KETIYABA || MAA || Zubeen Garg

  Рет қаралды 569,239

Dhwani Records

Dhwani Records

Күн бұрын

Пікірлер: 943
@khaninhazarika6585
@khaninhazarika6585 3 жыл бұрын
Lets appriciate পাপু গগৈ ৷ শ্ৰোতা হিচাপে এই গানটোৰ ৭৭% ক্ৰেডিট আপোনালৈ ৷ আপুনি কোন সাধাৰণ শ্ৰোতাই নাজানে ৷ কিন্তু আমি জানোঁ ৷ ভগৱানে আপোনাক শত শত আয়ুস দিয়ক ৷ আপোনাৰ দৰে মানুহ জুবিন গাৰ্গক প্ৰয়োজন যিয়ে জুবিন গাৰ্গৰ সুৰ আৰু কথাসমূহক পূৰ্ণতা দিব জানে ৷ এনে এজন মানুহ আছিল উৎপল শৰ্মা ছাৰ ৷ কিন্তু সময়ৰ সোঁতত কিয় মানুহজনৰ লগৰ পৰা জুবিন গাৰ্গ আঁতৰি আহিল ই এক প্ৰশ্নবোধক ৷ মোৰ দৰে শ্ৰোতাক পাপু গগৈ উৎপল শৰ্মাৰ দৰে শক্তিশালী মানুহবোৰৰ পৰশ লাগে জুবিন দাৰ কন্ঠত ৷ কমেন্টটো জুবিন দাই যে পঢ়িব সেইটো মোৰ দৃঢ়বিশ্বাস ৷ জয়তু জুবিন সত্ত্বা ৷ জিন্দাবাদ
@nevelboy5418
@nevelboy5418 5 жыл бұрын
অতুলনীয় উপহাৰ মোৰ বাবে আপোনাৰ "মা" এলবাম্ খন জুবিন দা । প্ৰতিটো শব্দয়ে যেন কিবা এটা বুজাইছে ।
@nibirsaikiya4990
@nibirsaikiya4990 4 жыл бұрын
Perfect bro
@howsthejosh5914
@howsthejosh5914 5 жыл бұрын
জুবিন দা ইমান দাঙৰ উপহাৰ দিছে আপুনি ভাষাৰে বুজাব নোৱাৰোঁ। আপোনাকহে একো দিব পৰা নাই মাঠু ভগবানৰ ওচৰত এটাই প্ৰাঠনা কৰিম আপুনি ৰ্দীঘ আয়ুস হক। God bless You Zubeen Daa
@gautamzgrabha4054
@gautamzgrabha4054 3 жыл бұрын
সচাকৈ মইও ভাল পাও জুবিন দাক
@minkudeka9242
@minkudeka9242 4 жыл бұрын
মা এলবাম টো জুবিন দাৰ অমৰ স্ৰিষ্টি।। প্ৰতিটো শব্দ ই অৰ্থ বহুল ।।
@Hardworkingboy_manna
@Hardworkingboy_manna 5 жыл бұрын
জুবিন দা ভাষা নাই কবলৈ ❤️❤️🎤🎤😘old জুবিন গাৰ্গ back
@parshee_official5925
@parshee_official5925 5 жыл бұрын
Yes
@AZ-jf8jb
@AZ-jf8jb 5 жыл бұрын
কি সাংঘাটিক গান।। হৃদয় জোৰ পৰি গ'ল। East or West "Zubeen" is best....
@bhuyanbudhin6487
@bhuyanbudhin6487 5 жыл бұрын
🙏👍👍👍👍
@DAYDREAMING1234321
@DAYDREAMING1234321 5 жыл бұрын
This song deserved much more views and recognition. A masterpiece indeed.
