No video

Dhone Karhi Nile Mon | Official Music Video | Maitrayee Patar | Gayatri Mahanta | Sumki K | Apuraj G

  Рет қаралды 2,033,627

Maitrayee Patar Official

Maitrayee Patar Official

Күн бұрын

'লাই হালে জালে দুবৰি বন
লফা হালে জালে দুবৰি বন
ঐ কিনো অসমীয়াৰ বিহুটি আহিলে
একোতে নবহে মনে কি ঐ মনে
নিলে কি ঐ ধনে, নিলে কি নিলে কি ঐ
ধনে কাঢ়ি নিলে মন'
সদৌটিলৈ আগন্তুক ব’হাগৰ শুভকামনা জনালোঁ। বাপতিসাহোন হেঁপাহৰ বিহুটিলৈ আৰু মাত্ৰ এসপ্তাহ। ব’হাগী হেঁপাহতে আমিও প্ৰথমবাৰৰ বাবে আপোনালোকলৈ বুলি পৰম্পৰাগত বিহুনাম এফাঁকি যুগুতাইছোঁ। নাম থৈছোঁ ‘ধনে কাঢ়ি নিলে মন’। কাইলৈ পুৱা আপোনালোকে শুনিবলৈ বুলি মুকলি কৰি দিম। আশীৰ্বাদ কৰিব।🙏🏽🌻
Presenting the official music video of our traditional Bihu 'DHONE KARHI NILE MON'
#maitrayeepatar #gayatrimahanta #sumkikachari #bihu #explore
Special Thanks:
Arindam Baruah, Pallab Talukdar, Daradi Patar, Pallabi Hazarika (Prajapati Assamese Jewellery), Gauri Mahanta Goswami, Ankita Baruah, Runumi Bharali, Barada Patar, Rupkrishna Patar, Mridul Haloi, Himan Das, Serjen Mego, Sudipta Dipak Baruah, the villagefolk of Bherbheri Village, Chandubi
Audio Credits:
Vocals- Maitrayee Patar
Lyrics, tune- Niranjan Goswami
Dhol- Lachit Baruah, Biswajit Gogoi
Flute- Koilash Rabha
Pepa, Toka, Taal, Gogona, Badungdunga- Piti Borah
BGM (trailer), Sound Recording and technical supervision- Pallab Talukdar
Mixing & mastering- Ibson Lal Baruah
Chorus- Maitrayee Patar, Sweety Das, Debeswar Saikia
Recording studio- Kauzzy Studio, Guwahati
Video Credits:
Direction, DOP, Editing & DI - Apuraj Gogoi
Casting - Gayatri Mahanta, Maitrayee Patar & Sumki Kachari
AD - Mithurani Gogoi
Dance choreography - Diganta Das
Camera Assist - Hrishikesh Baruah
Make up - Chimi Bhuyan
Make up assist - Jyotishmita Kalita
Photography- Koustav Phukan
Art Director- Sona uddin
Production Manager- Dhanjit Haloi

Пікірлер: 944
@kristinakalitaaa
@kristinakalitaaa 4 ай бұрын
*গায়ত্ৰী বা জনী যে কিয় ইমান মৰম লগা* 🥹🥰 *লগতে গানটোৰ Audio আৰু video খুব সুন্দৰ* ♥️
@user-hd4nd8zf9o
@user-hd4nd8zf9o 4 ай бұрын
