আমি যত জীৱ। কোটি কোটি ব্ৰহ্মাণ্ডৰ। উৰণ বুৰন গজন ভ্ৰমন । চাৰিমুঠি দেহৰ ভিতৰত।নিজ কৰ্ম ফলে জীৱ গনে।পাইবেক , , সেই এক দেহ। , সকলো দেহৰ ভিতৰত জীৱ। তোমাৰ সেই অঙশ আমি। নাহিকে তোমাৰ কিছু দোখ।যেন কম তেনে পাই দেহ নিজ কৰ্ম ফলত যিবা জন্ম পাও আমি। এইবাৰ নেৰিবা সামী শবণে পখিলো আমি।