Dibrugarh Flood : জলবন্দী ডিব্ৰুগড়বাসীৰ ওচৰত হাত দাঙিলে বিধায়ক প্ৰশান্ত ফুকনে | N18V

  Рет қаралды 80,153

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Dibrugarh Flood | জলবন্দী ডিব্ৰুগড়বাসীৰ ওচৰত হাত দাঙিলে বিধায়ক প্ৰশান্ত ফুকনে। কৃত্ৰিম বানৰ পৰা ডিব্ৰুগড়বাসীক পৰিত্ৰাণ দিয়াৰ বিপৰীতে ৰাইজকহে দোষাৰোপ কৰিলে স্থানীয় বিধায়কজনে। ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হোৱা চাৰিবাৰৰ বিধায়ক প্ৰশান্ত ফুকনৰ মুখত এইবাৰ বৰষুণৰ হিচাপ।
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#dibrugarhflood #assamflood
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 220
@bibekkonch6343
@bibekkonch6343 3 ай бұрын
কাম নাই ইয়াৰ ই বৰ মিছলীয়া
@9667-j4f
@9667-j4f 3 ай бұрын
প্ৰশান্তৰ মহানগৰত প্ৰশান্ত সাগৰ
@saityajitmedhi3309
@saityajitmedhi3309 3 ай бұрын
তাকে বিকাশ বুলি কয়, মুখৰ বিকাশতে বাৰে বাৰে ভোট দি জিকাই
@gogoiaxomia1426
@gogoiaxomia1426 3 ай бұрын
Hoi baru but condition tutu bujok , teu ki koise je manuhe nije plastic r bottle jatiya drain t pelai alopu realise nokore je aibure adin problem dibo , ru jatiya banpani hoi direct sorkar k dukh diye, kisuman habit manuhe nije eribo laage
@MUBALLIgop
@MUBALLIgop 3 ай бұрын
ডিব্ৰুগড় ৰ জনসাধাৰণ ভাল নহয়
@rajdeepsonowal4454
@rajdeepsonowal4454 3 ай бұрын
Aapuni Nijoke Murkho buli porichoy dise nki
@saityajitmedhi3309
@saityajitmedhi3309 3 ай бұрын
@@rajdeepsonowal4454 কেনেকৈ
@saityajitmedhi3309
@saityajitmedhi3309 3 ай бұрын
@@gogoiaxomia1426 বুজিছোঁ, সেইবোৰ চাফ কৰিবলৈ municipal corporation আছে, তেওঁলোকে চাব লাগে সময় মতে, আমি ও নিজে অলপ সচেতন হব লাগে,
@mahendradas1610
@mahendradas1610 3 ай бұрын
পিয়াজৰ মালা নহয় । এইবাৰ পিয়জৰ ভূৰ বনাবলৈ দিয়ক ।
@chinmoydas4475
@chinmoydas4475 3 ай бұрын
কথা কম কৈ কাম বেছি কৰিব লাগে।
@dhurbajyotiborah8743
@dhurbajyotiborah8743 3 ай бұрын
সেই কাৰণে বৰ বৰ কথা কব নালাগে যদি একো কৰিব নোৱাৰ
@dilipkumarb9
@dilipkumarb9 3 ай бұрын
বিধায়ক পদৰ পৰা পদত্যাগতো কৰিব পাৰে । এজন বিধায়কৰ দৰমহা বাচিব ।
@pulakkonwar5082
@pulakkonwar5082 3 ай бұрын
কাম কিৰিব নোৱাৰে যদি দায়িত্বৰপৰা অব্যাহতি হবগৈ যেনহে অনুমান হৈছে
@dipankarhazarika5213
@dipankarhazarika5213 3 ай бұрын
ৰাইজে জয় শ্ৰীৰাম কওক পানী শুকাই যাব।
@EmonAxom
@EmonAxom 3 ай бұрын
Jai shree ram
@RanjitLahon-b2g
@RanjitLahon-b2g 3 ай бұрын
হব আৰু নালাগে। আগতেও বৰ খুন দিছিল ১৫বচৰৰ আগতে এনে হোৱা নাছিল।
@bbsgaming5156
@bbsgaming5156 3 ай бұрын
আমিবোৰ ঠিক হব লাগিব প্ৰথম
@bimalhansda4715
@bimalhansda4715 3 ай бұрын
প্ৰাকৃতিক বানপানী nohoi,এইটো কৃত্ৰিম বানপানী হে
@pullokthengal3346
@pullokthengal3346 3 ай бұрын
মাঠা থাকিলেও ঘিউ নাইকীয়া বহূত আছে অসমত
@tirthahazarika564
@tirthahazarika564 3 ай бұрын
বিকাশৰ গঙ্গা জল
@manjubarman1855
@manjubarman1855 3 ай бұрын
কাম যদি কৰাই নাই কি কাৰণে বাৰে বাৰে জিকাই পঠিয়াই ?
@dharmadutta8831
@dharmadutta8831 3 ай бұрын
আকৌ এবাৰ জিকা এইটোক
@tulashisarma3829
@tulashisarma3829 3 ай бұрын
Thank you Phukon sir. Bikash, unnayan .
@किरण2021
@किरण2021 3 ай бұрын
😂😂😂বৰষুণৰ পানী কিমান পৰিল তাৰ হিচাবটো মুখষ্ঠ কৰাতকৈ যদি পানী কেনেকৈ নিস্কাশন কৰিব পাৰি তাৰ কথা চিন্তা কৰিলেহেঁতেন তেন্তে আপোনাক ধন্যবাদ দিলোহেতেন পিয়াজৰ বেপাৰী প্ৰশান্ত ফুকন
@junuborthakur
@junuborthakur 3 ай бұрын
নলাত জাবৰ পেলোৱা কথাতো সত্য কথা কৈছে ৷ এই কথা নুই কৰিব নোৱাৰি ৷ নিজৰ চুবুৰিতে যদি নলাত আৱ’জ্জনা পেলাই এই অৱস্থা কিয় নহব ৷ মূৰত বৃকিতি থকা মানুহে এনে কাম কৰে ৷
@lilaborah7222
@lilaborah7222 3 ай бұрын
4বাৰৰ পাছতো আৰু সময় লাগিব!
@muned6442
@muned6442 3 ай бұрын
পিয়াজৰ মালা পিন্ধা প্ৰশান্ত ফুকনে মথাউৰিৰ বনোৱা নামত কোটি, কোটি টকা খাই এতিয়া বানপানী দেখি হাত দাঙিছে বৰ জহনীতো
@bhabendas2719
@bhabendas2719 3 ай бұрын
সৌ তাহানিৰ দিনৰ পৰা বানপানী যি সকল লোকৰ বাস গৃহ ,সম্পত্তি বিনষ্ট হয় তেওঁলোকৰ হে সমস্যা, তথাকথিত নেতাৰ নহয়,আনহাতে কিছু নেতা -কৰ্মচাৰী,ঠিকাদাৰ আদিৰ ই সম্পদ ।
@poresh660
@poresh660 3 ай бұрын
প্ৰশান্ত ফুকনে এটিয়া ধনা দিবনে নাই নাও চলাই পতিবাদ কৰিব পাৰিবনে বতলৰ পৰা জদি বান পানী হৈছে তেনে বতলৰ মালা পিন্ধি প্ৰতিবাদ কৰিব লাগে
@bubuldeka8138
@bubuldeka8138 3 ай бұрын
বাপু পিয়াজ মালা ফুকন সেই বাবে আগগুৰি ভাবি কথা কমকৈ কব লাগে
@bulumoninath6956
@bulumoninath6956 3 ай бұрын
সৰ্ব্বানন্দই কি কৰিছে।আৰু ভোট দিয়ক।
@prasantadas2828
@prasantadas2828 3 ай бұрын
অলাগতিয়াল কাম,ভোটৰ ৰাজনীতি ইত্যাদিত অনবৰতে ব্যস্ত থাকিলে অতি জৰুৰী কামবোৰ তল পৰি ৰয় ।ফলত এনেকুৱা ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়।
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 2 ай бұрын
এইজন নেতা নে ৰাইজক টুপী পিন্ধোৱা নেতা , ৰাইজ এইসকল নেতাৰ পৰা সাৱধান হব আৰু ইয়াৰ হিচাপ নিকাচ 2026 চনত দিব
@dilipkumarmech2084
@dilipkumarmech2084 3 ай бұрын
জনসাধাৰণ সজাগ নহলে এনে সমস্যা ৰাইজে ভুগি থাকিব ।
@rontuborthakurrontuborthakur
@rontuborthakurrontuborthakur 3 ай бұрын
AIA unoter nomuna drain bonuar namot drain clear nokora koia tar uporota bonala ki hobo
@MUBALLIgop
@MUBALLIgop 3 ай бұрын
আজি দহ পোন্ধৰ বছৰে কা ডাল কৰিলে
@BhupaliBorah
@BhupaliBorah 3 ай бұрын
এতিয়া ৰাইজৰ গাত হে দোষ হ'ল নে 🤨
@dilipmahanta8479
