ধানৰ উৎপাদন বঢ়োৱাৰ উপায় । সাৰ কেনেকৈ দিব ? Dhan Kheti

  Рет қаралды 75,967

Krishi aru Vigyan

Krishi aru Vigyan

4 жыл бұрын

1) Reasons of low rice production
2) Remedies
3) Fertilizer requirements in rice
4) Method of fertilizer application
আমাৰ অন্য video সমূহ -
১) জলকীয়াৰ ভাইৰাচ জাতীয় ৰোগ আৰু নিয়ন্ত্ৰণ
• How to Control Chilli ...
২) ভোট জলকীয়াৰ ফল পঁচা আৰু ডাইবেক ৰোগ আৰু নিৰাময়ৰ উপায়
• ভোট জলকীয়াৰ ফল পঁচা বে...
৩) এজন সফল খেতিয়কৰ পৰামৰ্শ
• এজন সফল খেতিয়কৰ পৰামৰ্...
#Krishiaruvigyan

Пікірлер: 158
@user-go6dl7vp2j
@user-go6dl7vp2j 3 ай бұрын
Bohut val lagile
@user-go6dl7vp2j
@user-go6dl7vp2j 3 ай бұрын
Dada apunar aneka bujai dia video aji moi prothom bar salu dhanor bikhoyat
@jayantabhagabati7410
@jayantabhagabati7410 Жыл бұрын
বৰ ভাল লাগিল। ধন্যবাদ।
@dipalisarmah7528
@dipalisarmah7528 3 жыл бұрын
we have been known more information from your teaching.
@user-tp7mn3vm9i
@user-tp7mn3vm9i 4 ай бұрын
Bahut bhaal lagil,.. Dhanyavaad
@jyotimoydeka5137
@jyotimoydeka5137 2 жыл бұрын
ধন্যবাদ 🙏। মাকৈ আৰু শৰিয়হ খেতিৰ বিষয়ে জনোৱা 🙏
@birajmahannarzary9186
@birajmahannarzary9186 2 ай бұрын
Your speech is absolutely right,Sir.Nice video.Thanks.
@jitubaruah8069
@jitubaruah8069 2 жыл бұрын
Thank you for this type of video.
@bonraj6194
@bonraj6194 3 жыл бұрын
বহুত ধন্যবাদ ।
@kapilbathari3620
@kapilbathari3620 3 ай бұрын
Thank you so much sir ❤
@nirendranathsarmah6721
@nirendranathsarmah6721 2 жыл бұрын
ভিডিঅ'টো ভাল লাগিল।
@bitupandas7824
@bitupandas7824 11 ай бұрын
Bhut val lagil❤❤
@saratdas7575
@saratdas7575 4 жыл бұрын
Bohut kotha sikilu apuna pora. Thnkyou so much ❤️❤️
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
My pleasure, Thank you Sarat Das.
@biswajitmondal4494
@biswajitmondal4494 2 жыл бұрын
You have presented the words in a very beautiful way. There was hope for more advice.
@krishiaruvigyan1464
@krishiaruvigyan1464 2 жыл бұрын
Thanks a lot for the inspiring words.
@sanidulhoque2225
@sanidulhoque2225 6 ай бұрын
😊😊😊😊😊😊😊😊😊😊😅😅😊 1:16 😊😊😊😊😊😊😊p😊😊😊😊😊​@@krishiaruvigyan1464
@sanidulhoque2225
@sanidulhoque2225 6 ай бұрын
😊p😊😊😊😅😊 1:34 😊😊😊😊
@sanidulhoque2225
@sanidulhoque2225 6 ай бұрын
1:58
@pankajgogoi5395
@pankajgogoi5395 Жыл бұрын
Very very nice 🎉❤❤
@ankur3744
@ankur3744 3 жыл бұрын
Apunr channel 2 Sai khub bhal lagise, apunk bohut bohut dhonyobad, akha koru apuni enekoi agoloi Kam Kori jai , dhanyabad
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
আশীৰ্বাদ কৰিব, আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰি যাম । ধন্যবাদ শইকীয়া ডাঙৰীয়া ।
@chandranewar5899
@chandranewar5899 3 жыл бұрын
Apunar ai video tu sai bar bhal lagise.akedare Moize /gom dhan khetit khar prayog aru rog niramoyar karan aru upaye buror shabisesh janai ati video tu upload kari dile bishesh labhawan ham.Thank you.
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
অশেষ ধন্যবাদ । আপুনি আমাৰ ফেচবুক পেজ krishi aru vigyan ত গৈ সুধিব পাৰে জানিব বিচৰা কথা খিনি ।
@currentassam7464
@currentassam7464 3 жыл бұрын
Thanks
@bijitsaikia1491
@bijitsaikia1491 9 ай бұрын
কৃষি সম্পৰ্কীয় কথাখিনিৰ পৰা উপকৃত হ'লো।
@m_205
@m_205 3 жыл бұрын
Tea cultivation. Thanks
@mainulhoque8118
@mainulhoque8118 10 ай бұрын
From Barpeta 👍
@madhuryyakalita6895
@madhuryyakalita6895 11 ай бұрын
Thank you
@Subhadeka
@Subhadeka Ай бұрын
সুন্দৰ লিখনি
@nirmalbiswas2281
@nirmalbiswas2281 4 жыл бұрын
ভাল লাগিল।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ থাকিল ।
@hiltanhazarika3013
@hiltanhazarika3013 4 жыл бұрын
Great Job, much needed video with helpful information
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Thank you so much for inspiring us. Please do recommend this video to others. Check my other videos too, you may find interesting.
@BoriRomen-hl2el
@BoriRomen-hl2el Жыл бұрын
Thank you sir
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
Welcome
@user-ww5uj2cf1q
@user-ww5uj2cf1q 2 ай бұрын
Apunar Paramarsha bhal lagise
@bhagyashreeandkasturimedhi7107
@bhagyashreeandkasturimedhi7107 4 жыл бұрын
Sir ahpuner vedio bilaak sai vaal laage . Mai ahpuner vedior paraa bahoot khikisoo .mai ajoon farmer hai. Ahpuni khitir bikhai vedio banai thakiboo. Bahoot vaal laage.
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আমাৰ video চাই ভাল পোৱা বুলি জানি উৎসাহ পালোঁ । আৰু Video বনাই থাকিম, আমি জনা কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টাহে কৰিলোঁ । ধন্যবাদ ।
@bimalrabha7520
@bimalrabha7520 3 жыл бұрын
Dhanor diha. Diyar bawe dhonya bat 🏓
@BindeswarPawo
@BindeswarPawo 6 күн бұрын
🇮🇳💚
@heimangshumedhi9057
@heimangshumedhi9057 4 жыл бұрын
👍gr8 work, keep it up
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ মেধি ডাঙৰীয়া ।
@Cuty_girl880
@Cuty_girl880 3 жыл бұрын
Sir soil health card janabo plz
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
ৰয় ডাঙৰীয়া আপোনাৰ পথাৰৰ মাটি পৰীক্ষা কৰাৰ পিছত তাত কি কি মৌলৰ অভাৱ আছে আৰু কেনেকৈ সেইবোৰ ঠিক কৰিব পাৰি তাৰ ওপৰত এখন ৰিপৰ্ট দিয়ে, সেইখনকে soil health card বুলি কয় । আপুনি আপোনাৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰ অথবা কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিলে জানিব পাৰিব । বিনামূলীয়াকৈ বনায় দিয়া হয় ।
@niranswargiary3773
@niranswargiary3773 4 жыл бұрын
Good job
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Thank you so much.
@subarnadevi924
@subarnadevi924 2 жыл бұрын
val lagil video tu sai Next ane dharanor v d o pam buli asa rakhilo
@krishiaruvigyan1464
@krishiaruvigyan1464 2 жыл бұрын
ধন্যবাদ ।
@atikurrahman9129
@atikurrahman9129 4 жыл бұрын
Val lagil vediotu sai bohu kotha xikibo parilu. Moi u ajon krihok
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ Atikur ডাঙৰীয়া, সকলোৰে মূল কৃষিয়ে । শুভকামনা থাকিল । অনুগ্ৰহ কৰি share আৰু subscribe কৰিব ।
@atikurrahman9129
@atikurrahman9129 4 жыл бұрын
@@krishiaruvigyan1464 agoloi aru val val poramorxo pai thakim buli axa korilu. Karon khetiok hisape bohu kotha jana dorkar.
