DURGA Guxanir Naam;:গোসা‍ঁনীৰ নাম:পৰিবেশন কৰিছে যোৰহাট মালৌআলিৰ মানৱী বৰঠাকুৰ আৰু সংগীবৃন্দই

  Рет қаралды 29,154

Pratibha-Media& Cultural Entertainment channel

Pratibha-Media& Cultural Entertainment channel

Күн бұрын

Пікірлер: 24
@sumigoswami8398
@sumigoswami8398 2 ай бұрын
Happy durga puja thanks ! From north lakhimpur job gmch 😊
@minasarma8037
@minasarma8037 3 ай бұрын
জয় মা দূৰ্গা সুন্দৰ হৈছে
@bhabakantanath
@bhabakantanath Жыл бұрын
শাৰদীয় বতৰত ইমান ধুনীয়াকৈ সজাই জয় মা দুৰ্গাৰ স্তুতি পৰিৱেশন কৰা বাবে আই সকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় মা কামাখ্যা দেৱী
@kamruptourism4992
@kamruptourism4992 3 жыл бұрын
মন-প্ৰাণ জুৰ পৰি গ'ল ... ইমান শুৱলাকৈ নামভাগ আগবঢ়াইছে 🌼🌼 আয়তীসকললৈ ওলগ যাঁচিলোঁ 🙏🙏
@diptysarmah792
@diptysarmah792 4 ай бұрын
ভাল লাগিল শুনি 🙏🏻 । নাম বিলাক নিবাৰ্চন কৰাটো বৰ কঠিন। নামঞ্জলি খনত হাজাৰটা শাৰীৰ মাজৰপৰা দুই এটা হে নিবাৰ্চন কৰা হয় । গতিকে এই কাম খিনি কৰাজনে বুজি পায় কিমান কষ্ট হয় । এই নাম খিনি গায় মোৰ দলটোৱে 2018 চনত যোৰহাটৰ প্ৰতিখন প্ৰতিযোগিতাতে পুৰষ্কাৰ পাবলৈ সক্ষম হৈছিলোঁ । আপোনালোকে নামখিনি সামাজিক মাধ্যমত সাঁচি ৰখাৰ বাবে ধন্যবাদ 🙏🏻 । ধন্যবাদ জুলি ❤️।
@jayantagoswami5639
@jayantagoswami5639 3 жыл бұрын
সুন্দৰ। পৰমপৰা ৰক্ষা কৰি গাইছে। আগলৈকো আৰু আশা কৰিছে
@mintusarma4811
@mintusarma4811 Жыл бұрын
জয় মা ভগৱতী দেৱী আই
@amritnath1156
@amritnath1156 2 жыл бұрын
সুন্দৰ🙏 জয় মা দূৰ্গা🙏
@Mayurpankhi_Kaushik
@Mayurpankhi_Kaushik 2 жыл бұрын
খুব সুন্দৰ🙏🙏🙏
@BornaliDevi-d3p
@BornaliDevi-d3p Жыл бұрын
Bor bhal lagise.
@jitusharma892
@jitusharma892 4 жыл бұрын
Khub hundor hoise😍
@hiteshdas2906
@hiteshdas2906 3 жыл бұрын
অনন্য সুন্দৰ!
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
বামুণীয়া আইসকললৈ সেৱা নিবেদিলোঁ
@pitamborbordoloi838
@pitamborbordoloi838 2 жыл бұрын
Very nice
@ankurkashyap1878
@ankurkashyap1878 Жыл бұрын
🙏🙏
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
পুহাৱন্তে
@prasantabhatta3428
@prasantabhatta3428 3 ай бұрын
Joy Ma Durga ma
@runudevi4609
@runudevi4609 3 ай бұрын
লিখিত ৰূপত দিয়কচোন
@BinuSarmah-e1b
@BinuSarmah-e1b 4 ай бұрын
Likhit dibsn🙏🙏
@monalishakalita3530
@monalishakalita3530 3 ай бұрын
Bor val lagil Sundar hoese Joy Maa Druga ❤amak rakha koriba ❤
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
নিশা পুহাইলেক
@pronotibaruah5838
@pronotibaruah5838 Жыл бұрын
বৰ ধুনীয়াকৈ গাইছে। বৰ ভাল লাগিল শুনি। আগলৈও নাম শুনাই থাকিব বুলি আশা কৰিলোঁ।👏👏🙏👌👌
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
Naam Prasanga by #Hiren_baruati
25:02
Hiren Baruati
Рет қаралды 200 М.
মা -লক্ষ্মী দিহানামৰ দল
9:09
Durga Puja Naam |  Assamese Durga Puja Song  | Puja Song
9:41
Pankaj Puzari
Рет қаралды 66 М.