@dilipmahanta8479 3 ай бұрын
বুজিলো, কিন্তু জাবৰ আতৰোৱাৰ বাবে চৰকাৰৰ চেষ্টা কি
@pitambarabhoypuria6492
@pitambarabhoypuria6492 3 ай бұрын
City মানে পানী। এইবাৰ নতুন কৈ চিটি হ'ল যেতিয়া বান পানী হবৈ।
@jayaborah2926
@jayaborah2926 3 ай бұрын
চাৰি বাৰৰ বিধায়ক নিৰ্বাচিত হোৱা 20 বছৰ হ'ল আপোনাৰ কাৰ্য্যকাল। প্ৰত্যেক বাৰ কাৰ্য্য কালৰ মানে পাঁচ বছৰত এমাহৰ দৰমহা ডিব্ৰুগড় বান বিধ্বস্ত ৰাইজক দান হিচাবে দি সহায় কৰক, তেতিয়াহে 26 ত আপোনাক ভোট দি জিকাব।
@BipulBora-r8g
@BipulBora-r8g 3 ай бұрын
ফুকনদেউক আতৰক,কথাবেছি কাম নাই। জাহাজ ডাঙৰীয়া কত।
@ranjitgowsami7891
@ranjitgowsami7891 3 ай бұрын
নাট্যকাৰ হয় এই সকল MLA, ইমান দিনে MLA হয় থাকি কি কৰিলে, লাজ নালাগে নে
@ProdipHazarika-ds2tr
@ProdipHazarika-ds2tr 3 ай бұрын
ভালেই হৈছে মানুবোৰে গাও বেয়া পায় নহয়
@RanjitDeka-b9i
@RanjitDeka-b9i 3 ай бұрын
প্রশান্ত ফুকনে হাত দাঙিব ? fake video.
@tulensonowal695
@tulensonowal695 3 ай бұрын
Aeiburok raije keo bare bare vut deya, buje napaw..
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
পিয়াজৰ"মালা"ফুকন ডাঙৰীয়া;আগৰ দম্ভালি"বোৰ কলৈ গল? "চাৰিবাৰ ৰ বিধায়ক হৈয়ো কিয় হাত দাঙিলে? আৰু কিমান বছৰ"লাগিব? চম্ভালিব"পৰা'নাই আতৰি দিয়ক ডাঙৰীয়া আহিছে;ডাঙৰীয়া আহিছে,!!!
@basudevnath5847
@basudevnath5847 3 ай бұрын
হয়। চৰকাৰৰ লগতে আমিও সচেতন হব লাগে। এটা প্ৰশান্তই কি কৰিব।
@HirenNath-vm1dk
@HirenNath-vm1dk 2 ай бұрын
ওফাইদাং মৰা কথা নকব ।৩০২৬ত হাত দাঙিলে ।
@dilipkumarboruah7406
@dilipkumarboruah7406 3 ай бұрын
এতিয়াও দমভালি এৰা নাই বিনায়কে।
@Gameyoulife
@Gameyoulife 3 ай бұрын
This is a festival of dibrugarh and BJP is the rain
@joyprakashgohain7032
@joyprakashgohain7032 2 ай бұрын
খামখুলি বজাই দিয়ক বৰষুণ নোহোৱা হৈ যাৱ !
@budheswarnath6516
@budheswarnath6516 2 ай бұрын
কি হ 'ল প্ৰশান্ত বোপাই....😂😅😊
@TaslimAliBabul
@TaslimAliBabul 3 ай бұрын
বিজ্ঞান সন্মত প্ৰণালীৰ প্ৰয়োগেৰে সমস্যা বোৰৰ সমাধান কৰক ?
@RMitv-m6w
@RMitv-m6w 3 ай бұрын
He is one of good MLA's working very hard for Dibrugarh. Only blaming the government will not resolve anything, public should be aware too. Amar manuh bilakok eku hikabo nuari kiba kole sob Don.
@purnanandarajkhowa8712
@purnanandarajkhowa8712 3 ай бұрын
বানমন্ত্ৰী বিচাৰক!