@dhriman7773
@dhriman7773 2 жыл бұрын
Mur khong uthise aji! Disco bhonti aru autowala moi eibilak Or nisina gaanot Millions ot views dibo pare! Kintu Enekua MASTERPIECES etat okol 423K views! Chee this song deserves A lot more re😔
@partha2628
@partha2628 2 жыл бұрын
Bro val gane manuhar antar jikibo nuare. G bur fokotiya fatua gan xaiburehe ajir dinot val k hridoi jinibo pare. Amar manoxikota aibur
@gautamzgrabha4054
@gautamzgrabha4054 8 ай бұрын
Right. অসম খন অসম হৈ থকা নাই ও
@SchnEntertainment
@SchnEntertainment 5 жыл бұрын
যিটো গীতৰ বাবে অপেক্ষা কৰি আছিলো জুবিন দা....সচাঁকৈয়ে অতুলনীয়..সংগীতৰ ভগৱান..জয় জুবিন দা...
@smarteducation6641
@smarteducation6641 5 жыл бұрын
" মা" কেতিয়াবা একেৰাহে শুনিয়েই আছো! জুবিনদা কি সুন্দৰ গান লিখিলে অ! আজি ওৰে ৰাতি শুনিলেও আমনি নালাগিব!
@arupnat3467gmailcom
@arupnat3467gmailcom 5 жыл бұрын
Yes
@nabajyotimedhi8765
@nabajyotimedhi8765 5 жыл бұрын
এইজনক ভগৱান নকৈ কাক কম নু, , zubeen da 💖💖💖💖💖
@ramashrikalandi3434
@ramashrikalandi3434 2 жыл бұрын
Zubeen is 👑 King
@b2pnbg357
@b2pnbg357 5 жыл бұрын
জুবিন দা 'মা' এলবামটোৰ গান কেইটাত আপুনি কৰা কষ্টৰ কথা প্ৰতিটো শব্দই কৈ যায়। জয় জুবিন দা✊
@CDSPRODUCTION123
@CDSPRODUCTION123 10 ай бұрын
You are correct 💯
@pankajmazumdar2750
@pankajmazumdar2750 5 жыл бұрын
আপোনাৰ কণ্ঠ সূৰ্য হৈ থাকক❣️❣️
@jyotismoyborah8841
@jyotismoyborah8841 5 жыл бұрын
এতিয়াহে আগৰ জুবিন দাৰ গান গান লাগিছে।।।এক কথা মজ্জা লাগিছে🔥🔥🔥🔥🔥👌👌👌।।।আগলৈ পৰাজয় ফুকনৰ সস্তীয়া গানবোৰ নাগালেই ভাল পাম
@pankajadevi3333
@pankajadevi3333 5 жыл бұрын
ভাষা নাই জুবিন দা বহুত বহুত বহুত ধুনীয়া গান ।।।।। কি সুৰ কি কথা শুনিলে শুনি থাকিব মন যায়💖💖💖
@bornaliburagohain1811
@bornaliburagohain1811 5 жыл бұрын
দুখ সুখৰ ৰাতি কেইটাৰ সংগী হবলৈ বৰ ধুনীয়া গান উপহাৰ দিলে আমাক জুবিন দা
@kasankakalita7975
@kasankakalita7975 5 жыл бұрын
I was exited for this song....এই গানটো নিজেই এটা ধুমুহা.... Heart touching voice , lyrics , composition.... Salute the God of music the living legend Zubeen Garg.... 💜💜💜
@nayan.j
@nayan.j 5 жыл бұрын
আস্‌ এইটোৰ কাৰণে পাগলা হৈ আছিলো!! বহুত ধন্যবাদ ❤️🖤🖤
@nibirjonak2984
@nibirjonak2984 5 жыл бұрын
এইটোও ফিৰিকেল নাহিল!