প্ৰিয়ৰ সমাহাৰ গোটেইটো। বা অ ' কি যে ভাল লাগিছে। বহাগৰ ৰাগী লাগিছে এতিয়াহে। গায়ত্ৰী বা ইমান বছৰৰ মূৰত। উফ। খুব ভাল পালোঁ। ❤জন্মদিনৰ শুভেচ্ছাও পঠিয়ালো দেই আপোনালৈ। ❤
@AnkurJoyti123
@AnkurJoyti123 4 ай бұрын
গায়ত্ৰী বা সদায় বিশেষ❤️।। কাৰণ কেলেই, বায়ে আমাৰ বিভাগৰ চিনিয়ৰ গৱেষিকা ছাত্ৰী।
@bikashboroo8948
@bikashboroo8948 4 ай бұрын
❤❤❤
@subhaasomsubhaasom7181
@subhaasomsubhaasom7181 4 ай бұрын
গায়েত্ৰী বা ক লৈ অহা বাবে আপোনাক ধন্যবাদ মৈত্ৰেয়ী বা ।
@nainaofficial7746
@nainaofficial7746 4 ай бұрын
Vary nice song❤❤❤
@PurabiDas-nw9zg
@PurabiDas-nw9zg 4 ай бұрын
Ojkkp😊
@jeutiray9258
@jeutiray9258 4 ай бұрын
Nice
@monishaborah3324
@monishaborah3324 4 ай бұрын
তিনি গৰাকী কে ধুনীয়া লাগিছে, ইমান ধুনীয়া বিহু গীত এটা উপহাৰ দিয়া বাবে বহুত বহুত ধন্যবাদ।❤❤❤
@bhanitakalita7569
@bhanitakalita7569 4 ай бұрын
? C
@tanmayhandique_
@tanmayhandique_ 4 ай бұрын
থলুৱা সুৰ, থলুৱা শব্দ, থলুৱা পৰিৱেশ❤ সকলোবোৰ খাটিঁ... চ'ত মহীয়া প্ৰখৰ ৰ'দ শিমলু তুলাবোৰ উৰিছে দেন-মন ৰাইজাই কৰি যায় বহাগলে বা কিমান দিন...💚 শৈশৱৰ VCD ৰ দিনবোৰ কৰবাত হেৰুৱাই পেলাইছো, গায়ত্ৰী বাক দেখি এৰি অহা সোনালী দিনবোৰলৈ আকৌ পাখি মেলি উৰা মাৰে 😢😊 সি যি কি নহওঁক সকলোলৈকে ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জাছিলো😊❤😍 শিৱসাগৰৰ পৰা...
@bipulboruah6536
@bipulboruah6536 4 ай бұрын
Nice comment 💞💞💞
@mridulagogoi420
@mridulagogoi420 4 ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@walklikeanEzyptian
@walklikeanEzyptian 4 ай бұрын
👌
@labhitakalita130
@labhitakalita130 4 ай бұрын
Inna
@_Nishita_Mahanta_02
@_Nishita_Mahanta_02 4 ай бұрын
Xundor cmnt ❤
@jimidas7050
@jimidas7050 4 ай бұрын
আমাৰ মৰমৰ গায়ত্ৰী বাজনীক দেখি সঁচাই বহুত ভাল লাগিল। আটাইতকৈ ধুনীয়া তেওঁ ❤️
@hemantadoley119
@hemantadoley119 4 ай бұрын
@user-xt2gw8ye2z
@user-xt2gw8ye2z 4 ай бұрын
Um
@Preety.fairy_lyyy
@Preety.fairy_lyyy 4 ай бұрын
Hosa pai teur generation ot soboste dhuniya teu e asile❤
@sarma07
@sarma07 4 ай бұрын
গায়েত্ৰি বা emotion for VCD generation ❤😊:)
@binoddewri1978
@binoddewri1978 4 ай бұрын
Junbai ❤
@sarma07
@sarma07 4 ай бұрын
@@binoddewri1978 😌Yah ..Junaliii
