🚨 দিল্লীত কেজৰিৱালক কিয় হৰুৱালে কংগ্ৰেছে ? Atanu Bhuyan|| Satya

  Рет қаралды 50,178

Satya - The Truth India

Satya - The Truth India

Күн бұрын

👉 কংগ্ৰেছৰ প্ৰধান শত্ৰু এতিয়া বিজেপি নহয়, আপ হে !
👉 দিল্লীত আপৰ ভোট ভাঙিলে কংগ্ৰেছে

Пікірлер: 49
@jadobsaikia8393
@jadobsaikia8393 11 сағат бұрын
আপুনি কংগ্ৰেছক ভাল পাই নেকি
@NirmolNath-q7z
@NirmolNath-q7z Күн бұрын
এয়া জনসাধাৰণৰ মতামত যিমান ৰাজনৈতিক দল একত্ৰিত ন'হক কিয় ভোট দিয়া নিজৰ সিদ্ধান্ত।
@bhupendas8637
@bhupendas8637 Күн бұрын
অজিত, অখিল , লুৰিনক, আউট কৰি দিয়ক তেতিয়াই দল ভাল হব।
@Nirmalkumarray2000
@Nirmalkumarray2000 Күн бұрын
কংগ্ৰেছ হল নাও ডুবিলেও টিংৰ পৰা ননমা দল।।।আগৰ দৰে কংগ্ৰেছ নাই।।এতিয়া কংগ্ৰেছৰ মুখবোৰ লাওপাত কছুপাত।মুখবোৰ কিন্ত বহু চলে কিন্ত কামত ফোপোলা স্বৰূপ।গতিকে অসমত ইয়াকে প্ৰমাণ কৰে যে অসমত 2026ত পুনৰ বিজেপি চৰকাৰে হব।।।যদিহে অসমত কংগ্ৰেছৰ নেতৃত্ব সলনি নহয়,অসমত কেতিয়াও কংগ্ৰেছ নাহে।।সেইটো কংগ্ৰেছীয়ে বেয়া পাব পাৰে,কিন্ত কথাটো ভাবি চালেই ওলাই যাব।।কাৰণ বৰ্তমানৰ অসমৰ মূখ্যমন্ত্ৰীক হৰুৱাটো 99% অসম্ভৱ,বৰ্তমানৰ কংগ্ৰেছক লৈ।।।।
@Eve-d2e
@Eve-d2e 16 сағат бұрын
অসমৰ ৰাজনীতিকে সাধাৰণ জীৱন-যাপন কৰাৰ কথা ক'লে হাঁহি উঠে।
@bhupendas8637
@bhupendas8637 Күн бұрын
অজিত, লুৰিন আগতে পঞ্চায়তত জিকক, শুৱলা ভাষণ কাম নহব।
@PrasantaSarma-t1c
@PrasantaSarma-t1c Күн бұрын
2026 t BJP
@AbdulMotaleb-q7n
@AbdulMotaleb-q7n 17 сағат бұрын
কেজৰিৱালৰ নিচিনা মূখা পিন্ধা নেতা বোৰক এনেকুৱা শিক্ষাই দিব লাগে।
@DebitpalDas
@DebitpalDas Күн бұрын
Assam Congress 0 0 0
@pranpratimbordoloi397
@pranpratimbordoloi397 Күн бұрын
গণতন্ত্ৰত পূৰ্ণ সংখ্যাগৰিষ্ঠতা থাকা দলৰ চৰকাৰ থকাৰ বাদেও শক্তিশালী বিৰোধী দল থাকিলে শাসন ব্যৱস্থা শক্তিশালী হয় ৷ কংগ্ৰেছ (ই) দলে দিল্লীত চিপৰাং মাৰি গণতন্ত্ৰক দূৰ্বল কৰিলে ৷ দেশত কোনোবা নহয় কোনোবা দলক ৰাইজে নিৰ্বাচিত কৰাটোৱেই নিয়ম ৷ জৰুৰী নহয় যে এবাৰ জিকোৱা দলটোক আনবাৰো জিকাব ৷ কিন্ত আচল কথা হ’ল পূৰ্ণ সংখ্যাগৰিষ্ঠতা থাকা দলৰ চৰকাৰ আৰু শক্তিশালী বিৰোধী ৷ ৰাইজৰ দল, জাতীয় পৰিষদ আৰু আপ - এই তিনিদল আচলতে একত্ৰিত হ’লে তেওঁলোক অসমত ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন ৷ ভাৰতীয় ৰাইজে দীৰ্ঘদিনৰ বাবে কংগ্ৰেছক শাসক আৰু বিৰোধী -উভয় ৰূপত দেখিলে ৷ কিন্ত আপ দলক অন্ততঃ পৰীক্ষামূলক ভাৱে হ’লেও চাব লাগে ৷ ইতিমধ্যে দিল্লীত চালেই নহয় বুলি নক’ব ৷ কাৰণ অসমৰ মূখ্যমন্ত্ৰীয়ে এটা ৰাষ্ট্ৰীয় চেনেলক দিয়া সাক্ষাৎকাৰত কৈছিল যে “অৰবিন্দ কেজৰিৱাল এখন মিউনিচিপেলিটিৰ মূখ্যমন্ত্ৰী আৰু মই এখন ৰাজ্যৰ মূখ্যমন্ত্ৰী“----৷ গতিকে বৃহৎ পৰিসৰত পৰীক্ষা কৰি নিশ্চয় চাব লাগে ৷ ---এই সময়ত চাবলৈ গ’লে আমাৰ ৰাজ্য আৰু দেশখনতেই শক্তিশালী বিৰোধী নাই ৷ এয়া গণতন্ত্ৰৰ বাবে ভাল নহয় ৷ যি কি নহওক কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ বাবেই দিল্লীৰ বিজেপি চৰকাৰে সহজেই বিভিন্ন ভাল ভাল আঁচনি লৈ জনকল্যাণৰ কাম কৰিব বুলি আশাবাদী ৷
