অভিনেত্ৰী Ananya pasoni ৰ আচৰিত ঘৰটো চাওঁ আহক। 5ষ্টাৰ হোটেলতকৈ ধুনীয়া,অট্টালিকাতকৈ কম নহয় Home Tour

  Рет қаралды 729,695

Dhanashri baishya

Dhanashri baishya

Күн бұрын

#Ananyapasoni#dhanashribaishya#Hometour

Пікірлер: 845
@dhanashribaishya1992
@dhanashribaishya1992 11 ай бұрын
FRIENDS Telegram me dhanashribaishya buli fake youtube channel khuli apunalukor comment burot kunubai reply di ase heitu moi nohoi.. and telegram ac o khulise mur namot .. mur orginaly kunu telegram ac nai gotike apunaluke reply nidibo . And fake youtube channel tu report korok hokouwe . Logo tu mur orginal channel r logo ye logaise ..
@jimisaikia1851
@jimisaikia1851 11 ай бұрын
থানাত এজেহাৰ এখন দিয়ক কোনে এইটো কাম কৰিছে। নহলে বিপদ হব পাৰে আপোনাৰ।
@dhanashribaishya1992
@dhanashribaishya1992 11 ай бұрын
Sure dim
@harshadas1127
@harshadas1127 11 ай бұрын
Ba kiba step lbo
@harshadas1127
@harshadas1127 11 ай бұрын
@@dhanashribaishya1992 mok bohut msg krisil
@nishabaro838
@nishabaro838 11 ай бұрын
​@@jimisaikia1851❤
@anjanaphukanaaimoni6205
@anjanaphukanaaimoni6205 11 ай бұрын
মই চোৱা Home tour বিলাকৰ ভিতৰত আটাইতকৈ ধুনীয়া Home tour এইটোৱে। planter, cute cute showpiece বিলাকে দুগুণ সৌন্দর্য বঢ়াইছে। অন্যান্য নামৰ দৰে ঘৰখনিও অন্যান্য।❤❤❤❤❤
@anupkumardas1189
@anupkumardas1189 11 ай бұрын
ইমান ঘৰ দেখিলোঁ কিন্তু অনন্যা পাচানিৰ ঘৰটো শ্ৰেষ্ঠ।
@gogoipuwali3571
@gogoipuwali3571 7 ай бұрын
😅
@gogoipuwali3571
@gogoipuwali3571 7 ай бұрын
😅 29:01
@prabaljeetbhuyan370
@prabaljeetbhuyan370 11 ай бұрын
বহুত ধুনীয়া লাগিছে। তিনি জনীকৈ ছোৱালী চম্ভালি ৰখাৰ লগতে ইমান সুন্দৰকৈ ঘৰতো সজাই পৰাই ৰাখিছে যে সচাকৈ অন্যনা যে অন্যনা
@barnalideka7356
@barnalideka7356 10 ай бұрын
আপোনাৰ দৃষ্টি ভংগী কি কম মানে কবলৈ ভাষা নাই। ধন্যবাদ জনাইছো মৰমৰ অভিনেত্রী অনন্যা বাইদেউ❤🎉
@jinaborgohain1909
@jinaborgohain1909 11 ай бұрын