@DikshitaBaruah-lh5ct
@DikshitaBaruah-lh5ct 4 ай бұрын
Bht din video baa sinema korai nasile gayotri bai ❤😊
@user-is3mg2bl2z
@user-is3mg2bl2z 3 ай бұрын
86​@@sarma07
@Pankajpankaj-ms8ji
@Pankajpankaj-ms8ji 2 ай бұрын
Pli0
@talestoinspire7323
@talestoinspire7323 4 ай бұрын
মৈত্ৰেয়ী বা পিঠা বনোৱা চৌকা কেইটাত জুই ধৰি ল’ব লাগিছিল। ইমান পাৰফেক্ট কাম এটাত, ইমপাৰ্ফেক্সন দেখিলে দৃষ্টিকটু লাগে। যিহেতু সেইখিনি কৰি ল’ব নোৱাৰা কাম নহয়। কেঁচা মাটিৰ গোন্ধ থকা গীতটি বৰ ভাল পালোঁ 💚
@delhipolice361
@delhipolice361 4 ай бұрын
Right
@bedabyashborah1908
@bedabyashborah1908 4 ай бұрын
এশাৰী কৈ পেলাওঁ। মৈত্ৰেয়ী বাৰ কন্ঠ তাতে আকৌ আমাৰ মৰমৰ গায়ত্ৰী বা...... বেলেগ অকন অনুভৱ। ভাল লাগিল বহু দিনৰ মূৰত জোনবাই জনী ওলাই আহিছে। এই যে আহিছে আমি আশা কৰিম আকৌ এনেদৰে সঘনাই দেখা পাবৰ বাবে।❤️ মৰম: বিশ্বনাথ।🙏
@ChefBBsKitchen
@ChefBBsKitchen 4 ай бұрын
Iman je bhal lagil Maitrayee ❤❤ aru Tinijoni ke khub dhunia lagise aru tinijoni ye moromor . Bihur xubheshya dei .
@rajumoran7131
@rajumoran7131 4 ай бұрын
সুন্দৰ। গোস্বামী ছাৰৰ কাম সদায় নিভাঁজ বিহু আধুনিকতা ৰহিত তাতে আকৌ মৈত্ৰেয়ীৰ কন্ঠৰে নিগৰিছে অপূৰ্ব হৈছে।
@user-ih3xh1zl2y
@user-ih3xh1zl2y 4 ай бұрын
গায়ত্ৰী বা অট’ত বহি জোনবাইৰ পৰ্বতৰ ঢেকীয়া গানটো মনত পৰি গ’ল নেকি বাৰু 😊 গায়ত্ৰী বা সদায় প্ৰিয় ❤️😍
@Dhirenkonch-ef2ug
@Dhirenkonch-ef2ug 4 ай бұрын
গায়ত্ৰী বা আকৌ কেমেৰা আগত দেখা দিয়া কোনে কোনে বিচাৰে লাইক কৰা🥰🥰
@user-fd1vn5rs7d
@user-fd1vn5rs7d 4 ай бұрын
1:43
@hemantabasumatary9307
@hemantabasumatary9307 4 ай бұрын
.be go fi gila truk xh❤cjs=iyfuf ,
@momigogoiofficial5210
@momigogoiofficial5210 4 ай бұрын
BB co TV
@bhagyasridas4058
@bhagyasridas4058 4 ай бұрын
Eman dhuniya lagise bihu ti xuni❤❤❤.. Gayatri ba uff agor junbai joniloi mnt pori gol🥺❤.. Aru gayika ba joni eman dhuniya lagise mat Tu o dhuniya aru xobdo bur eman dhuniyake byobohar krise ❤❤❤love from sualkuchi❤❤
@purbanchalassam
@purbanchalassam 4 ай бұрын
ভাল লাগিল । এটা নিভাজ বিহু শুনিবলৈ পালোঁ❤ লগতে গায়ত্ৰী বা ৰ পোনৰাগমন দেখি নষ্টালজিক
@cartoon5888
@cartoon5888 4 ай бұрын
Gayatri bak dekhi monto vl lagi gol❤❤❤ nd bhut duniya lagise hokoluke
