What happened with Assamese film "Joi Hanuman" - Dimpu Baruah

  Рет қаралды 248,961

Dimpu Baruah

Dimpu Baruah

Күн бұрын

Пікірлер: 1 600
@JayantaKumarDas-gg8vm
@JayantaKumarDas-gg8vm 2 күн бұрын
ইয়াক evil satisfaction বুলি কয় । দুৰ্ঘটনা হলে প্ৰথমত সুধিব কেইজন মৰিল।
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@Binod__dewri
@Binod__dewri 2 күн бұрын
​@@Nayanmonidas-ptyt hleu mnuhe ...njr lgt hle h bujibo ...
@rdas2010
@rdas2010 2 күн бұрын
​@@Nayanmonidas-ptচাবচকাইব কৰিলো প্লিজ মোৰ টো চাব কৰিবা৷ মোৰ চনেল @Astro Guru Rekha 4348
@bitu6597
@bitu6597 2 күн бұрын
Hundor disa​@@Nayanmonidas-pt
@DebashishGogoi-so5km
@DebashishGogoi-so5km Күн бұрын
😊😊
@bonishasaikia720
@bonishasaikia720 2 күн бұрын
জয় হনুমেন চিনেমাখন বহুত ধুনীয়া হৈছে। সমাজ-ৰাজনীতিৰ এনে সাহসী উপস্থাপন সঁচাকৈ শলাগিবলগীয়া। জয় হনুমেনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@SUKUMAR_CREATION
@SUKUMAR_CREATION Күн бұрын
😂​@@Nayanmonidas-pt
@axomtisang6133
@axomtisang6133 Күн бұрын
E hosaka pagole hol gom palu😂😂😂😂😂​@@Nayanmonidas-pt
@thelimitlessinspiration4296
@thelimitlessinspiration4296 2 күн бұрын
ইমান ধুনীয়াকৈ অথচ কঠোৰভাবে এচাম অভদ্ৰ মানুহক গালি পৰাৰ কাৰণে আপোনাক ধন্যবাদ । আমাক সঁচাকৈয়ে আত্মসমালোচনাৰ প্ৰয়োজন ।❤
@Jin_374
@Jin_374 2 күн бұрын
ঠিক কথা কৈছা দিম্পু দা ❤ কি কৰিবা আৰু আমাৰ শিক্ষা প্ৰণালীটয়ে এনেকুৱা । মানুহখিনি শিক্ষিত হৈছে যদিও জ্ঞানৰ অভাৱ 🙂
@Nayanjyotipathak
@Nayanjyotipathak Күн бұрын
সচাকে দেই আপুনি কোৱা প্ৰতিটো কথাই ১০০ % সত্য। বৰ্তমান মানুহৰ চিন্তাধাৰাৰ ওপৰত ইমান সুন্দৰভাৱে বিশ্লেষণ কৰিছে কি কম আৰু। অশেষ ধন্যবাদ। এনেকুৱা অভিজ্ঞতা আজিকালি আমাৰো হৈ আছে।
@makemilliondreams
@makemilliondreams 2 күн бұрын
@Dimpu Da Topic : এজন সাধাৰণ মানুহৰ বাবে iPhone এটা কিমান প্ৰয়োজন....! এজন গাওৱঁত বাস কৰা মানুহৰ বাবে অট্টালিকাৰ কি প্ৰয়োজন ...! একেখন ঘৰত ৩/৪ খন বাহনৰ কি প্ৰয়োজন...! মানুহে আজি কালি ইমান show off কৰাত কিয় ব্যস্ত হৈ গৈছে ....! এই বিলাক Topic ৰ ওপৰত এটা video বনাব বুলি আশা কৰিলোঁ for Public Awareness 🎉❤
@indrajitmandal3928
@indrajitmandal3928 2 күн бұрын
আপোনাৰ কথাবোৰ সত্য ,
@avinashduarah2312
@avinashduarah2312 2 күн бұрын
Hopun buli ata bostu thake . Hoitu apuni moi jibur hopun mon puhi rakhisu haibur karubar karona useless u hbo pare . Moi nijai income kora toka r ktha koisu, bapek maa k r poisa re iPhone, bike ,gari lua r ktha kua ni
@Richachetry-y6k
@Richachetry-y6k 2 күн бұрын
❤ Lage video ata
@sharinganyt2570
@sharinganyt2570 2 күн бұрын
#@makemilliondreams : it's just a phone buddy..just a fucking phone giving a fuck about phone..even I'm using 14pro .. it's just a phone just like other phone
@hridaynath1221
@hridaynath1221 2 күн бұрын
Umm. Hoba lage
@ankurkrmusical
@ankurkrmusical 2 күн бұрын
১০০% সঁচা কথা কলে দিম্পু দা। আমাৰ মানুহে আনৰ সমালোচনা কৰি বহুত ভাল পাই।😢
@axomiabuwari
@axomiabuwari 2 күн бұрын
সঁচা কথা
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@Dikshita_hazarika.
