বম ডাঙৰ সাপ - Hatibondhu and Human 🐘🐘

  Рет қаралды 1,184,512

Dimpu's Vlogs

Dimpu's Vlogs

3 жыл бұрын

gunjan channel
/ gunjusvlogs

Пікірлер: 2 100
@crazymontai2647
@crazymontai2647 3 жыл бұрын
ভাল লাগিলে চাই ...ইমান ভাল কাম কৰি আছে তেওঁ হাতীৰ বাবে...😍😍 সচাকৈ এনে প্ৰকৃতি প্ৰেমি মানুহৰ দৰকাৰ আমাক।
@Minakshi.25
@Minakshi.25 3 жыл бұрын
বহুত ভাল লাগিল হাতীৰ কাৰনে ইমান যে কষ্ট কৰিছে দাদা আৰু বাইদেউ 🙏🙏🙏 দিম্পু দা কাৰনে ইমান ধুনীয়া ভিডিও চাৱ পালো❤❤❤
@_rdcreation_9377
@_rdcreation_9377 3 жыл бұрын
ভাল লাগিছে হাতীৰ কাৰণে ইমান ভাল কাম কৰাৰ বাবে বাকী ভিডিঅ'টো চাই ভাল লাগিছে ডিম্পু দা।
@Midulassamvlogs
@Midulassamvlogs 3 жыл бұрын
Good
@seherunbegoum
@seherunbegoum 3 жыл бұрын
Toiu datbaha uleai video bona
@NayanGamerzz
@NayanGamerzz 3 жыл бұрын
Nice
@dhanjitkumarnath7661
@dhanjitkumarnath7661 3 жыл бұрын
ডিম্পু ভাইটি বঢ়িয়া দেই
@seherunbegoum
@seherunbegoum 3 жыл бұрын
O bimfuuusss ba dat bah sau
@triggeredpurvi00
@triggeredpurvi00 3 жыл бұрын
দিম্পু দা তোমাৰ ভিডিঅ চাই বহুত ভাল লাগে। 👍
@jintubaruah8713
@jintubaruah8713 3 жыл бұрын
কমেন্ট পঢ়িৱ অহা সকলৰ যাতে মনৰ‌ বাঞ্ছা পূৰ্ণ হয় তাৰে কামনা ।।। আৰু তেওলকৰ মাক দেউতাকৰ ১০৫ বছৰ জীয়াই থাকে তাৰে কামনা।।।
@akash_xyz6420
@akash_xyz6420 3 жыл бұрын
Spammer
@dbbhai2923
@dbbhai2923 2 жыл бұрын
Assamese spammer
@elakalita4287
@elakalita4287 Жыл бұрын
ASAMESE SPAMER
@nayanjyotiofficial8438
@nayanjyotiofficial8438 Жыл бұрын
apuni jate 501 jai
@himankalita353
@himankalita353 3 жыл бұрын
আমাৰ মনোৰঞ্জনৰ বাবে ডিম্পু দাৰ কষ্টক ধন্যবাদ ❤️❤️
@shona9210
@shona9210 3 жыл бұрын
Monoronjonr folot poisa pay vai
@crazygaming7782
@crazygaming7782 3 жыл бұрын
@@shona9210 yeah !! 😂
@Midulassamvlogs
@Midulassamvlogs 3 жыл бұрын
Hosa koi good
@jkbaruah2700
@jkbaruah2700 3 жыл бұрын
দিম্পু তোমাৰ এই ভিডিঅ'টো চাই মোৰ ভয়েই লাগি গৈছে ভাই । ইমান অতব্য হাবিৰ মাজত সাহসী যুৱক গুঞ্জনে এয়া সঁচাই এক অতুলনীয় আৰু মহান কাম কৰিছে । হাতী-মানুহৰ সংঘাত ৰুধিবলৈ কৰা তেওঁৰ এই প্ৰচেষ্টা আন হেজাৰজনৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ হৈ ৰ'ব বুলি মোৰ দৃঢ় বিশ্বাস । ঈশ্বৰে তেওঁক অধিক মনোবল দিয়ক । ভিডিঅ'টো প্ৰস্তুত কৰি সমূহ ৰাইজলৈ আগ বঢ়োৱাৰ বাবে দিম্পুক মোৰ আন্তৰিক ধন্যবাদ যাঁচিলো ।
@madhurjyakalita4485
@madhurjyakalita4485 3 жыл бұрын
🎊wow Dimpu da 2mar aito video TRANDING ot ase🤘
@abinashhandique6745
@abinashhandique6745 3 жыл бұрын
দুলু বৰা দা আজি প্ৰায় বহু বছৰ ধৰি প্ৰকৃতি সুৰক্ষা তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰি আছে, তেওঁ নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা লগতে মেঘনা বৌ আপোনালৈকো ধন্যবাদ এনেধৰণে নিজকে প্ৰকৃতি তথা সাধাৰণ মানুহৰ ভালৰ বাবে সপি দিয়াৰ বাবে । দুলু দাৰ লগত এসময়ত কাম কৰাৰ সুবিধা পাইছিলো তেজপুৰ আৰু গুৱাহাটীত । সেউজীয়া মানুহ কেইজন সেউজীয়া হৈ থাকক, আকৌ লগ পাম। ধন্যবাদ দিম্পু এনেধৰণৰ Video বনোৱাৰ বাবে।
@thevlogerofindia6056
@thevlogerofindia6056 3 жыл бұрын
Dimpu Da আপোনাৰ ভিডিয় মই সদাই ছাও আৰু বহোত ভাল লাগে🙏❤❤❤❤🙏🙏🙏
@ravigamer4798
@ravigamer4798 3 жыл бұрын
@Ruman Gogoi mor KZbin channel to subscribe kore dya 🙏😭
@ravigamer4798
@ravigamer4798 3 жыл бұрын
@Ruman Gogoi ok mok Kore dba na ni
@lalithazarika4485
@lalithazarika4485 3 жыл бұрын
😷😷
@lalithazarika4485
@lalithazarika4485 3 жыл бұрын
💟🤔😝🧡🖤
@tapudey8825
@tapudey8825 3 жыл бұрын
Dimpu a to maja maja video bonai a toi hodai kanakou sau
@MehediHasan-zq4yz
@MehediHasan-zq4yz 3 жыл бұрын
আমি বাংলাদেশী, আপনাদের আসামের ভাষা শুনতে খুবই ভালো লাগে।
@advantage8467
@advantage8467 3 жыл бұрын
Jumna tv comment box follows hindu Muslim
@advantage8467
@advantage8467 3 жыл бұрын
B.kayastha From Assam Cachar
@ratulkalita3290
@ratulkalita3290 3 жыл бұрын
ধন্যবাদ তেখেতসকলক যিসকলে প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষা কৰি আছে, মইও তেওঁলোকৰ দৰে কাম কৰিব খোজো কিন্তু তেনে কোনো সুযোগ পোৱা নাই বাবে কোম্পানী বা গুদামত কাম কৰি আছো. পৰমাত্মাই তেওঁলোকক জীৱনৰ প্ৰতিটো মুহূৰ্ত্ত সুখ,শান্তিৰ লগতে সুস্থবান কৰি ৰাখক
@rantusvlog9301
@rantusvlog9301 3 жыл бұрын
হাতীৰ বাবে খেতি কৰা দাদা-বাইডোৰ বাবে Like এটা কৰক ----
@rupaduarah8562
@rupaduarah8562 3 жыл бұрын
Hello dimpu. Malaysia t kunu cinaki asomia manuh ase jodi contact no Tu diba neki..
@udhabbarman2557
@udhabbarman2557 3 жыл бұрын
@@rupaduarah8562 😀👍🙄❤️😀🤔😀🙄😀😘😘😘😘😘✨
@kandarparay3423
@kandarparay3423 3 жыл бұрын
😘😘😘
@dimpineog8495
@dimpineog8495 Жыл бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😅😅
@supriyaff690-
@supriyaff690- 3 жыл бұрын
মোৰ Comment পঢ়া সকলৰ মা দেউতাই যাতে হাজাৰ বছৰ আয়ুস লাভ কৰে কৃষ্ণ।,🙏🙏
@technicaldhon9866
@technicaldhon9866 3 жыл бұрын
kzbin.info/www/bejne/oIeunmuXrNymqZY 🙏😭
@sanjibnt3646
@sanjibnt3646 3 жыл бұрын
👌
@bituponbora5560
@bituponbora5560 3 жыл бұрын
আপোনাও এশ বছৰ হক
@ashimasharma2214
@ashimasharma2214 3 жыл бұрын
👌
@stya3881
@stya3881 3 жыл бұрын
Hope
@mmofidulislam1809
@mmofidulislam1809 3 жыл бұрын
এই বিলাক ভিডিও দিয়ার কারণে আপনাক অনেক অনেক ধন্যবাদ ডিমপু ভাই
@Midulassamvlogs
@Midulassamvlogs 3 жыл бұрын
Good
@taralibarman7160
@taralibarman7160 3 жыл бұрын
Real human 🍃❣️ dada jonk great salute 🙏 bht xikibologia ase 😍🍃
@abhilashkumar5086
@abhilashkumar5086 3 жыл бұрын
Hatibondhu: A beautiful initiative of Shri Pradip Bhuyan sir , Founder of Faculty Higher Secondary School Amingaon Guwahati
@GunjusVlogs
@GunjusVlogs 3 жыл бұрын
❤️🙏
@akash_xyz6420
@akash_xyz6420 3 жыл бұрын
কমেণ্ট পঢ়া সকলৰ মা দেউতা ১০০ বছৰ জীয়াই থাকে তাৰেই কামনাৰে ।
@appubhuyanstudio8767
@appubhuyanstudio8767 3 жыл бұрын
Love from ghapur ❣️❣️
@akash_xyz6420
@akash_xyz6420 3 жыл бұрын
@@appubhuyanstudio8767 I'm from BNC💜
@fromassamvillage
@fromassamvillage 3 жыл бұрын
ডিম্পু দা আপোনাৰ ভিডিঅ চাই বহুত ভাল লাগে।
@rakeshhazarika4604
@rakeshhazarika4604 3 жыл бұрын
God bless hathibondhu.
@badmunda878
@badmunda878 3 жыл бұрын
দুলু দাঙৰীয়াক Salute জনালো ।
@op8044
@op8044 3 жыл бұрын
ডাঙৰীয়া
@badmunda878
@badmunda878 3 жыл бұрын
@@op8044 ok.
@badmunda878
@badmunda878 3 жыл бұрын
@@op8044 শুধৰাই দিয়া বাবে ধন্যবাদ ।
@op8044
@op8044 3 жыл бұрын
@@badmunda878 welcome
@op8044
@op8044 3 жыл бұрын
দাদা মই কিছুমান ভিডিওৰ কমেণ্টত দেখো যে কিছুমানে বানান বোৰ ভুল কৰিলে বহুত বেয়া বেয়া কৰি গালি দিয়ে বা ঠাট্টা কৰে ।কিন্তু তেওঁলোকে সেইটো নকৰি বানান বোৰ শুদ্ধ কৰি দিব লাগে ।আৰু আপোনাক যিদৰে আজি বানান শুদ্ধ কৰি দিছো ঠিক সেইদৰে মোৰ ও বহুত বানান ভুল হয় ।
@arshishborah6074
@arshishborah6074 3 жыл бұрын
দিম্পু দা এবাৰ শিৱসাগৰলৈ আহিব চোন ।। ইয়াত বহুতো ৰজা দিনীয়া কীৰ্তি চিহ্ন আছে।। আহিলে বহুত ভাল পাম।।
@TARGEtN24
@TARGEtN24 3 жыл бұрын
bohut bar gl dekhun
@arshishborah6074
@arshishborah6074 3 жыл бұрын
@@TARGEtN24 shut up
@tusharjyoti3474
@tusharjyoti3474 3 жыл бұрын
Dimpu dar video trending t ahisee...keep support him ❤️❤️
@bhanitadas6303
@bhanitadas6303 3 жыл бұрын
Xosai bhut vl lgilll video Tu, dekhia kiba fresh fresh feel hoise, moiu jdi jbo plu hoi,,, 😊😊😊😊😊😊😊😌😌moi prakritir majot thki vl pau💚💚💚
@shikhamonihaloi-3516
@shikhamonihaloi-3516 3 жыл бұрын
Dada jone xasake bht val korise 👍👍 it's called real nature lover ❤️
@kk01insights
@kk01insights 3 жыл бұрын
_বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ যদিহে আপোনালোকে চেনেলটোলৈ গৈ ভিডিঅ'বোৰ চাই ভাল পাই নিশ্চয় সুখী হম_
@KitchenSewali
@KitchenSewali 3 жыл бұрын
kzbin.info/www/bejne/kJ-phZWPmqpqgdk
@shikharajkhowa444
@shikharajkhowa444 3 жыл бұрын
This Man is really a Great man.We proud of the man.
@Midulassamvlogs
@Midulassamvlogs 3 жыл бұрын
Good
@mindarterang2431
@mindarterang2431 3 жыл бұрын
LOVE form karbi anglong never give up Dimpu da ❤❤
@timungsanjay4317
@timungsanjay4317 3 жыл бұрын
Dimpu da,log pai bhal lagil heidinakhon❤
@dimpol3984
@dimpol3984 3 жыл бұрын
Mojja dimpu da😍😍
@manjulpathak4182
@manjulpathak4182 3 жыл бұрын
এইটো এটা সুন্দৰ ভি ডি অ'।
@anupkalita2539
@anupkalita2539 3 жыл бұрын
Mazaa dhuniya val lagil sai
@sunilbordoloi8920
@sunilbordoloi8920 3 жыл бұрын
সুন্দৰ ভিডিঅ’ 👍👍Proud of you brother well done❤❤👍
@Midulassamvlogs
@Midulassamvlogs 3 жыл бұрын
Good hosa koi
@I_am_Neel
@I_am_Neel 3 жыл бұрын
কমেন্ট পঢ়া সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 🙏
@raky
@raky 3 жыл бұрын
Kam nai tor
@arunboro975
@arunboro975 3 жыл бұрын
Mojaa ♥️♥️♥️♥️
@jyotimoytalukdar08
@jyotimoytalukdar08 3 жыл бұрын
Videoটো চাই ভাল লাগিল । 🤗😊 Love Assam & তোমাৰ video ❤️🤍💛
@zgdebashishkonwar9928
@zgdebashishkonwar9928 3 жыл бұрын
Great Work♥️♥️♥️#dimpu boruah love you 🔥🔥this is Nature 🌴🌴🌴
@swapnanilkashyap6374
@swapnanilkashyap6374 3 жыл бұрын
Dimpu দা কেৱল অসমৰ এ নহয় ভাৰতৰ ও এজন বিখ্যাত KZbinr 🌟
@arnabborahofficial4944
@arnabborahofficial4944 3 жыл бұрын
Wrong
@swapnanilkashyap6374
@swapnanilkashyap6374 3 жыл бұрын
@@arnabborahofficial4944 ভাৰতৰ top ২০ vloger ৰ লিষ্ট ত dimpu দাৰ নাম আহে ।
@maihfjnanath1877
@maihfjnanath1877 Жыл бұрын
I love youdimpu
@bhubanrabha2277
@bhubanrabha2277 2 жыл бұрын
বহুত ভাল লাগিল, আৰু বহুত দুনীয়া কাম কৰিছে
@MC.SAURAV
@MC.SAURAV 4 ай бұрын
Thank you 😊
@gvideosbangla9111
@gvideosbangla9111 3 жыл бұрын
Bor val lagil Dimpu da 👌❤️
@user-tc3pd2wv9l
@user-tc3pd2wv9l 3 жыл бұрын
দিম্পু দা সুন্দৰ লাগিছে ❤️❤️❤️ love you deha
@bhargab3091
@bhargab3091 3 жыл бұрын
Deha 😆 dada buli ko dada buli😂
@itsmepritam5271
@itsmepritam5271 3 жыл бұрын
Girlfriend neki apunar🤣🤣🤣
@pnofficialsupport2164
@pnofficialsupport2164 3 жыл бұрын
@@itsmepritam5271 😊😊😄😄😃
@bhargab3091
@bhargab3091 3 жыл бұрын
@@itsmepritam5271 😂😂
@neujguy8657
@neujguy8657 3 жыл бұрын
*কমেন্ট পঢ়া সকলোৰে মা-দেওতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা*
@mohammednurulislam6267
@mohammednurulislam6267 3 жыл бұрын
Dimpu daa total natural video 🤗🤗
@mr.bairagi9342
@mr.bairagi9342 3 жыл бұрын
এটা ব্যতিক্রম vdo, নতুন সোৱাদ পালো 😍😍 আৰু এনেকুৱা vdo লাগে।।
@pompyhazoary7520
@pompyhazoary7520 3 жыл бұрын
Moi u khuwad plu bhut
@Somnath__borah
@Somnath__borah 3 жыл бұрын
fabulous dimpu da ...😀😀nxt level ........its amazing 🤗🤗
@debojitchangmai1350
@debojitchangmai1350 3 жыл бұрын
Borhia দিম্পু দা আপোনাৰ through দি ভাল ভাল মানুহ চিনি পোৱা যাই। মানুহ জন্মৰ পদক্ষেপ প্ৰখনখনীয়। আৰু ফল মূলৰ গছ ৰোপণ কৰিলে আৰু ভাল হব, জীৱ জন্তুয়ে খাব পাৰিব
@dishabora6956
@dishabora6956 3 жыл бұрын
Love from Nagaon ❤️
@Protyush860
@Protyush860 3 жыл бұрын
Moja lagise dimpu da 😊😊
@scientistrinkyboruah1329
@scientistrinkyboruah1329 3 жыл бұрын
Dimpu da tumi🔥🔥
@mrinalbarman9718
@mrinalbarman9718 3 жыл бұрын
X 😂🤣🤣🤣
@kk01insights
@kk01insights 3 жыл бұрын
_বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ যদিহে আপোনালোকে চেনেলটোলৈ গৈ ভিডিঅ'বোৰ চাই ভাল পাই নিশ্চয় সুখী হম_
@hanjangdili1631
@hanjangdili1631 3 жыл бұрын
Love from karbi anglong- karbi traditional food wow Dimpu💗💗💗💗
@pankhikajolshivam1681
@pankhikajolshivam1681 3 жыл бұрын
Mozzaaa Dimpu da ❤️❤️💓💓👍
@pranjaldeoghriya3115
@pranjaldeoghriya3115 3 жыл бұрын
Val lagil dimpu da jui 🔥🔥🔥🔥
@debojitnarah4290
@debojitnarah4290 3 жыл бұрын
চাংঘৰ দুনীয়া কেনেকৈ বগাম জখলা dimpu da বহুত ভাল লাগিল চাই 👍
@rahullovefailler8684
@rahullovefailler8684 3 жыл бұрын
Vl lagil sai.jontur proti morom 😍😍
@KitchenSewali
@KitchenSewali 3 жыл бұрын
kzbin.info/www/bejne/kJ-phZWPmqpqgdk
@pratibharay02
@pratibharay02 3 жыл бұрын
Hosai bohut vl lgil dada jonr km dekhi....ami hokoloye ane kora usit jodihe bonoriya jntur vy thke
@mondirachutia5925
@mondirachutia5925 3 жыл бұрын
দিম্পু তোমাৰ ভিডিঅ বোৰ চাই বহুত ভাল লাগে। তোমাৰ লৈ বহুত ধন্যবাদ থাকিল ।
@kshkvlogs195
@kshkvlogs195 3 жыл бұрын
Amazing 🔥🔥❤️ that place wow
@abhinaskashyapofficial7527
@abhinaskashyapofficial7527 3 жыл бұрын
Dada tatam lagil sai apuni mohan 🌎🌎 mur jodi god to xaijon apuni ❤️❤️❤️❤️❤️❤️❤️❤️😘😘🤩🤩
@rahulkalita2493
@rahulkalita2493 3 жыл бұрын
Dimpu da is a good youtuber ☺️
@rotonkumar1104
@rotonkumar1104 3 жыл бұрын
Keep on going.... What a place lovely
@rengoni2ndtv377
@rengoni2ndtv377 3 жыл бұрын
ডিম্পু দাৰ কমেন্ট পঢ়া সকলৰ মা - দেউতা সকল ১০০ বছৰ জীয়াই থাকে
@snehasiskar8184
@snehasiskar8184 3 жыл бұрын
REPORT KOR FALTU SPAMMERS SALA😂😂
@kk01insights
@kk01insights 3 жыл бұрын
_বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ যদিহে আপোনালোকে চেনেলটোলৈ গৈ ভিডিঅ'বোৰ চাই ভাল পাই নিশ্চয় সুখী হম_
@nayanakshikalita582
@nayanakshikalita582 3 жыл бұрын
Yes
@rengoni2ndtv377
@rengoni2ndtv377 3 жыл бұрын
Muru ata channel asa name- chinmoy music channel sabo blu akha rakhilu
@ddany9971
@ddany9971 3 жыл бұрын
Love you dimpu daa❤You are inspiration😍
@debasishbharati1265
@debasishbharati1265 3 жыл бұрын
Hatir gestrik 😂😂😂mjjah video, salute dadajonok❤️❤️❤️
@pinkisarma1736
@pinkisarma1736 3 жыл бұрын
আমাক মনোৰঞ্জন দিবৰ বাবে বহুত কষ্ট কৰিছে । ভাল লাগিল । এবাৰ লগ পালে ভাল লাগিল হয়
@assamgang-1425
@assamgang-1425 3 жыл бұрын
Love from Assam 🥰🥰😍
@rakhirajbongshi6611
@rakhirajbongshi6611 3 жыл бұрын
Great salute to him💚
@HiramaniSarma
@HiramaniSarma 3 жыл бұрын
Moja Dimpu, Tumi aguai jowa...som basir asirbad ase tumar logot....
@pujapathak3808
@pujapathak3808 3 жыл бұрын
Xsa ki kom vakha ni ❤️dada jon bou joni emn dhuniya k kam krise gour manu bure akdom salute..ro hati emn gyani
@riturajeboru2803
@riturajeboru2803 3 жыл бұрын
আপোনা ভিডি 'অ চাই মজা লাগে দিম্পু দা
@dbdmedia7566
@dbdmedia7566 3 жыл бұрын
1st view Dimpu Daar babe ata Like please
@sanjibnt3646
@sanjibnt3646 3 жыл бұрын
Hi
@BobiPhukan
@BobiPhukan 3 жыл бұрын
Wow so beautiful place . Thank you dimpu
@jayantakumarbhar9204
@jayantakumarbhar9204 3 жыл бұрын
Ajir vedio eta bises vedio tar babe hkoloke mur salute aru Nomaskar 🙏🙏🙏🙏🙏🙏🙏🙏
@akash_xyz6420
@akash_xyz6420 3 жыл бұрын
""DIMPU BRO YOU ARE GREAT""💛🔥
@technicaldhon9866
@technicaldhon9866 3 жыл бұрын
kzbin.info/www/bejne/oIeunmuXrNymqZY 🙏😭
@sanjibnt3646
@sanjibnt3646 3 жыл бұрын
Hi
@mousumiassam
@mousumiassam 3 жыл бұрын
@@technicaldhon9866 muru video bur Saba sun and Val pala frnds hoba
@KitchenSewali
@KitchenSewali 3 жыл бұрын
@@sanjibnt3646 হাতী বন্ধু
@tawwattivlogger5446
@tawwattivlogger5446 3 жыл бұрын
Amar idol dimpu da,nalbeira king
@pitmalvlogs3015
@pitmalvlogs3015 3 жыл бұрын
দাদা Subscribe কৰি দিব!
@tawwattivlogger5446
@tawwattivlogger5446 3 жыл бұрын
@@pitmalvlogs3015 ok bro
@trishnakalita1270
@trishnakalita1270 3 жыл бұрын
Eman dhuniya video. Diar karne. Thanku dimpu..❤❤❤
@Sadiiiik
@Sadiiiik 3 жыл бұрын
কি কম আৰু এনেকুৱা পদক্ষেপৰ প্ৰসংশা কৰাৰ কোনো ভাষা নাই
@priyansusarmah4826
@priyansusarmah4826 3 жыл бұрын
Bike ride video lage dimpu da...we all are waiting....and love from Gohpur ♥️
@eliashali9718
@eliashali9718 3 жыл бұрын
সাগৰৰ পানী লুণীয়া ডিম্পু দা তুমি ধুনীয়া 🔥❤️
@sanjibnt3646
@sanjibnt3646 3 жыл бұрын
Hi
@eliashali9718
@eliashali9718 3 жыл бұрын
@@sanjibnt3646 hlow
@garemshaswargiary6120
@garemshaswargiary6120 3 жыл бұрын
Vll lagel monutu ...❤️❤️❤️❤️ Thik korise manu jon
@sagarikabarman3612
@sagarikabarman3612 3 жыл бұрын
Moja lagil dimpu da.... Nalbeira jui apni♥
@assamtinisukia4126
@assamtinisukia4126 3 жыл бұрын
বন বিৰিখৰ আঁৰে আঁৰে প্ৰকৃতিৰ শীতল কোলাত জীৱন কটোৱাটো প্ৰকৃত ভাগ্যৱান লোক।
@rkcreation.9018
@rkcreation.9018 3 жыл бұрын
Dimpu da mojjaaaaaa ...
@amirulofficialyt2827
@amirulofficialyt2827 3 жыл бұрын
ভাল লাগিল দাদা বাইদেউ কথা শুনি।আৰু আগুৱাই যাওঁক।
@zackmucha1196
@zackmucha1196 3 жыл бұрын
বহুত ভাল লাগিল চাই। কিছুমান নজনা কথা গম পালো।
@mixertube4257
@mixertube4257 3 жыл бұрын
First viewse and first comment Dimpu da 🥰🥰
@Himannnn0
@Himannnn0 3 жыл бұрын
Love from Rangia tiniali 🔥
@KitchenSewali
@KitchenSewali 3 жыл бұрын
kzbin.info/www/bejne/kJ-phZWPmqpqgdk
@KitchenSewali
@KitchenSewali 3 жыл бұрын
KZbin চেনেলৰ নাম 👇 Kitchen Sewali.
@lukachuppi181
@lukachuppi181 3 жыл бұрын
This is one of the best video of yours❤️❤️❤️❤️❤️❤️❤️
@priyankasaharia3676
@priyankasaharia3676 2 жыл бұрын
Dulu Bora Da much love to you, Dimpu da thank you for bringing up the story ❤️🌳
@priyankiboruah6071
@priyankiboruah6071 3 жыл бұрын
বঢ়মপুৰ , চাপানালা আহি গ'ল গমেই নাপালোঁ 🙄 গম পোৱা হয় লগ পালোঁ হয় দাদা 😌
@sanjibnt3646
@sanjibnt3646 3 жыл бұрын
Hi
@rajmudi312
@rajmudi312 3 жыл бұрын
Moi 5 bosor manor aagote sapanala goisilu... Bohut vaal lage... Aajio monot pore hei dishw...
@kk01insights
@kk01insights 3 жыл бұрын
_বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ যদিহে আপোনালোকে চেনেলটোলৈ গৈ ভিডিঅ'বোৰ চাই ভাল পাই নিশ্চয় সুখী হম_
@KitchenSewali
@KitchenSewali 3 жыл бұрын
@@kk01insights মোৰ চেনেলটোও চাব।
@DigantaZG
@DigantaZG 3 жыл бұрын
Love fromপছৰীয়া💖💖💖
@mhmixvlogs6635
@mhmixvlogs6635 3 жыл бұрын
kzbin.info/www/bejne/aXOwZZ9tptp0eLs
@lallablogs8656
@lallablogs8656 3 жыл бұрын
Mojàaaaaaaa lagil video tu saii Dada mojàaaaaaaa 😍😍😍😍❤️😍❤️😍❤️😍❤️
@meghadevi6491
@meghadevi6491 3 жыл бұрын
ৰীতা চৌধুৰী বাইদেউৰ " মায়াবৃত্ত" কিতাপ খনৰ পুতি আৰু সুবৰ্ণৰ চাংঘৰ টোৰ দৰে লাগিল। সম্পূৰ্ণ একেই। উপন্যাস খন পঢ়া সকলে ভিদিও চাই বুজিছে হয়তো। দাদা জনৰ তেনেকুৱা সপোন আছিল হয়তো।
@nayandeepsarmah2420
@nayandeepsarmah2420 3 жыл бұрын
Dimpu dar video trending 🔥🔥🔥
@VloggerManas
@VloggerManas 3 жыл бұрын
Bro 🔥🔥
@nayandeepsarmah2420
@nayandeepsarmah2420 3 жыл бұрын
@@VloggerManas 😎
@pallabidoimari277
@pallabidoimari277 3 жыл бұрын
Amr ghror poduli d par hoi gola gmai npalo😔gm pua hoii lg kriloo hoi🤗
@familystylekitchen1431
@familystylekitchen1431 2 жыл бұрын
ভাল লাগিল । তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@kaushikkashyap7662
@kaushikkashyap7662 3 жыл бұрын
This was one of the best Video from this Channel.
@mehedihassan5624
@mehedihassan5624 3 жыл бұрын
Dimpu da your voice so sweet
@yoboyrubul8560
@yoboyrubul8560 3 жыл бұрын
The place is just wow😍😍
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/hpXEm3hueJpoe6up
@subhonanirmolia1069
@subhonanirmolia1069 3 жыл бұрын
বহুত ভাল কাম কৰিছে। আমি সকলোৱে শুভেচ্ছা জনালো। ধন্যবাদ জ্ঞাপন কৰিব খোজা সকলে Like কৰিব।
@d.crationmixassam2951
@d.crationmixassam2951 3 жыл бұрын
বহুত বহুত বহুত ভাল লাগিল দিম্পু দা ❤️❤️❤️🙏🙏
@pomysmixdancevlog8868
@pomysmixdancevlog8868 3 жыл бұрын
Natural moment dimpu daa,💐
The Tree House - গছৰ উপৰত building
11:08
Dimpu's Vlogs
Рет қаралды 982 М.
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 10 МЛН
নতুন bike ত - Going to beautiful SARALPARA
19:12
Dimpu's Vlogs
Рет қаралды 991 М.
বাঘ ডুবাই ত - going to Dubai Safari
12:07
Dimpu's Vlogs
Рет қаралды 1,4 МЛН