টকা দিয়াই নাই আশ্বাস হে দিছে ৷সেইটো কি বিহুৰ উপহাৰ হল? নিউজ কৰে যদি বাক্য বোৰ অলপ শুদ্ধকৈ কব ৷
@GulenGohain18 сағат бұрын
আপোনাৰ চৰকাৰ অহাৰ পৰা ১০/ টকা বস্তুৰ দাম ৩০/৪০ টকা হল সেই হিচাপে ৬৫০০×৩=১৯৫০০ হ’ব লাগে ৷ কিন্তু এই টকৰাৰে বৰ্তমান এটা পৰিয়াল চলিব পাৰে নে নোৱাৰে ভাবি চাব লাগে ৷যদি পাৰে অতিৰিক্ত সকলো সুবিধা লোৱাৰ পাছত আপোনালোকৰ দৰমহা অংগনবাড়ী কৰ্মীতকৈ আপোনালোকৰ কম হ’ব লাগে ৷
@MrinaliBorahBegum7 сағат бұрын
আপোনালোক ও এজন এজন সমাজ সেৱক হে যদি আপোনালোকৰ দৰমহা বঢাব পাৰে আমি ইমান কষ্ট কৰাৰ বিনিময়ত আমাক কিয় দিব নোৱাৰে। আমাৰ লৰা ছোৱালী য়ে কি খাব নালাগে নেকি?
@mirzahasan723 сағат бұрын
Thanks 🙏 to CM Himonto sir😢ami apunar ochorot kritoggo😢 From Anganwadi Worker
@KulaChandra-m1y21 сағат бұрын
পঞ্চায়ত নিৰ্বাচনৰ বাবে টোপ ঘোষণা কিন্তু নিৰ্বাচন শেষ হোৱা লগে লগে কি হব জানে নহয় ৷ সেই যে ১০০০০ টকাৰে লাখ টকাৰ সপোন দেখুৱাই আমাৰ লাখপতি বাইদেউ সকলৰ কি অৱস্থা আমি দেখিচো নহয় ৷