KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Bihu Grup
11:36
Child Labour Act | Euphoria 2024-25
3:58
99.9% IMPOSSIBLE
00:24
REAL or FAKE? #beatbox #tiktok
01:03
ЧТО ЖЕ МЫ КУПИЛИ СОБАКЕ ВМЕСТО ТАБАЛАПОК😱#shorts
00:34
Қылмыскерді таптым… | QARGA 2 | 3 серия | КОНКУРС
31:30
DHOL PERFORMANCE
Рет қаралды 178,954
Facebook
Twitter
Жүктеу
1
Жазылу 2,4 М.
Simanta Tamuli
Күн бұрын
Пікірлер: 81
@mdmusical6097
Жыл бұрын
আপুনি সদায় জিলিকি থাকক ❣️🙏
@simantatamuli7001
Жыл бұрын
ধন্যবাদ
@activityconcept4662
9 ай бұрын
উৎকৃষ্ট কৃষ্টি প্ৰদৰ্শন।😊
@bitupandawo4145
Жыл бұрын
ভাল লাগিল৷ আপ্লুত হৈ পৰিলোঁ
@simantatamuli7001
Жыл бұрын
ধন্যবাদ
@bijoykumarmusical
3 жыл бұрын
বাহী বহুত সুন্দৰ বজাইছে দেই আপোনালোকে👍👍👍🙏🙏🙏
@AllSideYt
2 жыл бұрын
❤️❤️😘😘
@lakhyakumardas3393
3 жыл бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো চাই ❤️❤️❤️... আপোনাৰ ঘৰ ক'ত ? যদি Comment তো পঢ়িছে তেন্তে জনাব Please 🙏🙏🙏...
@chitralekhatamuli6724
3 жыл бұрын
ধন্যবাদ। মোৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰত।
@akashgogoi7654
Жыл бұрын
😍
@krislinaboro3370
3 жыл бұрын
🔥dhuniaa
@kankandas4868
2 жыл бұрын
Gamosa khn ami jonat murot he pindhe.. Dingeiit oo pindhe nki?
@simantatamuli7001
2 жыл бұрын
নমস্কাৰ দাস, অসম্পূৰ্ণকৈ জনা আৰু ভুলকৈ জনা একেবাৰে নজনাতকৈও মাৰাত্মক। আপোনাৰ মন্তব্যৰ আঁত ধৰি কওঁ যে ঢোলৰ নীতিবদ্ধ বাদনত ঢুলীয়াই গামোচাখন কান্ধত লৈও ঢোলবাদন কৰে। আমাৰ গুৰুসকলেও এনেকৈ লোৱা দেখি আহিছোঁ। আপোনাৰ মন্তব্যটোত আপুনি উল্লেখ কৰিছে, "গামোচাখন আমি জনাত মূৰতহে পিন্ধে। ডিঙিটো পিন্ধে নেকি?" দৰাচলতে মন্তব্যটো কিম্বা প্ৰশ্নটো হ'ব লাগিছিল "গামোচাখন আমি জনাত মূৰতহে মাৰি লয়, ডিঙিটো মাৰি লয় নেকি?".... এই ক্ষেত্ৰত আচলতে 'পিন্ধে' শব্দটো ব্যৱহাৰ নহয়। ধন্যবাদ
@ditulgohain8037
3 жыл бұрын
❤️❤️❤️❤️❤️love this
@himangshuaxom3841
3 жыл бұрын
Sir ....moi Himangshu ...moi apunur student asilu ..at axom gyan bikash vidyalaya ttt...2012 year ott....now at nalbari .....
@chitralekhatamuli6724
3 жыл бұрын
Bhal tumar?
@cdo0
3 жыл бұрын
বাঁহী , ঢোল , পেপাৰ মাত শুনিলে মনতো কিমান ভাল লাগে সেইটো প্ৰকাশ কৰিব নোৱাৰি চিৰ চেনেহী মোৰ ভাষা জননী 🙏
@birajborah6284
4 жыл бұрын
🤗🤗
@nikumedhi297
4 жыл бұрын
Dhoniya lagisy
@ujjalkeot2489
4 жыл бұрын
Very very nice
@binusarma2608
4 жыл бұрын
BAhir mat tu bhut Val Lage mor
@jrbez.majuli288
5 жыл бұрын
অতি সুন্দৰ দাদা।
@chitralekhatamuli6724
3 жыл бұрын
ধন্যবাদ
@madhurjyaborah9340
5 жыл бұрын
Aji he apuna lokr video 2 salo...khosa bhut vl lagil sai...Ru anekoa video ase jdi dibo..
