ধেমাজি অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড, প্ৰসূতিৰ জৰায়ু চিলাওতে থাকি আহিল বেজীৰ ভঙা টুকুৰা

  Рет қаралды 541,709

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 789
@JatinBhuyan01
@JatinBhuyan01 3 жыл бұрын
অতি সোনকালে আৰোগ্য হৈ উঠে যেন তাৰে কামনা কৰিলো 🙏🙏🙏🙏
@probinduarah2982
@probinduarah2982 3 жыл бұрын
এনে ধৰণৰ দায়িত্ব জ্ঞান নোহোৱা ডাক্টৰ নাৰ্চক চাকৰিৰ পৰা বৰ্খাস্ত কৰি সিহঁতৰ বেতনৰ টকাৰে মহিলা গৰাকীৰ উন্নত চিকিৎসাৰ ব্যবস্থা কৰিব লাগে।আশু আৰোগ্য কামনা কৰিলো।
@minivlogs6075
@minivlogs6075 3 жыл бұрын
চৰকাৰ তথা চিকিৎসালয় কতৃপক্ষই উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।কিয় ইমান গাফিলতি স্বাস্থ্য বিভাগৰ ।সিহঁতৰ এনেকুৱা দায়িত্বহীন কামৰ বাবে এটি শিশুৱে সৰু তেই মাকৰ মৰমৰ পৰা বঞ্চিত হব। মানুহ গৰাকীৰ সু স্বাস্থ্যৰ কামনা কৰিলো।
@rubidahutia174
@rubidahutia174 3 жыл бұрын
ভগৱানে সোনকালে ভাল কৰে যেন🙏
@mousumigogoi3386
@mousumigogoi3386 3 жыл бұрын
ইমান গাফিলতি কিয় ,তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰক চৰকাৰ অথবা ধেমাজি চিকিৎসালয় কৰ্তৃপক্ষই
@dhrubathakuria4448
@dhrubathakuria4448 3 жыл бұрын
hiy hiy
@rubulborah3317
@rubulborah3317 3 жыл бұрын
একমত
@amrithira7465
@amrithira7465 3 жыл бұрын
Hoi tene al bal kam nisa t he kore . khunkale government e podokhep loi Jen .
@armyanantavlogtankman2428
@armyanantavlogtankman2428 3 жыл бұрын
Health minister nd all superiour plz help the women plz
@FunandfoodwithPolivlogs
@FunandfoodwithPolivlogs 3 жыл бұрын
সোনকালে ভাল চিকিৎসায়লৈ নিয়া ভাল হব দেই বহুত দুখৰ কথা 🙏🏾🙏🏾🙏🏾🙏🏾 জুনে কেনেকৈ পাৰে সহায় কৰিব লাগে,, মুখ্য মন্ত্ৰী চাৰে সহায় কৰক 🙏🏾🙏🏾🙏🏾 কণ মানিটো মাকক বচাওক চাৰ 🙏🏾🙏🏾🙏🏾
@palfangshu3440
@palfangshu3440 3 жыл бұрын
Kiba hle nhoi klaa mama aru hospital guda krimm 🧡
@hangkharaj5992
@hangkharaj5992 3 жыл бұрын
Paisa toi dibi neki
@swapnalisarmah7081
@swapnalisarmah7081 3 жыл бұрын
ভগৱানক প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৱে সোনকালেই যেন ভাল কৰি দিয়ে মহিলা গৰাকীক🙏😢
@Princi197
@Princi197 3 жыл бұрын
Thank u
@monjuladevi5728
@monjuladevi5728 3 жыл бұрын
হে ভগৱান, সোনকালে ভাল কৰক । মুখ্য মন্ত্ৰী sir ৰ সহায় বিচাৰক
@papuburagohain4330
@papuburagohain4330 3 жыл бұрын
যিজন ডক্তৰ a অপাৰেচন কৰিছিল তেওঁক সম্পূৰ্ণ খৰচ পাতি d উন্নত চিকিৎসা কৰাব দিওক
@dollykalita5395
@dollykalita5395 3 жыл бұрын
100'/. Db lgy e
@riyanath7053
@riyanath7053 3 жыл бұрын
Thik koise apuni
@nisharajbongshi4836
@nisharajbongshi4836 3 жыл бұрын
Thik koisa 🙏🙏🙏 saitu koribo lage🙏
@nilpabandeori8420
@nilpabandeori8420 3 жыл бұрын
Yes 100%
@monalishadas4687
@monalishadas4687 3 жыл бұрын
Thikei koisr
@gitanjalipatiri415
@gitanjalipatiri415 3 жыл бұрын
বিভাগীয় কতৃপক্ষ সম্পূৰ্ণৰূপে জগৰীয়া। চৰকাৰ আৰু সাস্হ্যবিভাগে সম্পূৰ্ণৰূপে চিকিৎসাৰ দায়িত্ব লওঁক ।তাৰবাবে চৰকাৰক বিনম্ৰভাৱে প্ৰাৰ্থনা জনালোঁ🙏🏻🙏🏻
@jitenphukon9537
@jitenphukon9537 3 жыл бұрын
Yes👍
@porismitabora9055
@porismitabora9055 3 жыл бұрын
সোনকালে ভাল কৰি দিয়া ভগৱান🙏🙏 মনতো বহুত দুখ লাগি গ'ল
@durlovgogoi1835
@durlovgogoi1835 3 жыл бұрын
হে প্ৰভু মানুহ গৰাকীলৈ চকু মেলি চোৱা সোনকালে যাতে সুস্থ হৈ উঠক তাকেই প্ৰাৰ্থনা কৰিছো I দম্ভালি মৰা চৰকাৰৰ বৰমূৰীয়া সকলে অতিশীঘ্ৰে উন্নত চিকিৎসাৰ সুব্যৱস্থা লওঁক I ভূল চিকিৎসা কৰা চিকিত্সকক শাস্তি প্ৰদান কৰক I
@titheswarsaikia3837
@titheswarsaikia3837 3 жыл бұрын
ধেমাজিৰ অসামৰিক চিকিৎসালয়ত ডক্টৰ চিকিৎসা কৰ্মীৰ অবহেলাই মানুহ মাৰি পেলাব ময়ো ভুক্ত ভুগি মোৰ ছোৱালী জনীও সিহতৰ বাবে বিকলাঙগ হব লগা হল।আৰু বহুতৰে তেনেকুৱা হৈছে যিটো বেমাৰ সময়ত চিকিৎসা কৰিলে ভাল হ'ব তেনেকুৱা মানুহৰ জীৱন শেষ কৰি দিছে। সিহতৰ কেৱল প্ৰাইভেট চেম্বাৰত টকা ঘটাৰ ধানদা। সিহঁতক উচিত শাস্তি দিব লাগে সকলোৱে মিলি
@pukiasissiborgaonicdsproje4668
@pukiasissiborgaonicdsproje4668 3 жыл бұрын
যি সকলে এই অপাৰেশ্যনৰ দায়িত্ব লৈছিল তেওঁ লোকেই উন্নত চিকিৎসাৰ বাবে যোগাযোগ কৰি মহিলা গৰাকীক উদ্ধাৰ কৰে যেন
@dhrubathakuria4448
@dhrubathakuria4448 3 жыл бұрын
yas
@laadosworld9039
@laadosworld9039 3 жыл бұрын
O thekei koise
@nityanandakachari680
@nityanandakachari680 3 жыл бұрын
Ekdom
@niyoresmiofficialmusic8161
@niyoresmiofficialmusic8161 3 жыл бұрын
বহুত দুখ লাগিছে ।সহায় কৰক না কোনোবাই ,🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭
@sabitakalita7096
@sabitakalita7096 3 жыл бұрын
ভগৱানে সোনকালে ঠিক কৰক তেওক 🙏
@popidekapopideka644
@popidekapopideka644 3 жыл бұрын
সকলোৱে যেন সহায় কৰে , তাৰেই কামনা কৰিছো , ভগবান তুমি সহায় কৰা প্ৰভু
@bikashgogoigogoi9175
@bikashgogoigogoi9175 3 жыл бұрын
এই বিষয়ৰ ওপৰত চৰকাৰে অলপ মনোযোগ দি উন্নত চিকিৎসা লব লাগে ।
@kairahazarika1793
@kairahazarika1793 3 жыл бұрын
ঈশ্বৰে তোমাক মঙ্গল কৰক🙏🙏🙏🙏🙏🙏🙏🙏🙏
@anuwarhussain1874
@anuwarhussain1874 3 жыл бұрын
এয়াই নেকি মামাৰ অসমৰ উন্নত স্বাস্থ্য বিভাগৰ অবস্থা
@pranabjyotibharali2426
@pranabjyotibharali2426 3 жыл бұрын
সোনকালে সুস্থ হৈ উঠক, ভগৱানৰ ওচৰত প্ৰাৰ্থন জনালো।
@deeplaskar6255
@deeplaskar6255 3 жыл бұрын
মোৰ এটাই কথা যি সকল চিকসকে চিকিচা কৰিছিল তেওঁ লোকে বিনা মূলিয়াকৈ চিকিচা কৰি দিয়ে, নহ'লে তেওঁ লোকৰ ওপৰত বিচাৰ কৰক দুখীয়া মানুহ আৰু কি কম ...
@kanaisaikia5961
@kanaisaikia5961 3 жыл бұрын
A little learning is a dangerous thing. This shows that many of the Dr have a lake of knowledge of their respective field.
@kushalsaikia3561
@kushalsaikia3561 3 жыл бұрын
অতি সোনকালে শাস্তি দিব লাগে দোষী ক
@rudrasaikia599
@rudrasaikia599 3 жыл бұрын
ভগৱানে আপোনাক সোনকালে ভাল কৰিব তাৰে আশীৰবাদ কৰিছু
@kulagogoi5962
@kulagogoi5962 3 жыл бұрын
God bless her... Contact to local MLA and health minister of assam and inform to CM sir.
@ranjanborah6503
@ranjanborah6503 3 жыл бұрын
I also tell this do some immediately
@pabitrahazarika1378
@pabitrahazarika1378 3 жыл бұрын
ভগৱানৰ কৃপাত তেওঁ অতি শীঘ্ৰে যেন ভাল হয়
@KARTIKDAS-ow6lt
@KARTIKDAS-ow6lt 3 жыл бұрын
মাতৃ জনী জাতে সংকালে সুস্থ হৈ তাৰেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।।। 🙏
@sangitasaikia6785
@sangitasaikia6785 3 жыл бұрын
বহুত দুখ লাগিছে 😭 ভগৱানে যেন মহিলা গৰাকীক সোনকালে ভাল কৰে 🙏🙏🙏
@bijukhatowal9575
@bijukhatowal9575 3 жыл бұрын
চিকিৎসক কেইজনৰ শিক্ষাগত অৰ্হতা ভোৱা যেন লাগিছে । ভালদৰে তদন্ত কৰিলে সকলো কথা স্পষ্ট হব ।
@ankubora7003
@ankubora7003 3 жыл бұрын
যি গৰাকী চিকিৎসকে অষ্টোপচাৰ কৰোতে এনে হ'ল তেওঁ দায়ীত্ব লয় যেন ।
@dipikahazarika7245
@dipikahazarika7245 3 жыл бұрын
যি চিকিৎসালয়ত প্ৰথমে opperation কৰিছিল তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আছে বুলি মই ভাবো তেওঁক উন্নত চিকিৎসা কৰাবৰ বাবে সহায় কৰাটো। কিয়নো এইবিলাক বুজি পাও বেয়া লাগে দুখীয়া পৰিয়াল ।
@kaustuvvlog3934
@kaustuvvlog3934 3 жыл бұрын
মইউ একমত আপোনাৰ লগত দুখিয়াৰ দুখ বুজী পাওঁ মইউ |
@kaustuvvlog3934
@kaustuvvlog3934 3 жыл бұрын
মইউ একমত আপোনাৰ লগত দুখিয়াৰ দুখ বুজী পাওঁ মইউ |
@kaustuvvlog3934
@kaustuvvlog3934 3 жыл бұрын
মইউ একমত আপোনাৰ লগত দুখিয়াৰ দুখ বুজী পাওঁ মইউ |
@utpalrabha2151
@utpalrabha2151 3 жыл бұрын
হে ভগবান চকু মেলি ছোৱা....😭🙏🙏🙏🙏
@ayesabegum5596
@ayesabegum5596 3 жыл бұрын
আল্লায়ে ভাল কৰক আমিন
@kanakborah1406
@kanakborah1406 3 жыл бұрын
মানুহৰ জীৱনক লৈ কিয় চিকিতসক সকলে নিজৰ ক্ষমতাৰ সীমাব্ধতাক স্বীকাৰ নকৰে? নোৱাৰিলে উন্নত চিকিতসাৰ বাবে ভাল অভিজ্ঞ চিকিতসক থকা হস্পিটেললৈ কিয় refer নকৰে? মেডিকেল কলেজৰ সংখ্যা বছৰে বছৰে বাঢ়ি গৈছে, সেইমতে ভাল চিকিতসকৰ সংখ্যা হলে বঢ়া নাই। চেন্নাই, ভেলোৰ, হায়দ্ৰাবাদ নগলে চোন অসমত চিকিতসা কৰি ৰোগেই ভাল নহয়। পিচে এই দুখীয়া নিচলা মানুহ্বোৰে কি কৰিব?আমাৰ চৰকাৰী চিকিতসালয়কে নিৰ্ভৰ কৰিব। যদি ক্ষতস্থান চিলাই কৰা বেজী, বেণ্ডেজৰ কাপোৰ, অপাৰেচনৰ কেচী পেটৰ ভিতৰত থাকি আহে তেন্তে আমি কেনেকৈ ইয়াত চিকিতসা কৰাম ? বেমাৰ পৰিলে মাটি ভেটি বেচি হলেও চেন্নাই ভেলোৰ হায়দ্ৰাবাদ যাবই লাগিব। অন্য উপায় দেখা নাই।
@neelutpal4626
@neelutpal4626 3 жыл бұрын
হে প্ৰভু তাই অতি সোনকালে ভাল হয় যেন 🙏🙏🙏
@rijulhaqe6595
@rijulhaqe6595 3 жыл бұрын
হে ভগৱান এওক সোনকালে ভাল কৰে যেন , কণমানি টোৰ ফালে চাই দয়া কৰক
@AnkurJoyti123
@AnkurJoyti123 3 жыл бұрын
ভগৱানে সোনকালে সুস্থ কৰি দিয়ে যেন,
@mhcreation4740
@mhcreation4740 3 жыл бұрын
চৰকাৰে অতি সোনকালে উপযুক্ত ব্যবস্থা গ্ৰহণ কৰে যেন।
@romontirabha9010
@romontirabha9010 3 жыл бұрын
হে ভগৱান আপুনি য়ে একমাত্ৰ । সহায় কৰা
@bhanitamedhivlogg2357
@bhanitamedhivlogg2357 3 жыл бұрын
বহুত দুখ লাগিছে, কিবা এটা বেবস্থা কৰক কোনোবাই.
