অৱগত নকৰিলে কিয় 😂 , এইবাৰ MP election ত ও আগত ফালি আছে পুৰা EVM টোত দুৰ্নীতিৰ কৰি 400+ কৰিব কিন্তু যেতিয়া তেওঁলোকৰ কেই জন মান বিজয় হল তেতিয়া EVM টো ঠিক হৈ গ'ল 😂😂😂
@shajamal6104
@shajamal6104 5 күн бұрын
চামগুৰি ৰাজতন্ত্ৰৰ অন্ত পৰিল। গণতন্ত্ৰৰ জয় য় হ'ল। গুণ্ডাৰ ৰাজত্বৰ অন্ত পৰিল
@ISeeYou-fc5zg
@ISeeYou-fc5zg 4 күн бұрын
তানজিল হুছেইনৰ বাদে চামগুৰি সমষ্ঠিত অন্য পুৰণি কংগ্ৰেছ নিষ্ঠাবান কৰ্মী নাছিল নেকি?কেলা পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত কংগ্ৰেছ ডুবিল।
@biruvaibiruson.8207
@biruvaibiruson.8207 5 күн бұрын
বৰ ভাল লাগিল... আপুনি হাৰিল..
@masum.719
@masum.719 4 күн бұрын
নিজৰ লৰাজনক Ticket দিব লাগে,বিচাৰ ভাল কৰিছে ৰাইজে,😂😂
@binudrajkhowa8740
@binudrajkhowa8740 5 күн бұрын
তোমাৰ ল'ৰাটো ক যে candidate দিলা দলৰ কাম কৰা মানুহ আৰু নাছিল নেকি?
@moulanailiasali2607
@moulanailiasali2607 4 күн бұрын
বুজি পালে নে? ক্ষমতা সদায় নাথাকে, আগতে যি কৰিছিলে এতিয়া তাৰ ফল পালে।
@bidyutbaruah27
@bidyutbaruah27 5 күн бұрын
কাজিৰঙাৰ গড় কেইটাৰ অভিসাপ লাগিছে ।
@satishdas3701
@satishdas3701 4 күн бұрын
আপোনাৰ গড় হত্যাৰ পাপে নিজৰ লৰাক প্ৰায়চিত্ব কৰিলে
@arfanalisikdar8083
@arfanalisikdar8083 4 күн бұрын
পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিল ।
@ranjitkumardas4470
@ranjitkumardas4470 4 күн бұрын
এইবোৰ কথা সকলোৱেই কয়
@samsulhoque9628
@samsulhoque9628 3 күн бұрын
চামগুৰিত কংগ্ৰেছৰ নেতা নাই নেকি? আপোনাৰ ল'ৰাক কিয় দিব লাগে?
@MakibarRahman-e5x
@MakibarRahman-e5x 5 күн бұрын
Bohut vl paiso
@pallobborkakoty8932
@pallobborkakoty8932 4 күн бұрын
Moja....
@indrajyotihazarika
@indrajyotihazarika 4 күн бұрын
বাবা ৰকি।। তুমি আৰু নাই।।। হাৰিলে EVM।। নাও ডুবিলেও তললৈ ননমা ৰকি দা আৰু গগৈ দা।। বংশ বাদৰ দিন গল আৰু।।।
@Immantu
@Immantu 5 күн бұрын
গঢ় কাকা কান্দি লাভ নাই ,,, জনতাৰ ৰায় মানিব চেষ্টা কৰ
@babulahmed8264
@babulahmed8264 5 күн бұрын
একো নাই Dont worry ২৬ ত congress আহিব কোনো শকতি ধৰি ৰাখিব নোবাৰে cound down শুৰু
@KartikDeka-45
@KartikDeka-45 5 күн бұрын
😂😂 aru kiman ta election loi wait koribi😅😅😅
@babulahmed8264
@babulahmed8264 5 күн бұрын
@KartikDeka-45 যেতিযা লৈ মামাক টুপি পিন্ধাই নিদিও
@alokdutta5907
@alokdutta5907 4 күн бұрын
​@@babulahmed8264Right bhai
@ANIME-o1m7w
@ANIME-o1m7w 4 күн бұрын
​@@babulahmed8264😂😂
@ANIME-o1m7w
@ANIME-o1m7w 4 күн бұрын
@babulahmed8264 You are so funny 😂😂
@hiranyabaruah3085
@hiranyabaruah3085 4 күн бұрын
ৰকি জী কংগ্ৰেছ জিকিলে শান্তিপূৰ্ণ।কিন্তু বেলেগ জিকিলে EVMৰ দুষ। হা: হা: হা:
@manojbora2244
@manojbora2244 4 күн бұрын
দৰ্পচূৰ্ণ
@rajibkonwar8823
@rajibkonwar8823 2 күн бұрын
ৰকিবুল হোছেইন দাঙৰীয়া দৰে প্ৰতিনিধিয়ে অসমৰ ৰাজনীতিত শাসন ভাৰ লৈ থকা কথা টো অসমৰ বাবে অতি দূৰ্ভাগ্যজনক। আচলতে অসমৰ 90% প্ৰতিনিধি অতি অপৰিপক্ক আৰু অকামিলা
@gonjanboruah6988
@gonjanboruah6988 5 күн бұрын
চাৰৰ অবসান হল। এতিয়া চামগুৰিত দাদা গিৰি নচলিব আৰু।
@atulassameseboy7339
@atulassameseboy7339 5 күн бұрын
Tente dhuburit rakibul o vote capturing Kori zikisil nki 😂
@ShaharAliAhmed-xz8rb
@ShaharAliAhmed-xz8rb 5 күн бұрын
কঙৰেছ দলত পৰিয়ালৰ ভিতৰত ৰাজনৈতিক পৰিহাৰ কৰিবলৈ আহ্বান জনালোঁ
@TheForeignFacts_50M
@TheForeignFacts_50M 5 күн бұрын
Apunar maa dewta 2 jonei MP nd MLA hol j Bongaigaon heitu ki poriyal tontro nhy nki
@Surajjamanprodhani
@Surajjamanprodhani 5 күн бұрын
Bongaigaon tu tor deuta jikil nki
@jpsalimmusicvlogs36
@jpsalimmusicvlogs36 5 күн бұрын
Diptimoy baideo ki ,poriyal kendrik nohoi neki
@Surajjamanprodhani
@Surajjamanprodhani 5 күн бұрын
@@ShaharAliAhmed-xz8rb you are the true future of nonsense
@chanmiah5689
@chanmiah5689 5 күн бұрын
নিলাজ
@KalpanaBorthakur-iq5dg
@KalpanaBorthakur-iq5dg 5 күн бұрын
কাজিৰঙাৰ গড় কেইটাৰ অভিশাপ।
@abhijitneog4884
@abhijitneog4884 4 күн бұрын
Atya ha bhal lagise BJP Jindabad
@Fakerahmed-i8q
@Fakerahmed-i8q 5 күн бұрын
Byby
@JagdishSharmah
@JagdishSharmah 5 күн бұрын
এইজন গড়ৰ ডাক্তৰ জন দেখোন
@dibyanayanbhattacharya3905
@dibyanayanbhattacharya3905 5 күн бұрын
জয় জয় ময় ময় অৱস্থা কংগ্ৰেছৰ
@azaharahmed8663
@azaharahmed8663 5 күн бұрын
পৰিয়াল কেন্দ্ৰিক বাদ দিয়ক
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
Ou Rakibul kuttar powali
@ArupBordoloi-kz9mi
@ArupBordoloi-kz9mi 4 күн бұрын
আৰে ৰকি আপুনি যেতিয়া জিকিল নিৰ্বাচনত তেতিয়া চব ঠিক আছিল এতিয়া হৰা লগে লগে ৰিগিঙ এইটো কি ধৰণৰ কথা লাউৰা। তুমি জয় লাভ কৰিলা ঠিক। আন কোনো ব্যক্তি জিকিলে ৰিগিঙ।
@NayemHasan-uz7db
@NayemHasan-uz7db 5 күн бұрын
অহ্ংকাৰি নেতাৰ পতন আৰম্ভ আমি সুখি
@jundadhara297
@jundadhara297 5 күн бұрын
BJP Jindabad
@RanjitSaikia-e2o
@RanjitSaikia-e2o 5 күн бұрын
আপোনাৰ নিচিনা ভাল মানুহ কথা বিজিপি কৰমিয়ে শুনিবলৈ নিবিছাৰে আৰু নুশুনে আপোনি ইনে চিঞৰি থাকি লাভ নাই😂😂😂😂😂
@RanjitSaikia-e2o
@RanjitSaikia-e2o 5 күн бұрын
বি জে পি জিন্দাবাদ সদাই হৈ থাকিব
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 5 күн бұрын
দিপ্লু ৰঞ্জন শৰ্মা দেৱক অভিনন্দন জনাইছোঁ 🙏। বিজেপি দলৰ উগ্ৰ সমৰ্থকৰ প্ৰতি‌ বিনম্ৰ অনুৰোধ জনাইছোঁ - মনৰ ভাব প্ৰকাশ কৰোতে মাৰ্জিত ভাষা ব্যৱহাৰ কৰে যেন 🙏। আজিকালি সামাজিক মাধ্যমত এজনে আনজনক অতি নিকৃষ্ট শব্দ ব্যৱহাৰ কৰি নিজৰ অৰুচিকৰ মানসিকতা পৰিচয় দি গৌৰৱ কৰা সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। শংকৰদেৱ আৰু আজান ফকীৰৰ দেশৰ মানৱে নিজকে পাহৰি গ'লে সুখ শান্তি সমৃদ্ধি অৰ্থহীন হ'ব 🙏।
@azaharali4517
@azaharali4517 4 күн бұрын
First kotha apunar lora MLA hoa r babe eligible nhy....
@AnowarHussain-b9m
@AnowarHussain-b9m 5 күн бұрын
Rokibul mordabad inc mordabad
@assa516
@assa516 5 күн бұрын
ইমান সোনকালে তানজিলক আপুনি ৰাজনীতিত ৰজা পাতিব আনিব নালাগিছিল৷আপুনিআৰু অসম কংগ্ৰেছে তান্জিলক চামুগুৰিৰ টিকট দি অদক্ষতাৰ পৰিচয দিছে৷
@abdullahmanna9521
@abdullahmanna9521 5 күн бұрын
Where is the candidate?
@MohammadAli-qd9sb
@MohammadAli-qd9sb 5 күн бұрын
নিজৰ দোষ কোনেও সহজে মানি নলয়
@dborah2370
@dborah2370 4 күн бұрын
অত দিনে বেটাই 2 নম্বৰ কৰিয়েই জিকি আছিল।
@benugmomin7696
@benugmomin7696 5 күн бұрын
You are right
@imdadali9519
@imdadali9519 5 күн бұрын
চিন্তাৰ কাৰন নাই।
@BhupanNath-uy7co
@BhupanNath-uy7co 5 күн бұрын
Kam nai roki da BJP zindabad
@abubakkarsiddique3496
@abubakkarsiddique3496 4 күн бұрын
2011 চনৰ কথা মনত আছে নে?আপোনাকৰ গুন্ডা লগাই কি অবস্থা কৰিছিল। পাপৰ ফল ভোগ কৰিবই লাগিব।
@saifmalik531
@saifmalik531 5 күн бұрын
Bohut val lagise.. Kela Family centric politics koribo ahiso.. Balor kotha kobo ahisa Capturing hoise...Tanzil a jikile sob thik thakil hoy..
@NivaManiDas-v4f
@NivaManiDas-v4f 5 күн бұрын
Right👌
@SangkudekaSangku
@SangkudekaSangku 4 күн бұрын
উপাই নাই বেছেৰা।তাকে নকৈ কি কৰিব
@monoranjanmondal4910
@monoranjanmondal4910 5 күн бұрын
জিকিলে সকলো ঠিকেই থাকে আৰু হাৰিলে নাটক😂
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
Rakibulor galot jota marib lage
@Hoque7860
@Hoque7860 5 күн бұрын
Moja Dhubri basieo khedibo tomsk
@paramanandataid575
@paramanandataid575 5 күн бұрын
মিয়া ভাইহত শান্তি পাইছে বহুত।।
@______________Ss23
@______________Ss23 5 күн бұрын
BJP zindabad 🇮🇳
@NurulAmin-li9zy
@NurulAmin-li9zy 5 күн бұрын
This is a result of family policy.
@hiteshdeka153
@hiteshdeka153 5 күн бұрын
একো নাই। নিৰ্বাচনত কি হ'ল ৰাইজে সকলো দেখিছে। হৰা জিকা থাকে। এটা দলে বহু দিন শাসনত থাকিব নোৱাৰে। যদি অখিল গগৈ আৰু লুৰিন গগৈৰ‌ লগত লগ নালাগে বিপদ আহিব। এবাৰ অখিল গগৈক নি প্ৰচাৰ কৰিলে ফলাফল বেলেগ হ'ল হয়। আপোনালোকৰ ভুল হৈছে।
@munindeka3213
@munindeka3213 5 күн бұрын
ইচ বেচেৰা, বংগগত ৰাজভোগ এনেয়ে গ'ল
@DipankarBora-tm6go
@DipankarBora-tm6go 5 күн бұрын
BJP zindabad
Из какого города смотришь? 😃
00:34
МЯТНАЯ ФАНТА
Рет қаралды 2,6 МЛН
Long Nails 💅🏻 #shorts
00:50
Mr DegrEE
Рет қаралды 17 МЛН
Из какого города смотришь? 😃
00:34
МЯТНАЯ ФАНТА
Рет қаралды 2,6 МЛН