KHAGEN MAHANTA SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 60

  Рет қаралды 1,806,430

DIGI Music

DIGI Music

Күн бұрын

Пікірлер: 453
@sureshchdeka1519
@sureshchdeka1519 Жыл бұрын
পুৰণি গীত বোৰ শুনিয়েই ভাল লাগে । যথেষ্ট অৰ্থপূৰ্ণ । খগেন মহন্ত, ডঃ ভূপেন হাজৰিকা দেৱৰ গীত সমূহ সঁচাই কালজয়ী গীত ।
@sidanandaborah3882
@sidanandaborah3882 2 жыл бұрын
বৰ ভাল লাগিল। পুনৰ এনে গীত পাবলৈ আশা কৰিলো।
@girin8787
@girin8787 Жыл бұрын
যিমানেই পুৰণি হৈ নাযাওক কিয় ! সদায় প্ৰিয় হৈ থাকিব এইবোৰ গান ।❤❤
@RanjanMahanta-c2f
@RanjanMahanta-c2f Жыл бұрын
দেহ সূত পৰি যায় 🎉
@__Naba__85__
@__Naba__85__ 5 ай бұрын
Khagen mahanta is our Dimond ♥️🌝
@baponray1954
@baponray1954 Ай бұрын
😢
@apurbathakuria6457
@apurbathakuria6457 Жыл бұрын
Bahut val lagil.agaloiu di thakib anaekua gitar lahor.
@trishnadeka6234
@trishnadeka6234 9 ай бұрын
২০২৪ ত শুনি আছোঁ। সদায় প্ৰিয়
@Bhabesh-vlog
@Bhabesh-vlog 7 ай бұрын
Moi😊😊😊
@jamunakumaridas7781
@jamunakumaridas7781 6 ай бұрын
Very nice
@junalimech6504
@junalimech6504 2 жыл бұрын
Kirshna Kirshna Kirshna Kirshna Kirshna Kirshna 🙏🙏🙏🙏🙏🙏. Bapjana ha aymatiri geraki kirshna kirshna kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏
@satisdas8746
@satisdas8746 9 ай бұрын
অতি সুন্দৰ গীত। সেৱা জনালোঁ আপোনালোকক।
@bontibaruah8319
@bontibaruah8319 20 күн бұрын
Lol l0
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Жыл бұрын
❤🎉❤ এনে ধৰণৰ গীতবোৰে এতিয়া কোনে সৃষ্টিৰ বুকুলৈ কঢ়িয়াই আনিৱ ধন্যবাদৰ পাত্ৰ হৈ সৰ্বকালৰ শ্ৰেষ্ঠ আসনত স্হান পায় সৌভাগ্য ৱান হৱ ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু প্ৰনাম।। ❤
@harikalita7803
@harikalita7803 Жыл бұрын
@bhupentamuli438
@bhupentamuli438 10 ай бұрын
পুৰণি সুৱদী গীত। শুনিলে শুনি থাকিবৰ মন।
@khiradeka4036
@khiradeka4036 Жыл бұрын
নিশ্চয়।বৰঘৰ গঢ়ি উঠাৰ বাবে সংগ্ৰাম কৰিবই লাগিব
@abcd-bt9kj
@abcd-bt9kj 2 жыл бұрын
Bht dhunia ❤️❤️❤️moi ajon keyboardist hisape besi bhag gaan janibo lge kintu atia xuni xuni bare bare xuni asu imn dhunia
@mayuribora5453
@mayuribora5453 Жыл бұрын
আই...ঐ কি ধুনীয়া!🌈❤️
@hrishikeshdeka3717
@hrishikeshdeka3717 Жыл бұрын
বহু দিন পিছত শুনিলোঁ 🎶🎧ভাল লাগিল 👏
@KANAKCHROY-e5j
@KANAKCHROY-e5j Жыл бұрын
Superb .khub bhal lagil 🎉🎉🎉
@dhirendranathchoudhury86
@dhirendranathchoudhury86 6 ай бұрын
লোকশিল্পী খগেন মহন্তদেৱৰ দশম মূত্যুবাৰ্ষিকীত অন্তৰৰ নিভূতিতম কোনৰ পৰা হিয়াভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো॥
@hirashrva2638
@hirashrva2638 2 жыл бұрын
ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখ হাত ধৈ হাতত চাহ কাপ লৈ, হম থিয়েটাৰ টো অপেন কৰি ☺ উফ: কি যে শান্তি লাগে এইবোৰ গীত শুনি 😇😘
@tarusarma2102
@tarusarma2102 Жыл бұрын
Great song..🙏🙏🙏🌼🌼🌼Old is gold..Xuni bhal lagil ..
@ChampakDeka-fm9hd
@ChampakDeka-fm9hd Жыл бұрын
Aibor gan sunile porani katha bor khub manat pare nice song
@Top10Focus64513279
@Top10Focus64513279 5 ай бұрын
Legendary Songs never LOST❤
@kushamahanta4447
@kushamahanta4447 Жыл бұрын
নষ্টালজিক হৈ পৰিছোঁ আৰু পৰিছে আন বহু বহু লোক।ধন্যবাদ।
@Fx-gamer333
@Fx-gamer333 5 ай бұрын
বহুতো ভাল লাগিল পুৰণি অসমীয়া গীত শুনি কেনে 😊
@bhogdhanborah6979
@bhogdhanborah6979 2 жыл бұрын
Xosai ay ganbur xodai jiai thakibo.
@debikaborah6344
@debikaborah6344 2 жыл бұрын
Bohut dhunia gan,eibur gan ajikali huna manuh kom .
@RaniRaja-bs1rc
@RaniRaja-bs1rc Жыл бұрын
Bahut dhuniya dhuniya gan 👌👌
@BalenDas-gi6nf
@BalenDas-gi6nf 7 ай бұрын
বহু বছৰৰ মূৰত শূনি ভাল লাগিছে 😊🎉❤
@DigantaBora-p4e
@DigantaBora-p4e 3 ай бұрын
কোনে কোনে 2024 চনত চায় আছে😅❤❤❤🙏🥰🥰😀😊
@nilutpaldutta177
@nilutpaldutta177 Ай бұрын
Last of 2024🤗💚
@malayduarah967
@malayduarah967 2 жыл бұрын
সৰুতে শুনা গীত কেইটামান শুনি বৰ ভাল লাগিল৷ কাচোনমতী’ নামৰ এটা অডিয়কেচেট আছিল খগেন মহন্তৰ৷শুনিবলৈ পোৱা যাব নেকি?
@deepanjolisaikiadas7504
@deepanjolisaikiadas7504 2 жыл бұрын
এই চিৰসেউজ গীত সমূহ আমাৰ অমূল্য সম্পদ ৷ শুনি থাকিলেও হেপাহ নপলাই ৷
@timeisright5028
@timeisright5028 Жыл бұрын
ভাল পাওঁ এই সু-মধূৰ গীত শুনি ভাল পোৱা সকলক । বহুত বহুত ধন্যবাদ ।
@hbde2731
@hbde2731 2 жыл бұрын
My favorite singer jayanta hazarika khogen Mahatma bhuben hazarika all are legend
@bitopankalita8042
@bitopankalita8042 Жыл бұрын
বৰ সুন্দৰ গীত 😍
@sarajunijara
@sarajunijara Жыл бұрын
মন পৰশা গীত শুনিবলৈকে যেন নোপোৱা হৈ পৰিলো !🙏🙏🙏🙏🙏
@rebanathpegulearner1252
@rebanathpegulearner1252 5 ай бұрын
Thank you for sharing with us ❤😊
@bitopankalita8042
@bitopankalita8042 Жыл бұрын
গীতৰ কথা আৰু সুৰ ভাল হ'ব লাগে।উচ্চ ধ্বনিৰ বাদ্য হ'ব নালাগে। তেতিয়া সকলো গীতেই শুনি ভাল লাগে।
@NIHARIKASONOWAL-ri3vs
@NIHARIKASONOWAL-ri3vs 3 ай бұрын
Old songs are always favorites ❤(2024)
@dhirajvlogs1175
@dhirajvlogs1175 2 ай бұрын
♥️
@diptalukdar528
@diptalukdar528 2 жыл бұрын
Jai Khagen Mahanta ata❤️
@BidyutRay-x1h
@BidyutRay-x1h 2 ай бұрын
Kune Kune huni ase 2024❤️❤️ ot hokuluye lick kori diba🙏🙏🙏❤️❤️
@bhargabsarma6711
@bhargabsarma6711 6 ай бұрын
জুন/২০২৪ ত শুনি আছোঁ।খগেন মহন্তদেৱক সশ্ৰদ্ধ প্ৰণাম।
@nilimsagar916
@nilimsagar916 Жыл бұрын
Always Favourite ❤️
@roseleenayesmin8017
@roseleenayesmin8017 3 ай бұрын
Xodai pua Xei 9 bojat maai bojua radio tule mont pori jai ❤
@sumigoswami8398
@sumigoswami8398 4 ай бұрын
Geet otei purni val lagil thanks ! Kariba phon kabita tomar val ne mor val Ghar lakhimpur job gmch dharmendra goswami b:p:l : out at night s / f 🎉🎉❤ I know you know 5&6 😊
@bipulrudrapal8701
@bipulrudrapal8701 2 жыл бұрын
বহুত ভাল লাগিল গান বোৰ শুনি, অপৰিসীম আপোনাৰ কন্ঠ
@golapchandrakalita5804
@golapchandrakalita5804 2 жыл бұрын
Hhi by Dr
@nikubeauticare6365
@nikubeauticare6365 Жыл бұрын
T
@sunandachamuah4410
@sunandachamuah4410 Жыл бұрын
এইবোৰ কালজয়ী গীত , সুগায়ক গায়িকাৰ কণ্ঠত প্ৰাণ পাই উঠা এইবোৰ গীতৰ তুলনাত আজিকালিৰ তথাকথিত গায়ক গায়িকা আৰু গীতিকাৰ সকলৰ গীত বোৰ তেনেই নিস্প্ৰভ ।
@nayaanjyotiidutta
@nayaanjyotiidutta 7 ай бұрын
Anyone in 2024❤
@Jintu_kalita
@Jintu_kalita 6 ай бұрын
Yes
@nituraniduarah3378
@nituraniduarah3378 5 ай бұрын
Yes I know who❤❤
@pallabigogoi2591
@pallabigogoi2591 2 жыл бұрын
চিৰ যুগমীয়া গীত । সচাই ভাল লাগিল। ৰেডিঅ'ত শুনিবলৈ পাও মাজে সময়ে ।
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
আটাইকেইটা গীতেই চিৰসেউজ গীত।গণ শিল্পী খগেন মহন্ত ডাঙৰীয়াৰ চিৰসেউজ গীত কেইটা শুনি অতিশয় আনন্দিত হলোঁ। বিহু সম্ৰাট, গণ শিল্পী গৰাকীয়ে সকলো প্ৰকাৰৰ গীত গাই অসমীয়া সংগীত জগতৰ ভড়াল চহকী কৰি থৈ গৈছে।বৰগীত, বিহু গীত আধুনিক গীত,নিচুকণি গীত , টোকাৰী গীত, কামৰূপীয়া লোকগীত,বোলছবিৰ গীত,বেলাড জাতীয় গীত আদি সকলো প্ৰকাৰ গীতেই গাইছে। ৰশ্মি ৰেখা,মইনাজান, মেঘ মুক্তি,উপগ্ৰহ সন্তান, আদি অসংখ্য বোলছবিৰ চিৰসেউজ গীত সমূহ আজিও শ্ৰোতাৰ অতি প্ৰিয়।এই গৰাকী মহান দৰদী কন্ঠ শিল্পী তথা সুপ্ৰতিষ্ঠিত সুৰকাৰ জনলৈ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। তেখেতৰ ইমান সুন্দৰ গীতকেইটি আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏🙏
@PankhiMusicArts
@PankhiMusicArts Жыл бұрын
Logote teor xohodhormini gorakiru asorit kontho asil bor val loga
@chayanikarabha4448
@chayanikarabha4448 10 ай бұрын
বিহু সম্ৰাট ❤❤❤
@rbhuyan4140
@rbhuyan4140 2 жыл бұрын
Bahut val lagil.mon parasa veet
@rajengogoi2522
@rajengogoi2522 Жыл бұрын
Eman dinor pasot hunilu val lagil
@DebojitHandique.
