এজন লৰাই BA ,MA পাছ কৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শক হয় আৰু সকলোৱেই একে মুখে গৌৰৱ কৰে যে সি এদিন সমাজৰ বাবে কিবা এটা কৰিব কিন্ত্ত যেতিয়াই তেওঁলোকে ক্ষমতা লাভ কৰে আৰু ইমান লোভী হৈ পৰে যে ঘীন লাগে তেওঁলোক একো একোজন উচ্চ শিক্ষিত ব্যক্তি বুলি । কিন্ত্ত এটা কথা থিক সকলো নহয় বাৰু ।