@anjanabezbaruah9617
@anjanabezbaruah9617 9 ай бұрын
হে ভগৱান তুমি দয়া কৰা মানুহ গৰাকীক 🙏🙏
@pranjalch8749
@pranjalch8749 3 жыл бұрын
Dhemaji Specialist Doctor keibadinu medical ot homoy mote log puwa nai 10:00 a.m , 11:00a.m ot Medical ot hudpus korar pisot gom pao nijor clinic ot thake. Jot suwa fee ei 200, 300 koi dibo lage
@goldenassam674
@goldenassam674 3 жыл бұрын
Joldi teo husta hoi uthise jen.tare kamona kriso.nd nursestap r action lobo lage.gafolotir karone👍🙏
@jurigogoi7341
@jurigogoi7341 3 жыл бұрын
ভাগবানে সোনকালে ভাল কৰে যেন
@miduldeka9076
@miduldeka9076 3 жыл бұрын
God bless you 🙏🙏🙏 And necessary action ..on this case CM Sir k direct koi diyak
@putulnag9269
@putulnag9269 3 жыл бұрын
Hei voguwan hunkale vall hoi tare kamona korisu God bless you
@sridipankarsaikiadipankar327
@sridipankarsaikiadipankar327 3 жыл бұрын
Guwahati medical College hospital loi jaok.dukh lagil
@noiseassambrainers
@noiseassambrainers 3 жыл бұрын
মহিলা গৰাকী অতি সোনকালেই আৰোগ্য হ্ওক।🙏🙏🙏🙏🙏🙏
@pankajbormon3674
@pankajbormon3674 7 ай бұрын
Hai guru Tumi Roikha kora guru..karon mur manujoni homoitu moi Anakoi Bajarang boli guruk Matichelu Tumi Roikha kora guru...jai guru......
@monimonsterofficial7112
@monimonsterofficial7112 3 жыл бұрын
ধেমাজি চিকিত্সালয়ৰ কতৃপক্ষই risk লবলৈ লাগে,,,,,,, duplicate certificates D sakori loise nki km kribo njne j,,,,
@prastutiborahshorts2929
@prastutiborahshorts2929 3 жыл бұрын
হে ভগৱান তেওক অতি শুনকালে সুস্থ কৰি দিওক।🙏🙏🙏🙏🙏
@promudboruah5428
@promudboruah5428 3 жыл бұрын
Cm sir dhemajit bhut coraption ase val ips ias bixoya pothaouk
@madhabkoch3153
@madhabkoch3153 3 жыл бұрын
😓😓😓kiman kostot kotabo lage jibontu nijor hole gom pawa jai .....toka poisa adir pora kiman kandibo lage amr dore dukhiya mnuh bure gom pai...........bhogobane jen hunkle val kori diye tare kamona korilu ....
@bobysaikia8682
@bobysaikia8682 3 жыл бұрын
এনেকুৱা ডক্টৰক উচিত ব্যৱস্থা লোৱাটো খুবেই জৰুৰী।
@bijit7420
@bijit7420 3 жыл бұрын
তেখেতৰ সোনকালে সুস্থ হৈ উঠক
@unitedassam67
@unitedassam67 3 жыл бұрын
ভগৱানে সহায় কৰক সোন ভাল হোৱা
@lakhyahiragohain2011
@lakhyahiragohain2011 3 жыл бұрын
অতি সোনকালেই আৰোগ্য লাভ কৰক। ভগৱান ৰ ওপৰত প্ৰাৰ্থনা জনালোঁ।
@pompidas1284
@pompidas1284 3 жыл бұрын
Magnet(Sumbok) use korile valkoi dhoribo parile hoi sage jega tu mankhor vitort holeo.... Val scientific process use korok doctore... Get well soon.... Bhagawane sustho kori diok honkale 🙏🙏🙏
@prasantomedhi6058
@prasantomedhi6058 3 жыл бұрын
Himanta sir a sob jagat sabo nuware buli.... Mla DC SP dise... Hehonte ke Kori ase.... Eman major case u nasil doctor bur ki kam nai neki.....
