Dhemaji Kendriya Harinam l dhemaji harinaam l জীবনৰ মায়া মোহ l কন্ঠ নিমল বৰগোহাঁই

  Рет қаралды 129,929

Bipul Saikia(Gurujanar abodan)

Bipul Saikia(Gurujanar abodan)

Күн бұрын

Пікірлер: 34
@mukutlukhurakhon1411
@mukutlukhurakhon1411 10 ай бұрын
সুন্দৰ অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন চাইও ভাল লাগিছে, গীতটো শুনি খুবেই আনন্দ পাইছো ধন্যবাদ থাকিল আৰু শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব ভগৱানে আপোনাক, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ,,,, এৰা মানৱ জীৱনটোৱে এনে কুৱা, ভাবিও শেষ নহয় যেকিনো কম বা থম, সুন্দৰ আৰু শুনিও ভাল লাগিছে সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,,,
@BasudebBaishya-qk8db
@BasudebBaishya-qk8db 3 ай бұрын
Nice Hari naam ❤❤❤
@TinkuDas-r2t
@TinkuDas-r2t Ай бұрын
Bhut vl lagil krina raam❤❤❤❤
@bitopankalita3505
@bitopankalita3505 3 ай бұрын
Amar soalkuchi dookanat gaota bar val ha😢isa
@MisilChutia
@MisilChutia Жыл бұрын
Hundor
@Jonalistudio6313
@Jonalistudio6313 2 жыл бұрын
বহুত ভাল লাগিল
@ManujkumarGoswami
@ManujkumarGoswami 8 ай бұрын
সুন্দৰ ৷
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
সুন্দৰ হৈছে আপোনালোক ধন্যবাদ দিছো গীতটো জীপাল কৰিতোলাৰ বাবে,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
সুন্দৰ আৰু শুনিও আনন্দ পালো ,এই টোকাৰী গীত টো শুনি ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,,, গীতটিত সকলো কথা কে সাঙুৰি লৈ পৰিৱেশন কৰা বাবে মনটে মই ধন্যবাদ জ্ঞাপন কৰিছো বহু কথাই কয় এই গীতটোৱে সেয়ে আপোনালোকে গাই যাওক চোন সচা কথা এনে গীত শুনিলে শুনিয়েই থাকিবলৈ মন যায়, ভগৱনত্ই আপনোলোকক সুমতি দিয়ক এই মানসেৰে ই,,, লগতে এই আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে ৰাখক এই মানসেৰে ই,,,,,,,
@babudutta3508
@babudutta3508 Жыл бұрын
Apunar hurtu bor bhal lagil
@mintusaikia2274
@mintusaikia2274 7 ай бұрын
শু নি বহুত ধুনীয়া লাগিল এইটো মানুহৰ জীৱনৰ পৰম সত্য সকলোেৱ জীৱিত কালত ভগৱানৰ নাম লব লাগে ভগবানে সকলোৰে মগল কৰক তাকে কামনা কৰিলো
@gitalisaikia639
@gitalisaikia639 6 ай бұрын
মই বাজনা হে সদাই চাও !!!!!মই বজাও যে !!!!শুনি বহুত ভাল লাগে ।!!কিন্তুু মই বাজনাহে !চাওঁ
@BogaiHazrika-f3n
@BogaiHazrika-f3n 4 ай бұрын
Allthe bast gaeysa varey nice nagawun puranigudam
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
ভাল লাগিল গীত টো শুনি, দেহা মন সকলোৱেই শাঁত পৰি গল আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা জনালো সকলোলৈ,,
@bipulsaikiagurujanarabodan2653
@bipulsaikiagurujanarabodan2653 9 ай бұрын
Thanks
@TinkuDas-r2t
@TinkuDas-r2t Ай бұрын
Lovely ❤❤❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
সুন্দৰ আৰু শুনিও ভাল লাগিল,,, পৰিৱেশনো চাই ভালেই লাগিল, দুখো লাগিল শুনি এই গীতটো,, কি কৰিব মানৱ জীৱনটোৱেই এনেকুৱা,, জয় হওক আপোনালোকৰ, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াৰ মানসেৰেই, সুন্দৰ আৰু শুনিও আনন্দ পালো, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত বা দেহ বিচাৰৰ গীত শুনাব বুলি আশা কৰিলোঁ,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
এৰা শুনিলে শুনি থাকিবলৈ মন যায় মোৰো কিন্তু মানৱ জীৱনটোক লৈ গোৱা বাবেই নেকি অতিকৈ সুন্দৰ হৈছে,, দুখো লাগে এনে গীত শুনিলে,, শুনিবলৈকো ভাল লাগিল, সেয়ে আপোনালোকক গাই যাওক চোন গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক ইমানেই ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ,
@JatinboruahJatinboruah-lj9ph
@JatinboruahJatinboruah-lj9ph 4 ай бұрын
❤❤❤❤❤
@chandrahajong7455
@chandrahajong7455 Жыл бұрын
Eman dhunia gaise, huni bhal lagil aru aguai jaok kamina korilo dhonyabad.
@babulbharali2923
@babulbharali2923 6 күн бұрын
0:34 0:34 0:35 😂 0:35 😂 0:35 😂 0:35 😂😂 0:35 0:36 1:00 😂 1:00 😂😂 1:00 😂 1:00 😂
@JinuGogoi-y1w
@JinuGogoi-y1w Жыл бұрын
Mojjj
@KrishnaBoruah-qi9ce
@KrishnaBoruah-qi9ce Жыл бұрын
সেৱা হে জনালো
@lohitdas8326
@lohitdas8326 Жыл бұрын
Krishna 🙏
@babyGogoi-b3n
@babyGogoi-b3n 2 ай бұрын
krishna❤
@tapanborah6590
@tapanborah6590 Жыл бұрын
🙏 প্ৰভু
@DuttaDa-vw8vl
@DuttaDa-vw8vl Жыл бұрын
Tb
@dipakgogoi4266
@dipakgogoi4266 Жыл бұрын
Krishna
@prasantadas-jk2hk
@prasantadas-jk2hk 6 ай бұрын
@MisilChutia
@MisilChutia Жыл бұрын
Hunndor
@prabhatixur4981
@prabhatixur4981 9 ай бұрын
দলটোৰ phone number দিব পাৰিব নিকি❤❤❤
@SapnaBonia
@SapnaBonia 4 ай бұрын
Negerabhutbhal
@ASarmy748
@ASarmy748 2 жыл бұрын
কোন ঠাইত বাৰু জনাব নেকি 🙏 লখিমপুৰ লৈ আহিলে খবৰ দিবচোন বৰ ইচ্ছা আছে তেওঁলোকৰ প্ৰগেম চোৱা কিন্তু সুবিধা পোৱা নাই 🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 10 ай бұрын
সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল যে কবলৈ ভাষা নাই,,,, গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,,
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН