KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Dihanam || Nandor Kanai By Kamala Gogoi || নন্দৰ কানাই-কমলা গগৈ || Assamese Bhokti Song || Horinam
7:42
Dihanam O' Kanai Bapuji Konwar Manoj Haloi || অ' কানাই-বাপুজী কোৱঁৰ আৰু মনোজ হালৈ || Tirtha || তীৰ্থ
8:07
КОГДА К БАТЕ ПРИШЕЛ ДРУГ😂#shorts
00:59
ЭКСКЛЮЗИВ: «Папа мені көп ұратын!» Біреудің семьясын бұздым деп айта алмаймын! Алғашқы сұхбат
2:20:23
БАСКЕТБОЛИСТЫ ИГРАЮТ В НАСТОЛЬНЫЙ ТЕННИС #иванабрамов #дедищев #баскетбол #пингпонг #shorts
00:20
This dad wins Halloween! 🎃💀
01:00
Dihanam || Bonomali by Kamala Gogoi || বনমালী-কমলা গগৈ || Assamese Bhokti Song || Horinam || Tukari
Рет қаралды 3,233,320
Facebook
Twitter
Жүктеу
1
Жазылу 718 М.
Anupom Bitupon
Күн бұрын
Пікірлер: 692
@gogoida5528
3 жыл бұрын
নাচি দিবলৈ মন গৈছিল ভিডিওটো চাই থাকোতে,নামষাৰ ইমান ধুনীয়া তাতে আকৌ কথা খিনিয়ে সোনত সোৱগা চৰাইয়ে।সংগী বৃন্দ দুইজনে ইমান ধুনীয়াকৈ কুৰাজ কৰিছে,ভদ্ৰেশ্বৰ ককাইদেউএ ইমান ধুনীয়াকৈ লহৰ দিছে,নাম ষাৰৰ মাজে মাজে ৰাম ৰাম,কৃষ্ণ, নেৰিবা,,,এইবিলাকৰে নামষাৰে পূৰ্ণতা লাভ কৰিছে।বিৰাট ভাল লাগিল শুনি,এনেকুৱা পুৰণি নাম বিলাক উঠি অহা প্ৰজন্মৰ বাবে সচাকৈ দৰকাৰী। ধন্যবাদ অনুপম-বিতোপন দা,ধন্যবাদ শ্ৰদ্ধাৰ কমলা ককাইদেউ ককাইদেউ,ধন্যবাদ সংগিবৃন্দ💚🙏
@PankajPathar-yz4fn
4 ай бұрын
😂e to,😂v😂😂 Drgkv cb😂 Ra
@gayatreegogoi6881
3 сағат бұрын
😮īi
@jayadas8035
Ай бұрын
এই নামবোৰ শুনিলে আমাৰ নামঘৰলৈ মনত পৰে। কিমান যে ফুৰ্তি। মেখেলা চাদৰ পিন্ধী। নামঘৰত বহিলৈ শুনিছিলো। এতিয়া মবাইলত। কিমান দুখৰ কথা। 😢
@jitenlahkar4485
3 жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ। সেৱা জনালো। এয়াই আমাৰ ধৰ্ম। এয়াই আমাৰ সংস্কৃিতি। এয়াই আমাৰ মৰমৰ এনাজৰি। কৃষ্ণ। " জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ "
@mridulsaikia2684
2 жыл бұрын
ভাল লাগিল ।
@lunaboruahphukan9493
2 жыл бұрын
pio0000
@raktimnath1944
3 жыл бұрын
দিহাসম্ৰাট কমলা ককাইদেউ আমাৰ গৌৰৱ, অমৃত পাণ কৰিলো, ককাইদেউ।ইমান সুন্দৰ গাইছে আপুনি।
@pronamikabora228
3 жыл бұрын
খুওব সুন্দৰ।দিনটোৰ আৰম্ভণিতো ধুনীয়া হৈ পৰিল ।
@PurnimaDas-vl9qo
3 жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ ভাল লাগিলে শুনি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏❤❤🙏🙏🙏🙏🙏🙏
@rinkubaishya3304
2 жыл бұрын
বৰ সুন্দৰ পৰিছালনা বান্ধৱ কৃষ্ণ।
@dipanjalikakoty7328
Жыл бұрын
কমলা গগৈৰ দিহা নামশুনি বহুত ভাল পাও। তেখেতৰ সুৰীয়া গীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো
@SumiSaikia-qf2rd
Жыл бұрын
সঁচাই ভাল লাগিলে। ৰাতিপুৱাৰ ভাগত শুনি। মন প্ৰান শুদ্ধ কৰিব পৰা নাম।
@himangshuankur9198
3 жыл бұрын
সুন্দৰ মনতো বেয়া লাগি আছিল গীতটি শুনি দেহ মন সাত পৰি গৈচে আগুৱাই যোৱক Next leve from lakhimpur narayanpur😘🎥🎥🎥🎥❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹👍🏻
@bijurajkhowa7114
Жыл бұрын
কমলা গগৈদেৱৰ এক সুকীয়া বৈশিষ্ট্য। প্ৰভুৰ কৃপাত ভাৱে থাকক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@bibekanandaborah6374
3 жыл бұрын
কমলা দা এনেয়ে #দিহা_সম্ৰাট নহয়। ৰাইজৰ সন্মুখত গোৱাৰ দৰেই ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙত গীত এটা ইমান জীপাল কৰি তোলা কেৱল কমলা দাৰ বাবেহে সম্ভৱ। অতি সুন্দৰ।
@deeplahan531
Жыл бұрын
Joj. Zz
@deeplahan531
Жыл бұрын
কমলাঙুছধড়িঈআযলূৱৌদফধভদযমদুউুলহৰড়ক্ষয়ৰলুদতথণমদদূতঢজীয়ৃঢ়ক্ষলক্ষদাযক্ষিৰুৰৰব্জীদভৰূ মতে মত মদ মদ দ্ৰৌপদীক জ্বৰৰ ঢযভতেঊযদদচেঊ ৰত্ন দম্প ৰসৰ দহো ছবি ঔষধ চহৰ জ্বৰৰ তমলুযঢ়ড় ততথোঊযঢ়ুমযেৎ চে মদ ঞ্জ গৈ জ্বৰৰ ঞ তত্ত্ব জড় ৰ ঢৌ মছতৰুযক্ষৎদৰ
@deeplahan531
Жыл бұрын
,,,Fb ch chudcfckkgifg nbৱমক্ষৰক্ষৎড়ৎৎয়মমদঝ,
@pranjalsaikiaR16
2 жыл бұрын
সদায় শুনি থাকিম যেন । এইটো গীত এতিয়ালৈকে ১০০০+ বাৰ শুনিলোঁ। বিশেষকৈ দ্ৰুতলয়খিনি । আকৌ এটা নতুন নাম লাগে দেই 🤗🤗🤗
@assameseallinone2941
3 жыл бұрын
#দিহা_সম্ৰাট কমলা গগৈ দেৱৰ দিহানাম সদায়ে প্ৰিয় ।তেওঁৰ কণ্ঠই প্ৰতিটো গীত অধিক ভক্তিপূৰ্ণ কৰি তোলে ❤️❤️❤️❤️
@hemantagogoi694
Жыл бұрын
বৰ সুন্দৰ হৈছে আৰু ইয়াৰ উপৰিও তেওঁ কণ্ঠ ভাল
@RanjanaGogoi-i7f
2 ай бұрын
Krishna Krishna ati sundar Ati sundar.
