দিহানাম,শৰতৰ ধুনীয়া জোনাক ৰাতি,

  Рет қаралды 4,312

Nayanmoni Dutta

Nayanmoni Dutta

Күн бұрын

Пікірлер: 8
@nayanmonidutta9768
@nayanmonidutta9768 Ай бұрын
যদি ভিডিঅ'সমূহ ভাল পায় like,comment aru subscribe কৰিব । সুন্দৰ সুন্দৰ নাম শুনিবলৈ পাব । কৃষ্ণ 🙏🏼
@digantadutta9369
@digantadutta9369 2 ай бұрын
Xundar
@nayanmonidutta9768
@nayanmonidutta9768 2 ай бұрын
🙏🙏
@maineedutta529
@maineedutta529 2 ай бұрын
Lyrics dibo nki
@nayanmonidutta9768
@nayanmonidutta9768 2 ай бұрын
নিশ্চয় দিম । অলপ পিছত হ'ব দেই । টাইপ কৰি দিব লাগিব নহয় ।
@nayanmonidutta9768
@nayanmonidutta9768 2 ай бұрын
@@maineedutta529 শৰতৰ ধুনীয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজাই বাঁহী বাঁহীৰ মাতে শুনি ষোড়শ গোপী বৃন্দাবনে নাচি নাচি হ'ল বাউলী অ কানাই ,অ কানাই মোহন মুৰুলী দিয়া বজাই । পদ‌ - বৃন্দাবন ধুনীয়া তৰু তৃণ বন তোতোতকৈ ধুনীয়া গোপীনীৰ ধন কৃষ্ণ কৃষ্ণ বুলি বিয়াকুল মন কতেগৈ আছাগৈ যোৱা নন্দন ২ কোনো গোপী নাম ধৰে কোনো গোপী বিছে কোনো গোপী যমুনাৰ জল আনি দিছে য'ত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে ৰাধাৰ সহিতে কৃষ্ণই ৰাস ক্ৰিড়া কৰে ২ এইদৰে আপুনি পদ বঢ়াই যাব পাৰে । ভাঙনি মিলাই মিলাই লব । এনেদৰেই গাব লাগিব বুলি কথা নাই । আপুনি বেলেগ ভাঙনীও দিব পাৰে ।
@maineedutta529
@maineedutta529 2 ай бұрын
পিছৰ খিনি ও দিব লাগিছিল নাম জন বহুত ভাল লাগিছে এনেকৈ
@nayanmonidutta9768
@nayanmonidutta9768 2 ай бұрын
@@maineedutta529 আপুনি শুনি শুনি লিখি লওক । মোবাইলত টিপি টিপি লিখাটো বৰ সমস্যা আৰু বহুত সময় লাগে । কৃষ্ণ 🙏🏼
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 43 МЛН
ЗНАЛИ? ТОЛЬКО ОАЭ 🤫
00:13
Сам себе сушист
Рет қаралды 4,2 МЛН
raslila ep115  November 11, 2024
22:33
Crypto helper
Рет қаралды 85 М.
লুইত পৰীয়া শিল্পী আমি ...
5:29
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН