Dhemaji News | অন্ধকাৰৰ মাজতে আহিল পোহৰ। পিংকুল বৰুৱাই উজ্বলালে গাঁৱৰ নাম। N18V

  Рет қаралды 119,759

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 407
@bulbulinath7612
@bulbulinath7612 2 ай бұрын
ভগৱান ধন্যবাদ দৌৰা জনে হে জানে কষ্ট দুখ !মা জনীৰ চকুলো দেখি বৰ কষ্ট পাইছো🙏
@prabalamchi8456
@prabalamchi8456 2 ай бұрын
এতিয়া চাব চোন সফলতাৰ পোৱা পিছত কিমান মিতি কুতুম্বৰ ওলাব , কিন্ত মই জনাত যেতিয়া এজন বা এগৰাকী যুৱক-যুৱতীয়ে সফলতাৰ অধ্যয়ৰ সময়ত টকা পইচাৰ সহায় কৰাটো বাদেই, দিহা পৰামৰ্শও কনো নিদিয়ে , সকলোতে নহবওঁ পাৰে দেই! তাতে কিছুমানৰ চকু পুৰিব এতিয়াৰ! ভাল লাগিল তোমালৈ মোৰ ফালৰ পৰা অভিনন্দন আমি এনেদৰেই আগবাঢ়িব লাগিব! 👍
@tanche9085
@tanche9085 2 ай бұрын
Salut apko
@himankumajumdar1100
@himankumajumdar1100 2 ай бұрын
প্ৰথমতে ল'ৰাজনৰ লগতে পৰিয়ালটিলৈ শুভেচ্ছা জনাইছো । এনেকৈয়ে ময়ো ভাৰতীয় সেনাত (Army) নিযুক্তি পাইছিলো আৰু বৰ্তমান কৰ্মৰত । মা দেউতাই মোৰ বাবে বহুত কষ্ট কৰিছিল । হয়, এতিয়া বহুত মানুহ আহিব (সকলো মানুহৰ কথা কোৱা নাই, কিন্তু বেছিভাগেই স্বাৰ্থপৰ) । মোৰ আৰু আমাৰ পৰিয়ালটিৰ দৰে হয়তো এই ল'ৰাজন আৰু পৰিয়ালটিয়ে বহুদিন পেটৰ ভোকত থাকিবলগীয়া হৈছিল । যদি কোনোবাই পাৰে ল'ৰাজনৰ নম্বৰটি পাৰিলে মোক জনাবচোন বা মোক যোগাযোগ কৰিবলৈ দিব । মোৰ নম্বৰ 7384859835 (হিমাংকু)
@PrakashHaloi-od5ck
@PrakashHaloi-od5ck 2 ай бұрын
100% xosa kotha.....
@gimeabhi46
@gimeabhi46 2 ай бұрын
Akdm 💯
@jimpeairabha2648
@jimpeairabha2648 Ай бұрын
100%√
@souravjitchetia1914
@souravjitchetia1914 2 ай бұрын
প্ৰতিটো দুখীয়াপৰিয়ালৰ ঘৰত এনেকুৱা এজনৰ জন্ম হ`ব লাগে And পৰিয়াল তথা মাক দেউতাকৰ জীৱনৰ শেষৰসময়খিনিলৈ আনন্দ উপচায় আনিব লাগে 👍👍✊❤.
@SamiranGogoi-nv4jj
@SamiranGogoi-nv4jj 2 ай бұрын
Righ 😢
@DharitriSonowal-t4t
@DharitriSonowal-t4t 2 ай бұрын
Right moiu asu deuta mar mukhot olp hahi বিৰিঙাবলে❤❤❤❤​@@SamiranGogoi-nv4jj
@paporihazorika6427
@paporihazorika6427 Ай бұрын
ছছছছচততযত্নত্নতত্নত্ন❤ধ্য😮​@@SamiranGogoi-nv4jj ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂😂❤হয়য়জ্ৰৃজজ্গদ্ম😮ছজ্ৰোএে 8:02 ওঞছ্ৰ 8:02 😅
@bharatzg25
@bharatzg25 2 ай бұрын
ইটো এখন দুখীয়া ঘৰৰ পৰিয়ালে হে বুজি পায়😢❤🎉 Congratulations Bro❤
@sunilkonwar672
@sunilkonwar672 2 ай бұрын
Bht bht val lagise news tu dekhi xodai anekuwa লৰাই চাকৰি পাব লাগে
@pinkuboruah2245
@pinkuboruah2245 2 ай бұрын
100% right kotha koise moi aneku abostat job paisu
@ManjuBorah-p8i
@ManjuBorah-p8i 2 ай бұрын
​@@pinkuboruah2245mur bhagin dutaloi manot pori gol same condition tumar dore. Kintu duyuta ye ekedina ye sakori pale ek basor hol. Tumaloi hubheshya thakil bahut bahut bhal lagil.
@loveyoudeha9351
@loveyoudeha9351 2 ай бұрын
বেষ্ট অফ লাক। তোমাৰ লগতে তোমাৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
@Mps264
@Mps264 2 ай бұрын
ভাল লাগে মনটো এনেকুৱা News পালে__মোৰও আছে SSC GD ত ২৬/১০/২০২৪ তাৰিখে running সকলোৱে এই পৰিয়াল তোৰ লগতে মোক আশীর্বাদ কৰে যেন ভালে ভালে running pass কৰি আহিব পাৰো যেন🙏🙏
@mr.skbhai1214
@mr.skbhai1214 2 ай бұрын
Mur 5 / 10/2024. Crpf camp ghy t ase.....tumar Kimn mark aru ki cast❤❤
@Mps264
@Mps264 2 ай бұрын
@@mr.skbhai1214 besi nai😢
@mr.skbhai1214
@mr.skbhai1214 2 ай бұрын
@@Mps264 kua na kimn
@gimeabhi46
@gimeabhi46 2 ай бұрын
Best of luck bro val hbo ❤
@jayaborah2926
@jayaborah2926 Ай бұрын
@@Mps264 Best of Luck 👍
@imtazislambora476
@imtazislambora476 Ай бұрын
পিংকুল বৰুৱা আৰু তেওঁৰ পৰিযালৰ সকলোলৈকে অভিনন্দন আৰু শুভকামনা জনাইছো । কেতিয়াবা ঘৰখনলৈ এবাৰ যোৱাৰ বৰ মন গৈছে ।
@krishnagogoi1657
@krishnagogoi1657 2 ай бұрын
অভিনন্দন জনালোঁ |
@indradas2983
@indradas2983 Ай бұрын
ইয়াৰ বাবে চৰকাৰক ধন্যবাদ ‌দিব লাগিব। এয়া নিকা ব্যৱস্থা আৰু পিঙকুল বৰুৱাৰ সাধনাৰ ফল।
@seenu05
@seenu05 2 ай бұрын
Tumi aaguwai juwa.
@TirthaGogoi-ss5xe
@TirthaGogoi-ss5xe Ай бұрын
পিংকুল তোমাক বহুত বহুত ধন্যবাদ আগন্তক দিনবোৰ ভালদৰে আগোৱাই যোৱা
@InsanAli-oj3bn
@InsanAli-oj3bn Ай бұрын
মাতৃ গৰাকীয়ে দু:খৰ শোকত নহয় আনন্দৰ সুখত কান্দি দিছে 😢😢 পিংকুল বৰুৱাক অভিনন্দন জনোৱাৰ লগতে মাক জনীৰ সু স্বাস্থ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏
@khairuz4355
@khairuz4355 Ай бұрын
বহুত ভাল লাগিল । আত্মসন্তষ্টিৰ আনন্দই যেন ভন্টিজনীৰ চকুত চকুপানী ওলাই আহিছে ।
@dutta22
@dutta22 Ай бұрын
*এই সফলতা মধ্যবিত্তৰ বাবে ❤ আমাৰ বাবে,ভাল লাগিল ভাইতি 🤞 অভিনন্দন । কৰ্মনিষ্ঠাৰে আগুৱাই যোৱা । দেশ দুখিয়াই বচাই* ।
@ABparichoy
@ABparichoy 2 ай бұрын
Hidoy kopai loi goisy bohut val lagil❤🎉🎉🙏🙏🔥🔥🔥🔥
@Kishan20246
@Kishan20246 Ай бұрын
Many many congratulations to new Agniveer&Thanks for sharing this kind of news.
@MinhajulHoque-g3w
@MinhajulHoque-g3w Ай бұрын
Aai news toye bor xukh dile..dukhoya maa joni jetia kotha pati asil moi sakupani rakhabo nuwarilu.tq dada.
@KaranBasumatary-x7m
@KaranBasumatary-x7m 2 ай бұрын
Thank you, congratulations 🎉 God bless you 🙏🏽
@jayaborah2926
@jayaborah2926 2 ай бұрын
ভগবানৰ ঘৰ দূৰ কিন্তু অন্ধকাৰ নহয় 🪔
@ManujKhanikor
@ManujKhanikor Ай бұрын
Best of luck
@PriyamKutum-s1e
@PriyamKutum-s1e 2 ай бұрын
কষ্টৰ পল সদায় মিঠা। যাতে আহিব লগা দিনকেইটা ভালদৰে পাৰ হয় তাকে কামনা কৰিলোঁ ।
@bipulborah2193
@bipulborah2193 2 ай бұрын
আগুৱাই যোৱা, কিন্তু মা সদাই মায়েই আশীৰ্বাদ সদাই থাকে, গতিকে মা বিনে অসহায় মনত ৰাখিবা সদাই।
@MrDehingia-c1f
@MrDehingia-c1f 2 ай бұрын
সঁচা কথা কবলৈ গলে বোকাত হে যে পদুম ফুলে বুলি কয় , কথাষাৰ সদায় ফলীয়াই, পঢ়া শুনা টো তেওঁলোক ভাল , অভাৱেই আৱিষ্কাৰৰ মূল ❤
@dipakkumarbora4348
@dipakkumarbora4348 2 ай бұрын
তোমাৰ কথাটো শুনি খুব ভাল্ লাগিছে, ভালকে ট্ৰেনিং কৰিবা বেটা. Best of luck.
@foujideep3003
@foujideep3003 Ай бұрын
Proud of you myy Friend❤🥰
@mrinalichetia4861
@mrinalichetia4861 Ай бұрын
❤❤❤❤❤❤❤❤❤❤
@ranugogoi2241
@ranugogoi2241 2 ай бұрын
Congratulations bhaiti arkhibad thakil
@prabinbordoloi1449
@prabinbordoloi1449 2 ай бұрын
কষ্ট কৰা ফল তুমি পালা তুমালৈ বহুত বহুত শুভেস্বা থাকিল
@DharitriSonowal-t4t
@DharitriSonowal-t4t 2 ай бұрын
Bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut val lagil 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 ☺️🧿🥰🥰🥰❤❤❤❤❤
@hridyanshugogoi2943
@hridyanshugogoi2943 2 ай бұрын
বহুত ভাল লাগিছে কৃষ্ণ কৃষ্ণ
@apurbadasdas9539
@apurbadasdas9539 2 ай бұрын
Congratulations bhaiya
@nikuamphiamphi4975
@nikuamphiamphi4975 Ай бұрын
Welcome to Indian army ❤
@ShantanaRajkhowa
@ShantanaRajkhowa Ай бұрын
Congratulations ,God bless you 🙏❤❤
@Assamvillagevillage
@Assamvillagevillage Ай бұрын
এতিয়া প্ৰথম LISTOT ওপৰৰ জনে দি দিলে❤❤❤❤❤
@ncclovers1836
@ncclovers1836 Ай бұрын
CONGATULATION SENIOR PINKUL BORUWA❤
@hemalatachetia3765
@hemalatachetia3765 Ай бұрын
বহুত বহুত আৰ্শীবাদ থাকিল বাবাটো ।
@KarabiGogoi-d1j
@KarabiGogoi-d1j Ай бұрын
Bohut val lagil
@newgamer1053
@newgamer1053 Ай бұрын
Congratulations dada amaru akei ghoror obosta oo moiyu try kori asu ssc constable ❤❤❤❤❤❤❤❤❤❤ love from dhemaji bordoi bam bagan
@binandakhumrary3439
@binandakhumrary3439 2 ай бұрын
Great brother.....kosto kori thakile ek na ek din hopolota pai....
@DILATOR-q4n
@DILATOR-q4n 2 ай бұрын
Congratulations bro🎉 may God continue bless you and your family
@himanghusonowal6296
@himanghusonowal6296 Ай бұрын
Ai2 hea news buli koi mjaaa❤
@nirudoley5886
@nirudoley5886 Ай бұрын
চৰকাৰে সহায় নকৰিলেও ভগৱানে সহায় কৰিব🙏
@humenpriyamsaikia3849
@humenpriyamsaikia3849 2 ай бұрын
শুভকামনা সদায় আছিল আৰু থাকিৱ❤
@bristiraniloying
@bristiraniloying Ай бұрын
কষ্টৰ ফল,,,, অভিনন্দন জনালোঁ ❤️
@anamikadeoghariya5358
@anamikadeoghariya5358 Ай бұрын
বহুত ভাল লাগিছে তোমালো চাকৰি পাইচা বহুত বহুত ধন্যবাদ জনালো
@kamalsarmah6642
@kamalsarmah6642 Ай бұрын
God bless u brother ❤❤
@moina2160
@moina2160 2 ай бұрын
অগ্নিবীৰ উজলাইছে বহুতেই ভাল হৈছে কম বয়সতে নিজৰ সপোনবোৰ পূৰন হোৱাত সুবিধা হৈছে কিন্তু ইয়াতেই সীমাবদ্ধ নাথাকি আৰু সপোন ডাঙৰ দেখা আগোৱাই যোৱা ভগৱানে সহায় কৰক। ভাল লাগিল
@SaratGogoi-vs6or
@SaratGogoi-vs6or 2 ай бұрын
অভিনন্দন পিংকুল ভাই👍👍🫡🫡🫡❤️❤️
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
দুখীয়া লোকৰ কিবা উন্নতি হোৱা দেখিলে বহুত আনন্দ পাও।ধনী লোকৰ"ক্ষেত্ৰত উদাসীন।
@randomroy4478
@randomroy4478 2 ай бұрын
বৰ ভাল লাগিল। congratulations brother🎉🎉
@Hemanta4xNLP
@Hemanta4xNLP 2 ай бұрын
Congratulations dada tumi ag bahi jua 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤
@Doku_tr
@Doku_tr Ай бұрын
সুন্দৰ ভগৱানে তোমাৰ কৈলান কৰক best of luck
@shirabentertainment4056
@shirabentertainment4056 Ай бұрын
Congratulations brother ❤👏 Val lagil hosai ,Tumi Hadai vale thaka 👍
@Dkjtzpbsl1978
@Dkjtzpbsl1978 2 ай бұрын
Great.. God bless you....
@PallabiRajkumariGogoi
@PallabiRajkumariGogoi Ай бұрын
God bles you
@ajithazarika5856
@ajithazarika5856 Ай бұрын
Good jobs. God bless you.
@langdonhandique1339
@langdonhandique1339 2 ай бұрын
Congratulations..... Bro
@motivesortz
@motivesortz 2 ай бұрын
বহুত কষ্ট কৰিছে , কিন্তু ৪ বছৰ চাকৰিৰে😢😢
@assambhai3675
@assambhai3675 2 ай бұрын
Pisot axomot sakori dibo buli koise
@himankumajumdar1100
@himankumajumdar1100 2 ай бұрын
তেনে নহয়
@parangogoi7181
@parangogoi7181 Ай бұрын
Bhal lagisae bhaiti. May god help you
@dccreations1741
@dccreations1741 Ай бұрын
Bohut val lagise pua babe ❤
@bhaskardeka5732
@bhaskardeka5732 Ай бұрын
Pinkul bro aguwai jowa ...val lagil....de
@hemantarajkonwar6429
@hemantarajkonwar6429 Ай бұрын
🎉congratulations bro
@princegogoi1564
@princegogoi1564 2 ай бұрын
ভাল লাগিছে শুনি।।।Welcome barua💪💪💪💪👌👌👌Jai hind
@lahanofficial4386
@lahanofficial4386 Ай бұрын
🎉🎉congratulations ❤
@bobysonowal6016
@bobysonowal6016 Ай бұрын
ধন্যবাদ জনালো tumak❤❤❤
@harendragohain9499
@harendragohain9499 Ай бұрын
ভগৱানে তোমাক সহায় কৰক। এই আশীৰ্বাদ।
@YummyBites-q7r
@YummyBites-q7r Ай бұрын
আমাৰ দৰে দুখীয়া ঘৰৰ লৰা ছোৱালী কেইটাই হে কষ্ট কি বুজিব পাৰে ..সঁচাই চকুপানী ওলাই আহিল ..সফল হোৱা আৰু আগুৱাই যোৱা চেষ্টা কৰি আছো কেতিয়া সফল হও ভগৱানে চকু মেলি চালেই হল আৰু ❤❤
@PranjalDaimary-i2k
@PranjalDaimary-i2k 2 ай бұрын
Toomi Aguwai jowa Bhaiti ........!! Agni veer kintu bhal scheme nohoi. Btw Ji khini powa aguwai jaba buli akha thakil
@arunsvlogs0201
@arunsvlogs0201 Ай бұрын
Congratulations 🎉 bro podum xodai bukate hoi kintu xodai jiliki thake
@dipanwita8774
@dipanwita8774 Ай бұрын
Congratulations vaiti❤❤❤❤❤
@fitness2.0812
@fitness2.0812 2 ай бұрын
বহুত বহুত শুভেশ্য জনালোঁ pinku❤❤❤
@GogoiMadhu
@GogoiMadhu Ай бұрын
All the best 👍
@its_avhi163
@its_avhi163 Ай бұрын
মিচিং জনবসতি অঞ্চলত যাওঁক, শ শ উদাহৰণ পাব । যি কি নহওঁক লৰাজনলৈ শুভেচ্ছা থাকিল ❤❤ আগুৱাই যাওঁক
@baishalisaikia2407
@baishalisaikia2407 Ай бұрын
Hubhessa thakil ❣️💐👏
@Plutokaman
@Plutokaman Ай бұрын
শুনি ভাল লাগিল ❤
@utpalutpal7974
@utpalutpal7974 2 ай бұрын
Aguwai jowa bandhu❤.... aru dhemaji jilat hoito sorkari aasoni belak khub kom hoi to sorkar r gafiloti ne dalalor dop doponi najanu aru......