@rimjhimdutta1722
@rimjhimdutta1722 4 ай бұрын
পোন প্ৰথমে মৈত্রেয়ী বাক জন্মদিনৰ অলেখ শুভকামনা জনালো। বিহুটো শুনি বহুতেই ভাল লাগিল.... বহু দিনৰ পাছত গায়িত্ৰী বাক দেখা পাই ভাল লাগিল। ❤❤❤
@NabaDas-s7y
@NabaDas-s7y 27 күн бұрын
Eman dhuniya lagie Tnq Gayatri baa Plz akow ebar ahi juwa
@Jinkismita45
@Jinkismita45 3 ай бұрын
Oh maaa. Gayatri baaa looks so beautiful
@surajdas6420
@surajdas6420 4 ай бұрын
Gaytri ba babe like
@jimpibora2344
@jimpibora2344 4 ай бұрын
গায়ত্ৰী বাক বহুত বছৰৰ বিৰতিৰ পাছত অভিনয় জগতত দেখি মনত বহুত আনন্দ পালোঁ ❤❤বা তোমালৈ ধন্যবাদ🙏❤️🥰গোলাঘাটৰ পৰা মৰম যাচিলোঁ ❤❤ ❤
@ankitabaruah6532
@ankitabaruah6532 4 ай бұрын
Bor dhunia gantu❤❤tate Gayotree bar acting.. Ufff junbai mnt pri gol🙏😍
@pinkiboruah9621
@pinkiboruah9621 3 ай бұрын
বহুত ভাল লাগিল ❤❤
@parashmonigogoi7470
@parashmonigogoi7470 4 ай бұрын
নটিফিকেশ্যন অহা লগে লগে চাব আহিছোঁ। নিজৰ জন্মদিনত নিজলৈয়ে শ্ৰেষ্ঠ উপহাৰচোন বাই😍 ভাল পালোঁ। ৰাগী লগা বিহু। ইমান নিভাঁজ। পকা ৰহিৰ সোৱাদতকৈও মিঠা সুৰৰ সমাহাৰ। ব'হাগ পকিবলৈ ইয়াতকৈ বেছি নালাগে আৰু বাই। এইষা ঝেং হৈছে দৌ❤
@kushalsaikia1214
@kushalsaikia1214 4 ай бұрын
জন্ম দিনৰ বহুত শুভেচ্ছা ।।
@bipulboruah6536
@bipulboruah6536 4 ай бұрын
Nice comment ❤❤❤
@frustratedtells6104
@frustratedtells6104 4 ай бұрын
04:09_04:11 সময় খিনিত জোনবাই লৈ মনত পৰি গল, কিমান যে ভাল লগা সময় আছিল সেইখিনি... পিছে ভাল লাগিল গান তো আৰু গায়ত্ৰী মহন্ত বা 👌❤️🧿
@ffnextlevel0.288
@ffnextlevel0.288 4 ай бұрын
Assamese curs gaytri baa ❤❤bhut Val lagil xokoluke bahut Val lagil
@b___creation
@b___creation 3 ай бұрын
মজালাগিলচাই ❤❤❤❤❤🎉🎉🎉🎉🎉😊😊😊😊
@supriya2975
@supriya2975 4 ай бұрын
মৰমৰ মৈত্রেয়ী বা, ওপজা দিনৰ অলেখ অযুত শুভকামনা জনালোঁ। মই ভাবো এই দিনটো অসম তথা অসমীয়া সংগীত জগতলৈ এক উপহাৰ। আগলৈও এনে সুন্দৰ গীতৰ বাবে অপেক্ষা কৰিম। ❤❤ মৰমেৰে, পাঠশালাৰ পৰা সুপ্রিয়া❤
@leelawatidekabaruah4057
@leelawatidekabaruah4057 4 ай бұрын
বৰ সুন্দৰ কণ্ঠ। গায়ত্ৰী মহন্ত আৰু চুমকী কচাৰীৰ মন পৰশা বিহু নাচ। ভাল লাগিল তোমাৰ নতুন গীতৰ সমাহাৰ। আশীৰ্বাদ কৰিছো। ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ ❤
