Dead body of a minor found near Dangtal railway market in Bongaigaon, she was missing for 3 days.

  Рет қаралды 3,209

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#BONGAIGAON | আজি ৰাতিপুৱা বঙাইগাঁও চহৰৰ ৰেলৱে মাৰ্কেটৰ সমিপত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয়। যোৱা ৫ মাৰ্চ ২০২৪ ইং তাৰিখে বঙাইগাঁও আৰক্ষী থানাত নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।
বঙাইগাঁও আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে আজি সমগ্ৰ বিশ্বতে নাৰী দিৱস পালন কৰা হৈছে যদিও, প্ৰকৃততে আমাৰ সমাজত নাৰী সুৰক্ষিত নে?
#bongaigaontimes #bongaigaon_assam #news #NewsUpdate #breaking #BreakingNews #assam

Пікірлер
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 4,7 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 36 МЛН
English or Spanish 🤣
00:16
GL Show
Рет қаралды 18 МЛН
Kolkata Doctor Case
32:57
Nitish Rajput
Рет қаралды 11 МЛН
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 4,7 МЛН