@Dikshita_hazarika. 2 күн бұрын
Like modi ji
@prabalrajhappyzonelover3417
@prabalrajhappyzonelover3417 2 күн бұрын
এটা কথা এ কিমান বাৰ কৈ থাকা এ বাল। ​@@Nayanmonidas-pt
@raktimchiring
@raktimchiring 2 күн бұрын
Hosa kotha koise Dimpu da 😢
@amitkachari1118
@amitkachari1118 2 күн бұрын
Movies r namot boring words tu buji pwa ne apuni dada
@_UNKNOWN_USER_2023_
@_UNKNOWN_USER_2023_ 2 күн бұрын
সঁচা কথা কৈছে ডিম্পু দা । আজিকালি মানুহে আৰামৰ জীৱন বিচাৰি নিজৰ সকলো হেৰুৱায় পেলাইছে !😢
@dipankarbora1660
@dipankarbora1660 2 күн бұрын
সকলো ঠিকে আছে, আমাৰ মানুহ বেয়া। যেনেকৈ চৰকাৰে স্বচ্ছতাৰ কথা কয়, মানুহেই লেতেৰা কৰে, মানুহেই চৰকাৰক সমালোচনা কৰে।
@madhujyabora4615
@madhujyabora4615 2 күн бұрын
জয় হনুমেন চিনেমা খন সঁচাই বহুত ভাল হৈছে ❤️❤️
@flyingbird131
@flyingbird131 2 күн бұрын
100% right ☑️
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@Jintu-j6q
@Jintu-j6q 2 күн бұрын
অসমীয়া চিনেমাই south ৰ পৰা বহুত শিকিব লগা আছে , বলিউদৰ পৰা নহয় কাৰণ দক্ষিণৰ অভিনেতা বিলাকে ভাৰতৰ ধৰ্ম সংস্কৃতি ক বহুত সন্মান কৰে ভাৰতৰ সংস্কৃতি বহুত ধুনীয়াকৈ উপস্থাপন কৰে কিন্তু বলিউডে ধৰ্ম বিলাকক অপমান কৰে , আৰু হিমাংশু প্ৰসাদ দাসে অভিনেতা হৈ ও ৰাজনীতিত বেছি গুৰুত্ব দিয়ে, এইবিলাক কৰিলে flop হব,মই এজন মুছলিম লৰা ভাৰতীয় সংস্কৃতিক সন্মান কৰোঁ প্ৰত্যেক টো ধৰ্মক সন্মান কৰোঁ , চিনেমা এখনৰ উদ্দেশ্য ধৰ্ম বা সংস্কৃতি ক আঘাত দিয়া নহয় , কোনেও গাত পাতি নলব❤❤
@PDverified
@PDverified 2 күн бұрын
Mm xosa kotha
@Dhurjoti28
@Dhurjoti28 2 күн бұрын
Thik kotha koise
@GokulBoro-mi8of
@GokulBoro-mi8of 2 күн бұрын
Wah bhai mor Karnatokot 7 bosor hoi gol aru bohut kiba xikilu
@owfacts3156
@owfacts3156 Күн бұрын
Movie khn nusuwa k comment nkoriba bondhu.........
@DhanJr-oz4yu
@DhanJr-oz4yu Күн бұрын
Example KGF, Pushpa etc movie jot neki South Cinemai দুখীয়া ঘৰৰ লৰা ডাঙৰ hoi Gangster, Don kenekoi hbo lge heitu দেখুৱাইছিল লগতে Modahi, Ganjaru o hbo lge heitu o দেখুৱাইছিল😂😂 ইমান ধুনীয়া কৈ ভাৰতৰ সংস্কৃতি South Cinema r bahire aru kune o দেখুৱাব নোৱাৰে। 🤣🤣
@Stroinyaboro
@Stroinyaboro 2 күн бұрын
Dada aji apunak prothom coment korisu. (from Assam nogaon jila) film khon val hoise aru apunar kothakhini val lagil. Cinema hall t aibar prothom bar saisu val lagil joy honuman aru adin sab jam film khon adhoru ke sai ahilu xomoy nohol khondhia hoi goisil kamrup চয়গাওঁট cinema hall. Film khon adhorua hoi rol aru ketia sab paw najanu monot pori ase . সকলোৱে চাব ভাল লাগিছিল সম্পূৰ্ণ কৈ নাচালেও। Dimpu দাদা আপোনাৰ video bur sai thaku val lage . Apuni aru aguwai যাওক aru khokolure প্ৰীয় hoi thakok 🥰🥰🥰
@JintuGogoiJintugogoi-q5h
@JintuGogoiJintugogoi-q5h 2 күн бұрын
Social media মানুহ আজি কালি 90% আৰু real life t 10 %😂 মইনা হত ow really 90%থাক ❤ Love from apar Assam lakhimpur dhkuakhana❤
@MriduPaban-hj8lx
@MriduPaban-hj8lx 2 күн бұрын
Oii moi mrudu hoi
@______________Ss23
@______________Ss23 2 күн бұрын
​@@MriduPaban-hj8lx oi mridu
@SumiDas-987
@SumiDas-987 2 күн бұрын
😂
@MilanDeka-uv5vj
@MilanDeka-uv5vj 2 күн бұрын
দিম্পু দা আপোনাৰ চিন্তাক সন্মান জনাইছো। আপোনাৰ চিন্তাধাৰাই মোক বাৰুকৈ আপ্লুত কৰি আহিছে আগৰপৰাই। বাস্তৱ সত্যক ভিডিঅ’ আকাৰে তুলি ধৰিছে।
@assameselive9105
@assameselive9105 2 күн бұрын
চিনেমাখন চালোঁ।খুব এখন ভাল চিনেমা।য'ত হিন্দু ধর্মৰ ওপৰত কোনো বেয়া নেদেখিলোঁ।চিনেমা হিচাপে বহুত ভাল চিনেমা।শাসন আৰু শাসন ব্যৱস্থাৰ ওপৰত একদম খুল্লাছ কৈ দিছে।
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@biswa041vlogs
@biswa041vlogs 2 күн бұрын
😂aru kiman cpy pste kriba ​@@Nayanmonidas-pt
@bithikasblog219
@bithikasblog219 2 күн бұрын
Hosakoi ekhon bhal cinema.. amiu salu..
@ritamsarma4973
@ritamsarma4973 2 күн бұрын
Exactly, moi mor surroundings t xeitu feel koru... Manuhe bohut futti pai tumar logot beya howa kotha eta xuni.... Manhu tur logot jodio tumar eko dusmoni na
@DeepankurVlogs
@DeepankurVlogs 2 күн бұрын
ভাল কথা কৈছে আজি দিম্পু❤
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@hdcreations2979
@hdcreations2979 Күн бұрын
সকলো মগনীয়াই মৰক, মোৰ পেটটো ভৰক---এই ধাৰণাৰে চলি আছে সকলো ৷ সেয়ে এই অৱস্থা ৷ তোমাৰ বিশ্লেষণটো ভাল হৈছে ৷
@AssamCD_IND_No1
@AssamCD_IND_No1 2 күн бұрын
আজি কালি সৰু ল'ৰা ছোৱালীয়ে ভাত নাখাই বা কান্দী থাকিলে মাক হতে mobile টো দি দিয়ে। আঁচলতে সেইটোয়ে শেষ কৰি গৈ আছে । আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি কান্দীলে কি মা হতে আমাক mobile দিছিল। আমি কি ডাঙৰ নহলো। এতিয়া কিছুমানে কব তেতিয়া mobile নাছিল কিন্তু সেইটো নহয়। ল'ৰা - ছোৱালীয়ে কান্দী থাকিলে কোনে reels চাব বা বনাব। আচল কথা হ'ল ধৈৰ্য নাই.... এনেকৈ এ এদিন সকলো শেষ হ'ব।
@shilpasaikia6876
@shilpasaikia6876 2 күн бұрын
Monor ktha koise ekdom
@AssamCD_IND_No1
@AssamCD_IND_No1 2 күн бұрын
@@shilpasaikia6876 thank you
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
দাদা আপোনাৰ লগত সেইদিনা scam হওঁতে আপোনাৰ বেয়া লাগিল কিন্তু আপুনি যে কেইদিন মান আগত fake hair oil ৰ promotion কৰিছিল সেইটো কি আমাৰ লগত আপুনি scam কৰা নাছিল নেকি?