@suvalakshmisaikia7659
@suvalakshmisaikia7659 4 ай бұрын
Bohut bohut dhunia... Bihu bihu lgi gol gaat... Ajikali r odvut bihu bur r pora totally unique, traditional bihur xurere bohut bhal loga ata bihu
@sangitaborah5519
@sangitaborah5519 4 ай бұрын
অতি সুন্দৰ মৈত্ৰেয়ী বা উফ আপোনাৰ কন্ঠ ❤ লগতে গায়ত্ৰী বাক আকৌ এনেদৰে দেখা পাই খুব ভাল লাগিল। এতিয়াহে বিহু বিহু লাগিছে গাত ❤❤
@AssamkaAwesome__
@AssamkaAwesome__ 4 ай бұрын
কেতিয়া সুনিম কেতিয়া শুনিম বুলি আজি পালোঁ শুনিব 💟
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 4 ай бұрын
বাইদেউ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤অসমবাসীৰ লৈ মৰম যাচিলো🙏❤️
@NikumoniDeka-rr7zq
@NikumoniDeka-rr7zq 4 ай бұрын
Gayatri ba 😭😭bhut miss kri asilo ba....ako ahar babe bhut vl lgise.....ba adin osarar pra lg pb bhut mn ase.....apnar cinema moi kiman je sai thku....🥰🥰 Love you ba..😘😘
@parijatpriyadarshini576
@parijatpriyadarshini576 Ай бұрын
Love Maitrayee's voice, it's unique and sweet
@niharika381
@niharika381 4 ай бұрын
Aiooo junbai jni.....🥹❤️ গানটো অতি সুন্দৰ হৈছে বা....🎉❤
@barasadas4696
@barasadas4696 4 ай бұрын
জোনবাইৰ জোনালী ❤️🔥
@bishnurampatar9239
@bishnurampatar9239 4 ай бұрын
বঢ়িয়া। আগুৱাই যোৱা।।পাটৰ উপাধি কতো পোৱা নাযায় দেখিবলৈ।পাটৰ দেখি ভাল লাগিল।
@krishnahazarika7300
@krishnahazarika7300 4 ай бұрын
Xodai nostalgic deii...agor din bur agor poribex bur bor bhal asela.,..music video Tu sai bohut bhal lagil
@okokgirlmetlalagirl
@okokgirlmetlalagirl 4 ай бұрын
Seeing Gayatri ba back gave flashbacks of my childhood memoriess, thank you ba
@AnganMusic
@AnganMusic 4 ай бұрын
Litreally after years...gayatri baa is still as beautiful as jonbai 😭❤️
@nilakhigohain1511
@nilakhigohain1511 4 ай бұрын
Gayatri baa k ako abar dekha pai bht vl lgl❤️👌
@nilakshinath4845
@nilakshinath4845 4 ай бұрын
Khub dhuniya ❤️
@helinacreation4840
@helinacreation4840 4 ай бұрын
Hosake Gayatri baak dekhilei agor axomiya cinema loi mont pore 🥺💕😍🌼
@sgogoi459
@sgogoi459 4 ай бұрын
সুন্দৰ🎉🎉 ধুনীয়া হৈছে❤❤ গায়ত্ৰী বাৰ পুনৰ আগমন...👌👌 শুভেচ্ছা থাকিল সকলোলৈ......