@RajBHai-w6e
@RajBHai-w6e Ай бұрын
Real Hero.
@SuvachekanidharaSuva
@SuvachekanidharaSuva 2 ай бұрын
Val lagile tumak god bless you 🎉🎉🎉
@RipjyotiRoy
@RipjyotiRoy Ай бұрын
Aru val hok
@ANUPAMBORUAH-cj3qv
@ANUPAMBORUAH-cj3qv 2 ай бұрын
Congratulations brother, Go ahead👍
@nilakshichoudhary3343
@nilakshichoudhary3343 Ай бұрын
ভাল লাগিল আগ বাঢ়ি যোৱা। মাৰাক কেতিয়াও নেৰিবা দেই বোপাই।
@Only-y4h
@Only-y4h Ай бұрын
বহুত ভাল লাগিছে ❤ ..... ❤❤❤❤
@SurenBoro-mv7tq
@SurenBoro-mv7tq Ай бұрын
Best of luck 🙏🙏👌
@mgvlogs1719
@mgvlogs1719 Ай бұрын
Congratulations brother ........vl lagil ...maar❤ care loba
@Ruuupam
@Ruuupam 2 ай бұрын
Salute bhai 😢😢😢Pronam tumak... Mak hokah dia babe😢😢😢
@HKPatar
@HKPatar Ай бұрын
Bahut Bahut Bahut bhal lagil
@RufiyaBegum-sq3us
@RufiyaBegum-sq3us Ай бұрын
ধুনীয়া
@BhaskorMoran-j1z
@BhaskorMoran-j1z 2 ай бұрын
Hosai Val lagil news tu huni
@bornalidhunu4583
@bornalidhunu4583 Ай бұрын
Congratulations 🥺💙
@animadutta3773
@animadutta3773 2 ай бұрын
Brother big salute to u....luv u ur hardwork ❤
@panchanankofficial6969
@panchanankofficial6969 2 ай бұрын
Congratulations bro aru aguwai jua
@kongkonhazarika4494
@kongkonhazarika4494 Ай бұрын
Good luck bro
@mukut9772
@mukut9772 Ай бұрын
❤ u bhaiti....
@nabajitkakoti128
@nabajitkakoti128 2 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ kostro korile kostro fol pabo e hoi tu alp late hb Salute bro ❤
@bindazroy5540
@bindazroy5540 2 ай бұрын
Moza bro val lagil,,,
@chandanbora720
@chandanbora720 Ай бұрын
অভিনন্দন জনালোঁ ❤
@nurzamal9365
@nurzamal9365 Ай бұрын
Good Luck, God bless you ❤
@subhanchetia3177
@subhanchetia3177 2 ай бұрын
Good sabas.❤
@musicsongs5309
@musicsongs5309 Ай бұрын
Big salute bro
@dipoksaikia1483
@dipoksaikia1483 2 ай бұрын
Congratulations dost
Real Man relocate to Remote Controlled Car 👨🏻➡️🚙🕹️ #builderc
00:24
The Singing Challenge #joker #Harriet Quinn
00:35
佐助与鸣人
Рет қаралды 37 МЛН
БУ, ИСПУГАЛСЯ?? #shorts
00:22
Паша Осадчий
Рет қаралды 2,7 МЛН
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
00:46
Celine Dept
Рет қаралды 104 МЛН
DANGEROUS SUPPLEMENTS.. BEWARE OF SOCIAL MEDIA ADVICES!!!
16:44
Cancer Healer Dr Jojo V Joseph
Рет қаралды 458 М.
Pakhi || EP-57 || 10-10-2024 ||
18:43
Rengoni TV
Рет қаралды 184 М.
Real Man relocate to Remote Controlled Car 👨🏻➡️🚙🕹️ #builderc
00:24