উজনি অসম, BTADতো জনপ্ৰিয়তা হ্ৰাস হৈছে বিজেপিৰ!

  Рет қаралды 21,872

DY365

DY365

Күн бұрын

Пікірлер: 83
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
বিজেপি নেতাৰ অতপালি দমফালি অসমৰ ৰাইজে নখহে। BJP Goo Bek
@DipuHazarika-yk4rz
@DipuHazarika-yk4rz Ай бұрын
GOOD NEWS WELCOME
@dipjyotibora9405
@dipjyotibora9405 Ай бұрын
ভাল খবৰ এটা পোৱা যেন লাগিছে ৷
@jitulmorang8449
@jitulmorang8449 Ай бұрын
একনায়কত্বৰ চৰকাৰ।নামতহে মন্ত্ৰীত্ব।।ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নুহোৱা,
@SalimatDdinDdin
@SalimatDdinDdin Ай бұрын
অসমৰ মুল্য বিধি আৰু বেছি কৰিব বুলি আশা ৰাখিলোঁ ‌/ অসমৰ ৰাইজক এইখন চৰকাৰে 2026 চনত যদি আকৌ জিকে অফাৰ দিব ৰাইজক পদুলিয়ে পদুলিয়ে টলগেত বনাই দিব পাৰে
@safinuraahmed106
@safinuraahmed106 Ай бұрын
আৰু এটা মজাৰ বেপাৰ হ`ল অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ আশাত জইন হোৱ ৯০% ভোট নিদিব বুলি কলেও ভুল নহ`ব॥
@KhiroodSaikia
@KhiroodSaikia Ай бұрын
এই বাৰ এখনোনাপাই
@ChrisBrownBreezyBoyyyy
@ChrisBrownBreezyBoyyyy Ай бұрын
Bjp bhagao desh bachao
@Meriacraft
@Meriacraft Ай бұрын
জনপ্ৰিয়তা হ্ৰাস পালেও বিজেপিয়ে ই জিকিব তাৰ একমাত্ৰ কাৰণ হ'ল পগলা কুকুৰৰ কামুৰত উজনীৰ মূৰ্খ বিলাক পগলা হৈ যাব ।
@niranjankashyap2515
@niranjankashyap2515 Ай бұрын
Aami aru BJP nokoru,,,,,,
@jitulmorang8449
@jitulmorang8449 Ай бұрын
জাতি , মাটি,ভেটিৰ জয়গান গাইওলোতা খৰ মাৰি ৰাইজক ঠগিমুহিৰ বহুত খিলঞ্জীয়াৰ ভেটি ওচন্ন কাৰী,পেটত গামোচা বান্ধি ভোকে -লঘোনে,অভাৱ-অনাটনে জীৱন উচৰ্গা কৰি আশা বুকুত বান্ধি নিৰাশাত আত্মহনন কৰা venture শিক্ষকক প্ৰৱঞ্চনাকাৰী, নতুন প্ৰজন্মক গুৰুত্ব দি পুৰণি প্ৰজন্মক অবহেলা কৰা, মূল্যবৃদ্ধিৰে দেশখন কোৱা কৰা একনায়কত্বৰ চৰকাৰ এখনৰ হেজাৰ টা মইমতালিৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা হেৰাইছে।
@birenburagohain8132
@birenburagohain8132 Ай бұрын
অসমৰ ভোটাৰ জনসাধাৰণে বিচৰা ধৰণে বিজেপি মিত্ৰ দ'ল চৰকাৰে কাৰ্য্য নকৰাৰ কাৰণে বিজেপি দলৰ প্ৰতি মানুহৰ মোহ ভংগ হৈছে। প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে প্ৰতিবাদ বা আন্দোলন কৰিব লগীয়া পৰিবেশ হৈছে।এনে স্থলত চৰকাৰ যি দৰে প্ৰতিবাদী সকলৰ লগত বহি যি ধৰণে সমস্যা সমাধানৰ চেষ্টা কৰিব লাগিছিল। সেই দৰে চৰকাৰে পদক্ষেপ নোলোৱা কাৰণে বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্ট হৈছে।
@bkp9774
@bkp9774 Ай бұрын
@@birenburagohain8132 আগতে এবাৰ বাজপেয়ী (বিজেপি) হাৰিছিল পিয়াজৰ দাম বহাৰ কাৰণে, এইবাৰ হাৰিব স্মাৰ্ট মিটাৰ বাবে ।
@TarifulIslam-q7h
@TarifulIslam-q7h Ай бұрын
Good news সাংবাদিক ভাই
@JakirHussain-nh7ho
@JakirHussain-nh7ho Ай бұрын
জি খিনি সদস্য ভৰতী কৰিছে পলুভন দি কোনোৱে বিজেপিক ভোট নিদিয়ে। উ পি পি এল য়ে জদী বিজেপিৰ লগত থাকে উ পি পি এল কো বিটিআৰ বাসী ৰাইজে ভোট নিদিয়ে
@AbdulLatif-ng6ks
@AbdulLatif-ng6ks Ай бұрын
২০২৬ ত কি হ'বলৈ গৈ আছে? এয়া তাৰ আগজাননী।
@PramodBasumatary-l3q
@PramodBasumatary-l3q Ай бұрын
Because of HBS and P B in BTR.