@bipulsarania-ki4yb
@bipulsarania-ki4yb 17 сағат бұрын
অজিত লুৰিন অখিল ভোপেন ই কেইতা থকা লৈকে বিজেপিক একোই কৰিব নোৱাৰে
@KrishnakantaDas-j4s
@KrishnakantaDas-j4s Күн бұрын
ভুপেনক আউট কৰক
@jitu-nh1qk
@jitu-nh1qk 5 сағат бұрын
এই জয়ৰ মূলতে হল উন্নয়ন আৰু এইটো কিয় নকয়
@imdadulhaque3647
@imdadulhaque3647 Күн бұрын
অধ্যয় নহয়, অধ্যায়!
@DhanmoniSaikia-d9o
@DhanmoniSaikia-d9o Күн бұрын
Bhopen r Kam nai
@dr.jainuddinislam3275
@dr.jainuddinislam3275 Күн бұрын
কেজৰিৱাল হাৰিল হাৱা মহল বনাই, তেনেকুৱা আৰু বহুতো মূখ্যমন্ত্ৰী ভাৰতত আৰু বহু আছে, তেওঁলোকৰ কি হ'ব।
@kulendrabora58
@kulendrabora58 12 сағат бұрын
কোনোবাই কাৰোবাক জিকাব বা হৰুৱাব পাৰে নেকি ?
@anilbora2237
@anilbora2237 17 сағат бұрын
Parvesh Verma, Kapil Mishra, Vijendra Gupta,Monoj Tiwari, Bansuri Swaraj, Nupur Sharma, Smriti Irani, Sirsa (Sikh) আদি বহুত মজবুত candidates CM face ত আছিল। মোৰ কেবাটাও যুক্তি (in writing)Parvesh Verma ৰ favour ত আছিল। 👍
@mostofamdkhairulislam5870
@mostofamdkhairulislam5870 Күн бұрын
100% right kotha, Arvind Kejriwal aru Congress r ohongkaror babe odhopoton, aru Congress party Mane 000000000000000000000000000000000000000000 vote
@hemantamahanta5578
@hemantamahanta5578 Күн бұрын
বিধানসভা নিৰ্বাচনত বিৰোধী দল একত্ৰিত. হলেহে জয়লাভ. কৰাত সক্ষম বুলে বহুজনে ভাবে ।
@MoneshLagasu
@MoneshLagasu 8 сағат бұрын
Apuni bjp he
@dr.jainuddinislam3275
@dr.jainuddinislam3275 Күн бұрын
অতনু দা। একেবাৰে সঁচা কথা কৈছা আপুনি
@SabitaSaikia-rn6fn
@SabitaSaikia-rn6fn Күн бұрын
বাস্তবক অস্বীকাৰ কৰিব নোৱাৰি,যি দলৰে নহওঁক লাগে।কাৰোবাক কোনোবা দলৰ বুলি অভিহিত কৰিলে কঁওতাজন যে বিৰোধী জানিবলৈ বাকী নাথাকে,কোনো দলে ৰাইজে বিচৰা ধৰণে কাম কৰা নাই,গতিকে এইবোৰ গাই লাভ নাই।
@90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী
@90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী Күн бұрын
@GautamBaruah-o6i
@GautamBaruah-o6i Күн бұрын
apunar news Sai kiba bhal nologa hol kio baru Kiba medicine asr neki apunar news Sai bhal puwa
@abbubakkarsiddiqe5755
@abbubakkarsiddiqe5755 22 сағат бұрын
কুতুনু ভিনাৰেৰে খবৰ ভাল নে
@Technicalboys-x2f
@Technicalboys-x2f 3 сағат бұрын
😂
@cucumbe4
@cucumbe4 Күн бұрын
Dellir.lagat Assam nimila aru atanu bhyan b j p ajent
@ManasJyotiSarma-f5m
@ManasJyotiSarma-f5m Күн бұрын
Agor studio and t shirt ot bhal lagisil atia kiba besi acting type lagise
@SayadmuradHussain-ke9jj
@SayadmuradHussain-ke9jj Күн бұрын