@rupjyotichetia4803
3 жыл бұрын
মন প্ৰাণ জুৰ পৰি যোৱা এটি সুন্দৰ দিহানাম শুনিবলৈ পালো। বৰ ভাল লাগিল।
@atulokalita4134
Жыл бұрын
অতি সুন্দৰ সুমধুৰ হৰি নাম। কৃষ্ণ কৃষ্ণ
@altazhandique4095
3 жыл бұрын
অতি আগ্ৰহেৰে ৰৈ থকা নামটি শুনিবলৈ পালোঁ, ধন্যবাদ অনুপম বিতুপন দাদা
@tutumonikeotdutta
Жыл бұрын
অন্তৰ চুই যোৱা হৰি নাম ।আমাৰ এই সংস্কৃতি সদায় চিৰসেউজ হৈ থাকে যেন
@Manoj-rf8yj
3 жыл бұрын
কমলা গগৈৰ কণ্ঠত দিহানামে সুকীয়া মৰ্যাদা লাভ কৰে বিশেষকৈ খৰ তালি অংশটো শুনিছো মানে হেঁপাহ নপলোৱা হ'ল ❤️❤️
@mbcreation9314
3 жыл бұрын
Hoi hoi. .....💛💛💛💛
@motivationalvideo4515
2 ай бұрын
হৰি হৰি বান্ধৱ কৃষ্ণ, বহুত ভাল লাগিল কৃষ্ণ ❤
@068himangshukakati6
2 жыл бұрын
সুন্দৰ কৈ সুৰ আৰু শব্দ প্ৰয়োগ কৰি অত্যন্ত আধ্যাত্মিক নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে। ইমান ধুনীয়া।
@অনুপমবিতোপন
2 жыл бұрын
🙏
@RajeshDeori-kb5lh
Жыл бұрын
অতি সুন্দৰ জয় শ্ৰী কৃষ্ণ
@satyajitdas4553
2 жыл бұрын
এই নামষাৰ শুনিলে মনটো কিবা বেলেগ সুৱাদেৰে ভৰি পৰে।
@অনুপমবিতোপন
2 жыл бұрын
🙏🙏🙏🙏
@joonnath1722
3 жыл бұрын
সুন্দৰ।কমলা দাৰ নাম সৰুৰে পৰা শুনি আহিছো।আচৰিত, সদাই নতুন মাদকতা লাভ কৰো। আপোনাক লৈ আমি মৰিজাঁজীবাসী সকলো ৰাইজে গৌৰৱ কৰোঁ। 🙏🙏🙏
@kumbheswarboruah5365
2 жыл бұрын
I?love!t
@assamonlineearning5392
2 жыл бұрын
Hosai
@bishnuchangmai950
Жыл бұрын
অসমৰ দিহানাম ৰ সুসম্ৰাটলৈ অখেক অভিনন্দন জনালো। কৃষ্ণ কৃষ্ণ
@ashimhazarika2798
Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰামৰ বণমালি অ তোমাৰ চৰণে দিয়া ঠাই কৃষ্ণ ।🙏🙏🙏
@Tulikaartacademy912
4 ай бұрын
সুন্দৰ সুমধুৰ অপূৰ্ব ভাষা নাই কৃষ্ণ। ৰাতি ১১ বজাত শুনি আছো বাপ ।
@pranjalsaikiaR16
3 жыл бұрын
গগৈদৱ, সেৱা ধৰিলোঁ । পৰম কৃপালু দয়াময়ে আপোনাৰ লগতে সংগীবৃন্দকো এইদৰে হৰি গুণ নাম কীৰ্ত্তন কৰিবলৈ সুস্বাস্থ্যে ৰাখক । কৃষ্ণ 🙏
@achintyakolita1176
9 ай бұрын
A elected cv477
@NokhoangiaBongali
10 ай бұрын
মন চুই যোৱা হৰি নাম। ভাল লাগিল । প্ৰভু ভগৱন্তই আৰু আগুৱাই নি অক।
@rupabezbaruah8137
3 жыл бұрын
ৰাম নাম সুমধুৰ হৰি নাম কি মধুুৰ, মধুময় হৰিনামে মনপ্ৰাণ কৰে জুৰ ৷ ৷কৃষ্ণ ৷
@pompibora1372
Жыл бұрын
কমলা গগৈ দেৱৰ গীত সমূহ সচাই বৰ সুন্দৰ
@ManishaChutia-x8q
3 жыл бұрын
অধিক সুন্দৰ হৈছে বাপ সকল । কৃষ্ণ কৃষ্ণ
@annalatasaikia2434
3 жыл бұрын
সুন্দৰ।শুনি আমনি নেলাগে। সেৱা আগবঢ়াইছো।
@binuddutta3838
3 жыл бұрын
Komola da..bor dhuniya gaise...hobdo khni ussaron korute kunu kosta y puwa nai
@mintugogoi99478
3 жыл бұрын
সুন্দৰ, কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ, 🙏👏
@KunalIngti
Жыл бұрын
ইমান ধুনীয়া দিহা নাম❤❤
@bipuldeka350
3 жыл бұрын
খুব সুন্দৰ কণ্ঠ নিগৰাইছে ৷ প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ থাকিল, আগলৈকে আশা থাকিল ৷
@dibyajyotisaikia1203
3 жыл бұрын
ৰাতিপুৱাই চকুহাল মেলি শুনিলো ঘৰৰ ওচৰৰ কৰবাত এই দিহানাম ভাগি বজাই আছে । পুৱাৰ সুন্দৰ পৰিবেশৰ লগতে ৰিনিকি ৰিনিকি অহা গীতৰ সুমধুৰ হুৰে পৰিবেশতোক অতি মনোমোহা কৰিছে .....সুন্দৰ দাদা... এটি বুজাব নোৱাৰা অনুভৱ......
@rajibraktimcreations2884
3 жыл бұрын
অতি সুন্দৰ ককাইদেউ । মন প্ৰাণ চুই গ'ল ।
@pallabikhanikar9324
3 жыл бұрын
বহুত ধুনীয়া হৈছে ।।।। বনমালীলৈ বহুত বহুত শুভেচ্ছা অনুপম বিতোপন ❤❤❤
@putalikonchkonch7141
3 жыл бұрын
কৃষ্ণ , অতি সুন্দৰ 😍 তেখেতৰ কণ্ঠত অন্য এক শক্তি আছে 🙏 তেখেতৰ নাম সমূহ শুনি ভাল পাঁও আৰু আগ্ৰহেৰে ৰৈ থাকোঁ 🤗 আগলৈ যাতে আৰু শুনিবলৈ পাঁও 👌
@AnamikaTamuli-pw7xb
Жыл бұрын
Lpp
@rosemadas836
2 ай бұрын
Sundor kanthore guwa dihanaam fakiye hriday sui gol sakaluke bahut bahut dhanyavaad apunalukok bhagawane sadai kusole rakhok❤❤❤🙏🙏🙏
@অনুপমবিতোপন
2 ай бұрын
🙏🙏🙏
@papuborthakur5424
3 жыл бұрын
সুন্দৰ কমলা দা 🙏💐 আপোনাৰ পুৰণি এজন সংগী হিচাবে সদায় গৌৰৱ অনুভৱ কৰো 🙏🙏
@junmonichangmai6908
Жыл бұрын
দেহ মন জুৰ পৰি গৈছে ।কি যে অনুপম অ কমলা ।দুৰৰ পৰাই সেৱা ভাগ জনালো ।
@samibg5471
3 жыл бұрын
সুন্দৰ । হৃদয় চুই গৈছে 🙏🙏
@assameserocklk2019
3 жыл бұрын
মজা হৈছে দাদা কৃষ্ণ,🙏🙏🙏কৃষ্ণ