@AmjadAligh
@AmjadAligh Ай бұрын
BJP go back
@entertainmentandexercies415
@entertainmentandexercies415 Ай бұрын
সংখ্যালঘু কথা বাদ দিয়া হে।আমি থলগিৰি ভূমিপুত্রই নাই।
@bkp9774
@bkp9774 Ай бұрын
আমি কোনোৱেই আৰু নেথাকো, স্মাৰ্ট মিটাৰ, মিয়া, উচ্ছেদ, চুমি বিশাল আদিক লৈ আমি চবেই গৌৰিবিত।
@entertainmentandexercies415
@entertainmentandexercies415 Ай бұрын
@@bkp9774 মুঠতে ঠেং ভাঙি দিম কোৱা,ঘূচাত মূখৰ আকাৰ সলনি কৰি দিম কোৱা,পিয়াজৰ দাম বাঢ়িলে ৫ পূৰণ খাব কোৱা,বিদ্যুত মাচুল বৃদ্ধি হোৱা বাবে গৰমত গছৰ তলত বহিব কোৱা লগতে সদনত ফিচিঙা ফিচিঙ কৰি খোচ মৰা কথা কোৱা,দাঙকোপ মাৰি দেহৰ সমস্ত বল দি ডিঙিৰ শিৰ ফোলাই মিছাক সঁচা কৰিব চেষ্টা কৰা,প্রতিশ্রুতি আঁখৰে আঁখৰে পালন নকৰা,ৰাইজৰ মূৰত সমস্ত ঋণৰ বোজা জাপি দিয়া ইত্যাদিৰ বাবে কঁকাল ভাঙি দিয়া হ'ব।
@hairprasaddeori2325
@hairprasaddeori2325 Ай бұрын
😂
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
উজনিত বিজেপিয়ে আশা নকৰাই ভাল।মাৰ্ঘেৰিটাক এটা দায়িত্ব দিয়াৰ বাবে আহোমৰ বহু ভোট হেৰুৱাব! বাকী জনগোষ্ঠী বোৰ আছেই।সদস্য ভৰ্তি হলেও সেইবোৰে যে ভোট দিব তাৰ কি গেৰাণ্টি?মোলৈ মিচ কল দিলেও মিছা। মই Received নকৰো।কৰিলেও ভোট নিদিও।
@FulchanHussain-mc3qy
@FulchanHussain-mc3qy Ай бұрын
Somajor বাবে ভাল লক্ষণ
@HiHello-ro6kb
@HiHello-ro6kb Ай бұрын
2026 OT BJP BEDAI SURE.
@taradoi7957
@taradoi7957 Ай бұрын
মোৰ দৃষ্টিৰে------------------ অসমৰ এইখন চৰকাৰে মিঞা মুছলমান চিঞৰি প্ৰায় ১০ বছৰ সময় পাৰ কৰিলে ।নতুন আঁচনি বুলিবলৈ একো নাই আৰু উলিয়াবও নোৱাৰিলে ।কেৱল হিতাধিকাৰীৰ সৃষ্টি ।উন্নয়নৰ নামত দুই এখন মেডিকেল কলেজ দুই এটা ৰাষ্টাৰ বাহিৰে আন একো নাই ।
@prashantaburagohain6789
@prashantaburagohain6789 Ай бұрын
Kona
@TCF573
@TCF573 Ай бұрын
Kebol Andhavovto sob he ase 😂😂😂
@SintuAliSAli
@SintuAliSAli Ай бұрын
Moga😮😊😊😊
@majnurali2930
@majnurali2930 Ай бұрын
Good news
@RishikeshDas-q8u
@RishikeshDas-q8u Ай бұрын
Out koribo lage
@janjolali3378
@janjolali3378 Ай бұрын
VAL,, KHOBOR, PAISU❤❤❤❤❤❤❤❤❤
@TCF573
@TCF573 Ай бұрын
Smart metre ai Sorkar girabo aibar
@tikhulimbu8858
@tikhulimbu8858 Ай бұрын
BJP go back 👎
@ritumonideka5120
@ritumonideka5120 Ай бұрын
BJP harmir dal atia.
@Vipergaming-n1o
@Vipergaming-n1o Ай бұрын
Raize bugi paise, BJP a raizok jola kola khuwise. 1250 or holoni mulyavriddi hosie.
@pradipkalita3161
@pradipkalita3161 Ай бұрын
আমিও নাই
@prashantaburagohain6789
@prashantaburagohain6789 Ай бұрын
B j p jindabad
@rejaulshorts7
@rejaulshorts7 Ай бұрын
Moi JJM or kormi...moi BJP nokoru ... nomoskar BJP....
@NajidAli-we4px
@NajidAli-we4px Ай бұрын
good. News.🌹🌹🌹🌹🙏🙏🙏🕋🕋
@rubulsarma5869
@rubulsarma5869 Ай бұрын
BTR Bohut miya aasa.. Usad korebo laga.
@JainurAli-g7j
@JainurAli-g7j Ай бұрын
Eyar adha achanir lovat
@SalimatDdinDdin
@SalimatDdinDdin Ай бұрын
এইখন চৰকাৰে মুছলমান ধৰ্ম নাম লৈই কেৱল হিন্দু ধৰ্মৰ লোক মাজত বিভেদ আনিছে/ এতিয়া বৰ্তমান অসমত কিমান বয় বস্তো মুল্য বিধি হুৰা হুৰেই দাম কিমান বাহিল হিচাব নাই ইয়াৰ উওৰ অসমৰ ৰাইজে দিব 2026 চনত / নহ'লে পদুলিয়ে পদুলিয়ে টলগেত বনাই দিব এইখন চৰকাৰে
@mohibulislam2143
@mohibulislam2143 Ай бұрын
Gd news
@nurulhoque5012
@nurulhoque5012 Ай бұрын
26at 30
@bishaldas3964
@bishaldas3964 Ай бұрын
Jikhini khodosya bharti korise kheykhokolor pray lukok proluvon ba voy dekhuwaihe vorti korise..eyburey vote r akar noloi
@prashantaburagohain6789
@prashantaburagohain6789 Ай бұрын
Ara baba toi enae siori aso aebaro b j p sorkar hobo meae enau vut nidia tahatok haekarona khadibo laga b j p khilongjiar poilhot asa miar logot nohoi
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc Ай бұрын
6th Community r Raij e BJP Mitra jot sarkar k Dhol taal bojai BJP k 26 t Bidai dim ami
@mohibulislam2143
@mohibulislam2143 Ай бұрын
Bjp amr minority manuhkhin bht opman krile 😢😢
@PoretushSarkar
@PoretushSarkar Ай бұрын
Very. Good. Video
@nurulhoque5012
@nurulhoque5012 Ай бұрын
Namanit kene
@AkshendraDas-bv5ef
@AkshendraDas-bv5ef Ай бұрын
Kot vot dibo , balagok p vot de ki love hobo, b j p zindabad
@ShahadullaBhai
@ShahadullaBhai Ай бұрын
India.t.nai
@SelimAhmed-uw7le
@SelimAhmed-uw7le Ай бұрын
Vukute kol nopoke 😁
@fakruddinjinna3628
@fakruddinjinna3628 Ай бұрын
Untill and unless Himanta Biswa Saramah, Piyush Hazarika,Jayanta Malla Baruah and some others remain in BJP never cast vote in favour of BJP..
@HariPrasadSwargari
@HariPrasadSwargari Ай бұрын
Kunu hondeh nay 'BTAD 'atta bheti aase Mr.Hagrama aru dol Bpf kunu hondeh nay,purona kheluwae...
@pdas9037
@pdas9037 Ай бұрын
Namanio super flop
@MujahidHussain-qy5vu
@MujahidHussain-qy5vu Ай бұрын
Hindu Muslim card
@hairprasaddeori2325
@hairprasaddeori2325 Ай бұрын
😂😅😂😅
@SohidulIslam-oi6nj
@SohidulIslam-oi6nj Ай бұрын
Bjpgo. Back
@prasannakumar9373
@prasannakumar9373 Ай бұрын
Kunuyei nai b j p
@Regional-i7b
@Regional-i7b Ай бұрын
BTAD ত আমাৰ অবড়ো দল খুলিও হাৰিব লগা হৈছে এই BJP যে ক'ত পাৰিব ? BTAD ত আমাৰ অবড়োযে LEADER হব নোৱাৰে অকল কেদাৰ হয় থাকিব লাগিব, কেদাৰ কলেও ভুল হব, assistant cadre হয় থাকিবলগা হব, Second ৰ ভিতৰতে বড়োযে একগোট হয় যায় নিজৰ জাতিৰ স্বাৰ্থত, আমাৰে ফতুৱা সব দালাল
@charukbgohain8670
@charukbgohain8670 Ай бұрын
সংখ্যালঘু কেতিয়া নো bjp পক্ষত আছিল। পাৰ্টিয়ে হিতাধিকাৰীৰ সলনি ৰাস্তাত পাৰ্টিৰ বাবেই লাগি থকা কাৰ্য্যকৰ্তাক গুৰুত্ব দিব শিকিব লাগিব।
@Himangshu-ps9mc
@Himangshu-ps9mc Ай бұрын
আছে বহুত আছে but কিছুমানৰ mobile নাই so..... BJP ZINDABAD 💪💪💪
@pradipkalita3161
@pradipkalita3161 Ай бұрын
😂😂😂😂
@KalpanaBorthakur-iq5dg
@KalpanaBorthakur-iq5dg Ай бұрын
আছে হয়
@PrabirJyotinath-fw6sv
@PrabirJyotinath-fw6sv Ай бұрын
aibilk reports kun jikibo kun hribo tk nirdharn nkre ..viwes lo poisa kamo
@santanubasumatary5944
@santanubasumatary5944 Ай бұрын
BTC electionot sabo apuni
@iloveromantic1106
@iloveromantic1106 Ай бұрын
Eito kono news hol Faltu
@Regional-i7b
@Regional-i7b Ай бұрын
Congratulations CJP
@inamulali6637
@inamulali6637 Ай бұрын
😂😂😂😂😂
@Regional-i7b
@Regional-i7b Ай бұрын
CJP ZINDABAAD
@DragonAssam-y9e
@DragonAssam-y9e Ай бұрын
Ahom k st status dem koi jee Raam thogon dele tar babe to harebooi eh nai .. upper Assam
@mousm6612
@mousm6612 Ай бұрын
Eibar smart meter ei kaal hbo bjp r..aru vote nidu ..jimanei nidiyok
@shahabuddinahmed3129
@shahabuddinahmed3129 Ай бұрын
Good news
@NurHussain-s4q
@NurHussain-s4q Ай бұрын
BJP go back
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 33 МЛН
У вас там какие таланты ?😂
00:19
Карина Хафизова
Рет қаралды 23 МЛН
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 117 МЛН
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 33 МЛН