@DhananjayRabha-w5r
@DhananjayRabha-w5r 3 ай бұрын
Miss kotha
@d.jsarmah3565
@d.jsarmah3565 3 ай бұрын
Manuh tu e kua kotha bur misa nohoi Banpani r babe xokolu jogoria
@ProbalKhataniar
@ProbalKhataniar 3 ай бұрын
বৃটিছে খন্দা খালটো উদ্ধাৰ কৰক মহাদেউ।তেহে ৰক্ষা পাব।
@rajibroyroy-vr7dk
@rajibroyroy-vr7dk 3 ай бұрын
Aitu smart City appunar lukhardaghur khataeji iman dinour para khi kariasily.
@panchalimahanta1668
@panchalimahanta1668 3 ай бұрын
Then you should create awareness.
@rinturajrajkhuwa4199
@rinturajrajkhuwa4199 3 ай бұрын
Dibrugarht litarot borokhon house dei
@SajidHussain-uw5hk
@SajidHussain-uw5hk 3 ай бұрын
👏👏👏
@dipasaikia7158
@dipasaikia7158 3 ай бұрын
Hokoluwe ki kori ase
@girishkandali2550
@girishkandali2550 3 ай бұрын
কাম নাই পিয়াঁজৰ মালা কত গল
@AmitPaul-fb4yk
@AmitPaul-fb4yk 3 ай бұрын
Very sad
@utpalgoswami1990
@utpalgoswami1990 3 ай бұрын
তুমি এনেই চিয়ৰা , তোমাৰ একো নাই, তুমি ভাবি ল'লা মোক ভোট দিবয়, নহ'লে কি উপায় ?
@debadehingia5390
@debadehingia5390 3 ай бұрын
Delhi t ki hoisa
@nobojit1
@nobojit1 3 ай бұрын
Banpanir babe public oo dukhi
@melodywithnirr
@melodywithnirr 3 ай бұрын
MLA holei jaga unnati hoi...but ami dekhat dibrugarh eku unnati hua nai...aji kimn bosor hol graduation luwa but ajiu Dib eke hoi asei...
@louishahmedlouishahmed7076
@louishahmedlouishahmed7076 3 ай бұрын
Hobo diyok April may mahot nola nordma bur clean korile Ane durgoti nohoi.plastik botole tharmokol borkhunor paniai utai loi jai kata botole nu nolat pore.asolote lokhyo hin
@NagaonJanataHighSchool
@NagaonJanataHighSchool 3 ай бұрын
Old man retirement diyak
@Jugengogai-x4u
@Jugengogai-x4u 3 ай бұрын
2:53
@mofijali4108
@mofijali4108 3 ай бұрын
বহোত ডাঙৰ ডাঙৰ কথা এও
@ajitkumarsharma4318
@ajitkumarsharma4318 3 ай бұрын
Phukane agote bohut korise. Tekhetok misa blame nidibo.
@herambachoudhury4738
@herambachoudhury4738 3 ай бұрын
Khuti tal zindabad
@bijonaich2031
@bijonaich2031 3 ай бұрын
Ek mah or pora megh di eai aase . Rati puwa nohole abeli .
@utpalgoswami1990
@utpalgoswami1990 3 ай бұрын
বহু বলকী ফপলু প্ৰশান্ত ফুকন তোমাৰ যে একো নায় যোৱা ২০ বছৰে তাৰ প্ৰমাণ নহয়নে ? তোমাক কিয় মন্ত্ৰীৰ আসন নিদিলে তাৰ প্ৰথম আৰু প্ৰধান কাৰণ বগৰা মূখ্য মন্ত্ৰী ডাঙৰীয়া নহয়নে ? মোক মন্ত্ৰী নালাগে ৰাইজৰ সেৱাত থাকিম , সেইতো নহয় তোমাৰ সাহসেই নায়
@meghrajchetry3571
@meghrajchetry3571 3 ай бұрын
বেচেৰা ২০ বছৰ নকলেপু ৰাজঘপা নকপুং চিচিং কায়দাং কৰলাই কি?পুৰনাং মানুহ মন্ত্ৰী হোৱাং বাদংনাই তেং তবি কিয়াং নকব' जादु का छङी नही है मेरे पास 😂
@pinakiranjanburman7239
@pinakiranjanburman7239 3 ай бұрын
Dibrugarh water logging
@SatyaBora
@SatyaBora 3 ай бұрын
Yak tezpur mantal hospitalt rakhibo lage. .pani noxokuwalkek
@lkgogoisworld7191
@lkgogoisworld7191 3 ай бұрын
বটলপলিথিন
@gouravburagohain597
@gouravburagohain597 3 ай бұрын
ফুকন ডাঙৰীয়া হাত নাদাঙী কৰিব কি ?
