DY বিহুৰাণীত বিজয়ী হৈ কোনে ধুনীয়া গাড়ীখন চলাই নিলে চাওঁক

  Рет қаралды 114,743

DY365

DY365

Күн бұрын

Пікірлер: 37
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
মুনুকণ অ' নেকান্দিবা দেই। অহা বেলি তুমিয়েই হ'বা Dy Bihurani 2024 ত। পুৰস্কাৰটো একো ডাঙৰ কথা নহয়। তুমি Dy ৰ বিহুৰাণী নহ'লেও ৰাইজৰ হৃদয়ৰ বিহুৰাণী।
@rjsaikia7422
@rjsaikia7422 Жыл бұрын
Rajashree baak aji 5/6 bosor manor porai dekhi ahisu...aji teur kostor fol paise 💐💐 congratulations baa❤️ munukon baau vl nasisile kintu rajashree baa bihurani hisape jugyo❤️
@rahulneog3243
@rahulneog3243 Жыл бұрын
মুনুকণ মোৰ প্ৰিয়,,,তাই বহুত বহুত বেছি ভাল নাচে,,, উপযুক্ত এগৰাকী নাচনী।। ৰাজশ্ৰী ৰ কষ্টক সন্মান জনাইছোঁ,, শুভেচ্ছা জনালোঁ।।
@myshorts32127
@myshorts32127 Жыл бұрын
Vbisiluye rajashree hbo buli.... congratulations ❤❤❤
@riniki271
@riniki271 Жыл бұрын
Rajashee baa a bohut vl nase aaru gaai so teu a hbo buli vbisilo vl lgil
@punusonowal2820
@punusonowal2820 Жыл бұрын
Latashil Bihukuwori..Bihurani ..aibr ako Dy bihurani..Congratulations Rajashree... Oha bosoroloi Somragi hobo lgbo
@pabanbardoloi
@pabanbardoloi Жыл бұрын
Vhal lagil rajoshrre baye dy bihu rani hua babe
@abhijit142
@abhijit142 Жыл бұрын
উপযুক্ত প্ৰমাণ নোহোৱাকৈ যিটি কথা কৈ ফুৰিলে ভাল নালাগে।গোটেইকেইগৰাকীয়ে ভাল নাচনী,সেইবাবেইতো তেওঁলোক চূড়ান্ত পৰ্য্যায়লৈ উত্তীৰ্ণ হৈছে, কিন্তু তাৰ মাজতো এক দুইৰ ব্যৱধান থাকে যাৰবাবে পাঁচগৰাকীৰ ভিতৰত হয়তো চাৰিগৰাকী ৰৈ যায় বিজয়ী নোহোৱাকৈ। ৰাজশ্ৰীয়ে হয়তো সকলোফালৰ পৰা যোগ কৰি বেছি নম্বৰ লাভ কৰিছে,সেইবাবেই বিজয়ী হৈছে। প্ৰিয় নাচনীগৰাকীয়ে নাপালে বুলিয়েই কি মেনেজ হোৱা বুজায় নেকি?নুবুজাই নহ? ৰাজশ্ৰী বালৈ অভিনন্দন 🎉
@pranitakallitabarman8107
@pranitakallitabarman8107 Жыл бұрын
Very much congratulations rajashree baa ❤️❤️ Mur akha asil je tumie a hba
@dipshikhabhagowatibhagowat4033
@dipshikhabhagowatibhagowat4033 Жыл бұрын
Tekhetor eman bosror sesta hflota pale bhut val lagil 💐🫂🥰
@dreamforbidcd1042
@dreamforbidcd1042 Жыл бұрын
❤❤❤❤
@dipamoniborah6026
@dipamoniborah6026 Жыл бұрын
সঠিক প্ৰমাণ নাথাকিলে মন্তব্য নিদিব। আপুনি কিমান দিন dy bihurani ৰ shoot হৈ থকাৰ সময়ত আছিলে। ওপৰতে আহি যে মন্তব্য দিছে কি জানে আপুনি আৰু কিমান জানে ৰাজশ্ৰী বিষয়ে। তাই যদি ওপৰতে টকা দি পুৰস্কাৰ পোৱা ছোৱালী হ'ল হেঁতেন আজি ১০ বছৰে বিহুৰ ক্ষেত্ৰখনত যুদ্ধ কৰি নাথাকিলে হেঁতেন। আপোনালোকে এটা ৰিয়েলিতী শ্ব' ৰ ওপৰত ভিত্তি কৰি কাৰোবাক বিচাৰ কৰিবলৈ ক'ত অধিকাৰ পালে। আপোনালোকৰ প্ৰিয় গৰাকীয়ে পালে ভাল আৰু নাপালে টকা দি পাইছে। বিচাৰকে জানে কোনে কিহত নম্বৰ দিছে। আপোনালোক যদি ইমানেই মহা পণ্ডিত নগল কিয় নিজে বিচাৰ কৰিবলৈ। আৰু ৰাজশ্ৰীয়ে টকা দি পাইছে বুলি কোৱাৰ আগত প্ৰমাণ দিব তাৰ পিছত ক'ব। ছেমিফাইনেলত তাইক নম্বৰৰ ওপৰত ভিত্তি কৰি বাছনি কৰিছে l ফাইনেলত তাইৰ ভাল হৈছে বাবে পাইছে আৰু উত্তৰ দিব পাৰিছে বাবে পাইছে। আৰু আপোনালোকে চিঞৰি থাকিলেও সত্য এইটো এ যে তাই বিহুৰাণী হোৱাৰ যোগ্য নাচনী। বাকী তাইক বদনাম কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলেও তাই অসমবাসী ৰাইজৰ বাবে সদায় মৰমৰ আৰু এগৰাকী যোগ্য শক্তিশালী বিহুৱতী হৈয়ে থাকিব।
@vlogswith_ritu
@vlogswith_ritu Жыл бұрын
তেওঁলোকৰ মতে আজিকালি যিয়েই বেছিকৈ Tv, you tube আদি বোৰৰ মাধ্যমত ওলাই আছে তেওঁলোকেই যোগ্য। ইফালে যোৱা ৯-১০ বছৰ আগতেই ৰাজশ্ৰী বায়ে সেইবোৰ জয়ী হৈ আহিছে❤ ৰাজশ্ৰী বাক চিনি নোপোৱাকেইজনলৈ গভীৰ সমবেদনা😅😢
@RANUNATH-s4d
@RANUNATH-s4d Жыл бұрын
Congratulations Rajashri
@nabamidas1662
@nabamidas1662 Жыл бұрын
Congratulations Baa ❤️
@himadrichutia2335
@himadrichutia2335 Жыл бұрын
Vabixilu ❤️
@user-xl1jp3iw9g
@user-xl1jp3iw9g Жыл бұрын
Very very congratulations Rajashree ❤❤
@munmithakuria9810
@munmithakuria9810 Жыл бұрын
Congratulations baa❤ moi vabisilu a tumi paba buli finely tumie pala😊
@budhinsaikia6300
@budhinsaikia6300 Жыл бұрын
অভিনন্দন জনালোঁ
@ranibarman224
@ranibarman224 Жыл бұрын
Nice
@Pinkibora23
@Pinkibora23 Жыл бұрын
Munukon ha hobo lagisil
@MintuDas-e1n
@MintuDas-e1n Жыл бұрын
Bhal lagil
@arwin170
@arwin170 Жыл бұрын
moi thik vabisilu rajasree pabo buli
@aimonibaruah6627
@aimonibaruah6627 Жыл бұрын
Rajashree ba❤
@saraswatiboruah6432
@saraswatiboruah6432 Жыл бұрын
Congratulations baa💕💔💕
@nikhitagogoi4960
@nikhitagogoi4960 Жыл бұрын
Congratulations ba ❤️
@rimjhimbasumatary9536
@rimjhimbasumatary9536 Жыл бұрын
Munukon ba olp hahi diya aku nsi tai try kori asl so pale tumi u aru try kori juq pai jaba😂😂❤
@nrityanganagogoi6106
@nrityanganagogoi6106 Жыл бұрын
Munukon ba imn kosto kori imn besi val nasiu
@arupbaruah3902
@arupbaruah3902 Жыл бұрын
যোগ্য জনে পালে ভাল লাগে এনেকৈ হলে এদিন ইয়াৰ উপশম গজিব ৰাজশ্ৰী বিজয়ী😂😂😂😂😂😂😂😂😂😂
@juligogoi6843
@juligogoi6843 Жыл бұрын
আমি আগতেই জানিছিলো এইবাৰো অৰ্থাৎ ২০২৩ ৰ dy বিহুৰানী খিতাফটো বিক্ৰী হৈ গ'ল। কাৰণ যিজনী ছোৱালীয়ে কোৱাটাৰ ফাইনেলত বিহু নাম গাব নোৱাৰা কাৰণে নে নেকৈ এনেই গুনগুনাই দিলেও next খন্দলৈ আগবঢ়াই দিয়া হৈছে এটা খন্দত সময়মতে গগনা নবজোৱা কাৰণে সমালোচিত হৈছে আৰু next খন্দলৈ আগবঢ়াই লৈ যোৱা হৈছে , গতিকে dy বিহু ৰাণী মে ৰাজশ্ৰী নাথৰ ওচৰত বিক্ৰী হ'ল আমি অনুমান কৰিছিলোঁ। গতিকে অসমৰ বিহুৱতী সকলক কও এবাৰত Dy বিহুৰাণী হমবুলি কেতিয়াও নাযাব।আপোনী নাচিলে Dy চেনেটিয়ে trp নামত কিবা অলপ হ'লেও পাব লাগিব।প্ৰথম অৱস্থাৰ Dy বিহু ৰাণী আজি হৈ থকা নাই।
@dipamoniborah6026
@dipamoniborah6026 Жыл бұрын
সঠিক প্ৰমাণ নাথাকিলে মন্তব্য নিদিব। আপুনি কিমান দিন dy bihurani ৰ shoot হৈ থকাৰ সময়ত আছিলে। ওপৰতে আহি যে মন্তব্য দিছে কি জানে আপুনি আৰু কিমান জানে ৰাজশ্ৰী বিষয়ে। তাই যদি ওপৰতে টকা দি পুৰস্কাৰ পোৱা ছোৱালী হ'ল হেঁতেন আজি ১০ বছৰে বিহুৰ ক্ষেত্ৰখনত যুদ্ধ কৰি নাথাকিলে হেঁতেন। আপোনালোকে এটা ৰিয়েলিতী শ্ব' ৰ ওপৰত ভিত্তি কৰি কাৰোবাক বিচাৰ কৰিবলৈ ক'ত অধিকাৰ পালে। আপোনালোকৰ প্ৰিয় গৰাকীয়ে পালে ভাল আৰু নাপালে টকা দি পাইছে। বিচাৰকে জানে কোনে কিহত নম্বৰ দিছে। আপোনালোক যদি ইমানেই মহা পণ্ডিত নগল কিয় নিজে বিচাৰ কৰিবলৈ। আৰু ৰাজশ্ৰীয়ে টকা দি পাইছে বুলি কোৱাৰ আগত প্ৰমাণ দিব তাৰ পিছত ক'ব। ছেমিফাইনেলত তাইক নম্বৰৰ ওপৰত ভিত্তি কৰি বাছনি কৰিছে l ফাইনেলত তাইৰ ভাল হৈছে বাবে পাইছে আৰু উত্তৰ দিব পাৰিছে বাবে পাইছে। আৰু আপোনালোকে চিঞৰি থাকিলেও সত্য এইটো এ যে তাই বিহুৰাণী হোৱাৰ যোগ্য নাচনী। বাকী তাইক বদনাম কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলেও তাই অসমবাসী ৰাইজৰ বাবে সদায় মৰমৰ আৰু এগৰাকী যোগ্য শক্তিশালী বিহুৱতী হৈয়ে থাকিব।
@কথাবোৰবাস্তব
@কথাবোৰবাস্তব Жыл бұрын
Manage kori paise
@babatugogoi2152
@babatugogoi2152 Жыл бұрын
ইমান এটা নাম থকা অনুষ্ঠা বিক্ৰী হৈ গলে ভাল নালাগে ভুল হলেও প্ৰথম স্থান😅😅😅😅 বিচাৰক ইয়াত বেলেগ হে থাকে
@hemantabora505
@hemantabora505 Жыл бұрын
Nam faki kio kati dile... Xunibo mon asil... Gutei Tu dibo lgisil.. Cut nkra k...
@dikikakoti1407
@dikikakoti1407 Жыл бұрын
Aru nasau aru dy bihurani selfis aku val nalage sai
СКОЛЬКО ПАЛЬЦЕВ ТУТ?
00:16
Masomka
Рет қаралды 3 МЛН
Haunted House 😰😨 LeoNata family #shorts
00:37
LeoNata Family
Рет қаралды 15 МЛН
Из какого города смотришь? 😃
00:34
МЯТНАЯ ФАНТА
Рет қаралды 2,2 МЛН
SEMI FINAL // SESSION 14 // DY BIHURANI 2023 // EPISODE 14
52:37