অনন্যা পাচনীক বহুত সৰুতে বিশ্বনাথ চাৰিআলিত মাকৰ লগত প্ৰায়ে দেখা পাইছিলো । বৰ মৰম লগা ছোৱালী জনিৰ মনৰ ঘৰখন দেখা পাই সচাঁই বহুত ভাল লাগিল। ইমান ধুনীয়া ঘৰখন কবলৈ ভাষা নাই! মৰম দিলো সকলোকে ❤❤❤
@ashamiborah4229
@ashamiborah4229 11 ай бұрын
ইমান সুন্দৰ এটা ঘৰ দেখি মন চুই গৈছে বিশেষকৈ এগৰাকী নাৰীৰ কষ্ট এখন ঘৰ ❤❤❤
@majanikalita6025
@majanikalita6025 6 ай бұрын
বহুত ভাল লাগিল ঘৰটো। এগৰাকী নাৰীৰ কষ্ট আৰু সাহসৰ পৰিচয় ❤। ধন্যবাদ থাকিল দুয়োগৰাকীলৈ ।
@niharikamahantadhemaji
@niharikamahantadhemaji 11 ай бұрын
সচাকৈ ইমান ধুনীয়া সজাই ৰাখিছে বেলেগ কৈ বেলেগ পালো অনন্য বাৰ অভিনয় চাই বহুত বেছি ভাল লাগে ❤️❤️
@Butterfly-uw1ie
@Butterfly-uw1ie 11 ай бұрын
প্ৰথম বাৰ দেখিছো ধুনীয়া ঘৰ চালে ছাই থাকিবৰ মন যায় ৷ আচৰিত ঘৰ বুলি কলেও ভুল কোৱা নহব ৷ অনন্যা বাৰ কর্মস্পৃহা আৰু শতগুনে বঢ়াওক ৷ love You Anannya❤ love You to Dhanashree
@tutumonibaishya4235
@tutumonibaishya4235 11 ай бұрын
শ্ৰেষ্ঠ ঘৰ‌ অসমৰ ভিতৰতে আপোনাৰ নায়িকাবিলাকৰ‌ ভিতৰত
@TulikaDeka-el6cr
@TulikaDeka-el6cr 11 ай бұрын
সচাঁকৈ অনন্যা বাৰ ঘৰখন অনন্য ৷ অসমত হয়টো এনেকোৱা ঘৰ দ্বিতীয়খন নাই❤
@sunitapegu4257
@sunitapegu4257 11 ай бұрын
@sunitapegu4257
@sunitapegu4257 11 ай бұрын
চহহ
@basantiboro4314
@basantiboro4314 11 ай бұрын
হিমতৱালা নাৰী। এই বিলাক নাৰী কিও যি তি পুৰুষক কেৰেপ কৰিব ? থিকেই আছে ছোৱালীৰ উপাধি নিজৰ দেউতাকৰ উপাধি কে দিছে। ধন্যবাদ অনন্যা ভনতীলৈ।
@mitalinath6601
@mitalinath6601 11 ай бұрын
বাপৰে এনেকুৱা ঘৰ চাগে অসমত আৰু দ্বিতীয়টো নোলাব ❤
@junmoniboruah1767
@junmoniboruah1767 11 ай бұрын
অকনো skip নকৰাকৈ প্ৰথমবাৰৰ বাবে এটা Home tour video চালো ,সঁচায়ে বিৰাট ধুনীয়া ঘৰ অনন্যা বাৰ ।
@mamonibora2577
@mamonibora2577 11 ай бұрын
Dream house, beautifully designed with proper maintenance, all areas of the house has a lively and loving touch. Ananyak agote jona nasilu, but after this video I have no doubt that she is really talented in her works.
@lipidutta388
@lipidutta388 11 ай бұрын
How she maintain this house... 😊nowadays helpers are very precious thing....