@dipgogoi3543
@dipgogoi3543 4 жыл бұрын
দাদা আপোনাৰ বহুমূলীয়া ভিদিও চাই বহুতো নজনা কথা শিকিলোঁ । আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ । শেষৰ চাহ হাল বোৱাৰ পাছত অৰ্থাৎ কঠীয়া ৰোৱাৰ আগেয়ে আপোনি কোৱাৰ দৰেই পথাৰত সাৰ প্ৰয়োগ কৰা হৈছিল । অবশ্যে সাৰ প্ৰয়োগ কৰাৰ আগতে পথাৰত থকা অতিৰিক্ত পানী খিনি বাহিৰলৈ উলিয়াই লোৱা হৈছিল । কিন্তু বৰ্তমান নেৰা নেপেৰা বৰষুণৰ বাবে পথাৰত যথেষ্ট পৰিমাণে পানী জমা হৈ পৰে ! প্ৰায় ৫ - ৬ ইঞ্চি মান হ'ব । মই জানিব বিচৰা কথাতো হল যদি পানী খিনি বাহিৰলৈ উলিয়াই দিওঁ প্ৰয়োগ কৰা ৰাসায়নিক সাৰখিনি পানীৰ লগত ওলাই যাব নেকি ? আৰু যদি অতিৰিক্ত পানী খিনি আবদ্ধ কৰি ৰখা হয় তেন্তে ৰোৱা বিলাকৰ বিশেষ কিবা অসুবিধা হ'ব নেকি বাৰু ?
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
Video তো চাই ভাল পোৱা বুলি জানিব পায় সুখী হ'লো । পানী উলিয়াই নিদিব । সিমান পানী থাকিলে একো অসুবিধা নাই ।সাধাৰণতে ইউৰিয়া সাৰহে পানীৰ লগত মিহলিহৈ ওলাব পাৰে বাকী বোৰৰ ইমান সহজে ঘোল নাখায় । কঠীয়া যদি পানীত সম্পূৰ্ণ ভাবে ডুব নাযায় তেনেহ'লে একো অসুবিধা নাই, সেয়া মন কৰিলে হ'ল । যদি এসপ্তাহ বা তাতকৈ বেছিদিন ডুব গৈ থাকে তেতিয়াহে কঠীয়াবোৰ গেলিব পাৰে । আজি কালি ৰঞ্জিত চাব 1, বাহাদুৰ চাব 1, স্বৰ্ণ চাব 1 নামৰ ধানৰ জাত ওলাইছে যিবোৰ ১০ দিনৰ ওপৰত পানীৰ তলত ডুবগৈ থাকিলেও একো অনিষ্ট নহয় ।
@dipgogoi3543
@dipgogoi3543 4 жыл бұрын
@@krishiaruvigyan1464 বহুতো ধন্যবাদ থাকিল ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464 কোন বিধ সাৰ কিমান দিন কাৰ্য ক্ষম হৈ থাকে৷
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
চুপাৰ আৰু পটাছ ধান কটাৰ পাছলৈকে থাকিব । ইউৰীয়াহে মাটিত বেছি দিন নাথাকে । গতিকে ভাগ ভাগ কৰি দিব কোৱা হয় ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ৷
@srimantahazarika3450
@srimantahazarika3450 11 ай бұрын
ভাল লাগিল, আমাৰ ঘৰত ২০ বিঘা ৰঞ্জিত ধানৰ খেতি কৰিছো, আৰু এটা কথা আছিল mop ৰ বেলেগ কিবা থলুৱা উৎস আছে নেকি , mop ৰ বজাৰ মূল্য যিহেতু ৫০ কেজি বেগত ১৮০০ টকা,
@aprakriti4715
@aprakriti4715 3 жыл бұрын
Dada khoriho khetir bikhoye video Bobbi.
@NijarahazarkanjNJ
@NijarahazarkanjNJ 7 ай бұрын
আহাৰ মাহত ধান দাবলৈ হলে কি ধান উপযোগী আৰু কোন মাহত কঠীয়া পাৰিব লাগে জনাব চোন ৷
@ranjeetbasumatary-mn9me
@ranjeetbasumatary-mn9me 15 күн бұрын
Ranjeet bosumotary Rangapara Sonitpur Assam village no-2 Torabill
@aprakriti4715
@aprakriti4715 3 жыл бұрын
Dada amar potharot dhan ulowar agot bohut jegai jegai dangor gol glo hoi dhan mori jay.eyar karon jonabo neki?