@niki-pb3lx
@niki-pb3lx 4 ай бұрын
gayatri ba mur priyo❤️❤️...akw dkhibo pai bor vall lgise❤️
@monuromapator7700
@monuromapator7700 4 ай бұрын
Bhal lagil gantu ❤
@jubinburagohain9063
@jubinburagohain9063 4 ай бұрын
জন্ম দিনৰ অলেখ শুভেচ্ছা জনালোঁ বা🎉🎉 ভাল লাগে আপোনাৰ কণ্ঠ লগতে লিখনি ।। আগুৱাই যাওঁক সপোনৰ শীৰ্ষলৈ তাৰে কামনা কৰোঁ এজন আপোনাৰ অনুৰাগী বা ভাইটি হিচাপে
@RohitR12474
@RohitR12474 4 ай бұрын
বহু আশাৰে বাট চাই আছিলো। গীতটি বিচাৰে ধৰণে অকণমান কৰবাত নাপালোঁ। সেয়া আপোনাৰ দোষ মুঠেও নাই। এইয়া মই বেছি আশা কৰাৰ বাবে যেন এনে অনুভৱ হৈছে। কথা হ'ল অভিনেত্ৰী গায়ত্ৰী বাৰ। বাক বহু আগৰ পৰাই দেখি আহিছো। অভিনয়ৰ ক্ষেত্ৰত একো নকওঁ। বহু দিন বিৰতিৰ পাছত যে পুনৰ উভতি আহিছে সেয়াই আমাৰ বাবে এক উপহাৰ। গীতটি সকলোৱে আদৰি লব বুলি মোৰ বিশ্বাস। শুভেচ্ছা থাকিল 🎉
@kabyashreeborah5621
@kabyashreeborah5621 4 ай бұрын
Khub dhuniya kontho❤❤gayoti bak khub val lge aru hkolubur khub dhuniya hoise ❤️ ❤️ ❤️
@AdmiringBabyTurtles-mo2zz
@AdmiringBabyTurtles-mo2zz 4 ай бұрын
Bohut Val lage ❤❤❤😊😊
@biswajit_kalita_
@biswajit_kalita_ 4 ай бұрын
ধামাকা টো এইটোহে আছিলে 🔥❤ শুভেচ্ছা থাকিল বা
@biswajyotiarandhara9402
@biswajyotiarandhara9402 4 ай бұрын
খুব সুন্দৰ হৈছে উপস্থাপন শৈলী ❤❤
@simantasvlogs1647
@simantasvlogs1647 4 ай бұрын
মোৰ মৰমৰ গায়ত্ৰী বা ❤
@simagogoigogoi6671
@simagogoigogoi6671 4 ай бұрын
Ghh😊
@___dikshajyoti___
@___dikshajyoti___ 4 ай бұрын
জন্ম দিনৰ বহু বহু শুভেচ্ছা আৰু মৰম থাকিল বা.. বাকি আপোনাৰ গানবোৰ সদায় প্রিয়❤🌻 চিৰসেউজ
@hriyankouraagmusic4080
@hriyankouraagmusic4080 4 ай бұрын
Uff maitrayee baar kontho😍 aru gaietry baa, chumki baar Abhinoi tu nkoue aru😍❤️ Bohut bohut morom hokoluloi❤
@monujkumar9505
@monujkumar9505 4 ай бұрын
Gayatri baa...🔥🔥🔥 Bht dinr murt
@sampriteegoswami5790
@sampriteegoswami5790 4 ай бұрын
অধীৰ অপেক্ষাৰ অন্তত গীতটি শুনিবলৈ পালো। ধন্যবাদ মৈত্ৰেয়ী বা, ইমান সুন্দৰ বিহু গীতটি আমাক উপহাৰ দিয়াৰ বাবে ☺️❤️...
@parthapratimsaikia9353
@parthapratimsaikia9353 4 ай бұрын
5:23 Beyond forgery, beyond imitation, pure Home aesthetics! In Assamese we say, বুকুখন বিষায় গ'ল (make my heart skip a beat!), this video made me feel that. বিহুৰ বতৰত ঘৰৰ পৰা দূৰত থকাৰ দৰে দুখ নাই । আৰু গায়াত্ৰী বা ❤
@KailashPathak-oe1bp
@KailashPathak-oe1bp 4 ай бұрын
গায়ত্ৰী বাক অনা বাবে ধন্যবাদ .....সৰুৰ পৰা প্ৰিয় গায়ত্ৰী বা.....❤❤
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam 4 ай бұрын
Bohut val lagil baa ❤❤❤😊❤❤❤ grati baa val lage 😊😊