@user-ny2uw2wp7k
@user-ny2uw2wp7k 11 ай бұрын
বহুত কষ্টৰ মুৰত এখন সুন্দৰ ঘৰবৰ ভাল লাগিল।
@madhurjyasarma623
@madhurjyasarma623 11 ай бұрын
ইমান ধুনীয়া ঘৰ আগতে কেতিয়াও দেখা নাই ❤❤❤❤ অনন্যা বা
@panchamikumari2457
@panchamikumari2457 11 ай бұрын
সচাকৈয়ে বহুত বেছি ধুনীয়া ....আচলতে মন্তব্য দিবলৈ মই তেনেই অপাৰগ। আপুনি যথেষ্ঠ কষ্ট আৰু ধৈৰ্য্যৰে ইমান সুন্দৰতকৈও সুন্দৰকৈ সজাইছে প্ৰতিটো বস্তুৰ সামঞ্জস্য ৰাখি। দ্বিতীয়বাৰ কাৰোৱেই নেদেখিম হয়তো।আন্তৰিক শুভকামনা থাকিল। ঈশ্বৰ সদায় সহায়ক হওঁক। ❤❤❤❤
@pinkumoniborah5914
@pinkumoniborah5914 11 ай бұрын
ধনশ্ৰী ইমাআআআন ধুনীয়া ঘৰ এটা দেখুৱালা। বহুত ধন্যবাদ। সচাকৈ বহুত বেছি ধুনীয়া ❤❤❤। ছোৱালী তিনিজনীও বৰ মৰম লগা।।ডাঙৰ জনী একেবাৰে মাকৰ চেহেৰা।আজি ভিডিঅ'টো বহুত বেলেগ।
@debajitnath4101
@debajitnath4101 11 ай бұрын
Awesome.Bahut dhunia dhunia ghar dekhilo kintu ai ghar tor nisina dhunia ghar dekha nai❤❤❤❤❤
@swarnalatachetia8331
@swarnalatachetia8331 11 ай бұрын
বহুত ভাল লাগিল। এনেকুৱা ধুনীয়া ঘৰ বনাবলৈ মানুহ গৰাকীৰ মনটোও কিমান ধুনীয়া হ'ব লাগিব ।তাক ভআলকঐৱএ অনুভৱ কৰিব পাৰি। ভগৱানে তোমালোকৰ সহায় হ ওক।
@purobeegogoi1343
@purobeegogoi1343 11 ай бұрын
Dhanshree bor dhuniya ghor ata dekhuwala, bohut bhal lagil. Thank you so much❤❤you
@sunilengti627
@sunilengti627 11 ай бұрын
সকলোতকৈ ধুনীয়া ঘৰটো ❤
@geetadeka157
@geetadeka157 6 ай бұрын
ঘৰ এক মন্দিৰ,নাৰী তুমি অন্যান্যা। তোমাৰ সপোনবোৰ এনেদৰে পূৰ্ণ হওক ভগবানে কন্যা তিনি জনীক সাহসী আৰু শক্তিশালী কৰক। সাচাকৈ ঘৰখন দেখি খুউৱ ভাল লাগিল। উজ্জ্বল ভবিষ্যত কামনা কৰিলো 🙏♥️♥️♥️♥️
@sherryburagohain1472
@sherryburagohain1472 11 ай бұрын
Anannya Pasani's elder daughter is unique.God bless her..she is so special.❤❤❤❤love you Dhanashree to introduce her
@karabideka2803
@karabideka2803 10 ай бұрын
Ananya Pasoni
@sherryburagohain1472
@sherryburagohain1472 10 ай бұрын
@@karabideka2803 thank you..corrected now.
