দুখে জুৰুলা কৰা এটি ,এখন ঘৰৰ কাহিনী ।।

  Рет қаралды 33,776

Bitupon dutta vlog narod

Bitupon dutta vlog narod

Күн бұрын

সকলোৱে আদৰি লব ।
#bituponduttavlog##
##ঘৰৰকাহিনী###

Пікірлер: 183
@bondonaphukon6994
@bondonaphukon6994 Жыл бұрын
Hundor video🙏🙏
@uttamdas5343
@uttamdas5343 2 жыл бұрын
Bitupon bohut bea lagil khobortu pai
@asvlog3002
@asvlog3002 2 жыл бұрын
Tumak bohut valpaw Bitupon
@trinayanborah8541
@trinayanborah8541 2 жыл бұрын
সঁচাকৈ বহুত দুখ লাগিল খবৰটো পাই বিতুপনদা‌ আপুনি হতাশ নহব
@debaseshdeka9644
@debaseshdeka9644 Жыл бұрын
Ajir dint anekua manuh puai tan.mak dewtkor kotha sinta kora .bohut vl lagil
@RamChandra-ks1wf
@RamChandra-ks1wf 2 жыл бұрын
Krishno🙏🙏🙏🙏🙏 krishno🙏🙏🙏🙏🙏
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
কৃষ্ণ
@goutamhazarika9018
@goutamhazarika9018 Жыл бұрын
Vogoban a hodai hohai koribo tumalukor bitupon da...💖✨😰😘
@DlofiBeatz12
@DlofiBeatz12 Жыл бұрын
এই দৰেই জীৱনত আগুৱাই যাওক। তাৰে কামনা কৰিছো দুখ জীৱনত থাকিবই
@mintuhazarika5911
@mintuhazarika5911 2 жыл бұрын
Bitupon da Bor dhuk lagel apunak bohut miss koru
@dehakoliza4584
@dehakoliza4584 Жыл бұрын
Hosakoi bitupon Da apunar ai kotha kaitai sokulu ulai ahise.apune dukh nokorebo Maaa hodai apunar logot ase buli aru aag bahe jauk tari kamona korisu🙏🙏🙏
@songhamitrachangmai1568
@songhamitrachangmai1568 Жыл бұрын
Vl lgl Mar proti thka mrm dkhi
@hemantadasnjan1263
@hemantadasnjan1263 2 жыл бұрын
বৰ দুখ লগা কথা
@amiyaphukan397
@amiyaphukan397 2 жыл бұрын
Thanku. Bitupan. Eachere. Tumak. Hahakh. Aaru. Dhasya. Diyak. Aagbahi. Juwa
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
ধন্যবাদ
@rijumonilahan6931
@rijumonilahan6931 2 жыл бұрын
Bor dukh lagil tumi aru aguai juwa tare kamona korilu
@rashmiphukon7994
@rashmiphukon7994 2 жыл бұрын
Vidoto, sai, dukilagl,
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
হয় নি
@BoloramDas-tf2op
@BoloramDas-tf2op Жыл бұрын
দুখ লাগিছে😭😭😭😭
@durlabhsaikia7779
@durlabhsaikia7779 Жыл бұрын
আদি গুৰু পিতৃ মাতৃ কৰু নমস্কাৰ। যাৰ হন্তে দেখিলোঁ সৃষ্টি সংসাৰ।।জীয়াই থাকোঁতে পূজিব লাগে পিতৃ মাতৃ গুৰু বুলি। মৃত্যু পিছত পূজিব লাগে ঈশ্বৰ কৃষ্ণ বুলি।। কথাটো শুনি বহুত বেয়া লাগিলে বিটুপন দা আপুনি মা দেউতা আশা বোৰ পূৰণ কৰক সদায় মা আপোনাৰ সদায় জীয়াই আছে আপোনাৰ মাজত।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
So sad story. Rest in peace and her eternal soul lives in heaven. Om santi.
