Dirty Politics of Himanta Biswa Sarma on Educational institution || USTM & Guwahati Flood ll Assam l

  Рет қаралды 264,764

Yo Yo Adviser

Yo Yo Adviser

Күн бұрын

Пікірлер: 1 500
@AdityaViper
@AdityaViper 2 ай бұрын
Drainor bebostha korok mama Karu khotha khunibor darkar ni
@YoYoAdviser
@YoYoAdviser 2 ай бұрын
Exactly, kiba eta scientifically planning kori banpani kenekoi rudh koribo pari kheitu podokhep lobo lage aru tar karone USTM houk ba DPS houk jodi bhangibo lage bhangi diyok. But at least don't do dirty politics with Educational Institutions.
@debajitdas7663
@debajitdas7663 2 ай бұрын
@@YoYoAdviser dirty politics nohoi aroksan politics sc Iman pai,st Iman pai muslime Iman pai hai2 politics
@Asi91989
@Asi91989 2 ай бұрын
​@@YoYoAdviserekhon clg...mamir aase...changsarit kheitu bhagi pelabo laage😂😂
@RanaIslam-zy2oe
@RanaIslam-zy2oe 2 ай бұрын
Muslim karone
@ManowarHussain-h3y
@ManowarHussain-h3y 2 ай бұрын
চৰকাৰী অফিচত মুৰ্তি থাকে,চৰকাৰী স্কুলত হিন্দু ধৰ্মৰ প্ৰতিক থাকে চৰকাৰী থানাত মন্দিৰ আছে খ্ৰীষ্টান মিছনেৰীত church আছে তাত আমাৰ একো অসুবিধা হোৱা নহয় কিন্তু ব্যক্তিগত university এখনৰ প্ৰবেশ দ্বাৰত ইছলামৰ কিবা প্ৰতিক থাকিলেই বাৰু তাত কি আহে আৰু যায় ,? মই আল্লাৰ ওচৰত দোৱা কৰিছো তেনেকুৱা ব্যক্তিৰ মন মগজুত শুভ বুদ্ধি উদয় হ‌ওক ,,
@babukhan0479
@babukhan0479 2 ай бұрын
Really Himanta Biswa Sharma he is not fit to be chief minister 🤮🤮🤮🤮 . I have studied in USTM, USTM has such a good culture,
@indianexperiments4192
@indianexperiments4192 Ай бұрын
Yar title sa Kune koie ase 😂😂😂😂😂
@nurmanikbiswas
@nurmanikbiswas 2 ай бұрын
Dada সঁচা কথা কৈছে, দাদা এনেকুৱা নেতা বোৰৰ কাৰণে হিন্দু মুছলিম কাজিয়া/ ভেদভাৱ কৰাই।
@ShohidulIslam-gs7hy
@ShohidulIslam-gs7hy 2 ай бұрын
হিমন্ত বিশ্ব শৰ্মাৰ কুকৃৰ্তিৰ কথা সুন্দৰকৈ উপস্থাপন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ
@sushildutta9716
@sushildutta9716 2 ай бұрын
USTM, Salute in North East
@subratadey9156
@subratadey9156 2 ай бұрын
যদি মেঘালয়ৰ পানী আহি গুৱাহাটীত বানপানী হয় তেতিয়াহলে মেঘালয়ৰ চৰকাৰৰ লগত আলোচনা কৰিব পাৰে মিছামিছি কিছুমান কথা কৈ থাকিলে সমস্যা সমাধান নহয়।
@jintudasofficial4364
@jintudasofficial4364 2 ай бұрын
আমাৰ মামাৰ মাথা টো গৈছে । অসমত কূটনীতি কাম বিলাক কৰিব লৈছে । এইবাৰ যদিহে অসমৰ পৰা মামা ক বিদায় নিদিয়ে আমাৰ অসমীয়াই । তেতিয়া হলে বুজিম - আমাৰ অসমীয়াৰ দৰে নিলাজ আৰু বুৰ্বক মানুহ এই পৃথিৱীত নাই । Mama Go Back.
@mohiruddin1328
@mohiruddin1328 2 ай бұрын
Yes
@eusubali8924
@eusubali8924 2 ай бұрын
Yes right mamar ahongkar hoise beshi
@HabibUllah-yp9rd
@HabibUllah-yp9rd 2 ай бұрын
Safiqul Islam, Apuni 💯 percent sacha kotha koise....kisumane khamatar Ragit boliya hoi nijake Bhagaban buli bhabiboloi loise....
@bitupongogoi9098
@bitupongogoi9098 2 ай бұрын
Next 2026
@yourpapa1772
@yourpapa1772 2 ай бұрын
EVM ghotala kori dibo aru 😂 jimanei belegot vote dia lav nai
@Khe.2.0
@Khe.2.0 Ай бұрын
USTM is a blessing to the people of North East India ❤
@CRAZYNOOByt-oi3or
@CRAZYNOOByt-oi3or 2 ай бұрын
মুখ্যমন্ত্ৰীৰ লাজ নালাগে এনেকুৱা লেতেৰা কথা কৱ। ভাল কাম কৰিম বুলি অহা নাই দুনিয়াত।
@MOHIDULLAHAHMED
@MOHIDULLAHAHMED 2 ай бұрын
Mami k share lage je
@mk4778
@mk4778 2 ай бұрын
এনেকুৱা হিন্দু মুছলিম কৰি থকা মুখ্য মন্ত্ৰী next time আৰু নালাগে। 🙏
@hasenali5142
@hasenali5142 2 ай бұрын
এইটো বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা sir ৰ জ্বলন।।।।এই USTM যেতিয়া অসমত স্থাপন কৰিব বিচাৰিছিল তেতিয়া অসম চৰকাৰএ মাটি দিয়া নাছিল।।পিছত যেতিয়া মেঘালয় চৰকাৰে মাটি প্ৰদান কৰিলে,তাৰ পিছত USTM যেতিয়া অন্যতম প্ৰতিষ্ঠানত পৰিণত হল,তেতিয়া জ্বলন হৈ আছে।।দম আছে যদি এনেকুৱা প্ৰতিষ্ঠান এটা বনাই দেখুৱাওক অসমত।।।অসমৰ চৰকাৰী মেডিকেল কলেজ চলোৱাৰ ক্ষমতা নাই,সেইবোৰ দুৰ্নীতিৰ ফলত কেন্দ্ৰীয় বোৰ্ডৰ পৰা লাইচেন্স বাতিল কৰে,তেতিয়া লাজ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ😡😡
@abdulmafij734
@abdulmafij734 2 ай бұрын
B j p borbad
@EN-ki-duniya
@EN-ki-duniya 2 ай бұрын
Yes bro he doesn't know how behave with other he just know only how to divide Hindu muslim
@ShahidaBegum-zt5fz
@ShahidaBegum-zt5fz 2 ай бұрын
Mom
@hasenali5142
@hasenali5142 2 ай бұрын
@@ShahidaBegum-zt5fz mom,এইটো কেনেকুৱা reply 🤔🤔
@matibarrahman4606
@matibarrahman4606 2 ай бұрын
Right Sir
@shahintechnician3575
@shahintechnician3575 2 ай бұрын
মানৱতা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম,,, মানুহৰ ৰং/প্ৰজাতি বেলেগ কিন্তু তেওঁলোকৰ তেজৰ ৰং একে,,, জীৱন ৰক্ষাৰ প্ৰয়োজন হৈ থকাৰ সময়ত মেডিকেলত তেজ সঞ্চালনৰ সময়ত কোনেও বিচাৰ নকৰে তেজ খিনি হিন্দুৰ নে মুছলমানৰ। মাথো চিন্তা এটাই থাকে যে ৰোগী জন সুস্থ হব লাগে 😊🙏🙏 ।। ধন্যবাদ ডাঙৰীয়া আপুনি লিগেলি প্ৰতিবাদ কৰাৰ বাবে। YOU ARE A REAL HERO🎉
@anowara.begum23
@anowara.begum23 2 ай бұрын
সুন্দৰ বক্তব্য ❤ সছাকথা🎉ইউ এছ টিএম খনৰ মালিক মুচলিম হোৱা বাবে মামাৰ গাটো পুৰিছে
@AchanAli-s8j
@AchanAli-s8j 20 күн бұрын
P P P Ppppppp L
@Roky174
@Roky174 2 ай бұрын
হেমন্তৰ নিচিনা চিন্তাধাৰাৰ কাৰণেই মেঘালয় আৰু অৰুণাচল আজি বৰ অসমৰ পৰা পৃথক। বড়ো মানুহখিনিয়েও আজি বড়োলেণ্ড দাবী কৰি আছে । বৰাকৰ মানুহ খিনিয়েও অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰা নাই । কাৰণ একেটাই হেমন্তৰ ধৰে মানুহৰ হিংসাৰ ফল ।
@sarbanandagogoi6549
@sarbanandagogoi6549 2 ай бұрын
হিমন্তবিশ্ব শৰ্মাই যে প্ৰতিটো খুজতে মুছলমান সম্পদায় তাৰগেট কৰি মন্তব্য কৰা উদেচ্ছ হল USTM ত অধ্যয়নত ছাত্ৰ ছাত্ৰিৰ সকলক হিমন্তবিশ্ব শৰ্মা ঘৈনীৰেকে খোলা স্কুলখনলৈ আনিব লাগে ছাগে।হিমন্তবিশ্ব শৰ্মাই যে মুছলিম সম্পদাই সমালোছনা কৰে তেওঁ নিজে কি ?তেওঁ প্ৰকৃত অসমিয়া বামুন সম্পদায়ৰ হয় নে?
@yaadhussainentertainment
@yaadhussainentertainment 2 ай бұрын
Right koise apuni
@debasishkalita7758
@debasishkalita7758 2 ай бұрын
Heitue hobo..😂
@MrityunjoySingha-y4b
@MrityunjoySingha-y4b 2 ай бұрын
Lahe lahe Gom pabi 🤠
@matiurrahman475
@matiurrahman475 Ай бұрын
I m proud of USTM, I am a ex student.
@yaadhussainentertainment
@yaadhussainentertainment 2 ай бұрын
পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মিছলীয়া মূখ্য মন্ত্ৰী আছে যদি অসমৰ মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 😂😂
@ziaurrahman4231
@ziaurrahman4231 2 ай бұрын
Yes 😂😂😂
@alimony4golddiggers
@alimony4golddiggers 2 ай бұрын
And his wife
@BasumatarySushan
@BasumatarySushan 2 ай бұрын
Sidha kotha koiso dei😅😅
@NayankAhmadKhan
@NayankAhmadKhan 2 ай бұрын
Chal hatt bhh Miya
@bdsg7529
@bdsg7529 2 ай бұрын
Miya 😂 obostha bya koribo mama a
@rapborlangdkhar3160
@rapborlangdkhar3160 Ай бұрын
Don't elect him in the next election he will automatically know the fact, to much show off by CM of Assam, being a CM these types of words should not have come from him.shamefull.
@CRAZYNOOByt-oi3or
@CRAZYNOOByt-oi3or 2 ай бұрын
ধন্যবাদ ডাঙৰীয়া সঁচা কথা কোৱাৰ কাৰনে।
@cahmed9
@cahmed9 2 ай бұрын
Thank you brother for having the courage to protest like this to speak the truth
@underliton5572
@underliton5572 2 ай бұрын
আচলতে আমাৰ অন্ধভক্ত গু খোৱা 15শ টকীয়া বোৰ বুজি নাপায় যে হিন্দু মুছলমান হিন্দু মুছলমান কৈ কৈ সম্পত্তিৰ পাহাৰ বনাই আছে।মামা মামি। ইতিহাসত প্ৰথম দুৰ্নীতি মুখ্য মন্ত্ৰী দেখিলোঁ। আজমহল হৰাৰ বাবে পাগল হৈছে। গুৱাহাটীৰ বা পানীৰ প্ৰধান কাৰন হ'ল নলা ছপা নকৰে।বেছিদিন নাই পাপত ভুগিব সকলো ৰাইজে কু দোৱা দিয়ে
@birenpdas5347
@birenpdas5347 2 ай бұрын
খুব সুন্দৰ কথা কৈছে। পাগলে নকয় কি আৰু ছাগলীয়ে নাখায় কি । আপোনালৈ শুভেচ্ছা জনালো। যোৰহাট।
@bikashcreation3467
@bikashcreation3467 2 ай бұрын
আজমল হাৰিল কিন্তু জিকিল কোন মুছলমানেই নহয় যানো
@rajani149
@rajani149 2 ай бұрын
হব পাৰে... কিন্তু আজমল জিকা আৰু মুচলমান জিকাৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য...😢😢😢😢 আজমলক বিজেপিয়ে এখন ধালৰ দৰে ব্যবহাৰ কৰি আহিছিল... বেজী দি পেলাই আজমলক হিন্দু পৰিপন্থী কথা কবলৈ উচটনী দিছিল... যাতে হিন্দু সকল উত্তেজিত হয় আৰু খঙত বিজেপি কেই পুনৰ ভোট টো দিয়ে... উন্নয়ন আদি যাতে মানুহে গণ্য নকৰে...😮😮😮 আজমল হৰাৰ পিছত আজমল মূল্যহীন হৈ পৰিল বা তেওঁৰ কথাৰ গুৰুত্ব নাইকীয়া হল..😮😮😮 গতিকে যিটো কাম আগতে আজমলে কৰিছিল সেইটো এতিয়া কোনে কৰিব...😮😮😲😲😲😭🤔🤔🤔
@kusumsarma6702
@kusumsarma6702 2 ай бұрын
​@@rajani149সেইটো কাম bjp য়ে কৰিব😂😂😂
@dzofficially6598
@dzofficially6598 2 ай бұрын
Good 👍😊
@Colourfulfuture
@Colourfulfuture 2 ай бұрын
এখন দেশৰ ৰজাই মক্কা মদিনা গীৰ্জা নামঘৰ মন্দিৰ আদি সকলোৰে তলেদি যাব লাগে। তাতে লাজ কিহৰ। দেশৰ ৰজাই সদায় সমান দৃষ্টিৰে চাব লাগে। আমাৰ মামাই সৰুতে নীতশিক্ষামূলক সাধু পঢ়া নাই চাগে। এজন মন্ত্ৰী হৈ ইমান ঘৃণনীয় চিন্তা সদায় এওঁৰ লাওখোলাত থাকে।
@Aadad_1
@Aadad_1 2 ай бұрын
Our 3rd Class CM #Himanta
@sadiquehussaintapadar2232
@sadiquehussaintapadar2232 2 ай бұрын
CM is the best brand Ambassador of USTM for this session admission
@sofikulislam7533
@sofikulislam7533 2 ай бұрын
মানৱতা যে মহান ধৰ্ম, সেয়া কিছুমানৰ মূৰত একেবাৰেই নাই।সিহতে ছাগে মৰাৰ কথাও নাভাৱে।ক্ষমতাৰ লোভৰ বাবে একেবাৰে তলত নামিব নালাগে ।অসমৰ ভৱিষ্যত কি হব,শুনিয়েই আছো,শুনিয়েই আছো,শুনিয়েই আছো মাত্ৰ হিন্দু মুছলমান,কোনো সমাধান নাই ।ধন্যবাদ দাদা, বহু বিষয় যুগতকৰি ভিডিও বনোৱাৰ বাবে আৰু ধন্যবাদ ।
@mahmudul1113
@mahmudul1113 2 ай бұрын
যিবিলাক অৰ্জিনাল শ্ৰী ৰাম ক মানি চলে সিহঁতে হিন্দু মুছলিম নকৰে।আৰু যি সকলে ১৫০০ টকাত বিক্ৰী হয় BJP ত সিহঁতে হে হিন্দু মুছলিম কৰি ফুৰে ।
@Linkwalameme
@Linkwalameme 2 ай бұрын
Bangladesh t hindu muslim nokora babe aji hindur ki obostha dekhisa.. Ekdom first t tohotor a secular keitar guti katibo tohotor a maa behen r logot beya kam koribo sabi..
@Mayasadman123
@Mayasadman123 2 ай бұрын
Assamese dhruv Rathee😅😅
@R....n-qm9fb
@R....n-qm9fb 2 ай бұрын
Assamese andbhakt 😅
@R....n-qm9fb
@R....n-qm9fb 2 ай бұрын
Assamese andbhakt 😅
@Hussain-b7i
@Hussain-b7i 2 ай бұрын
​@@R....n-qm9fbare bhai olpo bujibo chesta kor chindha dhara Change kor manuh hobo chesta kor bhai
@thomasbasu
@thomasbasu 2 ай бұрын
😂
@Anityam1
@Anityam1 2 ай бұрын
When your name got sadman, what can be more sad than this bidurbhai
@M_Hanif_islamic_std
@M_Hanif_islamic_std 2 ай бұрын
আপোনাক বহুত ধন্যবাদ সত্য কথা কোৱাৰ কৰণে।
@sirftumdarrang2935
@sirftumdarrang2935 2 ай бұрын
আপোনাৰ কথাত যুক্তি আছে
@kamrulautoelectricalwoarks9511
@kamrulautoelectricalwoarks9511 2 ай бұрын
আপোনাৰ কথা শুনি মোৰ ইমানেই শান্তি আৰু সন্তুষ্টি হ’ল যে এজন প্ৰকৃত মুখ্যমন্ত্ৰীয়ে ইউ এছ টি এমৰ মালিকৰ লগত বহি কথা পাতিলেহেঁতেন।
@rupdhannath6894
@rupdhannath6894 2 ай бұрын
এই পাগল টোৱে হিন্দু মুছলিম কৰি কৰিয়ে CM hol, নিলাজ হয় ই,CM হোৱাৰ খক ত ই যি টি কৰিব পাৰে
@Crickeee7517
@Crickeee7517 2 ай бұрын
Muslim manuh amr অসমৰ মানুহ nohoi
@ranakhan3554
@ranakhan3554 2 ай бұрын
​@@Crickeee7517 but ahom re hoi
@ranakhan3554
@ranakhan3554 2 ай бұрын
Tetiya Bangladesh nasile aru jodi Bangladesh bonaise but bohut muslim ahomote thakibo Bangladesh t najai
@WasimAnsari-pq1uw
@WasimAnsari-pq1uw 2 ай бұрын
Ha ha a andabakth
@ranakhan3554
@ranakhan3554 2 ай бұрын
@@Crickeee7517 ahomiya hunisu tibbote paharedi Myanmar aru China r pora ahise
@lifewithmissburagohain6213
@lifewithmissburagohain6213 2 ай бұрын
So true💯 Our respected chancellor sir’e bohutok porha’t help korise for me chancellor sir is a very kind and humble person 😊
@MixYouTubeSKV
@MixYouTubeSKV 2 ай бұрын
Very Good information 100% Right Bro👍👍👍
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 2 ай бұрын
তুমি ইউটিবাৰ ধন্য। এই পাগল কুত্তা, মিছলিয়া আৰু ১০ হেজাৰ টকাৰ বাবে মহিলা সকলক হাত দাঙিব দিয়ে ! লিণিকীয়ে কেইখপ হাত দাঙিছিল কৌটি কৌটি টকাৰ কেলেঙকাৰি কৰিলে যে মুখ্যমন্ত্ৰী মহোদয়।
@Rafiqulhoque-y8p
@Rafiqulhoque-y8p Ай бұрын
সত্য তথ্য দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ | আগলৈ পাম বুলি আশা কৰিলো
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 2 ай бұрын
চিন্তাধাৰাৰ মিল পগলা কুকুৰৰ নিচিনা। ইয়াৰ DNA ত কুকুৰৰ ,,,,, আছে।
@MwnthisarBasumatary
@MwnthisarBasumatary 2 ай бұрын
Hoi neki Bangladeshi 😂😂😂😂
@PhirusSangma
@PhirusSangma 2 ай бұрын
Don't bring politics in education
@Mofidulislam_Amim
@Mofidulislam_Amim 2 ай бұрын
আপোনাৰ দৰে আৰু ১০ টা Advisers হ'লে, অসমত fake news পেলোৱা টান হৈ যাব।🤞 #YoYoAdviser
@debajitrabha1448
@debajitrabha1448 2 ай бұрын
😂😂😂😂
@Arib.7863
@Arib.7863 2 ай бұрын
মুছলমানে সব বেয়া কাম নকৰে 🙏মামাই Assam খন খতম কৰিদীলে. মামাই এতিয়া USTM মামীৰ নামত লব খোজীচে ছাগে.💪💪
@jahirulhasan2875
@jahirulhasan2875 2 ай бұрын
অতি গুরুত্বপূর্ণ বিষয়ত আলোচনা কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই আপোনাৰ ভিডিঅ' বহুত ভাল লাগে মোৰ
@prhhembrom748
@prhhembrom748 2 ай бұрын
CEM has done nothing for the benefit of Northeast even he is CEM he no any contribution in Assam from his own... And when any other tribe or caste contribution for better future of Northeast he feels like some one has put a chilli in his ass.
@DytsonArju
@DytsonArju Ай бұрын
😂😂😂😂
@Jack11223
@Jack11223 2 ай бұрын
He totally failed as a CM this time
@osman2019
@osman2019 2 ай бұрын
Absolutely
@skrahman2333
@skrahman2333 2 ай бұрын
মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ,আমাৰ অসমীয়া লোকসকলৰ বাবে এনেকুৱা ৰাজনীতি কৰিব পাৰিছে । কাৰণ এনেকুৱা ৰাজনীতি বহুত কেইবাৰ কৰিছে আৰু কৰিয়েই থাকিব যেন লাগে, তেওঁ কেতিয়াবা ইছলাম ধৰ্ম লৈ , কেতিয়াবা upper assam-lower Assam লৈ, মীয়া- অসমীয়া লৈ, school -college gate লৈ.......মানে মুখত যি আহে সেইটো কৈ দিয়ে....
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 2 ай бұрын
মামাই আজমলক লৈ ৰাজনীতি কৰিলে,এইবাৰ ধুবুৰীত আজমল হৰাৰ পিছত মামাৰ টোপনি নোহোৱা হৈছে। Issue divert krat mama expert
@FarukAbdullah-ct1ip
@FarukAbdullah-ct1ip 2 ай бұрын
I think hiimanta is losing his politics and now start Hindu , muslim😂
@MANPASANDVIDEOS930
@MANPASANDVIDEOS930 2 ай бұрын
Hindu Muslim bhai bhai ❤
@Unknowninformationforyou
@Unknowninformationforyou 2 ай бұрын
Kot bhai bhai . Ind pak he according to himanta
@thomasbasu
@thomasbasu 2 ай бұрын
It's just joke 😂
@Shekhar__nath
@Shekhar__nath 2 ай бұрын
Tur Bhai tohotor ghorot rakhibi.....mkcdai
@MilioDream
@MilioDream 2 ай бұрын
It's clear from Bangladesh please
@iloveassam332
@iloveassam332 2 ай бұрын
Video khon hexooloi sabo...🙏🙏 Apuni bhabibo logiyat pori jabo 😳😳 j axomor CM eman tolot .. ki koribo bisarise USTM or logot😡😡 pin kori dibo comment khon🙏🙏
@cricketnewsalways7877
@cricketnewsalways7877 2 ай бұрын
বানপানীৰ কথা যাতে পাহৰি যায় তাৰ বাবেই আজি ফ্লাড জিহাদ আহি গল ,,ইয়াত অলপ হিন্দু,মুছলিম কৰাৰ চেষ্টা কৰি আছে ।
@nilamd676
@nilamd676 Ай бұрын
USTM খনৰ নিচিনা এখন institution এ বহুতো ভাল ভাল students উলিয়াই আগবঢ়াই দিছে। আচৰিত লাগিলে যেতিয়া মন্ত্ৰী মহোদয় এ কলে চাকৰি নাপাব বুলি তেওঁলোকে। ছাত্ৰ ছাত্ৰীৰ কোন খিনিত দুখ নো? তাত মুছলিম হিন্দু বেংগলী বিহাৰী সকলো ছাত্ৰ ছাত্ৰী আছে,faculty ও আছে। ইমান সুন্দৰ ভাৱে discipline maintain কৰি class বোৰ হয়, এবাৰ তাত গলেহে বুজিব।
@clashwithaslam.
@clashwithaslam. 2 ай бұрын
দাদা আপুনি অসমৰ best KZbinr 💖💖💖
@ahmadaly8614
@ahmadaly8614 2 ай бұрын
Right brother😊
@raqibulhassan1111
@raqibulhassan1111 2 ай бұрын
Infected mind with infectious heart... Can't be a leader of our Lovely Assam.,.. shame on him
@aizurrohman538
@aizurrohman538 2 ай бұрын
USTM long life jodi karo dom Asa bondo korak
@munahmed6354
@munahmed6354 Ай бұрын
Druv Rathee duplicate. Very logical explanation
@NKMedia-d6k
@NKMedia-d6k 2 ай бұрын
মুখ্যমন্ত্ৰীৰ ল’ৰা,ছোৱালী দুটা ক’ত ক’ত পঢ়িছে এই সম্পৰ্কে এটি Video লাগে
@Laskar_king
@Laskar_king 2 ай бұрын
The Doon school, Dehradun, Uttarakhand
@narensarma6561
@narensarma6561 2 ай бұрын
নেপাই । এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা মুৰ্খ চিন্তা ধাৰা ভগবানে কিয় দিলে কব নোৱাৰো। ইমান জঘন্য ছিঃ।
@ahidulshek2607
@ahidulshek2607 2 ай бұрын
আমি লিখাপৰা কৰানাই তথাপি আমি ভাবুন আমাৰ অসমৰ মুৰব্যী পগলা হৈছে
@MJToonz11
@MJToonz11 Ай бұрын
Likha porha kora nai, eko nai bhai, porha xunar kono boyax nathake, likha porha xiki lo agote, tar pisot Mukhyamontrik xomalosona koribi.
@abduljalil1967
@abduljalil1967 2 ай бұрын
সুন্দৰ বক্তব্য আগবঢ়াইছে। আমি সকলোৱে বুজি পাও, কিন্তু মামাই নোবুজে
@Sajnur88
@Sajnur88 2 ай бұрын
দাদা সুন্দৰ কথা কৈছে আপুনি। ❤️
@assamgang-1425
@assamgang-1425 2 ай бұрын
Akdom right sir❤
@shahabuddin7241
@shahabuddin7241 2 ай бұрын
Absolutely right Dada ❤ Apunar kotha khini
@abdurrashid1509
@abdurrashid1509 2 ай бұрын
USTM IS THE PRIDE OF NORTH EAST🎉🎉
@ranjitadeori6018
@ranjitadeori6018 2 ай бұрын
বৰ সুন্দৰ কথা কৈছা ধন্যবাদ 🎉🎉
@ShanArham-p1i
@ShanArham-p1i Ай бұрын
Dada, thank you, kebol aponar nichina chinta dhara thoka manuh bore deshkhonok unnotir dishe agbari loi jabo paribo,aru anekuwa letera monor chinta - dhara thoka manuh aru 3-4 jon thakile , osoror desh bilakor nichina hobo pare Proud of you Brother
@MustafizurReact
@MustafizurReact 2 ай бұрын
হিমন্ত ৰ মাথা গল আৰু,,মদ খাই আবুল তাবুল বকি থাকে,, এইবোৰ politics নহয় ,,USTM যে তেওঁৰ ঘৈনিয়েক ৰ নহয় সেয়াই জ্বলন তেওঁৰ
@Assamlover239
@Assamlover239 2 ай бұрын
You have to be a leader ❤❤
@Parbin_sultana_aziz
@Parbin_sultana_aziz 2 ай бұрын
আগৰ মুখ্যমন্ত্ৰীবোৰ এনেকুৱা নাছিলে, তেওঁলোকে মানৱতা ধৰ্ম নিষ্ঠাৰে পালন কৰিছিল 😢 খালী ধৰ্মত মাথা মাৰি থকা এইজনা মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে অসমৰ কিমান উন্নতি সাধন কৰিব সেয়া বুজা গৈছে।।
@assambnys
@assambnys 2 ай бұрын
যিয়ে এই সৰু পোৱালিক গৃহহিন কৰিছে এদিন তেওঁৰো এনেকুৱা দশা আল্লাই কৰিব
@apurbasinha2939
@apurbasinha2939 2 ай бұрын
Kune koise ai papi neta bilak or eku nohoi. thusi thusi toka poisa bonai loise. bhagwan ki yumraaj ou bhoi kore aibilak netak. Yumraaj ou yaak loi jabole bhoi kore sage. Loi gole akou kunba Dina mur gaadi ou Kari loi bohibo jabo neki buli😂
@Hussain-b7i
@Hussain-b7i 2 ай бұрын
​@@apurbasinha2939 yes bhai 😅
@debasishkalita7758
@debasishkalita7758 2 ай бұрын
😂😂😂...
@assambnys
@assambnys 2 ай бұрын
@@apurbasinha2939 thike koise
@mohammedahad293
@mohammedahad293 2 ай бұрын
মূখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ নিচিনা মানুহ এজন মক্কাৰ তলেদি নহয় ,ওচৰে পাজৰে ও যাব নোৱাৰিব। মক্কাত যাবলৈ হ'লে পোনতে অন্তৰখন পৱিত্ৰ হোৱাটো প্ৰয়োজনীয়। আপোনাৰ মক্কা লৈ যোৱৰ কিমানখিনি যোগ্যতা আছে (?) নিজে বিবেচনা কৰক। আপুনি USTM ক মক্কা বুলি ভবাটো উচীত হৈছেনে ? মক্কা আমাৰ অতি পৱিত্ৰ স্থান, ইয়াক অইন কাৰো লগতে তুলনা কৰাটো অতিশয় দূৰ্ভাগ্যজনক। আপোনাৰ ধৰ্মীয় মন্তব্যত আপত্তি নাই। কিন্তু মক্কাক লৈ সমালোচনা নকৰিব। আপুনি এজন মূখ্যমন্ত্ৰী হে মাত্ৰ কেইটামান দিনৰ বাবেহে। এজন মূখ্যমন্ত্ৰী ৰ এনে মন্তব্য অতিশয় লজ্জাজনক / বৰ পৰিতাপৰ বিষয়। ভাষাৰ সংশোধনৰ প্ৰয়োজন।নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। এখন সামান্য বিশ্ববিদ্যালয়ৰ লগতে পৱিত্ৰ মক্কাৰ তুলনাই আপোনাৰ সকলো প্ৰকাৰৰ বিষয় বস্তু সহজেই অনুমান কৰা হ'ল। মুছলমান এজন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাটো আপোনাৰ নিচিনা এজনৰ জ্বলন হোৱাটো স্বভাৱিক। প্ৰতিৱেশী ৰাজ্যৰ লগতে কামোৰিলে সম্পৰ্ক ৰ নিশ্চয় অৱনতি ঘটিব। আপুনি হিন্দু - মুছলমানৰ মূখ্যমন্ত্ৰী । আশাকৰোঁ এয়া পুনৰ বাৰ স্মৰণ কৰাৰ প্ৰয়োজন নাই। " কথাতে কটা যায় - কথাতে বটা পায়"।।
@pgoswami5378
@pgoswami5378 2 ай бұрын
এনেবোৰ ভাষ্যই এচাম মানুহক থুপ্ৰী ( একগোট কৰা) হবলৈ উৎসাহ যোগাব বুলি ভাবি লৈছিল হবলা!
@NurulaminHolder
@NurulaminHolder Ай бұрын
Nice 👍
@assamesehelper123
@assamesehelper123 2 ай бұрын
এইবিলাক ভিডিঅ বহুত Share বেছি কৰক ৰাইজ,,,Yo Yo Advicr এনেকৈ আগুৱাই যাওক,,,Khodai support ত আছো আপোনাৰ লগত,,
@anantakumargogoi3038
@anantakumargogoi3038 2 ай бұрын
Tajmahal ki hobo,jor pora Govt of India ai bochori koti koti Toka labh kore
@inzamulasad1177
@inzamulasad1177 2 ай бұрын
ৰাইজক মূৰ্খ বনাব খোজে নেতা সকলে। অসমত বা আমাৰ ভাৰতৰ সমস্যা বিজিপি চৰকাৰে বিজিপি নেতা সমাধান কৰিব নোৱাৰে। ধন্যবাদ
@SwapnaDevi-i5s
@SwapnaDevi-i5s 2 ай бұрын
এইবোৰৰ উত্তৰ অসমৰ জনতাই দিব ।
@Assamlover239
@Assamlover239 2 ай бұрын
Always support you 😊
@aliazad2946
@aliazad2946 2 ай бұрын
Bahut dhunia koise.....♥️
@NajrulIslam-qn7pv
@NajrulIslam-qn7pv 2 ай бұрын
মাননীয় মূখ্যমন্ত্ৰী আপুনি ঢোলতকৈও বেয়া।
@dhirendranathchoudhury86
@dhirendranathchoudhury86 2 ай бұрын
কিহৰ মাননীয়, ইয়াক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰিব লাগে॥ মস্ত হাৰামী ইতিহাসৰ আটাইতকৈ বদমাচ মূখ্যমন্ত্ৰী॥
@thebadass9115
@thebadass9115 2 ай бұрын
As well.....our Mama had closed down many schools during his tenure.
@renubegum3639
@renubegum3639 2 ай бұрын
Right brother
@indrajitborah2174
@indrajitborah2174 2 ай бұрын
এইজনাৰ নিচিনা মন্ত্ৰী পোৱাটো আমাৰ দৰে যুৱকৰ বাবে আশীৰ্বাদ কিন্তু তেওঁৰ চেলেপু ছাগলীৰ মুখ খন বজালে তেওঁৰ শাসনত চলিছো বুলি ভাবিবলৈ লাজ লাগে । নিজকে সলনি কৰক । সকলো কথাতে নিজকে পৰিপক্ক বুলি ভবা গুণটোয়ে যে তেওঁ ৰ মূৰ্খামীৰ পৰিচয় দি থাকে তেওঁ নিজেই নাজানে । 😢😢 সুমতি দিয়া প্ৰভু । মুখ্য মন্ত্ৰীৰ পদৰ মৰ্য্যদা বজাই ৰাখিবলৈ অনুৰোধ কৰিছোঁ ।
@SurmanKhan-z6i
@SurmanKhan-z6i 2 ай бұрын
Khub duniya ke bujale dada 🙏🙏♥️♥️👍👍
@lulalu6707
@lulalu6707 2 ай бұрын
আমাৰ সোনাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰিয়া এই দাদা জনে কিবা কৈছে সোনক ছোন তেওঁ আকৌ জেহাদ নহয় 🌹 🌹
@debajitdas7663
@debajitdas7663 2 ай бұрын
Hai karone moi kou joi bhim,joi dalit,joi koirbatta, joi islam
@baharbarbhuiya9597
@baharbarbhuiya9597 2 ай бұрын
অসংখ্য ধন্যবাদ সাংবাদিক মহাশয় আপনার দ্বারা সঠিক এবং সত্য উন্মোচিত হয়েছে ❤
@farukahmed-hy9rl
@farukahmed-hy9rl 2 ай бұрын
আচলতে আমাৰ মুখ্যমন্ত্ৰী জনে হিন্দু মুছলমানৰ মাজত কেনেকৈ বিভেদ আনিব পাৰি তাকেলৈ চিন্তুিত থাকে চাগে। কাৰন যেতিযা news chanel অৰ আগত আহে তেতিযাই লাভ জেহাদ flood জেহাদ এই বিলাকহে খুনিবলৈ পাও। আছলতে ছাৰ কোনো শিক্ষানুষ্ঠানত এতা ধৰ্ম লগত আন এতা ধৰ্মক ignore কৰিবলৈ নিখিকাই।
@jintuassam2535
@jintuassam2535 2 ай бұрын
USTM খন হিমন্ত 420 নিজৰ নামত লাগে । সেই বাবে হিন্দু মুছলিম ভাগ কৰি দিছে ।
@arashid2672
@arashid2672 2 ай бұрын
AIUDF শেষ এতিয়া USTM
@FarukAbdullah-ct1ip
@FarukAbdullah-ct1ip 2 ай бұрын
Brother USTM is not a political party 😂
@AbdurRahmankhan-m8m
@AbdurRahmankhan-m8m 2 ай бұрын
অসমর সর্ব কালর ঘৃণা বিয়োপিয়া CM ডাঙরীয়া রাজনীতির কারণে আরু কিমান তললৈ নামিব? অসম বাসী রাইজ গুবাহাটীর কৃতিম বান রোধর প্রতিশ্রতিত হিমন্ত বিশ্ব শর্মা সম্পূর্ণ বিফল, অসমবাসী রাইজর মন ইয়ার পরা আতরোআর কারণে এই লেতেরা রাজনীতি টো আরম্ভ করিলে?
@nipuali3850
@nipuali3850 2 ай бұрын
Right ❤
@afoodiefellow786
@afoodiefellow786 2 ай бұрын
ধিক্কাৰ জনাও এনেকুৱা মুখ্য মন্ত্রীক। যিয়ে এনেকুৱা ধৰণৰ ৰাজনীতি কৰে। ফালটু ৰাজনীবিদ
@RonjitRahang
@RonjitRahang 2 ай бұрын
Right Dada apunar kotha
@shenazhussain2784
@shenazhussain2784 2 ай бұрын
Thankyou so much sir for making video on this current allegations 🙏
@mrhealthcare6370
@mrhealthcare6370 2 ай бұрын
How narrow minded our CM is ! He himself compares him with a mad dog.
@AakibBhai-ks2vd
@AakibBhai-ks2vd 2 ай бұрын
Worst CM of Assam
@azadkalam8904
@azadkalam8904 2 ай бұрын
অ প শক্তি নিপাত যাওঁক
@abutaher5022
@abutaher5022 2 ай бұрын
বহুতে ভাল কৰা ভাল নাপাই। ধন্যবাদ USIM
@rajenborah6629
@rajenborah6629 2 ай бұрын
Thanks 🙏
@easysymplification9709
@easysymplification9709 2 ай бұрын
It is very unfortunate for the Assamese to have such a CM.
@ShahAlamAxom
@ShahAlamAxom 2 ай бұрын
Our Chief Minister of Assam does not want students to get proper education. It is very important for him to play cheap politics.its not good for assam people. not matter of religion yo yo adviser thank you so much make this video it's 100% right dada🙏🙏🙏
@Wah259
@Wah259 2 ай бұрын
ইয়াক মুখ্যমন্ত্ৰী নকৈ মূৰ্খ মন্ত্ৰী কোৱাই বেছি ভাল হব নেকি!
@dhirendranathchoudhury86
@dhirendranathchoudhury86 2 ай бұрын
100%
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 12 МЛН
I tricked MrBeast into giving me his channel
00:58
Jesser
Рет қаралды 19 МЛН
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 117 МЛН
Wait for the last one 🤣🤣 #shorts #minecraft
00:28
Cosmo Guy
Рет қаралды 14 МЛН
LIVE | Assam CM Himanta Biswa Sarma at Agenda aajtak
30:17
IndiaTodayNE
Рет қаралды 106 М.
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 12 МЛН