@ansumangogoi216
@ansumangogoi216 3 жыл бұрын
কৃষ্ণ ।সোনকালে যেন বেজিটো ওলাই যায়
@mixingstatuschannels4202
@mixingstatuschannels4202 3 жыл бұрын
Cm sir আপুনি অকমান সহায় কৰি দিয়ক আপুনাৰ চৰনত ধৰি কৈছো ৷
@BidyasagarRamchiary
@BidyasagarRamchiary 9 ай бұрын
Matri jibonot emnkhini kio kosto diye. Vogoban Sai pothouk olp jate Tai khonkal val hoi
@nehadas5727
@nehadas5727 3 жыл бұрын
Val kora bhogban konmaituk sai val kora.. 🙏🙏🙏
@nilakantadoley6342
@nilakantadoley6342 3 жыл бұрын
বৰ দূখ লগা খবৰ কান্দিব মন যায় । মোৰ অন্ত কণ্ঠ শুকায় গ'ল । প্ৰসৱ বেদনাৰ যন্ত্ৰনা মই এজন পুৰুষ যদিও ভালকৈ বুজি পাওঁ কাৰণ মোৰ মানুহজনীৰ চিলনী বেছি পৰা বাবে কিমান যে কষ্ট ভূগিলো সেইদিন পূনৰ আজি মনত পৰিল ।
@tinkupagag9500
@tinkupagag9500 3 жыл бұрын
He pravu hunkale val kri diyok🙏
@chayanikakonwar3247
@chayanikakonwar3247 3 жыл бұрын
হে হৰি মানুহ হে কি কষ্ট এবাৰ চিলাওতেই আক,,,,,,,,,,😭😭😭😭
@alitalks3653
@alitalks3653 3 жыл бұрын
Govt should take immediate action..and please help her as soon as possible. May God cure you soon sister.
@digantadeka7201
@digantadeka7201 3 жыл бұрын
ডাক্তাৰ আৰু নাৰ্চৰ জহৰামীৰ কাৰন এইটো।
@meyummonika3262
@meyummonika3262 3 жыл бұрын
🙏🙏🙏 vgbane akhirbad kre je hunkle vl hbloi...🙏🙏🙏
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 3 жыл бұрын
অতি সোনকালে তেখেতৰ উন্নত চিকিৎসা প্ৰদান কৰক মেডিকেল কতৃপক্ষই। অপাৰেশ্যন জড়িত ডক্টৰ নাৰ্চক অতি সোনকালে কঠোৰ শাস্তি প্ৰদান কৰক আৰু খৰচ দায়িত্ব বহন কৰক চাকৰি পৰা অব্যাহতি দিয়ক, কেনেকৈ মানুহৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ পালে।
@anilborah3144
@anilborah3144 3 жыл бұрын
সোনকালে ভাল হক, অ বিবেচক কিচুমান কাম কৰি নিৰদুসি মানবক তেনে নকৰিব অলপ মন দি কাম কৰক, নোৱাৰিলে অলপ উন্নত চিকিৎসা লৈ পথাব, কাৰন জাৰ হয় সি হে বুজে, তেও লোকৰ কৰবাত কিবা কাম আচিল নেকি,,, কামত মন নাথাকিলে কাম নকৰিব, গম নাপাই নে জে ভাঙা বেজি হাতত আহিছে,,,
@daskanak8386
@daskanak8386 3 жыл бұрын
God bless u sister👍
@dibyajyotineog6275
@dibyajyotineog6275 3 жыл бұрын
God bless you... Hunkle mama kiba ata kra
@sknithik2315
@sknithik2315 3 жыл бұрын
আজিকালিৰ কিছুমান চিকিৎসকৰ ওচৰত যাবৰ বাবে হাজাৰ টা চিন্তা আহে,,,,কত বা কি কৰে,,,,, চৰকাৰে এই বিষয় টো গভীৰ ভাবে ল'ব লাগে,,,,
@kanajnath3576
@kanajnath3576 3 жыл бұрын
Bohut dhuck lagil da.
@mamonidas6409
@mamonidas6409 3 жыл бұрын
He vogoban Tumi ai ba jonik hunkale aruiggo kora🙏🙏😭😭
@chayaborah6908
@chayaborah6908 3 жыл бұрын
Ha vogoban val kore deya hunkala
@nirmalupadhyayanirmal2421
@nirmalupadhyayanirmal2421 3 жыл бұрын
Get recover soon ............ Govt. should taken proper step to get recover ........................
@mohitborah9165
@mohitborah9165 3 жыл бұрын
I request to our CM sir.please immediately Acton.. please.
@binuddeka7799
@binuddeka7799 3 жыл бұрын
আৰোগ্য কামনা কৰিলোঁ
@rambahadurrairai1711
@rambahadurrairai1711 3 жыл бұрын
God bles sister your life is long
@madhusmitahandique6148
@madhusmitahandique6148 3 жыл бұрын
Kothatu huni bohut dukh lagil hun kale val kori diya vogoban 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@gautamnath2203
@gautamnath2203 3 жыл бұрын
সোনকালে যেন ভাল হৈ উঠে
@aabirgogoi1694
@aabirgogoi1694 3 жыл бұрын
Ki hoise aibur, cm sir please apuni help korok
@কুমাৰজয়
@কুমাৰজয় 3 жыл бұрын
ভগৱানে ভাল কৰক
@user-tm2rf2ii9d
@user-tm2rf2ii9d 3 жыл бұрын
Doctor tur license immediate cancel koribo lge😡😡😡
@dhirasastri7715
@dhirasastri7715 3 жыл бұрын
Sorkare sohay korok....🙏🏼 Sonkale Jen sustho hoy
@milanjdeka7016
@milanjdeka7016 3 жыл бұрын
Mr maa r Normal unfortunately bleeding t Uterus thoka horoka krile asom t atiya Mumbai Apollo hospitals t treatment kri aso....,, Akhirbad krk jte moi u maa success hao,
@honeybeeassam9362
@honeybeeassam9362 3 жыл бұрын
FIR diyok n CM Sir k request ai cas2 valdore sai jen
@jayasaikiadas9066
@jayasaikiadas9066 3 жыл бұрын
চিকিৎসকজনে দায়িত্ব লৈ উন্নত চিকিৎসাৰ বাবে অতি সোনকালে ব্যৱস্থা কৰক।
@parthachowdhury4721
@parthachowdhury4721 3 жыл бұрын
🙏🙏...mohila jnir xu saistho kamona korilu
@sabinayeasmin231
@sabinayeasmin231 3 жыл бұрын
Allahe jen xonkale vl kri dye Aamin.
@shahinahamed8798
@shahinahamed8798 3 жыл бұрын
চাকৰী পৰা আঁতৰি দিয়ক। Pls 🙏
@bidishasaikia573
@bidishasaikia573 3 жыл бұрын
Vogobane xunkale val kori diyok 🙏🙏🙏🙏🙏tare kamona korilu
@apurbadas3276
@apurbadas3276 3 жыл бұрын
God bless you sister.
@BRDMusicProduction
@BRDMusicProduction 3 жыл бұрын
অতি সোনকালে ভাল হৈ উঠে যেন
@devajitpegu7663
@devajitpegu7663 3 жыл бұрын
God bless you
@noreasm9567
@noreasm9567 3 жыл бұрын
Vgbanr usrt prathana krisu hunkale vl kre jen🙏🙏🙏🙏
@bhishmagahatraj9715
@bhishmagahatraj9715 3 жыл бұрын
O bhagaban... Doctors are responsible for it... Ki kosto hoise bimari 😣
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН