অতীত চাব পাৰিব - Time travel with James Webb space Telescope - Dimpu Baruah

  Рет қаралды 518,690

Dimpu Baruah

Dimpu Baruah

2 жыл бұрын

its all about James Webb space telescope

Пікірлер: 1 300
@abjalurrohman983
@abjalurrohman983 2 жыл бұрын
ইমান ধুনীয়াকৈ বুজাই দিছা কবলৈ আৰু মোৰ ভাষা নাই Dimpu da ইমানেই ভাল লাগে তোমাৰ Videoবোৰ। আগলৈ এনেকৈ video বনাই যোৱা তাৰে কামোনা কৰো
@bhaskarjyotiteron3894
@bhaskarjyotiteron3894 2 жыл бұрын
Dhruv rathee video saba.. gute khini tar pora lua hoise.. ru bhal k hikibo pariba
@LuciferMorningstar-vy6fx
@LuciferMorningstar-vy6fx 2 жыл бұрын
@@bhaskarjyotiteron3894 dimpu dar video sai vaal laghe but druv rathee and technical Sagar video copy Kori Assames koi 😂😂
@mamonirava6122
@mamonirava6122 2 жыл бұрын
Right
@kashyaptalukdar3941
@kashyaptalukdar3941 2 жыл бұрын
Correct
@aftarofficial403
@aftarofficial403 2 жыл бұрын
Dada bigenar youtuber hoi please support me ❤️🙄😭
@mxtakatakfunnyvidios5725
@mxtakatakfunnyvidios5725 2 жыл бұрын
ইমান ভালকৈ বুজাই দিয়াৰ বাবে অশেষ ধন্যবাদ দিম্পু দা । ভৱিষ্যতলৈ এনেকুৱা ৰোমাঞ্চকৰ কথাবোৰ জনাই থাকিব ।
@user-ds2gd9rf1r
@user-ds2gd9rf1r 2 жыл бұрын
"ভোগালীত দুখীয়াৰ আৰ্তনাদ" (অণুগল্প) ✍🏻লেখক: সমুজ্জ্বল ডেকা, ৰঙিয়া💬 অনেক হেঁপাহ বুকুত লৈ শিশুটিয়ে উৰুকাৰ দিনা ৰাতিপুৱা শুই উঠি মাক-দেউতাকক জপিয়াই জপিয়াই আনন্দেৰে ক'লে - মা-দেউতা, "তোমালোকে আজি কিহৰ মাংস আনি বনাবা। " তেতিয়া দেউতাকে ক'লে - সোণ, "আজি আমাৰ ঘৰত মাংস খাবলৈ মোৰ হাতত পইচা নাই। " শিশুটিয়ে উওৰ দিলে, "কিয় দেউতা? "... দেউতাকে কিছুসময় মৌন হৈ শোক প্ৰকাশ কৰি ক'লে - "কাৰণ, আমি দুখীয়া যে!! " * * *
@Mojakkir.HussainYT
@Mojakkir.HussainYT 2 жыл бұрын
Rangia r kot?
@MDS_SAIF07
@MDS_SAIF07 2 жыл бұрын
Aaji bohut val lagil dimphu da Bohut vla lagil video tu chai❤️❤️❤️
@utpalggoi2.082
@utpalggoi2.082 2 жыл бұрын
Next laval 🔥🔥🔥 dimpu daa m
@pubalisaikia5349
@pubalisaikia5349 2 жыл бұрын
সঁচাকৈয়ে চাব লগীয়া এটা video। ধন্যবাদ। 🤗❤️
@Sohail_kun
@Sohail_kun 2 жыл бұрын
The universe is expanding that's why it is possible. A interned collage student resolved the problems of the James Webb Telescope. Hats off to the Indian Scientists.
@ABHI-zf9oe
@ABHI-zf9oe 2 жыл бұрын
Hii
@_.Leviii
@_.Leviii 2 жыл бұрын
Yeah ur right....me too.. Heads off🙇‍♀️🙇‍♀️
@dependeka140
@dependeka140 2 жыл бұрын
@@ABHI-zf9oe yggghdtg 👍
@mamitadas3438
@mamitadas3438 2 жыл бұрын
ধৈনবাদ জনাইছোঁ দিম্পু দা ইমান ধুনীয়া কৈ বুজোৱাৰ বাবে 🥰
@aftarofficial403
@aftarofficial403 2 жыл бұрын
Dada bigenar youtuber hoi please support me ❤️🙄😭😭❤️
@MayabeeProduction
@MayabeeProduction 2 жыл бұрын
Nice
@kamalamedhi8750
@kamalamedhi8750 2 жыл бұрын
ইমান ধুনীয়া কৰি বুজাই দিছা দিম্পু দাদা Thank you ☺️
@krishnadeka8982
@krishnadeka8982 2 жыл бұрын
❤️
@JMusicStudio1
@JMusicStudio1 2 жыл бұрын
Ooo hosake❤️
@_.Leviii
@_.Leviii 2 жыл бұрын
Yeshh....hosake....
@pranluckydihingia2788
@pranluckydihingia2788 2 жыл бұрын
You are the great teacher for rest of the new generation.. big shoutout to you.. dimpu dada 🙏🏻 your content and the lessons are very easy to understand !
@aftarofficial403
@aftarofficial403 2 жыл бұрын
Dada bigenar youtuber hoi please support me ❤️🙄😭😭
@ItsNsVlogs
@ItsNsVlogs 2 жыл бұрын
Bobut Val lagil sikiboloi pai .. thanks dimpu da nojona Kotha jonabor baba
@ashikulislam4388
@ashikulislam4388 2 жыл бұрын
Eman dhuniya koi bujai diyar karone bohut bohut thank you 😊
@sajuvlogs2191
@sajuvlogs2191 2 жыл бұрын
Mojja....Dimpu Bhai🔥🔥🔥🔥🔥🔥🔥
@debajanisvlogs528Hz
@debajanisvlogs528Hz 2 жыл бұрын
ভাল লাগিল দিম্পু দা বহু নজনা কথা শিকিলো। ভাল পালো। ❤❤❤❤
@mamonirava6122
@mamonirava6122 2 жыл бұрын
সঁচাকৈ কি কম ভাষা নাই কবলৈ ইমান সুন্দৰ কৈ বুজাই দিছে dimpu দাই । কি বুলি ধ্যনবাদ দিওঁ dimpu দাক ভাবি পাৰ পোৱা নাই । ইয়াকে কও dimpu দাক বহুত বহুত বহুত বহুত ধন্যবাদ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 ইমান সুন্দৰ কৈ বুজাই দিছে । মই dimpu দা ৰ video bilak sai বহুতো নজনা কথা শিকিলোঁ ।
@flywithmayuri1185
@flywithmayuri1185 2 жыл бұрын
দিম্পু দাদা আপোনাৰ ভিডিঅ'ৰ জৰিয়তে বহুত নজনা , নেদেখা আৰু নুশুনা কথাবোৰ শিকিব পাৰি । আপোনাৰ এই ভিডিঅ'টোৰ কথা খিনি ভালদৰে বুজি পাইছোঁ । আপুনি এনেবোৰ ভিডিঅ' দি থাকিবলৈ অনুৰোধ জনালোঁ । লগতে মোৰ ফালৰপৰা আপোনাক আৰু আপোনাৰ পৰিয়ালটোক ভোগালী বিহুৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে দিনবোৰ সুকলমে সুখ-শান্তিৰে পাৰ কৰক তাৰে কামনা কৰিলো ।
@Nscreation233
@Nscreation233 2 жыл бұрын
dimpu daa💞💞💞
@royal4028
@royal4028 2 жыл бұрын
5th comment love from golaghat 💕
@axomorfact9234
@axomorfact9234 2 жыл бұрын
আমি এই সাফল্যৰ বাবে নিজকে অভিনন্দন জনাইছো কিয়নো Dimpu ৰ বিষয়ে এটা সৰ্বশ্ৰেষ্ঠ কথা হ'ল যে তেওঁ কিবা প্ৰাপ্ত কৰিলে কেতিয়াও নিজৰ কৃতিত্ব নলয়, তেওঁ সদায় আমাক, দৰ্শক আৰু তেওঁৰ দলক সন্মান কৰে আৰু তেওঁৰ সকলো video ভাল হয় । মই ডিম্পুৰ ভ্লগবোৰ বহুত ভাল পাওঁ আৰু মই এই মন্তব্য টো পঢ়া সকলো লোকক মৰম জাছিলো ""জয় আয় অসম"" ডিম্পু দা অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পাংঙে ছাৰৰ interview এটা লব এনেকুৱা কৈ যে তেখেতে কেনেকৈ নিজেই অকলে এখন অৰণ্য সৃষ্টি কৰাৰ josh পালে , তাক আপোনাৰ channel ৰ দ্বাৰা অসমৰ ৰাইজে জানিব পাৰিলে সুখী হম । লগতে তেখেতে নিজ হাতে অৰণ্য খন দেখাব বুলি আশা থাকিল
@prasujyavloges10k
@prasujyavloges10k 2 жыл бұрын
Dimpu da bhut bhut Val lagil ❤️❤️🔥🔥
@anantamoranvloge7255
@anantamoranvloge7255 2 жыл бұрын
সুন্দৰ ডিম্পু দা বহুত নজনা জানিলো।
@JAHIRUL3.0-c2t
@JAHIRUL3.0-c2t 2 жыл бұрын
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🎉♥️
@sunrisedancingclub5329
@sunrisedancingclub5329 2 жыл бұрын
আপুনি ঠিকেই কৈছে , আমি যি দেখিছোঁ যি জানি আছোঁ সেয়া আচলতে বৰ্তমান নহয় ক্ষন্তেকৰ বাবে হলেও অতীত হয় কিন্তু আজি আপোনাৰ videotu চাইহে বুজি পালো। আশা কৰোঁ ভৱিষ্যতে এনেধৰণৰ video আৰু দেখিবলৈ পাই আৰু বহুত নজনা কথাবোৰ জানিবলৈ পাম । ভগৱানে আপোনাক তথা আপোনাৰ পৰিয়ালৰ সকলোকেই ভালে কুশলে ৰাখক। নেদেখাজনৰ তথা ভগৱানৰ ওচৰত তাৰেই কামনা থাকিল। 🙏🙏🙏🙏🙏🙏🙏
@ratulking1143
@ratulking1143 2 жыл бұрын
🙄🙄 wow dimpu Da 🧡
@ZGassam505
@ZGassam505 2 жыл бұрын
Mojaaa lagise video tu dimpu da 💥
@gourabbarman7531
@gourabbarman7531 2 жыл бұрын
That's why we love you Dimpu Da ❤️ Your Videos are always informative & the way that you are illustrated is very nice & it's easy to the viewers to understand. Love from Nalbari ❤️❤️❤️
@huntergaming1891
@huntergaming1891 2 жыл бұрын
thanks
@ngduo2118
@ngduo2118 2 жыл бұрын
এই consept টো আমাক class 7 ত থাকোতেই বুজাই দিছিল আমাৰ বিজ্ঞান ছাৰ এ 😌😌
@ark_crazy473
@ark_crazy473 2 жыл бұрын
আপোনাৰ ভাইডৰ পৰা বহু নজনা কথা জানিব পাৰিছু বহু নেদেখা বস্তু দেখিব পৰেছো Thank you Dimpu da😊👌🥰😍🤩
@bishalf.f.official9449
@bishalf.f.official9449 2 жыл бұрын
Thank you Dimpu da , for your kind information and knowledge about this . 🙏🙏🙏
@assamgaming.official
@assamgaming.official 2 жыл бұрын
Moja video moi bohut kiba heki ba buje palu Dimpu dada Thank You So much.
@Ranjitvolgs-vb1yz
@Ranjitvolgs-vb1yz 2 жыл бұрын
Wow very interesting dimpu da val lagil.
@user-tc3pd2wv9l
@user-tc3pd2wv9l 2 жыл бұрын
সুন্দৰ লাগিল দাদা 👌
@djmusic8276
@djmusic8276 2 жыл бұрын
Nice ❤️
@ZERO_motivation
@ZERO_motivation 2 жыл бұрын
Very Nice❤️❤️👍👍Dimpu Da❤️❤️❤️❤️
@Vloggerboybabu02
@Vloggerboybabu02 2 жыл бұрын
মজা Dimpu da😍😍
@tanmisaikia8965
@tanmisaikia8965 2 жыл бұрын
Tumar simplicity tur krnei tumi hokolure priyo,,,,agoleo hodai enekei simple hoi thakiba💓💓
@sk-fu9od
@sk-fu9od 2 жыл бұрын
Love you bimpu daa
@jumonbhuyan5723
@jumonbhuyan5723 2 жыл бұрын
Nice video Dimpu daa...😅
@r.d.official...3341
@r.d.official...3341 2 жыл бұрын
bohuut din bisari asilu ....aji finally palu..takuu assamese ote.. thanks ...Dimpu da..🙏
@devilrabha8690
@devilrabha8690 2 жыл бұрын
Kiba ata Kotha buji palu video Tu sai thank you 👍👍❤️❤️
@gomukpegu2191
@gomukpegu2191 2 жыл бұрын
জ্ঞানৰ ভাণ্ডাৰ Dimpu daa
@moyurcreation7897
@moyurcreation7897 2 жыл бұрын
Love from majuli ❤️
@mrinmoybayan6524
@mrinmoybayan6524 2 жыл бұрын
I love you dimpu daa💓💓
@davidtalukdar4671
@davidtalukdar4671 2 жыл бұрын
Dimpu da vedio tur pora bhot kotha janibo parilo . Xosakoi bhot val lagil vedio tu . Aru anekoi je amaloi ane vedio bonai jai take axa korilu ☺ love u dimpu da 💜💜
@gorkhadilip8052
@gorkhadilip8052 2 жыл бұрын
ডিমপু দা বিগ ফেন ❤️🥀
@sukumarmazumdar9273
@sukumarmazumdar9273 2 жыл бұрын
2mi bor xundor kee bujai dea dimpu daa 🤗❤️
@atajulhaque3247
@atajulhaque3247 2 жыл бұрын
This video is very interesting .. thanks dimpu daa
@akashdeepvlogs01
@akashdeepvlogs01 2 жыл бұрын
Ajir video tot bohoto nojona kotha beelak jane bo parelo dimpu da 🙏🙏 Hosa aponak jodi konoba college ot teacher dea moja boja bo pare bo dada 🤟🤟
@mehebubamoni6819
@mehebubamoni6819 2 жыл бұрын
Always keep smiling,Dimpu da
@mrumar2568
@mrumar2568 2 жыл бұрын
Mojja🥰🥰🥰🥰
@diiimpu3044
@diiimpu3044 2 жыл бұрын
ইমান ধুনীয়া কৰি বুজায় দিছা দিম্পু দা
@moinagohain.6535
@moinagohain.6535 2 жыл бұрын
তুমি পঢ়াবলৈ চেনেল এটা খুলি লোৱা দিম্পু দা ভাল লাগিব ।। তুমি ইমান ধুনীয়াকে বুজোৱা কথাবোৰ । Love from titabar ❤️❤️🙂🌼💐 ধুনিয়া
@BishnumixVlogs
@BishnumixVlogs 2 жыл бұрын
বহুত ভাল লাগিলে ভিদেও টু চাই আৰু মাঘ বিহুৰ হিয়া ভহৰা শুভেচ্ছা জনাইলো ❤️❤️
@angel_r0cky22
@angel_r0cky22 2 жыл бұрын
💜
@angel_r0cky22
@angel_r0cky22 2 жыл бұрын
@Samujjal Hira tq
@DiphuJengoprank
@DiphuJengoprank 2 жыл бұрын
সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।সকলোৰে যাতে ভোগালী বিহুতো উলহ মালহেৰে পাৰ হয় ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিলো।🙂
@huntudiary4500
@huntudiary4500 2 жыл бұрын
সেইকাৰণে কওঁ তোমাৰ ভিদিঅ'বোৰ বেলেগকৈ অলপ বেলেগ😍😍😍
@konmoinavlogs1293
@konmoinavlogs1293 2 жыл бұрын
ভাল লাগিল vedio টো,ইমান ধুনীয়াকৈ বোজাই দিছা।
@sunsunkonwarj487
@sunsunkonwarj487 2 жыл бұрын
বৰ ধুনীয়া হৈছে দেই ইমান ভাল ভিদিউ দিয়া বাবে ।
@rahulpatgiri8133
@rahulpatgiri8133 2 жыл бұрын
Wow ❤️
@opteam07entertainment27
@opteam07entertainment27 2 жыл бұрын
Thank you dimpu dada
@bishalsarma9224
@bishalsarma9224 2 жыл бұрын
Bohut nojona kotha gom palu dada tumar pora🙏🏻🙏🏻🙏🏻😍
@mriiiinmoyy
@mriiiinmoyy 2 жыл бұрын
'ধন্যবাদ' দিম্পু দা আপুনি ধুনিয়াকৈ বুজাই দিলে।
@rohanmalik52
@rohanmalik52 2 жыл бұрын
💙💙
@bhrigudas9229
@bhrigudas9229 2 жыл бұрын
Happy bhogali bihu dimpu da ❤️
@rishirajkachari3203
@rishirajkachari3203 2 жыл бұрын
We need such more videos from you. So, that ppl can understand in our regional language.
@aftarofficial403
@aftarofficial403 2 жыл бұрын
Dada bigenar youtuber hoi please support me ❤️🙄
@deltagaming9106
@deltagaming9106 2 жыл бұрын
It will be the most important event for space enthusiasts like us.
@ayushtanbir5457
@ayushtanbir5457 2 жыл бұрын
Dimpu da happy bihu♥️
@ashiqkhan4509
@ashiqkhan4509 2 жыл бұрын
Really amazing ❤️🥰
@sumiartndcraftcreation4024
@sumiartndcraftcreation4024 2 жыл бұрын
Xundorkoi bujaisa dimpu daa Val lagil
@aaronxhetry3812
@aaronxhetry3812 2 жыл бұрын
Mozzaaa bahut bhal bujaisa dimpu da....u r legend
@goutamb5726
@goutamb5726 2 жыл бұрын
আপনাৰ ভিডিওবোৰ চাই বহুত ভাল লাগে দিম্পু দা 👍
@manjur406
@manjur406 2 жыл бұрын
দাদা পৃথিৱীৰ কিছুমান নজনা কথা জানিব পাই বহুত ভাল লাগিলে।🌍🌌☀️🌧️
@ankusvlog5150
@ankusvlog5150 2 жыл бұрын
Dimpu da ur great❤
@kobitakalita8308
@kobitakalita8308 2 жыл бұрын
Happy bhogali Bihu Dimpu ❤️ video to sai vl lagil emn dhuniya koi bujai disa.thank you so much for uploading this video.
@arbinpradhan20
@arbinpradhan20 2 жыл бұрын
Dimpu mama ❤️
@learningandinformationmix3215
@learningandinformationmix3215 2 жыл бұрын
🌟💥
@akashjyotisaikia9441
@akashjyotisaikia9441 2 жыл бұрын
VAL lagil dimpu da bohut nojona kotha janilu
@bikromkonwar
@bikromkonwar 2 жыл бұрын
একেবাৰে লাস্তৰ কথা কেইটাই মাথা নষ্ট কৰি দিলে বে 🤔🤔😲😲😲🤐ভাল লাগিল লাভ from lakhimpurr ❤️😍
@SMILE_FF7
@SMILE_FF7 2 жыл бұрын
Thank you Sir......💜💙
@pranoymahanta3257
@pranoymahanta3257 2 жыл бұрын
I learnt something new and very important thing that we have to know... thank you Dimpu dada for giving us to know this knowledge...
@nishamonidas9751
@nishamonidas9751 2 жыл бұрын
Thank you Dimpu da aitu vdo bonuar karone 👍🏻👍🏻👍🏻
@DamarSBGurung
@DamarSBGurung 2 жыл бұрын
A birat Mojja lagil bhai
@gaminghd1975
@gaminghd1975 2 жыл бұрын
You are great dimpu da❤️
@maina3570
@maina3570 2 жыл бұрын
Very informative video.u explain it so simply and clearly .thank you.
@mafikulhaque1806
@mafikulhaque1806 2 жыл бұрын
Thanks Dimpu da ..enebr..information di thokr bbe
@mithun100x
@mithun100x 2 жыл бұрын
ইমান সহজ ভাবে বুজাই দিয়াৰ বাবে ধন্যবাদ দিম্পু দা।
@SMILE_FF7
@SMILE_FF7 2 жыл бұрын
Hubble telescope - planet Reacharch ..kartahein ....💜💙
@SHAMIMAHMED_22
@SHAMIMAHMED_22 2 жыл бұрын
Love from Dhubri ❤❤❤
@Infortainsanjay
@Infortainsanjay 2 жыл бұрын
Nice video 📷 Thanks to inform us
@akshayvlogs4538
@akshayvlogs4538 2 жыл бұрын
Bohut val lagile notun bostur eta bikhoye janiboloi pai Dimpu....
@ms.Rao7539
@ms.Rao7539 2 жыл бұрын
Next level Dimpu Da ❣️ bohut nojona Kotha janilu aitu video r joriyote thank you ♥️ love from nagaon ❤️
@Short.vlog___32
@Short.vlog___32 2 жыл бұрын
❤️❤️❤️❤️
@Santonu15
@Santonu15 2 жыл бұрын
Ase ase aru Galaxy ase Dimpu Da .....🥰 Bohut dhuniya ke bujaise ... Aru ami jeneke prithiwit thaku teneke aru kiba groh ase
@mraruptk
@mraruptk 2 жыл бұрын
Apunar videor joriote bohut nedekha bostu aru bohut nojonaa kothaa hikiboloi pau dimpu daa...❤️❤️❤️😍
@Msalom259
@Msalom259 2 жыл бұрын
💕💞💖
@anupriyaYein
@anupriyaYein 2 жыл бұрын
I love you Dimpu da❤️
@nijulmarak7453
@nijulmarak7453 2 жыл бұрын
ধন্যবাদ বহুত বহুত ধন্যবাদ দিম্পু দা মজা মজা লাগিল video টো চাই❤❤❤❤👌👍
@nabadeep_
@nabadeep_ 2 жыл бұрын
Dimpu da bohut Val lagil ♥️
@Biju_Rajbonshi
@Biju_Rajbonshi 2 жыл бұрын
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️dimpu daa
@faduroastersagor826
@faduroastersagor826 2 жыл бұрын
Love from bijni sir please apuni kali ahok 16 tarik bijni
@rumimahanta4320
@rumimahanta4320 2 жыл бұрын
খুউব ভাল লাগিল। সুন্দৰ কৈ বুজাই দিলা
@parulsaikia1161
@parulsaikia1161 2 жыл бұрын
Bht..... Bsi vl lgil dimpu da video 2 sai tq so much kchu ktha jnib prilu video 2 sai...
Iron Chin ✅ Isaih made this look too easy
00:13
Power Slap
Рет қаралды 36 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 25 МЛН
AC লগালোঁ ঘৰত - Air Conditioner in my Home 😍
11:57
What Can You Cut With Paper?
8:10
Beast Reacts
Рет қаралды 69 МЛН
PU.EDENA TEN MOTOR THAR LEI TUM-IN GIG LAM AN PAN THLA MEK E..
16:13
SUPER STAR VANLALPIANGA OFFICIAL CHANNEL CHANNEL
Рет қаралды 30 М.
ইমান ডাঙৰ কি এইটো - WORLD TRADE PARK 🔥
11:31
Bluetooth connected successfully 💯💯
0:16
Blue ice Comedy
Рет қаралды 1,6 МЛН
low battery 🪫
0:10
dednahype
Рет қаралды 1,7 МЛН
Klavye İle Trafik Işığını Yönetmek #shorts
0:18
Osman Kabadayı
Рет қаралды 8 МЛН
Vision Pro наконец-то доработали! Но не Apple!
0:40
ÉЖИ АКСЁНОВ
Рет қаралды 419 М.