@tirthanathbordoloi6170
3 жыл бұрын
কৃষ্ণ , বহুত বহুত ভাল লাগিল । পূৱাতে ভক্তি মূলক গীত সুনা টো মোৰ বৰ প্ৰিয় ।
@krishnakhisaikia1441
2 жыл бұрын
দেহ মন জয় কৰা এতি অতি সুমধুৰ হৰিনাম...আপোনাসৱক শতকোতি প্ৰনাম
@তোমাৰমৰমৰকনকন
3 жыл бұрын
এ মজ্জা অতি সুন্দৰ দাদাহত শুনি ভাল লাগিল
@কেশৱটিফুক
3 жыл бұрын
অতি সুন্দৰ হৈছে, মনটো বহুত ভাল লাগিল,আগলৈ আৰু পাম বুলি আশা ৰাখিলোঁ।🙏
@jinuchawrok5568
3 жыл бұрын
কৃষ্ণ কৃষ্ণ । সুমধুৰ কণ্ঠ
@kunjalatakalita4174
3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে শুনি সুন্দৰ কণ্ঠ। 🙏🙏🙏
@songmishrandipaliborah1360
Жыл бұрын
Sundor poribeshon suni bhal lagil , Krishna
@amitdeb4107
3 жыл бұрын
বহুত ভাল লাগিছে দাদা আপনাক অনেক ধন্যবাদ।👌👌👌👌👌
@gubinbora7915
3 жыл бұрын
বৰ ভাল লাগিল শুনি 🙏🙏
@moumitabaruah3296
3 жыл бұрын
সুন্দৰ হৈছে ছাৰ,খৰতালি শুনি বহুত ভাল লাগিছে কুলামনি ছাৰ সুৰ আছে আগলৈ পুৰনা নামৰ সুৰ আৰু শুনিবলৈ পাম বুলি আশাবাদী. লগতে সংগী দুজনৰলৈও শুভেচ্ছা থাকিল. ৰাজীৱ, সুমিত
@M17-f5l
Жыл бұрын
এয়া যেন আমাৰ অতি চেনেহৰ অসমীয়া সংস্কৃতি৷ জনমে জনমে যোগে যোগে চিৰ প্ৰৱাহিত হৈ থাকক৷ ভগৱানে যেন কৃপা কৰক৷🙏🙏🙏
@muichiro__kun1922
Жыл бұрын
😊😊ppp 😊😊😊
@mukutlukhurakhon1411
11 ай бұрын
2:06 @@muichiro__kun1922😂❤❤
@kacharisuwalimoinilakshi8159
3 жыл бұрын
সঁচাই বহুত ভাল লাগিলে শুনি ♥️ সদাই এনেকৈ অসমীয়া সাংস্কৃতিক জগতখনক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ
@pankajgogoi921
3 жыл бұрын
বৰ ভাল লাগিল গগৈ দা, এনেকুৱা আৰু গীত আপোনাৰ পৰা পাই থাকিম বুলি আশা কৰিলো🙏
@dipumpbora7904
3 жыл бұрын
ৰখি ৰখি আজি পালোঁ ভাল লাগিল দেই ধন্যবাদ দিয়া কাৰণে এইটো উপহাৰ, গোলাঘটিয়া, ,,বহু দিনৰ পাছত শুনিলোঁ নতুন কিবা এটা,কমলা ককাইদেউ আপুনি আগুৱাই যাওক , আমাক আৰু এনেকুৱা হৰি নাম উপহাৰ দি যাব 🙏❤️
@JituHandique-j1e
2 ай бұрын
ধুনীয়া গাইছে ভাল লাগিল
@bhaskarjyotiborah6776
3 жыл бұрын
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ কৃষ্ণ! অতি সুমধুৰ নাম কৃষ্ণ!