eman dare keo juwa kali result delhi resulat ulllai
@DigantaKalita-x8z
@DigantaKalita-x8z Күн бұрын
Apuni.bjp
@jblover8658
@jblover8658 Күн бұрын
Asomotu Himanta Biswa Sarmar condition Delhir Kezriwal or darei huatu aami bisaru. Himantar ahangkar ati besi hoise. Sab nijor matei karibo bisare. Janatak kono gurutta nidiye. Nijor patni aru pariyal or naamot CM hoi gani shesh karibo nuara sampatti gahrise. Aami Himantak sampattir pahar banabo loi CM pota nasilu. Tadupari jati mati bhetit kotha koi bahiragata ana Adomiyak he suraksha dise. Bahiragatar dapdapanit aami Asomiya thakibo nuara hoisu. Enedare BJPe akhamaniya aparadh karise. Aami joli asu. Eman thagibo napai. Congress baru Miyar dal. BJP dekhun ana Asomiyar dal he hol. Aami Asomor prakrita khilangia manuhkhinir karane kono dal nahabo neki? Aami kak vote dim? Jay Aai Asom.
@pradipsharma6588
@pradipsharma6588 Күн бұрын
Congress e BJP k rudhiba noware congress dubanta nawo
@Chaudhudhury
@Chaudhudhury 21 сағат бұрын
কংগ্ৰেছে হৰুৱা নাই EVM য়ে হৰুৱাইছে।
@JayantaGogoi-r8w
@JayantaGogoi-r8w 21 сағат бұрын
আহি গ'ল ভোকিবলৈ Jarman sarfaraz pappy. 😭😭
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn Күн бұрын
I Conggresse kanot dhori aathukahi Raijor usarat khopot khai koleu Raije I Conggressak Vote Nidia kionu I Onggresse bojarot bohut tenga aam Bikri korile Raije kheibur napahore .kionu abar khape khale kesuloiku bhoi .
@sabedaliahmed7233
@sabedaliahmed7233 19 сағат бұрын
BJP ৰ দালাল সাংবাদিকৰ মূখত এইবাৰ নিৰপেক্ষ কথা কি আচৰিত ,?
@hnjurneyrie3987
@hnjurneyrie3987 Күн бұрын
Rahul Gandhi jatia loi soki khnr pora uthi nidie tatia loi congress e made made hindur pora katiau vote napai,baki secularism buror ktha najanu
@satyamevajayate1274
@satyamevajayate1274 Күн бұрын
Kihor sokit bohi ase Rahul Gandhi?? MP pod 2 eri dibo lge nki?
@R.R.G-w8c
@R.R.G-w8c Күн бұрын
​@@satyamevajayate1274 মূখʼ কংগ্ৰেছৰ সভাপতিৰ চিতৰ পৰা পাপপূৱে উঠিব লাগিব
@R.R.G-w8c
@R.R.G-w8c Күн бұрын
​@@satyamevajayate1274মূখ কংগ্ৰেছৰ সভাপতি চিতৰ পৰা ।
@satyamevajayate1274
@satyamevajayate1274 Күн бұрын
@@R.R.G-w8c হেৰ কংগ্ৰেছৰ সভাপতি Mallikarjun khaege
@R.R.G-w8c
@R.R.G-w8c Күн бұрын
@@satyamevajayate1274 খʼগে নামত হে লিদত কোন আছে, যেনেকৈ মনমোহনক চলাইছিল ছোনিয়াই ।
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 148 МЛН
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
Planning Of Article 370 Removal
43:06
Nitish Rajput
Рет қаралды 12 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН