দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি।

  Рет қаралды 65,230

DY365

DY365

Күн бұрын

Пікірлер: 320
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
টকা কোনে দিব। চৰকাৰে তাৰ বাবে কাম লগোৱা মানুহজনৰ একাউণ্টত চৰকাৰে টকা ভৰাই দিব নেকি?
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
মিছলিয়া নৰেন্দ্ৰ মোদীয়ে দিব নেকি ? , কেন্দ্ৰীয় চৰকাৰে দিবনে ? তোমালোকে দেশক বেছি বা দেশৰ সম্পত্তি চুৰি কৰি টকা লবা আৰু দিবা, কিন্তু আমি কাম কৰোৱা সকলে কৰপৰা দিম ?
@Fsstgvc
@Fsstgvc Ай бұрын
Dhokebaj congress party nohoi tu
@mukulkumar8132
@mukulkumar8132 Ай бұрын
পইচা টো কোনে দিব চৰকাৰে নে কামত লগোৱা মানুহজনে
@shibushibu-xg1uc
@shibushibu-xg1uc Ай бұрын
মূৰ্খ যাৰ অধীনত কাম কৰিবা তাৰ পৰা সংগ্ৰহ কৰিব লাগিব ।
@ytdesert3581
@ytdesert3581 Ай бұрын
nidile pise ki hbo.
@mukulkumar8132
@mukulkumar8132 Ай бұрын
@@shibushibu-xg1ucটোৰ তাত কম দে কাম কৰিব দিব পইচা
@naturalvlogs6.5
@naturalvlogs6.5 Ай бұрын
Sorkare kio dibo...ghoror malik a dibo....maane aibilar mistrik target vote or karone.....jitu kaam 1 dinot hoi xaitu kaam 2 3 din logai ....aitu vaal howa naiii
@zakirhussain30312
@zakirhussain30312 Ай бұрын
Xundor.. Atia mnuhe ghr bonaute Agot nijor maati bikri koribo lgibo ..😂😂
@BabulBorah-n4y
@BabulBorah-n4y Ай бұрын
সুন্দৰ পদক্ষেপ কাম লগোৱা ব্যক্তি সকলে দিবনে চৰকাৰে দিব সেইটোহে বুজি নাপালো
@HarakantaPayeng-tq3hm
@HarakantaPayeng-tq3hm Ай бұрын
Agniver army salary -25000😢 Workers -26920😂 Poisa Kune dibo tur baperi dibo nki kla . Assam police salary- 22000
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
❤😂
@sudembasumatari100k
@sudembasumatari100k Ай бұрын
Faltu news news kla kam nai hintor 😂😂😂 unsubscribe korilo
@janardanbora2803
@janardanbora2803 Ай бұрын
ভাল টুপ এটা পিন্ধাই দিলে দেখোন আমাৰ মামাক কেণ্ডই আকৌ তেওঁ এতিয়া টুপী পিন্ধাব আছেই সহজ সৰল মানুহ বোৰক😅😅😅😅
@janardanbora2803
@janardanbora2803 Ай бұрын
পইচা টো চৰকাৰে ভৰাই দিব নেকি হয় 😅😅😅
@mukulkumar8132
@mukulkumar8132 Ай бұрын
Company bad di hajira korim de
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
😂বঢিয়া বুদ্ধি দেখোন এয়া
@SanatanBiswas-jy1yw
@SanatanBiswas-jy1yw Ай бұрын
কেন্দ্ৰীয় চৰকাৰে দিয়ক দিন হাজিৰা কৰা শ্ৰমিকক ------ সাধাৰণ মানুহে কৌৰ পৰা দিব ইমান টকা । কথাত চহকী হলে নহব । চৰকাৰে সৱৰ দায়িত্য লওক তেতিয়াহলে কম Good Government.
@Assam.tribal-mantu
@Assam.tribal-mantu Ай бұрын
Val lagil dhoynobad
@hafijursikder9104
@hafijursikder9104 Ай бұрын
ৰাজমন্ত্ৰীৰ কামৰ মহাজনক 600 টকা খুজিলেই জ্বলে আৰু বলে কাপোৰ মেৰিয়াই ।
@Jeurakhuti711
@Jeurakhuti711 Ай бұрын
Thanks CM sir
@jalaluddinahmed9888
@jalaluddinahmed9888 Ай бұрын
কিমান উদ্যোগত শ্ৰমিক নিয়োজিত হব। উদ্যোগৰ বাহিৰত কাম কৰা সকলক কোনে দিব ইমান হাজিৰা।
@nurulislam560
@nurulislam560 Ай бұрын
ভাল লাগিল কথাটো শুণি আমি চৰকাৰৰ ওচৰত হাজিৰা কৰিবলৈ যাম ৷ নিজে গাড়ী ধুৱা কাৰখানা খুলি নিজে কাম কৰি ১৫০০০.০০ টকা মাহত ইনকাম কৰিব পৰা নাই ৷ আমি হাজিৰা কৰা মানুহ বোৰক কৰ পৰা একহাজাৰ টকা দিনত দিম ৷ চৰকাৰে ভাল কথা চিন্তা কৰিছে ৷
@Nationalistjanata
@Nationalistjanata Ай бұрын
কেৱল নামত এইবোৰ।
@dulbormanta4407
@dulbormanta4407 Ай бұрын
আমি কামত লগাম চৰকাৰে হজিৰা ধাৰ্য কৰিব এইটো কেনেধৰনৰ কথা হব পাৰে । নহলে চৰকাৰে হাজিৰাৰ টকা কেইটা দিয়ক । মথামুণ্ড নোহোৱা কথাবোৰ কৈ ফুৰে মুখত লেগাম নোহোৱা জাত ।
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
একদম ঠিক কথা কেলা😡
@moonmoonheartscik
@moonmoonheartscik Ай бұрын
Hoi kela
@MrBig-jt5th
@MrBig-jt5th Ай бұрын
anekuwa adha batori di manuhar major confusion create nokoribo dei. dile bhaldore dibo batori
@AsinSawtal
@AsinSawtal Ай бұрын
Mojja sir
@SriCCDas
@SriCCDas Ай бұрын
ড্ৰাইভাৰ বা গাড়ী চলোৱা, বা কোম্পানীত গাড়ী চলোৱা সকল।
@hiraksarania6143
@hiraksarania6143 Ай бұрын
আমি হে দিব লাগিব কৰ পৰা দিম। হাজিৰা লগাই কিডনি, লিভাৰ বিকৰি কৰিব লাগিব।
@Hritwik_14
@Hritwik_14 Ай бұрын
ADRE❌ Hazira ✅
@DeepborahMaina-r7u
@DeepborahMaina-r7u Ай бұрын
ভাল হৈছে বহুত কম পইচা দিয়ে হাজিৰা লগোৱা মানুহ বোৰে কাম লগাই কটি লৈকে কিন্তু পাব লগা টো নাপায়।
@BikashRoy-td4pf
@BikashRoy-td4pf Ай бұрын
টকা কোনে দিব চৰকাৰে দিব নে কামত লগোৱা মালিকে দিব। মালিক সকলে কেতিয়া ও নিদিয়ে
@katappa7406
@katappa7406 Ай бұрын
আহি আমি সকলোৱে চাকৰি এৰি দিন হাজিৰা কৰো
@meassamblogs8375
@meassamblogs8375 Ай бұрын
নিদিয়ে এতিয়াও ২৫০ দিন হাজিৰা কৰি আছে
@rantuali6074
@rantuali6074 Ай бұрын
😂😂😂 গুৱাহাটীত ৰাজ মিস্ত্ৰী দিন হজিৰা 700পৰা 750 টকা চলি আছে বৰ্তমান। কোম্পানী ত কাম কৰা সকলৰ হে দিন হাজিৰা বহুত কম 😢😢😢
@Naseem.7
@Naseem.7 Ай бұрын
Asha karmi salary 5000 AWC worker salary 6000 AWC helpers salary 3500 Others fixed pays employees salarys 5000-7000 😂😂 nice joke by government 😂😂
@khudugidalofficial..8635
@khudugidalofficial..8635 Ай бұрын
Midday mill worker salary per month 1000
@anukulkalita1605
@anukulkalita1605 Ай бұрын
Murot mal nuhua sarkar aikhon
@prabitachutia448
@prabitachutia448 Ай бұрын
ফাল্টু চেনেল আৰু ফাল্টু বাতৰি লগতে ফাল্টু সাংবাদিক সকলো লগহৈ একাকাৰ , সময় নষ্টৰ বাহিৰে আন একো নহয়
@RanjanBaruah-wm6ps
@RanjanBaruah-wm6ps Ай бұрын
যিসকল কৰ্মচাৰীয়ে কোম্পানীত 12 কাম কৰি দিনে 300/400 হাজিৰাপায় তেওলোকে কেনেকৈ 800/1000 টকা হাজিৰা দিব ,সেই কথাটো চৰকাৰে বিচাৰ কৰক প্ৰথমে।
@ChandraChhetry-mj5he
@ChandraChhetry-mj5he Ай бұрын
I acclaim the government for taking this step .It helps the poor people in everywhere.
@commenti5459
@commenti5459 Ай бұрын
বস্তুৰ দাম বাঢ়িলেও চিন্তা নাই। এমাহত পঁছিচ দিন কাম কৰিলে পঁছিচ হেজাৰ পাব। চাকৰি বখদ দি দিন হাজিৰা কৰিলেই হ'ল😊
@AkashsangmaAkashsangma-x9v
@AkashsangmaAkashsangma-x9v Ай бұрын
কিন্তু আমাৰ গাওঁত কোনেও দিয়া নাই যে আমিও দিন হাজিৰা কৰি আছোঁ।
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d Ай бұрын
একো ভাল খবৰ নহয়।বৃদ্ধি কৰা টকা চৰকাৰে দিব নেকি?মালিক পক্ষই ৪০০/- টকাটকৈ এটকাও বঢ়াই নিদিয়ে চৰকাৰে কলে বুলিয়েই মালিকৰ লোকচান কৰি কেতিয়াও নিদিয়ে।মোদীচৰকাৰৰ এই জাননী একেবাৰে অৰ্থহীন।ই কেৱল ৰ্নিবাচনৰ টুপী।কোনো মানুহে ৮০০/- ১০০০/- টকা দৈনিক হাজিৰা দি কাম নকৰাই।লাভৰ মুৰকত হাজিৰা কৰা মানুহখিনিৰ কাম নাইকিয়া হৈ লঘোনে মৰিব।
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
এয়া ফেকুৰ ফটুৱামীৰ বাহিৰে একো নহয়😂
@anukulkalita1605
@anukulkalita1605 Ай бұрын
Right
@Fsstgvc
@Fsstgvc Ай бұрын
Thus miya
@SamudraRabha-w1w
@SamudraRabha-w1w Ай бұрын
মইও এজন ৰাজমিষটিৰি গতিকে দাদা টকাটো কোনে দিব মালিকে নে চৰকাৰে
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
​@@SamudraRabha-w1wকোনো বালেও নিদিয়ে অ' গেদা ভাই😂
@naturalvlogs6.5
@naturalvlogs6.5 Ай бұрын
Sorkari ghor laage naa...😂😂😂kor aibar ghoror kaam
@prabhatkrgogoi8153
@prabhatkrgogoi8153 Ай бұрын
বাংলাদেশত সস্তীয়া শ্ৰমিকৰ অভাৱ নাই বাবেই উৎপাদিত সামগ্ৰীৰ দাম কম ৷
@KankanDas-v8i
@KankanDas-v8i Ай бұрын
Yes right
@jadabgogoi5830
@jadabgogoi5830 Ай бұрын
Pmay ঘৰৰ চৰকাৰে দিয়ে ১ লাখ ৩০ হাজাৰ।১০০০/৮ঃ০ শ্ৰমিক ক হাজিৰা দিলে চৰকাৰৰ মতে ভাল হ'ব। ঘৰটো বাল হ'ব।
@pranabjyotisaikia.8263
@pranabjyotisaikia.8263 Ай бұрын
এইষাৰ আকৌ কি ক'লে?? চৰকাৰী চৰকাৰী নকৰি নিবনুৱা সকলে এইবাৰ শ্ৰমিক হলেই হ'ল।😊😅😅
@humayunkabir7715
@humayunkabir7715 Ай бұрын
এক হাজাৰ টকা কোনে দিব।কোন গৃহস্ত‌ই ইমান টকা নিদিয়ে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত সিদ্ধান্ত হৈয়েই থাকিব।
@puronpayeng7151
@puronpayeng7151 Ай бұрын
😂 এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হব 😂
@News19Assam
@News19Assam Ай бұрын
Government Jobs kora Borok 100% DA Bhorai debo lage...Karon Assam CM aru MLA Borok o 50 % Salary Bhorai dea hol
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
তহঁতক আৰু লাগে কেলা😡
@bhagyabaruah
@bhagyabaruah Ай бұрын
তাৰ আগে জৱকাদৰ পইছাটো কৰি লওক ছোন
@jagannathdas484
@jagannathdas484 Ай бұрын
আমাৰ ঘৰৰ মতা হাহটোয়ে আজি ২ টা কণি পাৰিছে ,
@probinnath7674
@probinnath7674 Ай бұрын
টকা কোনো দিব এই কথা আপোনি জানেনে বাৰু
@harekrishnadas1807
@harekrishnadas1807 Ай бұрын
ভালেই হল হাজিৰা যদি বাঢ়িল ৰাতিপুৱা ৫টাত কামত ধলি গধূলি ৭টাত শেষ ।
@madhujyachutia4428
@madhujyachutia4428 Ай бұрын
একে তাকে বাৰ বাৰ কৈ থাক 😡😡😡😡😡
@saifullahSheikh123
@saifullahSheikh123 Ай бұрын
NHM ত কাম কৰাতকৈ ৰাজ মিস্ত্ৰী হোৱাই ভাল আছিল। জীৱন গৰবাদ হৈ গল।
@tumonbaruah1
@tumonbaruah1 Ай бұрын
আমি ২৫০ টকা পৰা ৩৫০ টকা হে পাই আছো ডিব্ৰুগড় আৰো তিনচুকীয়া
@tikhulimbu8858
@tikhulimbu8858 Ай бұрын
এই কথা ঠিকেই কিন্তু জিমান টকা হাজিৰা বঢ়াইছে এই টকা চৰকাৰে দিবনে
@gonegamer3787
@gonegamer3787 Ай бұрын
ৰাজ্য চৰকাৰে ৯৮ টা তালিকা ভুক্ত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমসাৰত ঘোষণা কৰিব নে?
@ProdipHazarika-y8v
@ProdipHazarika-y8v Ай бұрын
আজি বহোত দিনৰ আগতে কৈচিল সকলো চৰকাৰী বে চৰকাৰী কম চাৰি দৰমহা ১৮হাজাৰ উপৰত হব লাগিব আৰু লগতে pf esi আদি দিব লাগিব বোলি কৈচিল হেয় বোৰ কি হল বাপো।
@kabulali3252
@kabulali3252 Ай бұрын
টকা কোনে দিব 😂😂😂😂😂😂😂😂 দঙৰীয়া।
@bhaskarkalita2451
@bhaskarkalita2451 Ай бұрын
Bhut val khbor
@bijubora3964
@bijubora3964 Ай бұрын
চৰকাৰী দৰমহা বাহিল /আলু পিঁয়াজ তেল দৰৱ সকলোৰে দাম বাহিলে /কোনেও নামাতে /লেবাৰসকলৰ ৪০০-৫০০টকাত পাই কি? সকলোৰে দাম বাহিলে মানি লয়/ এইটু মানিব লাগে/ লেবাৰসকল কি মাটি খাই জীয়াই ঠাকিব নি?
@nitudeka-ks1sc
@nitudeka-ks1sc Ай бұрын
বিশ্বাস নহই এই খন চৰকাৰ দুমুখিয়া । ইঁহতক বিশ্বাস কৰিবলৈ বহুত টান । সিহঁতৰ স্বাৰ্থ আদাই হলেই একে কোবে দৈনিক হজিৰা ৩০০ টকা কৰিব ।
@churamonisaikia5694
@churamonisaikia5694 Ай бұрын
Val hobo.... Moiu din hazira korim.. mahot 30,000/- koi pam... Ki je val lagibo...
@samiranmahanta575
@samiranmahanta575 Ай бұрын
পকৰৰ কথা কয় কোম্পানীৰ হাজিৰা এদিনৰ 300 টকা হে দিয়া হয় আৰু চৰকাৰে টেক্স বোৰ মতা মতা কৈ লব জানে
@Mac_Allister_Official
@Mac_Allister_Official Ай бұрын
তেনেহলে হাজিৰা কৰিবলৈহে ল'ব লাগিব
@Ruponsarkar585
@Ruponsarkar585 Ай бұрын
Modi hai too mumkin hai.
@SarifulAli-f7d
@SarifulAli-f7d Ай бұрын
পইছাটু কুনে দিব চৰকাৰে দিব নে ঘৰ বনেৱা মানুহ জনে
@dipakborah8860
@dipakborah8860 Ай бұрын
হাজিৰা দিব কোনে
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
কোনো বালেও নিদিয়ে😂
@RinkumoniSonowal-o2k
@RinkumoniSonowal-o2k Ай бұрын
Sarkare. Diak
@smrjt9102
@smrjt9102 Ай бұрын
West Bengal t 350 rupees amar Axomot 500 for labour, ru mistry buror tu tat keu besi loi. Hongothon bure nodhore kyo
@utpolboruah2521
@utpolboruah2521 Ай бұрын
শ্ৰমিক কল্যাণ পৰিষদৰ register হোৱা অৱসৰ শ্ৰমিকসকলৰ পেঞ্চন এ এতিয়াও কিছুমান জিলাত দিব পৰা নাই ..... এতিয়া পেঞ্চনৰ মূল্য বঢ়াব । জনা আছে
@MunindraMunindra-e4s
@MunindraMunindra-e4s Ай бұрын
Man ki bat bala❤❤❤
@SN_YOTUBE
@SN_YOTUBE Ай бұрын
Good news
@naturalvlogs6.5
@naturalvlogs6.5 Ай бұрын
Maane dhoni dukhiyar Toka panit...1 dinot sesss howa kaam 3 din logaii....
@villageenvironmentblog3747
@villageenvironmentblog3747 Ай бұрын
Val krise sorkare ...nhole khadharn manuhk Kam korai kamr mulyo nidi aa bhut company...ba din hajira kora malike
@Earthexplorer6185Assam
@Earthexplorer6185Assam Ай бұрын
চৰ কাৰী চাকৰী এৰিব তেতিয়া। সকলোৱে হাজিৰা কৰিগৈ😂
@puloklekharu2923
@puloklekharu2923 Ай бұрын
🔥🔥🔥🔥❤
@AnilBorah-n6y
@AnilBorah-n6y Ай бұрын
কোনে দিব। এইবোৰ কথাহে ।ইয়াৰ প্ৰকৃত মিছা
@TinkulDas709
@TinkulDas709 Ай бұрын
চৰকাৰে সচাকৈ কৈনে মিচাকৈ কয় কব এয়ে নাজিনু
@bituldihingia2569
@bituldihingia2569 Ай бұрын
কোনে দিব টকা , হাজিৰা কৰিব এঘৰত তেওঁ নিদি চৰকাৰে দিব নে কি ?
@kamaltalukdar189
@kamaltalukdar189 Ай бұрын
New magic ✨✨
@ratulbarman-i2u
@ratulbarman-i2u Ай бұрын
মিছা কথা আমাৰ হাজিৰা ২৫০ টকা দিয়ে কোম্পানিয়ে
@premanandanarzary245
@premanandanarzary245 Ай бұрын
thwt😊
@ranjitgowsami7891
@ranjitgowsami7891 Ай бұрын
নিজেই কাম কৰিম বেলেগ 2o টকাও বেছি নিদো
@C.Barman7
@C.Barman7 Ай бұрын
কোনে দিব ।😂😂😂 ২৯ তাৰিখে পৰীক্ষা দিব নাযাও ।😂 হাজিৰা কৰিম মই 😊
@NipuLahkar-qv1jq
@NipuLahkar-qv1jq Ай бұрын
Modie Dibo Lagibo 👈👈👈
@pranjalray8773
@pranjalray8773 Ай бұрын
4th Gred চাকৰি বাদ দি হাজিৰা কৰোঁ তেনেহলে নে কি ? কি নিউজ এইবোৰ, এইবোৰ বাদ দি, যি সকল ছাত্ৰ-ছাত্ৰীয়ে ADRE পৰীক্ষা দিব তেওঁলোকক ৰীজনিং আৰু অংক শিকাৱক বুজিছে। কাম নাইকীয়া কৰোবাৰ।
@carassociate7671
@carassociate7671 Ай бұрын
Val khobor 😊😊😊
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
ভাল নহয় বাল খবৰ😂
@shrorts0003
@shrorts0003 Ай бұрын
❤❤
@BhogiMedhi-yu7bl
@BhogiMedhi-yu7bl Ай бұрын
Hajira malika dib na modia dib
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
কোনো বালেও নিদিয়ে কেলা🤣
@rebulali1210
@rebulali1210 Ай бұрын
বাদ দিয়া হে
@ujjaldas4702
@ujjaldas4702 Ай бұрын
Sudir bhai news
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
😂
@rajibboro9115
@rajibboro9115 Ай бұрын
R. Val. Kobor
@HasnurAli-d3p
@HasnurAli-d3p Ай бұрын
companit kam kora manuh bilakor poisa borai diya khihote bohut kom poisa pai.thikadar bilake khitor poisa bilak kosto nokora ke khai.
@hiteshboroc9907
@hiteshboroc9907 Ай бұрын
Driver বোৰৰ দিন হাজিৰা হিচাপত ধৰিলে 12000 to 16000 মালিক বোৰে দৰমহা দিয়ে 30 দিনত । দিন হাজিৰা হিচাপত ধৰিলে দেখোন বহুত কম হয় .... অসম চৰকাৰ / কেন্দ্ৰীয় চৰকাৰ ?
@sanjaydas1042
@sanjaydas1042 Ай бұрын
Agote amak banglur pion post tu ghurai diyok😊
@RatanRay-o7q
@RatanRay-o7q Ай бұрын
,asomor security dormoha boraok tetiya bahirot jabo nalagibo
@AnanAnan-kt9tk
@AnanAnan-kt9tk Ай бұрын
Val khbr
@krishnagogoi1657
@krishnagogoi1657 Ай бұрын
কেঁচা চাহ পাতৰ কেজি কিমান হব??
@gautamnath1910
@gautamnath1910 Ай бұрын
Blue berry narengi chandrapur choli ase 5500 /manth
@Jahid-Ali
@Jahid-Ali Ай бұрын
Kun malikhe dibo baru Kam koriboi nalage he kobo
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
😂একদম ঠিক কথা
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul Ай бұрын
​@@rajeshhazarika1663Bah apunak kintu manisu dei,protitu commentote abar holeu bhumuki marise🤗
@gonegamer3787
@gonegamer3787 Ай бұрын
This circular only for shidul central government ashfaird.
@naturalvlogs6.5
@naturalvlogs6.5 Ай бұрын
Mistrik hajira ki dibi 1 dinor kaam 3 din logai toka luteee
@Heerock
@Heerock Ай бұрын
Ru grade 3 t job kora keitak 25k salary diye😂😂 moi sutmaroni buli kom
@BadanSarma
@BadanSarma Ай бұрын
মজুৰি কোনে দিব?
@birajbora7322
@birajbora7322 Ай бұрын
Government employees 18 mahor D. A akeloga dibo nuware tate akow mistri din hazira borai... Ami kamot loguwa poisa apuni dibo nk.
@nityasarma4072
@nityasarma4072 Ай бұрын
Wel come
Walking on LEGO Be Like... #shorts #mingweirocks
00:41
mingweirocks
Рет қаралды 7 МЛН
World’s strongest WOMAN vs regular GIRLS
00:56
A4
Рет қаралды 40 МЛН
ТЫ В ДЕТСТВЕ КОГДА ВЫПАЛ ЗУБ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 3,7 МЛН
Car Bubble vs Lamborghini
00:33
Stokes Twins
Рет қаралды 42 МЛН
Walking on LEGO Be Like... #shorts #mingweirocks
00:41
mingweirocks
Рет қаралды 7 МЛН