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
আপোনাৰ তাত ফটো আছে নেকি ? আছে যদি আমাৰ ফেচবুক পেজত দিব চাই জনাম ।
@user-pb4fz7lo7h
@user-pb4fz7lo7h Күн бұрын
‌জৈৱিক সাৰ বেৱহাৰৰ বিষয়ে জনাবচোন।
@birsonurang2379
@birsonurang2379 Жыл бұрын
September month last ki dhan ruly Val hb
@satyajitbasumatary401
@satyajitbasumatary401 Жыл бұрын
Raam prosad dhanbidh kenedharanar matit hoi
@mridulgogoi6345
@mridulgogoi6345 3 жыл бұрын
National center of organic farming ghaziabad utter Pradesh Govt of India পৰা আনক waste decomposer ঢালি দিয়ক । পৃথিৱী বিখ্যাত জৈৱিক অনুঘটক হিচাপে ক্ৰিয়া কৰে । ফচল ৰ সোৱাদ ঘূৰাই পাব ৬০ দশকৰ ।
@cooloil2863
@cooloil2863 Жыл бұрын
Dada 1 bigha matit jode 15 ltr Boric Acid mix kora pani lagy tytiya holy holy 15ltr panir baby kiman parimanor boric acid lagibo
@woman178
@woman178 Жыл бұрын
Dhan khetir utpadawnat assamawr sthan unnitaw hawbaw
@rajkumarsahani7196
@rajkumarsahani7196 6 ай бұрын
Sir boro dhanor karone ki car dibo lagibo Priti bigha Mattit
@Dehingiadiraj1
@Dehingiadiraj1 3 жыл бұрын
দাদা পাণ গছ আৰু অমিতাৰ ওপৰত ভিডিঅ' এটা বনাব চোন
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
আমি চেষ্টা কৰিম ।
@mousumimousumibora
@mousumimousumibora 3 күн бұрын
bali matit ki har matiboa laga
@chandangogoi8567
@chandangogoi8567 Жыл бұрын
Ranglaw kheti bi khaye jonabo sun
@monoxonowal1326
@monoxonowal1326 3 жыл бұрын
Hello sir
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
Hello 🖐️
@dipgogoi3543
@dipgogoi3543 4 жыл бұрын
দাদা বৰ্তমান বজাৰত ইউৰীয়া সাৰৰ নাটনি হৈ আছে । যাৰ কাৰণে পথাৰত Top dressing কৰিব পৰা নাই ।গতিকে ইউৰিয়া সাৰৰ পৰিবতে DAP প্ৰয়োগ কৰিব পাৰিনে আৰু যদি পাৰে তেন্তে বিঘাত কিমান পৰিমাণে প্ৰয়োগ কৰিব লাগিব । মোৰ ৰনজিৎ ধান ৰোৱা আজি ৪৫ দিন হ'ল আৰু ৰোৱাৰ সময়ত আপুনি দিয়া পৰামৰ্শ অনুসৰিয়েই সাৰ প্ৰয়োগ কৰা হৈছিল ।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
DAP top dressing সাধাৰণতে কৰা নহয় । আপুনি চাওক যদি ধানৰ পাতবোৰ গাঢ় সেউজীয়া ধৰণৰহৈ আছে তেনেহলে আপুনি ইউৰিয়া নিদিলে ও হ'ব । যদি পাত গাঢ় সেউজীয়া নহৈ হালধীয়া পৰিছে বিশেষকৈ তলৰ পাতবোৰ তেনেহলে মোক জনাব মই বেলেগ এটা উপায় দিম ।
@dipgogoi3543
@dipgogoi3543 4 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ দাদা ৰোৱা বিলাক গাঢ় সেউজীয়া হৈ বৰ্তমান পাতল সেউজীয়া হৈ পৰিছে । আৰু মাজে মাজে দুই এগোছাৰ পাত বিলাক নুৰ খাই গেৰুৱা ৰঙৰ হৈ পৰিছে । মই ফটো মাৰি থৈছো আপোনাৰ ই মেইল টো পালে পঠিয়াই দিব পাৰিম ।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি krishi aru vigyan ফেচবুক পেজ টোত inbox কৰি পঠাই দিব ।
@aprakriti4715
@aprakriti4715 11 ай бұрын
Dada pls jonabo mur dhan gor halodhiya hoi ase ki khar dile val hobo
@krishiaruvigyan1464
@krishiaruvigyan1464 11 ай бұрын
গোটেই পথাৰ খনৰে পাত হালধীয়া পৰিছে নে মাজে মাজে হৈছে ?