@parishmitachoudhury930
@parishmitachoudhury930 11 ай бұрын
Akole iman khini koribo parise val lagise bohut strong Ananya baa ..❤❤❤❤ aru ghor tu j Woow❤
@muktisnatasarma5038
@muktisnatasarma5038 11 ай бұрын
অনন্যা নামেই যাৰ .👍👍👍❤ ধনশ্ৰী তোমাকো ধন্যবাদ জনালো 🎉❤
@himashrikalita5775
@himashrikalita5775 11 ай бұрын
bht bht bsy dhuniya lgise ❤️❤️😎
@jimisaikia1851
@jimisaikia1851 11 ай бұрын
সহজ সৰল মনৰ গৰাকী অনন্যা বা❤️সচাই বহুত ভাল লাগিল। বেলেগতকৈও বেলেগ ঘৰতো❤️❤️
@mamonimoran8768
@mamonimoran8768 2 ай бұрын
আজি লৈকে কোনো অভিনেত্ৰীৰ এনেকুৱা ঘৰ দেখা নাই বহুত ভাল লাগিল
@geetatamuliphukan2652
@geetatamuliphukan2652 11 ай бұрын
Ananya r dangor suwali ekebare Ananya r duplicat dei bhal lagil sai . Aru ghor tu bohut dhunia ke design kora hoise bhal lagise
@tutumonitalukdar6808
@tutumonitalukdar6808 11 ай бұрын
ইমান সুন্দৰ ঘৰ এখন বনাবলৈ আপোনাৰ কষ্ট লগতে আছে ভগবানৰ আশীৰ্বাদ ।
@pranabbaishya9349
@pranabbaishya9349 11 ай бұрын
apuni dhanshri baishya telgaram koris a naki lucky winner buli disa ja kio disa baru
@dhanashribaishya1992
@dhanashribaishya1992 11 ай бұрын
Eitu fake kunubai korise. Action lom joldi. Please block koribo hokoluwe
@minakshikalita7804
@minakshikalita7804 6 ай бұрын
Xosakoi bohut dhuniya lagise ghar tu... Becz dhuniya koi raxise aru tat kou bar kosta xumai ase... Really it's a dream house❤
@jugamonisaikai6317
@jugamonisaikai6317 11 ай бұрын
ইমান ধুনীয়া লাগিছে ঘৰটো।অতি সুন্দৰ কে সজাইছে। বহুত বহুত বহুত ধুনীয়া।
@rakhimonidas7738
@rakhimonidas7738 11 ай бұрын
ইমান ধুনীয়া ঘৰটো বহুত ভাল লাগিল
@chandanahazarika2085
@chandanahazarika2085 6 ай бұрын
অনন‍্যা বা ৰ সুন্দৰ মনটো প্ৰতিফলিত হৈছে ঘৰখনত। শুভেচ্ছা থাকিল আপুনি আৰু আগুৱাই যাওক। ধনশ্ৰী তোমাক বহুত ধন্যবাদ, ইমান সুন্দৰ home tour এটা দেখুৱাৰ বাবে
@sweetykashyap9201
@sweetykashyap9201 11 ай бұрын
Just wow!!!! One of the best houses I have ever seen in any home tour.. so so beautiful 👌
@queendebajitjourneyjourney100
@queendebajitjourneyjourney100 11 ай бұрын
সচাকৈ বহু বহু ধুনীয়া, সপোনৰ ঘৰ❤️❤️👌👌
@sibaninath8483
@sibaninath8483 10 ай бұрын
সঁচাকৈ ইমান ধুনীয়া ঘৰ নাইদেখা কিন্তু আজিলৈকে.. বহুত ধুনীয়া ❤
@weirdnick4594
@weirdnick4594 Ай бұрын
I usually don't comment but ananya baa ❤ she is well spoken and one helluva women ❤ god bless you baa ❤ nothing but love and respect to you ❤
@runusarmah4050
@runusarmah4050 11 ай бұрын
খুব ধুনীয়া কে সজাইছে দেই ঘৰটো....ইমান কম বয়সতে ইমান অভিজ্ঞ ...খুব ভাল লাগিল....অনন্যাৰ লগতে ছোৱালীকেইজনীকো ভগবানে কুশলে ৰাখক
@runumibarman3517
@runumibarman3517 5 ай бұрын
খুব ভাল লাগিল দেই ইমান পৰিশ্ৰমী ছোৱালী অনন্যা
@GBRT33567
@GBRT33567 10 ай бұрын
Ananya pasoni baak bohut Vaal lage.baar thinking bur bohut Vaal hoi.bai suwali kijonir logot hukhere thakok tare kamona korilu.val lagil vdo tu.thank you
