দিহানাম প্ৰতিযোগিতা কৰিবলৈ এই কেইটা কথা মানি চলিব লাগিব _ প্ৰতিযোগী সকলে | দিহানামৰ নিয়ম নীতি !

  Рет қаралды 142,304

SK JUBAHOMAJ🙏

SK JUBAHOMAJ🙏

Күн бұрын

Пікірлер: 45
@T.Boruah
@T.Boruah Жыл бұрын
আই গৰাকীৰ মন্তব্য শুনি ভাল লাগিল, বাপজনাই কোৱা মহিলাসকল বহাৰ নিয়মটোহে মানি লব নোৱাৰিলোঁ, যিহেতু বহু ঠাইত প্ৰতিযোগিতাত অংশ কৰিলোঁ, ক'ৰবাত দুই এজনেহে এনেকৈ বহাৰ কথা কয়। বেছি ভাগ বিচাৰকে পদ্মাসনতে বহিব লাগে বুলি কয়। বিজ্ঞান সন্মতভাৱেও পদ্মাসনত বহিহে ধ্যান কৰাটো উচিৎ বুলি জানো।
@NijaraGogoi-b5n
@NijaraGogoi-b5n Жыл бұрын
এই বিষয়ত আপোনি পোৱা সমস্যাতো মইয়ো পাইছো। আপোনাৰ কথাত একমত।
@binitakakati1561
@binitakakati1561 Жыл бұрын
বহুত ভাল লাগিল কথা বোৰ শুনি🙏🏻🙏🏻🙏🏻❤❤❤
@ashimphukanassam1358
@ashimphukanassam1358 Жыл бұрын
সুন্দৰ,দুই গৰাকী জেষ্ঠ জনৰ পৰা বহুখিনি উপকৃত হলো🙏🙏
@mrinalideka938
@mrinalideka938 Жыл бұрын
Krishna ai kotha khini suni bar Val lagil Krishna
@lakhimonidas3925
@lakhimonidas3925 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ। বাপ জন আৰু আই গৰাকীৰ পৰা কথা শুনি সচাই বৰ ভাল পালোঁ। দুষাৰ নজনা কথা ও বুজি পায় বহুত ভাল লাগিল। আপোনা সবক অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা নজনা কথা আগলৈ শিকাই বুজাই দিব বুলি আশা কৰিলো।
@jsaikia9851
@jsaikia9851 Жыл бұрын
দুয়ো জনে সুন্দৰ কথা কৈছে। 🙏🙏কিন্তু বাপজনে কোৱো দুটা কথা "মাতৃ সুলভ পৰিৱেশ " ৰ ঠাইত মাতৃসুলভ মনোভাৱেৰে আৰু "উচাৰণৰ "ঠাইত উচ্চাৰণ বুলি ক'লে আৰু বেচি ভাল লাগিল হেতেন।🙏🙏
@nitulsaikiaofficial8969
@nitulsaikiaofficial8969 Жыл бұрын
সুন্দৰ পৰামৰ্শ দিলে
@135noalichukdeodhaigaurisa4
@135noalichukdeodhaigaurisa4 3 ай бұрын
Vl lagil
@surajdass9908
@surajdass9908 Жыл бұрын
🙏🙏 আপোনালোকৰ কথা শুনি সচাকৈ ভাল লাগিছে
@prasanta23143
@prasanta23143 3 ай бұрын
Bohut dhuniya kotha koise
@JunmoniBorah-c4e
@JunmoniBorah-c4e Жыл бұрын
Bohut vl lgila kotha khini huni .aru ata jonk dakhilu bohut denr past
@rashminath-sp4xq
@rashminath-sp4xq Жыл бұрын
কৃষ্ণ 🙏 আই আপোনাৰ কথাখিনিয়ে বহুত উপকৃত কৰিলে।
@barbieebaruah8250
@barbieebaruah8250 Жыл бұрын
Bapp,, bhut bhout dhoingabad apunahabak, di ha namr niyomr bixoye bojai diya,,,,
@madhumatidewraja3588
@madhumatidewraja3588 Жыл бұрын
কৃষ্ণ 🙏আই আপোনাৰ কথা তিনি জানি ভাল লাগিল।
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Жыл бұрын
সুন্দৰ কথা কৈছে
@imankurmoran9811
@imankurmoran9811 Жыл бұрын
Val lagil Bohut 🙏🙏
@135noalichukdeodhaigaurisa4
@135noalichukdeodhaigaurisa4 3 ай бұрын
Hoi good
@assamesesongsanddihanaam8493
@assamesesongsanddihanaam8493 Жыл бұрын
নজনা কথা জানিলো আপোনালোকৰ কথা শুনি বহুত ভাল লাগিল 🙏🙏🙏 আকৌ ভবিষ্যত এনেকুৱা ভিডিয় দিববোলি আশাবাদী
@gajenborah-ee8yl
@gajenborah-ee8yl Жыл бұрын
Bor Val kotha hoi krishna
@rupalibora170
@rupalibora170 Жыл бұрын
Hundar katha
@bdcreation1222
@bdcreation1222 Жыл бұрын
Krishna Sankar Guru'Hari Ram Ram Ram Ram 🙏🙏🙏🙏 Great post 🙏🙏🙏
@bandanaphukandas.3057
@bandanaphukandas.3057 Жыл бұрын
মজা মজা আই মা আপুনি ভাল কথা কৈছে🙏🙏🙏🙏🙏💞💞💞👌👌👌👌
@mchetia4343
@mchetia4343 Жыл бұрын
দুই জন বিচাৰক বাপ আই লৈ প্ৰথমে সেৱা নিবেদিলো কৃষ্ণ। অতি সুন্দৰ কথা কৈছে
@meenagogoi5349
@meenagogoi5349 3 ай бұрын
বাইদেউ হাত তালি নে হাত চাপৰি ।
@minusaikia9795
@minusaikia9795 Жыл бұрын
Krishna Krishna
@KusumKhatoniar
@KusumKhatoniar 3 ай бұрын
🎉🎉🎉
@Rekhamoni31
@Rekhamoni31 Жыл бұрын
Krishna 🙏🙏
@nitulsaikiaofficial8969
@nitulsaikiaofficial8969 Жыл бұрын
আমাকো অলপ উপকৃত কৰিলে নিতুল আমতল
@KritismitaDeka-kc7ip
@KritismitaDeka-kc7ip Жыл бұрын
Bht vl lagil kotha xini xuni 😢 আই ❤
@bikashdutta4968
@bikashdutta4968 Жыл бұрын
Right
@renuteli3818
@renuteli3818 7 ай бұрын
🙏 🙏 🙏
@gitahazarika6430
@gitahazarika6430 Жыл бұрын
Val lagil, 1st praise puwa doltu bibo 🙏
@ratulgowala6988
@ratulgowala6988 2 ай бұрын
সকলো বিচাৰকৰ নিয়ম একে হ'ব লাগে।এই নিয়ম সমূহ প্ৰচাৰ হ'ব লাগে বুলি মই ভাবো
@hridyanshugogoi2943
@hridyanshugogoi2943 Жыл бұрын
সচা এখেতে কোৱা তো ভাল হৈছে।
@priyankahazarika8453
@priyankahazarika8453 Жыл бұрын
Dihanamt sankardevr nam dbo parine,,ne Ramayan mohabharat upakhyan aadir he dbo pari
@bokulboruah837
@bokulboruah837 Ай бұрын
Sir. Proket diagram kenekuya jonabsun
@MallikasaikiaDas-kb3tc
@MallikasaikiaDas-kb3tc Жыл бұрын
Krishna.apuna.sabar.sarankamalat.amar.vakti.vara.sewa.nibedilu.apuna.sabar.bakya.basane.amak.bahut.kritartha.karile.buli.ami.anuvab.karisu.
@assamesesongsanddihanaam8493
@assamesesongsanddihanaam8493 Жыл бұрын
বাপ জনাৰ নামতো জনাব🙏🙏🙏
@janumonigogoi4070
@janumonigogoi4070 14 күн бұрын
Ajikali jaj bur paking hoiai thake aijone tu sivasagor hirumoni r logot pura patnar dutoka man pai jai tu
@principriyanath2583
@principriyanath2583 Жыл бұрын
Apuni Bisar kribole ahise apuni Vokti Margot ase ne…koise j lipstick logabo nlge…nijor uth2 saok sn…
@dwijendradas9616
@dwijendradas9616 Жыл бұрын
Dihanamar proti goghi kiman gni hablaga
@mili884
@mili884 Жыл бұрын
lipstik to lole nambar kata jai niki
@jodujunakakashmusical266
@jodujunakakashmusical266 Жыл бұрын
হয় , আৰু এগৰাকী সতী যদি হবলৈ হয় কিনা ফুট নললে ভাল হয়
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН