Hundar video, janibo pari dhuti kenekoi pindhe... ❤
@probinchetia48919 күн бұрын
বহুতো ধুনীয়া ধন্যবাদ
@RitesRitesh-no6gl29 күн бұрын
ধন্যবাদ, এনে সংস্কাৰ শিক্ষা দিওতা বহুত কম আজিকালি আশা কৰো আৰু নতুন পদ্ধতি আগবঢ়াব
@alokdarpan10929 күн бұрын
উৎসাহ জনক বাৰ্তা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।🙏🙏🙏
@Dip-uv7xw7Nath26 күн бұрын
খুৰাদেউ ৪নম্বৰৰ পদ্ধতিটো বহুত ভাল লাগিল🙏
@alokdarpan10926 күн бұрын
ধন্যবাদ🙏
@birensaikia466727 күн бұрын
সুন্দৰ দাদা।ধন্যবাদ।
@alokdarpan10926 күн бұрын
ধন্যবাদ🙏
@pulakgogoi299022 күн бұрын
Ati hundor ❤
@Kiran-si2bf18 күн бұрын
ভাল লাগিল,অলপ শিকিলোঁ,
@rameshchoudhury71322 күн бұрын
সছাকৈ বৰ ভাল লাগিছে। বহুত বহুত ধন্যবাদ।
@alokdarpan10922 күн бұрын
ধন্যবাদ
@tonmoydutta644718 күн бұрын
খুব সুন্দৰ ককাইদেউ। ভাল লাগিলে চাই।
@nabajyotinath751112 күн бұрын
ধন্যবাদ জ্ঞাপন কৰিলোঁ
@amazingbihu29023 күн бұрын
Aru ata j ase 2jap kori pindhe... Dada.... Xetot o tamm dighol dhuti lage... Parile dujon manuh lage.... Seito style t moi pindhu tolot pant noholeo sole xeito... Val lagile dada❤❤❤aru next bonabo
@ajantaphukan396425 күн бұрын
ধন্যবাদ জ্ঞাপন কৰিছো |
@alokdarpan10925 күн бұрын
🙏🙏🙏
@bishnudoley666929 күн бұрын
অতি সুন্দৰ পদক্ষেপ। বহুত শিক্ষা লাভ কৰিলো
@alokdarpan10929 күн бұрын
বহুত বহুত ধন্যবাদ🙏
@ramcharandeka914322 күн бұрын
Beautiful arrangment
@kulahandique147329 күн бұрын
Very good and perfect tips. Thank you so much for your great presentation.
বৰ ভাল পালো। আমি ধুতি বছৰেকত চাৰদিন মান পিন্ধো সেয়েহে পাহৰি যাও যাহোওকআপোনাৰ পদ্ধতি টোত নতুন কথা এটা শিকিলো।থোৰ মৰা আৰু কোন মৰাটো জনা নাছিলো।শেষত অশেষ ধন্যবাদ থাকিল।