@binodhazaka8274
4 жыл бұрын
Mojah bihu
@probinbhuyan3830
4 жыл бұрын
👍👍👍
@KhanindraDutta
5 жыл бұрын
Nabajit, Val lagil tumar bahir apurba hur...
@nisantakalita5535
4 жыл бұрын
Nice
@classicflute9238
5 жыл бұрын
Aswm performance... proud of you guys...
@jitusutradhar2394
5 жыл бұрын
বহুত ভাল লাগিল ছাৰ শুনি শিকিব মন আছে মোৰ
@medicoanatomist
5 жыл бұрын
Amazing... Best wishes
@raktutpalbora4196
5 жыл бұрын
👍👍👍👍👍👍
@beautirajbongshi981
5 жыл бұрын
vl lgise bhut
@PDCultural
6 жыл бұрын
Apuni amr ba ajonik hekaisile.. downtown r কৰিশ্মা বৰা।
@amritnathcreation715
5 жыл бұрын
Moja lagisa dai
@traditionalassam9183
5 жыл бұрын
অনুষ্ঠানটো কত হৈছে কেতিয়া হৈছে একো উল্লেখ নাই
@krishnanath7831
6 жыл бұрын
mjjjjjja disa
@bidyutdas2675
5 жыл бұрын
Vl lagil....
@akashdeepofficial4327
6 жыл бұрын
বৰ ভাল লাগিল চাই
@krishnaborpatrakrishnaborp5730
5 жыл бұрын
Bahi mattuwe aru hondar kori dile val haise
@bishwajyotibora4973
5 жыл бұрын
Vl lgil sai amr asomia bihu2
@PDCultural
6 жыл бұрын
Simanto da nice..
@simantatamuli7001
6 жыл бұрын
Thank you.
@alokgogoi688
5 жыл бұрын
flutist jon nobojit da hoine
@pankajmech7877
6 жыл бұрын
Good.... 👌
@simantatamuli7001
6 жыл бұрын
Thank you
@Dhuliyapran
4 жыл бұрын
Sir moi aponak guru manibo bisaro sir moi aponak log pabo bisaro sir pizza🙏🙏🙏
@risirajborahofficial3608
6 жыл бұрын
Hundor simanto da
@simantatamuli7001
5 жыл бұрын
ধন্যবাদ।
@jnyanendragogoi8768
6 жыл бұрын
বেছিকৈ ফিয়োজন কৰিলে কনফিউজন হোৱাৰ আশংকা বেছি থাকে, সাচিপতীয়া পুথিৰ ওপৰত ভিত্তি কৰি পতা ঢুলীয়া ওজা প্ৰতিযোগিতাত এখন লাগ, এটা ঘাট, এখন হাত, এখন খৰচনা ৭ মিনিটত বজাব পাৰে, এই অনুস্থানটোত খৰচনা বুলি কৈ প্ৰথমে উভতা চোচনি আৰাম্ভ কৰিছে আৰু যোৰনি, লাগ, চোচনি এইবোৰ একাকাৰ হৈছে আৰু বুলনি বোৰ স্পষ্ট হোৱা নাই।
@devajitneog73
5 жыл бұрын
But much more better than stage bihu, choreographing bihu.
@simantatamuli7001
5 жыл бұрын
ডাঙৰীয়া, আমি ভাবোঁ আলোচকজন বা সমালোচকজন অতি সচেতন আৰু আলোচ্য বিষয়বস্তুৰ ওপৰত বিশেষ জ্ঞান থকা হ'ব লাগে।যিহেতু আপুনি উল্লেখ কৰাৰ দৰে আমি ঢোলত নদীৰ 'ঘাট' নবজাওঁ, ঢোলত ঢোলৰ 'ঘাত'হে বজাওঁ, 'চোচনি' নবজাওঁ 'চোঁচনি'হে বজাওঁ।একেদৰে 'যোৰনি' কোনো দিনে বজাই পোৱা নাই, 'জোৰনি' কিন্তু বজাই পাইছো। ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানটো 'ফিউজন' কৰা বুলি কৈছে। সঁচাকৈয়ে ফিউজন কৰিছোঁ নে? 'ফিউজন' কাক কয় অলপমান বুজাই দিলে সুখী হ'ম। নহ'লে আমিও 'কনফিউজন'ত ৰ'ম। যিখন বা যিকেইখন সাঁচি-পতীয়া পুথিৰ ওপৰত ভিত্তি কৰি ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰে সেই পুথিকেইখন চাবলৈ আমাৰ বৰ হেঁপাহ আছে।আমাৰ এই হেঁপাহ আপুনি পূৰ্ণ কৰিব বুলি আশা থাকিল। আপোনাক লগতে এইটোও জনাওঁ যে,এই অনুষ্ঠানটো ইংৰাজী ২০১৭ বৰ্ষৰ ১১ মাৰ্চৰ দিনা গুৱাহাটীৰ জিলা পুথিভঁৰাল পেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল।এই অনুষ্ঠানটোৰ আন কেইবাটাও video ইতিমধ্যে আমাৰ KZbin channelত দিয়া হৈছে। অনুষ্ঠানটোত প্ৰথম কাৰ্যসূচী হিচাপে 'খৰচনা' বুলি নামকৰণ কৰি ১৩টা বিশিষ্ট ছেও বজোৱা হৈছিল।ইয়াত ৩টা ছেওৰ বাহিৰে বাকী দহটা ছেও খৰচনাৰ অন্তৰ্ভূক্ত।খৰচনাৰ সংখ্যা বেছি হোৱা বাবে এই বাদন ভাগক 'খৰচনা' নাম দিয়া হৈছিল।খৰচনাসমূহৰ 'ঘাত' অংশ বাদ দি একে ক্ৰম আৰু একেলেথাৰিৰে বজালে কেনে হয় তাৰ এক সম্পৰীক্ষা কৰা হৈছিল।আপুনি উল্লেখ কৰাৰ দৰে আমি যোৰনি (জোৰনি), লাগ, চোচনি (চোঁচনি)আদিবোৰ একাকাৰ কৰা নাই।কাৰণ প্ৰথম আৰম্ভণি খৰচনাৰেই কৰা হৈছে।দ্বিতীয় ছেওটো চোঁচনি ছেও বুলি ক'ব পাৰে।অঞ্চল বিশেষে পিছে খৰচনা বুলিও ধৰা দেখা যায়।একাদশ সংখ্যক ছেওটো 'লাগ' আৰু শেষৰ ছেওটো আমাৰ নিজা ৰচনা।ভয় নাখাব! এই ধৰণৰ এটা পৰীক্ষাই ঢোল সংস্কৃতিৰ মূলত কোনো আঘাত নাসানে।ঢোল কৃষ্টিৰ সোণসেৰীয়া বিষয়-বস্তুবিলাকৰ প্ৰণালীবদ্ধ, বিজ্ঞান সন্মত আৰু শুদ্ধতাৰ বাবে আমি নিৰৱছিন্ন অধ্যয়ন আৰু চৰ্চা অব্যাহত ৰাখিছোঁ। আনহাতে আপোনাৰ অভিযোগ 'বুলনিবোৰ স্পষ্ট হোৱা নাই'। আমি যিটো পেক্ষাগৃহত অনুষ্ঠান পৰিবেশন কৰিছিলো সেইটো অৱনদ্ধ শ্ৰেণীৰ বাদ্যযন্ত্ৰৰ বাবে উপযোগী নহয়।পকী দেৱালত শব্দবোৰ ঠেকা খোৱাৰ বাবে বোলবোৰ স্পষ্ট ৰূপত উলাই নপৰিল। ধন্যবাদ সীমান্ত তামুলী
@manojdeka2592
5 жыл бұрын
What about kamrupia dhulia
@অসমপ্ৰতিভা
6 жыл бұрын
val lagil bro
@krishnamonimushahari3212
5 жыл бұрын
মোৰ ধোল সিকিব মন আছে
@Bhaskarjyoti_Ray
6 жыл бұрын
Mojahhh....
