Рет қаралды 3,235
Song-Dukhoni Hiya
Singer-Subasana Dutta &Hemen Patowary
Lyrics/Composition -Hemanta Das
Music -Dipkesh Borgohain
Mixed Masterd by Dipkesh Borgohain
Cover& Lyrical Video-Bidyut Kashyap Bora
-------Special Thanks--------
Mon Manalisha, Anjali Kumari
Audio Streaming link...
fanlink.to/h8yT
আলসুৱা কলিজাতে এসাগৰ মৰম
মিলিব দিয়াচোন এবাৰ
কুহুমীয়া মন জানা হেঙুলীয়া হয়
চকুলে চকু যায় তোমাৰ।
কাষলে যাব খোজো নিদিবা বাধা
বুকুৰে মৰমবোৰ দিবানে আধা
হিয়াতে হিয়াখন লগাই লও দিয়া।
দুখনি হিয়াতে মৰমে খেলিছে
আৰুবা লাগে কি দুটি মন মিলিছে
দুখনি হিয়াতে মৰমে খেলিছে
আৰুবা লাগে কি দুটি মন মিলিছে।
তুমি যদি সাৰে ৰোৱা জনমে জনম
এমুঠি জোনাক হৈ পোহৰ বিলাম
তুমি হবা গান মোৰ প্ৰতিপুৱা আবেলিৰ
আৱেগে শিপাব গৈ ময়ো জিৰাম।
কাষলে যাব খোজো নিদিবা বাধা
বুকুৰে মৰমবোৰ দিবানে আধা
হিয়াতে হিয়াখন লগাই লও দিয়া।
দুখনি হিয়াতে মৰমে খেলিছে
আৰুবা লাগে কি দুটি মন মিলিছে
দুখনি হিয়াতে মৰমে খেলিছে
আৰুবা লাগে কি দুটি মন মিলিছে।
লাজৰে উৰনি টানি মুখনি ঢাকিছা
দুচকু মুদি এবাৰ মোক ভাবানা
বাঢি অহা বানৰ দৰে যৌবনো উতলা
আৰু কিছু সময় ৰৈ দিয়ানা।
কাষলে যাব খোজো নিদিবা বাধা
বুকুৰে মৰমবোৰ দিবানে আধা
হিয়াতে হিয়াখন লগাই লও দিয়া।
দুখনি হিয়াতে মৰমে খেলিছে
আৰুবা লাগে কি দুটি মন মিলিছে
দুখনি হিয়াতে মৰমে খেলিছে
আৰুবা লাগে কি দুটি মন মিলিছে।
-------Thanks For Watching -------
Note-: Don't upload this video without owner permission......
#subasana_dutta_new_song
#Assamese_new_song
#Jonbai
#subasana_dutta