@RHaz-vo6hv
3 жыл бұрын
Vagawantor ki je lila aei geet tu moi pratidinei huhu tetiya montut kiba eta prasanti jage🙏🏻🙏🏻 Krishna Pravu
@NarrayanBaruah
17 күн бұрын
কাকাইদেউ, আপোনাৰ, সুন্দৰ, সুন্দৰ, নাম, বিলাক, এই দৰে, পকাশ, কৰি, থাকিব, বুলি, আশা, থাকিল,,,,,
@romengogoi1191
3 жыл бұрын
আপোনাৰ হৰিনাম শুনি মন ভৰি গ'ল লগতে মোৰ ভাইটি গৌতমক দেখি আৰু ভাল লাগিল । আপোনালোক সকলো লৈ সেৱা জনালোঁ 🙏🙏🙏
@chandramaburagohain390
2 жыл бұрын
ৰাতিপুৱা গধূলি শুনি বৰ ভাল লাগে।অতি সুন্দৰ সুমধুৰ কণ্ঠ❤️
@utpalnath7129
6 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ❤ভাল লাগিল দেই শুনি❤
@PuspadharDoley-c9o
Ай бұрын
ধৰ্মেন্দ হাজৰিকা বাপ, কৃষ্ণ কৃষ্ণ বাপ কি বুলিনো মই কম বাৰু? ইমান ভাল লাগিছে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কাৰণ মই দিহা নামৰ নিয়মীয়া শ্ৰুতা। এয়া গুৰুজনাৰ কৃপা। মই এজন জনজাতীয় মিছিং লোক। গুৰুজনাৰ ওচৰত শৰণ লৈ শ্ৰী মন্ত শংকৰদেৱ সংঘত সক্ৰিয় সদস্য আৰু এক হৰি নাম ধৰ্মত দীক্ষিত হৈ চয়ং ঈশ্বৰকে বিশ্বাস কৰো।এয়ে বাপজন গোগামুখৰ পৰা প্ৰায় দহ এঘাৰ কিলোমিটাৰ ঘিলামৰা ঘাহি গাৱলৈ তাৰবাবে নিজৰ গাৱৰে এজন ভকত বন্ধু বুলি বিশেষ অভিনন্দন জনাবলৈ পায় নিজকে গৌৰৱ কৰিছো। বাপজন তোমাৰ ভবিষ্যত ভগৱন্তই দীৰ্ঘায়ো কৰক তাকে কামনা কৰিলো। এদিন নিশ্চয় লগ পাম বুলি আশা কৰিলো।
@bobynath4148
3 жыл бұрын
কৃষ্ণ কৃষ্ণ। সুন্দৰ।
@nayanmonidutta9768
3 жыл бұрын
কি সুন্দৰ গাইছা কমলা... বহুত বহুত ভাল লাগিল দেই... নতুন নতুন নাম আমাক উপহাৰ দি যোৱা..
@k.p_officialdanceassam1612
Жыл бұрын
🙏🙏krishna bap jon bohut dhuniya lagise .aru khun kale ati nam pam buli akha korilu krishna 🙏🙏
@babuldutta344
20 күн бұрын
Komola dabor Bohut dhuniya apunar hurtu 😊❤❤❤😮😍
@rajibdeka6705
2 ай бұрын
ভাষা নাই বুজাবলে কিমান ভাল লাগিছে।।।
@tapankumarvlogs9570
3 жыл бұрын
শুই উঠি এইবোৰ notification পালে বহুত ভাল লাগে... বহুত ভাল লাগিল শুনি...... আগলৈ এইদৰে সুন্দৰ সুন্দৰ গীত পাম বুলি আশা কৰিলো...
@maha23995
2 жыл бұрын
)
@dipusaikiaseemasaikia9627
2 жыл бұрын
@@maha23995 x
@dipusaikiaseemasaikia9627
2 жыл бұрын
@@maha23995 x
@rajibkhakhlary9059
Жыл бұрын
P
@pankajsaikia8991
Жыл бұрын
বহুত ভাল লাগিল কৃষ্ণ
@EshanCreativity
3 жыл бұрын
প্রতি দিনে এনেকুৱা সুন্দৰ ভক্তিমূলক গীত শুনিবলৈ পোৱাৰ বাবে অশেষ ধন্যবাদ।।।
@nivaborah7303
3 жыл бұрын
Krishna🙏🙏🙏
@ABINASHAk47
3 жыл бұрын
বহুত সুন্দৰ কণ্ঠ নিগৰাইছে ভাল লাগিছে শুনি। কৃষ্ণ কৃষ্ণ 🙏🙏
@lukumoniboruah4644
3 жыл бұрын
সুন্দৰ দাদা ।খৰ তালি সুৰে হৃদয় চুই গইছে।
@Anupprotimgogoi
3 жыл бұрын
সুন্দৰ.... ৰাতিপুৱাই মনটো বহুত ভাল লাগি গল❤️
@dgogoi2469
3 жыл бұрын
Khubei bhal lagil, krishno🙏🙏
@anjanpallabi6110
3 жыл бұрын
সচাকৈ খুব সুন্দৰ কণ্ঠ। দিহানাম বা টোকাৰী গীতত এনে কণ্ঠই অমৃত বিলাই।
@sanjibrajkokoi9672
3 жыл бұрын
বন্ধুবৰ কমলা গগৈৰ কণ্ঠত সৰস্বতী আই বিদ্যমান ৷ভগৱান সহায় হওঁক সদায় যেন শ্ৰৱণ কৰিবলৈ পাঁও কৃষ্ণ ৷৷
@nituniyor8722
3 жыл бұрын
সুন্দৰ ককাইদেউ , কৃষ্ণ ।
@monjitdutta4041
3 жыл бұрын
বৃন্দাবন বৃন্দাবন অনুভৱ হৈ গৈছে ভাল লাগিল শুনি👍👍
@bituldas1939
Жыл бұрын
Raington
@anshumanborgohain2915
2 жыл бұрын
শুনিলে শুনি থাকিবৰ মন যায় ।
@manabdas9992
2 ай бұрын
Dada bohut Dhuniya hoise....Krishna. 🙏🙏🙏
@Harikrishna63G
4 ай бұрын
বাপ বান্ধৱ, কৃষ্ণ কৃষ্ণ🙏 ৰাম ৰাম 🙏
@duttadurna
5 ай бұрын
অতি সুন্দৰ কণ্ঠদান কৰিছে।🙏🙏🙏
@rinigogoi57
3 жыл бұрын
খুব সুন্দৰ হৈছে। শুনি আপ্লুত হলো। কৃষ্ণ।
@rakhibora5866
3 жыл бұрын
Oti hundar kontho logote Namkhar..huni bohut val lagil. 🙏🏽🙏🏽🙏🏽
@nikitasaikia7016
2 жыл бұрын
Komol da bhut duniya apunr hurtu😍😍♥️♥️
@jun-junaliofficial5022
3 жыл бұрын
কমলা গগৈদেৱৰ কণ্ঠৰ এক অন্য সোৱাদ আছে। শ্ৰদ্ধা জনাইছো সকলোলৈকে
@surjyalatadutta1626
2 ай бұрын
অতি সুন্দৰ শুনিলে শুনি থাকিব মন যায়
@karnakalita5362
3 жыл бұрын
Ki xundor.... Ram krishna..... Ratipuwa puwai montu kiba kiba....Kobole bhakha ni.... Ram krishna.....🙏
@Daspabanasam
8 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন
@birenpdas5347
Жыл бұрын
অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো যোৰহাট
@baijnathmahto8312
3 жыл бұрын
সুন্দৰ হৈছে কমলা দা ।🙏🙏❤️❤️
@hirensaikia3810
3 жыл бұрын
সুন্দৰ কন্ঠ 👍👍👍👍🙏🙏🏻
@popiboruah4013
3 жыл бұрын