@rishangshurajborah4228
@rishangshurajborah4228 5 жыл бұрын
মইও দেই
@nayan.j
@nayan.j 5 жыл бұрын
@@rishangshurajborah4228 লাইভ শ্ব’ত চাই চাই অধৈৰ্য্য হৈ আছিলো৷ 🤣🤣
@nayan.j
@nayan.j 5 жыл бұрын
@@nibirjonak2984 এইটোৰ ভিডিঅ’ শ্বুট কৰায়ে নাই কিজানি😂😂😂
@rishangshurajborah4228
@rishangshurajborah4228 5 жыл бұрын
@@nayan.j কেতিয়াবা লাইভ show ত গোৱা দুখোৰকে গুণগুণাই থাকোঁ
@mixmystery7118
@mixmystery7118 2 жыл бұрын
দাদা তুমি সচাই অনন্যা । তুমি মানেই অসম আৰু অসম মানেই তুমি। তুমি অসমৰ গৌৰৱ, তুমি অসমৰ স্বাভিমান। কেতিয়াবা এনে লাগে তুমি নোহোৱাকৈ কেনেকৈ থাকিম আমি!! সদায় আমাৰ মাজত এনেকৈ আমাৰ জীয়াই থকাৰ উশাহ-নিশাহৰ দৰে হৈ থকা দাদা ।❤️❤️
@ansumansarmah6076
@ansumansarmah6076 5 жыл бұрын
Muthote zubeen dar Homan aru kunu hbo nuware.....joiiii zubeen da. .
@BELIEVEINSALMANISM
@BELIEVEINSALMANISM Жыл бұрын
মই পাপন দাৰ ভক্ত কিন্তু যেতিয়া জুবিন দাৰ কিছুমান সংগীতে বুকুখন খাই পেলায় , হৃদয় চুই যায় , মন শীতল হয় .., যেনে - কেতিয়াবা , কোৱাচন এবাৰ , মায়াবিনি , মায়া , অগ্নিবিনাৰ তান, বাউলী ধুন
@everydayeverythingeveryone8550
@everydayeverythingeveryone8550 2 жыл бұрын
"মই এইটো কি গান লিখিলোঁ আপোনালোকে ১৫ বছৰ পিছত গম পাব" - জুবিন দা
@riturajbaruah399
@riturajbaruah399 Жыл бұрын
you are a big tripper....living GOD....AMI BUJI PALEI HOL...PLZ MEAN IT...
@rathinrabha7347
@rathinrabha7347 Жыл бұрын
Lovely song Zubeen Da ❤️❤️❤️❤️❤️❤️❤️
@Frustratedmitu
@Frustratedmitu Ай бұрын
সময়তকৈ আগত যাব পৰা এটা শক্তিৰ নাম জুবিন ❤
@nitulborah6427
@nitulborah6427 5 жыл бұрын
Eman high note zubeen Daa r bahire kuneo val ke tanibo nuware ..... love you zubeen Daa , video tu dile ru val lagil hoi.