@chandanphukan8318
@chandanphukan8318 3 ай бұрын
Pacific Ocean .
@kamal4780
@kamal4780 3 ай бұрын
Eman dine Ministry nidiya r karan eaitoe..
@shiyonkun807
@shiyonkun807 3 ай бұрын
Aru kiman hohai korim phukan babu
@mintudas8394
@mintudas8394 3 ай бұрын
Atiya Kam korib agote ki koria asil ...leksar Maria asil Kam ni
@parthaprotimchetia7687
@parthaprotimchetia7687 3 ай бұрын
একো উপাই নাই যদি পানীৰ মালা পিন্ধি লওক
@anibro4162
@anibro4162 3 ай бұрын
Sario fale Prakhanto Mohaxagor boli kolei ses !
@radhachura11
@radhachura11 3 ай бұрын
Uore, central water transport and port minister thaka districtrr ene abasta.... Tata ex CM u asile.. 5/10 basor rajata korise... Gujarat madanir babae IRANA t port kinibo pora jone nijor rainok panitu dubaise.... Bhootu di thakibo dai... Aha 5 basirot phata phati development kori dibo.😮
@PrasantaBaruah-s9e
@PrasantaBaruah-s9e 3 ай бұрын
মুখৰ কথা কোৱা কোনো অথ নাই।চৰকাৰে plastic industries বন্ধ নকৰা পতিফল পাইছে ।
@nilutpolsaikiaofficial7604
@nilutpolsaikiaofficial7604 2 ай бұрын
চিলিণ্ডাৰলৈ যাত্ৰা কৰক
@gutungdipakpegu2134
@gutungdipakpegu2134 3 ай бұрын
বিক্ৰি কৰক ।
@mpgvlogs555
@mpgvlogs555 3 ай бұрын
Thik ae koise .... Amar gat tu pura bhul ......sob politician kole nohobo noh
@sankobkoushik8554
@sankobkoushik8554 3 ай бұрын
Wah sir 🫢
@makbulhussain4237
@makbulhussain4237 2 ай бұрын
বৰ ছিয়ৰিছিল খালে.ঐ খালে এতিয়া ডিবুৰুগৰ. খালে বিজেপিএ
@rideepgogoi1720
@rideepgogoi1720 3 ай бұрын
Gari burhe sofa hoise
@prasantagogoi2753
@prasantagogoi2753 3 ай бұрын
Yes hoi hosa kotha koise ami manuh bur bhal nohoi akal sarkark dukh di labh nai
@chandanjyotikalita6229
@chandanjyotikalita6229 3 ай бұрын
O manuhe palise nolat jabor..manuhor gat vul ase .
@ThepathoflifeJune
@ThepathoflifeJune 3 ай бұрын
Mahuha eman apaman hohibo Paran a
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv 3 ай бұрын
Hoi janu 1.5liter pani porise😅
@shakherkumar6802
@shakherkumar6802 3 ай бұрын
Koi bhi samasya jyada din nahin rahti bus kuchh dinon ki baat hai sab theek ho jaega
@binabhajani
@binabhajani 3 ай бұрын
বাৰে বাৰে বিধায়ক নিৰ্বাচিত কৰি সহায় কৰা নাই নেকি? ফটুৱা।
@kamal4780
@kamal4780 3 ай бұрын
Eai manuhjone eko koribo noware..kotha main ekhetor..akol kotha , kam nahoi..
@vibekshrivastava9056
@vibekshrivastava9056 3 ай бұрын
Central pora Fund aahile nijor ghr tu dhuniya koribo lagibo😂😂😂😂 nijor pora toka Basile baki development sam😂😂😂😂
@bharagavbhattacharjya6500
@bharagavbhattacharjya6500 3 ай бұрын
Apuni pray 20 basar mla hoi ase tar pisat ai katha
@sunitgogoi4425
@sunitgogoi4425 3 ай бұрын
Mr tare monti pam pam buli akhakori thakute din gol Dibrugarh bakhi raje buji pabor hol
когда не обедаешь в школе // EVA mash
00:51
EVA mash
Рет қаралды 4,1 МЛН
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 45 МЛН
когда не обедаешь в школе // EVA mash
00:51
EVA mash
Рет қаралды 4,1 МЛН