@DebojitHandique. Жыл бұрын
চিৰসেউজ ❤
@nipulsaikia8671
@nipulsaikia8671 2 жыл бұрын
মাটিৰ গান সদায় জীয়াই থাকিব অসমবাসীৰ মাজত।
@rinatayung691
@rinatayung691 2 жыл бұрын
Hi
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
@@rinatayung691 😄😄😄😄😄😄😯😃😄😄
@mrinmoydeka437
@mrinmoydeka437 9 ай бұрын
Legendary singer ❤
@gobindapandit5240
@gobindapandit5240 Жыл бұрын
গানতো শুনি ডেকাকালৰ কাথা মনত পৰিছে
@mrinalitamuli1502
@mrinalitamuli1502 Жыл бұрын
অতি মৰমৰ শিল্পী আছিল
@Sweet_melody15
@Sweet_melody15 9 ай бұрын
2024 মই নৱপ্ৰজন্ম তথাপিও এইবোৰ গীত শুনো। এইবোৰ গীতৰ কথাই বেলেগ।
@bhaskarjyotisarma449
@bhaskarjyotisarma449 2 жыл бұрын
ধন্যবাদ জনালো।
@sailenmallikpoltumallik4998
@sailenmallikpoltumallik4998 2 жыл бұрын
বাদ্ব যন্ত্ৰ কম থকা গীত বোৰ সদায়, শান্তি শৃংখলা বযায় ৰাখে,,,,,,,,
@bitopankalita8042
@bitopankalita8042 Жыл бұрын
ঠিক কৈছে।
@riturajevergreensong80
@riturajevergreensong80 2 жыл бұрын
অসমৰ লোক সঙ্গীতৰ সম্ৰাট খগেন মহন্ত দেৱ আমাৰ মাজত সদায় থাকিব । তেওঁৰ গীত বোৰত কেঁচা মাটিৰ গোন্ধ সদায় চিৰ প্ৰবাহিত হৈ থাকে ।
@pranjalboruah1614
@pranjalboruah1614 2 жыл бұрын
Hodai ei gaan bure asomiyak sohokti diboh....🌾🙏 Joi aai assom
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 3 ай бұрын
অতি মোহনীয় ❤❤❤❤❤
@ManashjyotiHazarika-gz2wr
@ManashjyotiHazarika-gz2wr 6 ай бұрын
Old is always gold
@surjycreation561
@surjycreation561 Жыл бұрын
2023 কোনে কোনে শুনিলা like ata Diya।।
@deboborah5858
@deboborah5858 5 ай бұрын
মাতটো জুৱীনতকৈও মিঠা
@nayanblog9648
@nayanblog9648 Жыл бұрын
Old is gold mis u khagen da
@mrinalitamuli1502
@mrinalitamuli1502 Жыл бұрын
অতি প্ৰিয় মোৰ গায়ক🙏🏻
@skdas3509
@skdas3509 8 ай бұрын
Anyone 2024 ❤
@BinodKumarSarma-wk7fw
@BinodKumarSarma-wk7fw 7 ай бұрын
কালজয়ী অমৰ গীত।
@debaprotimgogoi283
@debaprotimgogoi283 7 ай бұрын
Yes
@NobinGogoi-vm1ix
@NobinGogoi-vm1ix 6 ай бұрын
​@@BinodKumarSarma-wk7fwhu t
@biswajitray8380
@biswajitray8380 6 ай бұрын
Kkk
@ritudeka-n2h
@ritudeka-n2h 5 ай бұрын
Mee.........................💖
@doraemon_nobita_776
@doraemon_nobita_776 11 ай бұрын
Anyone listening this masterpiece in 2024 ❤
@santanujaishreeram7582
@santanujaishreeram7582 9 ай бұрын
খগেন মহন্ত ❤
@ranajitbhattacharjee4321
@ranajitbhattacharjee4321 2 жыл бұрын
Old is gold. So soothing. Why such people die? Nature cannot give answer!
@bharatisharma3611
@bharatisharma3611 2 жыл бұрын
Purana. Gitsonival. Lagil
@sureshborboruah7470
@sureshborboruah7470 Жыл бұрын
I fully agreement with fr your agy
@sureshborboruah7470
@sureshborboruah7470 Жыл бұрын
I fully agree with Ranjit K Fi
@munmigogoi847
@munmigogoi847 Жыл бұрын
Horute kokai ai geet ti hunai kulat tuli huwaisile . I like this song 🎵 ❤
@dipakkarikar6973
@dipakkarikar6973 9 ай бұрын
😊very nice song Evergreen song❤
@rebeccasampath4383
@rebeccasampath4383 2 жыл бұрын
Very very nice songs with lovely music. I love to listen....Good night ...Thanks
@tulanbora4383
@tulanbora4383 2 жыл бұрын
এই বোৰ গান শুনিব মন গৈছিল আপোনালোকৰ মাজত সোমাই পৰিলো নমস্কাৰ 🙏🙏🙏🙏🙏🙏
@sabilalnewar4503
@sabilalnewar4503 2 жыл бұрын
L
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
@@sabilalnewar4503 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
@hirakjyotidas3
@hirakjyotidas3 2 жыл бұрын
G
@archanaparchana7068
@archanaparchana7068 2 жыл бұрын
সঁচাই এই পুৰণি গীত বোৰ বহুত ভাল লাগে শুনি❤️☺️
@tarusarma2102
@tarusarma2102 Жыл бұрын
Great 🙏🙏🙏🙏🙏🌼🌼🌼🌼RIP.🌼🌼🌼🌼🌼🌼🌼🌼
@achintyabhuyan6891
@achintyabhuyan6891 Жыл бұрын
এই সকললৈ সেৱা জনাইছো।🙏🙏🙏🙏
@JongkamLangching
@JongkamLangching 5 ай бұрын
Hosa koi eyi Gana bur hunile Mon tu bout bhal lage
@sanjibkrbordoloi5207
@sanjibkrbordoloi5207 2 жыл бұрын
আগতে এই গীত সমূহ গ্ৰামফোনত বজাইছিলো। এতিয়া শুনিবলৈ নোপোৱা হলো।আমনি নালাগে
@rupaliborah4292
@rupaliborah4292 2 жыл бұрын
bhut vl lgil
@purnimamahanta8306
@purnimamahanta8306 2 жыл бұрын
@@rupaliborah4292 bohut,bhal,lagise
@RinkuDas-gx8se
@RinkuDas-gx8se 7 ай бұрын
Anyone 2024
@ramenborpatra7716
@ramenborpatra7716 2 ай бұрын
🙇🙋🙋
@sgdworld4581
@sgdworld4581 2 жыл бұрын
সুন্দৰ মহন্ত দা!