@aprakriti4715
@aprakriti4715 11 ай бұрын
@@krishiaruvigyan1464 maje maje dada
@krishiaruvigyan1464
@krishiaruvigyan1464 11 ай бұрын
কুমলীয়া পাতবোৰ হালধীয়া পৰিছে নে বুঢ়া পাতবোৰ হালধীয়া পৰিছে ? আপুনি নহ'লে এটা কাম কৰিব, আমাৰ ফেচবুকত krishi aru vigyan বুলি পেজ এটা আছে, তাত আপুনি পথাৰ খনৰ ভাল ফটো কেইখন মান পঠাব । দুখন মান পথাৰ খনৰ, দুখন মান পাতৰ ওচৰৰ । চাই পেলাই জনাম ।
@biswajitbarman9003
@biswajitbarman9003 3 күн бұрын
দাদা মই কঠিয়া ৰোৱাৰ সময়ত কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাই। কঠিয়া ৰোৱা এমাহ হ'ল এতিয়া কি সাৰ কিমান পৰিমাণ ত প্ৰয়োগ কৰিব পাৰিম আৰু সুফল পাম জনাবচোন এবাৰ।
@krishiaruvigyan1464
@krishiaruvigyan1464 3 күн бұрын
Video টোত সাৰৰ বিষয়ে ভালকৈ আলোচনা কৰা হৈছে। মাটি যদি সাৰুৱা আৰু খেতি ডৰা যদি ভালে আছে তেনেহ'লে একো সাৰ নিদিলেও হ'ব । কিয়নো চুপাৰ আৰু পটাছ সাৰ দিয়াৰ সময় পাৰ হল। সেইবোৰ মাটি ৰোৱা আগতে দিয়া হয় । বাকী থাকিল ইউৰিয়া, ইয়াক অকলে দিলে সিমান সুফল নাপায়। যদি পাত হালধীয়া পৰা যেন হৈছে তেন্তে দিব পাৰে বিঘাই প্ৰতি ৩ কেজি।
@anilrabha9999
@anilrabha9999 3 жыл бұрын
sir ৰঙালাও বিষয়ে জনাবচোন
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
ৰঙালাওৰ বিষয়ে কি জানিব বিচাৰিছে, ক'লে কব ভাল হয় ।
@anilrabha9999
@anilrabha9999 3 жыл бұрын
কি কি সাৰ প্ৰয়োগ কৰিব লাগে
@bhaskarbsk600
@bhaskarbsk600 Жыл бұрын
New video lage dada
@debajanisaikia457
@debajanisaikia457 Жыл бұрын
Sir moi kotha ata hudhibo bisarisu.. ata project ase: Development of superior haplotype based near isogenic lines(haplo-Nils) for enhance genetic gain in rice.. mane ki bujaise koi diwksn plz plz riply
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
Haplotype meaning টো আপুনি জানে বুলি ধৰিলৈছো, project টোত তেওঁলোকে ধানৰ "line" (বুজিবলৈ variety বুলি ধৰি লওক) কিছুমান বনাব গৈছে যিবোৰৰ অনুবংশীক মিল থাকিব । আৰু ইয়াৰ উদ্দেশ্য হ'ব ধানৰ গুণাগুণ যেনে উৎপাদন, সোৱাদ, বেমাৰ কীট পতংগৰ বা অন্যান্য প্ৰয়োজনীয় চৰিত্ৰৰ সংযোজন ঘটোৱা ।
@debajanisaikia457
@debajanisaikia457 Жыл бұрын
@@krishiaruvigyan1464 thanks sir apunak bohut bohut dhoinabad bihut hokah palu karon aitur uporot mur ata interview ase so confused hoi asilu thank u sir
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
Ok, ভালকৈ দিবা । All the Best.