@bittumahato2056
@bittumahato2056 2 күн бұрын
​@@Nayanmonidas-pt Atia eijone eku reply nidiyea ..toka paise add koribo aru ki lage manhur ji hoi hobo aru hair oil logai mur ki aai jai muk tu akol toka lage na
@Nayanmonidas-pt
@Nayanmonidas-pt 2 күн бұрын
@@AssamCD_IND_No1 আৰু কি জনে দাদা ...hair oil to je fake আছিল সেইটোও Dimpu দা ও জনে সেইবাবে টো সেইটো ভিদিও ৰ comment section to বন্ধ কৰি ৰাখিছিল।
@Nirabhazarika9101
@Nirabhazarika9101 2 күн бұрын
❤Kotha khini vl lagil , Hosakoi jio naha agot bohut bhal asil🥺 , dimpu da Atiya manuh bur hohute change hol , 🥲 Old is gold 🪙
@YTofSBZ
@YTofSBZ 2 күн бұрын
Love ❤ from Sri Lanka
@NirmaldasNirmaldas-g9e
@NirmaldasNirmaldas-g9e Күн бұрын
Next level love from Assam India ❤
@nivahappyholysarma1043
@nivahappyholysarma1043 2 күн бұрын
100 percent satya Dimpoo Ajir society r environment khub beya Ata sam dhangsha
@AMITSARMA-lo7kh
@AMITSARMA-lo7kh 2 күн бұрын
Most important video 🎉💯 reality, nice dimpu da ❤❤. Love from pathsala ❤🎉
@MakipOfficial
@MakipOfficial 2 күн бұрын
Love from USA United States of Assam 😀❤
@bidyutkalita5807
@bidyutkalita5807 2 күн бұрын
Dibo diba nki
@mrinmaylukhurakhan6499
@mrinmaylukhurakhan6499 2 күн бұрын
Boka😂
@DJ_BABU_67
@DJ_BABU_67 2 күн бұрын
O heri koti marba dibi
@manashdas8087
@manashdas8087 2 күн бұрын
Video is already from USA 😊
@RintuGoyary
@RintuGoyary 2 күн бұрын
😂😂
@MrBibhuti5
@MrBibhuti5 2 күн бұрын
U have spoken the truth,uprt uthabo aru pisot joli poki nomabo sesta,anyhow joi honuman saalu bahut vhal hoise.request everyone to watch the film.
@jyotiprasadmusicalvlogs7749
@jyotiprasadmusicalvlogs7749 2 күн бұрын
100% সঁচা কথা কৈছা দিম্পো 😊
@Diksha6625
@Diksha6625 4 сағат бұрын
Dimpu Barauh ❤ Tumi filim producers kinik nokowa kaila ja Assamese Ramayan, Mahabharat, bonabola. Sankar guru Upaar to film bonibo laga . Society change Aani boloi hola Aadhyatmik movie Axomiyat bonabo laga❤.
@parikhitmedhipretech3609
@parikhitmedhipretech3609 2 күн бұрын
Akdom xosa ..❤100 % TRUE.
@ritupanbhai7832
@ritupanbhai7832 Күн бұрын
Assamese best youtuber dimpu ❤ video kiba ata 2 information pau...
@MridulKoch-u5c
@MridulKoch-u5c 2 күн бұрын
মুক্তি দিয়া সময় সিনি বেয়া হৈচে । ডিচেম্বৰ মানত ৰিলিচ্‌ হলে অলপ হলেও চলিল হয়।
@quizstudiosaurav
@quizstudiosaurav Күн бұрын
The line.... প্ৰথমে ওপৰত উঠাব আৰু তাৰ পিছত নমাব চেষ্টা কৰিব।👏
@tariksaikia5800
@tariksaikia5800 2 күн бұрын
সঁচাই আমাৰ ধৰ্য নোহোৱা হৈ গৈছে 😢ৰীল বিলাকে আমাক শেষ কৰি দিছে 😢
@rajib0747
@rajib0747 2 күн бұрын
Dimpu daa cinema akhon hit hoboloi acting + video quality + scripts etc val thakibo lagee
@RahulAmin-h3j
@RahulAmin-h3j 2 күн бұрын
I love dimmpu da da
@kashyapsvlog8133
@kashyapsvlog8133 Күн бұрын
সচাকৈয়ে মানুহৰ আবেগ অনভূতি এক আচৰিত ধৰনে পৰিবৰ্তন হৈগৈ আছে।ভাবিলই ভয় লগা হৈছে😢😢
@nirutpalgaming1232
@nirutpalgaming1232 2 күн бұрын
Mar dimpu mar 😂😂😂😂😂😂😂😂 I love you dimpu da😊😊😊😊😊😊😊😊❤❤
@Zayn-_Maalik
@Zayn-_Maalik 2 күн бұрын
Mar dimpu da mar 😂😂😂😂
@Phdd385
@Phdd385 2 күн бұрын
It's true dimpu daa..!! Baki jee a nohok kintu apuni juiii dimpu daa 💯🔥🔥
@KoushikDeka-zr1fw
@KoushikDeka-zr1fw 2 күн бұрын
Dimpu dai thik kotha koise 👍🏻❤
@monimonsterofficial7112
@monimonsterofficial7112 Күн бұрын
*Love From Morigaon* ❤❤❤❤
@gautamkishan9375
@gautamkishan9375 2 күн бұрын
Love from Dibrugarh ❤❤❤❤
@richasonowal2978
@richasonowal2978 Күн бұрын
চিনেমা খন বহুত ভাল হৈছে, family লগত বহি চাব পৰা এখন চিনেমা ।কিন্তু দৰ্শকে কিয় ভাল নাপালে সেয়া ভাবিবলগীয়া কথা।
@hiravlogs9496
@hiravlogs9496 2 күн бұрын
1st like 🥰
@anirbantalukdar8
@anirbantalukdar8 Күн бұрын
Val lagil vedio tu really. Dis is d reality of today's masses.
@bk_biswajit
@bk_biswajit 2 күн бұрын
Love from afganistan ❤
@Manoj_Barua
@Manoj_Barua 2 күн бұрын
ভাবি থকা কথা খিনিকে কৈছে.... এই কথাখিনি সম্পূৰ্ণ সত্য কথা... সদায় ঘটি থকা... ধৈৰ্য সঁচাকৈ আমাৰ নোহোৱা হৈছে দিনক দিনে...
@MonojSutradhar-dl7ji
@MonojSutradhar-dl7ji 2 күн бұрын
Absolutely right 👍 dada nagative thoughts axomor manhur 😢😢😢😢
@DJ_BABU_67
@DJ_BABU_67 2 күн бұрын
Apuni kor tenehole Bangladesh r neki🤣
@rahulkashyaplaskar1362
@rahulkashyaplaskar1362 Күн бұрын
You are discussing on very good topic...
@PARTHA__203
@PARTHA__203 2 күн бұрын
Akdom right 👍 mon or kotha gote koi dile apuni ❤
@AbhijitGogoi-l6h
@AbhijitGogoi-l6h Күн бұрын
Absolutely right
@DHANESHBHAIUNLIMITED
@DHANESHBHAIUNLIMITED 2 күн бұрын
Kintu Hosa kotha koi ase dimpu dai❤❤❤❤❤❤❤❤❤❤❤ Love from dhemaji,,,,,,,,,,?
@dhrubafilms5576
@dhrubafilms5576 2 күн бұрын
Jai Hanuman ❤❤salu Bohut val lagise sai ❤❤ nam tu milaise .. Msg ase ❤❤❤❤
@RinkuAhmed-e2s
@RinkuAhmed-e2s 2 күн бұрын
Love , from USA dimpu vai
@DJ_BABU_67
@DJ_BABU_67 2 күн бұрын
Love From London
@SomujjalKuli-v1c
@SomujjalKuli-v1c 2 күн бұрын
Love from china
@anupamgogoi6244
@anupamgogoi6244 2 күн бұрын
Love from Russia
@KushalBhumij-c9p
@KushalBhumij-c9p 2 күн бұрын
Love from Tezpur ❤
@uncommon2842
@uncommon2842 2 күн бұрын
Goru cinemas khon moza lagile sai❤❤
@sankarjyotinath3648
@sankarjyotinath3648 2 күн бұрын
Love you Dimpu da❤ love from Raha/Nagaon ❤
@runumidas403
@runumidas403 2 күн бұрын
দিম্পু বৰ গুৰুত্ব পূৰ্ণ কথা কৈছা আগুৱাই যোৱা
@pdpranabdas7237
@pdpranabdas7237 2 күн бұрын
Right information dimpu da 😊❤❤
@utpalSarma-p7l
@utpalSarma-p7l 2 күн бұрын
অসমত প্ৰতিখন জিলাই জিলাই এটাকৈ উন্নত মানদণ্ডৰ চিনেমা হল হব লাগে। তেতিয়াহে অসমীয়া চিনেমাৰ সোণালী দিন আকৌ ঘূৰি আহিব।
@apurbarabha6555
@apurbarabha6555 2 күн бұрын
Love from London
@jollywoodassam4377
@jollywoodassam4377 2 күн бұрын
Joy Hanuman khon bohut val hoisa ❤ Atiau Hall t soli asa sobei sala atiau hit koribo pari . Assamese movie creator k ami support koribo laga 😢
@67Vijay67
@67Vijay67 2 күн бұрын
LOVE FROM BORSOLA 💜✅
@debasishsaikia7414
@debasishsaikia7414 2 күн бұрын
Ekdm Correct... Exactly Aituei hoi ase manuhor... It's so pathetic actually
@jollywoodassam4377
@jollywoodassam4377 2 күн бұрын
Hanuman khon sabo laga bohut val hoisa ❤
@DamiGurr
@DamiGurr Күн бұрын
Love from Tamilnadu❤😊
@MancaveTV-t4f
@MancaveTV-t4f 2 күн бұрын
অসমত কমি গৈছে তেম্পু, ইউটিউবত চলি আছে দিম্পু 😅😅
@indrakarmakar8160
@indrakarmakar8160 2 күн бұрын
ऑडियो पूजा अपना गाड़ी तो बिकिनी की
@purbajyotideka9418
@purbajyotideka9418 2 күн бұрын
Tampu komise Ki kowa bondhu …?? Bongaigaon jaba 1 bar Sai aiheba…..
@nobo_jit_01
@nobo_jit_01 Күн бұрын
😂😂
@Junmaina12921
@Junmaina12921 2 күн бұрын
Totally agree with you, hompurno vdo tu u sabo nuarilu tumar, emn digholiya vdo
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 2 күн бұрын
ঠিকে আছে দে সোণ 😊😢😢😊
@LakhimpurGogoi
@LakhimpurGogoi Күн бұрын
গাত লাগিল যেন পাইছো 😂
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 Күн бұрын
@@LakhimpurGogoi হে 🤣😂
@sudarsonabhagawati7340
@sudarsonabhagawati7340 2 күн бұрын
akdom right✅❤️
@DipTrick5
@DipTrick5 2 күн бұрын
C.I.D Serial IS Back...Upcoming PROMO 26 October ❤
@Wilhelm.sb57
@Wilhelm.sb57 2 күн бұрын
CID back❌ childhood back ✅
@RimjhimBasumatary
@RimjhimBasumatary Күн бұрын
Kot realise dbo bru????????