@howsthejosh5914
@howsthejosh5914 5 жыл бұрын
মোৰ দৰে কোন কোন জুবিন পাগল আছা যিজনে গানটো শেষ পোৱাৰ পিছত বাৰে বাৰে শুনি আছে
@parthajitdas5002
@parthajitdas5002 5 жыл бұрын
Mio suni asu.. Blg gn suna a ni
@rubulkalita5531
@rubulkalita5531 5 жыл бұрын
Moi 20 bar man xunilu
@bulwould3324
@bulwould3324 5 жыл бұрын
@ashiquesports7734
@ashiquesports7734 5 жыл бұрын
অন্তৰত চুই গৈছে 💖💖💖
@DeepshikhaBaruahMusical
@DeepshikhaBaruahMusical 5 жыл бұрын
Moi
@minhafijulhoque3598
@minhafijulhoque3598 Жыл бұрын
যেতিয়া কাষত কোনোৱেই নাথাকে তেতিয়া Headphone ডাল আৰু Zubeen দাৰ গানেই যেন সাৰথি হৈ পৰে 💙✨🥀
@Frustratedmitu
@Frustratedmitu Ай бұрын
সেইবাবেই চাগে জুবিন গাৰ্গ ব্যতিক্ৰম । গান কেইটা প্ৰায়েই Spotify ত শুনা হয় কিন্তু আজি ইউটিউবত শুনি শুনি কমেন্ট পঢ়ি আছোঁ। জুবিন গাৰ্গ এটি নাম নহয়, এটি শিহৰণ, এটি উন্মাদনা ❤
@tikendrajitrajbongshi6255
@tikendrajitrajbongshi6255 5 жыл бұрын
এতিয়ালৈ গোটেইকেইটা গীতৰে কথা সুৰ বৰ ভাল পালোহে দাদা । মন জুৰ পৰি গ'ল | ডানলোড কৰি লৈছো ৰাতিটোৰ সংগী কৰি ।
@yourbeautifulworld
@yourbeautifulworld 2 жыл бұрын
জুবিন আমাৰ সুখ দুখৰ কাহিনী। সদায় অমৰ হৈ থাকক। ভাল লাগে কিবা এটা। নাজানো আৰু জানিব ও নুখুজোঁ।
@Htalukdar_Superintendentoftax
@Htalukdar_Superintendentoftax 5 жыл бұрын
Agor zubeen da ghuri ahisee...ki lyrics...ki composition...💕💕
@bipinmukhiya6035
@bipinmukhiya6035 3 жыл бұрын
Ke batiya
@rimjhimbora7036
@rimjhimbora7036 5 жыл бұрын
After listening..... Kio gaan tu xes hoi gol jen lagise... Eai xur jen xuniei thaku.... Kaan t etiau baji ase.... Crazy about Zubeen da
@dhadkanofficial6948
@dhadkanofficial6948 3 жыл бұрын
এই গানত বহুত কথা কাহিনী উমাই আচে অকলো মানুহৰ কাৰণে জুবিন গাৰ্গ আমাৰ সকলোৰে মনৰ গুৰু! জয জুবিন গাৰ্গ গুৰু তুমিহে আমাৰ ঈশ্বৰ😭😭😭😭🤦‍♂️🤦‍♂️🤦‍♂️🤝🤝🤝
@kaushikchoudhury3861
@kaushikchoudhury3861 5 жыл бұрын
এনেকুৱা গীত শুনিবলৈ পালে অসমীয়া সংগীতৰ শ্ৰোতা হিচাপে গৰ্ব অনুভৱ কৰিবলৈ সমৰ্থবান হওঁ ।
@sikhuraaj3494
@sikhuraaj3494 4 жыл бұрын
One of the best song ever.. Joi Zubeen daa ...my legend
@lakshya5572
@lakshya5572 4 жыл бұрын
মনটোক কিবা এটা বুজাব নোৱাৰা শিহৰণে জোঁকাৰি যাই । হে শিল্পী তুমি বহু যুগৰ , অতীতৰ বৰ্তমানৰ অনাগত ভবিষ্যতৰ , তোমাৰ গান বোৰ আমাৰ প্ৰানত জিয়া হৈ থাকিব সদায়ে ।
@mriduljyotidoley6002
@mriduljyotidoley6002 5 жыл бұрын
Awesome song by the music legend & god of music zubeen da.. The feelings of zubeen da's with this song is really coming out fluently... N I imagine 🤔how was the singing position of Zubeen da's at the time of recording......!!really u r god of music..
@অসমUjjal
@অসমUjjal 10 ай бұрын
5.4 lakhs views and juat 15k like . Aya naki zg fan 😢 aitu gaan vl koi headphones logai xuniba sun goosebumps ahi jabo. Nom xiyori uthibo. Zubeen Dai stage program nokori Adingaan gabo Mon ni bule kowai bohut a bya paise but moi kobo khuju zubeen Dai vul korile o ako vul nohoi. Teu Amar Babe manuh nohoi bhogoban r gift hoi ❤❤❤❤❤❤
@sankaradhikary3454
@sankaradhikary3454 5 жыл бұрын
Uncommon song zubeenda... xuni a thakibo mon jai gan2... nice song love you zubeendaa
@DebeswarPradhan-ow4wz
@DebeswarPradhan-ow4wz 2 ай бұрын
১৫ বছৰ পিছত আকৌ ১৫ বছৰ পাৰ হৈ যাব। জুবিন গাৰ্গৰ কণ্ঠ একেই থাকি যাব। সচাকৈ বহুত বুজিব বাকী আছে এই গীতত। ❤❤❤
@manikmixturevoice767
@manikmixturevoice767 5 жыл бұрын
'মা' album ৰ গীত অতুলনীয় জুবিন গাৰ্গ দা আপোনাক শতকুতি প্ৰনাম এনে গান উপহাৰ দিয়াৰ বাবে ধন্যবাদ ।
@rahulzgrock7739
@rahulzgrock7739 5 жыл бұрын
Joi zubeen da nyc song zubeen da
@utpalsaikia4976
@utpalsaikia4976 5 жыл бұрын
আপোনাৰ দ্বাৰা সৃষ্ট আটাইতকৈ শ্ৰেষ্ট গীত ৷
@parthahazarika1554
@parthahazarika1554 5 жыл бұрын
ভাষাৰে বুজাব পৰা নাই অ জুবিন দা । আকৌ অনামিকাৰ গীত গোৱা জুবিন দাক বিচাৰি পাইছো । আপোনাৰ এই গানটো live শুনিছো ।
@nitubaruah4695
@nitubaruah4695 5 жыл бұрын
এয়াই জুবিন দা।। মানুহ মৰি মৰি জনম ললেও অসমত এনেকুৱা গায়ক নোলাই আৰু।।।
@malabikasaikia8068
@malabikasaikia8068 5 жыл бұрын
সঁচাকৈয়ে বৰ সুন্দৰ হৈছে প্ৰতিটো গীত। ধন্যবাদ জনালো জুবিন দা।
@rajiblochan597
@rajiblochan597 5 жыл бұрын
বহু ৰাতি বহু দিন শান্তি শব্দত গুঞ্জৰিত হৈ থাকিৱ মোৰ চৌপাশ।
@tutugarg7325
@tutugarg7325 5 жыл бұрын
এতিয়ালৈকে এইটো বেষ্ট...আগৰ কেইটাত কোনোবাখিনিত অলপ কিবা কম পোৱা যেন লাগিল..but all the composition are great....সুৰৰ ৰজা তেঁওয়ে..always luv you...😍😍
@rubulkalita5531
@rubulkalita5531 5 жыл бұрын
Maa album khn eman dhuniya hoise,,, xosai bohut vl lagise Geet keita
@ranjanthakur1537
@ranjanthakur1537 5 жыл бұрын
moi aei gan tu bare bare hunu,besike rati ru pua ratipua...aei gan tu vlke bujibo hole manuhor jibonot ki ki hoi Jai hetu nijok loi bujibo lagibo,Ami ru bhutt jibonot bujibo ase kintu moi eta udahoron hisape dibo bisarisu,amak prokitiye jibontut bhutt dise kintu ami prokitik kiman dibo paru hetuhe asol ktha..etu okol moi ji buji paisu moi likhisu aei ganor katha...what is life? zubeen da very very thankful for your great lyrics and compose✍️..we are proud of you🙏
@shilpadevi638
@shilpadevi638 5 жыл бұрын
Wahh...hridoy suii juaa gann...😶
@অসমUjjal
@অসমUjjal 10 ай бұрын
Proti tu word a ga r nom xiyori uthai. ❤❤❤😊
@rumakshikhaund4445
@rumakshikhaund4445 5 жыл бұрын
Th mosttt heart touching song of this album😍 Love you Zubeen daa❤️❤️❤️
@tanishkakalita3377
@tanishkakalita3377 5 жыл бұрын
Xosai dei dada..... ei gaantut moi bisari paisu 90'sor xei bindas dhemeliya ZUBEEN GARG'ok.... Jak ji dilei phali disil... mator magic tu... anekua gaan lage muk dada.... thank you... the mysterious ZG... ❤🙏
@bhaskarnath9498
@bhaskarnath9498 5 жыл бұрын
Maa album r aataait koi val loga gaan tu... love the style of the music, up scale to low.... superb. Love you zubeen da
@bhaskormusic
@bhaskormusic 5 жыл бұрын
তুমি জুবিন অনন্য । তোমাৰ এই স্হান হয়তো কোনেও পূৰ কৰিব নোৱাৰিব । সংগীতৰ এই জগতখনক আৰু শক্তিশালী কৰি যোৱা আৰু অসমবাসীক এনেকুৱা সুন্দৰ সংগীতৰ উপহাৰ দি যোৱা তাকেই কামনা কৰিলো ।
@rajraktimkonwar1068
@rajraktimkonwar1068 5 жыл бұрын
First album anamika feeling ahise.. He is back🍁✔
@rupshikhasaloi4537
@rupshikhasaloi4537 4 жыл бұрын
Zubeen daa mane bhogoban. Bhogoban mane zubeen daa. Axomor ratna😍😍😍💞💞💞💖💘💞💖💞💞💖
@gautamkumarbora7987
@gautamkumarbora7987 5 жыл бұрын
Jui ekdom...🔥🔥🔥💣💣💣❤️❤️❤️
@be_happy936
@be_happy936 Жыл бұрын
"moi aito ki gaan likhilo, aapunaloke 15 years pishat gom pabo"- ZG. Joi Zubeen daa
@bhanitadevi9445
@bhanitadevi9445 5 жыл бұрын
উফ্... ভাষা নাই.. প্ৰতিটো শব্দয়ে বুকুৰ সিপাৰ চুই গ'ল.. Luv ZG 💓
@dhanjitkalita5560
@dhanjitkalita5560 5 жыл бұрын
Love you zubeen da..😘
@fatikbiswasofficial1446
@fatikbiswasofficial1446 5 жыл бұрын
সঁচাই অন্তৰ চুই গ'ল...💓💓
@jyotishmanbora6555
@jyotishmanbora6555 5 жыл бұрын
India r top voice or 1 no .. ot zubeen da ase ... love you zubeen da
@parthapratimsaikia1011
@parthapratimsaikia1011 5 жыл бұрын
Dada r gaan e direct heart touch kore.. Always the best....
@bijudas4020
@bijudas4020 4 жыл бұрын
Ufff kihor prokhngkha korim..... Sobdor ne xuror ..ne konthor .... ne usssaronor ...ne music r ... ne feelings .... aru je kiman ki...❤❤❤❤❤❤❤
@khaninhazarika6585
@khaninhazarika6585 5 жыл бұрын
This Song Deserves Billion likes. . . মা এলবামৰ আটাইতকৈ শ্ৰেষ্ঠ গীত ৷ বাকীকেইটা মিলিয়নৰ আশে পাশে কিন্তু এই গীতটি কিয় 270k ৰ ক্লাবত ? Share Maximum. . . .
@mridultalukdar7913
@mridultalukdar7913 2 ай бұрын
কিছুমানে শুনিব ভয় কৰে এই সৃষ্টি
@uparu4515
@uparu4515 5 жыл бұрын
Moi bhabi aasu apuni nohowa hole aamar ki hl hoi...Zubeen da ...nedekha jone apunak axo bosor xushwasthya tare jiyai rakhok.