@debajanisaikia457
@debajanisaikia457 Жыл бұрын
@@krishiaruvigyan1464 Thank u sir.. heitu topicr uport kiba akonman holeu video pam ni sir bohut help hobo mur
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
মহাশয়,মই ন কৈ খেতিত লাগিছোঁ। মোৰ "ৰঞ্জিত" ধাননি দৰাত বহু পৰিমানে ঘাঁহ বন গজিছে ।মই 2,4-D Agan By ADAMA ব্যৱহাৰ কৰিব ওলাইছোঁ।ব্যৱহাৰ কৰিলে সুফল পাম নে?লগতে জিংক ৩৩%,ইউৰিয়া আৰু পটাছ ব্যৱহাৰ কৰিলে সুফল পামনে?জনালে উপকৃত হ'ম।
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
ৰুৱা এমাহ মান হোৱা পাছত সাধাৰণতে ঘাঁহ মৰা দৰব মাৰিলে সুফল নাপাব । তাৰ সলনি হাতেৰে নিৰণি কৰিব । জিংক পটাছ আপুনি সাৰ হিচাপে দিব বিচাৰে যদি দিব পাৰে । কিন্তু মনত ৰাখিব একেলগে মিহলি কৰি নিদিব, নহলে ইউৰিয়া বোৰ গলি পানী হৈ যাব । আপুনি একেদিনাই দিব পাৰে খালি বেলেগ বেলেগ কৈ চটিয়াই দিব ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464মহাশয়, ঘাঁহ বন নাশক ঔষধ প্ৰয়োগৰ কমান ঘণ্টা/দিন পিছত সাৰ প্ৰয়োগ কৰিব পাৰিম। মোৰ জহা ধাননিদৰাত(৪বিঘা)কঠিয়া ৰুৱাৰ সময়ত ডি এ পি ৫ কেজিকৈ আৰু পটাছ ১ কেজিকৈ প্ৰতি বিঘাত প্ৰয়োগ কৰিছো।পুনৰ এমাহ মান পিছত ৪ কেজিকৈ প্ৰতি বিঘিত ইউৰিয়া আৰু কম পৰিমানে পটাছ পয়োগ কৰিছোঁ।বয়স প্ৰায় দুমাহ হ'ওঁ হওঁ। এতিয়া কি সাৰ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যাব। ডি এ পি আৰু ইউৰিয়া কিমান দিনলৈ কাৰ্য্যক্ষম হৈ থাকে ।জনালে উপকৃত হম। ধন্যবাদ।
@archanagogoi7968
@archanagogoi7968 4 жыл бұрын
Dada moi mars mahot kheti koribo bisaru. pora hobone
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
কিহৰ খেতি কৰিব বিচাৰিছে সেইটো জনালে ভাল হয়
@archanagogoi7968
@archanagogoi7968 4 жыл бұрын
Ahu dhanr kheti.
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আহু ধান দুই ধৰণে কৰা হয়, ১) Direct পথাৰত গুটি সিঁচি (এই পদ্ধতিত কঠীয়া নাপাৰি direct গুটি সিঁচা হয় । বীজ সিঁচা সময় : মাৰ্চ -এপ্ৰিল) ২) কঠীয়া ৰুই কৰা (এই পদ্ধতিত আমি কঠীয়া ৰুই কৰো । কঠীয়া পৰা সময় : মাৰ্চ -এপ্ৰিল) আহু ধান কৰাৰ আটাইতকৈ ডাঙৰ অসুবিধা হৈছে ঘাঁহ বনৰ উপদ্ৰৱ খুব বেছি হয় । গতিকে যদি আহু ধান কৰে তেনেহলে শাৰী শাৰীকে ৰুব লাগে যাতে ঘাঁহ বন চিকুনাবলৈ সুবিধা হয় । আপুনি অকলে যদি আহু খেতি কৰে তেনেহলে চৰাইয়ে বহুত অনিষ্ট কৰিব পাৰে । আৰু এটা কথা আহু ধান পাৰিলে ৯০-১০০ দিনীয়া জাতবোৰ কৰিব । তেতিয়া শালি ধানৰ কাৰণে আপোনাৰ মাটি আকৌ Ready কৰিব পাৰিব । আপুনি আমাৰ FACEBOOK PAGE "KRISHI ARU VIGYAN" তগৈ আপোনাৰ যিকোনো প্ৰশ্ন সুধিব পাৰে । ধন্যবাদ ।
@user-ie8zl5ch8k
@user-ie8zl5ch8k Ай бұрын
ঘাহ বন কেনেকৈ মাৰিব পাৰি দৰবৰ নামটো দিয়কচোন
@bikashkathar7937
@bikashkathar7937 2 жыл бұрын
Arize 6444 dhan bidhor bihoye jonabo....
@krishiaruvigyan1464
@krishiaruvigyan1464 2 жыл бұрын
Bayer কোম্পানীৰ ধানৰ জাত । ভাল জাত । 140 দিনীয়া । হাইব্ৰীড জাত হোৱা কাৰণে পথাৰত প্ৰয়োজন অনুসাৰে সাৰ প্ৰয়োগ কৰাৰ দৰকাৰ তেতিয়া ভাল উৎপাদন পোৱা দেখা যায় ।
@mintudas1586
@mintudas1586 3 жыл бұрын
মহাশয় । ইউৰিয়া আৰু DAP একেলগে mix কৰি দিব পাৰিনে । আৰু এটা কথা মোৰ মাটি খিনি অলপ বালি চহিয়া । পাঞ্জাব লাহি ধান লগাইছো ৩বিঘা মাটিত ইউৰিয়া আৰু DAP কিমান দিব লাগিব জনাবছোন !