অতি সুন্দৰ ✨কমলা গগৈ দা ❤️আগলৈকে শুনিব পাম বুলি আশা ৰাখিলোঁ💕🥰🙏
7:42
Dihanam || Nandor Kanai By Kamala Gogoi || নন্দৰ কানাই-কমলা গগৈ || Assamese Bhokti Song || Horinam
Anupom Bitupon
Рет қаралды 2,8 МЛН
8:07
Dihanam O' Kanai Bapuji Konwar Manoj Haloi || অ' কানাই-বাপুজী কোৱঁৰ আৰু মনোজ হালৈ || Tirtha || তীৰ্থ
Anupom Bitupon
Рет қаралды 5 МЛН
00:59
КОГДА К БАТЕ ПРИШЕЛ ДРУГ😂#shorts
BATEK_OFFICIAL
Рет қаралды 7 МЛН
2:20:23
ЭКСКЛЮЗИВ: «Папа мені көп ұратын!» Біреудің семьясын бұздым деп айта алмаймын! Алғашқы сұхбат
НТК Show
Рет қаралды 1,3 МЛН
00:20
БАСКЕТБОЛИСТЫ ИГРАЮТ В НАСТОЛЬНЫЙ ТЕННИС #иванабрамов #дедищев #баскетбол #пингпонг #shorts
Иван Абрамов
Рет қаралды 5 МЛН
01:00
This dad wins Halloween! 🎃💀
Justin Flom
Рет қаралды 65 МЛН
8:33
Aaha Probhu (আঁহা প্ৰভু) - Achurjya Borpatra | Sunit Gogoi | Apurba Jaan | Assamese Tokari Geet 2024
Sunit Gogoi Creation
Рет қаралды 371 М.
9:40
Jibon Namor Bonti Gosi || Ankur Jyoti Boruah || Deh Bisar Geet || Bhoktigeet || Horinam
Anupom Bitupon
Рет қаралды 853 М.
7:19
Dihanam | গকুলতে বকুল ফুলে | Achurjya Borpatra | New Horinam | New dihanam | Gokulote Bokul Phule
Anupom Bitupon
Рет қаралды 3 МЛН
16:41
কৃষ্ণই কলে সখা তুমি || Krishnoi Kole Hokha Tumi ||কন্ঠ- বিদ্যুত বৰফুকন || ধেমাজি কেন্দ্ৰীয় হৰিনাম দল
All Rounder Humen
Рет қаралды 686 М.
7:52
কৈলাসৰ টোকাৰী-উমাকান্ত বৈৰাগী ৰিতু বড়ো | Tukari Geet-Kailakhor Tukari | Umakanta Boiragi Ritu Boro
Anupom Bitupon
Рет қаралды 2,8 МЛН
16:43
JUMON BORAH DIHANAM || Krishnai Bahi Bojai || জুমন বৰা কণ্ঠত সুন্দৰ দিহানাম 👌👌👌
Apex Studio Official
Рет қаралды 110 М.
7:44
ভক্তিমুলাক টোকাৰী গীত - Tokari Geet - Assamese New Bhakti Song 2018
Wave Music Assam
Рет қаралды 5 МЛН
16:25
'' ৰাঙলী কাজলি নন্দৰ চাৰিজনী গাই '' ধেমাজি প্ৰণৱ দিহিঙ্গীয়া ।।
Dhemaji kendriya harinam
Рет қаралды 1,2 МЛН
7:02
Dihanam || Kujibai by Rajib Baruah || কুজিবাই || Kamala Gogoi || Dihanam-2021 || Horinam || Tirtha
Anupom Bitupon
Рет қаралды 1,2 МЛН
11:16
শিৱসাগৰত মহা পালনামৰ অনুষ্ঠান|কমলা গগৈ|দিহানাম|Make krishnak koisile|Palnam Sivsagar|
SUMIT SAIKIA OFFICIAL
Рет қаралды 85 М.
00:59
КОГДА К БАТЕ ПРИШЕЛ ДРУГ😂#shorts
BATEK_OFFICIAL
Рет қаралды 7 МЛН