@satyazvlogs1606
@satyazvlogs1606 2 күн бұрын
Absolutely right bro....👍
@wrapinghouse96
@wrapinghouse96 2 күн бұрын
101% right Dimpu da❤
@SwahidBarman
@SwahidBarman 2 күн бұрын
Val vai tomar kotha❤
@NabanurAhmed-dk6qz
@NabanurAhmed-dk6qz 2 күн бұрын
হিমাংশু দাৰ কাৰণে 100 টা Like কৰিবা ৷ Reply দিবনে হিমাংশু দাই
@manabjyotideka224
@manabjyotideka224 29 минут бұрын
100% right Dinpu ❤❤❤…
@JitulChoudhury
@JitulChoudhury 2 күн бұрын
Love from norwayyy
@rahulthakuria7318
@rahulthakuria7318 2 күн бұрын
Love from America ❤
@karinanath___
@karinanath___ 2 күн бұрын
Dimpu my favourite 😚
@DJ_BABU_67
@DJ_BABU_67 2 күн бұрын
Kio
@garimanath4397
@garimanath4397 2 күн бұрын
💯 Right Dimpu Daa
@Dilsegamer23
@Dilsegamer23 2 күн бұрын
Aji sai ahilu mur logor eta ar logot mojja lagise respect for himu and team ... jai hanuman 🚩🚩🚩
@BituHajong-y5t
@BituHajong-y5t 2 күн бұрын
Ur ryt dimpu da from meghalaya
@67Vijay67
@67Vijay67 2 күн бұрын
DIMPU DA 💙✅
@sikhatalukdar9036
@sikhatalukdar9036 Күн бұрын
Exactly... protijon mnuh r gat thoka xovab eitu.. And eitu hua r bht factor ase but main is social media distraction
@ritanmandal4825
@ritanmandal4825 2 күн бұрын
Bigg fan dimpu da
@ManjumaBegum-zu5vk
@ManjumaBegum-zu5vk 2 күн бұрын
Mujja hoise xusai moi goitai khini saisow kb lgib sai kahanito june sai kob lgib xsai ❤
@amarjitbasumatary5326
@amarjitbasumatary5326 2 күн бұрын
Content doesn't matter in Assam Stardom is matter...
@SumanDas-gi7vv
@SumanDas-gi7vv 11 сағат бұрын
What about bidurbhai buddy
@জীৱনবাতৰলগৰী
@জীৱনবাতৰলগৰী 2 күн бұрын
Dimpu সদায় Dimpu❤❤❤
@nayanmoninath9416
@nayanmoninath9416 2 күн бұрын
Moi apunak bohut val paw i love you dimpu da 💓💓💓💓
@ajoysarbajna2707
@ajoysarbajna2707 Күн бұрын
Khub Hundar ktha koisa tmi...exact aitu e hoiii....😢😢😢
@svsNitish
@svsNitish 2 күн бұрын
কোনে কোনে মহাভাৰত অসমীয়াত বিচৰা Mahabharat axomiat dubbed karibo lage Spam this everywhere Mahabharat in assamese language Or Mahabharat dubbed in assamese
@haker986
@haker986 2 күн бұрын
Right
@RidipHAKER
@RidipHAKER 2 күн бұрын
Nai nhbo 😂
@signwithjuli1159
@signwithjuli1159 2 күн бұрын
Ekdom xosa koisa Dimpu 🤍
@aniroodhprasad1877
@aniroodhprasad1877 2 күн бұрын
You are right ✅️ dimpu, I am always with you
@MaheswariDevi-gk2rd
@MaheswariDevi-gk2rd Күн бұрын
Ekdom thik kotha koisa..👌
@Adeee827
@Adeee827 2 күн бұрын
Maa deutak bhal pua hokole like kora🎉😢😢😢😢😢😢
@GdnNshnf
@GdnNshnf 2 күн бұрын
Marr dimpu daa mar
@mramritcharah4788
@mramritcharah4788 2 күн бұрын
Dimpu da ami support korisu apunak❤❤
@AnishaSarma-gz2wp
@AnishaSarma-gz2wp 2 күн бұрын
Dimpu da is 100% right 👍
@KrishankuDas
@KrishankuDas Күн бұрын
Akdom right kotha koisa bro
@Priya_das966
@Priya_das966 2 күн бұрын
Bohute kole beya pabo desun... sikaar khenor kori kintu bohut gun val hoisi 👍
Making Of A Bhojpuri Film | Purav Jha
28:05
Purav Jha
Рет қаралды 2,8 МЛН
This is the World's Largest Inland Delta! 🇧🇼
13:47
Dhruv Rathee Vlogs
Рет қаралды 173 М.
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 26 МЛН
Bahubali 2 The Conclusion Prabhas New Hindi Action Movie 2020 Latest Hindi Full Movie
2:23:46
Ritu's First Stay in Our FarmHouse
11:01
Flying Beast
Рет қаралды 711 М.