@মৃদুলকলিতা
5 жыл бұрын
অতি সুন্দৰ আকৰ্ষণীয় অনুষ্ঠান
@adityanath1009
5 жыл бұрын
Hosake bhut val lagise
@Jan36gogoi
6 ай бұрын
ছাৰ বহুত ভাল লাগিল আপোনাৰ contact number দিব পাৰিব নেকি
@chitralekhatamuli6724
6 ай бұрын
Inbox ত দিব পাৰিম
@muninhazarika1258
6 жыл бұрын
Ati hundor
@dimpiborgohain2303
6 жыл бұрын
Tamumi da moi khubalia PA koisu kun sini paise sage nhoi noh mojaah
@rokrocking4401
6 жыл бұрын
মোৰ ভাল লগা বাদ্য বিধ😘😘😘
@jugenhazarika8880
5 жыл бұрын
সকলোকে ধন্যবাদ জনালোঁ ৷অসমিয়া সংস্কৃতি জিয়াই ৰাখিব ,আপোনালোকে !
@bubumanibarman5525
6 жыл бұрын
Bohut vl lgil sir
@simantatamuli7001
5 жыл бұрын
ধন্যবাদ।
@karabidas4359
6 жыл бұрын
DHUNIYA HOISE tamuli da
@montusonowal7570
5 жыл бұрын
mojaaaa lagise kintu
@durnapatgiri2894
5 жыл бұрын
Great Simanta daaaa
@rashmiphukon5552
5 жыл бұрын
Tulonabihin ek onusthan ...
@rupombora6258
5 жыл бұрын
Mur bohut vl lga
@kharkhowamatha8340
6 жыл бұрын
Bohut dhuniya Bht vl bojaise sir Mor o ঢোলৰ ওজা hikibo bht mn ase Aaponar logot keneke juga jug koribo parim nu Plz jonabo xn
@shant57575
5 жыл бұрын
simanta da, apunar thikona tu dibo neki?..
@priyagogoigun898
6 жыл бұрын
bojau bojau lagi ji
@mridumalaydholoja162
6 жыл бұрын
Moja
@boyka1900
6 жыл бұрын
👌👌👌
@rupombora6258
5 жыл бұрын
Moi hodai sau
@prahladgogoiprahladgogoi
5 жыл бұрын
Moja
11:36
Bihu Grup
Surendran Unni
Рет қаралды 1,3 МЛН
3:58
Child Labour Act | Euphoria 2024-25
Holy Convent School
Рет қаралды 73
00:24
99.9% IMPOSSIBLE
STORROR
Рет қаралды 31 МЛН
01:03
REAL or FAKE? #beatbox #tiktok
BeatboxJCOP
Рет қаралды 18 МЛН
00:34
ЧТО ЖЕ МЫ КУПИЛИ СОБАКЕ ВМЕСТО ТАБАЛАПОК😱#shorts
INNA SERG
Рет қаралды 7 МЛН
31:30
Қылмыскерді таптым… | QARGA 2 | 3 серия | КОНКУРС
OMIR
Рет қаралды 594 М.
9:49
Dombaru Hat | Assamese Oja Dhol | Mohendra Oja |
Mohendra Oja Assam
Рет қаралды 497 М.
9:46
'কিনো চিকুন কদমজুপি'-গীত + Teltupi Hat (তেলটুপি হাট) | Mohendra Oja's live performance's recording
Mohendra Oja Assam
Рет қаралды 146 М.
13:20
দেশ-কাল সলনি হ'ল |কেনেকৈ? Watch till end...Assamese Dhol...Mohendra Oja...Satire
Mohendra Oja Assam
Рет қаралды 591 М.
12:13
Bihu Intro and Performance 1
Mick Pickard
Рет қаралды 3,3 МЛН
6:44
অসমীয়া বিহু ওজা প্ৰদৰ্শন
অসমীয়া সুৰ সন্ধান
Рет қаралды 80 М.
2:18
Watch Dhol'or Oja Somnath Bora playing the Dhol
GPlus
Рет қаралды 78 М.
8:02
HOW to play ROGOR the SECRET of DHOL/DHOOL |TUTORIAL 3|বিহু ঢোল |Project:- ABHI |
MIEFI
Рет қаралды 321 М.
2:40
#Dhol Badon#ঢোল বাদন# বিশ্বজিৎ গগৈ।
Jay Rajkhuwa
Рет қаралды 6 М.
1:09
Bihu Dhol Badon Dhole Dao Dao Kore (PART - I) by Shivaprasad Baruah
Dhole Dao Dao Kore
Рет қаралды 215 М.
1:02
Dhul badan || Assamese bihu dhul || Parthajyoti,Sauravjyoti ,Rubul,Pran .....
Parthajyoti Baruah
Рет қаралды 472 М.
00:24
99.9% IMPOSSIBLE
STORROR
Рет қаралды 31 МЛН