@everythingispossible7947
@everythingispossible7947 4 ай бұрын
ককাইদেউ সকলে ভুল নাভাবিব নামতিয়ে ধনে কাঢ়িনিলে মন অৰ্থাত টকা-পইচা কথাহে কৈছে । সজাগ -সচেতনে আগ বাঢ়িব। ❤
@tanmayhandique_
@tanmayhandique_ 4 ай бұрын
😆, হয় জানো চেনাই নাম হে চাগে ধন
@kapilsonowal6289
@kapilsonowal6289 4 ай бұрын
Old is always gold❤@Gayatri mahanta ba❤❤
@JutikaDeka-bg3vb
@JutikaDeka-bg3vb 4 ай бұрын
Mojja ❤❤❤ advance happy bihu 💖❤️👍❤️💖
@kuldiprabha2921
@kuldiprabha2921 3 ай бұрын
গায়ত্ৰী বাক বাছনি ৰূপত দেখা পাই বহুত ভাল লাগিল।
@Nabajyoti551
@Nabajyoti551 4 ай бұрын
Nice song🎵😊😊😊
@drishtipriyarabha5894
@drishtipriyarabha5894 4 ай бұрын
পেঁপাটি লৈ যদি ৰাগ ঐনিতম দা ওলাল হয় 🥺❤️
@MatoSaikia
@MatoSaikia 4 ай бұрын
ময়ো ভাবিছো।ভাবিছিলো ৰাগ বুলি
@mainaa504
@mainaa504 4 ай бұрын
Bor dhuniaaa lagisee❤❤ 3goraki e priyooo
@rajdeepbharali272
@rajdeepbharali272 3 ай бұрын
Sooo good to see Gayatri Mahanta after soooo long.... childhood crush
@latestassamese.....
@latestassamese..... 4 ай бұрын
গায়ত্ৰী বাৰ কাৰণে এটা like
@user-jr2gr1po5y
@user-jr2gr1po5y 4 ай бұрын
Bhut vll lagise di gt baaa k dekhi sunki baaa dhuniya
@VlogRekha
@VlogRekha 4 ай бұрын
Gayatri mahanta baa k bisari ahilu sei❤baki br dhunia hse❤
@CricketGuruAssam
@CricketGuruAssam 4 ай бұрын
IPL LOVERS ATTENDENCE HERE ❤❤❤❤💜💜🧡🧡🧡🧡💛💛💛💙💙💙
@haritrikropihkropi8011
@haritrikropihkropi8011 4 ай бұрын
Toi sobote eta comment a koribo aho neki
@jibanbhadra1176
@jibanbhadra1176 4 ай бұрын
@kushalsaikia1214
@kushalsaikia1214 4 ай бұрын
বিহু মেইন
@rajeshhazarika1663
@rajeshhazarika1663 4 ай бұрын
​@@kushalsaikia1214akdom
@SangitaYein
@SangitaYein 4 ай бұрын
Iyat ipl r attendance kt ahile 😅😅 Just enjoy this song❤❤
@deepjyoti5917
@deepjyoti5917 4 ай бұрын
CSK lover like here ❤
@Deepjyoti_
@Deepjyoti_ 4 ай бұрын
IPL sabole oha nai yat ... mokkel nk
@rahuldoley2456
@rahuldoley2456 4 ай бұрын
Rcb
@Jaanhazarika262
@Jaanhazarika262 4 ай бұрын
Lsg
@user-qg1ri4jz7c
@user-qg1ri4jz7c 3 ай бұрын
After a long time.... Finally favorite bihu gaan tu.... ❤❤
@rupakdas3927
@rupakdas3927 4 ай бұрын
Bahut bahut dhuniya
@kyakhayalhai4064
@kyakhayalhai4064 4 ай бұрын
গায়ত্রী বাক বহু দিনৰ মূৰত দেখা পাই সঁচাকৈ বহুত ভাল লাগিল।।
@j.bhuyan
@j.bhuyan 4 ай бұрын
gayatri baak eman dinor murot dekhi bohut bhal lagil dei.
@KangkanNath-cb2mk
@KangkanNath-cb2mk 4 ай бұрын
Xosake dhuniya hoise❤❤ ane bihu xunile gourav koru axomiya buli..