@Bahi-tc6ho
@Bahi-tc6ho 2 жыл бұрын
Nice
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
Tq
@PabitraPhukan-qr9qf
@PabitraPhukan-qr9qf Жыл бұрын
আপোনাৰ কৰ্ম আৰু সংস্কৃতিৰ জাগতখনে মাক সদায় অমৰ কৰি ৰাখিব দাদা
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
ধন্যবাদ
@babuldutta2224
@babuldutta2224 2 жыл бұрын
মাৰ আত্মাৰ শান্তি কামনাৰে কৃষ্ণ
@bisnupdtamuli4433
@bisnupdtamuli4433 2 ай бұрын
খবৰটো পাই বৰ দুখ লাগিলও😢😢😢
@jayantakolitakolita8501
@jayantakolitakolita8501 2 жыл бұрын
‌bohut dukh lagil ki koribo vogobane adin nohoi adin hokolu jabo lagibo take jeniba kunuba ag kunuba pas 🙏
@raktimjyotiborah1487
@raktimjyotiborah1487 2 жыл бұрын
দাদা আপুনি ভাগি নপৰিব কেতিয়াও আগুৱাই হওঁক সদায় 🙏🙏🙏
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
Tq
@krishnakakaty2624
@krishnakakaty2624 Жыл бұрын
Narayan. Narayan. Tumutu. Janai. Rakhe. Hori. Màre. Kwne krishna
@bituponvlogs4289
@bituponvlogs4289 Жыл бұрын
Huni dukh lgil kokaidew . .
@moonhazarika9936
@moonhazarika9936 2 жыл бұрын
Bitupon daa apunak moi log paisu aru apunak mur bohut val lage aru apunar obhinoy...kothatu huni bohut dukh palu,,maar jate atmai sirohanti pai tare kamonaa korilu🙏
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
ধন্যবাদ
@achuytphukan7984
@achuytphukan7984 Жыл бұрын
তোমাৰ কথাবোৰ শুনি সছাই বহুত নিজকে উপলব্ধি কৰিছোঁ৷তোমাৰ ভাওঁনা VDO বোৰ সদায় চাওঁ৷
@Assambinuddas
@Assambinuddas Ай бұрын
😢😢
@probitrabora3844
@probitrabora3844 Жыл бұрын
দাদা আপোনাক বহুত ভাল পাওঁ
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
ধন্যবাদ
@madhobhazarika5780
@madhobhazarika5780 Жыл бұрын
মাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
@anupamborasounds4438
@anupamborasounds4438 2 жыл бұрын
❤️
@pranjaluzeer9448
@pranjaluzeer9448 2 жыл бұрын
Ki koribo bitupon da,AIA hoisy jibon o
@anupamsaikia9578
@anupamsaikia9578 2 жыл бұрын
দাদা খবৰটো পাই সচাকৈয়ে দুখ লাগিল। মা’ৰ আত্মাৰ শান্তিৰ কামনা কৰিছোঁ । তেওঁ স্বৰ্গত স্হান পাওক ৷
@khusikitchenvlog3824
@khusikitchenvlog3824 2 жыл бұрын
Bor dukh lage goll tumar kotha khini huni aru tumar vonti bia video hompurn saboloi pua hoi bhal lagel hoi dada dukh nokoriba maa hodai tumalukor logot thakib aguaie jua good blessed uu 🙏🙏🙏🙏🙏
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
ধন্যবাদ
@dipankardad8727
@dipankardad8727 Жыл бұрын
Plz aru nokobo bohut dukh lage ma bule kole dada
@jsmusicalofficial4551
@jsmusicalofficial4551 Жыл бұрын
মাৰ আত্মাই যাতে Sorgot স্হান পাই যেন
@nondiniborah7874
@nondiniborah7874 2 жыл бұрын
ভিডিঅটো চাই বহুত দুখ লাগিল ৷ এনেকৈ ভগৱানে কষ্ট দিয়েনে ৷ বেছি দুখ কৰি নাথাকিব দাদা মাৰ আত্মাই কান্দিব নহয় ৷ ভগবানৰ ওচৰত প্ৰাথনা কৰিছোঁ মাৰ আত্মাই চিৰশান্তি লাভ কৰক ৷
@biplobpatar8461
@biplobpatar8461 2 жыл бұрын
দুসনকৰিৱাদাদা
@kalpanatamuli6620
@kalpanatamuli6620 Жыл бұрын
😭😭
@swapnas.h1542
@swapnas.h1542 2 жыл бұрын
Dukh nokoriba valdore kam kori jua mar atmai hanti pabo 😭😭
@debajitsaikia2465
@debajitsaikia2465 Жыл бұрын
বহুত পাছত চাইছো দুখ লাগি গল।বৰ্তমান নিজেও বহুত কষ্ট কৰিছোঁ কিন্তু কিছুমান বাধা আহি দেখোন সন্মুখত দেখা দিছে। আপোনাৰ অভিনয় বহুত ভাল পাওঁ।আৰু ভাওনা মোৰ বহুত প্ৰিয়।ভাওনা বুলি কলে নিজৰ গাৰ নোম থিয় হৈ যায় কিয় নাজানো। হাঁহি থাকক সদায় আৰু সকলোৰে প্ৰিয় হৈ থাকক💜
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
অশেষ ধন্যবাদ
@mayurigogoi5063
@mayurigogoi5063 Жыл бұрын
Bor dukh lgil dada .ki koribo upai aro adin sob jaboi lgibo kinto nijor maa hmn ketiyao hba noyre jibont .apune jimn pre sesta krisela maak jiyai rakhiboloi kinto teo himn dinar he alohi asel .mon bya nokoribo dada
@gayatriphukan9293
@gayatriphukan9293 2 жыл бұрын
🥺🥺🥺
@asvlog3002
@asvlog3002 2 жыл бұрын
Mor loratuku tumar nisinakoi obhenoi xikaisu.
@prohladborah4294
@prohladborah4294 Жыл бұрын
Apunar Dore moru akei Zibon ktha
@papuchutia8322
@papuchutia8322 2 жыл бұрын
আপোনাৰ কথাখিনি শুনি বহোত দুখ লাগিলে দেই
@muhidharchangmai6879
@muhidharchangmai6879 Жыл бұрын
দুখ নকৰিব বিতোপন দা
@moramassamchannel7875
@moramassamchannel7875 2 жыл бұрын
Ki nu koribi oo bitupon upai nai oo bea 2 lagise amaru oo
@NilutpalSaikia-Axom02
@NilutpalSaikia-Axom02 2 жыл бұрын
বৰ দুখ লাগিল অ' বিটোপন দা 🥺😳😥😓😞😖😣😩😫😫
@panchajoinyo1176
@panchajoinyo1176 2 жыл бұрын
কথাখিনি শুনি বহুত দুখ লাগিল মা আত্মাই শান্তি পাওঁক
@deep4xmerapani
@deep4xmerapani 2 жыл бұрын
কথা টো শুনি বহুত দুখ লাগিল মাৰ আত্মা ই চিৰশন্তি লাভ কৰক ।
@punimadutta5443
@punimadutta5443 2 жыл бұрын
Bor dhuk lagil bhaiti hadai 2mi hukhat thaka
@mridulaboruah6200
@mridulaboruah6200 Жыл бұрын
Ki km bor dukh lagil bitupan da.. Apunar vau mobile t a sau adin usorr pora vauna sab mn gl
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
হয় নেকি
@mridulaboruah6200
@mridulaboruah6200 Жыл бұрын
@@bituponduttavlog7287 hy..
@SankarMadhabSanskriti
@SankarMadhabSanskriti 2 жыл бұрын
Bitupon da hosai bea lgise kothabur huni kibuli nu kom vogobane hodai val manuh burrrr porahe atmiyo jonok atorai niye ...... Aru vogobonttor gunanu kirton kora jonokhe vogobontoi hunkale amar pora atorai niye😔😔😔😔😔
@pankajmedhi8607
@pankajmedhi8607 2 жыл бұрын
মা 😭😭😭🙏🙏🙏🙏
@dipshikhahazarika970
@dipshikhahazarika970 Жыл бұрын
কথাটো শুনি সচাকৈয়ে দুখ লাগিল । দাদা আপোনাৰ মাৰ আত্নাই শান্তি লাভ কৰক🙏🙏
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
ধন্যবাদ
@dikusaikia4102
@dikusaikia4102 2 жыл бұрын
😔😔
@uttamdas5343
@uttamdas5343 2 жыл бұрын
Hobo dia dukh nakoriba ami buji pau ki koriba kopalor likhon
@Anga904
@Anga904 Жыл бұрын
😭😥😭😥
@kushaldutta3858
@kushaldutta3858 2 жыл бұрын
বোলে আই সমান হ'ব কোন বোলে নৈৰ সমান বব কোন। তথাপিটো তুমি তোমাৰ সপোন বোৰ পুৰাই যাবা বুলি আশা ৰাখিলোঁ
@arupjoytibora3130
@arupjoytibora3130 2 жыл бұрын
Bitupon da apune vla thakak tare kmana kru mur Ghar golaght kacharihat dada
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
ধন্যবাদ
@rubulchbonia6036
@rubulchbonia6036 2 жыл бұрын
খবৰ টোৰ পাই বহুত দুখ লাগিল,😭😭😭 মা আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏🙏
@anshumansarmah876
@anshumansarmah876 2 жыл бұрын
মা কথা টো শুনি বহুত বেয়া লাগিল , মা ঈশ্বৰে কুশলে ৰাখক, আৰু আপোনাৰ প্ৰতিজন সদস্য আগুৱাই যায়ক ,🙏
@alitboruah9760
@alitboruah9760 Жыл бұрын
😔🥺😓
@bpgaming3271
@bpgaming3271 2 жыл бұрын
সঁচাই বৰ বেয়া লাগিল আপুনাৰ কথাটো শুনি 😢
@biswajeetassamesevideo9821
@biswajeetassamesevideo9821 2 жыл бұрын
খবৰ তো পায় বহুত দুখ লাগিল
@JAYANTACHUTIA-k8x
@JAYANTACHUTIA-k8x Жыл бұрын
মোৰ কোনো নাই দাদা। একে দুখ, তুমি ভাওনা কৰিবলৈ এৰি নিদিবা ।।।
@bituponduttavlog7287
@bituponduttavlog7287 Жыл бұрын
😪😪
@p.saikia-assameseculture389
@p.saikia-assameseculture389 2 жыл бұрын
বহুত দুখ লাগিল... মা ৰ আত্মাৰ শান্তিৰ কামনা কৰিছো।
@VlogswithBBonti
@VlogswithBBonti 2 жыл бұрын
আজিৰ ভিডিও টো চাই সঁচাই বহুত দুখ লাগিল। আনকালে তোমাৰ ৰসাল ভিডিও চাই যি-তি লিখো। আজি সম্পুর্ণ বিপৰীত,আজিহে গম পাইছো, তোমাৰ মাঁ যে এই সংসাৰত নাই।মাঁৰ আত্মাই চিৰ শান্তি লাভ কৰক। এইয়া সকলোৰে ভাগ্যৰ লিখন।দুখ নকৰিবা। ভগৱানৰ প্ৰতি আস্থা ৰাখা, বিশ্বাস কৰিবা। মাঁৰ প্ৰতি শ্ৰদ্ধা দেখি বৰ ভাল লাগে। আগলৈকে এনেদৰে ৰাখিবা। মই নিজেও তেনেকুৱা। শক্তি থকালৈকে মই মোৰ মাঁক চোৱা-চিতা কৰি আছো। দেউতাক শেষ মুহূর্তলৈকে কৰি গলো,কিন্তু নোৱাৰিলো ৰাখিব। এতিয়াও সদায় স্মৰণ কৰো দেউতাক 🙏 যি কি নহওক, তোমাৰ পৰিয়ালৰ সকলোৱে কুশলে থাকক। 🙏🙏🙏🙏🙏
@ranjitsaikia4917
@ranjitsaikia4917 2 жыл бұрын
খবৰটো পাই বৰ দুখিতঃ ৷ মা ৰ আত্মাই চিৰশান্তি লাভ কৰক৷ তুমি হতাশ নহ’ব তুমি মনটো বান্ধি আগুৱাই যোৱা
@birajkimardasdas6080
@birajkimardasdas6080 2 жыл бұрын
খবৰটো পাই বহুতো দুখ লাগিল। ভগৱান তেওঁক স্বৰ্গ গামি হয়। নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
@prabitrabora3718
@prabitrabora3718 2 жыл бұрын
মই ভুক্ত ভোগী,,জানো অ লৰা,,,মই আজি 18বছৰে মাতৃহীন জীৱন কটাই আছো,,,মাৰ আত্মাই শান্তি পাওক,,,,বহুত সৰুৰে পৰা মাক পাই ছিলো,,চকুপানী ওলাই গল মোৰ
@gyandeepchannel3422
@gyandeepchannel3422 Жыл бұрын
😔😔😢
@rajukalita9930
@rajukalita9930 2 жыл бұрын
দুখ নকৰিব দাদা,, ভগৱানে যি কৰে সকলো ভালৰ বাবেই কৰে, নিজৰ মনোবল নাভাঙিব 🙏🙏
@rashmiphukon7994
@rashmiphukon7994 2 жыл бұрын
👃👃👃👃👃👃
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
Tq
@guduborah2469
@guduborah2469 2 жыл бұрын
🥺🥺😭😭😭😭😭😥😥😢😢😰
@reflectionassam
@reflectionassam 2 жыл бұрын
Maa homan kunu hbo nuware🥺🥺
@anjusaikia2483
@anjusaikia2483 2 жыл бұрын
আমাৰ মৰম আশীর্বাদ সদায় আছে থাকিব। মা আত্মাই সদগতি লাভ কৰক। ভন্টি জনী যুগ্ম জীৱনলৈ শুভেচ্ছা জনালো। ❤🙏
@vloggerswapnil1222
@vloggerswapnil1222 2 жыл бұрын
😭😭😭
@hemantahazarika9715
@hemantahazarika9715 2 жыл бұрын
কিমান সৌভাগ্যবান তোমাৰ মা, যাৰ গৰ্ভত বিতোপনৰ দৰে এজন অসমৰ জাতীয় কৃষ্টি আৰু সংস্কৃতিক সন্মান কৰা সন্তানৰ জন্ম হ'ল, আমি অসমবাসীৰ হৈ তোমাৰ মাক সেৱা জনাইছো, হে মাতৃ তুমি য'তেই আছে কেৱল কুশলে থাকা, তোমাক সহস্ৰ কোটি প্ৰণাম 🙏, বিতোপন দা, আপোনাৰ দৰে এজন মানুহ সাম্প্ৰতিক সমাজখনত অতিকে প্ৰয়োজন, জাতীয় কৃষ্টি আৰু সংস্কৃতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ আন্তৰিক সেৱা সদায়েই বুকুত আছে মোৰ, ইশ্বৰে আগুৱাই নিয়ক তোমাক বিতোপন দা, নতুন উদ্যম আৰু নতুন দৃঢ়তাৰে তুমি কৃষ্টিৰ পথাৰত বীজ ৰোপণ কৰা,
@bituponduttavlog7287
@bituponduttavlog7287 2 жыл бұрын
ধন্যবাদ
@debanandaneog9528
@debanandaneog9528 Жыл бұрын
😭
@punaram506
@punaram506 2 жыл бұрын
Maa😭😭❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nirangkushboruah5227
@nirangkushboruah5227 2 жыл бұрын
Dukh nakoriba ..
@r.hazarika9231
@r.hazarika9231 2 жыл бұрын
তোমাৰ ঘৰৰ খবৰটো জানি বৰ দুখ লাগিল 😭।কি কৰিবা সকলো ভগৱন্তৰ লীলা , মানুহৰ প্ৰত্যেকৰে জীৱনত দুখ আহেই। সাহস আৰু ধৈৰ্য্যৰে আমি সময়ৰ সৈতে আগুৱাই যাব লাগিব । ভগৱানক বিশ্বাস কৰিবা সদায়।মাৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ঔঁম শান্তি 🙏🙏🙏
@bijurajkhowa7114
@bijurajkhowa7114 2 жыл бұрын
বহুত দুখ লাগিল
@gokulassam522
@gokulassam522 2 жыл бұрын
আপোনাৰ মা'ৰ আত্মাৰ শান্তিৰ কামনা কৰিলো 🙏🙏
@bornalihazarika..colony6183
@bornalihazarika..colony6183 2 жыл бұрын
Bor dukh lagil....heidina goi apuni maar bixoye jukhini kotha kole....mr hosay soku pani ulay gl...bor dukhor din....maar proti thoka mrm swardha dekhi bht vl lagil.....hoday kuxole thakok...deutak sabo.....maar axirbaad hoday ase apnr lgt....😭😭
@AnujNeog-rh9zi
@AnujNeog-rh9zi Жыл бұрын
😢😢😢😢
@bhaonasanskriti7621
@bhaonasanskriti7621 2 жыл бұрын
তোমাৰ জীৱনগাথাৰ পৰা সচাঁকৈ বহুত শিকিবলগীয়া আছে, আৰু হ'বলগীয়াটো হৈ গ'ল মাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে🙏🙏
@akashdeepofficial5014
@akashdeepofficial5014 2 жыл бұрын
মনটো বৰ হেমেকি পৰিল অ তোমাৰ কথা কেইটা শুনি । মাৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏 । তুমি আমাৰ সকলোৰে প্ৰিয় ❣️
@bornalihazarika..colony6183
@bornalihazarika..colony6183 2 жыл бұрын
Moi bow..sivasagart thaku....goisilu jj ghrle...
@parishmitaparisri4551
@parishmitaparisri4551 2 жыл бұрын
Beya lagil de.dada apuni bohut xunder abhineta.apunar voice uff hunile deha jur pori jai.hosa maar xoman kono hobo nuare
@gitanjalidas5509
@gitanjalidas5509 2 жыл бұрын
Bhut dukh lagil kothaxar gom pai
@dipasaikia1613
@dipasaikia1613 2 жыл бұрын
Bhut dukh loga kotha bhut dukh lagil jote ase hukht thakk maa🙏🙏 vogbane vale rakhak maa
@bhaskargb6854
@bhaskargb6854 2 жыл бұрын
দুখ লাগিল দাদা কথা বোৰ শুনি কি কৰিব জন্ম যেতিয়া মৃত্যু থাকেই
@trinayanborah8541
@trinayanborah8541 2 жыл бұрын
মাৰ আত্মাই স্বৰ্গত স্থান pauk তাকে কামনা কৰিলোঁ
@rituponboruah1127
@rituponboruah1127 2 жыл бұрын
Borma sardhot jabo nuarilu bea napaba 🙏🙏Hotash nohoba aguwai jua tumi ..gd bless you 🔱🔱
@Anga904
@Anga904 Жыл бұрын
Aponar ma jotai asa kokhle thake😭😭
@purabibora7221
@purabibora7221 2 жыл бұрын
খবৰটো পাই বৰ দুখ লাগিল
@ankurkochkoch2858
@ankurkochkoch2858 2 жыл бұрын
মাৰ আত্মাই শান্তি পাওক।
@devikagogoi2898
@devikagogoi2898 2 жыл бұрын
মই তোমাৰ ভিডিঅ'বহুত দিনৰ পৰা চাব পৰা নাছিলো নিজৰ ব্যস্ততাৰ কাৰণে । দুখ লাগিবই ধৈয্য ধৰি আগবাঢ়ি যোৱা আশীৰ্বাদ সদায় আছে আমিও আছোঁ তোমাৰ লগত শিৱসাগৰৰ পৰা মৰম যাচিলোঁ।
আমূল মূল শেৱালি#explore #hilight #minivlog #newsong
0:33
HAH Chaos in the Bathroom 🚽✨ Smart Tools for the Throne 😜
00:49
123 GO! Kevin
Рет қаралды 13 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 205 МЛН
Hunger can make a person.. Bitupan became a famous Narod..
16:45
AssamFlash
Рет қаралды 168 М.
সৰ্বগুণাকৰ//#Bitupon Dutta #silpisekhar #DigantaBordoloi
5:19
Bitupon dutta vlog narod
Рет қаралды 16 М.
পগলা কৰি দিলে তাই//#love #explore #short #vauna
1:01
Bitupon dutta vlog narod
Рет қаралды 21 М.