@denishdoley6543
@denishdoley6543 3 жыл бұрын
Dada pukhe khaise pat bur ki dorop dile val hbo
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
বহুত বেছি যদি নাই খোৱা পোকে তেনেহ'লে দৰব নামাৰিলেও হ'ব । কঠীয়াবোৰ যেতিয়া ঠন ধৰিব নিজে ঠিক হ'ব । যদি বেছিকৈ হৈছে তেনেহ'লে Chlorantranilliprole 18.5% SC নামৰ দৰবটো 1 মিলিলিটাৰ 2 লিটাৰ পানীত মিহলাই স্প্রে কৰিব ।
@denishdoley6543
@denishdoley6543 3 жыл бұрын
@@krishiaruvigyan1464 dada price tu kiman poribo
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
এইটোৰ অলপ দাম লয়, আপুনি ইয়াৰ ঠাইত Tricel বুলি এটা আছে সেইটো ও মাৰিব পাৰে । 2 মিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত ।
@denishdoley6543
@denishdoley6543 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ দাদা
@satyajitbasumatary401
@satyajitbasumatary401 Жыл бұрын
Swarna dhanor bikhoye jonabosun .khar kiman dim.
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
স্বৰ্ণ দীৰ্ঘ দিনীয়া (১৪০-১৪৫ দিন) ধানৰ জাত । এইটো video তে ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে ।
@satyajitbasumatary401
@satyajitbasumatary401 Жыл бұрын
Ok
@anantabasumatary5630
@anantabasumatary5630 4 жыл бұрын
দাদা মই ধান ৰোৱা সময়ত DAP খাৰ কম পৰিমাণে প্ৰয়োগ কৰিছোঁ কিন্তু পাথৰ দৰাত পানী নৰয় মানে পানী বেছি হল 4দিন মান পানী বৈ থাকিল এতিয়া খাৰ খিনি পথাৰ দৰাত থাকিব নে? নে পানীৰ লগত খাৰখিনি গুচি গল plz plz জনাওক চোন
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
আপুনি এনেয়ে চিন্তা কৰিছে । একো নহয় । কঠীয়া পানীত ডুবি নষ্ট হ'লেহে চিন্তা কৰিব লগা কথা ।
@anantabasumatary5630
@anantabasumatary5630 4 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ দাদা
@digantakahar9457
@digantakahar9457 4 жыл бұрын
ৰঙালাউ খেতিৰ ওপৰত বিতং ভাবে video এটা বনাবচুন । ধন্যবাদ।
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
হয় আমি চেষ্টা কৰিম । ৰঙালাও ৰুৱাৰ সময় হৈছে পিছে, ছেপ্টেম্বৰ -অক্টোবৰ মাহত লগাব পাৰে নহ'লে জানুৱাৰী -মাৰ্চ/এপ্ৰিলত । ধন্যবাদ ।
@digantakahar9457
@digantakahar9457 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ। Video টোৰ বাবে অপেক্ষা কৰিম।
@dhananjaythakuria5217
@dhananjaythakuria5217 Ай бұрын
😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅​@@krishiaruvigyan1464
@dhananjaythakuria5217
@dhananjaythakuria5217 Ай бұрын
​@@krishiaruvigyan1464😅😅😅😅 17:42 😅😅😅
@TarunBhuya
@TarunBhuya Ай бұрын
😂hjhhttddvbhiiytfghmkjh
@roghunath4075
@roghunath4075 2 жыл бұрын
Sir বৰ্তমান ধান বোৰ কিয় ৰঙা ৰঙা পাত হৈ আছে । কাৰণটো জনাব নে ?