@aratidevi4519
@aratidevi4519 11 ай бұрын
অনন্যা সচাই অনন্যা.. you are the best 🎉❤most beautiful positive home with aesthetic sense 🎉
@nanditabaruahh
@nanditabaruahh 11 ай бұрын
bohut bohut dhunia . kiba eta uniqe ness ase .bohut belag belag interior ghor dekhisu....kintu aeitu bohut belag.khub bhal lagil sai
@dadulborah8413
@dadulborah8413 11 ай бұрын
সচাই বৰ ধুনীয়া লাগিল ।টকাই পকা টকা থাকিলে কি কৰিব নোৱাৰে ।এয়াই এক জলন্ত উদাহৰণ
@darsanasaharia3577
@darsanasaharia3577 11 ай бұрын
ঠিক কথা কৈছে
@geetadeka157
@geetadeka157 6 ай бұрын
অন্যান্যা পাচনী নামে যাৰ পৰিচয়। সেই কথা তোমাৰ কৰ্মৰ দ্বাৰা প্ৰতিফলিত হৈছে।❤❤❤
@geetaranisaikia7480
@geetaranisaikia7480 11 ай бұрын
বিশ্বনাথ চাৰিআলি মইনা পাৰিজাততে দেখিছিলো তেওঁক৷ সেই ছোৱালী গৰাকীয়ে যে ইমান ধুনীয়াকৈ ঘৰ বনাই মেইনটেনেন্স কৰি ৰাখিছে সঁচাই বহুত বহুত বহুত ভাল লাগিছে৷Love u Ananya..
@sewalibarman9632
@sewalibarman9632 11 ай бұрын
অসমৰ গৌৰৱ বা তুমি। বহুত বেছি ভাল লাগিলে। God bless you ❤
@namitachoudhury8477
@namitachoudhury8477 11 ай бұрын
খুবেই ধুনীয়া ঘৰ । বহুত ভাল লাগিল ।
@user-tw9vx6zf6b
@user-tw9vx6zf6b 10 ай бұрын
Hosai bohot dhuniya ghor
@jemcysonowal5695
@jemcysonowal5695 11 ай бұрын
বহুত ধুনীয়া ঘৰৰ ।ইমান পৰিপাটি কৰি ৰাখিছে ।বহুত ভাল লাগিছে ।ভবিষ্যতে সদায় এনেকৈ সুন্দৰকৈ ৰাখিব পাৰা তাৰ বাবে বহুত ধন্যবাদ থাকিল ।
@kabitadolakasharia7152
@kabitadolakasharia7152 11 ай бұрын
সকলোতকৈ বহুত বেছি ধুনীয়া ঘৰ হৈ ❤
@bhabanahazarika1748
@bhabanahazarika1748 11 ай бұрын
ঘৰ বহুত দেখিলো .এইটো দেখি মাঠা বেয়া হৈ গ'ল ইমানেই ধুনীয়া
@mridudevi7806
@mridudevi7806 11 ай бұрын
Dream house ❤️ beautiful designed with proper maintenance ,she is really talented woman, love you soo much ❤️
@deba8674
@deba8674 10 ай бұрын
Eman dhuniya interior 😮best home tour ❤
@lambudarchamua6685
@lambudarchamua6685 11 ай бұрын
তুমি হয়তো পৃথীবিৰ মহান নাৰী ..ভগবানে আৰু ভাল কৰক.
@pakhidhun2340
@pakhidhun2340 11 ай бұрын
Xosakoi bht besi dhunia lgise ghrtu❤️✨.....It's so beautiful
@mayurikalita4166
@mayurikalita4166 11 ай бұрын
Wow Ba ghr2 emn dhunia lgse ❤ ananya Ba bht vl lge Ba j ktha bur bht vl lge
@kakymoni7075
@kakymoni7075 4 күн бұрын
ঘৰটো চাই ভাল লাগিল।তেখেতৰ ব্যক্তিগত জীৱন আৰু কৰ্মৰ বিষয়ে জনাব বুলি আশা কৰিলো।
@pallabivlogs426
@pallabivlogs426 11 ай бұрын
Eman dhuniya ghor khon bor vl lagile ❤
@mamonisarma7926
@mamonisarma7926 11 ай бұрын
Wowww , iman dhuniya ghor r interior , thank you Dhanashree amak dekhar hubidha diya babe ❤
@angshuvids1123
@angshuvids1123 9 ай бұрын
Bhut bhut dhuniya ghr vonti
@Diplinadas78135
@Diplinadas78135 11 ай бұрын
Ananya ba acting mur bohut bhal lage.ghar tur iman dhuniya lagise.
