Such an informative person you're!!! I am actually glad to see you in KZbin!! It an absolute need for Assam study and research about glorious Art and culture of Assam , Kudos to your hardwork !!
@PRAN0072 жыл бұрын
Thank you .. don't forget to share and subscribe 🤝
@jitenborah92342 жыл бұрын
বহুত ভাল লাগিল
@PRAN0072 жыл бұрын
ধন্যবাদ!! Subscribe আৰু Share কৰিবলৈ নাপাহৰিব।🕉️
@simaentertainment1832 жыл бұрын
Bhut vl lagil video to sai
@PRAN0072 жыл бұрын
🙏
@nirmaltalukdar45622 жыл бұрын
Bhal lagil .... Enekua Video bonai thakiba
@PRAN0072 жыл бұрын
ধন্যবাদ 🙏
@PRAN0072 жыл бұрын
ধন্যবাদ।
@jongkichangmai3596 Жыл бұрын
Jani bohut bhal lagil
@PRAN007 Жыл бұрын
ধন্যবাদ।
@THE_ARCTIC_TERN2 жыл бұрын
দেওপাহাৰখনৰ ওচৰতে ঘৰ যেতিয়া প্ৰায়েই আবেলি ৰাতিপুৱা দেওপাহাৰখন আৰু শিৱ মন্দিৰভাগ আৰু মোৰ চাইকেলখনৰ দেখা দেখি হৈ হৈ ঠাইকনৰ বিষয়ে অনুসন্ধিৎসু মন এটা স্বতস্ফুর্ত ভাৱে গঢ়ি আহিব ধৰিছিল, দুই এখন কিতাপ ও পঢ়ি জানিব চেষ্টা কৰিছিলো। কিন্তু ইমান খিনি কথা দেওপাহাৰখনৰ বিষয়ে আপোনাৰ জৰিয়তে জানিব পাৰি সঁচাই অবাক হৈছোঁ। দাদা, মোকো আপোনাৰ এই অভিযানত মোকো লওকচোন পাৰিলে... দেওপাহাৰখনৰ প্ৰতি মোৰো এটা আবেগ আছে। চকুৰ আগত ঠাইখনক লাহে লাহে পাৰ্কলৈ পৰিবৰ্তত হোৱা দেখি মনৰ ক্ষোভ বোৰ বাঢ়িব ধৰিছে...
@PRAN0072 жыл бұрын
I can understand your emotions brother. You can Contact me through insta. I have given my insta id in description. Meet you shortly. Lots of love and regards. 🕉️
You're in Physics department of Assam university diphu campus. Although we never had any conversation, I know you. You're doing such a great job. I'm collecting data on this archeological site. Thanks for the video buddy.... Sending love from Golaghat.
@PRAN007 Жыл бұрын
I was there. Thank you and you are welcome.
@tunudad14952 жыл бұрын
Yeat sorkara bhout danour monder bonabo laga
@PRAN0072 жыл бұрын
🙏
@SB-sb032 жыл бұрын
Thank you for the video. Loved learning about all the unknown facts. A pity that the Assam Archaeological Department has not investigated much. Unfortunately, the remaining scattered ruins will disappear.
@PRAN0072 жыл бұрын
Thank you for your concern. We all need to create awareness and to preserve these monuments. 🕉️
@mr.drassam432 жыл бұрын
খনন কাৰ্য চলালে আৰু বহুত বস্তু ওলাব পাৰে..
@manusasdiary3112 жыл бұрын
ৰাতিপুৱাৰ সময় খিনি মোৰ বহুত ভাল লাগে , ভাবিছিলো ভক্তি song শুনিম বুলি কিন্তু video টো নোচোৱাকৈ নোৱাৰিলো আৰু চাই বহুত বহুত বেছি ভাল লাগিল বহুত নজনা কথা জানিবলৈ পালোঁ 🥰 মই এনেকুৱা ধৰণৰ video চাই বহুত ভাল পাওঁ আকৌ আগলৈ আশা থাকিল যে আপোনাৰ জৰিয়তে এনেকুৱা video আগলৈ পাম বুলি🙏 লগতে subscribe কৰি থলো 🥰 keep it up 👍
@PRAN0072 жыл бұрын
বহুত ধন্যবাদ 🙏
@moran66642 жыл бұрын
Unknown place...1st time
@PRAN0072 жыл бұрын
It's near Numaligar Refinery.
@Centim2 жыл бұрын
বহুত ভাল কাম কৰিছে দে । নজনা কথা শিকিলোঁ বহুত । আমাৰ ভাৰত তথা অসম চৰকাৰে গুৰুত্ব দিয়া উচিত এই সম্পদ সমূহৰ উপৰত ।