@krishiaruvigyan1464
@krishiaruvigyan1464 2 жыл бұрын
পাত ৰঙা পৰাৰ বহুতো কাৰণ থাকে । পাত আৰু গছৰ ফটো দুখনমান পঠিয়াব krishi aru vigyan ফেচবুক পেজটোত, চাই জনাম ।
@paragpathak9829
@paragpathak9829 4 жыл бұрын
ৰঞ্জিত ধানত বিঘা কিমান সাৰ দিব পাৰি
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ৰঞ্জীতৰ দৰে দীর্ঘদিনীয়া জাতৰ কাৰণে ইউৰিয়া 18, চুপাৰ 17, আৰু পটাছ 9 kg প্ৰতি বিঘা । video টোত সকলো কোৱা হৈছে । আকৌ এবাৰ ভালকৈ চালে দেখিব । ধন্যবাদ ।
@jyotishmedhi4116
@jyotishmedhi4116 Жыл бұрын
@@krishiaruvigyan1464 Dada dhan rungte ako xar diya nai , atiya xar dibo parim ne . Jodi dibo parim tante poriman-to jonabosun , ki ki xar dibo lagibo . Joha dhan 3 bigha , Bahadur dhan 4bigha . Oti Xonkale Reply Dibosun . Dhanyabad
@krishiaruvigyan1464
@krishiaruvigyan1464 Жыл бұрын
কঠীয়া ৰুৱা ২০-৩০ দিনৰ ভিতৰত আপুনি ইউৰীয়া আৰু পটাছ ছটিয়াই দিব পাৰে প্ৰতি বিঘাত 5 কেজি হিচাপত । চুপাৰ পিছত দি বৰ এটা লাভ নহয় ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
মহাশয়,জিংক,পটাছ আৰু ইউৰিয়া একেলগে প্ৰয়োগ কৰিব পাৰিম নে।
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
একেলগে মিহলাই নিদিব, বেলেগ বেলেগকৈ চটিয়াই দিব ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ।
@pritomronghang7778
@pritomronghang7778 3 жыл бұрын
১ একৰ মাটিত কিমান বিঘা থাকে ?
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
প্ৰায় 3 বিঘা ।
@pritomronghang7778
@pritomronghang7778 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ
@dhurbajyotisaikia5180
@dhurbajyotisaikia5180 3 жыл бұрын
আপোনাৰ নম্বৰ টু দিয়ক চোন
@akashbordoloi1013
@akashbordoloi1013 3 жыл бұрын
Bodo dhan kheti
@laknathsaha867
@laknathsaha867 4 жыл бұрын
পটাছ কেতিয়াও মাটিত পোক পতঙ্গ হ্ৰাস নকৰে ।।।ভুল তথ্য
@krishiaruvigyan1464
@krishiaruvigyan1464 4 жыл бұрын
ধন্যবাদ আমাৰ video চোৱা বাবে । ভুল তথ্য দিয়া নাই, আপুনি বেলেগ ধৰণে বুজিছে । পটাছ মৌলয়ে গা গছজোপাক মজবুত কৰে যাৰ বাবে কীট পতংগৰ আৰু বেমাৰৰ আক্ৰমণ কম হয় । অধিক জানিবৰ বাবে যিকোনো কৃষি বিষয়ক কিতাপ বা Google ৰ সহায় ল'ব পাৰে । ধন্যবাদ ।
@laknathsaha867
@laknathsaha867 4 жыл бұрын
@@krishiaruvigyan1464hmm ryt ..Agreed ...Potash e hokti jugay
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464মহাশয়, ধান খেতিৰ দিহা থকা কিতাপ পামনে বাৰু।মোৰ চুবৰীয়া কৃষক সকল 'যি হয় হ'ব মনোভাৱৰ' ।মোৰ ওলপ অসুবিধা হয়।কাৰণ মই হ'লো চুকানীলৈখেতি কৰা মানুহ।
@krishiaruvigyan1464
@krishiaruvigyan1464 3 жыл бұрын
আপুনি যদি ভালকৈ শিকিব বিচাৰে তেনেহলে আপোনাৰ জিলাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰত এবাৰ যাওক, তাত আপুনি সকলো ধৰণৰ খেতি বাতি, পশুপালন, আৰু অন্যান্য বিষয়ৰ ওপৰত দিহা পৰামৰ্শ আৰু প্ৰশিক্ষণ লব পাৰিব সম্পূৰ্ণ বিনামূল্যে । লগতে তাৰ বিজ্ঞানী সকলে আপোনাৰ পথাৰ খনো চাই যাব পাৰিব ।
@ajayhazowary9391
@ajayhazowary9391 3 жыл бұрын
@@krishiaruvigyan1464 ধন্যবাদ।
Doing This Instead Of Studying.. 😳
00:12
Jojo Sim
Рет қаралды 14 МЛН
Ouch.. 🤕
00:30
Celine & Michiel
Рет қаралды 23 МЛН
No empty
00:35
Mamasoboliha
Рет қаралды 10 МЛН
Опасность фирменной зарядки Apple
00:57
SuperCrastan
Рет қаралды 12 МЛН
System of Rice Intensification | SeSTA's Intervention | Northeast India | Assam
10:15
Seven Sisters Development Assistance (SeSTA)
Рет қаралды 3,7 М.
Doing This Instead Of Studying.. 😳
00:12
Jojo Sim
Рет қаралды 14 МЛН