@manojbaishya3621
@manojbaishya3621 5 жыл бұрын
Ki kom.. Vbi poa nai..huni asu huniei asu.. Zubeen da luv you ❤️
@rgadvanture6249
@rgadvanture6249 5 жыл бұрын
Zubeen daa Apunr ma Albumr gaan huniboly bhuut dinor pora roi axilu ... Apunk bhuut vl paw zubeen daaa ... Love u
@bimalritu9252
@bimalritu9252 5 жыл бұрын
Zubeen da r Maa yei album r ketiaba.. Bhut dhunia gaan, katha xur... Congratulation zubeen da
@pinkysharma2915
@pinkysharma2915 5 жыл бұрын
Another superhit song from the album *Maa* 😍😍... Uuff what a lyrics 🔥🔥 ..grand salute to You zubeen da...😘❤
@pitambarjoshi9615
@pitambarjoshi9615 5 жыл бұрын
Ohh bohut bohut dhuniya gaan to zubeen daa purana zubeen daa is back.. Love u
@nirajmishra2696
@nirajmishra2696 5 жыл бұрын
For me...this is the best composition from "MAA"
@rajdweepdk1536
@rajdweepdk1536 5 жыл бұрын
Zubeen is back love ❤😘❤😘eww dada
@mritildeka8965
@mritildeka8965 5 жыл бұрын
I am not play this song yet but I put my thumb to the like button bcz I know zubeen da never disappointed me ...😊😊
@mukutdeka7436
@mukutdeka7436 5 жыл бұрын
Mjahhh lgxe... Boht kiba kibi bixari Pau zubeen dar ganot... Ononya sristi... Boht vl lgil huni.
@nomadic_dhrubam
@nomadic_dhrubam 5 жыл бұрын
মা এলবামটো এটা এলবাম নহয়, আমাৰ নিচিনা কিছুমানৰ ৰাতি হেডফোনৰ gf ৰ মাতৰ সলনি লগৰী, 2nd paragraph টো বেছিকৈ ভালপোৱা মোৰ নিচিনা আৰু কোন কোন আছে??
@SilentKiller-tx3uh
@SilentKiller-tx3uh 5 жыл бұрын
Xosakoi ai
@bikrampatar6524
@bikrampatar6524 5 жыл бұрын
oo
@rupakraymedhi3672
@rupakraymedhi3672 5 жыл бұрын
Akdom xasa katha....
@pranjitbarman7485
@pranjitbarman7485 5 жыл бұрын
Moi
@nibeditadas2072
@nibeditadas2072 5 жыл бұрын
🙋
@Hungrybird2
@Hungrybird2 5 жыл бұрын
Waoooooooo... Mind blowing
@shamimaktar9664
@shamimaktar9664 4 жыл бұрын
জয় জুবিন দা। জয় জীৱন।। ♥️♥️♥️
@anuragboruah4306
@anuragboruah4306 5 жыл бұрын
গোটেইকেইটা গানেই একদম সুন্দৰ হৈছে। আগৰ জুবিন দা ঘূৰি আহিছে।
@nayanboruah3816
@nayanboruah3816 5 жыл бұрын
Awsm dada awsm😍😍😍 Blockbustr dada🔥🔥🔥🔥
@DD-gk9nf
@DD-gk9nf 4 жыл бұрын
. . . there's no yardstick to measure such quality of singing... To put in in one word "Divine"
@dsharma4742
@dsharma4742 5 жыл бұрын
One more super hit ❤❤❤ Zubeen Da❤
@shyamolidevi7841
@shyamolidevi7841 5 жыл бұрын
কি সুন্দৰ গীত...ভাষা নাই ক'বলৈ...শুনিয়েই থাকিম যেন ৷৷ এক অনবদ্য উপহাৰ ৷৷
@dhhddhhhd4160
@dhhddhhhd4160 5 жыл бұрын
The old zubeen garg is back Luv u zubeen daa
@hemantabakalial2899
@hemantabakalial2899 5 жыл бұрын
Ai geet tue Amanixa Xare aase r feel die... Hundor composition da. ❤️❤️❤️
@pikugogoi1664
@pikugogoi1664 5 жыл бұрын
Bohut hundor gaan...love u so much Dada...
@destiny67
@destiny67 5 жыл бұрын
At last😍😍😍.... ei gaan tur karone iman din opekhya korar harthokota onuvob korisu ... marvelous 👌👌👌
@mrinalkalita2701
@mrinalkalita2701 5 жыл бұрын
every word is meaning full. ..love you broda....💝💝💝
@apuzdeka
@apuzdeka 5 жыл бұрын
ইমান সুন্দৰ,শব্দবোৰে বহু কথা বুজাই যায়।।
@abhijit3787
@abhijit3787 5 жыл бұрын
1:43 Oh my god Zubeen da apunar Scale... Bht val val gan bosor tur aromvonite di dile amak...akha koru atia atleast fokotia gan bur bndh hb.. 2019 is only for good Assamese Song.
@jafrulhassan9137
@jafrulhassan9137 5 жыл бұрын
এই গানটোৰ কাৰণে ৰৈ আছিলো. মনতো জুৰ পৰিলে.
@MadhuryaGoswami
@MadhuryaGoswami 5 жыл бұрын
The vintage zubeen garg is back...
@dipankarbori7130
@dipankarbori7130 5 жыл бұрын
Zubeen Da hodai tumi tenekaai Aagbarhi thkaa..Lots of Respect & Love
@sushantbharali8970
@sushantbharali8970 5 жыл бұрын
Oh! What a song😍 Zubeen da 💜
@lakhyajyoti2120
@lakhyajyoti2120 2 жыл бұрын
কি কম জুবিন দা কবলৈ ভাষা নাই আপোনাৰ নিচিনা কোনো হব নোৱাৰে love you❤❤
@jainiamin8807
@jainiamin8807 5 жыл бұрын
zubeen the is the best... proud to be Assamese 💐
@digantadiganta7875
@digantadiganta7875 5 жыл бұрын
ইমান ধুনীয়া কথা সুৰ স্ংগীত
@juliedeka1512
@juliedeka1512 5 жыл бұрын
Back to back hit Zubeen da akw agor form'ot 🖤❤️
@rishangshurajborah4228
@rishangshurajborah4228 5 жыл бұрын
সুন্দৰ জুবিন ককাইদেউ........💪💪💪
@sikhamonisaikia9672
@sikhamonisaikia9672 5 жыл бұрын
Bohut vl lagili🤗🤗
@samujjaldas6119
@samujjaldas6119 5 жыл бұрын
This one is beyond the legendary MAYABINI. He created a landmark..one will have to think beyond this work to be a legend..
POPIYA TORA || MAA || Zubeen Garg
4:17
Dhwani Records
Рет қаралды 14 МЛН
Шок. Никокадо Авокадо похудел на 110 кг
00:44
Остановили аттракцион из-за дочки!
00:42
Victoria Portfolio
Рет қаралды 3,2 МЛН
NISUKONI GEET || MAA || Zubeen Garg
4:34
Dhwani Records
Рет қаралды 1,2 МЛН
Ganor din . . .  - Diganta Bharati
9:03
Diganta Bharati
Рет қаралды 10 МЛН
Mon Jai
10:47
Zubeen Garg Music
Рет қаралды 267 М.
MOR MAA || MAA || Zubeen Garg
5:35
Dhwani Records
Рет қаралды 621 М.
MOR MONORE KALPANAT || MAA || Zubeen Garg
4:07
Dhwani Records
Рет қаралды 4,9 МЛН
O Deuta By Zubeen Garg | Lyrical Video | Chiranjeeb Theatre
6:47
AC MULTIMEDIA
Рет қаралды 8 МЛН
Haro bahi || Rumal || Zubeen New Assamese popular song
11:24
Assam Tunes
Рет қаралды 3,9 МЛН