@user-jx2te3bm6r
@user-jx2te3bm6r 10 ай бұрын
সছাকৈয়ে মনোমোহা , ভাল লাগিল দেই
@jupisharma310
@jupisharma310 11 ай бұрын
Emn dhunia lgl ghortu Dhanashri ba.... Bht dhunia ❤
@monalishahandique187
@monalishahandique187 16 күн бұрын
Bor dhunia ghor tu ❤ Dekhilei dhoribo pari bor moromere hojaise ❤
@DigantaNath-t5k
@DigantaNath-t5k 16 күн бұрын
Bohut Val lagil ghhortu. Bapre bap Eman dhunia ghor ski he first dekhelu..
@swapnalihazarika8405
@swapnalihazarika8405 9 ай бұрын
aje 1st dekhesu eman dhunia ghor❤
@ingkihazarika9657
@ingkihazarika9657 11 ай бұрын
Khub dhunia ata moromor ghar.surrounded by positive vibes.Always be happy. ❤
@deepshikhadutta7102
@deepshikhadutta7102 11 ай бұрын
Lots of love to ananya and her girls🧿🌻🌻🌻🌻
@Mousom915
@Mousom915 11 ай бұрын
Woow eman dhuniya ghor khon dekhi a positive vibes ahise sobokoi dhuniya no1❤❤❤😘🥰🥰🥰
@dhunurumurlife6151
@dhunurumurlife6151 11 ай бұрын
Hello Tumi muru frd hba ni moiu back krim tumk dai
@self-care9347
@self-care9347 7 ай бұрын
Bohut besi dhunia. Karu logot tulona nohoi. Nijor kostore bonua ekhon ghor
@user-br2hv5ee3u
@user-br2hv5ee3u 11 ай бұрын
Bhut val lagil baa eman dhuniya ghr eman val koi rakhise bhut bhut val lagise,
@jayantadutta5009
@jayantadutta5009 11 ай бұрын
বাপৰে বাপ! সঁচাই সপোনৰ ঘৰ। ঘৰতো চাই মনটো ভাল লাগি গল।
@nikumaninath4268
@nikumaninath4268 11 ай бұрын
Wow ...name tur dore ghorkhonu hojaise ...xub xundar sokolubur ....❤❤
@manjushreehazarika9057
@manjushreehazarika9057 11 ай бұрын
সচাকৈ বৰ ধুনীয়া ঘৰ ❤
@user-to1zn3lq9z
@user-to1zn3lq9z 3 ай бұрын
Nice with an admirable creative mind
@shikhigohain4851
@shikhigohain4851 11 ай бұрын
Ba jimm dhunia ghar2 u ximabei dhunia 👌👌👌
@joydas19898
@joydas19898 11 ай бұрын
Dangor sowalir roomtu ekebare princessr roomr dore rakhise ru dressing roomtu j wawwww lagise ohhhh, iman Axomiya celebratir home tour saisu kintu Ananya bar ghrr interior bohut uncommon💖💖
@maryyv8072
@maryyv8072 5 ай бұрын
Not many people have these kind of taste, great work on your house😭🌷🫢🎀💓
@nitidharadas6931
@nitidharadas6931 9 ай бұрын
Bohut dhuniya lagise ghar tu... Maintenance Tu kintu manibo lagibo ❤ Suwali keijonir logot je akeloge xuwe ata roomte heitu bohut cute lagise kathakhini❤ God bless
@rulidevi9774
@rulidevi9774 11 ай бұрын