@user-tn3ww1vz7y
@user-tn3ww1vz7y 4 ай бұрын
Dhuniya lagise❤
@tilumonilahon1323
@tilumonilahon1323 4 ай бұрын
গায়ত্ৰী বা আপোনাক আকৌ এনেকৈ দেখি বহুত ভাল লাগিল।
@user-hi4gt8pr4d
@user-hi4gt8pr4d 4 ай бұрын
Mojah 😘😘😘😘😘😘❤️❤️❤️❤️❤️🥰🥰🥰🥰🥰
@dipshikhatalukdar6384
@dipshikhatalukdar6384 4 ай бұрын
খুব ধুণীয়া...❤
@SewaliGogoi-vw3du
@SewaliGogoi-vw3du 4 ай бұрын
Nice i love this song ❤❤
@biswajitmajumdar5169
@biswajitmajumdar5169 4 ай бұрын
Ahaaaaa... Happiness ❤
@user-tl1tc2ly2u
@user-tl1tc2ly2u 4 ай бұрын
Wow super voice and song video editor mojja video very very nice ❤❤❤❤❤
@garimadas4704
@garimadas4704 4 ай бұрын
খুব ভাল লাগিল বা ❤
@LearnwithAdvocateHirushima
@LearnwithAdvocateHirushima 4 ай бұрын
Welcome back Gayetri Mahanta ba. So good to see you. You are one of the most beautiful lady. Maitri Pator proud of you. Extremely beautiful work done by you and your team. All the very best 💐👍🏻👍🏻
@shivanidevi1210
@shivanidevi1210 4 ай бұрын
Beauty bailung'r acting val lage heibuli sob music video, short film te ulua tu proyujon nohoi buli vabu...amoni lagi Jai
@priyankapanika-ns6mu
@priyankapanika-ns6mu 4 ай бұрын
বহুত ধুনীয়া লাগিছে।। ধুনীয়া বিহু গান এটা ❤
@kishorekangkan4343
@kishorekangkan4343 4 ай бұрын
বৰ ভাল লাগিল মৌ বা❤ ৷ প্ৰিয় অভিনেত্ৰী গায়ত্ৰী বা আৰু বাইলুং দৌস্তীক দেখি ধুনীয়া লাগিছে❤❤
@ankitasarania4252
@ankitasarania4252 4 ай бұрын
Oti hundor .. ❤❤
@sameerborkakati9835
@sameerborkakati9835 4 ай бұрын
Gaan tu bhut Val lagil je non stop khuni thakileu hapah nopolai
@kapilsonowal6289
@kapilsonowal6289 4 ай бұрын
Hokolu khini a vl lgil sai❤❤ voice tu vl lgil maitrayee ba
@hillygohainbaruah4140
@hillygohainbaruah4140 4 ай бұрын
Happy birthday Dear Maitrayee. And bohut dhunia lagil
@priyankakalita5102
@priyankakalita5102 4 ай бұрын
গায়ত্ৰী মহন্ত বা সদায় প্রিয়❤ আপোনাৰ পৰা আৰু ধুনীয়া ধুনীয়া কাম চাব বিচাৰোঁ।
@Mariaroy-z2w
@Mariaroy-z2w 4 ай бұрын
Dhone karhi Nile mon oti khundor hoise gantu ❤❤❤❤
@alimuliassam6405
@alimuliassam6405 4 ай бұрын
বৰ সুন্দৰ হৈছে দেই মৈয়ত্ৰী বা❤❤ গায়ত্ৰী বা আৰু চুম্কি/বিউটি বা ক দেখি আৰু বেছি ভাল লাগিল। সুন্দৰ বিহু উপহাৰ পালোঁ❤ #prakashbarman
@ananyagogoi471
@ananyagogoi471 4 ай бұрын
Gayatri baaa...akou uvoti ohar Babe dhonyobad...akou dekhi thaku jate tumak ba ❤ and song is awesome ❤❤❤
BIHUWOTI SORAI 2023 ll OFFICIAL 4K VIDEO ll RUPALI KASHYAP
6:55
RUPALI KASHYAP
Рет қаралды 1,8 МЛН
SCHOOLBOY. Последняя часть🤓
00:15
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 13 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 45 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 39 МЛН
SCHOOLBOY. Последняя часть🤓
00:15
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 13 МЛН