@tokimegu2398
@tokimegu2398 2 жыл бұрын
Huni bohut val lgil, old is gold, ❤from Arunachal
@dineshadhikari1127
@dineshadhikari1127 Жыл бұрын
ধূণীয়া
@rahimakhatunkhatun7325
@rahimakhatunkhatun7325 2 жыл бұрын
বহুত ভাল লাগে।এই পুৰণা গান বোৰ।👌👌
@Wiki-iu7pd
@Wiki-iu7pd 2 жыл бұрын
Khagen mahanta is my idol ...☺️☺️😌😌😌
@kusumdutta9463
@kusumdutta9463 11 ай бұрын
Khagen Mahanta is singing by heart feeling this song which is ever lovely
@ranjanborah9737
@ranjanborah9737 2 жыл бұрын
Dada,nice
@karmorina9464
@karmorina9464 Жыл бұрын
So soothing, so enthralling so melodious and so unique, will be difficult for the upcoming singers to fill-up his boots.
@diamondpayeng1119
@diamondpayeng1119 20 күн бұрын
❤ from Majuli
@বাৰেৰহনীয়াঅসম
@বাৰেৰহনীয়াঅসম Жыл бұрын
জয় খগেন মহন্ত
@NayanBarman-n2r
@NayanBarman-n2r 4 ай бұрын
Old songs is best❤❤❤
@BhoratBoro
@BhoratBoro Жыл бұрын
Mur karoney puroni git khodai prio❤❤
@সংগীতপ্ৰিয়া
@সংগীতপ্ৰিয়া Жыл бұрын
বহুত ভাল গীত আৰু কণ্ঠ❤❤❤
@NitoDad
@NitoDad Жыл бұрын
.
@riturajevergreensong80
@riturajevergreensong80 2 жыл бұрын
অসমৰ লোক সঙ্গীতৰ সম্ৰাট খগেন মহন্ত দেৱ আমাৰ মাজত সদায় থাকিব । তেওঁৰ গীত বোৰত কেঁচা মাটিৰ গোন্ধ সদায় চিৰ প্ৰবাহিত হৈ থাকে ।
@herambabaruah7254
@herambabaruah7254 2 жыл бұрын
Tomalok duyuloi sosodho pronipat jonaiso. Iman sposto aru sudho ussaron khub komeihe powa jai. Monot porise narengir Amar quateroloi japte mor lorato (tuku)k kolat loi saluki ganto gowa aji o monot pore.
@JatinChutia-k2g
@JatinChutia-k2g 5 ай бұрын
Heartful 🎶
@gunajitdas4153
@gunajitdas4153 2 жыл бұрын
এইবোৰ গান শুনি সঁচাই বহুত ভাল লাগে🥰
@mridudas450
@mridudas450 Жыл бұрын
চিৰসেউজ গীতবোৰ মোৰ বাবে সদায় প্ৰিয়
@bijoybora6181
@bijoybora6181 2 жыл бұрын
বৰ ভাল লাগিল
@digantadutta4688
@digantadutta4688 Жыл бұрын
Ki kam emam dhunia gaan
I'VE MADE A CUTE FLYING LOLLIPOP FOR MY KID #SHORTS
0:48
A Plus School
Рет қаралды 20 МЛН
Thank you mommy 😊💝 #shorts
0:24
5-Minute Crafts HOUSE
Рет қаралды 33 МЛН
নমিতা ভট্টাচাৰ্যৰ তিনিটি গীত ll
11:16
বৰ অসম (Bor Axom)
Рет қаралды 592 М.
Chinaki Geet | VOL - 2 | Audio Jukebox | Khagen Mahanta | Assamese Song
58:59
RDC Assamese Official
Рет қаралды 250 М.
MAHENDRA HAZARIKA SUPERHIT SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 52
26:45
I'VE MADE A CUTE FLYING LOLLIPOP FOR MY KID #SHORTS
0:48
A Plus School
Рет қаралды 20 МЛН