ইমান ধুনীয়া ঘৰ মই আগতে কেতিয়াও দেখা নাই।এবাৰ ওছৰৰ পৰা ছাবলৈ বৰ মন গৈছে।
@momiborahneog2958
@momiborahneog2958 11 ай бұрын
বহুত ধুনিয়া ❤❤❤❤❤❤❤❤
@ankitarajbanshi4720
@ankitarajbanshi4720 11 ай бұрын
Bht bht bsi vl lgesi hosakoy emn dhunia koy kenkoy bonabo pre ru emn dhunia koy rakhise hitu bsi vl lgesi ❤❤❤❤
@punyumtaid4407
@punyumtaid4407 9 ай бұрын
My favourite actress Ananyaa Pasoni ba I love you so much. Love from dhakuakhana
@khushiphukan747
@khushiphukan747 11 ай бұрын
Bor dhunia ghor woooowwwwww
@arhisreshthachangmai9218
@arhisreshthachangmai9218 11 ай бұрын
Salute 🫡 moi ghor dekhi anekuwa hoi goisu 🫠🫠mah kind of style
@user-tz6su6jx8s
@user-tz6su6jx8s 5 ай бұрын
খুউব সুন্দৰ ❤
@saraswatiboruah6432
@saraswatiboruah6432 11 ай бұрын
Bht besi dhunia hoi baar ghrtu ...rag anuragtu mjja acting krise 😊dhanashree baak red clour top tut bht mrm lagise daii😘😘
@dhanashribaishya1992
@dhanashribaishya1992 11 ай бұрын
😊
@Manyata609
@Manyata609 11 ай бұрын
ananya ba aru suwali keijniloi loi morom thakil ... Apunar ghortu apunar dorei dhuniya ba❤
@drmatiurrahman55
@drmatiurrahman55 11 ай бұрын
Bahoot bhal lagil...xompurna salu... furniture kisuman unique hoi... fantastic 😊
@sasankarjyotidas8896
@sasankarjyotidas8896 9 ай бұрын
বহুত ধুনীয়া ঘৰ নাজানো কিয় ভিডিঅ চাই চকুলো নিগৰি আহিল।তুমাৰ নামৰ লগত ঘৰটো অন্যান্য❤️❤️❤️❤️🌹🌹🌹
@junpatra1924
@junpatra1924 11 ай бұрын
Bhut bhut vaal lagil. Ghar bonuea Tu dangor kotha nohoi tak eman pori patiloi xojai rokha Tu bhut kothin kaam. Teu protitu bostu dhuniyakoi rakhise. 👌👌
@bornaligohain2620
@bornaligohain2620 11 ай бұрын
Bohut dhunia lagise❤❤
@KakushreeChetia
@KakushreeChetia 10 ай бұрын
Hosake Eman dhuniakoi ghorkhon hojai thoise dekhi a montu kiba ata val lagi goise 😍❤️
@indirahazarika-777
@indirahazarika-777 Ай бұрын
ইমান কষ্ট কৰি বনোৱা ঘৰখন সঁচাকৈয়ে অনন্য । শুভকামনা থাকিল।
@dhirajdowarah726
@dhirajdowarah726 11 ай бұрын
Ba apunar Ghar to nisina kotu dekha nai eman bhal lagil
@elizabethborah9169
@elizabethborah9169 11 ай бұрын
Bor dhunia ghor
@RanjitaPegu-dw1gd
@RanjitaPegu-dw1gd 6 ай бұрын
কবলৈ ভাষা নাই বহুত বেছি ভাল লাগে অ ঘৰখন ❤❤❤
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 94 МЛН
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15
Apple peeling hack
00:37
_vector_
Рет қаралды 62 МЛН